মুখ্য পৃষ্ঠাতাফছীৰAn-Naas (114)

তাফছীৰ An-Naas (114) — الناس

মক্কী · 6 আয়াত

পঢ়ক · শুনকPDF ফাইল

قُلْ أَعُوذُ بِرَبِّ ٱلنَّاسِ ﴿١﴾

হে ৰাছু ল! কৈ দিয় ক যে,মই মানুহৰ প্ৰতিপালকৰ সহায় তপ্ৰ তিৰক্ষামূলক ব্যৱস্থালওঁ আৰু তেওঁ ৰ আশ্ৰ য় বিচাৰোঁ।

مَلِكِ ٱلنَّاسِ ﴿٢﴾

যিজন সকলো মানুহৰে অধিপতি। সিহঁ তক যেনেকৈ বিচাৰে তেৱেঁই নিয় ন্ত্ৰ ণ কৰে। তেওঁৰ বাহিৰে সিহঁ তৰ কোনো অধিপতি নাই।

إِلَـٰهِ ٱلنَّاسِ ﴿٣﴾

তেৱেঁই সিহঁ তৰ সত্যউপাস্য। তেওঁ ৰ বাহিৰে সিহঁ তৰ আন কোনো সত্যউপাস্যনাই।

مِن شَرِّ ٱلْوَسْوَاسِ ٱلْخَنَّاسِ ﴿٤﴾

সেই চয় তানৰ অনিষ্ট ৰ পৰা, মানুহে যেতিয়া আল্লাহৰ জিকিৰৰ পৰা অমনোযোগী হয় , তেতিয়া সি মানুহৰ অন্ত ৰত কু মন্ত্ৰ ণা দিয়ে । আনহাতে যেতিয়া আল্লাহৰ জিকিৰ কৰিবলৈ ধৰে, তেতিয়া তাৰ পৰা আঁতৰি যায় ।

ٱلَّذِى يُوَسْوِسُ فِى صُدُورِ ٱلنَّاسِ ﴿٥﴾

যিয়ে মানুহৰ অন্ত ৰতকু ভাৱনাদিয়ে ।

مِنَ ٱلْجِنَّةِ وَٱلنَّاسِ ﴿٦﴾

আৰু সি মানৱৰূপীও হয় আৰু জীনৰ পৰাও হয় । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · An-Naas — الناس

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা