মুখ্য পৃষ্ঠাতাফছীৰAl-Falaq (113)

তাফছীৰ Al-Falaq (113) — الفلق

মক্কী · 5 আয়াত

পঢ়ক · শুনকPDF ফাইল

قُلْ أَعُوذُ بِرَبِّ ٱلْفَلَقِ ﴿١﴾

হে ৰাছু ল! কৈ দিয় ক যে,মই প্ৰভাতৰ প্ৰতিপালকৰ সহায় তপ্ৰ তিৰক্ষামূলক ব্যৱস্থালওঁ আৰু তেওঁ ৰ আশ্ৰ য় বিচাৰোঁ। من شر ما خلق

مِن شَرِّ مَا خَلَقَ ﴿٢﴾

কষ্ট দায় কসৃষ্টি ৰ অনিষ্ট ৰ পৰা। ومن شر غاسق إذا وقب

وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ ﴿٣﴾

আৰু মই আল্লাহৰ আশ্ৰ য় বিচাৰোঁ সেইবোৰ কষ্ট দায় ক বস্তু ৰ পৰা,যিবোৰ ৰাতিতওলায় । যেনে- কীট-পতংগ,চোৰ- ডকাইত আদি।

وَمِن شَرِّ ٱلنَّفَّـٰثَـٰتِ فِى ٱلْعُقَدِ ﴿٤﴾

আৰু আল্লাহৰ আশ্ৰ য় বিচাৰিছোঁযাদুকৰ মহিলাৰ অনিষ্ট ৰ পৰা,যিসকলে গাঁঠি তফুঁ দিয়ে । ومن شر حاسد إذا حسد

وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ ﴿٥﴾

আৰু আল্লাহৰ আশ্ৰ য় বিচাৰোঁ হিংসুকৰ অনিষ্ট ৰ পৰা, যেতিয়া সি হিংসাৰ ভাৱনাৰে কোনো কাম কৰে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Falaq — الفلق

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা