ٱلْقَارِعَةُ ﴿١﴾
সেই সময় ছোৱাহৈছে অত্যন্ত ভয়াৱহ সময় ,যাৰ ভয়াৱহতাই মানুহৰ অন্ত ৰক প্ৰচণ্ডভাৱে কম্পিতকৰিব।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Qaari'a (101)
মক্কী · 11 আয়াত
ٱلْقَارِعَةُ ﴿١﴾
সেই সময় ছোৱাহৈছে অত্যন্ত ভয়াৱহ সময় ,যাৰ ভয়াৱহতাই মানুহৰ অন্ত ৰক প্ৰচণ্ডভাৱে কম্পিতকৰিব।
مَا ٱلْقَارِعَةُ ﴿٢﴾
মানুহৰ অন্ত ৰ কঁ পোৱাসেই ভয়াৱহ সময় টোনোকি?
وَمَآ أَدْرَىٰكَ مَا ٱلْقَارِعَةُ ﴿٣﴾
হে ৰাছুল! আপোনাক কিহে জনাব যে অন্ত ৰ কঁ পোৱা সেই সময় টোনো কি? নিশ্চিতৰূপে সেইটো হৈছে ক্বি য়ামত দিৱস।
يَوْمَ يَكُونُ ٱلنَّاسُ كَٱلْفَرَاشِ ٱلْمَبْثُوثِ ﴿٤﴾
যিদিনাখন অন্ত ৰবোৰ ভীতিপ্ৰ দ হ’ব,সেইদিনামানুহে বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে প্ৰসাৰিতহৈ পৰিব।
وَتَكُونُ ٱلْجِبَالُ كَٱلْعِهْنِ ٱلْمَنفُوشِ ﴿٥﴾
আৰু পৰ্বতবোৰ ধূনা ঊণৰ দৰে পাতল আৰু তীব্ৰ গতিত পৰিচালিত হ’ব। فأما من ثقلت موزينه
فَأَمَّا مَن ثَقُلَتْ مَوَٰزِينُهُۥ ﴿٦﴾
এতেকে যাৰ ভাল কৰ্ম, বেয়া কৰ্মতকৈ অধিক হ’ব। فهو فى عيشة ر اضية
فَهُوَ فِى عِيشَةٍۢ رَّاضِيَةٍۢ ﴿٧﴾
তেওঁ জান্নাতত মনে বিচৰা সন্তোষজনক জীৱন লাভ কৰি আনন্দ লাভ কৰিব। بلغ আল-কোৰআন · তাফছীৰ وأما من خفت موزينه
وَأَمَّا مَنْ خَفَّتْ مَوَٰزِينُهُۥ ﴿٨﴾
আনহাতে যাৰ বেয়া কৰ্ম, ভাল কৰ্মতকৈ অধিক হ’ব। فأم ه هاوية
فَأُمُّهُۥ هَاوِيَةٌۭ ﴿٩﴾
ফলতক্বি য়ামতৰ দিনাতাৰ ঠি কনাআৰু স্থান হ’ব জাহান্নাম।
وَمَآ أَدْرَىٰكَ مَا هِيَهْ ﴿١٠﴾
হে ৰাছু ল! আপুনি কিদৰে জানিব সেইটোনোকি? نار حامية
نَارٌ حَامِيَةٌۢ ﴿١١﴾
সেয়াহৈছেঅত্যন্ত উত্তপ্ত অগ্নিকু ণ্ড। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে