وَٱلْعَـٰدِيَـٰتِ ضَبْحًۭا ﴿١﴾
মহান আল্লাহে সেই ঘোঁৰাৰ শপতকৰিছে,যাৰ তীব্ৰ দৌৰৰ কাৰণে তাৰ উশাহৰ শব্দ শুনাযায় ।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Aadiyaat (100)
মক্কী · 11 আয়াত
وَٱلْعَـٰدِيَـٰتِ ضَبْحًۭا ﴿١﴾
মহান আল্লাহে সেই ঘোঁৰাৰ শপতকৰিছে,যাৰ তীব্ৰ দৌৰৰ কাৰণে তাৰ উশাহৰ শব্দ শুনাযায় ।
فَٱلْمُورِيَـٰتِ قَدْحًۭا ﴿٢﴾
আৰু সেই ঘোঁৰাৰ শপত কৰিছে, যি ঘোঁৰাই শিলৰ ওপৰত দৌৰি যোৱাৰ ফলত তাৰ ক্ষুৰৰ আঘাতত ফিৰিঙতি ওলায় ।
فَٱلْمُغِيرَٰتِ صُبْحًۭا ﴿٣﴾
আৰু সেইবোৰ ঘোঁৰাৰ শপত কৰিছে, যিবোৰে প্ৰভাতকালত শত্ৰুৰ ওপৰত আক্ৰ মণ কৰে। فأثرن به نقعا
فَأَثَرْنَ بِهِۦ نَقْعًۭا ﴿٤﴾
ফলত দৌৰৰ জৰিয় তে সিহঁ তে ধূলি উৰুৱায় । فوسطن به جمعا
فَوَسَطْنَ بِهِۦ جَمْعًا ﴿٥﴾
ফলতসেইবোৰে নিজৰ আৰোহীৰ সৈতেশত্ৰু দলৰ অভ্যন্ত ৰতসোমাই পৰে।
إِنَّ ٱلْإِنسَـٰنَ لِرَبِّهِۦ لَكَنُودٌۭ ﴿٦﴾
প্ৰকৃ ততে মানুহে সেই পূণ্য কৰ্মৰ পৰা বহু দূৰত অৱস্থান কৰে, যিটো তাৰ প্ৰতিপালকে তাৰ পৰা বিচাৰে। وإنه عل ذلك لشهيد
وَإِنَّهُۥ عَلَىٰ ذَٰلِكَ لَشَهِيدٌۭ ﴿٧﴾
আৰু সি পূণ্যৰ কামৰ পৰা পিছুৱাই থকাৰ বাবে সি নিজেই তাৰ সাক্ষী। বিষয় টো ইমান স্পষ্ট যে, ইয়াক অস্বীকাৰ কৰাৰ অৱকাশ নাই। بلغ আল-কোৰআন · তাফছীৰ
وَإِنَّهُۥ لِحُبِّ ٱلْخَيْرِ لَشَدِيدٌ ﴿٨﴾
আৰু সি ধনৰ প্ৰবল লোভত পৰিছে, এই ক্ষেত্ৰত সি কৃ পণালিও কৰে।
۞ أَفَلَا يَعْلَمُ إِذَا بُعْثِرَ مَا فِى ٱلْقُبُورِ ﴿٩﴾
পাৰ্থিৱ জীৱনৰ প্ৰৱঞ্চনাত লিপ্ত হোৱা ব্যক্তিয়ে নাজানে নেকি, যেতিয়া আল্লাহে কবৰত থকা মৃতসকলক জীৱিত কৰিব আৰু তেওঁলোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে ভূমিৰ পৰা উত্থিত কৰিব। বিষয় টো তেনেকু ৱা নহয় , যিদৰে সিহঁ তে ধাৰণা কৰে?
وَحُصِّلَ مَا فِى ٱلصُّدُورِ ﴿١٠﴾
বৰং অন্ত ৰৰ ভেদ, নিয়্যত আৰু আস্থাকো প্ৰকাশ কৰা হ’ব, إن رب هم بهم يومئذ ل خبير
إِنَّ رَبَّهُم بِهِمْ يَوْمَئِذٍۢ لَّخَبِيرٌۢ ﴿١١﴾
নিশ্চয় সিহঁতৰ প্ৰতিপালক সেই দিৱসৰ সিহঁতৰ সকলো বিষয় সম্পৰ্কে পৰিজ্ঞাত। বান্দাসকলৰ কোনো বিষয়েই তেওঁ ৰ পৰা গোপন নহয় । শীঘ্ৰে ই তেওঁ সকলোকে উচিতপ্ৰ তিদান প্ৰদান কৰিব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে