إِذَا زُلْزِلَتِ ٱلْأَرْضُ زِلْزَالَهَا ﴿١﴾
যেতিয়া ক্বি য়ামতৰ দিনা পৃথৱীক অতি প্ৰবলভাৱে প্ৰকম্পিত কৰা হ’ব।
মুখ্য পৃষ্ঠা›তাফছীৰ›Az-Zalzala (99)
মাদানী · 8 আয়াত
إِذَا زُلْزِلَتِ ٱلْأَرْضُ زِلْزَالَهَا ﴿١﴾
যেতিয়া ক্বি য়ামতৰ দিনা পৃথৱীক অতি প্ৰবলভাৱে প্ৰকম্পিত কৰা হ’ব।
وَأَخْرَجَتِ ٱلْأَرْضُ أَثْقَالَهَا ﴿٢﴾
আৰু যেতিয়া পৃথিৱীয়ে তাৰ ভিতৰত থকা মৃতসকলকে আদি কৰি সকলো বস্তু কে বাহিৰলৈ উলিয়াই দিব।
وَقَالَ ٱلْإِنسَـٰنُ مَا لَهَا ﴿٣﴾
আৰু যেতিয়া মানুহে ক্লান্ত হৈ ক’ব যে, পৃথিৱীৰ আকৌ কি হ’ল, ইমান প্ৰবলভাৱে কঁ পিআছে কিয় ? يومئ ذ تحدث أ خ بارها
يَوْمَئِذٍۢ تُحَدِّثُ أَخْبَارَهَا ﴿٤﴾
সেই ভীষণ দিনটোত পৃথিৱীয়ে তাৰ ওপৰত হোৱা ভাল- বেয়া কৰ্মৰ বৃত্তান্ত দাঙি ধৰিব। بأن ربك أوحى لها
بِأَنَّ رَبَّكَ أَوْحَىٰ لَهَا ﴿٥﴾
কিয় নো মহান আল্লাহে এই বিষয়ে ভালকৈয়ে জানে,আৰু তেৱেঁই ইয়াক আদেশ দিব।
يَوْمَئِذٍۢ يَصْدُرُ ٱلنَّاسُ أَشْتَاتًۭا لِّيُرَوْا۟ أَعْمَـٰلَهُمْ ﴿٦﴾
সেই ভীষণ দিনটোত যেতিয়া পৃথিৱীক শক্তিশালীৰূপত প্ৰকম্পিত কৰা হ’ব। মানুহে হিচাপ-নিকাচৰ স্থানৰ পৰা দলবদ্ধভাৱে ওলাব, যাতে পৃথিৱীত কৰা সিহঁ তৰ কৰ্মবোৰৰ দৃশ্য দেখিব পাৰে। فمن يعمل مثقال ذرةخيرا يره
فَمَن يَعْمَلْ مِثْقَالَ ذَرَّةٍ خَيْرًۭا يَرَهُۥ ﴿٧﴾
গতিকে যিয়ে সৰু এটা পৰুৱাৰ সমপৰিমাণ ওজনৰ সমান সৎকৰ্ম কৰিছে, সেয়া তেওঁ নিজৰ সন্মুখত দেখিবলৈ পাব। بلغ আল-কোৰআন · তাফছীৰ ر ومن يعمل مثقال ذرة ش ايره
وَمَن يَعْمَلْ مِثْقَالَ ذَرَّةٍۢ شَرًّۭا يَرَهُۥ ﴿٨﴾
আনহাতে যিয়ে এটা পৰুৱাৰ ওজনৰ সমানো কু -কৰ্ম কৰিছে, সেইটোও সি নিজৰ সন্মুখত দেখিবলৈ পাব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে