মুখ্য পৃষ্ঠাতাফছীৰAl-A'laa (87)

তাফছীৰ Al-A'laa (87) — الأعلى

মক্কী · 19 আয়াত

পঢ়ক · শুনকPDF ফাইল

سَبِّحِ ٱسْمَ رَبِّكَ ٱلْأَعْلَى ﴿١﴾

আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনা কৰক, যিজন তেওঁৰ সৃষ্টি ৰ পৰা বহু ঊৰ্দ্ধ ত আৰু আল্লাহক সন্মান সহকাৰে মুখেৰে উচ্চাৰণ কৰি স্মৰণ কৰক।

ٱلَّذِى خَلَقَ فَسَوَّىٰ ﴿٢﴾

যিজনে মানুহক সঠি কৰূপেসৃষ্টি কৰিছে আৰু উত্তম আকাৰ আকৃ তি প্ৰদান কৰিছে।

وَٱلَّذِى قَدَّرَ فَهَدَىٰ ﴿٣﴾

যিজনে সকলো সৃষ্টি ৰ প্ৰকাৰ, বৰ্গ আৰু বিশেষত্ব নিৰ্ধাৰণ কৰিছে, আৰু প্ৰত্যেক সৃষ্টি কে তাৰ বাবে উচিত তথা অনুকূ লীয় পথ দেখুৱাইছে।

وَٱلَّذِىٓ أَخْرَجَ ٱلْمَرْعَىٰ ﴿٤﴾

যিজনে তোমালোকৰ জীৱ-জন্তু ৰ বাবে মাটি ৰ পৰাঘাঁহ-বন উৎপন্ন কৰিছে।

فَجَعَلَهُۥ غُثَآءً أَحْوَىٰ ﴿٥﴾

ইয়াৰ পাছত সেই সেউজীয়া ঘাঁহবোৰক শুকান কলা বৰণৰ খেৰ কু টাত পৰিণত কৰে।

سَنُقْرِئُكَ فَلَا تَنسَىٰٓ ﴿٦﴾

হে ৰাছু ল! নিশ্চয় আমি আপোনাক কোৰআন পাঠ কৰাম আৰু আপোনাৰ অন্ত ৰত বদ্ধমূল কৰি দিম। ফলত আপুনি কেতিয়াও নাপাহৰিব। গতিকে আপুনি পাহৰি যোৱাৰ আশংকাত পূৰ্বৰ দৰে জিব্ৰীলৰ সৈতে পাঠ কৰাৰ সময়ত খৰখেদা নকৰিব। بلغ আল-কোৰআন · তাফছীৰ

إِلَّا مَا شَآءَ ٱللَّهُ ۚ إِنَّهُۥ يَعْلَمُ ٱلْجَهْرَ وَمَا يَخْفَىٰ ﴿٧﴾

কিন্তু আল্লাহে নিজৰ হিকমত অনুসৰি যিখিনি পাহৰাই দিব বিচাৰে সেই বিষয়টো সুকীয়া। নিশ্চয় মহান আল্লাহ প্ৰকাশ্য- অপ্ৰ কাশ্যসকলো বিষয়ে অৱগত। তেওঁ ৰ পৰা কোনো বস্তু ৱে গোপন নহয় । ونيسرك لليسر

وَنُيَسِّرُكَ لِلْيُسْرَىٰ ﴿٨﴾

আমি আপোনাৰ বাবে সেইসমূহ আমল সহজ কৰি দিম, যিবোৰৰ দ্বাৰা আল্লাহ সন্তু ষ্টহয়, যাৰ ফলত আপুনি জান্নাতত প্ৰৱেশ কৰিব।

فَذَكِّرْ إِن نَّفَعَتِ ٱلذِّكْرَىٰ ﴿٩﴾

আমি আপোনাৰ প্ৰতি অহী কৰা কোৰআনৰ দ্বাৰা আপুনি মানুহক উপদেশ দিয় ক। যেতিয়ালৈকে সিহঁ তৰ শ্ৰৱণশক্তি আছে আপুনি সিহঁ তক উপদেশ দি যাওক। سيذك رمن يخش

سَيَذَّكَّرُ مَن يَخْشَىٰ ﴿١٠﴾

আপোনাৰ উপদেশ আৰু শিক্ষাৰ পৰা সেই ব্যক্তিয়ে নিশ্চয় শিক্ষা গ্ৰহণ কৰিব, যিয়ে আল্লাহক ভয় কৰে। কিয় নো সিহঁ তেই উপদেশৰ পৰাউপকৃ তহয় ।

وَيَتَجَنَّبُهَا ٱلْأَشْقَى ﴿١١﴾

আৰু কাফিৰসকলে উপদেশৰ পৰা পলায় ন কৰিবই, কিয় নো পৰকালত এনেকু ৱা ব্যক্তি হৈছে আটাইতকৈ দুৰ্ভ গীয়া, কাৰণ সি জাহান্নামত প্ৰৱেশ কৰিব।

ٱلَّذِى يَصْلَى ٱلنَّارَ ٱلْكُبْرَىٰ ﴿١٢﴾

যিয়ে পৰকালত জাহান্নামৰ ভীষণ জুইত প্ৰৱেশ কৰিব, আৰু সেই জুইৰ উত্তাপ ভোগ কৰিব। ثم لا يموت فيها ولا يحي

ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ ﴿١٣﴾

সিহঁ তে জাহান্নামত চিৰকাল অৱস্থান কৰিব, ইয়াৰ ভিতৰত শাস্তি ৰ পৰা মুক্তি পাবলৈ মৃত্যুও নাহিব আৰু কোনো بلغ আল-কোৰআন · তাফছীৰ সন্মানজনক তথা আৰামদায় ক জীৱনো উপভোগ কৰিবলৈ নাপাব। قد أفلح من تزك

قَدْ أَفْلَحَ مَن تَزَكَّىٰ ﴿١٤﴾

সেই ব্যক্তি সফল হৈছে, যিয়ে শ্বিৰ্ক আৰু পাপকৰ্মৰ পৰা পৱিত্ৰ হৈছে।

وَذَكَرَ ٱسْمَ رَبِّهِۦ فَصَلَّىٰ ﴿١٥﴾

তেওঁলোকৰ প্ৰতিপালকে শিকোৱা যিকিৰ-আযকাৰৰ দ্বাৰা তেওঁলোকে নিজ প্ৰতিপালকক স্মৰণ কৰে আৰু যিদৰে ছালাত আদায় কৰিবলৈ আদেশ দিছে সেইদৰেই ছালাত আদায় কৰে।

بَلْ تُؤْثِرُونَ ٱلْحَيَوٰةَ ٱلدُّنْيَا ﴿١٦﴾

কিন্তু তোমালোকে পাৰ্থিৱ জীৱনকহে অগ্ৰাধিকাৰ দিয়া, আৰু ইয়াক পৰকালৰ ওপৰত প্ৰাধান্য দিয়া, অথচ দুয়োটাৰ মাজত আছে আকাশ-পাতাল পাৰ্থক্য।

وَٱلْـَٔاخِرَةُ خَيْرٌۭ وَأَبْقَىٰٓ ﴿١٧﴾

অথচ পৰকালৰ জীৱন হৈছে পৃথিৱী আৰু তাৰ মাজত থকা সুখ, সামগ্ৰীতকৈ উত্তম আৰু চিৰস্থায়ী। কিয় নো তাত থকা অৱদানবোৰ কেতিয়াও শেষ নহয় ।

إِنَّ هَـٰذَا لَفِى ٱلصُّحُفِ ٱلْأُولَىٰ ﴿١٨﴾

ওপৰোল্লি খিত যিবোৰ আদেশ আৰু সংবাদ আমি তোমালোকৰ বাবে বৰ্ণনা কৰিলোঁ, সেইবোৰ কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বেও আকাশৰ পৰা অৱতীৰ্ণ হোৱা অন্যান্য গ্ৰন্থবোৰত মজুত আছিল। صحف إ برهيموموس

صُحُفِ إِبْرَٰهِيمَ وَمُوسَىٰ ﴿١٩﴾

সেই ছহীফাসমূহ হৈছে ইব্ৰাহিম আৰু মুছা আলাইহিমুচ্ছালামৰ প্ৰতি অৱতীৰ্ণ হোৱা ছহীফা। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-A'laa — الأعلى

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা