هَلْ أَتَىٰكَ حَدِيثُ ٱلْغَـٰشِيَةِ ﴿١﴾
হে ৰাছু ল! আপোনাৰ ওচৰলৈ সেই ক্বি য়ামতৰ সংবাদ আহি পাইছেনে,যাৰ ভয়াৱহতাই মানুহকআচ্ছন্ন কৰিব? وجوه يومئذ خشعة
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Ghaashiya (88)
মক্কী · 26 আয়াত
هَلْ أَتَىٰكَ حَدِيثُ ٱلْغَـٰشِيَةِ ﴿١﴾
হে ৰাছু ল! আপোনাৰ ওচৰলৈ সেই ক্বি য়ামতৰ সংবাদ আহি পাইছেনে,যাৰ ভয়াৱহতাই মানুহকআচ্ছন্ন কৰিব? وجوه يومئذ خشعة
وُجُوهٌۭ يَوْمَئِذٍ خَـٰشِعَةٌ ﴿٢﴾
ক্বি য়ামতৰ দিনা সকলো মানুহ দুই ভাগত বিভক্ত হ’ব, সৌভাগ্যশালী আৰু দূৰ্ভাগ্যশালী। গতিকে দূৰ্ভাগ্যবান ব্যক্তিসকলৰ মুখমণ্ডল অপমানিত অৱনত থাকিব। عاملة ن اصبة
عَامِلَةٌۭ نَّاصِبَةٌۭ ﴿٣﴾
সিহঁ তক যি হাতকেৰেয়া আৰু শিকলিৰে বান্ধা হ’ব, তাক খু লিবলৈ চেষ্টা কৰি থাকোঁতে সিহঁ ত ক্লান্ত হৈ পৰিব। تصل نارا حامية
تَصْلَىٰ نَارًا حَامِيَةًۭ ﴿٤﴾
সেই চেহেৰাবোৰ উত্তপ্ত জুইত প্ৰৱেশ কৰি তাৰ প্ৰচণ্ড তাপৰ বেদনাভোগকৰিব। تسق من عينءانية
تُسْقَىٰ مِنْ عَيْنٍ ءَانِيَةٍۢ ﴿٥﴾
সিহঁ তক অতি উত্তপ্ত উতলা নিজৰাৰ পানী খাবলৈ দিয়া হ’ব। ليس لهم طعام إلا من ضريع
لَّيْسَ لَهُمْ طَعَامٌ إِلَّا مِن ضَرِيعٍۢ ﴿٦﴾
সিহঁ তৰ বাবে কাঁইটবিশিষ্ট নিকৃ ষ্টদুৰ্গন্ধময় খাদ্যৰ বাহিৰে আন কোনাবস্তু নাথাকিব। যিটোশুকাই গ’লে বিষাক্ত হয় । যাৰ নাম হৈছে শ্বি বৰিক্ব । لا يسمن ولا يغنى من جوع
لَّا يُسْمِنُ وَلَا يُغْنِى مِن جُوعٍۢ ﴿٧﴾
এই খাদ্যই তাৰ ভক্ষণকাৰীকপুষ্টি ও যোগান নধৰে আৰু ভোকোনিবাৰণ নকৰে। وجوه يومئذ ن اعمة
وُجُوهٌۭ يَوْمَئِذٍۢ نَّاعِمَةٌۭ ﴿٨﴾
সেইদিনাসৌভাগ্যবান লোকসকলৰ মুখমণ্ডলবোৰ আনন্দি ত হৈ পৰিব তথাউত্ ফু ল্লি ত হৈ পৰিব। لسعيها راض ية
لِّسَعْيِهَا رَاضِيَةٌۭ ﴿٩﴾
তেওঁ লোকেপৃথিৱীত কৰাকৰ্মৰ প্ৰতি সন্তু ষ্টহ’ব। কিয় নোতেওঁ লোকেনিজৰ কৰ্মৰ প্ৰতিদান সঞ্চিত আৰু অধিকবৃদ্ধিকৈদেখিবলৈ পাব। بلغ আল-কোৰআন · তাফছীৰ فى جنة عالية
فِى جَنَّةٍ عَالِيَةٍۢ ﴿١٠﴾
তেওঁ লোকে এনেকু ৱা জান্নাতত থাকিব, যিটো মৰ্যাদা আৰু স্থানৰ ক্ষেত্ৰতো সুউচ্চ আৰু সন্মানিত। لا تسمع فيها لغية
لَّا تَسْمَعُ فِيهَا لَـٰغِيَةًۭ ﴿١١﴾
জান্নাতত কোনো ধৰণৰ বেয়া কথা, অনৰ্থক কথা আদি একো শুনিবলৈ নাপাব। فيها عين جارية
فِيهَا عَيْنٌۭ جَارِيَةٌۭ ﴿١٢﴾
সেই জান্নাতত আছে প্ৰবাহিত কেইবাটাও নিজৰা। তেওঁ লোকেসেইবোৰকযিফালে ইচ্ছাসেইফালেই প্ৰবাহিত কৰিব পাৰিব। فيها سرر مرفوعة
فِيهَا سُرُرٌۭ مَّرْفُوعَةٌۭ ﴿١٣﴾
তাত থাকিব ওখ ওখ সিংহাসন তথাসুউচ্চ বিছনা। وأكواب م وضوعة
وَأَكْوَابٌۭ مَّوْضُوعَةٌۭ ﴿١٤﴾
পানীয় খাবলৈ বহুতোপানপাত্ৰ প্ৰস্তু তথাকিব। ونمارق مص فوفة
وَنَمَارِقُ مَصْفُوفَةٌۭ ﴿١٥﴾
লগতে শাৰী শাৰীকৈ ৰখা থাকিব গাৰুসমূহ। وزرابى مبثوثة
وَزَرَابِىُّ مَبْثُوثَةٌ ﴿١٦﴾
আৰু ইফালে-সিফালে পাৰি থোৱাহ'ব বহুতোদলিচা।
أَفَلَا يَنظُرُونَ إِلَى ٱلْإِبِلِ كَيْفَ خُلِقَتْ ﴿١٧﴾
ইহঁ তে চিন্তাশীল দৃষ্টি ৰে উটৰ ফালে নাচায় নেকিযে,মহান আল্লাহে কেনেকৈইয়াকসৃষ্টি কৰিছে আৰু আদম সন্তানৰ অধীনস্থ কৰিছে?
وَإِلَى ٱلسَّمَآءِ كَيْفَ رُفِعَتْ ﴿١٨﴾
আৰু সিহঁ তে আকাশৰ ফালে নাচায় নেকি, যে কেনেকৈ তাক উৰ্দ্ধ ত স্থাপন কৰিছে, যিটোক সিহঁ তৰ ওপৰত এটা সুৰক্ষিত চাদ হিচাপে স্থাপন কৰিছে, যিটোসিহঁ তৰ ওপৰত খহি নপৰে। بلغ আল-কোৰআন · তাফছীৰ
وَإِلَى ٱلْجِبَالِ كَيْفَ نُصِبَتْ ﴿١٩﴾
আৰু সিহঁতে পাহাৰবোৰৰ ফালে নাচায় নেকি যে, মহান আল্লাহে সেইবোৰক কেনেকৈ প্ৰতিষ্ঠি ত কৰিছে আৰু তাৰ দ্বাৰা পৃথিৱীখনক মজবুত কৰিছে, যাতে মানুহক লৈ লৰচৰ কৰিব নোৱাৰে।
وَإِلَى ٱلْأَرْضِ كَيْفَ سُطِحَتْ ﴿٢٠﴾
আৰু সিহঁ তে পৃথিৱীৰ ফালে নাচায় নেকি,মহান আল্লাহে ইয়াককেনেকৈবিস্তিৃ ত কৰিছে আৰু মানুহৰ বাবে থকাৰ উপযোগীবনাইছে?
فَذَكِّرْ إِنَّمَآ أَنتَ مُذَكِّرٌۭ ﴿٢١﴾
হে ৰাছুল! গতিকে আপুনি ইহঁতক উপদেশ দিয় ক আৰু আল্লাহৰ শাস্তি ৰ পৰা ভয় দেখুৱাওক। কিয় নো আপুনি হৈছে কেৱল এজন উপদেশ প্ৰদানকাৰীহে। সিহঁ তকউপদেশ দিয়াৰ বাহিৰে আপোনাৰ ওপৰত আন কোনো দায়ি ত্বনাই। আনহাতে সিহঁ তকঈমান পোষণৰ তাওফীকদিয়াৰ ক্ষমতাহৈছে কেৱল আল্লাহৰ হাতত। لست عليهم بمصيطر
لَّسْتَ عَلَيْهِم بِمُصَيْطِرٍ ﴿٢٢﴾
আপুনি সিহঁ তৰ কৰ্মনিয় ন্ত্ৰ কনহয় যে,সিহঁ তকঈমান পোষণ কৰিবলৈ বাধ্য কৰিব। إلا من تولى وكفر
إِلَّا مَن تَوَلَّىٰ وَكَفَرَ ﴿٢٣﴾
কিন্তু সিহঁ তৰ মাজৰ পৰাযিয়ে ঈমানৰ পৰামুখ ঘূৰাই ল’ব,লগতে আল্লাহ আৰু ৰাছু লকঅস্বীকাৰ কৰিব।
فَيُعَذِّبُهُ ٱللَّهُ ٱلْعَذَابَ ٱلْأَكْبَرَ ﴿٢٤﴾
গতিকেক্বি য়ামতৰ দিনাআল্লাহে তাকআটাইতকৈডাঙৰ শাস্তি প্ৰদান কৰিব। ফলত তাকজাহান্নামত চিৰকালৰ বাবে নিক্ষেপ কৰিব।
إِنَّ إِلَيْنَآ إِيَابَهُمْ ﴿٢٥﴾
নিশ্চয় সিহঁ তে মৃত্যুবৰণ কৰাৰ পাছত,আমাৰ ওচৰতেই প্ৰত্যাৱৰ্ত ন কৰিব। ثم إن علينا حسابهم
ثُمَّ إِنَّ عَلَيْنَا حِسَابَهُم ﴿٢٦﴾
তাৰ পাছত আমিয়ে ই সিহঁ তৰ আমলৰ হিচাপ-নিকাচ গ্ৰহণ কৰিম। আপোনাৰ আৰু আপোনাৰ বাহিৰে আন কাৰোএই দায়ি ত্বনহয় । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে