وَيْلٌۭ لِّكُلِّ هُمَزَةٍۢ لُّمَزَةٍ ﴿١﴾
বিনাশ আৰু কঠোৰ শাস্তি সেইসকল লোকৰ বাবে, যিসকলে মানুহৰ বহুত পৰিমাণে পৰচৰ্চা কৰে আৰু সিহঁতক গৰিহণা দি ফু ৰে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Humaza (104)
মক্কী · 9 আয়াত
وَيْلٌۭ لِّكُلِّ هُمَزَةٍۢ لُّمَزَةٍ ﴿١﴾
বিনাশ আৰু কঠোৰ শাস্তি সেইসকল লোকৰ বাবে, যিসকলে মানুহৰ বহুত পৰিমাণে পৰচৰ্চা কৰে আৰু সিহঁতক গৰিহণা দি ফু ৰে।
ٱلَّذِى جَمَعَ مَالًۭا وَعَدَّدَهُۥ ﴿٢﴾
যাৰ একমাত্ৰ উদ্দেশ্য হৈছে ধন জমা কৰা আৰু সেইবোৰক বাৰে বাৰে গণনা কৰি ৰখা। ইয়াৰ বাহিৰে তাৰ আন কোনো উদ্দেশ্য নাই। يحسب أن ماله أخلده
يَحْسَبُ أَنَّ مَالَهُۥٓ أَخْلَدَهُۥ ﴿٣﴾
সি ধাৰণা কৰে যে, তাৰ এই ধন-সম্পদে, যিবোৰ সি জমা কৰিছে, তাক মৃত্যুৰ পৰা ৰক্ষা কৰিব, আৰু সি পৃথিৱীত অমৰ হৈ থাকিব।
كَلَّا ۖ لَيُنۢبَذَنَّ فِى ٱلْحُطَمَةِ ﴿٤﴾
বিষয় টো তেনেকু ৱা নহয় , যিদৰে এই মূৰ্খই ধাৰণা কৰে। নিশ্চয় তাক জাহান্নামৰ জুইত নিক্ষেপ কৰা হ’ব। যি জুয়ে তাৰ মাজতনিক্ষেপকৰাসকলোবস্তু কে চূ ৰ্ণ-বিচূ ৰ্ণকৰি পেলায় ।
وَمَآ أَدْرَىٰكَ مَا ٱلْحُطَمَةُ ﴿٥﴾
হে ৰাছু ল! আপোনাক কিহে জনাব যে সেই অগ্নিৰ বৈশিষ্ট্যকি,যি জুয়ে সকলোবস্তু কে চূ ৰ্ণ-বিচূ ৰ্ণকৰি পেলায় ?
نَارُ ٱللَّهِ ٱلْمُوقَدَةُ ﴿٦﴾
সেইটো হৈছে আল্লাহৰ অত্যন্ত উত্তপ্ত প্ৰজ্জ্বলিতঅগ্নি। بلغ আল-কোৰআন · তাফছীৰ
ٱلَّتِى تَطَّلِعُ عَلَى ٱلْأَفْـِٔدَةِ ﴿٧﴾
যিয়ে মানুহৰ শৰীৰ অতিক্ৰ ম কৰি তাৰ অন্ত ৰলৈ ঢু কি পাব। إن ها عليهم مؤصدة
إِنَّهَا عَلَيْهِم مُّؤْصَدَةٌۭ ﴿٨﴾
তাৰ ভিতৰতশাস্তি প্ৰাপ্ত ব্যক্তিসকলক আৱদ্ধ কৰি সেইটোবন্ধ কৰি দিয়াহ’ব। فى عمد ممد دة
فِى عَمَدٍۢ مُّمَدَّدَةٍۭ ﴿٩﴾
দীঘল দীঘল তস্ভম্ৰ সৈতে (আৱদ্ধ কৰা হ’ব), যাতে ওলাব নোৱাৰে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে