أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِأَصْحَـٰبِ ٱلْفِيلِ ﴿١﴾
হে ৰাছু ল! আপুনি নাজানে নেকি আপোনাৰ প্ৰতিপালকে আবৰাহা আৰু তাৰ হাতী অধিপতি সৈন্যৰ সৈতে কেনেকু ৱা আচৰণ কৰিছিল, যেতিয়া সিহঁ তে কাবা ঘৰ ভাঙিবলৈ সংকল্প কৰিছিল। ألم يجعل كيدهم فى تضليل
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Fil (105)
মক্কী · 5 আয়াত
أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِأَصْحَـٰبِ ٱلْفِيلِ ﴿١﴾
হে ৰাছু ল! আপুনি নাজানে নেকি আপোনাৰ প্ৰতিপালকে আবৰাহা আৰু তাৰ হাতী অধিপতি সৈন্যৰ সৈতে কেনেকু ৱা আচৰণ কৰিছিল, যেতিয়া সিহঁ তে কাবা ঘৰ ভাঙিবলৈ সংকল্প কৰিছিল। ألم يجعل كيدهم فى تضليل
أَلَمْ يَجْعَلْ كَيْدَهُمْ فِى تَضْلِيلٍۢ ﴿٢﴾
মহান আল্লাহে কাবা ধ্বংস কৰাৰ সিহঁতৰ সেই চক্ৰান্ত ক বিফল কৰি দিছিল। ফলত সিহঁতে মানুহক কাবাৰ পৰা বিমুখ কৰাৰ যি সংকল্প লৈছিল, তাত সিহঁ তে সফলতা পোৱা নাছিল আৰু নিৰাশ হৈ উভতিছিল। وأرسل عليهم طيرا أبابيل
وَأَرْسَلَ عَلَيْهِمْ طَيْرًا أَبَابِيلَ ﴿٣﴾
আৰু সিহঁ তৰ প্ৰতি জাকে জাকে চৰাই পঠাইছিল। ترميهم بحجارة من سجيل
تَرْمِيهِم بِحِجَارَةٍۢ مِّن سِجِّيلٍۢ ﴿٤﴾
যিবোৰে সিহঁ তৰ ওপৰতটান মাটি ৰ শিলগুটি নিক্ষেপকৰিছিল। فجعلهم كعصف م أكول
فَجَعَلَهُمْ كَعَصْفٍۢ مَّأْكُولٍۭ ﴿٥﴾
ফলত সিহঁতক সেই ভক্ষিত তৃণ সদৃশ কৰি দিছিল, যিবোৰ খেৰ কু টা চতুষ্পদ জন্তু য়ে খায় আৰু ভৰিৰে মোহাৰি চেপেটা কৰে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে