মুখ্য পৃষ্ঠাতাফছীৰQuraish (106)

তাফছীৰ Quraish (106) — قريش

মক্কী · 4 আয়াত

পঢ়ক · শুনকPDF ফাইল

لِإِيلَـٰفِ قُرَيْشٍ ﴿١﴾

কু ৰাইশ্বৰ অভ্যাস আৰু নীতি বনাই লোৱাৰ কাৰণে। إ

إِۦلَـٰفِهِمْ رِحْلَةَ ٱلشِّتَآءِ وَٱلصَّيْفِ ﴿٢﴾

শান্তি ৰ সৈতে, শীতকালত ইয়ামানলৈ আৰু গ্ৰীষ্মকালত ছিৰিয়ালৈ ভ্ৰমণ কৰে।

فَلْيَعْبُدُوا۟ رَبَّ هَـٰذَا ٱلْبَيْتِ ﴿٣﴾

সেয়ে সিহঁ তে কেৱল পৱিত্ৰ ঘৰৰ প্ৰতিপালক আল্লাহৰ ইবাদত কৰা উচিত, যিয়ে সিহঁ তৰ বাবে এই ভ্ৰমণ দুটাক অতি সহজ কৰি দিছে, সিহঁ তে তেওঁ ৰ লগত আন কাকো অংশীদাৰ স্থাপন কৰাটো উচিত নহয় ।

ٱلَّذِىٓ أَطْعَمَهُم مِّن جُوعٍۢ وَءَامَنَهُم مِّنْ خَوْفٍۭ ﴿٤﴾

যিয়ে সিহঁ তক ভোকৰ সময় ত খাদ্য খুওৱাইছে আৰু ভয় ৰ পৰা নিৰাপত্তা প্ৰদান কৰিছে। কিয় নো তেওঁ আৰববাসীৰ অন্ত ৰতকাবা ঘৰ আৰু তাৰ ওচৰে-পাঁজৰে থকাসকলৰ মৰ্যাদা ঢালি দিছে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Quraish — قريش

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা