أَرَءَيْتَ ٱلَّذِى يُكَذِّبُ بِٱلدِّينِ ﴿١﴾
আপুনি সেইজনক চিনি পায় নে,যিয়ে ক্বি য়ামতদিৱসৰ প্ৰতিদানক অস্বীকাৰ কৰে?
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Maa'un (107)
মক্কী · 7 আয়াত
أَرَءَيْتَ ٱلَّذِى يُكَذِّبُ بِٱلدِّينِ ﴿١﴾
আপুনি সেইজনক চিনি পায় নে,যিয়ে ক্বি য়ামতদিৱসৰ প্ৰতিদানক অস্বীকাৰ কৰে?
فَذَٰلِكَ ٱلَّذِى يَدُعُّ ٱلْيَتِيمَ ﴿٢﴾
সি হৈছে সেই ব্যক্তি, যিয়ে প্ৰয়োজনৰ সময় তউপস্থি তহোৱা অনাথক দুৰ্ব্যৱহাৰ কৰি খেদি পঠি য়ায় ।
وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ ﴿٣﴾
সি নিজেও ভিক্ষাৰীক খাদ্য নোখোৱায় , আৰু আনকো উৎসাহিত নকৰে। فويل للمص لين
فَوَيْلٌۭ لِّلْمُصَلِّينَ ﴿٤﴾
ٱلَّذِينَ هُمْ عَن صَلَاتِهِمْ سَاهُونَ ﴿٥﴾
ধ্বংস আৰু শাস্তি সেইসকল নামাজীৰ বাবে, যিসকলে ছালাত আদায় ৰ ক্ষেত্ৰত অমনোযোগী হৈ অযথা মূল্যৱান সময় বিনষ্ট কৰে।
ٱلَّذِينَ هُمْ يُرَآءُونَ ﴿٦﴾
যিয়ে আনক দেখুৱাবলৈ ছালাত আদায় কৰে আৰু অন্যান্য আমলো মানুহক দেখোৱাৰ উদ্দেশ্যেই কৰে। একনিষ্ট ভাৱে আল্লাহৰ উদ্দেশ্যেআমল নকৰে।
وَيَمْنَعُونَ ٱلْمَاعُونَ ﴿٧﴾
আৰু সেইবোৰ বস্তু ৰ জৰিয় তে আনক সহায় -সহযোগ কৰিবলৈ বাধা আৰোপ কৰে, যিবোৰ কৰাত তাৰ কোনো ক্ষতি নাই। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে