إِنَّآ أَعْطَيْنَـٰكَ ٱلْكَوْثَرَ ﴿١﴾
হে ৰাছু ল! আমি আপোনাক প্ৰচু ৰ কল্যাণ প্ৰদান কৰিছোঁ। তাৰে অন্যতম এটা হৈছে জান্নাতৰ নদী আল-কাউছাৰ।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Kawthar (108)
মক্কী · 3 আয়াত
إِنَّآ أَعْطَيْنَـٰكَ ٱلْكَوْثَرَ ﴿١﴾
হে ৰাছু ল! আমি আপোনাক প্ৰচু ৰ কল্যাণ প্ৰদান কৰিছোঁ। তাৰে অন্যতম এটা হৈছে জান্নাতৰ নদী আল-কাউছাৰ।
فَصَلِّ لِرَبِّكَ وَٱنْحَرْ ﴿٢﴾
গতিকে এই অনুগ্ৰ হ বা কল্যাণৰ কাৰণে আল্লাহৰ কৃ তজ্ঞতা পালন কৰি কেৱল তেওঁৰ উদ্দেশ্যে ছালাত আদায় কৰক আৰু কু ৰবানী কৰক। যিদৰে মুশ্বৰিকসকলে সিহঁতৰ মূৰ্তিবোৰৰ বাবে কু ৰবানী কৰি বা জন্তু বলিদান দি সিহঁতৰ নৈকট্য লাভ কৰাত উঠি পৰি লাগিছে, সেই কাম আপুনি নকৰিব।
إِنَّ شَانِئَكَ هُوَ ٱلْأَبْتَرُ ﴿٣﴾
নিঃসন্দে হে আপোনাৰ প্ৰতিবিদ্বে ষ পোষণ কৰাব্যক্তিয়ে ই হৈছে সকলোপ্ৰ কাৰৰ কল্যাণৰ পৰাবঞ্চিত। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে