মুখ্য পৃষ্ঠাতাফছীৰAl-Asr (103)

তাফছীৰ Al-Asr (103) — العصر

মক্কী · 3 আয়াত

পঢ়ক · শুনকPDF ফাইল

وَٱلْعَصْرِ ﴿١﴾

মহান আল্লাহে আছৰৰ সময় ৰ শপতকৰিছে।

إِنَّ ٱلْإِنسَـٰنَ لَفِى خُسْرٍ ﴿٢﴾

নিশ্চয় মানুহ ক্ষতি আৰু ধ্বংসৰ মাজত নিমজ্জিত।

إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ وَتَوَاصَوْا۟ بِٱلْحَقِّ وَتَوَاصَوْا۟ بِٱلصَّبْرِ ﴿٣﴾

কিন্তু সেইসকলৰ বিষয় টো সুকীয়া, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে আৰু এজনে আনজনক সত্যৰ উপদেশ দিছে আৰু পৰস্পৰক সত্য পথৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰিবলৈ উপদেশ দিছে। এতেকে এই বৈশিষ্ট্যৰ অধিকাৰীসকলে পৃথিৱী আৰু পৰকালৰ জীৱনত সফলতা লাভ কৰিব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Asr — العصر

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা