أَلَمْ نَشْرَحْ لَكَ صَدْرَكَ ﴿١﴾
নিশ্চয় আমি আপোনাৰ বাবে আপোনাৰ বুকু প্ৰশস্ত কৰি দিছোঁ আৰু অহী গ্ৰহণক আপোনাৰ বাবে প্ৰি য় বনাই দিছোঁ। ووضعنا عنك وزرك
মুখ্য পৃষ্ঠা›তাফছীৰ›Ash-Sharh (94)
মক্কী · 8 আয়াত
أَلَمْ نَشْرَحْ لَكَ صَدْرَكَ ﴿١﴾
নিশ্চয় আমি আপোনাৰ বাবে আপোনাৰ বুকু প্ৰশস্ত কৰি দিছোঁ আৰু অহী গ্ৰহণক আপোনাৰ বাবে প্ৰি য় বনাই দিছোঁ। ووضعنا عنك وزرك
وَوَضَعْنَا عَنكَ وِزْرَكَ ﴿٢﴾
আমি আপোনাৰ পূৰ্বৱৰ্তী গুনাহসমূহ ক্ষমা কৰি দিছোঁ, আৰু আপোনাৰ পৰা অজ্ঞতাযুগৰ ভাৰি বোজা (জটি তাবোৰ) আঁ তৰাই দিছোঁ।
ٱلَّذِىٓ أَنقَضَ ظَهْرَكَ ﴿٣﴾
যি বোজাৰ বহনে আপোনাক ক্লান্ত কৰিছিল, যেনিবা আপোনাৰ মেৰুদণ্ড ভাঙি পেলাব। ورفعنا لك ذكرك
وَرَفَعْنَا لَكَ ذِكْرَكَ ﴿٤﴾
আৰু আমি আপোনাৰ খ্যাতি সমুন্নত কৰিছোঁ। ফলত আপোনাৰ নাম আজান, ইক্বামত আৰু অন্য স্থানবোৰতো উল্লে খকৰাহয় ।
فَإِنَّ مَعَ ٱلْعُسْرِ يُسْرًا ﴿٥﴾
নিশ্চয় কঠি ন পৰিস্থি তিতথাসংকীৰ্ণতাৰ পাছতেই আছে সৰলতাআৰু প্ৰশস্ত তা।
إِنَّ مَعَ ٱلْعُسْرِ يُسْرًۭا ﴿٦﴾
নিশ্চয় কঠি ন পৰিস্থি তি তথা সংকীৰ্ণতাৰ পাছতেই আছে সৰলতা আৰু প্ৰশস্ত তা। যিহেতু আপুনি এই কথা গম পালে, এতেকে আপোনাৰ জাতিৰ দ্বাৰা দিয়া কষ্ট ৰ প্ৰতি আপুনি ভাগি নপৰিব, আৰু দাৱাতৰ ক্ষেত্ৰত যাতে এই চিন্তাটো বাধা হৈথিয় নিদিয়ে । بلغ আল-কোৰআন · তাফছীৰ
فَإِذَا فَرَغْتَ فَٱنصَبْ ﴿٧﴾
যেতিয়া আপুনি আপোনাৰ কামৰ পৰা অৱসৰ পাব আৰু সেইবোৰ চিজিল কৰি উঠিব, তেতিয়া আপোনাৰ প্ৰতিপালকৰ ইবাদততগভীৰভাৱে নিৱদ্ধ হওক।
وَإِلَىٰ رَبِّكَ فَٱرْغَب ﴿٨﴾
আৰু আপোনাৰ সম্পূৰ্ণ ধ্যান আৰু মনোযাগআপোনাৰ প্ৰতিপালকৰ ফালে কেন্দ্ৰি তকৰক। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে