মুখ্য পৃষ্ঠাতাফছীৰAbasa (80)

তাফছীৰ Abasa (80) — عبس

মক্কী · 42 আয়াত

পঢ়ক · শুনকPDF ফাইল

عَبَسَ وَتَوَلَّىٰٓ ﴿١﴾

ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামৰমু খত ক্ৰোধৰপ্ৰ ভাৱঅনু ভূ ত হৈছিল আৰু তেওঁ মু খখন আনফালে ওভতাই লৈছিল।

أَن جَآءَهُ ٱلْأَعْمَىٰ ﴿٢﴾

কাৰণ তেখেতৰ ওচৰত আব্দুল্লাহ বিন উম্মে মাকতু ম মাৰ্গদৰ্শন ল’বলৈ আহিছিল আৰু তেওঁ আছিল এজন অন্ধ ব্যক্তি। আচলতে তেওঁ সেই সময় ত আহিছিল যেতিয়াতেখেতে মু শ্বৰিকসকলৰউচ্চ তস্ৰীয় নেতৃ বৰ্গসকলৰলগত কথাপাতি আছিল। তেখেতে সিহঁ তৰহিদায় তৰআশাত আছিল।

وَمَا يُدْرِيكَ لَعَلَّهُۥ يَزَّكَّىٰٓ ﴿٣﴾

(হে ৰাছু ল) আপোনাক কিহে জনাব, বোধহয় অন্ধ ব্যক্তি জনে পাপকৰ্মৰপৰা পৱিত্ৰ হ’বলৈ আহিছে।

أَوْ يَذَّكَّرُ فَتَنفَعَهُ ٱلذِّكْرَىٰٓ ﴿٤﴾

অথবাআপোনাৰউপদেশ শুনি উপকৃ ত হ’ব।

أَمَّا مَنِ ٱسْتَغْنَىٰ ﴿٥﴾

আনহাতে যিয়ে নিজৰ ধনৰ নিচাত পৰি নিজকে অমুখাপেক্ষী বুলি ভাবে, আৰু ঈমানৰ পৰা তথা আপুনি লৈ অহা চৰীয় তক মানিবলৈ অৱহেলা কৰিছে। فأنت له تصد

فَأَنتَ لَهُۥ تَصَدَّىٰ ﴿٦﴾

আপুনি তাৰপাছত লাগিছে আৰুতাৰপ্ৰ তি ধ্যান কেন্দ্ৰি ত কৰিআছে। وما عليك أل ايز كى

وَمَا عَلَيْكَ أَلَّا يَزَّكَّىٰ ﴿٧﴾

যদি সি নিজৰ গুনাহৰ পৰা পৱিত্ৰ নহয় তেন্তে আপোনাৰ কি ক্ষতি হ’ব?

وَأَمَّا مَن جَآءَكَ يَسْعَىٰ ﴿٨﴾

আনহাতে যি ব্যক্তি য়ে কল্যাণ কামনাৰেআপোনাৰওচৰলৈ দৌৰি আহে। وهو يخش

وَهُوَ يَخْشَىٰ ﴿٩﴾

আৰুতেওঁ নিজপ্ৰ তিপলককভয় কৰে। بلغ আল-কোৰআন · তাফছীৰ فأنت عنه تله

فَأَنتَ عَنْهُ تَلَهَّىٰ ﴿١٠﴾

গতিকে আপুনি তেওঁ ৰপ্ৰ তি ধ্যান দিয়াৰপৰিৱৰ্তে মু শ্বৰিকসকলৰ নেতৃ বৰ্গৰপ্ৰ তি মনোনিবেশ কৰিলে।

كَلَّآ إِنَّهَا تَذْكِرَةٌۭ ﴿١١﴾

প্ৰকৃ ততে বিষয় টোতেনেকু ৱানহয় । দৰাচলতে এইটোহৈছে এক প্ৰকাৰশিক্ষাতথাউপদেশ,প্ৰত্যেক সেই ব্যক্তি ৰবাবেযিয়ে ইয়াক গ্ৰহণ কৰে।

فَمَن شَآءَ ذَكَرَهُۥ ﴿١٢﴾

এতেকে যিয়ে আল্লাহক স্মৰণ কৰিববিচাৰেসি যেন স্মৰণ কৰেআৰুএই কোৰআনত থকাউপদেশ যাতে গ্ৰহণ কৰে। فى صحف م كرمة

فِى صُحُفٍۢ مُّكَرَّمَةٍۢ ﴿١٣﴾

এই কোৰআন ফিৰিস্তাসকলৰওচৰত থকাপৱিত্ৰ ছহীফাসমূ হত লিপিবদ্ধ আছে। م رفوعة م طه رة

مَّرْفُوعَةٍۢ مُّطَهَّرَةٍۭ ﴿١٤﴾

এখন উচ্চ স্থানত ৰখাআছে আৰুসেইখন হৈছে মহাপৱিত্ৰ,সেইখনক আৱৰ্জ নাতথাঅপৱিত্ৰতাই চু বনোৱাৰে। بأ يدى سفرة

بِأَيْدِى سَفَرَةٍۢ ﴿١٥﴾

আৰুসেইখন আছে সংবাদ বাহক ৰূপে কাম কৰা ফিৰিস্তাসকলৰহাতত। كرام بررة

كِرَامٍۭ بَرَرَةٍۢ ﴿١٦﴾

তেওঁ লোক হৈছে নিজ প্ৰতিপালকৰওচৰত সন্মানীয় । অধিক কল্যাণ তথা অধিক আনু গত্যকাৰী।

قُتِلَ ٱلْإِنسَـٰنُ مَآ أَكْفَرَهُۥ ﴿١٧﴾

কাফিৰব্যক্তি ৰপ্ৰ তি ধিক্কাৰ,সিহঁ ত আল্লাহৰপ্ৰ তি কিমান যে ঘোৰঅকৃ তজ্ঞ! من أى شىء خلقه

مِنْ أَىِّ شَىْءٍ خَلَقَهُۥ ﴿١٨﴾

সিহঁ তক মহান আল্লাহে কি বস্তু ৰেসৃষ্টি কৰিছে যাৰকাৰণে সিহঁ তে অহংকাৰকৰেআৰুআল্লাহৰঅকৃ তজ্ঞতা কৰে? من نطفة خلقه فقدره

مِن نُّطْفَةٍ خَلَقَهُۥ فَقَدَّرَهُۥ ﴿١٩﴾

সামান্য পানীৰ দ্বাৰা সিহঁ তক সৃষ্টি কৰিছে আৰু তাৰ পাছত তস্ৰে তস্ৰে বনাইছে। بلغ আল-কোৰআন · তাফছীৰ

ثُمَّ ٱلسَّبِيلَ يَسَّرَهُۥ ﴿٢٠﴾

এই তস্ৰবোৰৰ পিছত মাকৰ গৰ্ভ ৰ পৰা ওলাবলৈ সহজ কৰি দিছে। ثم أماته فأقبره

ثُمَّ أَمَاتَهُۥ فَأَقْبَرَهُۥ ﴿٢١﴾

তাৰ পাছত পৃথিৱীত তাৰ বাবে নিৰ্ধাৰিত কৰা আয়ুস শেষ হোৱাৰ পাছত মৃ ত্যু দিছে আৰু তাৰ বাবে কবৰ বনাইছে যাৰ ভিতৰত পুনৰুত্থিত হোৱালৈকে থাকিব লাগিব।

ثُمَّ إِذَا شَآءَ أَنشَرَهُۥ ﴿٢٢﴾

আকৌ যেতিয়া ইচ্ছা কৰিব তেতিয়া তাক হিচাপ-নিকাচৰ বাবে আৰু প্ৰতিদান দিয়াৰ বাবে পুনৰুত্থিত কৰিব।

كَلَّا لَمَّا يَقْضِ مَآ أَمَرَهُۥ ﴿٢٣﴾

বিষয় টো তেনেকু ৱা নহয় যিদৰেকাফিৰসকলে ধাৰণা কৰেযে, সিহঁ তে নিজ প্ৰতিপালকৰঅধিকাৰআদায় কৰিছে। বৰংমহান আল্লাহে সিহঁ তৰবাবে অনিবাৰ্য্য কৰা কৰ্মবোৰ সিহঁ তে আদায় কৰা নাই।

فَلْيَنظُرِ ٱلْإِنسَـٰنُ إِلَىٰ طَعَامِهِۦٓ ﴿٢٤﴾

আল্লাহৰ অকৃ তজ্ঞতাকাৰী কাফিৰসকলে লক্ষ্য কৰা উচিত যে,ب সিহঁ তে কৰা ভোজনবোৰ ক’ৰ পৰা কেনেকৈ প্ৰাপ্ত হয় ।

أَنَّا صَبَبْنَا ٱلْمَآءَ صَبًّۭا ﴿٢٥﴾

এইবোৰৰ মূ ল হৈছে সেই পানী, যিটো আকাশৰ পৰা অধিকق মাত্ৰাত বৰ্ষণ হয় ।

ثُمَّ شَقَقْنَا ٱلْأَرْضَ شَقًّۭا ﴿٢٦﴾

আকৌ আমি ভূ মিত ফাট মেলাইছোঁ যাৰ পৰা অঙ্কু ৰণবোৰ মাটিبফালি ওপৰলৈ ওলাই আহে। فأنبتنا فيها ح ا

فَأَنۢبَتْنَا فِيهَا حَبًّۭا ﴿٢٧﴾

তাৰপাছত আমি (ধান), গম, মাকৈ আদি গছ উৎপন্ন কৰোঁ। وعنبا وقض با

وَعِنَبًۭا وَقَضْبًۭا ﴿٢٨﴾

আৰু তাৰ ভিতৰত আঙু ৰ আৰু সেউজীয়া ঘাঁহ উৎপন্ন কৰিছোঁ, যাতে সিহঁ তৰ জীৱ-জন্তু ৱে খাদ্য হিচাপে খাব পাৰে। وزيتونا ونخلا

وَزَيْتُونًۭا وَنَخْلًۭا ﴿٢٩﴾

আৰুআমি তাৰভিতৰত জয় তু ন আৰুখেজুৰগছ উৎপন্ন কৰিছোঁ। بلغ আল-কোৰআন · তাফছীৰ

وَحَدَآئِقَ غُلْبًۭا ﴿٣٠﴾

আৰু তাৰ ভিতৰত বহুতো গছ-গছনিযুক্ত বাগান সাজিছোঁ। ب وفكهة وأ ا

وَفَـٰكِهَةًۭ وَأَبًّۭا ﴿٣١﴾

আৰু আমি তাৰ ভিতৰত ফল-মূ ল উৎপন্ন কৰিছোঁ আৰু তোমালোকৰ জন্তু ৰ বাবে খাদ্য সৃষ্টি কৰিছোঁ। م تعا ل كم ولأنعمكم

مَّتَـٰعًۭا لَّكُمْ وَلِأَنْعَـٰمِكُمْ ﴿٣٢﴾

তোমালোকৰ আৰু তোমালোকৰ জীৱ-জন্তু ৰ উপকাৰৰ বাবে।

فَإِذَا جَآءَتِ ٱلصَّآخَّةُ ﴿٣٣﴾

আকৌ যেতিয়া অত্যন্ত তীব্ৰ কাণ ফাটি যোৱা শব্দ আহিব আৰু সেয়া হ’ব শিঙাত দ্বি তীয় বাৰ ফুঁ দিয়াৰ শব্দ।

يَوْمَ يَفِرُّ ٱلْمَرْءُ مِنْ أَخِيهِ ﴿٣٤﴾

যিদিনাখন মানু হে নিজৰভাতৃ ৰপৰাপলায় ন কৰিব। وأمه وأ بيه

وَأُمِّهِۦ وَأَبِيهِ ﴿٣٥﴾

আৰুনিজৰপিতৃ -মাতৃ ৰপৰা পলায় ন কৰিব। وصحبته وبنيه

وَصَـٰحِبَتِهِۦ وَبَنِيهِ ﴿٣٦﴾

আৰু নিজৰ স্ত্ৰী আৰু পুত্ৰৰ পৰা পলায় ন কৰিব।

لِكُلِّ ٱمْرِئٍۢ مِّنْهُمْ يَوْمَئِذٍۢ شَأْنٌۭ يُغْنِيهِ ﴿٣٧﴾

সিদিনাখন মানু হে ইমান অশান্তি ত পৰিবযে,বেলেগৰপ্ৰ তি মনোযোগ দিয়াৰসুযোগেই নাপাব। وجوه يومئذ م سفرة

وُجُوهٌۭ يَوْمَئِذٍۢ مُّسْفِرَةٌۭ ﴿٣٨﴾

সেইদিনা সৌভাগ্য লোকসকলৰ মু খমণ্ডল উজ্জল হ’ব। ضاحكة م ستبشرة

ضَاحِكَةٌۭ مُّسْتَبْشِرَةٌۭ ﴿٣٩﴾

তেওঁ লোকে মহান আল্লাহে প্ৰস্তু ত কৰাঅনু গ্ৰহৰপ্ৰ তি সস্তু ষ্টহ’ব। بلغ আল-কোৰআন · তাফছীৰ ووجوه يومئذ عليها غبرة

وَوُجُوهٌۭ يَوْمَئِذٍ عَلَيْهَا غَبَرَةٌۭ ﴿٤٠﴾

আৰু দুৰ্ভাগ্য লোকৰ মু খমণ্ডলৰ প্ৰতি সিদিনাখন ধূলিকণা পৰি থাকিব। ترهقها قترة

تَرْهَقُهَا قَتَرَةٌ ﴿٤١﴾

সিহঁ তকঅন্ধকাৰেপৰিবেষ্ট ন কৰিব।

أُو۟لَـٰٓئِكَ هُمُ ٱلْكَفَرَةُ ٱلْفَجَرَةُ ﴿٤٢﴾

এই অৱস্থাৰ সন্মুখীন হ’ব সেইসকল ব্যক্তি , যিসকলে কু ফু ৰী আৰু পাপকৰ্মৰ পথাচাৰী আছিল। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Abasa — عبس

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা