মুখ্য পৃষ্ঠাতাফছীৰAn-Naazi'aat (79)

তাফছীৰ An-Naazi'aat (79) — النازعات

মক্কী · 46 আয়াত

পঢ়ক · শুনকPDF ফাইল

وَٱلنَّـٰزِعَـٰتِ غَرْقًۭا ﴿١﴾

মহান আল্লাহে সেইসকল ফিৰিস্তাৰশপত খাইছে,যিসকলে অত্যন্ত কঠোৰতাৰসৈতে আৰুনিৰ্দ য় ভাৱেকাফিৰসকলৰপ্ৰাণ হৰণ কৰে।

وَٱلنَّـٰشِطَـٰتِ نَشْطًۭا ﴿٢﴾

আৰু মহান আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে সহজে আৰু সৰলতাৰ সৈতে মু মিনসকলৰ প্ৰাণ হৰণ কৰে।

وَٱلسَّـٰبِحَـٰتِ سَبْحًۭا ﴿٣﴾

লগতে মহান আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে আল্লাহৰ আদেশ অনু যায়ী আকাশৰ পৰা পৃথিৱী লৈ উৰি ফু ৰে।

فَٱلسَّـٰبِقَـٰتِ سَبْقًۭا ﴿٤﴾

এইদৰেমহান আল্লাহে সেইসকল ফিৰিস্তাৰশপত খাইছে, যিসকলে তেওঁ ৰআদেশ পালনত প্ৰতিযোগিতা কৰিআগুৱাই যায় ।

فَٱلْمُدَبِّرَٰتِ أَمْرًۭا ﴿٥﴾

লগতে মহান আল্লাহে সেইসকল ফিৰিস্তাৰো শপত খাইছে, যিসকলে আল্লাহৰ ফয় চালা বলৱৎ কৰে, যেনে- সেইসকল ফিৰিস্তা যিসকলে বান্দাৰ আমল লিপিবদ্ধ কৰাত নিয়োজিত। মহান আল্লাহে এই সকলো ফিৰিস্তাৰ শপত খাই কৈছে যে, তেওঁ মানুহক হিচাপ-নিকাচ আৰু উচিত প্ৰতিদান দিবলৈ নিশ্চিতভাৱে পুনৰুত্থিত কৰিব।

يَوْمَ تَرْجُفُ ٱلرَّاجِفَةُ ﴿٦﴾

যিদিনাখন শিঙাত প্ৰথমবাৰফুঁ দিয়া হ’ব, আৰুপৃথিৱী কঁ পি উঠি ব।

تَتْبَعُهَا ٱلرَّادِفَةُ ﴿٧﴾

ইয়াৰপাছত আকৌদ্বি তীয় ফুঁ দিয়াহ’ব। قلوب يومئذ واجفة

قُلُوبٌۭ يَوْمَئِذٍۢ وَاجِفَةٌ ﴿٨﴾

সেইদিনা কাফিৰ আৰু ফাছিক্ব সকলৰ অন্ত ৰ ভীতিগ্ৰ স্থহ'ব। أ بص رها خشعة

أَبْصَـٰرُهَا خَـٰشِعَةٌۭ ﴿٩﴾

সিহঁ তৰচকু ত অপমানৰচিন চাপ দেখা পোৱা যাব। بلغ আল-কোৰআন · তাফছীৰ

يَقُولُونَ أَءِنَّا لَمَرْدُودُونَ فِى ٱلْحَافِرَةِ ﴿١٠﴾

সিহঁ তে কৈছিল – মৃ ত্যুৰ পাছতো আমি পুনৰ জীৱিত হম নেকি? أءذا كنا عظما ن خرة

أَءِذَا كُنَّا عِظَـٰمًۭا نَّخِرَةًۭ ﴿١١﴾

যেতিয়া আমাৰ হাড় বোৰ গেলি-পচি যাব, তাৰ পাছতো আমাক পুনৰ্জীৱিত কৰা হ’ব নেকি? قالوا تلك إذا كرة خاسرة

قَالُوا۟ تِلْكَ إِذًۭا كَرَّةٌ خَاسِرَةٌۭ ﴿١٢﴾

সিহঁ তে কয়ঃযদি আমি ওভতিবলাগে তেন্তে এয়াহ’বক্ষতিকৰপ্ৰ ত্যাৱৰ্ত ন,যিটোত সদায় ওভোতাব্যক্তি ক্ষতিগ্ৰ তস্ হয় । فإ ن ما هى زجرة وحدة

فَإِنَّمَا هِىَ زَجْرَةٌۭ وَٰحِدَةٌۭ ﴿١٣﴾

পুনৰুত্থিত কৰাবিষয় টো(মহান আল্লাহৰবাবে) অতি সহজ। কাৰণ ইয়াৰবাবেপ্ৰ য়োজন কেৱল শিঙাত ফুঁ দিয়াৰবাবেনিযুক্ত ফিৰিস্তাৰএটাফুঁ মাত্ৰ।

فَإِذَا هُم بِٱلسَّاهِرَةِ ﴿١٤﴾

তেতিয়াহঠাৎ সকলোলোকে জীৱিত হৈ পৃথিৱীৰপৃষ্ঠ ত উঠি আহিব,যদিও সিহঁ ত পৃথিৱীৰবুকু ত বিলীন হৈ আছিল।

هَلْ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ ﴿١٥﴾

(হে ৰাছু ল) আপোনাৰ ওচৰলৈ মু ছাৰ সৈতে হোৱা ঘটনাটো আহি পাইছেনে, যিটো তেওঁ ৰ প্ৰতিপালক আৰু তেওঁ ৰ শত্ৰু ফিৰআউনৰ সৈতে হৈছিল?

إِذْ نَادَىٰهُ رَبُّهُۥ بِٱلْوَادِ ٱلْمُقَدَّسِ طُوًى ﴿١٦﴾

যেতিয়া তেওঁ ৰ প্ৰতিপালকে তেওঁ ক তু ৱা উপত্যকাত মাতিছিল।

ٱذْهَبْ إِلَىٰ فِرْعَوْنَ إِنَّهُۥ طَغَىٰ ﴿١٧﴾

মহান আল্লাহে তেওঁক যি কৈছিল তাৰ ভিতৰত এয়াও আছিল যে- ফিৰআউনৰ ওচৰলৈ যোৱা। সি অত্যাচাৰ আৰু অহংকাৰৰ চৰম সীমা অতিক্ৰ ম কৰিছে।

فَقُلْ هَل لَّكَ إِلَىٰٓ أَن تَزَكَّىٰ ﴿١٨﴾

আৰু তাক কোৱাগৈ যে, (হে ফিৰআউন) তু মি কু ফু ৰী আৰু পাপকৰ্মৰ পৰা পৱিত্ৰ হ’বলৈ নিবিচৰা নেকি? وأهديك إلى ربك فتخش

وَأَهْدِيَكَ إِلَىٰ رَبِّكَ فَتَخْشَىٰ ﴿١٩﴾

তেন্তে শুনা! মই তোমাক তোমাৰ প্ৰতিপালকৰ পথ দেখুৱাম, যিয়ে তোমাক সৃষ্টি কৰিছে আৰু তোমাক যাৱতীয় বস্তু ৰ যোগান ধৰিছে, যাতে তু মি তেওঁ ক ভয় কৰা, আৰুএনেকু ৱা কাম কৰা, যাৰদ্বাৰা তেওঁ সন্তু ষ্টহয় । এতেকে তু মি তেওঁ ক অসন্তু ষ্টকৰিবপৰা কামৰপৰা বিৰত থাকিবানে? بلغ আল-কোৰআন · তাফছীৰ

فَأَرَىٰهُ ٱلْـَٔايَةَ ٱلْكُبْرَىٰ ﴿٢٠﴾

তাৰ পাছত মুছা আলাইহিচ্ছালামে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা লাভ কৰা ৰাছু ল হোৱাৰ ডাঙৰ নিদৰ্শনবোৰ দেখুৱালে। এই নিদৰ্শনবোৰ আছিল উজ্জ্বল হাত আৰু লাঠি ৰ নিদৰ্শন। فكذ ب وعص

فَكَذَّبَ وَعَصَىٰ ﴿٢١﴾

তেতিয়া ফিৰআউনে প্ৰতিক্ৰি য়া প্ৰকাশ কৰি তেওঁৰ এই নিদৰ্শনাৱলীসমূহক অস্বীকাৰ কৰিছিল আৰু মুছা আলাইহিচ্ছালামৰ নিৰ্দে শনাক অৱমাননা কৰিছিল। ثم أدبر يسعى

ثُمَّ أَدْبَرَ يَسْعَىٰ ﴿٢٢﴾

তাৰ পাছত সত্যৰ বিৰোধিতা কৰি তথা আল্লাহৰ অবাধ্যতাত আগুৱাই গৈ মুছা আলাইহিচ্ছালামে লৈ অহা বাৰ্তাৰ প্ৰতি ঈমান পোষণৰ পৰা মুখ ঘূৰাই লৈছিল। فحشر فناد

فَحَشَرَ فَنَادَىٰ ﴿٢٣﴾

ইয়াৰ পাছত সি তাৰ সম্প্ৰ দায় ক আৰু তাৰ অনুসাৰীসকলক একত্ৰিত কৰিছিল, যাতে মুছা আলাইহিচ্ছালামক পৰাজিত কৰিব পাৰে, আৰু এই বুলি ঘোষণা দিছিল।

فَقَالَ أَنَا۠ رَبُّكُمُ ٱلْأَعْلَىٰ ﴿٢٤﴾

ময়ে হৈছোঁ তোমালোকৰ পৰম প্ৰতিপালক। গতিকে মোৰ বাহিৰে তোমালোকে কাৰো অনু সৰণ কৰিব নোৱাৰিবা।

فَأَخَذَهُ ٱللَّهُ نَكَالَ ٱلْـَٔاخِرَةِ وَٱلْأُولَىٰٓ ﴿٢٥﴾

অৱশেষত মহান আল্লাহে তাক কৰায় ত্তকৰিলে আৰুতাক সাগৰত ডু বাই পৃথিৱীত শাস্তি বিহিলে আৰুপৰকালত তাক কঠোৰশাস্তি দিয়া হ’ব।

إِنَّ فِى ذَٰلِكَ لَعِبْرَةًۭ لِّمَن يَخْشَىٰٓ ﴿٢٦﴾

আমি ফিৰআউনক যি শাস্তি দিছোঁ তাৰ পৰা সেইসকল লোকে শিক্ষা গ্ৰহণ কৰে যিসকলে আল্লাহক ভয় কৰে। কিয় নো তেওঁলোকেই উপদেশৰ দ্বাৰা উপকৃ তহয় ।

ءَأَنتُمْ أَشَدُّ خَلْقًا أَمِ ٱلسَّمَآءُ ۚ بَنَىٰهَا ﴿٢٧﴾

হে পুনৰুত্থানক অস্বীকাৰকাৰীসকল! মহান আল্লাহৰ পক্ষে তোমালোকক সৃষ্টি কৰাটো কঠি ন নে আকাশক সৃষ্টি কৰাটো বেছি কঠি ন, যিখনক তেৱেঁই সৃ ষ্টি কৰিছে? رفع سمكها فسوىها

رَفَعَ سَمْكَهَا فَسَوَّىٰهَا ﴿٢٨﴾

ইয়াক সুউচ্চ বনাইছে আৰু তাক এনেকৈ সুবিন্যস্ত কৰিছে যে, তাত কোনো ছিদ্ৰ , ফাট, ত্ৰুটি বা খুঁত নাই। بلغ আল-কোৰআন · তাফছীৰ وأغطش ليلها وأخرج ضحىها

وَأَغْطَشَ لَيْلَهَا وَأَخْرَجَ ضُحَىٰهَا ﴿٢٩﴾

আৰু যেতিয়া সূৰ্য্য মাৰ যায় তেতিয়া তেৱেঁই ৰাতিক অন্ধকাৰ বনায় , আৰু সূৰ্য্য উদয় হ’লে তেৱেঁই পোহৰ প্ৰকট কৰে।

وَٱلْأَرْضَ بَعْدَ ذَٰلِكَ دَحَىٰهَآ ﴿٣٠﴾

আকাশক সৃষ্টি ৰ পিছত তেৱেঁই পৃথিৱীখনক প্ৰসাৰিত কৰিছে, আৰু ইয়াৰ ভিতৰত সুপ্ত কৰি ৰাখিছে ইয়াৰ উপকাৰসমূ হ।

أَخْرَجَ مِنْهَا مَآءَهَا وَمَرْعَىٰهَا ﴿٣١﴾

আৰু তাৰ পৰা স্ৰোত ৰূপে বৈ যোৱা পানী উলিয়াইছে, আৰু এনেকু ৱা ঘাঁহ উলিয়াইছে যিবোৰ জীৱ-জন্তু ৱে খাব পাৰে।

وَٱلْجِبَالَ أَرْسَىٰهَا ﴿٣٢﴾

তেৱেঁই পৰ্বতবোৰক পৃথিৱীৰ ওপৰত মজবুতভাৱে স্থি ৰ কৰিছে। متعا ل كم ولأنعمكم

مَتَـٰعًۭا لَّكُمْ وَلِأَنْعَـٰمِكُمْ ﴿٣٣﴾

হে মানৱজাতি! এই সকলোবোৰ হৈছে তোমালোকৰ বাবে আৰু তোমালোকৰ জীৱ-জন্তু ৰ বাবে জীৱনোপকৰণ। এতেকে সেই সত্তা যিজনে এই সকলোবোৰ বস্তু সৃষ্টি কৰিছে, তেওঁ তোমালোকক পুনৰ সৃষ্টি কৰিবলৈ কেতিয়াও অক্ষম নহয় ।

فَإِذَا جَآءَتِ ٱلطَّآمَّةُ ٱلْكُبْرَىٰ ﴿٣٤﴾

যেতিয়াদ্বি তীয় বাৰশিঙাত ফুঁ দিয়াহ’ব,যাৰআগ্ৰাসনে সকলোবস্তু কে পৰিবেষ্ট ন কৰিবআৰুক্বি য়ামত সংঘটি ত হ’ব।

يَوْمَ يَتَذَكَّرُ ٱلْإِنسَـٰنُ مَا سَعَىٰ ﴿٣٥﴾

যিদিনাখন ক্বি য়ামত সংঘটি ত হ’ব, সেইদিনা মানু হে নিজৰ নিজৰ কৰ্মবোৰ মনত পেলাব, ভাল কৰ্মই হওক বা বেয়া।

وَبُرِّزَتِ ٱلْجَحِيمُ لِمَن يَرَىٰ ﴿٣٦﴾

সেইদিনা জাহান্নামক আনা হ’ব আৰু তাক দৰ্শনকাৰীৰ চকু ৰ আগত ৰখা হ’ব। فأما من طغى

فَأَمَّا مَن طَغَىٰ ﴿٣٧﴾

এতেকে যিসকলে পথভ্ৰ ষ্টতাৰসীমা অতিক্ৰ ম কৰিছে।

وَءَاثَرَ ٱلْحَيَوٰةَ ٱلدُّنْيَا ﴿٣٨﴾

আৰু পৃথিৱীৰ ক্ষণস্থায়ী জীৱনক পৰকালৰ চিৰস্থায়ী জীৱনৰ ওপৰত অগ্ৰাধিকাৰ দিছে। بلغ আল-কোৰআন · তাফছীৰ

فَإِنَّ ٱلْجَحِيمَ هِىَ ٱلْمَأْوَىٰ ﴿٣٩﴾

জাহান্নামেই হ’বসিহঁ তৰশেষ ঠি কনা,য’ত সিহঁ তে অৱস্থান কৰিব।

وَأَمَّا مَنْ خَافَ مَقَامَ رَبِّهِۦ وَنَهَى ٱلنَّفْسَ عَنِ ٱلْهَوَىٰ ﴿٤٠﴾

فَإِنَّ ٱلْجَنَّةَ هِىَ ٱلْمَأْوَىٰ ﴿٤١﴾

আৰু যিয়ে নিজ প্ৰতিপালকৰআগত থিয় হ’বলৈ ভয় কৰেআৰু মহান আল্লাহে হাৰাম কৰা মন পছন্দ বস্তু ৰপৰা নিজকে বিৰত ৰাখে। তেওঁলোকৰ ঠি কনা হ’ব জান্নাত, য’ত তেওঁ লোকে বসবাস কৰিব।

يَسْـَٔلُونَكَ عَنِ ٱلسَّاعَةِ أَيَّانَ مُرْسَىٰهَا ﴿٤٢﴾

হে ৰাছু ল! পুনৰুত্থানক অস্বীকাৰকাৰী সকলে আপোনাক সোধে যে, ক্বি য়ামত কেতিয়া হ’ব?

فِيمَ أَنتَ مِن ذِكْرَىٰهَآ ﴿٤٣﴾

এই বিষয়ে সিহঁ তক ক’বপৰাআপোনাৰজ্ঞান নাই। এইটোআপোনাৰদায়ি ত্বও নহয় । আপোনাৰকৰ্ত ব্যহৈছে কেৱল ইয়াৰবাবেপ্ৰ স্তু তি লোৱা।

إِلَىٰ رَبِّكَ مُنتَهَىٰهَآ ﴿٤٤﴾

ক্বি য়ামতৰ জ্ঞান কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰতহে আছে, তেওঁ ৰ বাহিৰে আন কাৰো ওচৰতে নাই।

إِنَّمَآ أَنتَ مُنذِرُ مَن يَخْشَىٰهَا ﴿٤٥﴾

আপুনি কেৱল সেইসকল ব্যক্তি ৰ বাবে সতৰ্ক কাৰী, যিসকলে ক্বি য়ামতক ভয় কৰে, কিয় নো কেৱল তেওঁ লোকেই আপোনাৰ সাৱধান বাণীৰ পৰা উপকৃ ত হয় ।

كَأَنَّهُمْ يَوْمَ يَرَوْنَهَا لَمْ يَلْبَثُوٓا۟ إِلَّا عَشِيَّةً أَوْ ضُحَىٰهَا ﴿٤٦﴾

যিদিনাখন সিহঁ তে ক্বি য়ামতক নিজ চকু ৰে দেখা পাব, সিদিনা সিহঁ তে এনেকু ৱা অনু ভৱ কৰিব, যেনিবা সিহঁ তে পৃথিৱীত এটা সন্ধিয়া অথবা এটা প্ৰভাতহে কটাইছে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · An-Naazi'aat — النازعات

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা