মুখ্য পৃষ্ঠাতাফছীৰAn-Naba (78)

তাফছীৰ An-Naba (78) — النبأ

মক্কী · 40 আয়াত

পঢ়ক · শুনকPDF ফাইল

عَمَّ يَتَسَآءَلُونَ ﴿١﴾

আল্লাহৰ ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰে ৰণ কৰাৰ পিছতো মু শ্বৰিকসকলে পৰস্পৰে কোনটো বস্তু ৰ বিষয়ে সোধ-পোচ কৰি আছে।

عَنِ ٱلنَّبَإِ ٱلْعَظِيمِ ﴿٢﴾

সিহঁ তে মহা সংবাদৰ বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে আৰু সেয়া হৈছে এই কোৰআন, যিখন সিহঁ তৰ ৰছু লৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। যাৰ ভিতৰত পুনৰ্জীৱিত কৰি উঠোৱাৰ সংবাদ আছে।

ٱلَّذِى هُمْ فِيهِ مُخْتَلِفُونَ ﴿٣﴾

এইখনেই হৈছে সেই কোৰআন,যাৰবিষয়ে সিহঁ তে নিজেই দ্বি ধা-দ্বন্দত পৰিআছে যে,সিহঁ তৰমাজৰকিছু মানে ইয়াক যাদু বুলি কয় ,কোনোবাই কবিতা আৰু কোনোবাই বিগত লোকসকলৰ মনে সজা কাহিনী বুলি কয় । كلا سيعلمون

كَلَّا سَيَعْلَمُونَ ﴿٤﴾

দৰাচলতে বিষয় টো তেনেকু ৱা নহয় , যিদৰে সিহঁ তে ধাৰণা কৰি আছে। কোৰআনক অস্বীকাৰ কৰা এই লোকসকলে শীঘ্ৰে ই অস্বীকাৰ কৰাৰ বেয়া পৰিণাম সম্পৰ্কে অৱগত হ’ব। ثم كلا سيعلمون

ثُمَّ كَلَّا سَيَعْلَمُونَ ﴿٥﴾

পুনৰকোৱাহৈছে যে,সিহঁ ত শীঘ্ৰে ই এই বিষয়ে সুনিশ্চিত হ’ব।

أَلَمْ نَجْعَلِ ٱلْأَرْضَ مِهَـٰدًۭا ﴿٦﴾

আমি পৃথিৱীখনক সিহঁ তৰ বাবে বিছনাৰূপে বসবাস উপযোগী বনোৱা নাইনে? যাতে সিহঁ তে ইয়াৰ ওপৰত থাকিব পাৰে।

وَٱلْجِبَالَ أَوْتَادًۭا ﴿٧﴾

আৰু পৃথিৱীৰ ওপৰত পাহাৰবোৰক গজল স্বৰূপ বনাইছোঁ, যিবোৰে পৃথিৱীখনক লৰচৰ কৰাৰ পৰা বিৰত ৰাখে। وخلقنكم أ زوجا

وَخَلَقْنَـٰكُمْ أَزْوَٰجًۭا ﴿٨﴾

আৰুহে মানৱজাতি! আমি তোমালোকক পুৰুষ আৰুনাৰী উভয় ৰূপে সৃষ্টি কৰিছোঁ। وجعلنا نومكم سباتا

وَجَعَلْنَا نَوْمَكُمْ سُبَاتًۭا ﴿٩﴾

আৰু আমি তোমালোকৰ টোপনিক তোমালোকৰ ক্লান্তি ৰ পৰা পৃথক হোৱাৰ মাধ্যম বনাইছোঁ, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা। بلغ আল-কোৰআন · তাফছীৰ

وَجَعَلْنَا ٱلَّيْلَ لِبَاسًۭا ﴿١٠﴾

আৰু আমি ৰাতিক তোমালোকৰ বাবে আৱৰণ বনাইছোঁ, যাৰ অন্ধকাৰে তোমালোকক এনেদৰে আৱৰি ৰাখে, যিদৰে তোমালোকে তোমালোকৰ লজ্জাস্থানক কাপোৰেৰে আৱৰি ৰাখা।

وَجَعَلْنَا ٱلنَّهَارَ مَعَاشًۭا ﴿١١﴾

আৰু দিনক উপাৰ্জ ন আৰু জীৱিকা সন্ধানৰ ক্ষেত্ৰ বনাইছোঁ। وبنينا فوقكم سبعا شدادا

وَبَنَيْنَا فَوْقَكُمْ سَبْعًۭا شِدَادًۭا ﴿١٢﴾

আৰুতোমালোকৰওপৰত সাতখন মজবুত আকাশ সৃষ্টি কৰিছোঁ। وجعلنا سراجا وهاجا

وَجَعَلْنَا سِرَاجًۭا وَهَّاجًۭا ﴿١٣﴾

আৰুসূৰ্য্যক তীব্ৰ প্ৰজ্বলন দীপ্তি মান আলোকধাৰীপ্ৰ দীপ বনাইছোঁ।

وَأَنزَلْنَا مِنَ ٱلْمُعْصِرَٰتِ مَآءًۭ ثَجَّاجًۭا ﴿١٤﴾

আৰু আমিয়ে ই মেঘৰ পৰা ধাৰাসাৰ বৰষুণ বৰ্ষণ কৰিছোঁ। ب لنخرج به ح اونباتا

لِّنُخْرِجَ بِهِۦ حَبًّۭا وَنَبَاتًۭا ﴿١٥﴾

যাতে তাৰপৰা বিভিন্ন প্ৰকাৰৰঅন্ন আৰুনানা প্ৰকাৰৰবনস্পতি উদ্ভিদ উৎপন্ন কৰিবপাৰোঁ। وجنت ألفافا

وَجَنَّـٰتٍ أَلْفَافًا ﴿١٦﴾

আৰু একে প্ৰকাৰৰ গছেৰে ঘন বাগান বনাইছোঁ।

إِنَّ يَوْمَ ٱلْفَصْلِ كَانَ مِيقَـٰتًۭا ﴿١٧﴾

নিশ্চয় সৃষ্টি সকলৰ মাজত বিচাৰ মীমাংসা কৰিবলৈ এটা সময় নিৰ্ধাৰিত আছে, যিটো কেতিয়াও ইফাল-সিফাল নহ’ব।

يَوْمَ يُنفَخُ فِى ٱلصُّورِ فَتَأْتُونَ أَفْوَاجًۭا ﴿١٨﴾

যিদিনাখন ফিৰিস্তাই দ্বি তীয় বাৰশিঙাত ফুঁ দিব,তেতিয়াহে মানৱজাতি! তোমালোকে দলে দলে আহিবা।

وَفُتِحَتِ ٱلسَّمَآءُ فَكَانَتْ أَبْوَٰبًۭا ﴿١٩﴾

আৰু আকাশখন খুলি দিয়া হ'ব, তেতিয়া ই উন্মুক্ত দুৱাৰৰ দৰে খোল খাব। بلغ আল-কোৰআন · তাফছীৰ

وَسُيِّرَتِ ٱلْجِبَالُ فَكَانَتْ سَرَابًا ﴿٢٠﴾

আৰু পাহাৰবোৰক গতি দিয়া হ’ব, তেতিয়া সেইবোৰ উৰন্ত ধূলি-কণা হৈ মৰীচিকাৰ দৰে দেখা যাব। إ ن جهن م كانت مرصادا

إِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًۭا ﴿٢١﴾

নিশ্চয় জাহান্নাম খাপ পাতি অপেক্ষা কৰিআছে। للط غين مٔابا

لِّلطَّـٰغِينَ مَـَٔابًۭا ﴿٢٢﴾

সেইখন হৈছে যালিমসকলৰউভতি যোৱাৰঠাই,য’ত সিহঁ তে উভতি যাবলাগিব।

لَّـٰبِثِينَ فِيهَآ أَحْقَابًۭا ﴿٢٣﴾

তাৰভিতৰত সিহঁ তে অনন্ত কাল সময় অৱস্থান কৰিব,যাৰকোনোঅন্ত নাই। لا يذوقون فيها بردا ولا شرابا

لَّا يَذُوقُونَ فِيهَا بَرْدًۭا وَلَا شَرَابًا ﴿٢٤﴾

যাৰ ভিতৰত জাহান্নামৰ জুইক ঠাণ্ডা কৰিব পৰা কোনো বতাহ নাপাব আৰু সোৱাদযুক্ত কোনো পানীয় ও সেৱন কৰিবলৈ নাপাব। إلا حميما وغس اقا

إِلَّا حَمِيمًۭا وَغَسَّاقًۭا ﴿٢٥﴾

অতি উত্তপ্ত গৰম পানী আৰু জাহান্নামীসকলৰ শৰীৰৰ পৰা বৈ যোৱা পুঁজৰ বাহিৰে আন একোৱে নাপাব।

جَزَآءًۭ وِفَاقًا ﴿٢٦﴾

এইটোহৈছে সিহঁ তৰসেই কু ফু ৰীৰ(অস্বীকাৰৰ) আৰুপথভ্ৰ ষ্টৰঅনূ ৰূপ পৰিণাম,যি কু ফু ৰীৰওপৰত সিহঁ তে পৃথিৱীত জীৱন-যাপন কৰিছিল। إن هم كانوالا يرجون حسابا

إِنَّهُمْ كَانُوا۟ لَا يَرْجُونَ حِسَابًۭا ﴿٢٧﴾

আখিৰাতত আল্লাহৰসন্মুখত হ’বলগীয়া হিচাপ-নিকাচক সিহঁ তে পৃথিৱীত ভয় কৰা নাছিল,কিয় নো সিহঁ তে পুনৰুত্থিত হ’বলগীয়া বিষয় টোক বিশ্বাস কৰা নাছিল। যদি সিহঁ তে পুনৰুত্থানকবিশ্বাস কৰিলেহেঁ তেন তেন্তে নিশ্চয় সিহঁ তে আল্লাহৰপ্ৰ তি ইমান পোষণ কৰিলেহেঁ তেন আৰুসৎকৰ্ম কৰিলেহেঁ তেন। وكذ بوا بٔايتنا كذابا

وَكَذَّبُوا۟ بِـَٔايَـٰتِنَا كِذَّابًۭا ﴿٢٨﴾

আৰু ৰাছু লৰ প্ৰতি অৱতীৰ্ণ কৰা নিদৰ্শনবোৰক অস্বীকাৰ কৰিছিল। وكل شىء أح ص ينهكتبا

وَكُلَّ شَىْءٍ أَحْصَيْنَـٰهُ كِتَـٰبًۭا ﴿٢٩﴾

আৰু আমি সিহঁ তৰ প্ৰতিটো কৰ্ম সঠি কৰূপে হিচাপ কৰি ৰাখিছোঁ, আৰু সেইবোৰ সিহঁ তৰ আমল নামাত লিখা আছে। بلغ আল-কোৰআন · তাফছীৰ فذوقوا فلن نزيدكم إلا عذابا

فَذُوقُوا۟ فَلَن نَّزِيدَكُمْ إِلَّا عَذَابًا ﴿٣٠﴾

গতিকে হে অপৰাধীসকল! এই চিৰস্থায়ীশাস্তি উপভোগ কৰা,আৰুশুনা! আমি তোমালোকৰশাস্তি ৰওপৰত শাস্তি বৃদ্ধি কৰিয়ে থাকিম। إن للمتقين مفازا

إِنَّ لِلْمُتَّقِينَ مَفَازًا ﴿٣١﴾

নিশ্চয় আল্লাহৰ আদেশ নিষেধ পালনকাৰী মুত্তাক্বীসকলৰ বাবে আছে সফলতাৰ আবাসন, য’ত তেওঁলোকে নিজৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিব পাৰিব, সেই ঠাইখন হৈছে জান্নাত।

حَدَآئِقَ وَأَعْنَـٰبًۭا ﴿٣٢﴾

(তাত তেওঁ লোকৰ বাবে আছে) বিভিন্ন প্ৰকাৰৰ বাগ-বাগিচা আৰু আঙু ৰৰ উদ্যান। وكواعب أ ترابا

وَكَوَاعِبَ أَتْرَابًۭا ﴿٣٣﴾

আৰু সমবয় সীয়া নৱ-যুৱতীসকল। وكأ سا دهاقا

وَكَأْسًۭا دِهَاقًۭا ﴿٣٤﴾

আৰু সুৰা ভৰ্তি গিলাছ। لا يسمعون فيها لغوا ولا كذبا

لَّا يَسْمَعُونَ فِيهَا لَغْوًۭا وَلَا كِذَّٰبًۭا ﴿٣٥﴾

তেওঁ লোকে জান্নাতত কোনো ধৰণৰ অনাৰ্থক কথা-বতৰা আৰু মিছা কথা শুনিবলৈ নাপাব, লগতে কোনেও কাকো মিছা কথা নক’ব।

جَزَآءًۭ مِّن رَّبِّكَ عَطَآءً حِسَابًۭا ﴿٣٦﴾

এইবোৰ হ’ব মহান আল্লাহৰ ফালৰ পৰা প্ৰদান কৰা অনু গ্ৰহ তথা অৱদান। যিবোৰ সঁচাকৈয়ে পৰ্যাপ্ত ।

رَّبِّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا ٱلرَّحْمَـٰنِ ۖ لَا يَمْلِكُونَ مِنْهُ خِطَابًۭا ﴿٣٧﴾

তেৱেঁই আকাশসমূহ আৰু পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক, তেৱেঁই হৈছে পৃথিৱী আৰু আখিৰাতত পৰম কৰুণাময় । (সেইদিনা) পৃথিৱী আৰু আকাশত থকা কোনেও তেওঁ ৰঅনু মতি অবিহনে তেওঁ ৰওচৰতف আবেদন-নিবেদন কৰিবনোৱাৰিব।

يَوْمَ يَقُومُ ٱلرُّوحُ وَٱلْمَلَـٰٓئِكَةُ صَفًّۭا ۖ لَّا يَتَكَلَّمُونَ إِلَّا مَنْ أَذِنَ لَهُ ٱلرَّحْمَـٰنُ وَقَالَ صَوَابًۭا ﴿٣٨﴾

যিদিনাখন জিব্ৰীল আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হ’ব, সিদিনাখন মহান আল্লাহে যাক ছু পাৰিছ কৰাৰ অনু মতি দিব, কেৱল তাৰ বাহিৰে বেলেগ কোনেও ছু পাৰিছৰ কৰিবলৈ মু খ খুলিব নোৱাৰিব। সেই ব্যক্তি য়ে তাওহীদৰ মূ লমন্ত্ৰ ৰ দৰে সঠি ক কথাই ক’ব।

ذَٰلِكَ ٱلْيَوْمُ ٱلْحَقُّ ۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ مَـَٔابًا ﴿٣٩﴾

তোমালোকৰ আগত যিটো দিৱসৰ কথা বৰ্ণনা কৰা হৈছে, সেই দিৱসটো নিশ্চিতভাৱে সংঘটি ত হ’বই হ’ব, ইয়াত কোনো সন্দে হ নাই। গতিকে যিয়ে সেইদিনা আল্লাহৰ শাস্তি ৰ পৰা মু ক্তি পাব বিচাৰে, তেওঁ আল্লাহক সন্তু ষ্টকৰিব পৰা সত্ কৰ্মৰ পথ অৱলম্বন কৰা উচিত। بلغ আল-কোৰআন · তাফছীৰ

إِنَّآ أَنذَرْنَـٰكُمْ عَذَابًۭا قَرِيبًۭا يَوْمَ يَنظُرُ ٱلْمَرْءُ مَا قَدَّمَتْ يَدَاهُ وَيَقُولُ ٱلْكَافِرُ يَـٰلَيْتَنِى كُنتُ تُرَٰبًۢا ﴿٤٠﴾

হে মানৱজাতি! আমি তোমালোকক এনেকু ৱা শাস্তি ৰ পৰা সাৱধান কৰি দিছোঁ যিটো অতি নিকটৱৰ্তী। যিদিনাখন মানু হে পৃথিৱীত কৰা কৰ্মবোৰ দেখা পাব, আৰু কাফিৰে শাস্তি ৰ পৰা মু ক্তি পোৱাৰ কামনা কৰি ক’ব – মই যদি জীৱ-জন্তু ৰ দৰে মাটি ত পৰিণত হৈ মিহলি গ’লোঁহেঁ তেন! সিহঁ তে এই কথা সেই সময় ত ক’ব, যেতিয়া ক্বি য়ামতৰদিনা জীৱ-জন্তু বোৰক কোৱা হ’বঃতোমালোকে মাটি ত পৰিণত হৈ যোৱা। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · An-Naba — النبأ

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা