وَٱلْمُرْسَلَـٰتِ عُرْفًۭا ﴿١﴾
ঘোঁৰাৰ ঘাঁৰত থকা চু লি উৰা দি প্ৰচণ্ডবেগত চলা বতাহৰ আল্লাহে শপত কৰিছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Mursalaat (77)
মক্কী · 50 আয়াত
وَٱلْمُرْسَلَـٰتِ عُرْفًۭا ﴿١﴾
ঘোঁৰাৰ ঘাঁৰত থকা চু লি উৰা দি প্ৰচণ্ডবেগত চলা বতাহৰ আল্লাহে শপত কৰিছে।
فَٱلْعَـٰصِفَـٰتِ عَصْفًۭا ﴿٢﴾
আৰু প্ৰচণ্ড বেগত চলা ধুমু হাৰো শপত কৰিছে।
وَٱلنَّـٰشِرَٰتِ نَشْرًۭا ﴿٣﴾
আৰুসেই বতাহৰশপত কৰিছে, যিয়ে মেঘক সঞ্চালন কৰেবা প্ৰসাৰিত কৰে।
فَٱلْفَـٰرِقَـٰتِ فَرْقًۭا ﴿٤﴾
আৰু সেই ফিৰিস্তাসকলৰ শপত কৰিছে, যিসকলে সত্য আৰু অসত্যৰ মাজত সুস্পষ্ট ৰূপে পাৰ্থক্যকাৰী বস্তু ৰ সৈতে অৱতৰণ হয় ।
فَٱلْمُلْقِيَـٰتِ ذِكْرًا ﴿٥﴾
আৰু সেই ফিৰিস্তাসকলৰ শপত কৰিছে, যিসকলে অহীৰ সৈতে অৱতৰণ কৰে। عذرا أو نذرا
عُذْرًا أَوْ نُذْرًا ﴿٦﴾
যিয়ে অহী লৈ অৱতৰণ কৰে। আল্লাহৰ তৰফৰ পৰা মানু হৰ ওজৰ-আপত্তি সমাপ্ত কৰাৰ কাৰণে আৰু মানু হক আল্লাহৰ শাস্তি ৰ পৰা সতৰ্ক কৰিবলৈ। إنما توعدون لوقع
إِنَّمَا تُوعَدُونَ لَوَٰقِعٌۭ ﴿٧﴾
নিশ্চয় তোমালোকক যিটোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যেনে- পুনৰুত্থান, হিচাপ-নিকাচ আৰু প্ৰতিদান বা প্ৰতিফল সেয়া বাস্ত ৱায়ি ত হ'বই।
فَإِذَا ٱلنُّجُومُ طُمِسَتْ ﴿٨﴾
এতেকে যেতিয়া নক্ষত্ৰসমূ হৰ পোহৰ সমাপ্ত হ’ব আৰু জ্যোতিহীন হৈ পৰিব।
وَإِذَا ٱلسَّمَآءُ فُرِجَتْ ﴿٩﴾
যেতিয়া আকাশখন ফাঁটি যাব, আৰু তাৰ পৰা ফিৰিস্তাসকল নামি আহিব।
وَإِذَا ٱلْجِبَالُ نُسِفَتْ ﴿١٠﴾
আৰু যেতিয়া পৰ্বতসমূ হক স্থানচ্যূত কৰা হ’ব আৰু চু ৰ্ণ-বিচু ৰ্ণহৈ ধূলি-কণাত পৰিণিত হ'ব। بلغ আল-কোৰআন · তাফছীৰ
وَإِذَا ٱلرُّسُلُ أُقِّتَتْ ﴿١١﴾
আৰু ৰাছু লসকলক এটা নিৰ্ধাৰিত সময় ৰ বাবে একত্ৰিত কৰা হ'ব। لأى يوم أجلت
لِأَىِّ يَوْمٍ أُجِّلَتْ ﴿١٢﴾
এটা ভীষণ দিৱসৰবাবেএইবোৰক স্থগিত ৰখা হৈছে। যাতে তেওঁ লোকে নিজ সম্প্ৰ দায় ৰবিৰুদ্ধে সাক্ষী দিবপাৰে।
لِيَوْمِ ٱلْفَصْلِ ﴿١٣﴾
সেই দিৱসটোতে বান্দাসকলৰ মাজত ফয় চালা কৰা হ’ব। সেইদিনা স্পষ্ট হৈ যাব যে, কোন সত্যবাদী আৰু কোন অসত্যবাদী তথা কোন সৌভাগ্যশালী আৰু কোন দূৰ্ভাগ্যশালী।
وَمَآ أَدْرَىٰكَ مَا يَوْمُ ٱلْفَصْلِ ﴿١٤﴾
হে ৰাছু ল! আপোনাক কিহে জনাবযে বিচাৰদিৱস কি? ويل يومئذ للمكذبين
وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ ﴿١٥﴾
সিদিনা অস্বীকাৰকাৰী বিলাকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি। যিসকলে আল্লাহৰ ফালৰ পৰা ৰাছু লসকলে লৈ অহা সংবাদসমূহক অস্বীকাৰ কৰিছিল।
أَلَمْ نُهْلِكِ ٱلْأَوَّلِينَ ﴿١٦﴾
আমি বিগত জাতিবোৰক ধ্বংস কৰা নাইনে, যেতিয়া সিহঁ তে আল্লাহৰ সৈতে কু ফু ৰী কৰিছিল আৰু তেওঁ ৰ ৰাছু লসকলক অস্বীকাৰ কৰিছিল?
ثُمَّ نُتْبِعُهُمُ ٱلْـَٔاخِرِينَ ﴿١٧﴾
তাৰপাছত পৰৱৰ্তীসকলকোসিহঁ তৰদৰেই কৰায় ত্তকৰিম আৰুসিহঁ তৰদৰেই ইহঁ তকোধ্বংস কৰিম।
كَذَٰلِكَ نَفْعَلُ بِٱلْمُجْرِمِينَ ﴿١٨﴾
সেই সম্প্ৰ দায় ৰ দৰে আমি এই অপৰাধী তথা অস্বীকাৰকাৰী বিলাককো ধ্বংস কৰিম, যিসকলে মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয় তক অস্বীকাৰ কৰে। ويل يومئذ للمكذبين
وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ ﴿١٩﴾
সেইদিনা সেইসকলৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে অন্যায় কাৰীসকলক দিবলগীয়া শাস্তি ক অস্বীকাৰ কৰে।
أَلَمْ نَخْلُقكُّم مِّن مَّآءٍۢ مَّهِينٍۢ ﴿٢٠﴾
হে মানৱজাতি,আমি তোমালোকক কিঞ্চিত পৰিমাণ তু চ্ছপানীৰেসৃষ্টি কৰানাইনে? بلغ আল-কোৰআন · তাফছীৰ فجعلنهفى قرار مكين
فَجَعَلْنَـٰهُ فِى قَرَارٍۢ مَّكِينٍ ﴿٢١﴾
তাৰপাছত আমি সেই পানীক এটাসুৰক্ষিত স্থানত অৰ্থাৎ মাকৰগৰ্ভাশয় ত ৰাখিছোঁ। إلى قدر م علوم
إِلَىٰ قَدَرٍۢ مَّعْلُومٍۢ ﴿٢٢﴾
এটাজ্ঞাত আৰুনিৰ্দিষ্ট সময় লৈকে। অৰ্থাৎ মাকৰগৰ্ভাশয় ত থকাসময় ছোৱা।
فَقَدَرْنَا فَنِعْمَ ٱلْقَـٰدِرُونَ ﴿٢٣﴾
তাৰপাছত আমি শিশুৰৰং-ৰূপ আৰুবৈশিষ্ট্য আদি নিৰ্ধাৰণ কৰিছোঁ। গতিকে আমি এই সকলো বস্তু ৰকিমান ভাল নিৰ্ধাৰণকাৰী। ويل يومئذ للمكذبين
وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ ﴿٢٤﴾
সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে আল্লাহৰ ক্ষমতাক অস্বীকাৰ কৰে।
أَلَمْ نَجْعَلِ ٱلْأَرْضَ كِفَاتًا ﴿٢٥﴾
সকলোকে একত্ৰিত কৰিব পৰাকৈ আমি পৃথিৱীখনক সৃষ্টি কৰা নাইনে?
أَحْيَآءًۭ وَأَمْوَٰتًۭا ﴿٢٦﴾
জীৱিত লোকসকলৰ বসবাসযোগ্য আৰু মৃ তসকলক দাফনৰ বাবে সুবিধা দিব পৰাকৈ (পৃথিৱীখনক সৃষ্টি কৰা নাইনে)।
وَجَعَلْنَا فِيهَا رَوَٰسِىَ شَـٰمِخَـٰتٍۢ وَأَسْقَيْنَـٰكُم مَّآءًۭ فُرَاتًۭا ﴿٢٧﴾
আৰু তাৰ ওপৰত স্থাপন কৰিছোঁ মজবুত আৰু ওখ ওখ পৰ্বতমালা, যিবোৰে ইয়াক লৰচৰ কৰাৰ পৰা ৰক্ষা কৰে, আৰু হে মানৱ! তোমালোকৰ সুবিধাৰ্থে মিঠা পানীৰ ব্যৱস্থা কৰিছোঁ। গতিকে যিয়ে এইবোৰক সৃষ্টি কৰিছে তেওঁ কেতিয়াও তোমালোকক পুনৰ্জীৱিত কৰিবলৈ অক্ষম নহয় । ويل يومئذ للمكذبين
وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ ﴿٢٨﴾
সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে আল্লাহৰ অনু গ্ৰহবোৰক অস্বীকাৰ কৰে।
ٱنطَلِقُوٓا۟ إِلَىٰ مَا كُنتُم بِهِۦ تُكَذِّبُونَ ﴿٢٩﴾
আৰু ৰাছু লসকলে লৈ অহা সংবাদসমূ হক অস্বীকাৰ কৰা ব্যক্তি সকলক সেইদিনা কোৱা হ’বঃ হে অস্বীকাৰকাৰী সকল! তোমালোকে সেই শাস্তি ৰ ফালে গতি কৰা, যিটোক অস্বীকাৰ কৰিছিলা।
ٱنطَلِقُوٓا۟ إِلَىٰ ظِلٍّۢ ذِى ثَلَـٰثِ شُعَبٍۢ ﴿٣٠﴾
যোৱা সেই জাহান্নামৰ জুইৰ ধোঁৱাৰ ছাঁৰ ফালে, যিটো তিনিটা শাখাত বিভক্ত । بلغ আল-কোৰআন · তাফছীৰ
لَّا ظَلِيلٍۢ وَلَا يُغْنِى مِنَ ٱللَّهَبِ ﴿٣١﴾
সেই ছাঁৰ তলত শীতলতাও নাই, আৰু তাত এনেকু ৱাও কোনো বস্তু নাই যিয়ে তোমালোক অগ্নি শিখা আৰু উত্তাপৰ পৰা ৰক্ষা কৰিব পাৰিব।
إِنَّهَا تَرْمِى بِشَرَرٍۢ كَٱلْقَصْرِ ﴿٣٢﴾
সেই জুয়ে ফিৰিঙতি উৎক্ষেপন কৰিব। প্ৰত্যেক ফিৰিঙতি বৃহত অট্টালিকাৰদৰেবিশাল আকৃ তিৰহ'ব। كأنه جملت صفر
كَأَنَّهُۥ جِمَـٰلَتٌۭ صُفْرٌۭ ﴿٣٣﴾
সেই উৎক্ষেপন কৰা ফিৰিঙতিবোৰ ক’লা বৰণৰ উটৰ দৰে কলা হ'ব আৰু বিশাল হ'ব। ويل يومئذ للمكذبين
وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ ﴿٣٤﴾
সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে আল্লাহৰ শাস্তি ক অস্বীকাৰ কৰে। هذا يوملا ينطقون
هَـٰذَا يَوْمُ لَا يَنطِقُونَ ﴿٣٥﴾
এইটো হৈছে এনেকু ৱা দিৱস, যিদিনা সিহঁ তে একোৱেই ক'ব নোৱাৰিব। ولا يؤذن لهم فيعتذرون
وَلَا يُؤْذَنُ لَهُمْ فَيَعْتَذِرُونَ ﴿٣٦﴾
আৰু সিহঁ তক নিজ প্ৰতিপালকৰ আগত কু ফু ৰী আৰু পাপকৰ্মসমূ হৰ বিষয়ে কোনো ধৰণৰ অজুহাত দাঙি ধৰাৰো অনু মতি দিয়া নহ'ব। ويل يومئذ للمكذبين
وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ ﴿٣٧﴾
সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে এই দিৱসৰ সংবাদসমূ হক অস্বীকাৰ কৰে।
هَـٰذَا يَوْمُ ٱلْفَصْلِ ۖ جَمَعْنَـٰكُمْ وَٱلْأَوَّلِينَ ﴿٣٨﴾
এই দিৱসটো হৈছে সৃষ্টি ৰ মাজত বিচাৰ-ফয় চালাৰ দিৱস, আমি তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক একেই স্থানত একত্ৰিত কৰিছোঁ। فإن كان لكم كيد فكيدون
فَإِن كَانَ لَكُمْ كَيْدٌۭ فَكِيدُونِ ﴿٣٩﴾
যদি তোমালোকৰ ওচৰত আল্লাহৰ শাস্তি ৰ পৰা মু ক্তি পোৱাৰ কোনো উপায় আছে তেন্তে মোৰ বিৰুদ্ধে পৰীক্ষা কৰি চোৱা। ويل يومئذ للمكذبين
وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ ﴿٤٠﴾
সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে বিচাৰ-ফয় চালাৰ দিৱসক অস্বীকাৰ কৰে। بلغ আল-কোৰআন · তাফছীৰ
إِنَّ ٱلْمُتَّقِينَ فِى ظِلَـٰلٍۢ وَعُيُونٍۢ ﴿٤١﴾
নিশ্চয় যিসকলে নিজ প্ৰতিপালকৰ আদেশসমূ হ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু সমূ হৰ পৰা বিৰত থাকি তেওঁ ক ভয় কৰে, তেওঁ লোকে অৱস্থান কৰিব জান্নাতৰ ছাঁ প্ৰদানকাৰী গছৰ তলত আৰু প্ৰবাহিত মিঠা পানীৰ নিজৰাৰ কাষত। وفوكه مما يشتهون
وَفَوَٰكِهَ مِمَّا يَشْتَهُونَ ﴿٤٢﴾
লগতে তেওঁ লোকে এনেকু ৱা ফলমূ লৰ মাজত থাকিব, যিবোৰ খাবলৈ তেওঁ লোকে ইচ্ছা কৰিব।
كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَا كُنتُمْ تَعْمَلُونَ ﴿٤٣﴾
আৰু তেওঁ লোকক কোৱা হ’বঃ উত্তম আৰু পৱিত্ৰ বস্তু বোৰ খাই থাকা, লগতে বিশুদ্ধ পানীয় পান কৰি থাকা, যিটো প্ৰত্যেক অপছন্দ নীয় ৰ পৰা পৱিত্ৰ। এয়া দৰাচলতে সেই সত্ কৰ্মসমূ হৰ প্ৰতিফল যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।
إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ ﴿٤٤﴾
আমি তোমালোকক যি প্ৰতিদান দিছোঁ, এনেকু ৱা প্ৰতিফল আমি সেইসকল লোকক দিওঁ , যিসকলে উত্তমৰূপে নিজৰ আমল কৰে। ويل يومئذ للمكذبين
وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ ﴿٤٥﴾
সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে মু ত্তাক্বীসকলৰ লগত কৰা আল্লাহৰ প্ৰতিশ্ৰুতিক অস্বীকাৰ কৰে। كلوا وتمتعوا قليلا إنكم م جرمون
كُلُوا۟ وَتَمَتَّعُوا۟ قَلِيلًا إِنَّكُم مُّجْرِمُونَ ﴿٤٦﴾
আৰু সেই অস্বীকাৰকাৰী সকলক কোৱা হ’বঃ খোৱা আৰু পৃথিৱীৰ কিছু সুখ শান্তি খন্তে ক সময় ৰ বাবে উপভোগ কৰা। নিশ্চয় তোমালোক হৈছা অপৰাধী, কাৰণ তোমালোকে আল্লাহৰ লগত কু ফু ৰী কৰিছা আৰু তেওঁ ৰ ৰাছু লসকলক অস্বীকাৰ কৰিছা। ويل يومئذ للمكذبين
وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ ﴿٤٧﴾
সেইদিনা সেইসকল লোকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি, যিসকলে প্ৰতিদান দিৱসৰ প্ৰতিদানক অস্বীকাৰ কৰে।
وَإِذَا قِيلَ لَهُمُ ٱرْكَعُوا۟ لَا يَرْكَعُونَ ﴿٤٨﴾
আৰু যেতিয়া এই অস্বীকাৰকাৰী সকলক কোৱা হয় যে, আল্লাহৰ বাবে ছালাত আদায় কৰা, তেতিয়া সিহঁ তে আল্লাহৰ বাবে ছালাত আদায় নকৰে। ويل يومئذ للمكذبين
وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ ﴿٤٩﴾
সিদিনা অস্বীকাৰকাৰী বিলাকৰ বাবে আছে ধ্বংস, শাস্তি আৰু ক্ষতি। যিবিলাকে আল্লাহৰ তৰফৰ পৰা ৰাছু লসকলে লৈ অহা সংবাদসমূহক অস্বীকাৰ কৰে। بلغ আল-কোৰআন · তাফছীৰ فبأى حديث بعده يؤمنون
فَبِأَىِّ حَدِيثٍۭ بَعْدَهُۥ يُؤْمِنُونَ ﴿٥٠﴾
যিহেতু সিহঁ তে নিজ প্ৰতিপালকৰতৰফৰপৰা অৱতীৰ্ণ হোৱা কোৰআনৰপ্ৰ তি ঈমান পোষণ কৰা নাই তেন্তে সিহঁ তে ইয়াৰবাহিৰেআৰুনো কিহৰপ্ৰ তি ঈমান পোষণ কৰিব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে