মুখ্য পৃষ্ঠাতাফছীৰAl-Insaan (76)

তাফছীৰ Al-Insaan (76) — الإنسان

মাদানী · 31 আয়াত

পঢ়ক · শুনকPDF ফাইল

هَلْ أَتَىٰ عَلَى ٱلْإِنسَـٰنِ حِينٌۭ مِّنَ ٱلدَّهْرِ لَمْ يَكُن شَيْـًۭٔا مَّذْكُورًا ﴿١﴾

মানুহে অতীতত এনেকু ৱা এটা দীৰ্ঘ সময় অতিক্ৰ ম কৰি আহিছে, যি সময় ত সিহঁ তৰ কোনো অস্তি ত্বই নাছিল। আনকি সিহঁ ত উল্লে খযোগ্য একোৱেই নাছিল।

إِنَّا خَلَقْنَا ٱلْإِنسَـٰنَ مِن نُّطْفَةٍ أَمْشَاجٍۢ نَّبْتَلِيهِ فَجَعَلْنَـٰهُ سَمِيعًۢا بَصِيرًا ﴿٢﴾

আমি মানুহক পুৰুষ আৰু নাৰীৰ মিশ্ৰি ত বীৰ্যৰ পৰা সৃষ্টি কৰিছোঁ, যাতে সিহঁ তৰ প্ৰতি চৰীয় তৰ দায়ি ত্বসমূহ অৰ্পণ কৰি সিহঁ তৰ পৰীক্ষা ল’ব পাৰোঁ। গতিকে আমি সিহঁ তক শ্ৰৱণকাৰী আৰু দৃষ্টি সম্পন্ন বনাইছোঁ, যাতে আমাৰ ফালৰ পৰা অৰ্পণ কৰা দায়ি ত্বসমূ হ পালন কৰিব পাৰে।

إِنَّا هَدَيْنَـٰهُ ٱلسَّبِيلَ إِمَّا شَاكِرًۭا وَإِمَّا كَفُورًا ﴿٣﴾

আমি ৰাছু লসকলৰমুখেৰেসিহঁ তৰবাবেহিদায় তৰপথবোৰৰবিষয়ে বৰ্ণনা কৰিদিছোঁ। যাৰজৰিয় তে ভ্ৰষ্টতাৰপথ স্পষ্ট হৈ গৈছে। ইয়াৰপিছত হয় সি সঠি ক পথ ধৰিব আৰু মু মিন তথা আল্লাহৰ কৃ তজ্ঞ বান্দা হৈ যাব, নহয় সি তাৰ পৰা বিভ্ৰান্ত হৈ কাফিৰ আৰু আল্লাহৰ আয়াতসমূ হৰ অস্বীকাৰকাৰী বান্দাত পৰিণত হ'ব।

إِنَّآ أَعْتَدْنَا لِلْكَـٰفِرِينَ سَلَـٰسِلَا۟ وَأَغْلَـٰلًۭا وَسَعِيرًا ﴿٤﴾

আল্লাহ আৰু তেওঁৰ ৰাছু লসকলক অস্বীকাৰকাৰী বিলাকৰ বাবে আমি শিকলি প্ৰস্তু ত কৰি ৰাখিছোঁ। যিটোৰে সিহঁ তক আৱদ্ধ কৰি জুইত চোঁচৰাই লৈ যোৱা হ’ব আৰু গলবেৰি প্ৰস্তু ত কৰি ৰাখিছোঁ, যিবোৰ সিহঁ তক লগোৱা হ’ব, লগতে সিহঁ তৰ বাবে প্ৰস্তু ত কৰি ৰাখিছোঁ লেলিহান জুই।

إِنَّ ٱلْأَبْرَارَ يَشْرَبُونَ مِن كَأْسٍۢ كَانَ مِزَاجُهَا كَافُورًا ﴿٥﴾

আল্লাহৰ আজ্ঞা পালনকাৰী মু মিনসকলক ক্বি য়ামতৰ দিনা সুৰা ভৰ্তি পূৰ্ণপাত্ৰৰ পৰা পান কৰোৱা হ'ব আৰু উত্তম শ্ৰে ণীৰ কাফু ৰ মিশ্ৰি ত হ'ব। কিয় নো তাৰ সুগন্ধী বহুত ভাল।

عَيْنًۭا يَشْرَبُ بِهَا عِبَادُ ٱللَّهِ يُفَجِّرُونَهَا تَفْجِيرًۭا ﴿٦﴾

আনুগত্যকাৰীসকলৰ বাবে প্ৰস্তু ত কৰা এই সুৰা সহজলভ্য নিজৰাৰ পৰা সংগ্ৰ হ কৰা হ’ব। সেই নিজৰাৰ পানীয় কেতিয়াও হ্ৰাস নহ’ব। ইয়াৰ দ্বাৰা আল্লাহৰ বান্দাসকলে পিয়াহ দূৰ কৰিব আৰু য’তেই ইচ্ছা ততেই প্ৰবাহিত কৰিব পাৰিব।

يُوفُونَ بِٱلنَّذْرِ وَيَخَافُونَ يَوْمًۭا كَانَ شَرُّهُۥ مُسْتَطِيرًۭا ﴿٧﴾

যিসকল বান্দাই সেই পানীয় পান কৰিব, তেওঁলোকৰ বৈশিষ্ট্য হ’ব এই যে, তেওঁলোকে সত্ কৰ্মমূলক প্ৰতিটো মান্নত পূৰণ কৰিব। লগতে সেই দিৱসক ভয় কৰিব,যাৰভয়াৱহতাঅধিক প্ৰসাৰিত হ’ব। অৰ্থাৎ ক্বি য়ামত দিৱসক।

وَيُطْعِمُونَ ٱلطَّعَامَ عَلَىٰ حُبِّهِۦ مِسْكِينًۭا وَيَتِيمًۭا وَأَسِيرًا ﴿٨﴾

খাদ্যৰ প্ৰতি তেওঁ লোকৰ প্ৰয়োজন আৰু আসক্তি থকা সত্ত্বে ও তেওঁ লোকে অভাৱগ্ৰ তস্, ভিক্ষাৰী, অনাথ আৰু বন্দীসকলক আহাৰ কৰায় । بلغ আল-কোৰআন · তাফছীৰ

إِنَّمَا نُطْعِمُكُمْ لِوَجْهِ ٱللَّهِ لَا نُرِيدُ مِنكُمْ جَزَآءًۭ وَلَا شُكُورًا ﴿٩﴾

আৰু অন্ত ৰত এই বিশ্বাস পোষণ কৰে যে, তেওঁলোকে সিহঁ তক আল্লাহৰ সন্তু ষ্টি অৰ্জ নাৰ্থেহে খোৱাই আছে। এতেকে তেওঁলোকে সিহঁ তৰ পৰা কোনো পৰিণাম বা প্ৰশংসাৰ আশা নকৰে। إنا نخاف من ر بنا يوما عبوسا قمطريرا

إِنَّا نَخَافُ مِن رَّبِّنَا يَوْمًا عَبُوسًۭا قَمْطَرِيرًۭا ﴿١٠﴾

(তেওঁলোকে কয়ঃ) আমি আমাৰ প্ৰতিপালকৰ সেই দিনটোক ভয় কৰোঁ, যিদিনা ভীষণ পৰিস্থি তিৰ ফলত হতভাগা লোকসকলৰ মুখমণ্ডল বীভৎস হৈ পৰিব।

فَوَقَىٰهُمُ ٱللَّهُ شَرَّ ذَٰلِكَ ٱلْيَوْمِ وَلَقَّىٰهُمْ نَضْرَةًۭ وَسُرُورًۭا ﴿١١﴾

গতিকে আল্লাহে তেওঁ লোকক নিজ অনু গ্ৰহেৰে সেই ভীষণ দিৱসৰ বিপদৰ পৰা ৰক্ষা কৰিব। লগতে তেওঁ লোকৰ চেহেৰাক সতেজ কৰিব আৰু জ্যোতি প্ৰদান কৰিব,তেওঁ লোকৰসন্মানাৰ্থে আৰুতেওঁ লোকৰঅন্ত ৰক প্ৰশান্তি দিয়াৰবাবে(এই অনু গ্ৰহ দান কৰিব)। وجزىهم بما صبرواجنة وحريرا

وَجَزَىٰهُم بِمَا صَبَرُوا۟ جَنَّةًۭ وَحَرِيرًۭا ﴿١٢﴾

তেওঁলোকে ইবাদতৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰাৰ কাৰণে, লগতে আল্লাহৰ ফয় চালাৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰাৰ কাৰণে আৰু পাপসমূহৰ পৰা দূৰৈত থকাৰ কাৰণে প্ৰতিদানস্বৰূপে মহান আল্লাহে তেওঁলোকক এনেকু ৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰভিতৰত তেওঁলোকে বিভিন্ন ধৰণৰনিয়ামত উপভোগ কৰিব, লগতে তেওঁ লোকক পৰিধান কৰিবলৈ ৰেচমী কাপোৰপ্ৰ দান কৰিব।

مُّتَّكِـِٔينَ فِيهَا عَلَى ٱلْأَرَآئِكِ ۖ لَا يَرَوْنَ فِيهَا شَمْسًۭا وَلَا زَمْهَرِيرًۭا ﴿١٣﴾

তেওঁলোকে তাত সুসজ্জিত আসনসমূহত আউজি বহি থাকিব। তেওঁলোকে তাত প্ৰচণ্ড কষ্ট দায় ক ৰ'দো দেখা নাপাব আৰু অত্যাধিক শীতো দেখা নাপাব। বৰং তেওঁ লোকে চিৰস্থায়ী ছাঁৰ তলত থাকিব, যাৰ ভিতৰত গৰমো নাথাকিব ঠাণ্ডাও নাথাকিব। ودانيةعليهم ظللها وذللت قطوفها تذليلا

وَدَانِيَةً عَلَيْهِمْ ظِلَـٰلُهَا وَذُلِّلَتْ قُطُوفُهَا تَذْلِيلًۭا ﴿١٤﴾

ইয়াৰ ছাঁবোৰ তেওঁ লোকৰ প্ৰতি সন্নি হিত থাকিব আৰু তাৰ ফল ভক্ষণকাৰীৰ অধীনত থাকিব, যিটো অতি সহজে গ্ৰহণ কৰিব পাৰিব। মানু হে সেয়া শুই থাকি বহি থাকি থিয় হৈ আহৰণ কৰিবপাৰিব। ويطاف عليهم بٔانية من فض ة وأكواب كانت قواريرا

وَيُطَافُ عَلَيْهِم بِـَٔانِيَةٍۢ مِّن فِضَّةٍۢ وَأَكْوَابٍۢ كَانَتْ قَوَارِيرَا۠ ﴿١٥﴾

আৰু যেতিয়াই তেওঁলোকে কিবা সেৱন কৰিবলৈ ইচ্ছা কৰিব, তেতিয়াই তেওঁলোকৰ সেৱকসকলে ৰূপৰ বাচন আৰু স্বচ্ছ তথা পৰিষ্কাৰ পানপাত্ৰ লৈ তেওঁ লোকৰ কাষলৈ ঘূৰি ঘূৰি পৰিবেশন কৰি থাকিব। قواريرامن فض ة قدروها تقديرا

قَوَارِيرَا۟ مِن فِضَّةٍۢ قَدَّرُوهَا تَقْدِيرًۭا ﴿١٦﴾

এইবোৰ ইমান স্বচ্ছ যে, কাঁচৰ দৰে জিলিকি থাকিব। যিহেতু সেইবোৰ ৰূপৰ হ'ব। তেওঁলোকৰ ইচ্ছা অনুসৰিয়ে পৰিৱেশন কৰা হ’ব। এই ক্ষেত্ৰত কোনো কম বেছি কৰা নহ’ব। بلغ আল-কোৰআন · তাফছীৰ ويسقون فيها كأسا كان مزاجها زنجبيلا

وَيُسْقَوْنَ فِيهَا كَأْسًۭا كَانَ مِزَاجُهَا زَنجَبِيلًا ﴿١٧﴾

আৰু এই সন্মানীয় ব্যক্তি সকলক শুকান আদা মিশ্ৰি ত সুৰা সেৱন কৰিবলৈ দিয়া হ'ব। عينا فيها تسم سلسبيلا

عَيْنًۭا فِيهَا تُسَمَّىٰ سَلْسَبِيلًۭا ﴿١٨﴾

তেওঁ লোকক জান্নাতৰ ছালছাবীল নামৰ নিজৰাৰ পৰা পান কৰিবলৈ দিয়া হ'ব।

۞ وَيَطُوفُ عَلَيْهِمْ وِلْدَٰنٌۭ مُّخَلَّدُونَ إِذَا رَأَيْتَهُمْ حَسِبْتَهُمْ لُؤْلُؤًۭا مَّنثُورًۭا ﴿١٩﴾

আৰু জান্নাতত তেওঁলোকৰ চাৰিওফালে চিৰ কিশোৰসকল প্ৰদক্ষিণ কৰিব। সিহঁ তৰ চেহেৰা সজীৱ থাকিব, সিহঁ তৰ ৰং অতি সুন্দ ৰ হ’ব আৰু সিহঁ ত সংখ্যাত বহুত হ’ব, চাৰিওফালে বিক্ষিপ্ত হৈ থাকিব। আপুনি যেতিয়া সিহঁ তক প্ৰত্যক্ষ কৰিব, তেতিয়া আপোনাৰএনেকু ৱা লাগিবযেনিবা সিহঁ ত বিক্ষিপ্ত মু কু তাহে। وإذا رأيت ثم رأيت نعيما وملكا كبيرا

وَإِذَا رَأَيْتَ ثَمَّ رَأَيْتَ نَعِيمًۭا وَمُلْكًۭا كَبِيرًا ﴿٢٠﴾

আৰু যেতিয়া আপুনি জান্নাতত ইফালে-সিফালে দৃষ্টি পাত কৰিব, তেতিয়া আপুনি এনেকু ৱা নিয়ামত দেখিবলৈ পাব, যিবোৰ বৰ্ণনাতীত। আপুনি ইমান বিশাল ৰাজত্ব দেখিবলৈ পাব, যাৰ সৈতে কোনো ৰাজত্ব ৰ তু লনা নহয় ।

عَـٰلِيَهُمْ ثِيَابُ سُندُسٍ خُضْرٌۭ وَإِسْتَبْرَقٌۭ ۖ وَحُلُّوٓا۟ أَسَاوِرَ مِن فِضَّةٍۢ وَسَقَىٰهُمْ رَبُّهُمْ شَرَابًۭا طَهُورًا ﴿٢١﴾

তেওঁলোকৰ শৰীৰত সেউজীয়া ৰঙৰ ৰেচমী বস্ত্ৰ থাকিব। যিটো সূক্ষ্ম আৰু মোটা ৰেচমেৰে বনোৱা হ’ব। তাত তেওঁলোকক ৰূপৰ গামখাৰু পিন্ধিবলৈ দিয়াহ’ব। লগতে আল্লাহে তেওঁ লোকক সকলোঅপ্ৰি য় বস্তু ৰপৰাপৱিত্ৰ পানীয় পান কৰাব।

إِنَّ هَـٰذَا كَانَ لَكُمْ جَزَآءًۭ وَكَانَ سَعْيُكُم مَّشْكُورًا ﴿٢٢﴾

আৰু তেওঁ লোকক সন্মান স্বৰূপে কোৱা হ’বঃ নিশ্চয় এই নিয়ামতসমূ হ যিবোৰ তোমালোকক দিয়া হৈছে, তোমালোকৰ সত্ কৰ্মৰ প্ৰতিফল স্বৰূপে দিয়া হৈছে। প্ৰকৃ ততে তোমালোকৰকৰ্মসমূ হ আল্লাহৰওচৰত গৃহীত হৈছে।

إِنَّا نَحْنُ نَزَّلْنَا عَلَيْكَ ٱلْقُرْءَانَ تَنزِيلًۭا ﴿٢٣﴾

হে ৰাছু ল,নিশ্চয় আমি এই কোৰআন আপোনাৰপ্ৰ তি অলপ অলপকৈ পৰ্যায় ক্ৰমে অৱতীৰ্ণ কৰিছোঁ। সেয়া আপোনাৰপ্ৰ তি এবাৰতে অৱতীৰ্ণ কৰা নাই।

فَٱصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تُطِعْ مِنْهُمْ ءَاثِمًا أَوْ كَفُورًۭا ﴿٢٤﴾

আপুনি আল্লাহৰ সিদ্ধান্ত ৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰক আৰু তেওঁৰ আদেশসমূহ পালন কৰক। কোনো পাপিষ্ঠ ব্যক্তিৰ অনুসৰণ কৰি তাৰ সৈতে পাপ কৰ্মত লিপ্ত নহ'ব, আৰু কোনো কাফিৰৰ কথা শুনি তাৰ কু ফু ৰীৰ পথত নচলিব।

وَٱذْكُرِ ٱسْمَ رَبِّكَ بُكْرَةًۭ وَأَصِيلًۭا ﴿٢٥﴾

আৰুআপোনাৰপ্ৰ তিপালকক দিনৰপ্ৰ থম ভাগত ফজৰৰছালাতৰজৰিয় তে আৰুঅন্তি ম ভাগত জোহৰআৰুআচৰৰছালাতৰজৰিয় তে স্মৰণ কৰক। بلغ আল-কোৰআন · তাফছীৰ

وَمِنَ ٱلَّيْلِ فَٱسْجُدْ لَهُۥ وَسَبِّحْهُ لَيْلًۭا طَوِيلًا ﴿٢٦﴾

আৰু তেওঁ ক মাগৰিব তথা ইশ্বাৰ ছালাতৰ জৰিয় তে স্মৰণ কৰক আৰু ইয়াৰ পিছত ৰাতিত দীৰ্ঘ সময় তাহাজ্জুদ আদায় কৰক।

إِنَّ هَـٰٓؤُلَآءِ يُحِبُّونَ ٱلْعَاجِلَةَ وَيَذَرُونَ وَرَآءَهُمْ يَوْمًۭا ثَقِيلًۭا ﴿٢٧﴾

এই মুশ্বৰিকবিলাকে পাৰ্থিৱ জীৱনক ভাল পায় আৰু ক্বি য়ামত দিৱসক উপেক্ষা কৰে। অথচ সেই দিৱসটো হৈছে এক কঠোৰ দিৱস। কিয় নো তাত আছে অত্যন্ত কঠি ন পৰিস্থি তি আৰুমহাপৰীক্ষা।

نَّحْنُ خَلَقْنَـٰهُمْ وَشَدَدْنَآ أَسْرَهُمْ ۖ وَإِذَا شِئْنَا بَدَّلْنَآ أَمْثَـٰلَهُمْ تَبْدِيلًا ﴿٢٨﴾

আমিয়ে ই সিহঁ তক সৃষ্টি কৰিছোঁ আৰুসিহঁ তৰগাঁঠি সমূ হ তথা অংগসমূ হ আমিয়ে ই সুদৃঢ় কৰিছোঁ। এতেকে আমি যদি সিহঁ তক ধ্বংস কৰিবেলেগ কোনো জাতিক স্থলাভিষিক্ত কৰিবলৈ ইচ্ছা কৰোঁ, তেন্তে নিশ্চয় আমি সিহঁ তৰঠাইত বেলেগক আনিবলৈ সক্ষম।

إِنَّ هَـٰذِهِۦ تَذْكِرَةٌۭ ۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ سَبِيلًۭا ﴿٢٩﴾

নিশ্চয় এই ছু ৰাটো হৈছে এটা শিক্ষামূ লক আৰু উপদেশমূ লক ছু ৰা। এতেকে যিয়ে আল্লাহৰ সন্তু ষ্টি ৰ পথ ধৰিব বিচাৰে সি ধৰি লোৱা উচিত।

وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ ۚ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمًۭا ﴿٣٠﴾

শুনা! যদি আল্লাহে নিবিচাৰে তেন্তে তোমোলোকে আল্লাহৰ সন্তু ষ্টি ৰ পথ ধৰিব বিচাৰিলেও সেইটো ধৰিব নোৱাৰিবা। কিয় নো সকলো বিষয় হৈছে আল্লাহৰ হাতত। আল্লাহে জানে যে, কোনটো বস্তু তেওঁৰ বান্দাৰ কাৰণে কল্যাণকৰ আৰু কোনটো অকল্যাণকৰ। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, বিচাৰ- ফয় চালাকৰাৰক্ষেত্ৰত আৰুচৰীয় ত প্ৰণয় নত মহাপ্ৰ জ্ঞাময় ।

يُدْخِلُ مَن يَشَآءُ فِى رَحْمَتِهِۦ ۚ وَٱلظَّـٰلِمِينَ أَعَدَّ لَهُمْ عَذَابًا أَلِيمًۢا ﴿٣١﴾

তেওঁ যিজন বান্দাক ইচ্ছা কৰেনিজৰৰহমতত প্ৰৱেশ কৰায় , তথা তাক ঈমান আৰুসত্ কৰ্মৰসামৰ্থ দিয়ে । যালিমসকলৰবাবেআখিৰাতত কষ্ট দায় ক শাস্তি অৰ্থাৎ জাহান্নাম প্ৰস্তু ত কৰিৰাখিছে,যিসকলে কু ফু ৰীকৰ্মৰজৰিয় তে তথাপাপ কৰ্মৰজৰিয় তে নিজৰপ্ৰ তি অত্যাচাৰকৰে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Insaan — الإنسان

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা