لَآ أُقْسِمُ بِيَوْمِ ٱلْقِيَـٰمَةِ ﴿١﴾
আল্লাহে ক্বি য়ামতৰ দিৱসৰ শপত খাইছে, যিদিনাখন বিশ্ব জগতৰ ৰব্ব আল্লাহৰ সন্মুখত মানু হে থিয় হ'ব।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Qiyaama (75)
মক্কী · 40 আয়াত
لَآ أُقْسِمُ بِيَوْمِ ٱلْقِيَـٰمَةِ ﴿١﴾
আল্লাহে ক্বি য়ামতৰ দিৱসৰ শপত খাইছে, যিদিনাখন বিশ্ব জগতৰ ৰব্ব আল্লাহৰ সন্মুখত মানু হে থিয় হ'ব।
وَلَآ أُقْسِمُ بِٱلنَّفْسِ ٱللَّوَّامَةِ ﴿٢﴾
আৰু পৱিত্ৰ আত্মাৰ শপত কৰিছে, যি আত্মাই মানুহক ভাল কামত অৱহেলা কৰিলে নিন্দা কৰে আৰু বেয়া কাম কৰিলে ভৰ্ৎ সনা কৰে। এই দুয়োটা বিষয় ৰশপত কৰিকৈছে যে,তেওঁ মানু হক হিচাপ-নিকাচ আৰুপ্ৰ তিফল প্ৰদান কৰাৰবাবেনিশ্চয় জীৱিত কৰিব।
أَيَحْسَبُ ٱلْإِنسَـٰنُ أَلَّن نَّجْمَعَ عِظَامَهُۥ ﴿٣﴾
মানু হে ভাবে নেকি যে, আমি মানু হক মৃ ত্যুৰ পিছত পুনৰুত্থান কৰি তাৰ হাড় সমূ হক একত্ৰিত কৰিব নোৱাৰিম?
بَلَىٰ قَـٰدِرِينَ عَلَىٰٓ أَن نُّسَوِّىَ بَنَانَهُۥ ﴿٤﴾
কিয় নোৱাৰিম? আমি সেইবোৰক একত্ৰিত কৰি তাৰ আঙু লিবোৰৰ গাঁঠি কো পূৰ্বৰ দৰে সঠি কভাৱে সজাবলৈ সক্ষম।
بَلْ يُرِيدُ ٱلْإِنسَـٰنُ لِيَفْجُرَ أَمَامَهُۥ ﴿٥﴾
বৰং মানুহে পুনৰুত্থানক অস্বীকাৰ কৰি এইটোৱে বিচাৰে যে, অনাগত দিনতো যাতে কোনো বাধা-বিঘিনি নোহোৱাকৈ এইবোৰ পাপকৰ্ম কৰি থাকিব পাৰে।
يَسْـَٔلُ أَيَّانَ يَوْمُ ٱلْقِيَـٰمَةِ ﴿٦﴾
সিহঁ তে ক্বি য়ামতৰ দিৱসক বহুত দূৰ বুলি ভাবি কয় যে, সেই দিৱস কেতিয়া আহিব?
فَإِذَا بَرِقَ ٱلْبَصَرُ ﴿٧﴾
যিদিনাচকু থৰলাগিব,আৰুমানু হে বিবুদ্ধি হৈ আশ্চৰ্য সহকাৰেসেই শাস্তি প্ৰত্যক্ষ কৰি,যিটোক সিহঁ তে পৃথিৱীত অস্বীকাৰকৰিছিল।
وَخَسَفَ ٱلْقَمَرُ ﴿٨﴾
চন্দ্ৰ ৰ কিৰণ যিদিনা নোহোৱা হ'ব।
وَجُمِعَ ٱلشَّمْسُ وَٱلْقَمَرُ ﴿٩﴾
সূৰ্য্য আৰু চন্দ্ৰ ক যিদিনা একত্ৰিত কৰা হ'ব। بلغ আল-কোৰআন · তাফছীৰ
يَقُولُ ٱلْإِنسَـٰنُ يَوْمَئِذٍ أَيْنَ ٱلْمَفَرُّ ﴿١٠﴾
সিদিনাখন পাপিষ্ঠ লোকে ক'ব যে, পলোৱাৰ স্থান ক'ত? كلا لا وزر
كَلَّا لَا وَزَرَ ﴿١١﴾
সিদিনাখন পলায় নৰ কোনো স্থান নাথাকিব। এনেকু ৱা কোনো আশ্ৰ য় স্থল বিচাৰি নাপাব, য'ত পাপিষ্ঠ বিলাকে আশ্ৰ য় পাব আৰু ৰক্ষা পোৱাৰ কোনো স্থানো নাথাকিব, য'ত গৈ নিজকে ৰক্ষা কৰিব পাৰিব।
إِلَىٰ رَبِّكَ يَوْمَئِذٍ ٱلْمُسْتَقَرُّ ﴿١٢﴾
হে ৰাছু ল,সিদিনাখন প্ৰত্যেকেই আপোনাৰপ্ৰ তিপালকৰওচৰলৈ হিচাপ-নিকাচ আৰুপ্ৰ তিদানৰবাবেউভতি যাবলাগিব।
يُنَبَّؤُا۟ ٱلْإِنسَـٰنُ يَوْمَئِذٍۭ بِمَا قَدَّمَ وَأَخَّرَ ﴿١٣﴾
সিদিনাখন মানু হক সেই সকলো কৰ্মৰ বিষয়ে অৱগত কৰোৱা হ’ব। যিবোৰ তেওঁ আগলৈ পঠি য়াইছিল আৰু যি তেওঁ পাছফালে এৰি থৈ আহিছে।
بَلِ ٱلْإِنسَـٰنُ عَلَىٰ نَفْسِهِۦ بَصِيرَةٌۭ ﴿١٤﴾
বৰং মানু হে নিজেই নিজৰ প্ৰতি সাক্ষী হ'ব। কিয় নো স্বয়ং সি নিজেই শৰীৰৰ অংগবোৰৰ দ্বাৰা কৰা পাপকৰ্মসমূ হৰ সাক্ষী দিব। ولو ألق معاذيره
وَلَوْ أَلْقَىٰ مَعَاذِيرَهُۥ ﴿١٥﴾
যদিও সি বিভিন্ন ধৰণৰ বাহানাৰ জৰিয় তে এইটো প্ৰমাণ কৰিব বিচাৰিব যে, সি কোনো পাপ কৰা নাছিল, কিন্তু ইয়াৰ দ্বাৰা কোনো উপকাৰ নহ'ব।
لَا تُحَرِّكْ بِهِۦ لِسَانَكَ لِتَعْجَلَ بِهِۦٓ ﴿١٦﴾
হে ৰাছু ল,কোৰআন আয় ত্ত্ব কৰাৰসময় ত আপোনাৰজিভাক এই ভয় ত দ্ৰুত সঞ্চালন নকৰিবযে,সেয়াআপোনাৰস্মৃতিৰপৰাওলাই যাব। إن علينا جمعه وقرءانه
إِنَّ عَلَيْنَا جَمْعَهُۥ وَقُرْءَانَهُۥ ﴿١٧﴾
নিশ্চয় আপোনাৰঅন্ত ৰত একত্ৰিত কৰাআৰুসঠি ক হিচাপে পাঠ কৰোৱাৰদায়ি ত্বহৈছে আমাৰেই।
فَإِذَا قَرَأْنَـٰهُ فَٱتَّبِعْ قُرْءَانَهُۥ ﴿١٨﴾
আমাৰ বাৰ্তাবাহক জিব্ৰীলে যেতিয়া আপোনাৰ ওচৰত তিলাৱত কৰিব, তেতিয়া আপুনি মনে মনে থাকিব আৰু মনোযোগ সহকাৰে শুনিব। ثم إن علينا بيانه
ثُمَّ إِنَّ عَلَيْنَا بَيَانَهُۥ ﴿١٩﴾
তাৰ পাছত ইয়াৰ বৰ্ণনাৰ দায়ি ত্বও হৈছে আমাৰেই। بلغ আল-কোৰআন · তাফছীৰ
كَلَّا بَلْ تُحِبُّونَ ٱلْعَاجِلَةَ ﴿٢٠﴾
কেতিয়াও নহয় , বিষয় টো তেনেকু ৱা নহয় যিদৰে তোমালোকে ভাবিছা যে, পুনৰুত্থান অসম্ভ ৱ। কিয় নো তোমালোকে ভালকৈয়ে জানা যে, যিয়ে তোমালোকক প্ৰথম বাৰ সৃষ্টি কৰিছে, তেওঁ তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক পুনৰ্জীৱিত কৰিবলৈ কোনো পধ্যেই অক্ষম নহয় । দৰাচলতে তোমালোকে পুনৰুত্থানক অস্বীকাৰ কৰাৰ মূ ল কাৰণ হৈছে, তোমালোকে ধ্বংসশীল পৃথিৱীক অতিমাত্ৰা ভাল পোৱা।
وَتَذَرُونَ ٱلْـَٔاخِرَةَ ﴿٢١﴾
আৰু তোমালোকে পৰকালক এৰি দিছা। ইয়াৰ সঠি ক পথ হৈছে, সেইবোৰ ইবাদত পালন কৰা, যিবোৰ পালন কৰিবলৈ আল্লাহে আদেশ কৰিছে, আৰু সেইবোৰ নিষিদ্ধ বস্তু ৰ পৰা বিৰত থকা, যিবোৰৰ পৰা তেওঁ নিষেধ কৰিছে। وجوه يومئذ ناضرة
وُجُوهٌۭ يَوْمَئِذٍۢ نَّاضِرَةٌ ﴿٢٢﴾
সিদিনাখন মু মিনসকলৰ তথা ভাগ্যৱান লোকসকলৰ মু খমণ্ডল উজ্জ্বল হ'ব, তাৰ পৰা জ্যোতি প্ৰবাহিত হ’ব। إلى ربها ناظرة
إِلَىٰ رَبِّهَا نَاظِرَةٌۭ ﴿٢٣﴾
সিদিনাখন প্ৰতিপালকক চাই থাকিব আৰু তাৰ আনন্দ উপভোগ কৰি থাকিব। ووجوه يومئ ذباسرة
وَوُجُوهٌۭ يَوْمَئِذٍۭ بَاسِرَةٌۭ ﴿٢٤﴾
আৰু কাফিৰ তথা দুৰ্ভাগ্যৱান বিলাকৰ মু খমণ্ডল সিদিনাখন নিৰাশ আৰু উদাসীন হৈ পৰিব। تظن أن يفعل بها فاقرة
تَظُنُّ أَن يُفْعَلَ بِهَا فَاقِرَةٌۭ ﴿٢٥﴾
আৰু সিহঁ তৰ বিশ্বাস হৈ যাব যে, সিহঁ তৰ প্ৰতি ডাঙৰ আৰু কঠোৰ শাস্তি আহিব।
كَلَّآ إِذَا بَلَغَتِ ٱلتَّرَاقِىَ ﴿٢٦﴾
বিষয় টো তেনেকু ৱা নহয় যিদৰে মুশ্বৰিকবিলাকে ভাবিছে যে. যেতিয়া সিহঁ তৰ মৃত্যু হ’ব তেতিয়া সিহঁ তে শাস্তি ৰ সন্মুখীন নহ’ব। জানি থোৱা! যেতিয়া তোমালোকৰ মাজত কাৰোবাৰ প্ৰাণ কণ্ঠগত হ'ব।
وَقِيلَ مَنْ ۜ رَاقٍۢ ﴿٢٧﴾
আৰু মানু হে পৰস্পৰে ক’বঃ কোনে ইয়াৰ নিৰাময় ৰ বাবে জৰা-ফুঁ কা কৰিব।
وَظَنَّ أَنَّهُ ٱلْفِرَاقُ ﴿٢٨﴾
আৰু মু মূ ৰ্ষু ব্যক্তি ৰ বিশ্বাস হৈ যাব যে, এইটো হৈছে পৃথিৱীৰ পৰা চিৰ বিদায় ৰ সময় ।
وَٱلْتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ ﴿٢٩﴾
আৰু পৃথিৱীৰ অন্ত আৰু পৰকালৰ সূচনাৰ এই মূ হুৰ্ত ত বহুতো কঠি নতা একত্ৰিত হৈ যাব। بلغ আল-কোৰআন · তাফছীৰ
إِلَىٰ رَبِّكَ يَوْمَئِذٍ ٱلْمَسَاقُ ﴿٣٠﴾
এইবোৰ হোৱাৰ পাছত, মৃ ত ব্যক্তি ক আল্লাহৰ ফালে লৈ যোৱা হ'ব। فلا صدق ولا صل
فَلَا صَدَّقَ وَلَا صَلَّىٰ ﴿٣١﴾
এতেকে কাফিৰ বিলাকে কেৱল ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰাই নহয় বৰং পৱিত্ৰ আল্লাহৰ ছালাতো আদায় কৰা নাছিল। ولكن كذب وتولى
وَلَـٰكِن كَذَّبَ وَتَوَلَّىٰ ﴿٣٢﴾
বৰং সি ৰাছু লে লৈ অহা সংবাদসমূ হক অস্বীকাৰ কৰিছিল আৰু তাৰ পৰা মু খ ঘূৰাই লৈছিল।
ثُمَّ ذَهَبَ إِلَىٰٓ أَهْلِهِۦ يَتَمَطَّىٰٓ ﴿٣٣﴾
তাৰ পাছত এই কাফিৰ ব্যক্তি জন অহংকাৰ কৰি উদ্ধত হৈ নিজৰ পৰিয়ালৰ ওচৰলৈ গৈছিল। أولى لك فأولى
أَوْلَىٰ لَكَ فَأَوْلَىٰ ﴿٣٤﴾
গতিকে আল্লাহে কাফিৰক ধমক প্ৰদান কৰি কৈছে যে, আল্লাহৰ শাস্তি য়ে তাক চোঁচা লৈছে আৰু নিকটৱৰ্তী হৈছে।
ثُمَّ أَوْلَىٰ لَكَ فَأَوْلَىٰٓ ﴿٣٥﴾
তাৰ পাছত আল্লাহে সেই কথাষাৰক গুৰুত্ব দিবলৈ পুনৰ উল্লে খ কৰিছে। সেয়ে তেওঁ কৈছেঃ (আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ।)
أَيَحْسَبُ ٱلْإِنسَـٰنُ أَن يُتْرَكَ سُدًى ﴿٣٦﴾
মানু হে ভাবিছে নেকি যে, আল্লাহে তাক চৰীয় তৰ অনু সাৰী নবনোৱাকৈ সোধাই এৰি দিব? ألم يك نطفة من م نى يمن
أَلَمْ يَكُ نُطْفَةًۭ مِّن مَّنِىٍّۢ يُمْنَىٰ ﴿٣٧﴾
মানু হ এটা সময় ত মাকৰগৰ্ভাশয় ত স্খলিত হোৱা বীৰ্যৰশুক্ৰানু ৰ টোপাল নাছিলনে? ثم كان علقةفخلق فسو
ثُمَّ كَانَ عَلَقَةًۭ فَخَلَقَ فَسَوَّىٰ ﴿٣٨﴾
তাৰপাছত সেইটোৰক্ত পিণ্ডত পৰিণত হৈছিল। তাৰপাছত আল্লাহে তাক সৃষ্টি কৰিছে আৰুসুঠাম কৰিছে তথাসম্পূৰ্ণ মানু হ বনাইছে।
فَجَعَلَ مِنْهُ ٱلزَّوْجَيْنِ ٱلذَّكَرَ وَٱلْأُنثَىٰٓ ﴿٣٩﴾
তেৱেঁই যোৰ যোৰকৈ নৰ-নাৰী বনাইছে। بلغ আল-কোৰআন · তাফছীৰ
أَلَيْسَ ذَٰلِكَ بِقَـٰدِرٍ عَلَىٰٓ أَن يُحْـِۧىَ ٱلْمَوْتَىٰ ﴿٤٠﴾
যিয়ে মানুহক এটোপাল বীৰ্যৰ পৰা, তাৰ পাছত ৰক্তপিণ্ডৰ পৰা সৃষ্টি কৰিছে, তেওঁ মৃত লোকসকলক হিচাপ-নিকাচ আৰু পৰিণাম বা প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম নহয় নে বাৰু? কিয় নহয় ,নিশ্চয় তেওঁ এইটোকৰিবলৈ পূৰ্ণসক্ষম। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে