يَـٰٓأَيُّهَا ٱلْمُدَّثِّرُ ﴿١﴾
হে বস্ত্ৰাবৃত ব্যক্তি! (অৰ্থাৎ হে নবীচাল্লাল্লাহু আলাইহি অছাল্লাম।) قم فأ نذر
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Muddaththir (74)
মক্কী · 56 আয়াত
يَـٰٓأَيُّهَا ٱلْمُدَّثِّرُ ﴿١﴾
হে বস্ত্ৰাবৃত ব্যক্তি! (অৰ্থাৎ হে নবীচাল্লাল্লাহু আলাইহি অছাল্লাম।) قم فأ نذر
قُمْ فَأَنذِرْ ﴿٢﴾
উঠক আৰু আল্লাহৰ শাস্তি ৰ পৰা সতৰ্ক কৰক। وربك فكبر
وَرَبَّكَ فَكَبِّرْ ﴿٣﴾
আৰুনিজপ্ৰ তিপালকৰশ্ৰে ষ্ঠত্বঘোষণাকৰক। وثيابك فطهر
وَثِيَابَكَ فَطَهِّرْ ﴿٤﴾
আৰু নিজকে গুনাহৰ পৰা পৱিত্ৰ কৰক, লগতে ময় লা-আৱৰ্জ নাৰ পৰা নিজৰ কাপোৰ পৱিত্ৰ ৰাখক।
وَٱلرُّجْزَ فَٱهْجُرْ ﴿٥﴾
আৰু মূ ৰ্তিসমূ হৰ পূজাৰ পৰা বিৰত থাকক। ولا تمنن تستكثر
وَلَا تَمْنُن تَسْتَكْثِرُ ﴿٦﴾
আৰু প্ৰতিপালকৰ ওচৰত এই বুলি অনু গ্ৰহ নিবিচাৰিব যে, আপুনি অধিক নেক আমল কৰিছে।
وَلِرَبِّكَ فَٱصْبِرْ ﴿٧﴾
সমস্যাৰ সন্মুখীন হ’লে আল্লাহৰ বাবে ধৈৰ্য্য ধাৰণ কৰক।
فَإِذَا نُقِرَ فِى ٱلنَّاقُورِ ﴿٨﴾
যেতিয়াশিঙাত দ্বি তীয় বাৰফুঁ দিয়াহ'ব। فذلك يومئذ يومعسير
فَذَٰلِكَ يَوْمَئِذٍۢ يَوْمٌ عَسِيرٌ ﴿٩﴾
এতেকে সেইদিৱসটো হ'ব, বহুত কঠি ন দিৱস।
عَلَى ٱلْكَـٰفِرِينَ غَيْرُ يَسِيرٍۢ ﴿١٠﴾
আল্লাহ আৰু তেওঁ ৰ ৰাছু লসকলক অস্বীকাৰকাৰী বিলাকৰ বাবে সহজ নহয় । بلغ আল-কোৰআন · তাফছীৰ ذرنىومن خلقت وحيدا
ذَرْنِى وَمَنْ خَلَقْتُ وَحِيدًۭا ﴿١١﴾
হে ৰাছু ল, মোক আৰু সেই ব্যক্তিক এৰি দিয় ক, যাক মই তাৰ মাকৰ গৰ্ভ ত অকলশৰীয়াকৈ সৃষ্টি কৰিছোঁ। তেতিয়া তাৰ কোনো ধন নাছিল, সন্তানো নাছিল। (ইয়াত অলীদ বিন মু গীৰাক উদ্দেশ্য কৰা হৈছে।) وجعلت له مالا ممدودا
وَجَعَلْتُ لَهُۥ مَالًۭا مَّمْدُودًۭا ﴿١٢﴾
যাক মই অত্যাধিক ধন-সম্পদ প্ৰদান কৰিছোঁ। وبنين شهودا
وَبَنِينَ شُهُودًۭا ﴿١٣﴾
আৰু মই তাক এনেকু ৱা পুত্ৰ দান কৰিছোঁ, যিসকলে সদায় তাৰ লগত উপস্থি ত থাকে আৰু সভা সমিতিত অংশগ্ৰ হণ কৰে। তাক কোনো ভ্ৰমণতে অকলে যাবনিদিয়ে ,কাৰণ তাৰওচৰত আছে প্ৰচু ৰধন-সম্পদ। ومهدت له تمهيدا
وَمَهَّدتُّ لَهُۥ تَمْهِيدًۭا ﴿١٤﴾
লগতে মই তাক সুখময় জীৱন,প্ৰচু ৰজীৱিকাআৰুসন্তান-সন্ত তি প্ৰদান কৰিছোঁ। ثم يطمع أن أزيد
ثُمَّ يَطْمَعُ أَنْ أَزِيدَ ﴿١٥﴾
সি মোৰ লগত কু ফু ৰী কৰাৰ পিছতো এই আশা কৰে যে, মই তাক আৰু অধিক প্ৰদান কৰিম। যদিও তাক মই বহুত দিছোঁ।
كَلَّآ ۖ إِنَّهُۥ كَانَ لِـَٔايَـٰتِنَا عَنِيدًۭا ﴿١٦﴾
বিষয় টো তেনেকু ৱা নহয় যিদৰে সি ভাবিছে। দৰাচলতে সি হৈছে আমাৰ ৰাছু লৰ প্ৰতি অৱতীৰ্ণ হোৱা আমাৰ আয়াতসমূহৰ শত্ৰু, আৰু সেইবোৰৰ অস্বীকাৰকাৰী। سأ رهقه صعودا
سَأُرْهِقُهُۥ صَعُودًا ﴿١٧﴾
শীঘ্ৰে ই মই তাক এনেকু ৱাবেদনাদায় ক শাস্তি ত নিক্ষেপ কৰিম। যিটোসি সহ্যকৰিবনোৱাৰিব। إ نه فكر وقد ر
إِنَّهُۥ فَكَّرَ وَقَدَّرَ ﴿١٨﴾
এই কাফিৰজন, যাক মই সকলো ধৰণৰ নিয়ামত প্ৰদান কৰিছোঁ, সি এই কোৰআনখনক ভুল প্ৰমান কৰিবলৈ কি ক’ব লাগে সেয়া চিন্তা কৰিছে, আৰু অন্ত ৰতসেইবিষয়ে নিৰ্ণয় কৰিছে। فقتل كيف قدر
فَقُتِلَ كَيْفَ قَدَّرَ ﴿١٩﴾
এতেকে তাৰপ্ৰ তি অভিসম্পাত হওক আৰুসি ধ্বংস হওক,সি কেনেকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে? ثم قتل كيف قدر
ثُمَّ قُتِلَ كَيْفَ قَدَّرَ ﴿٢٠﴾
আকৌতাৰপ্ৰ তি অভিশাপ হওক আৰুসি ধ্বংস হওক,সি কেনেকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে? بلغ আল-কোৰআন · তাফছীৰ ثم نظر
ثُمَّ نَظَرَ ﴿٢١﴾
তাৰ পাছত সি পুনৰ বিচাৰ কৰিলে, আৰু সি কোৱা কথাবোৰ ভাবি চিন্তি চালে। ثم عبس وبسر
ثُمَّ عَبَسَ وَبَسَرَ ﴿٢٢﴾
তাৰ পাছত যেতিয়া কোৰআনত কোনো ভু ল ধৰিবলৈ কোনো উপায় বিচাৰি নাপালে, তেতিয়া সি নিজৰ মু খখন বিকৃ ত কৰিলে আৰু ভ্ৰুঁ কোচ খোৱালে।
ثُمَّ أَدْبَرَ وَٱسْتَكْبَرَ ﴿٢٣﴾
তাৰ পাছত সি ঈমানৰ পৰা উভতিলে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনু সৰণৰ পৰা অহংকাৰ কৰিলে।
فَقَالَ إِنْ هَـٰذَآ إِلَّا سِحْرٌۭ يُؤْثَرُ ﴿٢٤﴾
তাৰ পাছত ক’লেঃ মু হাম্মদে লৈ অহা এই বাণী, আল্লাহৰ বাণী নহয় । বৰং এয়া হৈছে এক প্ৰকাৰ যাদু, যিটো আন কাৰোবাৰ পৰা নকল কৰিছে।
إِنْ هَـٰذَآ إِلَّا قَوْلُ ٱلْبَشَرِ ﴿٢٥﴾
এয়া আল্লাহৰ বাণী নহয় বৰং এইটো হৈছে মানু হৰ বাণী। سأص ليه سقر
سَأُصْلِيهِ سَقَرَ ﴿٢٦﴾
মই অনতিপলমে তাক জাহান্নামৰএটাস্থান অৰ্থাৎ ছাক্বাৰত নিক্ষেপ কৰিম,য'ত সি জ্বলি থাকিব।
وَمَآ أَدْرَىٰكَ مَا سَقَرُ ﴿٢٧﴾
হে মু হাম্মদ! আপোনাক কিহে জনাবযে ছাক্বাৰকি? لا تبقى ولا تذر
لَا تُبْقِى وَلَا تَذَرُ ﴿٢٨﴾
তাৰ ভিতৰত নিক্ষেপ কৰা কোনো বস্তু ৰ একোৱে অৱশিষ্ট নাথাকে বৰং নিঃশেষ কৰি পেলায় । আকৌ সি পূৰ্বৰ দৰে হ’ব, আকৌ তাক নিঃশেষ কৰা হ'ব। এই ধাৰাবাহিকতাচলিয়ে থাকিব। لو احة للبشر
لَوَّاحَةٌۭ لِّلْبَشَرِ ﴿٢٩﴾
এই জাহান্নামৰ জুইৰ উত্তাপ প্ৰচণ্ড, তাৰ ছাল বাৰে বাৰে জ্বলাই পেলাব আৰু বাৰে বাৰে পৰিৱৰ্ত ন কৰা হ’ব। عليها تسعة عشر
عَلَيْهَا تِسْعَةَ عَشَرَ ﴿٣٠﴾
ইয়াৰ(ছাক্বাৰৰ) তত্ত্বাৱধানত তথাসংৰক্ষণত নিযুক্ত আছে ঊনৈশজন ফিৰিস্তা। بلغ আল-কোৰআন · তাফছীৰ
وَمَا جَعَلْنَآ أَصْحَـٰبَ ٱلنَّارِ إِلَّا مَلَـٰٓئِكَةًۭ ۙ وَمَا جَعَلْنَا عِدَّتَهُمْ إِلَّا فِتْنَةًۭ لِّلَّذِينَ كَفَرُوا۟ لِيَسْتَيْقِنَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ وَيَزْدَادَ ٱلَّذِينَ ءَامَنُوٓا۟ إِيمَـٰنًۭا ۙ وَلَا يَرْتَابَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ وَٱلْمُؤْمِنُونَ ۙ وَلِيَقُولَ ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌۭ وَٱلْكَـٰفِرُونَ مَاذَآ أَرَادَ ٱللَّهُ بِهَـٰذَا مَثَلًۭا ۚ كَذَٰلِكَ يُضِلُّ ٱللَّهُ مَن يَشَآءُ وَيَهْدِى مَن يَشَآءُ ۚ وَمَا يَعْلَمُ جُنُودَ رَبِّكَ إِلَّا هُوَ ۚ وَمَا هِىَ إِلَّا ذِكْرَىٰ لِلْبَشَرِ ﴿٣١﴾
ى আৰু আমি জাহান্নামৰ ৰক্ষক হিচাপে কেৱল ফিৰিস্তাসকলকেই নিযুক্ত কৰিছোঁ। যাৰ সৈতে প্ৰতিদ্ব ন্দি তা কৰাৰ ক্ষমতা মানু হৰ নাই। আমি তেওঁ লোকৰ এই সংখ্যা কেৱল আল্লাহক অস্বীকাৰ কৰা লোকসকলক পৰীক্ষা কৰিবলৈহে নিৰ্ধাৰণ কৰিছোঁ। যাতে সিহঁ তে এইবোৰ শুনি বিৰূপ মন্ত ব্যকৰে আৰু সিহঁ তৰ শাস্তি বৃদ্ধি হৈ থাকে। যিসকল ইয়াহুদীক তাওৰাত দিয়া হৈছিল আৰু যিসকল খ্ৰীষ্টানক ইঞ্জিল দিয়া হৈছিল, কোৰআনৰ জৰিয় তে যাতে সিহঁ তৰ কিতাপসমূহৰ সত্যতাৰ প্ৰতি বিশ্বাস আহে। ইয়াহুদী, খ্ৰীষ্টানসকলৰ সহমতৰ পাছত মুমিনসকলৰ বিশ্বাস অধিক বৃদ্ধি হয় । ইয়াহুদী, খ্ৰীষ্টান আৰু মুমিনসকলে যাতে কোনো সন্দে হত লিপ্ত নহয় , আৰু যাতে কাফিৰ আৰু মুৰতাদ বিলাকে কয়ঃ আল্লাহ এই বিচিত্ৰ সংখ্যাৰে ( ঊনৈশ) কি বুজাব বিচাৰিছে? যিদৰে এই সংখ্যাৰে অস্বীকাৰকাৰী বিলাকক পথভ্ৰ ষ্টকৰা হৈছে আৰু ইয়াৰ স্বীকাৰকাৰীসকলক হিদায় ত দিয়া হৈছে, তেনেদৰে আল্লাহে যাক পথভ্ৰ ষ্টকৰিব বিচাৰে তাক পথভ্ৰ ষ্টকৰে, আৰু যাক হিদায় ত দিব বিচাৰে তাক হিদায় ত দিয়ে । (হে নবী) আপোনাৰ প্ৰতিপালকৰ সৈন্যবাহিনীৰ সংখ্যা তেওঁ ৰ বাহিৰে আন কোনেও নাজানে। জাহান্নাম হৈছে মানু হৰ বাবে শিক্ষা-সামগ্ৰী বিষয় , যাৰ পৰা সিহঁ তে আল্লাহৰ মহানতাৰ অনু মান কৰিব পাৰে।
كَلَّا وَٱلْقَمَرِ ﴿٣٢﴾
কথাষাৰতেনেকু ৱা নহয় যিদৰেকিছু মান মু শ্বৰিকে ভাবিছে যে,জাহান্নামৰসংৰক্ষণত নিযুক্ত ফিৰিস্তাসকলক পৰাস্ত কৰিবলৈ সিহঁ তেই যথেষ্ট । আল্লাহে চন্দ্ৰ ৰশপত খাই এই কথাৰবিৰোধিতাকৰিছে।
وَٱلَّيْلِ إِذْ أَدْبَرَ ﴿٣٣﴾
আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া দিনৰ কিৰণ উঠি অহাৰ লগে লগে ই গুচি যায় ।
وَٱلصُّبْحِ إِذَآ أَسْفَرَ ﴿٣٤﴾
প্ৰভাতৰ শপত কৰিছে, যেতিয়া ই ভালদৰে আলোকোজ্জ্বল হয় ।
إِنَّهَا لَإِحْدَى ٱلْكُبَرِ ﴿٣٥﴾
(এইবোৰ শপত খোৱাৰ পাছত) বহুত ডাঙৰ পৰীক্ষাসমূ হৰ ভিতৰত জাহান্নামৰ অগ্নিৰ শাস্তি হৈছে অন্যতম। نذيرا للبشر
نَذِيرًۭا لِّلْبَشَرِ ﴿٣٦﴾
মানু হক ভয় -ভীতি দেখুৱাবলৈ।
لِمَن شَآءَ مِنكُمْ أَن يَتَقَدَّمَ أَوْ يَتَأَخَّرَ ﴿٣٧﴾
হে মানৱজাতি! (এই সতৰ্ক বাণী) তোমালোকৰমাজৰপ্ৰ ত্যেক সেই ব্যক্তি ৰবাবে,যিয়ে ঈমান আৰুসত্ কৰ্মৰজৰিয় তে আগবাঢ়ি ববিচাৰে,অথবাকু ফু ৰী কৰি তথা অবাধ্য হৈ পাপকৰ্মৰ জৰিয় তে পিছু ৱাব বিচাৰে। بلغ আল-কোৰআন · তাফছীৰ كل نفسبما كسبت رهينة
كُلُّ نَفْسٍۭ بِمَا كَسَبَتْ رَهِينَةٌ ﴿٣٨﴾
প্ৰত্যেক প্ৰাণীকেই তাৰ কৰ্ম অনুসাৰে জবাবদিহি কৰা হ’ব। ইয়াৰ ফলত হয় তো তাৰ কৰ্মই তাক ধ্বংস কৰি পেলাব, নাইবা তাক ধ্বংসৰ পৰা ৰক্ষা কৰিব।
إِلَّآ أَصْحَـٰبَ ٱلْيَمِينِ ﴿٣٩﴾
মু মিনসকলৰ বাহিৰে, কিয় নো তেওঁ লোকক গুনাহৰ বাবে কৰায় ত্তকৰা নহ'ব। তেওঁ লোকে কৰা সত্ কৰ্মৰ বাবে তেওঁ লোকক ৰেহাই দিয়া হ'ব।
فِى جَنَّـٰتٍۢ يَتَسَآءَلُونَ ﴿٤٠﴾
কিয়ামতৰ দিনা তেওঁ লোকে জান্নাতত প্ৰৱেশ কৰিব, আৰু তাত তেওঁ লোকে ইজনে সিজনক সুধিব,
عَنِ ٱلْمُجْرِمِينَ ﴿٤١﴾
সেইবিলাক কাফিৰৰবিষয়ে , যিসকলে গুনাহত লিপ্ত হৈ নিজকে ধ্বংস কৰিছে। ما سلككم فى سقر
مَا سَلَكَكُمْ فِى سَقَرَ ﴿٤٢﴾
তেওঁ লোকে সিহঁ তক সুধিবঃকিহে তোমালোকক জাহান্নামত প্ৰৱেশ কৰাইছে?
قَالُوا۟ لَمْ نَكُ مِنَ ٱلْمُصَلِّينَ ﴿٤٣﴾
সেই কাফিৰবিলাকে তেওঁলোকক এই বুলি উত্তৰ দি ক’বঃ আমি তেওঁলোকৰ অন্ত ৰ্ভু ক্তনাছিলোঁ যিসকলে পাৰ্থিৱ জীৱনত ফৰজ ছালাতসমূহ আদায় কৰি আছিল।
وَلَمْ نَكُ نُطْعِمُ ٱلْمِسْكِينَ ﴿٤٤﴾
আৰু আমি দুখীয়াক আল্লাহে দিয়া আমাৰ ধন-সম্পদৰ পৰা আহাৰ কৰোৱা নাছিলোঁ।
وَكُنَّا نَخُوضُ مَعَ ٱلْخَآئِضِينَ ﴿٤٥﴾
আৰু আমি সকলো ক্ষেত্ৰতে বাতিল পন্থীৰ লগত যোগ দিছিলোঁ আৰু পথভ্ৰ ষ্টতথা পথচ্যুত হোৱা লোকৰ সৈতে বেহুদা আলোচনাত মগ্ন আছিলোঁ।
وَكُنَّا نُكَذِّبُ بِيَوْمِ ٱلدِّينِ ﴿٤٦﴾
আৰুআমি প্ৰতিদান দিৱসক অস্বীকাৰকৰিছিলোঁ।
حَتَّىٰٓ أَتَىٰنَا ٱلْيَقِينُ ﴿٤٧﴾
মৃ ত্যুলৈকে অস্বীকাৰৰ এই ধাৰাবাহিকতা চলি আছিল, আৰু আমি চিৰকালৰ বাবে তাওবাৰ পৰা বঞ্চিত হৈছিলোঁ। بلغ আল-কোৰআন · তাফছীৰ
فَمَا تَنفَعُهُمْ شَفَـٰعَةُ ٱلشَّـٰفِعِينَ ﴿٤٨﴾
এতেকে ফিৰিস্তা, নবী আৰু সদাচাৰীসকলৰ ছু পাৰিছে ক্বি য়ামতৰ দিনা সিহঁ তৰ কোনো উপকাৰ নকৰিব। কিয় নো আল্লাহৰ ওচৰত ছু পাৰিছ গ্ৰহণ হ'বলৈ হ'লে,আল্লাহে সেই বান্দাৰপ্ৰ তি সন্তু ষ্টহ'বলাগিব,যাৰবাবেছু পাৰিছ কৰাহৈছে।
فَمَا لَهُمْ عَنِ ٱلتَّذْكِرَةِ مُعْرِضِينَ ﴿٤٩﴾
এই কাফিৰ বিলাকক কিহে কোৰআনৰ পৰা বিমু খ কৰিছে? كأن هم حمر مستنفرة
كَأَنَّهُمْ حُمُرٌۭ مُّسْتَنفِرَةٌۭ ﴿٥٠﴾
সিহঁ তৰ কোৰআনৰ পৰা বিমু খতা আৰু পলায় ন এনেকু ৱা লাগে যেনিবা ভীতিগ্ৰ তস্ হৈ পলায় ন কৰা বনৰীয়া গাধ। فرت من قسورة
فَرَّتْ مِن قَسْوَرَةٍۭ ﴿٥١﴾
যিবোৰেসিংহৰভয় ত পলায় ণ কৰে।
بَلْ يُرِيدُ كُلُّ ٱمْرِئٍۢ مِّنْهُمْ أَن يُؤْتَىٰ صُحُفًۭا مُّنَشَّرَةًۭ ﴿٥٢﴾
বৰং এই মুশ্বৰিক বিলাকৰ মাজত প্ৰত্যেক ব্যক্তিয়ে বিচাৰে যে, তাৰ মূৰৰ ওচৰত এখন খোলা কিতাপ হওক যিয়ে সিহঁ তক ক’ব যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছু ল। সিহঁ তৰ এই ধাৰণা উপযুক্ত প্ৰমাণাদি কম বা দলিল দুৰ্বল হোৱাৰ কাৰণে নহয় , বৰং ইয়াৰ মূল কাৰণ হৈছে বিদ্বে ষ আৰুঅহংকাৰ।
كَلَّا ۖ بَل لَّا يَخَافُونَ ٱلْـَٔاخِرَةَ ﴿٥٣﴾
বিষয় টো তেনেকু ৱা নহয় । বৰংসিহঁ তে পথভ্ৰ ষ্টতাৰফালে ধাৱিত হোৱাৰকাৰণে এনেকু ৱা ধাৰণা পোষণ কৰে, লগতে সিহঁ তে আখিৰাতৰশাস্তি ৰপ্ৰ তিও বিশ্বাস পোষণ নকৰে। সেই কাৰণেই সিহঁ তে কু ফু ৰীৰওপৰত অটল হৈ আছে।
كَلَّآ إِنَّهُۥ تَذْكِرَةٌۭ ﴿٥٤﴾
শুনা! এই কোৰআন হৈছে এটাউপদেশ শিক্ষাআৰুস্মৃতি।
فَمَن شَآءَ ذَكَرَهُۥ ﴿٥٥﴾
এতেকে যিয়ে কোৰআন পঢ়ি ব বিচাৰে আৰু তাৰ পৰা উপদেশ গ্ৰহণ কৰিব বিচাৰে, তেওঁ সেয়া পঢ়া উচিত আৰু উপদেশ গ্ৰহণ কৰা উচিত।
وَمَا يَذْكُرُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ ۚ هُوَ أَهْلُ ٱلتَّقْوَىٰ وَأَهْلُ ٱلْمَغْفِرَةِ ﴿٥٦﴾
আল্লাহে যেতিয়াইচ্ছাকৰিবতেতিয়াহে সিহঁ তে উপদেশ গ্ৰহণ কৰিবপাৰিব। তেৱেঁই একমাত্ৰসেই পৱিত্ৰউপযুক্ত সত্তা,যাৰআদেশ পালন কৰিবলাগে আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিব লাগে। তেৱেঁই সেই সত্তা, যাৰ ওচৰত বান্দাসকলে ক্ষমা প্ৰাৰ্থনা কৰিলে, তেওঁ বান্দাসকলক ক্ষমা কৰি দিয়ে । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে