يَـٰٓأَيُّهَا ٱلْمُزَّمِّلُ ﴿١﴾
হে বস্ত্ৰাবৃত ব্যক্তি! (অৰ্থাৎ হে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম।)
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Muzzammil (73)
মক্কী · 20 আয়াত
يَـٰٓأَيُّهَا ٱلْمُزَّمِّلُ ﴿١﴾
হে বস্ত্ৰাবৃত ব্যক্তি! (অৰ্থাৎ হে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম।)
قُمِ ٱلَّيْلَ إِلَّا قَلِيلًۭا ﴿٢﴾
কিছু অংশৰ বাহিৰে ৰাতিত ছালাত আদায় কৰক।
نِّصْفَهُۥٓ أَوِ ٱنقُصْ مِنْهُ قَلِيلًا ﴿٣﴾
যদি আপুনি ইচ্ছাকৰে অৰ্দ্ধে কৰাতিৰ পৰাছালাত আদায় কৰক। অথবাতাতোকৈকম সময় ছালাত আদায় কৰক,ৰাতিৰ তৃ তীয়াংশলৈকে।
أَوْ زِدْ عَلَيْهِ وَرَتِّلِ ٱلْقُرْءَانَ تَرْتِيلًا ﴿٤﴾
অথবা তাতোকৈ বেছি সময় ছালাত আদায় কৰক, ৰাতিৰ দুই তৃ তীয়াংশলৈকে। লগতে কোৱা হৈছে, যেতিয়া কোৰআন পঢ়ি ব তেতিয়া স্পষ্ট ভাৱে ধীৰে ধীৰে তিলাৱত কৰিব। إنا سنلقى عليك قولا ثقيلا
إِنَّا سَنُلْقِى عَلَيْكَ قَوْلًۭا ثَقِيلًا ﴿٥﴾
হে ৰাছু ল! আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিম। ই হৈছে একগধুৰ বাণী। কিয় নো তাৰ ভিতৰত আছে ফৰজ বিধান,দণ্ডবিধি,বিভিন্ন বিধি-বিধান আৰু শিষ্টাচাৰ আদিৰ উল্লে খ।
إِنَّ نَاشِئَةَ ٱلَّيْلِ هِىَ أَشَدُّ وَطْـًۭٔا وَأَقْوَمُ قِيلًا ﴿٦﴾
নিশ্চয় ৰাতিৰ সময় হৈছে তিলাৱাতৰ বাবে অন্ত ৰৰ প্ৰতি প্ৰভাৱ পেলোৱাৰ অনুকূ ল সময় । এই সময় ছোৱাৰে অভ্যাসে সঠি ককথাকোৱাত সহায় কৰে।
إِنَّ لَكَ فِى ٱلنَّهَارِ سَبْحًۭا طَوِيلًۭا ﴿٧﴾
নিশ্চয় দিনৰ ভাগত আপোনাৰ বহুতোকাম কৰিব লগীয়াথাকে,যাৰ কাৰণে আপুনি কোৰআন পঢ়ি বলৈ অৱকাশ নাপায় । সেয়ে হে ৰাতিত ছালাত আদায় কৰক।
وَٱذْكُرِ ٱسْمَ رَبِّكَ وَتَبَتَّلْ إِلَيْهِ تَبْتِيلًۭا ﴿٨﴾
আৰু আল্লাহকবিভিন্ন ধৰণৰ আজকাৰৰ জৰিয় তে স্মৰণ কৰক। সকলোৰে পৰাসম্পৰ্ক হীন হৈ একনিষ্ঠ ভাৱে আল্লাহৰ হৈ যাওক। অৰ্থাৎ একমাত্ৰ আল্লাহৰেই ইবাদত কৰক। بلغ আল-কোৰআন · তাফছীৰ
رَّبُّ ٱلْمَشْرِقِ وَٱلْمَغْرِبِ لَآ إِلَـٰهَ إِلَّا هُوَ فَٱتَّخِذْهُ وَكِيلًۭا ﴿٩﴾
তেৱেঁই সূৰ্যোদয় ৰ স্থান আৰু সূৰ্য্য অস্ত যোৱাস্থানৰ প্ৰতিপালক। তেওঁ ৰ বাহিৰে আন কোনোসত্য উপাস্য নাই। সেয়ে হে তেওঁ কেই কৰ্মবিধায় ক হিচাপে গ্ৰহণ কৰি সকলো কামতে তেওঁ ৰ প্ৰতি ভৰসা কৰক।
وَٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَٱهْجُرْهُمْ هَجْرًۭا جَمِيلًۭا ﴿١٠﴾
অস্বীকাৰকাৰী বিলাকৰ উপহাস তথা গালিৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰক। সিহঁতৰ প্ৰতি প্ৰতিশোধ লোৱাৰ ভাৱনাৰ পৰা মুক্ত হৈ অকলশৰীয়া হৈ থাকক।
وَذَرْنِى وَٱلْمُكَذِّبِينَ أُو۟لِى ٱلنَّعْمَةِ وَمَهِّلْهُمْ قَلِيلًا ﴿١١﴾
আৰু পৃথিৱীৰ বিলাসিতাত লিপ্ত অস্বীকাৰকাৰী বিলাকক কোনো কেৰেপ নকৰিব। মোক আৰু সিহঁতক নিজৰ নিজৰ অৱস্থাত এৰি দিয় ক। সিহঁ তৰ বিষয়ে অকণমান অপেক্ষাকৰক। সিহঁ তৰ নিৰ্ধাৰিত সময় অহালৈকে।
إِنَّ لَدَيْنَآ أَنكَالًۭا وَجَحِيمًۭا ﴿١٢﴾
নিশ্চয় আমাৰ ওচৰত আছে গধুৰ শিকলিসমূহ আৰু লেলিহান জুই, وطعاما ذا غص ة وعذابا أليما
وَطَعَامًۭا ذَا غُصَّةٍۢ وَعَذَابًا أَلِيمًۭا ﴿١٣﴾
আৰু আছে অতিৰিক্ত হিচাপেডিঙিতবিন্ধাকাইটযুক্ত খাদ্য আৰু যন্ত্ৰ ণাদায় কশাস্তি আছে।
يَوْمَ تَرْجُفُ ٱلْأَرْضُ وَٱلْجِبَالُ وَكَانَتِ ٱلْجِبَالُ كَثِيبًۭا مَّهِيلًا ﴿١٤﴾
এই শাস্তি কাফিৰ বিলাকক সিদিনা দিয়া হ’ব যিদিনাখন পৃথিৱী আৰু পৰ্বতসমূহ কঁপিবলৈ ধৰিব। পৰিস্থি তি ইমান ভয়াৱহ হ’ব যে, পৰ্বতসমূহ বিক্ষিপ্ত বালিময় হৈপ্ৰ বাহিতহ’ব।
إِنَّآ أَرْسَلْنَآ إِلَيْكُمْ رَسُولًۭا شَـٰهِدًا عَلَيْكُمْ كَمَآ أَرْسَلْنَآ إِلَىٰ فِرْعَوْنَ رَسُولًۭا ﴿١٥﴾
নিশ্চয় আমি তোমালোকৰ প্ৰতি এজন ৰাছুল প্ৰে ৰণ কৰিছোঁ, যিয়ে ক্বি য়ামতৰ দিনা তোমালোকৰ কৰ্মসমূহৰ সাক্ষী প্ৰদান কৰিব। যেনেকৈ ফিৰআউনৰ ওচৰলৈ এজন ৰাছু ল অৰ্থাৎ মুছাআলাইহিচ্ছালামকপ্ৰে ৰণ কৰিছিলোঁ।
فَعَصَىٰ فِرْعَوْنُ ٱلرَّسُولَ فَأَخَذْنَـٰهُ أَخْذًۭا وَبِيلًۭا ﴿١٦﴾
এতেকেফিৰআউনে তাৰ প্ৰতিপালকেপ্ৰে ৰণ কৰাৰাছু লকঅমান্য কৰিছিল। ফলত আমি তাককঠোৰ শাস্তি প্ৰদান কৰি সাগৰত ডু বাই দিছিলোঁ। পৰকালত আমি তাক প্ৰদান কৰিম অগ্নিৰ শাস্তি । গতিকে তোমালোকে নিজৰ ৰাছুলক অমান্য নকৰিবা। অন্যথা তোমালোকেও তেনেকু ৱাই শাস্তি ৰ সন্মুখীন হ’ব লাগিব। بلغ আল-কোৰআন · তাফছীৰ
فَكَيْفَ تَتَّقُونَ إِن كَفَرْتُمْ يَوْمًۭا يَجْعَلُ ٱلْوِلْدَٰنَ شِيبًا ﴿١٧﴾
এতেকে যদি তোমালোকে আল্লাহৰ সৈতে কু ফু ৰী কৰা আৰু ৰাছু লক অস্বীকাৰ কৰা, তেন্তে সেই কঠোৰ আৰু সুদীৰ্ঘ দিনৰ পৰা কেনেকৈ নিজকে ৰক্ষাকৰিবা। যাৰ ভয়াৱহতাআৰু কঠোৰতাৰ ফলত শিশু সকলৰোচু লি পকিযাব।
ٱلسَّمَآءُ مُنفَطِرٌۢ بِهِۦ ۚ كَانَ وَعْدُهُۥ مَفْعُولًا ﴿١٨﴾
সিদিনাৰ ভয়াৱহতাৰ ফলত আকাশ ফাঁটি যাব আৰু আল্লাহৰ প্ৰতিশ্ৰুতি যিকোনোউপায়ে বাস্ত বায়ি ত হ'ব।
إِنَّ هَـٰذِهِۦ تَذْكِرَةٌۭ ۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ سَبِيلًا ﴿١٩﴾
নিশ্চয় এই উপদেশ, যাৰ ভিতৰত ক্বি য়ামত দিৱসৰ ভয়াৱহতাৰ কথা উল্লে খ আছে, এক স্মৃতি, যাৰ পৰা মুমিনসকলে উপকৃ ত হয় । গতিকে যিয়ে নিজ প্ৰতিপালকলৈ পৌঁচাৰ পথ অৱলম্ব ন কৰিব বিচাৰে,সি অৱলম্ব ন কৰাউচিত।
۞ إِنَّ رَبَّكَ يَعْلَمُ أَنَّكَ تَقُومُ أَدْنَىٰ مِن ثُلُثَىِ ٱلَّيْلِ وَنِصْفَهُۥ وَثُلُثَهُۥ وَطَآئِفَةٌۭ مِّنَ ٱلَّذِينَ مَعَكَ ۚ وَٱللَّهُ يُقَدِّرُ ٱلَّيْلَ وَٱلنَّهَارَ ۚ عَلِمَ أَن لَّن تُحْصُوهُ فَتَابَ عَلَيْكُمْ ۖ فَٱقْرَءُوا۟ مَا تَيَسَّرَ مِنَ ٱلْقُرْءَانِ ۚ عَلِمَ أَن سَيَكُونُ مِنكُم مَّرْضَىٰ ۙ وَءَاخَرُونَ يَضْرِبُونَ فِى ٱلْأَرْضِ يَبْتَغُونَ مِن فَضْلِ ٱللَّهِ ۙ وَءَاخَرُونَ يُقَـٰتِلُونَ فِى سَبِيلِ ٱللَّهِ ۖ فَٱقْرَءُوا۟ مَا تَيَسَّرَ مِنْهُ ۚ وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ وَأَقْرِضُوا۟ ٱللَّهَ قَرْضًا حَسَنًۭا ۚ وَمَا تُقَدِّمُوا۟ لِأَنفُسِكُم مِّنْ خَيْرٍۢ تَجِدُوهُ عِندَ ٱللَّهِ هُوَ خَيْرًۭا وَأَعْظَمَ أَجْرًۭا ۚ وَٱسْتَغْفِرُوا۟ ٱللَّهَ ۖ إِنَّ ٱللَّهَ غَفُورٌۭ رَّحِيمٌۢ ﴿٢٠﴾
ى و ء و ه হে ৰাছুল, নিশ্চয় আপোনাৰ প্ৰতিপালকে জানে যে, আপুনি কেতিয়াবা ৰাতিৰ দুই তৃতীয়াংশতকৈ কিছু কম সময় ত ছালাতত থিয় হৈ থাকে, কেতিয়াবাঅৰ্দ্ধে কৰাতিত,আৰু কেতিয়াবাএকতৃ তীয়াংশত। মুমিনসকলৰ এটাদলেও আপোনাৰ সৈতে ছালাতত থিয় হয় । মহান আল্লাহেই দিন আৰু ৰাতি নিৰ্ধাৰণ কৰে আৰু তাৰ সময় গণনাকৰি ৰাখে। তেওঁ জানে যে আপুনি ৰাতিৰ সঠি কসময় ৰ হিচাপৰাখিব নোৱাৰে। সেয়ে হে উদ্দেশ্য পালন কৰিবলৈ বেছি সময় ছালাতত থিয় হৈ পাৰ কৰাকঠি ন হয় । গতিকেতেওঁ আপোনাৰ প্ৰতি দয়াকৰিছে। এতিয়াৰাতিত যিমান সময় লৈকে আপোনাৰ বাবে সহজ হয় ছালাত আদায় কৰি অতিবাহিত কৰক। হে মুমিনসকল, তোমালোকৰ মাজত হয় তো কোনোবা বেমাৰী আছে, যাক বেমাৰে কষ্ট বাঅশান্তি দি আছে,তথাআন কিছু মানে জীৱিকাৰ অনুসন্ধানত আছে,আৰু আন কিছু মানে আল্লাহৰ সন্তু ষ্টি প্ৰাপ্তি ৰ বাবে আৰু তেওঁ ৰ বাণীউচ্চ কৰাৰ বাবে কাফিৰসকলৰ সৈতে যুদ্ধ কৰি আছে। এতেকেএইসকলৰ বাবে ৰাতিত ছালাত আদায় কৰাকঠি ন হ’ব। সেয়ে হে ৰাতিত যিমানখিনি আদায় কৰিবলৈ সহজ হয় আদায় কৰি লোৱা। তোমালোকেফৰজ ছালাতসমূহ সম্পূৰ্ণভাৱে আদায় কৰা,আৰু নিজৰ ধন-সম্পদৰ যাকাত দিয়া আৰু নিজৰ ধনৰ পৰা কিছু অংশ আল্লাহৰ পথত ব্যয় কৰা। তোমালোকে নিজৰ বাবে যি কল্যাণেই আগবঢ়াবা, সেয়া তাতোকৈ অধিক ডাঙৰ প্ৰতিফল হিচাপে লাভ কৰিবা। আল্লাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে, তেওঁ লোকৰ প্ৰতিতেওঁ অত্যন্ত দয়ালু। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে