মুখ্য পৃষ্ঠাতাফছীৰAl-Jinn (72)

তাফছীৰ Al-Jinn (72) — الجن

মক্কী · 28 আয়াত

পঢ়ক · শুনকPDF ফাইল

قُلْ أُوحِىَ إِلَىَّ أَنَّهُ ٱسْتَمَعَ نَفَرٌۭ مِّنَ ٱلْجِنِّ فَقَالُوٓا۟ إِنَّا سَمِعْنَا قُرْءَانًا عَجَبًۭا ﴿١﴾

হে নবী, আপুনি আপোনাৰ উম্মতক কৈ দিয় কঃ মোৰ প্ৰতি অহী অৱতীৰ্ণ হৈছে যে, জিনসকলৰ এটা দলে নাখলা নামক ঠাইত মোৰ পৰা কোৰআন শুনিছে। ফলত সিহঁ তে নিজৰ জাতিৰ ফালে ওভতি গৈ কৈছেঃ আমি এক এনেকু ৱা পঠি ত বাণী শুনিছোঁ, যিটো অতি বিস্ময় কৰ আৰু সুবোধগম্য।

يَهْدِىٓ إِلَى ٱلرُّشْدِ فَـَٔامَنَّا بِهِۦ ۖ وَلَن نُّشْرِكَ بِرَبِّنَآ أَحَدًۭا ﴿٢﴾

এই বাণী, যিটো আমি শুনিছোঁ সেইটো আস্থা, কথন আৰু কৰ্মৰ ক্ষেত্ৰত সঠি ক আৰু যথোচিত বুলি প্ৰমাণিত। গতিকে আমি ইয়াৰ প্ৰতি ঈমান আনিছোঁ, আৰু আমি কাকো আমাৰ প্ৰতিপালকৰ সৈতে অংশীদাৰ স্থাপন নকৰোঁ।

وَأَنَّهُۥ تَعَـٰلَىٰ جَدُّ رَبِّنَا مَا ٱتَّخَذَ صَـٰحِبَةًۭ وَلَا وَلَدًۭا ﴿٣﴾

আৰু আমি এই কথাৰ প্ৰতিও ঈমান আনিছোঁ যে, আমাৰ প্ৰতিপালকৰ (তেওঁৰ মহিমা আৰু প্ৰতাপ অতি মহান) কোনো স্ত্ৰী, সন্তান আদি একো নাই। যিদৰে মু শ্বৰিকসকলে ইয়াৰ পৰিপন্থী আস্থা পোষণ কৰে।

وَأَنَّهُۥ كَانَ يَقُولُ سَفِيهُنَا عَلَى ٱللَّهِ شَطَطًۭا ﴿٤﴾

আৰু ইবলিছে আল্লাহ সম্পৰ্কে বহুতো অবাস্ত ৱ তথা অসত্য কথা কৈছিল। অৰ্থাৎ তেওঁ ৰ সৈতে স্ত্ৰী আৰু সন্তানৰ সম্বন্ধ সংযোগ কৰিছিল।

وَأَنَّا ظَنَنَّآ أَن لَّن تَقُولَ ٱلْإِنسُ وَٱلْجِنُّ عَلَى ٱللَّهِ كَذِبًۭا ﴿٥﴾

আৰু আমি ভাবিছিলোঁ যে, মু শ্বৰিক জিন আৰু মানু হে কোৱা কথাষাৰ কেতিয়াও মিছা হ’ব নোৱাৰে, যেতিয়া সিহঁ তে কৈছিল যে, আল্লাহৰ স্ত্ৰী আৰু সন্তান আছে। এই কাৰণেই আমি সিহঁ তৰ পথৰ অনু কৰণ কৰি সিহঁ তৰ কথাক সত্য বুলি ভাবিছিলোঁ।

وَأَنَّهُۥ كَانَ رِجَالٌۭ مِّنَ ٱلْإِنسِ يَعُوذُونَ بِرِجَالٍۢ مِّنَ ٱلْجِنِّ فَزَادُوهُمْ رَهَقًۭا ﴿٦﴾

আৰুঅজ্ঞতা যুগত কিছু মান লোকে যেতিয়া কোনো ভয়াৱহ ঠাইত অৱতৰণ কৰিছিল তেতিয়া সিহঁ তে কিছু মান জিনৰআশ্ৰ য় বিচাৰিকৈছিলঃমই এই ঠাইৰ নেতা জিনৰ আশ্ৰ য় বিচাৰোঁ, সেইসকল অজ্ঞ জিনৰ পৰা যিবোৰ ইয়াত বিচৰণ কৰে। এইদৰে সেই লোকসকলে জিনৰ সাহস বৃদ্ধি কৰি দিছিল।

وَأَنَّهُمْ ظَنُّوا۟ كَمَا ظَنَنتُمْ أَن لَّن يَبْعَثَ ٱللَّهُ أَحَدًۭا ﴿٧﴾

হে জিনসকল! যিদৰে তোমালোকে ভাবিছিলা তেনেদৰে মানৱসকলেও ভাবিছিল যে, আল্লাহে কাৰো মৃ্ ত্যুৰ পিছত হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে কেতিয়াও পুনৰুত্থিত নকৰিব।

وَأَنَّا لَمَسْنَا ٱلسَّمَآءَ فَوَجَدْنَـٰهَا مُلِئَتْ حَرَسًۭا شَدِيدًۭا وَشُهُبًۭا ﴿٨﴾

আৰু আমি আকাশৰখবৰল’বলৈ প্ৰয়াস কৰিছিলোঁ। কিন্তু আমি আকাশত ফিৰিস্তাসকলৰমজবুত প্ৰহৰী নিৰ্ধাৰিত কৰা দেখা পালোঁ। যিসকলে এই কাৰণে পহৰা দি আছে যে, যাতে কোনেও চু ৰকৈ গোপনভাৱে কোনো কথা শ্ৰৱণ কৰিব নোৱাৰে, যিটো আমি কৰি আছিলোঁ। আমি দেখা পালোঁ আকাশক উল্কাপিণ্ডৰে ভৰাই ৰখা হৈছে। আকাশৰ ওচৰলৈ যোৱা সকলৰ প্ৰতি সেইবোৰ নিক্ষেপ কৰা হয় । بلغ আল-কোৰআন · তাফছীৰ

وَأَنَّا كُنَّا نَقْعُدُ مِنْهَا مَقَـٰعِدَ لِلسَّمْعِ ۖ فَمَن يَسْتَمِعِ ٱلْـَٔانَ يَجِدْ لَهُۥ شِهَابًۭا رَّصَدًۭا ﴿٩﴾

আৰুআমি আগতে আকাশত স্থান বাচনি কৰিলৈছিলোঁ আৰুতাত ফিৰিস্তাসকলৰমাজত আদান-প্ৰদান হোৱা খবৰসমূ হ শুনিছিলোঁ আৰুপৃথিৱীত থকা জ্যোতিষিক সেইবোৰ অৱগত কৰিছিলোঁ। কিন্তু এতিয়া পৰিস্থি তি পৰিৱৰ্ত ন হৈছে। এতিয়া যিয়ে শুনিবলৈ প্ৰয়াস কৰে সি এনেকু ৱা লেলিহান জুইৰ সন্মুখীন হ’বলগীয়া হয় , যিটো তাৰ বাবে প্ৰস্তু ত কৰি ৰখা হৈছে। সি যেতিয়াই তাৰ ওচৰলৈ যায় , সেই লেলেহান জুই তাৰ প্ৰতি নিক্ষেপ কৰা হয় , ফলত সি ভস্মিভূ ত হৈ যায় ।

وَأَنَّا لَا نَدْرِىٓ أَشَرٌّ أُرِيدَ بِمَن فِى ٱلْأَرْضِ أَمْ أَرَادَ بِهِمْ رَبُّهُمْ رَشَدًۭا ﴿١٠﴾

আৰু আমি নাজানো এই কঠোৰ প্ৰহৰী দিয়াৰ কাৰণ কি। ইয়াৰ দ্বাৰা পৃথিৱীবাসীসকলৰ অমঙ্গল বিচৰা হৈছে নেকি, নে আল্লাহে সিহঁ তৰ বাবে মঙ্গল বিচাৰিছে? কিয় নো আকাশৰ খবৰৰ সম্পৰ্ক আমাৰ পৰা বিচ্ছন্ন হৈছে।

وَأَنَّا مِنَّا ٱلصَّـٰلِحُونَ وَمِنَّا دُونَ ذَٰلِكَ ۖ كُنَّا طَرَآئِقَ قِدَدًۭا ﴿١١﴾

হে জিন সম্প্ৰ দায় , আমাৰ মাজৰ কিছু মান হৈছে সদাচাৰ আৰু সত্ কৰ্মী, আনহাতে কিছু মান হৈছে কাফিৰ অৱজ্ঞাকাৰী। আমি ভিন্ন প্ৰকাৰৰ আছিলোঁ আৰু ভিন্ন পথৰ পথাচাৰী আছিলোঁ।

وَأَنَّا ظَنَنَّآ أَن لَّن نُّعْجِزَ ٱللَّهَ فِى ٱلْأَرْضِ وَلَن نُّعْجِزَهُۥ هَرَبًۭا ﴿١٢﴾

গতিকে আমাৰ পূৰ্ণ বিশ্বাস হৈ গৈছে যে, যদি আল্লাহে আমাৰ লগত কিবা কৰাৰ ইচ্ছা কৰে তেন্তে আমি তাক কেতিয়াও পৰাস্ত কৰিব নোৱাৰিম আৰু তাৰ পৰা পলাবও নোৱাৰিম। কিয় নো তেওঁ আমাক পৰিবেষ্ট ন কৰি আছে।

وَأَنَّا لَمَّا سَمِعْنَا ٱلْهُدَىٰٓ ءَامَنَّا بِهِۦ ۖ فَمَن يُؤْمِنۢ بِرَبِّهِۦ فَلَا يَخَافُ بَخْسًۭا وَلَا رَهَقًۭا ﴿١٣﴾

আৰুযেতিয়া আমি কোৰআন শুনিছো, যিখনে সঠি ক পথৰফালে আহ্বান কৰে, যাৰপ্ৰ তি আমি ঈমান আনিছোঁ। গতিকে যিয়ে নিজৰপ্ৰ তিপালকৰ প্ৰতি ঈমান পোষণ কৰিব, ফলত তেওঁ ৰপুণ্যত কোনো হ্ৰাস নহ’বআৰুপাপ কামত কোনো বৃদ্ধি নহ'ব।

وَأَنَّا مِنَّا ٱلْمُسْلِمُونَ وَمِنَّا ٱلْقَـٰسِطُونَ ۖ فَمَنْ أَسْلَمَ فَأُو۟لَـٰٓئِكَ تَحَرَّوْا۟ رَشَدًۭا ﴿١٤﴾

আৰু আমাৰ মাজৰ কিছু মান হৈছে মুমিন ব্যক্তি তথা আল্লাহৰ আজ্ঞা পালনকাৰী। পক্ষান্ত ৰে কিছু মান হৈছে সত্যৰ পৰা দূৰত্ব অৱলম্বনকাৰী। গতিকে যিয়ে আল্লাহৰআগত নত হৈ তেওঁ ৰআদেশ পালন কৰিবআৰুসত্ কৰ্ম কৰিব,সিহঁ তেই হৈছে হিদায় ত আৰুসঠি ক পথৰপথাচাৰী।

وَأَمَّا ٱلْقَـٰسِطُونَ فَكَانُوا۟ لِجَهَنَّمَ حَطَبًۭا ﴿١٥﴾

আৰুযিসকলে সত্যৰপৰাআঁতৰিগৈছে,সিহঁ তেই হৈছে জাহান্নামৰইন্ধন। সিহঁ তে তাত সিহঁ তৰদৰেই মানু হৰসৈতে অগ্নিদগ্ধ হৈ থাকিব।

وَأَلَّوِ ٱسْتَقَـٰمُوا۟ عَلَى ٱلطَّرِيقَةِ لَأَسْقَيْنَـٰهُم مَّآءً غَدَقًۭا ﴿١٦﴾

যিদৰে তেওঁৰ ওচৰলৈ অহী প্ৰে ৰণ কৰা হৈছে যে, জিনৰ এটা দলে কোৰআন শুনিছে, তেনেদৰে এয়াও অহী প্ৰে ৰণ কৰা হৈছে যে, যদি জিন আৰু মানৱে ইছলামৰ পথ অৱলম্বন কৰিলেহেঁ তেন আৰু তাৰ প্ৰতি আমল কৰিলেহেঁ তেন তেন্তে আমি সিহঁ তক প্ৰচু ৰ পৰিমাণে পানী পান কৰালোঁহেঁ তেন আৰুবিভিন্ন প্ৰকাৰৰঅনু গ্ৰহেৰেউপকৃ ত হোৱাৰঅৱকাশ দিলোঁহেঁ তেন। بلغ আল-কোৰআন · তাফছীৰ

لِّنَفْتِنَهُمْ فِيهِ ۚ وَمَن يُعْرِضْ عَن ذِكْرِ رَبِّهِۦ يَسْلُكْهُ عَذَابًۭا صَعَدًۭا ﴿١٧﴾

যাতে আমি সিহঁ তক ইয়াৰ জৰিয় তে পৰীক্ষা কৰিব পাৰোঁ যে, সিহঁ তে আল্লাহৰ অনুগ্ৰ সমূহৰ কৃ তজ্ঞতা পালন কৰে নে নাই? আৰু যিয়ে কোৰআন তথা তাৰ ভিতৰত থকা উপদেশ তথা আদেশসমূহৰ পৰা মুখ ঘূৰাই ল’ব, তাক তাৰ প্ৰতিপালকে কঠোৰ শাস্তি ত নিক্ষেপ কৰিব, যিটো সি সহ্য কৰিব নোৱাৰিব।

وَأَنَّ ٱلْمَسَـٰجِدَ لِلَّهِ فَلَا تَدْعُوا۟ مَعَ ٱللَّهِ أَحَدًۭا ﴿١٨﴾

আৰু মছজিদসমূ হ কেৱল মহামহিম আল্লাহৰ বাবেই নিৰ্মিত, তেওঁ ৰ বাহিৰে আন কাৰো বাবে নহয় । গতিকে তোমালোকে তাৰ ভিতৰত আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা। অন্যথা তোমালোকে ইয়াহুদী আৰু খ্ৰীষ্টান বিলাকৰ দৰে হৈ যাবা। যিসকলে নিজৰ উপাসনালয় ত আল্লাহৰ বাহিৰে বেলেগৰো উপাসনা কৰি থাকে।

وَأَنَّهُۥ لَمَّا قَامَ عَبْدُ ٱللَّهِ يَدْعُوهُ كَادُوا۟ يَكُونُونَ عَلَيْهِ لِبَدًۭا ﴿١٩﴾

আৰু যেতিয়া আল্লাহৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নাখলা নামক ঠাইত তেখেতৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ থিয় হৈছিল, তেতিয়া জিনসকলে কোৰআন শুনিবলৈ বহুত ভীৰ লগাইছিল।

قُلْ إِنَّمَآ أَدْعُوا۟ رَبِّى وَلَآ أُشْرِكُ بِهِۦٓ أَحَدًۭا ﴿٢٠﴾

হে ৰাছু ল,আপুনি কৈ দিয় কঃমই কেৱলমাত্ৰআল্লাহকহে আহ্বানر কৰোঁ। তেওঁ ৰইবাদতত কাকোঅংশীদাৰস্থাপন নকৰোঁ। সি যিয়ে ই নহওক কিয় ।

قُلْ إِنِّى لَآ أَمْلِكُ لَكُمْ ضَرًّۭا وَلَا رَشَدًۭا ﴿٢١﴾

সিহঁতক কৈ দিয়কঃ মই তোমালোকৰ কোনো ক্ষতি দূৰ কৰিব নোৱাৰোঁ, যিটো আল্লাহে তোমালোকৰ বাবে নিৰ্ধাৰিত কৰি ৰাখিছে। এইদৰে তোমালোকক কোনো উপকাৰো কৰিব নোৱাৰোঁ, যাৰ পৰা আল্লাহে তোমালোকক বঞ্চিত কৰি ৰাখিছে।

قُلْ إِنِّى لَن يُجِيرَنِى مِنَ ٱللَّهِ أَحَدٌۭ وَلَنْ أَجِدَ مِن دُونِهِۦ مُلْتَحَدًا ﴿٢٢﴾

সিহঁ তক কৈ দিয় কঃ যদি মই আল্লাহৰ অৱজ্ঞা কৰোঁ তেন্তে কোনেও মোক তেওঁৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। তেনে অৱস্থাত মই তেওঁৰ বাহিৰে আন কোনোআশ্ৰ য় বিচাৰিওনাপাম।

إِلَّا بَلَـٰغًۭا مِّنَ ٱللَّهِ وَرِسَـٰلَـٰتِهِۦ ۚ وَمَن يَعْصِ ٱللَّهَ وَرَسُولَهُۥ فَإِنَّ لَهُۥ نَارَ جَهَنَّمَ خَـٰلِدِينَ فِيهَآ أَبَدًا ﴿٢٣﴾

মই কৰিব পৰা কামটো হৈছে তোমালোকৰ ওচৰত আল্লাহৰ আদেশ পৌঁচাই দিয়া। এইদৰে সেই ৰিছালত (বাৰ্তা) পৌঁচাই দিয়া, যিটোৰ সৈতে মোক প্ৰে ৰণ কৰা হৈছে। এতেকে জানি থোৱা! যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ অৱজ্ঞা কৰিব তথা অবাধ্যতা কৰিব, সি পৰিণাম স্বৰূপে জাহান্নামত প্ৰৱেশ কৰিব, য'ত সি চিৰকাল থাকিব লাগিব। তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।

حَتَّىٰٓ إِذَا رَأَوْا۟ مَا يُوعَدُونَ فَسَيَعْلَمُونَ مَنْ أَضْعَفُ نَاصِرًۭا وَأَقَلُّ عَدَدًۭا ﴿٢٤﴾

আৰু কাফিৰবিলাকে কু ফু ৰীৰ পথতে পৰিচালিত থাকিব। অৱশেষত ক্বি য়ামতৰ দিনা নিজ চকু ৰে সেই শাস্তি দেখিবলৈ পাব, যাৰ প্ৰতিশ্ৰুতি সিহঁ তক পৃথিৱীত দিয়া হৈছিল। তেতিয়া জানিব পাৰিব যে, কোনে সহায় ৰ ফালৰ পৰা দূৰ্বল আৰু কাৰ সহায় কৰ সংখ্যা কম। بلغ আল-কোৰআন · তাফছীৰ

قُلْ إِنْ أَدْرِىٓ أَقَرِيبٌۭ مَّا تُوعَدُونَ أَمْ يَجْعَلُ لَهُۥ رَبِّىٓ أَمَدًا ﴿٢٥﴾

হে ৰাছু ল! পুনৰুত্থানক অস্বীকাৰকাৰী এই মু শ্বৰিক বিলাকক কৈ দিয় কঃ মই নাজানো তোমালোকক যি শাস্তি ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া নিকটৱৰ্তী নে তাৰ কোনো সময় নিৰ্ধাৰিত আছে। যিটো আল্লাহৰ বাহিৰে আন কোনেও নাজানে।

عَـٰلِمُ ٱلْغَيْبِ فَلَا يُظْهِرُ عَلَىٰ غَيْبِهِۦٓ أَحَدًا ﴿٢٦﴾

আল্লাহ পৱিত্ৰ, তেওঁ গায়ে ব বা অদৃশ্যৰ সকলো কথাই জানে। অদৃশ্যৰ কোনো কথাই তেওঁ ৰ পৰা গোপন নহয় । তেওঁ গায়ে ব সম্পৰ্কীয় কোনো কথাই কাকো অৱগত নকৰে। বৰংতেওঁ ৰএই জ্ঞান কেৱল তেওঁ ৰবাবেই নিৰ্দিষ্ট ।

إِلَّا مَنِ ٱرْتَضَىٰ مِن رَّسُولٍۢ فَإِنَّهُۥ يَسْلُكُ مِنۢ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِۦ رَصَدًۭا ﴿٢٧﴾

কিন্তু তেওঁৰ মনোনীত ৰাছুলসকলৰ কথা সুকীয়া। তেওঁ যি বিচাৰে সেয়া তেওঁলোকক অৱগত কৰায়। তেতিয়া ৰাছুৰ আগত আৰু পিছত ফিৰিস্তাসকলক প্ৰহৰী হিচাপে নিৰ্ধাৰিত কৰি দিয়া হয় , যিসকলে তেওঁক সুৰক্ষা প্ৰদান কৰে, যাতে ৰাছু লৰ বাহিৰে আন কোনেও সেই বিষয়ে অৱগত নহয় । ليعلمأن قد أبلغوارسلت ربهم وأحاط بما لديهم وأحص كل شىءعددا

لِّيَعْلَمَ أَن قَدْ أَبْلَغُوا۟ رِسَـٰلَـٰتِ رَبِّهِمْ وَأَحَاطَ بِمَا لَدَيْهِمْ وَأَحْصَىٰ كُلَّ شَىْءٍ عَدَدًۢا ﴿٢٨﴾

যাতে ৰাছুলে জানি লয় যে তেওঁৰ পূৰ্বে ৰাছুলসকলে নিজ প্ৰতিপালকৰ আদেশসমূহ পৌঁচাই দিছিল। যিবোৰ পৌঁচাবলৈ আল্লাহৰ তৰফৰ পৰা তেওঁলোকক আদেশ দিয়া হৈছিল। মহান আল্লাহে ফিৰিস্তাসকলৰ আৰু ৰাছুলসকলৰ প্ৰত্যেক কথাই নিজ জ্ঞানেৰে পৰিবেষ্ট ন কৰি ৰাখিছে। তেওঁ লোকৰকোনো কথাই তেওঁ ৰপৰা গোপন নহয় । তেওঁ সকলো বস্তু গণনা কৰিৰাখিছে। এতেকে কোনো বস্তু ৱেতেওঁ ৰপৰা গোপন নহয় । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Jinn — الجن

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা