মুখ্য পৃষ্ঠাতাফছীৰAl-Lail (92)

তাফছীৰ Al-Lail (92) — الليل

মক্কী · 21 আয়াত

পঢ়ক · শুনকPDF ফাইল

وَٱلَّيْلِ إِذَا يَغْشَىٰ ﴿١﴾

মহান আল্লাহে ৰাতিৰ শপত কৰিছে, যেতিয়া ই তাৰ অন্ধাকাৰৰ জৰিয় তে আকাশ আৰু পৃথিৱীৰ মাজত সকলো বস্তু কে আৱৰি ধৰে।

وَٱلنَّهَارِ إِذَا تَجَلَّىٰ ﴿٢﴾

আৰু দিনৰ শপত কৰিছে, যেতিয়া ই প্ৰকাশ হয় আৰু স্পষ্ট হয় ।

وَمَا خَلَقَ ٱلذَّكَرَ وَٱلْأُنثَىٰٓ ﴿٣﴾

আৰু তেওঁ ৰ সৃষ্টি ৰ দুটা প্ৰকাৰৰ শপত কৰিছে, মতা- মাইকীৰ। إن سعيكم لشت

إِنَّ سَعْيَكُمْ لَشَتَّىٰ ﴿٤﴾

হে মানৱ, নিশ্চয় তোমালোকৰ প্ৰয়াস বেলেগ বেলেগ প্ৰকাৰৰ। কিছু মানৰ প্ৰয়াস হৈছে সৎ, এনেকু ৱা প্ৰয়াস হৈছে জান্নাতত প্ৰৱেশৰ মাধ্যম, আৰু কিছু মান হৈছে অসৎ, যিবোৰ হৈছে জাহান্নামত প্ৰৱেশৰ মাধ্যম।

فَأَمَّا مَنْ أَعْطَىٰ وَٱتَّقَىٰ ﴿٥﴾

এতেকে যিয়ে অপৰিহাৰ্য্য শিতানত ব্যয় কৰে যেনে- যাকাত, ভৰণ-পোষণ, আৰু কাফফাৰা আদিত ব্যয় কৰে। এইদৰে আল্লাহৰ নিষেধকৃ তবিষয় সমূহৰ পৰাবিৰতথাকে।

وَصَدَّقَ بِٱلْحُسْنَىٰ ﴿٦﴾

আৰু মহান আল্লাহে প্ৰতিফল হিচাপেযি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিদিছে,সেইটোক সত্যায় ন কৰে। فسنيسره لليسر

فَسَنُيَسِّرُهُۥ لِلْيُسْرَىٰ ﴿٧﴾

নিশ্চয় আমি সেই ব্যক্তিৰ বাবে সত্ কৰ্ম আৰু আল্লাহৰ পথতব্যয় কৰাৰ পথসহজ কৰি দিম। بلغ আল-কোৰআন · তাফছীৰ

وَأَمَّا مَنۢ بَخِلَ وَٱسْتَغْنَىٰ ﴿٨﴾

পক্ষান্ত ৰে যিয়ে নিজৰ সম্পদ প্ৰয়োজনীয় শিতানত ব্যয় নকৰে তথা কৃপণালি কৰে, আৰু ধন-সম্পদৰ লালসাত আল্লাহক অৱহেলা কৰে, আৰু আল্লাহৰ ওচৰত কোনো ধৰণৰ অনুগ্ৰ হ প্ৰাৰ্থনা নকৰে।

وَكَذَّبَ بِٱلْحُسْنَىٰ ﴿٩﴾

আনকি মহান আল্লাহে তেওঁৰ পথত সম্পদ ব্যয় কৰাৰ বিনিময় ত যি ছোৱাব প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে, সেইটোকো অস্বীকাৰ কৰে। فسنيسره للعسر

فَسَنُيَسِّرُهُۥ لِلْعُسْرَىٰ ﴿١٠﴾

আমি তাৰ বাবে বেয়া কৰ্ম সহজ কৰি দিওঁ , আৰু ভাল কাম কৰা জটি ল কৰি দিওঁ ।

وَمَا يُغْنِى عَنْهُ مَالُهُۥٓ إِذَا تَرَدَّىٰٓ ﴿١١﴾

যেতিয়া সি ধ্বংস হ’ব আৰু জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া তাৰ এই ধন-সম্পদ তাৰ কোনো কামত নাহিব, যিবোৰ সি কৃ পণালি কৰি জমা কৰি ৰাখিছিল। إن علينا للهد

إِنَّ عَلَيْنَا لَلْهُدَىٰ ﴿١٢﴾

নিশ্চয় আমাৰ দায়ি ত্বহৈছে কেৱল সত্য আৰু মিথ্যাৰ মাজত পাৰ্থক্য বৰ্ণনা কৰা।

وَإِنَّ لَنَا لَلْـَٔاخِرَةَ وَٱلْأُولَىٰ ﴿١٣﴾

পাৰ্থিৱ জীৱন আৰু পৰকালৰ জীৱন আমাৰে অধীনস্থ। আমি উভয় ৰ মাজত যি বিচাৰোঁ পৰিৱৰ্ত ন কৰোঁ। আমাৰ বাহিৰে আন কোনেও এইটো কৰিব নোৱাৰে। فأنذرتكم نارا تلظ

فَأَنذَرْتُكُمْ نَارًۭا تَلَظَّىٰ ﴿١٤﴾

হে মানৱ, যদি তোমালোকে আল্লাহক অৱজ্ঞা কৰা তেন্তে শুনা! আমি তোমালোকক উত্তপ্ত জুইৰ পৰা সতৰ্ক কৰি দিছোঁ। بلغ আল-কোৰআন · তাফছীৰ

لَا يَصْلَىٰهَآ إِلَّا ٱلْأَشْقَى ﴿١٥﴾

যাৰ ভিতৰত কেৱল হতভাগ্য ব্যক্তিহে জ্বলিব অৰ্থাৎ কাফিৰ ব্যক্তি।

ٱلَّذِى كَذَّبَ وَتَوَلَّىٰ ﴿١٦﴾

যিয়ে ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা সংবাদক অস্বীকাৰ কৰিছে, আৰু আল্লাহৰ আজ্ঞা পালনৰ পৰা মুখ ঘূৰাই লৈছে।

وَسَيُجَنَّبُهَا ٱلْأَتْقَى ﴿١٧﴾

আৰু ইয়াৰ পৰা পৰম মুত্তাক্বী ব্যক্তিক ৰক্ষা কৰা হ’ব। যেনে- আবু বকৰ চিদ্দীক ৰাদ্বি য়াল্লাহু আনহু।

ٱلَّذِى يُؤْتِى مَالَهُۥ يَتَزَكَّىٰ ﴿١٨﴾

যিয়ে গুনাহৰ পৰাপৱিত্ৰ হৈ থাকিবলৈ নিজৰ ধন-সম্পদ সৎ পথতব্যয় কৰে।

وَمَا لِأَحَدٍ عِندَهُۥ مِن نِّعْمَةٍۢ تُجْزَىٰٓ ﴿١٩﴾

তেওঁৰ ধন-সম্পদ ব্যয় ৰ আঁৰত এনেকু ৱা কোনো উদ্দেশ্য নাই যে, তেওঁৰ প্ৰতি কোনোবাই অনুগ্ৰ হ কৰিছিল, যিটোৰ প্ৰতিদানতেওঁ আদায় কৰিআছে।

إِلَّا ٱبْتِغَآءَ وَجْهِ رَبِّهِ ٱلْأَعْلَىٰ ﴿٢٠﴾

তেওঁ যি ধন ব্যয় কৰে ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে নিজ প্ৰতিপালকৰ সন্তু ষ্টি অৰ্জ ন কৰা, যিজন সৃষ্টি জগতৰ ঊৰ্দ্ধ ত আছে। ولسوف يرض

وَلَسَوْفَ يَرْضَىٰ ﴿٢١﴾

শীঘ্ৰে ই তেওঁ নিজ প্ৰতিপালকৰ ফালৰ পৰাসন্মানজনক প্ৰতিদান লাভকৰি সন্তু ষ্টহৈ যাব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Lail — الليل

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা