وَٱلشَّمْسِ وَضُحَىٰهَا ﴿١﴾
মহান আল্লাহে সূৰ্য্যৰ আৰু পূৰ্ব দিশতউদয় হোৱা সময় ৰ শপতকৰিছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Ash-Shams (91)
মক্কী · 15 আয়াত
وَٱلشَّمْسِ وَضُحَىٰهَا ﴿١﴾
মহান আল্লাহে সূৰ্য্যৰ আৰু পূৰ্ব দিশতউদয় হোৱা সময় ৰ শপতকৰিছে।
وَٱلْقَمَرِ إِذَا تَلَىٰهَا ﴿٢﴾
আৰু চন্দ্ৰ ৰ শপতকৰিছে যেতিয়া ই সূৰ্য্যৰ পিছতআবিৰ্ভাৱ হয় ।
وَٱلنَّهَارِ إِذَا جَلَّىٰهَا ﴿٣﴾
তেওঁ দিনৰ শপত কৰিছে, যেতিয়া ই তাৰ পোহৰেৰে পৃথিৱীৰ সকলো বস্তু কে আলোকিত কৰে।
وَٱلَّيْلِ إِذَا يَغْشَىٰهَا ﴿٤﴾
আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া ই পৃথিৱীত সম্প্ৰ সাৰিত হয় , ফলত পৃথিৱী অন্ধকাৰাচ্ছন্ন হৈ পৰে।
وَٱلسَّمَآءِ وَمَا بَنَىٰهَا ﴿٥﴾
আৰু আকাশ তথা ইয়াৰ মজবুত নিৰ্মাণৰ শপত কৰিছে।
وَٱلْأَرْضِ وَمَا طَحَىٰهَا ﴿٦﴾
আৰু পৃথিৱী তথা ইয়াৰ প্ৰসাৰতাৰ শপত কৰিছে, যাতে ইয়াৰ ওপৰত মানুহে বসবাস কৰিব পাৰে। ونفس وماسو ها
وَنَفْسٍۢ وَمَا سَوَّىٰهَا ﴿٧﴾
আৰু প্ৰত্যেক নফছৰেই শপত কৰিছে আৰু সেইবোৰক সুবিন্যস্ত ভাৱে গঠন কৰা শপত কৰিছে। بلغ আল-কোৰআন · তাফছীৰ فألهمها فجورها وتقوها
فَأَلْهَمَهَا فُجُورَهَا وَتَقْوَىٰهَا ﴿٨﴾
আৰু তাক শিক্ষা নিদিয়াকৈ বুজাই দিছে যে, কোনটো বেয়া, যাৰ পৰা বিৰত থাকিব লাগিব আৰু কোনটো ভাল যিটো কৰিব লাগিব। قد أفلح من زك ىها
قَدْ أَفْلَحَ مَن زَكَّىٰهَا ﴿٩﴾
সেই ব্যক্তি সফল হৈছে, যিয়ে তাৰ আত্মাক সদাচাৰিতাৰ জৰিয় তে অলংকৃ ত কৰিছে, আৰু দূৰাচাৰৰ পৰা বিৰত থাকি পৱিত্ৰ ৰাখিছে। وقد خاب من دس ىها
وَقَدْ خَابَ مَن دَسَّىٰهَا ﴿١٠﴾
আৰু সেই ব্যক্তি ক্ষতিগ্ৰ স্থহৈছে, যিয়ে নিজৰ আত্মাক অবাধ্যতা আৰু পাপকৰ্মৰ জৰিয় তে কলুষিত কৰিছে।
كَذَّبَتْ ثَمُودُ بِطَغْوَىٰهَآ ﴿١١﴾
ছামুদ সম্প্ৰ দায়ে অবাধ্যতা আৰু পাপকৰ্মৰ ক্ষেত্ৰত সীমালংঘন কৰাৰ কাৰণে সিহঁ তৰ নবী ছলেহ আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।
إِذِ ٱنۢبَعَثَ أَشْقَىٰهَا ﴿١٢﴾
যেতিয়াসিহঁ তৰ মাজৰ আটাইতকৈ দুৰ্ভ গীয়াব্যক্তিয়ে তাৰ সম্প্ৰ দায় ৰ কথাততত্ পৰ হৈ উঠি ছিল।
فَقَالَ لَهُمْ رَسُولُ ٱللَّهِ نَاقَةَ ٱللَّهِ وَسُقْيَـٰهَا ﴿١٣﴾
তেতিয়া আল্লাহৰ ৰাছু ল ছলেহ আলাইহিচ্ছালামে সিহঁ তক কৈছিলঃ আল্লাহৰ উটজনীক স্বাধীনভাৱে বিচৰণ কৰিবলৈ দিয়া আৰু ইয়াৰ যিদিনা পাল থাকিব সিদিনা ইয়াক পানী খাবলৈ দিয়া। তাইক কোনো কষ্ট নিদিবা। فكذبوهفعقروها فدمدمعليهم رب هم بذنبهم فسو ها
فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمْدَمَ عَلَيْهِمْ رَبُّهُم بِذَنۢبِهِمْ فَسَوَّىٰهَا ﴿١٤﴾
সিহঁ তে উটজনীৰ ক্ষেত্ৰত সিহঁ তৰ ৰাছু লক অস্বীকাৰ কৰিছিল আৰু সিহঁ তৰ এজন হতভাগ্য ব্যক্তিয়ে সিহঁ তৰ সহমতত উটজনীক হত্যা কৰিছিল। যিহেতু এই পাপকৰ্মত সকলোৱে লিপ্ত আছিল, গতিকে মহান আল্লাহে সিহঁ ত সকলোৰে بلغ আল-কোৰআন · তাফছীৰ প্ৰতিশাস্তি প্ৰে ৰণ কৰিছিল আৰু সিহঁ তক সিহঁ তৰ গুনাহৰ কাৰণে এটা প্ৰচণ্ড শব্দৰ জৰিয় তেধ্বংস কৰি দিছিল,আৰু শাস্তি প্ৰদানৰ ক্ষেত্ৰতসকলোকেসমপৰ্যায় ৰ শাস্তি বিহিছিল। ولا يخاف عقبها
وَلَا يَخَافُ عُقْبَـٰهَا ﴿١٥﴾
মহান আল্লাহে ইয়াৰ পৰিণাম ভয় নকৰাকৈ সিহঁ তসকলোকে শাস্তি প্ৰদান কৰি ধ্বংস কৰিছিল। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে