إِذَا وَقَعَتِ ٱلْوَاقِعَةُ ﴿١﴾
যেতিয়া নিশ্চিতভাৱেকিয়ামত অনু ষ্ঠি ত হ’ব। ليس لوقعتها كاذبة
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Waaqia (56)
মক্কী · 96 আয়াত
إِذَا وَقَعَتِ ٱلْوَاقِعَةُ ﴿١﴾
যেতিয়া নিশ্চিতভাৱেকিয়ামত অনু ষ্ঠি ত হ’ব। ليس لوقعتها كاذبة
لَيْسَ لِوَقْعَتِهَا كَاذِبَةٌ ﴿٢﴾
তেতিয়া কোনেও ইয়াক অস্বীকাৰ কৰিব নোৱাৰিব। যদিও সি পৃথিৱীত ইয়াক অস্বীকাৰ কৰিছিল। خافضة ر افعة
خَافِضَةٌۭ رَّافِعَةٌ ﴿٣﴾
ই পাপিষ্ঠ কাফিৰসকলক জাহান্নামত প্ৰৱেশ কৰোৱাৰ মাধ্যমত সিহঁতক অধঃপতন কৰিব। আনহাতে মুত্ত্বাক্বী মুমিনসকলক জান্নাতত প্ৰৱেশ কৰাই তেওঁ লোকক সমু ন্নত কৰিব। ج
إِذَا رُجَّتِ ٱلْأَرْضُ رَجًّۭا ﴿٤﴾
যেতিয়া পৃথিৱী মহা প্ৰকম্পনৰ দ্বাৰা প্ৰকম্পিত হ’ব। س
وَبُسَّتِ ٱلْجِبَالُ بَسًّۭا ﴿٥﴾
আৰু পৰ্বতসমূ হক চূ ৰ্ণ-বিচূ ৰ্ণকৰা হ’ব। ث
فَكَانَتْ هَبَآءًۭ مُّنۢبَثًّۭا ﴿٦﴾
ফলত সেইবোৰ উৰি ফু ৰা ধূলিকণাত পৰিণত হ’ব। যাৰ কোনো স্থি তিশীলতা নাই। وكنتم أزوجا ثلثة
وَكُنتُمْ أَزْوَٰجًۭا ثَلَـٰثَةًۭ ﴿٧﴾
আৰু সেইদিনা তোমালোকে তিনিটা শ্রে ণীত বিভক্ত হ’বা।
فَأَصْحَـٰبُ ٱلْمَيْمَنَةِ مَآ أَصْحَـٰبُ ٱلْمَيْمَنَةِ ﴿٨﴾
সোঁহাতত আমলনামাগ্র হণকাৰীসকলৰমৰ্যাদাকিমান যে উৎকৃ ষ্টতথাসুউচ্চ!
وَأَصْحَـٰبُ ٱلْمَشْـَٔمَةِ مَآ أَصْحَـٰبُ ٱلْمَشْـَٔمَةِ ﴿٩﴾
পক্ষান্ত ৰেবাওঁ হাতত আমলনামাগ্র হণকাৰীসকলৰতস্ৰকিমান যে নিম্ন মানৰ!
وَٱلسَّـٰبِقُونَ ٱلسَّـٰبِقُونَ ﴿١٠﴾
পৃথিৱীৰ জীৱনত ভাল কামত আগভাগ লোৱাসকলে পৰকালতো সবাতোকৈ আগতে জান্নাতত যাব। بلغ আল-কোৰআন · তাফছীৰ
أُو۟لَـٰٓئِكَ ٱلْمُقَرَّبُونَ ﴿١١﴾
তেওঁ লোকেই হৈছে আল্লাহৰনৈকট্যপ্ৰাপ্ত লোক।
فِى جَنَّـٰتِ ٱلنَّعِيمِ ﴿١٢﴾
তেওঁ লোকে নিয়ামতেৰে ভৰা জান্নাতত অৱস্থান কৰিব। তেওঁ লোকে তাত নানা ধৰণৰ ভোগসামগ্রী উপভোগ কৰিব।
ثُلَّةٌۭ مِّنَ ٱلْأَوَّلِينَ ﴿١٣﴾
এটা দল হ’ব এই উম্মতৰ, আৰু বহু সংখ্যক হ’ব পূৰ্বৱৰ্তী উম্মতৰ মাজৰ পৰা।
وَقَلِيلٌۭ مِّنَ ٱلْـَٔاخِرِينَ ﴿١٤﴾
আৰু শেষ যুগৰ হ’ব কম সংখ্যক লোক, তেওঁ লোক হ'ব অগ্র গামী তথা নৈকট্যপ্ৰাপ্ত সকলৰ অন্ত ৰ্ভু ক্ত। عل سرر موضونة
عَلَىٰ سُرُرٍۢ مَّوْضُونَةٍۢ ﴿١٥﴾
তেওঁ লোকে থাকিবসোণেৰেখচিত আসনত উপবিষ্ট । متكٔين عليها متقبلين
مُّتَّكِـِٔينَ عَلَيْهَا مُتَقَـٰبِلِينَ ﴿١٦﴾
তেওঁ লোকে সেইবোৰ আসনত মু খামু খিকৈ আউজি বহিব। কোনেও কাৰো ঘাৰ দেখা নাপাব। يطوف عليهم ولدن مخلدون
يَطُوفُ عَلَيْهِمْ وِلْدَٰنٌۭ مُّخَلَّدُونَ ﴿١٧﴾
তেওঁ লোকৰ সেৱা কৰিবলৈ তেওঁ লোকৰ চাৰিওফালে ঘূৰি ফু ৰিব কিশোৰসকল। যিসকলক বাৰ্ধক্যও স্পৰ্শ নকৰিব তথা ধ্বংসও নহ’ব। بأ ك واب وأباريق وكأس من م عين
بِأَكْوَابٍۢ وَأَبَارِيقَ وَكَأْسٍۢ مِّن مَّعِينٍۢ ﴿١٨﴾
সিহঁ তে এওঁ লোকৰ চাৰিওফালে জান্নাতৰ অবাৰিত ঝৰ্নাৰ পৰা সুৰাপূৰ্ণ কাপ, পিয় লা আৰু পানপাত্ৰলৈ প্ৰদক্ষিণ কৰিব। لا يصدعون عنها ولا ينزفون
لَّا يُصَدَّعُونَ عَنْهَا وَلَا يُنزِفُونَ ﴿١٩﴾
এইটো পৃথিৱীৰ সুৰাৰ দৰে নহয় । ফলত ইয়াৰ দ্বাৰা মূ ৰৰ বিষো সৃষ্টি নহ’ব তথা ইয়াৰ ফলত জ্ঞানহাৰাও নহ’ব। وفكهة مما يتخيرون
وَفَـٰكِهَةٍۢ مِّمَّا يَتَخَيَّرُونَ ﴿٢٠﴾
এই কিশোৰসকলে তেওঁ লোকৰসন্মুখত তেওঁ লোকৰপছন্দ ৰফল-মূ ল লৈ প্ৰদক্ষিণ কৰিব। بلغ আল-কোৰআন · তাফছীৰ ولحم طير مما يشتهون
وَلَحْمِ طَيْرٍۢ مِّمَّا يَشْتَهُونَ ﴿٢١﴾
সিহঁ তে তেওঁ লোকৰ পছন্দ ৰ চৰাইৰ মাংস লৈ তেওঁ লোকৰ সন্মুখত ঘূৰি ফু ৰিব। وحور عين
وَحُورٌ عِينٌۭ ﴿٢٢﴾
জান্নাতত তেওঁ লোকৰ বাবে থাকিব পদ্মলোচন চকু বিশিষ্টা ৰমণী।
كَأَمْثَـٰلِ ٱللُّؤْلُؤِ ٱلْمَكْنُونِ ﴿٢٣﴾
তেওঁ লোক যেনিবা সাগৰীয় শামু কত সুৰক্ষিত থকা মু কু তাৰদৰে।
جَزَآءًۢ بِمَا كَانُوا۟ يَعْمَلُونَ ﴿٢٤﴾
এইটো হৈছে পৃথিৱীত কৰা তেওঁ লোকৰ সৎকৰ্মৰ প্ৰতিদান। لا يسمعون فيها لغوا ولا تأثيما
لَا يَسْمَعُونَ فِيهَا لَغْوًۭا وَلَا تَأْثِيمًا ﴿٢٥﴾
তেওঁ লোকে জান্নাতত কোনো ধৰণৰ অশ্লীল বাৰ্তালাপ শুনিবলৈ নাপাব, আৰু কোনো ধৰণৰ গুনাহৰ কথাও শ্রৱণ নকৰিব। إلا قيلا سلما سلما
إِلَّا قِيلًۭا سَلَـٰمًۭا سَلَـٰمًۭا ﴿٢٦﴾
তেওঁ লোকে তাত কেৱল তেওঁ লোকক কৰা ফিৰিস্তাসকলৰ ছালাম শুনিবলৈ পাব, আৰু তেওঁ লোকৰ পৰস্পৰৰ ছালামহে শুনা পাব।
وَأَصْحَـٰبُ ٱلْيَمِينِ مَآ أَصْحَـٰبُ ٱلْيَمِينِ ﴿٢٧﴾
আৰু সোঁফালৰ দল, যিসকলক সোঁহাতত আমলনামা দিয়া হ'ব আল্লাহৰ ওচৰত তেওঁ লোকৰ কিমান যে মৰ্যাদা আৰু সন্মান আছে! فى سدر مخضود
فِى سِدْرٍۢ مَّخْضُودٍۢ ﴿٢٨﴾
তেওঁ লোকে কাইটবিহীন বগৰী বাগানত অৱস্থান কৰিব, কাইট নথকাৰফলত তেওঁ লোকৰকোনো কষ্ট নহ’ব। وطلح م نضود
وَطَلْحٍۢ مَّنضُودٍۢ ﴿٢٩﴾
লগতে তাত আছে ঘনীভূ ত কল গছ,যিবোৰআছে শাৰীবদ্ধ কল। وظل م مدود
وَظِلٍّۢ مَّمْدُودٍۢ ﴿٣٠﴾
লগতে আছে সুদীৰ্ঘ আৰু স্থায়ী ছাঁ, যিটো কেতিয়াও সমাপ্ত নহয় । بلغ আল-কোৰআন · তাফছীৰ
وَمَآءٍۢ مَّسْكُوبٍۢ ﴿٣١﴾
আৰু আছে প্ৰবাহমান পানী, যিটো কেতিয়াও তস্ব্ধ নহয় । وفكهةكثيرة
وَفَـٰكِهَةٍۢ كَثِيرَةٍۢ ﴿٣٢﴾
লগতে তাত আছে পৰ্যাপ্ত ফল-মূ ল, যিবোৰগণনা কৰিশেষ কৰিব নোৱাৰি। لا مقطوعة ولا ممنوعة
لَّا مَقْطُوعَةٍۢ وَلَا مَمْنُوعَةٍۢ ﴿٣٣﴾
তেওঁলোকৰ পৰা সেইবোৰ কেতিয়াও সমাপ্ত নহ’ব। কাৰণ সেইবোৰৰ কোনো ঋতু নাই। আনহাতে সেইবোৰ পোৱাৰ ক্ষেত্ৰতো তেওঁলোকে কোনো বাধাৰ সন্মুখীন নহ’ব, যেতিয়াই তেওঁ লোকে বিচাৰিব তেতিয়াই পাব। وفرش م رفوعة
وَفُرُشٍۢ مَّرْفُوعَةٍ ﴿٣٤﴾
উন্নত মানৰউৎকৃ ষ্টবিছনাসমূ হ পালেঙৰওপৰত সজোৱাথাকিব।
إِنَّآ أَنشَأْنَـٰهُنَّ إِنشَآءًۭ ﴿٣٥﴾
নিশ্চয় আমি উল্লি খিত হুৰসকলক অস্বাভাৱিক নিয় মত সৃষ্টি কৰিছোঁ। فجعلنهن أ بكارا
فَجَعَلْنَـٰهُنَّ أَبْكَارًا ﴿٣٦﴾
আমি তেওঁ লোকক কু মাৰী বনাইছোঁ। তেওঁ লোকক ইয়াৰ পূৰ্বে কোনেও স্পৰ্শ কৰা নাই। عربا أ ترابا
عُرُبًا أَتْرَابًۭا ﴿٣٧﴾
তেওঁ লোক হৈছে স্বামীপ্ৰে মী,প্রি য় তমাতথাসমবয় সী।
لِّأَصْحَـٰبِ ٱلْيَمِينِ ﴿٣٨﴾
সোঁপন্থীসকলৰ বাবে আমি তেওঁ লোকক সৃষ্টি কৰিছোঁ। যিসকলক সৌভাগ্যৰ প্ৰতীক হিচাপে সোঁফালে অৱস্থান কৰোৱা হ’ব।
ثُلَّةٌۭ مِّنَ ٱلْأَوَّلِينَ ﴿٣٩﴾
দৰাচলতে তেওঁ লোক হৈছে পূর্বৱৰ্তী নবীসকলৰ উম্মতৰ এটা দল।
وَثُلَّةٌۭ مِّنَ ٱلْـَٔاخِرِينَ ﴿٤٠﴾
আৰু আনটো দল হৈছে উম্মতে মু হাম্মাদীৰ মাজৰ পৰা; অৰ্থাৎ শেষ উম্মতৰ মাজৰ পৰা। بلغ আল-কোৰআন · তাফছীৰ
وَأَصْحَـٰبُ ٱلشِّمَالِ مَآ أَصْحَـٰبُ ٱلشِّمَالِ ﴿٤١﴾
আৰু বাওঁ ফালৰ দল, যিসকলক বাওঁ হাতত আমলনামা দিয়া হ'ব, সিহঁ তৰ ঠি কনা আৰু অৱস্থা কিমান যে নিকৃ ষ্টহ'ব। فى سموم وحميم
فِى سَمُومٍۢ وَحَمِيمٍۢ ﴿٤٢﴾
সিহঁ তে প্ৰচণ্ডগৰম বতাহ আৰুউতলাপানীৰমাজত অৱস্থান কৰিব। وظل من يحموم
وَظِلٍّۢ مِّن يَحْمُومٍۢ ﴿٤٣﴾
লগতে ক’লাধোঁৱাবিশিষ্ট ছাঁত অৱস্থান কৰিব। لا بارد ولا كريم
لَّا بَارِدٍۢ وَلَا كَرِيمٍ ﴿٤٤﴾
যাৰ গতিবেগো ভাল নহয় , আৰু দৃশ্যও সুন্দ ৰ নহয় । إن هم كانواقبل ذلك مترفين
إِنَّهُمْ كَانُوا۟ قَبْلَ ذَٰلِكَ مُتْرَفِينَ ﴿٤٥﴾
সিহঁ তে এই শাস্তি ত নিক্ষিপ্ত হোৱাৰপূর্বে পৃথিৱীত ভোগ-সামগ্ৰীৰমাজত লিপ্ত আছিল। নিজৰপ্ৰ বৃত্তিৰচাহিদা পূৰণৰবাহিৰেসিহঁ তৰআন কোনো চিন্তা নাছিল।
وَكَانُوا۟ يُصِرُّونَ عَلَى ٱلْحِنثِ ٱلْعَظِيمِ ﴿٤٦﴾
সিহঁ তে আল্লাহৰ সৈতে কু ফৰী কৰাৰ ক্ষেত্ৰত আৰু তেওঁ ক এৰি মূ ৰ্ত্তিবোৰৰ উপাসনাত বদ্ধপৰিকৰ আছিল। وكانوايقولون أ ذا متنا وكنا ترابا وعظما أءنا لمبعوثون
وَكَانُوا۟ يَقُولُونَ أَئِذَا مِتْنَا وَكُنَّا تُرَابًۭا وَعِظَـٰمًا أَءِنَّا لَمَبْعُوثُونَ ﴿٤٧﴾
সিহঁ তে পুনৰুত্থানক অস্বীকাৰ কৰিছিল। সেয়ে সিহঁ তে ইয়াক ঠাট্টা কৰি আৰু দুস্কৰ বুলি ভাবি কৈছিলঃ “আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটি ত পৰিণত হ'ম আৰু যেতিয়া আমাৰ হাড় বোৰ বিগলিত হৈ যাব, তেতিয়া আকৌ আমাক পুনৰুত্থিত কৰা হ’ব নেকি”?!
أَوَءَابَآؤُنَا ٱلْأَوَّلُونَ ﴿٤٨﴾
অথবা আমাৰ পূৰ্বে মৃ ত্যুবৰণ কৰা আমাৰ পূর্বপুৰুষসকলক পুনৰ্জীৱিত কৰা হ’ব নেকি?!
قُلْ إِنَّ ٱلْأَوَّلِينَ وَٱلْـَٔاخِرِينَ ﴿٤٩﴾
হে ৰাছু ল! আখিৰাতৰ জীৱনক অবিশ্বাস কৰা এই লোকসকলক আপুনি কৈ দিয় কঃ নিশ্চয় পূর্বৰ আৰু পিছৰ সকলোকে একত্ৰিত কৰা হ’ব। لمجموعون إلى ميقت يوم معلوم
لَمَجْمُوعُونَ إِلَىٰ مِيقَـٰتِ يَوْمٍۢ مَّعْلُومٍۢ ﴿٥٠﴾
অচিৰেই হিচাপ আৰু প্ৰতিদানৰ উদ্দেশ্যে সমৱেত কৰা হ’ব। بلغ আল-কোৰআন · তাফছীৰ
ثُمَّ إِنَّكُمْ أَيُّهَا ٱلضَّآلُّونَ ٱلْمُكَذِّبُونَ ﴿٥١﴾
لٔاكلون من شجر من زقوم
لَـَٔاكِلُونَ مِن شَجَرٍۢ مِّن زَقُّومٍۢ ﴿٥٢﴾
ইয়াৰ পিছত, হে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা আৰু সৰল পথৰ পৰা বিচ্যুত হোৱা লোকসকল! নিশ্চয় তোমালোকক কিয়ামতৰ দিনা যাক্কু ম নামক বেয়া তথা নিকৃ ষ্টবৃক্ষৰ ফল ভক্ষণ কৰোৱা হ’ব।
فَمَالِـُٔونَ مِنْهَا ٱلْبُطُونَ ﴿٥٣﴾
ফলত তোমালোকে এই গছৰ তিতা ফলেৰে নিজৰ খালী উদৰ পূৰণ কৰিবা।
فَشَـٰرِبُونَ عَلَيْهِ مِنَ ٱلْحَمِيمِ ﴿٥٤﴾
লগতে পান কৰিবলাগিবপ্ৰ চণ্ডউত্তপ্ত গৰম পানী।
فَشَـٰرِبُونَ شُرْبَ ٱلْهِيمِ ﴿٥٥﴾
এতেকে সিহঁ তে প্ৰচু ৰপৰিমাণে সেই পানীপান কৰিব। যিদৰেউটে তীব্র পিয়াহত অধিক পৰিমাণে পানীপান কৰে।
هَـٰذَا نُزُلُهُمْ يَوْمَ ٱلدِّينِ ﴿٥٦﴾
উপৰোল্লে খিত তিতাখাদ্যআৰুগৰম পানীৰেই সিহঁ তক প্ৰতিদান দিৱসত অভ্যর্থনাজনোৱাহ’ব। نحن خلقنكم فلولا تصدقون
نَحْنُ خَلَقْنَـٰكُمْ فَلَوْلَا تُصَدِّقُونَ ﴿٥٧﴾
হে অস্বীকাৰকাৰীসকল! আমিয়ে ই তোমালোকক সৃষ্টি কৰিছোঁ, ইয়াৰ পূৰ্বে তোমালোকৰ কোনো অস্তি ত্বই নাছিল। এতেকে তোমালোকে এই কথা বিশ্বাস নকৰা নেকি যে, নিশ্চয় আমিয়ে ই তোমালোকক মৃ ত্যুৰ পিছত পুনৰ্জীৱিত কৰিম?! أفرءيتم ما تمنون
أَفَرَءَيْتُم مَّا تُمْنُونَ ﴿٥٨﴾
হে মানৱজাতি! তোমালোকে সেই বীৰ্য সম্পৰ্কে ভাবিছানে, যিটো তোমালোকে নিজৰস্ত্রীসকলৰগর্ভাশয় ত নিক্ষেপ কৰা?!
ءَأَنتُمْ تَخْلُقُونَهُۥٓ أَمْ نَحْنُ ٱلْخَـٰلِقُونَ ﴿٥٩﴾
সেই বীর্য তোমালোকে সৃষ্টি কৰানে আমি সৃষ্টি কৰোঁ?!
نَحْنُ قَدَّرْنَا بَيْنَكُمُ ٱلْمَوْتَ وَمَا نَحْنُ بِمَسْبُوقِينَ ﴿٦٠﴾
আমি তোমালোকৰ মাজত মৃ ত্যুৰ ফয় চালা কৰিছোঁ। ফলত তোমালোকৰ প্ৰত্যেকৰে বাবে আছে এটা নির্ধাৰিত সময় , যি সময় আগুৱাইয়ো নাহিব আৰু পিছু ৱাইয়োনাযাব। তথাআমি অপাৰগোনহয় , بلغ আল-কোৰআন · তাফছীৰ
عَلَىٰٓ أَن نُّبَدِّلَ أَمْثَـٰلَكُمْ وَنُنشِئَكُمْ فِى مَا لَا تَعْلَمُونَ ﴿٦١﴾
তোমালোকৰবর্ত মান সৃষ্টি আৰুআকৃ তিক পৰিবর্ত ন কৰিতোমালোকক এনেকু ৱা সৃষ্টি ত পৰিণত কৰিবলৈও আমি সক্ষম, যি সৃষ্টি আৰুআকৃ তি সম্পৰ্কে তোমালোকে নাজানা।
وَلَقَدْ عَلِمْتُمُ ٱلنَّشْأَةَ ٱلْأُولَىٰ فَلَوْلَا تَذَكَّرُونَ ﴿٦٢﴾
নিশ্চয় তোমালোকে অৱগত হৈছা, কেনেকৈ আমি তোমালোকৰপ্ৰ থম সৃষ্টি সম্পন্ন কৰিছোঁ। এতেকে তোমালোকে উপদেশ গ্রহণ নকৰা কিয় ? আৰু এই কথা বিশ্বাস নকৰা নেকি যে, যি সত্তাই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে, তেওঁ নিশ্চয় তোমালোকক মৃ ত্যুৰ পিছতো পুনৰ্জীৱিত কৰিবলৈ সক্ষম?! أفرءيتم ما تحرثون
أَفَرَءَيْتُم مَّا تَحْرُثُونَ ﴿٦٣﴾
তোমালোকে মাটি ত যি বীজ ৰোপণ কৰা,সেই সম্পৰ্কে কেতিয়াবাভাবিদেখিছানে?!
ءَأَنتُمْ تَزْرَعُونَهُۥٓ أَمْ نَحْنُ ٱلزَّٰرِعُونَ ﴿٦٤﴾
সেই বীজ তোমালোকে অংকু ৰিত কৰানেকি;নে আমি অংকু ৰিত কৰোঁ?!
لَوْ نَشَآءُ لَجَعَلْنَـٰهُ حُطَـٰمًۭا فَظَلْتُمْ تَفَكَّهُونَ ﴿٦٥﴾
আমি ইচ্ছা কৰিলে সেই শস্যক খেৰ-কু টাত পৰিণত কৰিব পাৰোঁ, যি শস্য পকিছে তথা চপাই লোৱাৰ নিকটৱর্তী সময় ত উপনীত হৈছে। কিন্তু তেনে কৰিলে তোমালোকে হতাশ হৈ পৰিবা। إ ن المغرمون
إِنَّا لَمُغْرَمُونَ ﴿٦٦﴾
তেতিয়াতোমালোকে ক’বাঃনিশ্চয় আমি যি ব্যয় কৰিছোঁ,এই ক্ষয় -ক্ষতিৰবাবেআমি দায় গ্ৰতস্ হৈ পৰিলোঁ। بل نحن محرومون
بَلْ نَحْنُ مَحْرُومُونَ ﴿٦٧﴾
বৰং আমি জীৱিকাৰ পৰা বঞ্চিত হৈ পৰিলোঁ।
أَفَرَءَيْتُمُ ٱلْمَآءَ ٱلَّذِى تَشْرَبُونَ ﴿٦٨﴾
পিয়াহ লাগিলে তোমালোকে যি পানী খোৱা, সেই পানীৰ বিষয়ে তোমালোকে কেতিয়াবা ভাবিছানে?!
ءَأَنتُمْ أَنزَلْتُمُوهُ مِنَ ٱلْمُزْنِ أَمْ نَحْنُ ٱلْمُنزِلُونَ ﴿٦٩﴾
আকাশৰ মেঘপুঞ্জৰ মাজৰ পৰা সেই পানী তোমালোকে অৱতীৰ্ণ কৰা, নে আমি অৱতীৰ্ণ কৰোঁ?!
لَوْ نَشَآءُ جَعَلْنَـٰهُ أُجَاجًۭا فَلَوْلَا تَشْكُرُونَ ﴿٧٠﴾
আমি ইচ্ছা কৰিলে সেই পানীক প্ৰচণ্ড লৱণাক্ত বনাব পাৰোঁ, যিটো খোৱাৰ বাবেও উপযোগী নহয় আৰু খেতি-বাতিৰ বাবেও উপযুক্ত নহয় । এতেকে আল্লাহে তোমালোকৰ প্ৰতি দয়া দৃষ্টি কৰি যি মিঠা পানী অৱতীৰ্ণ কৰে, তাৰ বাবে তোমালোকে তেওঁ ৰ কৃ তজ্ঞতা জ্ঞাপন নকৰিবানে?! بلغ আল-কোৰআন · তাফছীৰ
أَفَرَءَيْتُمُ ٱلنَّارَ ٱلَّتِى تُورُونَ ﴿٧١﴾
সেই জুই সম্পৰ্কে তোমালোকে কেতিয়াবা ভাবিছানে, যিটোক তোমালোকে নিজৰউপকাৰাৰ্থে প্ৰজ্বলিত কৰা?!
ءَأَنتُمْ أَنشَأْتُمْ شَجَرَتَهَآ أَمْ نَحْنُ ٱلْمُنشِـُٔونَ ﴿٧٢﴾
জুই উৎপন্ন কৰাসেই গছ তোমালোকে সৃষ্টি কৰিছা,নে আমি তোমালোকৰপ্ৰ তি দয়াকৰিসৃষ্টি কৰিছোঁ?! نحن جعلنها تذكرة ومتعا للمقوين
نَحْنُ جَعَلْنَـٰهَا تَذْكِرَةًۭ وَمَتَـٰعًۭا لِّلْمُقْوِينَ ﴿٧٣﴾
সেই জুইক আমি তোমালোকৰ বাবে উপদেশ বনাইছোঁ। সেইটোৱে তোমালোকক পৰকালৰ অগ্নিৰ কথা স্মৰণ কৰাই দিয়ে। লগতে ইয়াক তোমালোকৰ মাজৰ ভ্রমণকাৰীসকলৰ বাবে উপকাৰীও বনাইছোঁ।
فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ ﴿٧٤﴾
এতেকে হে ৰাছু ল! আপুনি আপোনাৰ মহান প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰক, সেই সকলো বস্তু ৰ পৰা, যিবোৰ তেওঁ ৰ বাবে উপযুক্ত নহয় ।
۞ فَلَآ أُقْسِمُ بِمَوَٰقِعِ ٱلنُّجُومِ ﴿٧٥﴾
আল্লাহে তাৰকাৰাজিৰ অৱস্থান আৰু স্থানৰ শপত খাইছে। وإنه لقسم لو تعلمون عظيم
وَإِنَّهُۥ لَقَسَمٌۭ لَّوْ تَعْلَمُونَ عَظِيمٌ ﴿٧٦﴾
তোমালোকে যদি এইবোৰৰ অৱস্থানৰ মৰ্যাদা সম্পৰ্কে জানিলাহেঁ তেন, তেতিয়াহে বুজি পালাহেঁ তেন, ইয়াৰ শপত খোৱাটো কিমান ডাঙৰ বিষয় । তাত আছে অগণিত নিদৰ্শন আৰুউপদেশাৱলী। إنه لقرءان كريم
إِنَّهُۥ لَقُرْءَانٌۭ كَرِيمٌۭ ﴿٧٧﴾
হে মানৱসমাজ! তোমালোকৰসন্মুখত তিলাৱত কৰাএই কোৰআন হৈছে সন্মানিত কোৰআন। কাৰণ ইয়াৰমাজত আছে বহু ধৰণৰমহাউপকাৰিতা। فى كتب مكنون
فِى كِتَـٰبٍۢ مَّكْنُونٍۢ ﴿٧٨﴾
এইখন সংৰক্ষিত আছে মানৱদৃষ্টি ৰপৰাআঁতৰত থকাএখন গ্ৰন্থত। সেইখন হৈছে লাওহে মাহফূ জ।
لَّا يَمَسُّهُۥٓ إِلَّا ٱلْمُطَهَّرُونَ ﴿٧٩﴾
পাপ-পঙ্কিলতা আৰু দোষ-ত্ৰুটি ৰ পৰা পৱিত্ৰ ফিৰিস্তাসকলৰ বাহিৰে আন কোনেও ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
تَنزِيلٌۭ مِّن رَّبِّ ٱلْعَـٰلَمِينَ ﴿٨٠﴾
এইখন সৃষ্টি জগতৰপ্ৰ তিপালকৰতৰফৰপৰা তেওঁ ৰনবী মু হাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰওপৰত অৱতীৰ্ণ হৈছে। بلغ আল-কোৰআন · তাফছীৰ
أَفَبِهَـٰذَا ٱلْحَدِيثِ أَنتُم مُّدْهِنُونَ ﴿٨١﴾
হে মু শ্বৰিকসকল! তোমালোকে এইখনক সমৰ্থন নকৰি অস্বীকাৰ কৰি আছা?! وتجعلون رزقكم أنكم تكذبون
وَتَجْعَلُونَ رِزْقَكُمْ أَنَّكُمْ تُكَذِّبُونَ ﴿٨٢﴾
আৰু আল্লাহে নিয়ামত হিচাপে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে সেইটোৰ বাবে আল্লাহৰ কৃ তজ্ঞতা নকৰি তোমালোকে সেইটোক অস্বীকাৰ কৰি আছা। লগতে তোমালোকে বৰষুণৰ সম্পৰ্ক গ্ৰহ-নক্ষত্ৰৰ সৈতে কৰিছা। যেনে- তোমালোকে কোৱা যে, এই এই গ্ৰহৰ ফলত আজি আমাৰ ওপৰত বৰষু ণ হৈছে?!
فَلَوْلَآ إِذَا بَلَغَتِ ٱلْحُلْقُومَ ﴿٨٣﴾
এতেকে যেতিয়াআত্মাকণ্ঠনালীত আহি উপস্থি ত হয় । وأنتم حينئ ذ تنظرون
وَأَنتُمْ حِينَئِذٍۢ تَنظُرُونَ ﴿٨٤﴾
আৰু তোমালোকে নিজৰসন্মুখত থকা মু মূ র্ষু ব্যক্তি ৰপ্ৰ তি অসহায় হৈ চাই থাকা। ونحن أقرب إليهمنكم ولكن لا تبصرون
وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنكُمْ وَلَـٰكِن لَّا تُبْصِرُونَ ﴿٨٥﴾
তেতিয়া আমি আমাৰ জ্ঞান, ক্ষমতা আৰু ফিৰিস্তাসকলৰ মাধ্যমত তোমালোকতকৈও অধিক তোমালোকৰ মৃত ব্যক্তিৰ নিকটৱর্তী থাকোঁ। কিন্তু তোমালোকে সেই ফিৰিস্তাসকলক দেখা নোপোৱা।
فَلَوْلَآ إِن كُنتُمْ غَيْرَ مَدِينِينَ ﴿٨٦﴾
যিহেতু তোমালোকে ধাৰণা কৰা যে, তোমালোকে নিজৰ কৰ্মৰ হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত নহ’বা,
تَرْجِعُونَهَآ إِن كُنتُمْ صَـٰدِقِينَ ﴿٨٧﴾
যদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ সন্মুখত ওলাই যোৱা এই প্ৰাণক ঘূৰাই আনিব নোৱাৰা কিয় ?! প্ৰকৃ ততে তোমালোকে এইটো কৰিবলৈ সক্ষম নহয় ।
فَأَمَّآ إِن كَانَ مِنَ ٱلْمُقَرَّبِينَ ﴿٨٨﴾
আনহাতে যদি মৃ ত ব্যক্তি কল্যাণকৰকৰ্মত অগ্র গামী আছিল। فروح وريحان وجنت نعيم
فَرَوْحٌۭ وَرَيْحَانٌۭ وَجَنَّتُ نَعِيمٍۢ ﴿٨٩﴾
তেন্তে তেওঁ ৰ বাবে আছে এনেকু ৱা শান্তি , যাৰ পিছত কোনো ধৰণৰ ক্লান্তি নাথাকিব। লগতে আছে উত্তম জীৱিকা আৰু ৰহমত। সর্বোপৰি জান্নাত, যাৰ মাজত তেওঁ নিজৰচাহিদানু যায়ী নিয়ামতসমূ হ উপভোগ কৰিবপাৰিব। بلغ আল-কোৰআন · তাফছীৰ
وَأَمَّآ إِن كَانَ مِنْ أَصْحَـٰبِ ٱلْيَمِينِ ﴿٩٠﴾
فَسَلَـٰمٌۭ لَّكَ مِنْ أَصْحَـٰبِ ٱلْيَمِينِ ﴿٩١﴾
যদি মৃত ব্যক্তি সোঁপন্থীসকলৰ অন্ত ৰ্ভু ক্তহয় , তেনেহ’লে তেওঁলোককলৈ আপুনি চিন্তা নকৰিব। কিয় নো, তেওঁলোকৰ বাবে আছে শান্তি আৰু নিৰাপত্তা।
وَأَمَّآ إِن كَانَ مِنَ ٱلْمُكَذِّبِينَ ٱلضَّآلِّينَ ﴿٩٢﴾
পক্ষান্ত ৰেযদি মৃ ত ব্যক্তি ৰাছু ল (চাল্লাল্লাহু আলাইহি অছাল্লামে) লৈ অহা বিষয় ৰপ্ৰ তি মিথ্যাৰোপকাৰী হয় তথা সৰল পথৰপৰা পথভ্র ষ্টহয় । فنزل من حميم
فَنُزُلٌۭ مِّنْ حَمِيمٍۢ ﴿٩٣﴾
তেনেহ’লে তাক আপ্যায় ন কৰা হ’ব উতলা গৰম পানীৰে। وتص لية جحيم
وَتَصْلِيَةُ جَحِيمٍ ﴿٩٤﴾
আৰু সি জাহান্নামৰ অগ্নিত দগ্ধ হ’ব।
إِنَّ هَـٰذَا لَهُوَ حَقُّ ٱلْيَقِينِ ﴿٩٥﴾
হে নবী! আমি আপোনাক যি ঘটনা বৰ্ণনা কৰিছোঁ; সেইটো এনেকু ৱা সত্য য’ত কোনো ধৰণৰ সন্দে হ নাই।
فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ ﴿٩٦﴾
গতিকে আপুনি নিজ প্ৰতিপালকৰ মহান নামৰ পৱিত্রতা বৰ্ণনা কৰক, আৰু তেওঁ ক দোষ-ত্ৰুটি ৰ পৰা মু ক্তঘোষণা কৰক। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে