ٱلرَّحْمَـٰنُ ﴿١﴾
কৰুণাময় ,যিজনপ্র শস্ত দয়াৰঅধিকাৰী।
মুখ্য পৃষ্ঠা›তাফছীৰ›Ar-Rahmaan (55)
মাদানী · 78 আয়াত
ٱلرَّحْمَـٰنُ ﴿١﴾
কৰুণাময় ,যিজনপ্র শস্ত দয়াৰঅধিকাৰী।
عَلَّمَ ٱلْقُرْءَانَ ﴿٢﴾
তেৱেঁই মানু হৰবাবেসহজ কৰিদিছে কোৰআন মু খস্থ কৰা আৰু ইয়াৰঅর্থ অনু ধাৱন কৰা।
خَلَقَ ٱلْإِنسَـٰنَ ﴿٣﴾
তেৱেঁই মানু হক পূর্ণাঙ্গ ৰূপে আৰুঅতি সুন্দ ৰসৌষ্ঠ ৱত সৃষ্টি কৰিছে।
عَلَّمَهُ ٱلْبَيَانَ ﴿٤﴾
তেৱেঁই মানু হক কথা আৰু লিখাৰ মাধ্যমত মনৰ ভাৱ প্রকাশ কৰাৰ পদ্ধতি শিকাইছে।
ٱلشَّمْسُ وَٱلْقَمَرُ بِحُسْبَانٍۢ ﴿٥﴾
তেৱেঁই সূর্য্য আৰু চন্দ্র ক নির্ধাৰণ কৰিছে। উভয়ে নিপুণভাৱে পৰিচালিত। যাতে মানু হে বছৰৰ সংখ্যা আৰু হিচাপ ৰাখিব পাৰে।
وَٱلنَّجْمُ وَٱلشَّجَرُ يَسْجُدَانِ ﴿٦﴾
কাণ্ডহীন তৃ ণলতাআৰুবৃক্ষৰাজি উভয়ে ই মহান আল্লাহৰউদ্দেশ্যেঅনু গত আৰুঅবনমিত হৈ ছাজদাহ কৰে।
وَٱلسَّمَآءَ رَفَعَهَا وَوَضَعَ ٱلْمِيزَانَ ﴿٧﴾
তেৱেঁই আকাশক পৃথিৱীৰ ওপৰত চাদ হিচাপে উত্থিত কৰিছে। লগতে পৃথিৱীত ন্যায় বিচাৰ স্থাপন কৰিছে আৰু বান্দাসকলক এই বিষয়ে নির্দেশো দিছে।
أَلَّا تَطْغَوْا۟ فِى ٱلْمِيزَانِ ﴿٨﴾
তেওঁ ন্যায় বিচাৰ স্থাপন কৰিছে এইকাৰণে যে, হে মানৱ সমাজ! যাতে তোমালোকে অবিচাৰ কৰিব নোৱাৰা। লগতে যাতে ওজন আৰু পৰিমাপত তোমালোকে খিয়ানত কৰিব নোৱাৰা।
وَأَقِيمُوا۟ ٱلْوَزْنَ بِٱلْقِسْطِ وَلَا تُخْسِرُوا۟ ٱلْمِيزَانَ ﴿٩﴾
তোমালোকে পৰস্পৰৰ মাজত ওজন কৰি দিয়াৰ সময় ত ন্যায় প্ৰতিষ্ঠা কৰিবা, আনক ওজন কৰি দিওঁ তে কমকৈ নিদিবা। بلغ আল-কোৰআন · তাফছীৰ
وَٱلْأَرْضَ وَضَعَهَا لِلْأَنَامِ ﴿١٠﴾
তেৱেঁই সৃষ্টি ৰ স্থি ৰতাৰ উদ্দেশ্যে পৃথিৱীক বসবাস উপযোগী হিচাপে স্থাপন কৰিছে।
فِيهَا فَـٰكِهَةٌۭ وَٱلنَّخْلُ ذَاتُ ٱلْأَكْمَامِ ﴿١١﴾
য’ত আছে ফলদায় ক বৃক্ষৰাজি আৰু শাখা বিশিষ্ট খেজুৰ গছ, য’ত জোকা জোকা খেজুৰ ফলে।
وَٱلْحَبُّ ذُو ٱلْعَصْفِ وَٱلرَّيْحَانُ ﴿١٢﴾
লগতে তাত আছে বাকলিযুক্ত শস্য যেনেঃ গম আৰু জৱ আদি, আৰু আছে সুগন্ধিযুক্ত তৃ ণলতা।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿١٣﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
خَلَقَ ٱلْإِنسَـٰنَ مِن صَلْصَـٰلٍۢ كَٱلْفَخَّارِ ﴿١٤﴾
তেৱেঁই আদম (আলাইহিচ্ছালাম)ক পোৰামাটি সদৃশ ঠনঠনীয়াশুকান মাটি ৰেসৃষ্টি কৰিছে।
وَخَلَقَ ٱلْجَآنَّ مِن مَّارِجٍۢ مِّن نَّارٍۢ ﴿١٥﴾
আৰু জিনসকলৰ পিতাক ধোঁৱাবিহীন লেলিহান অগ্নিশিখাৰে সৃষ্টি কৰিছে।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿١٦﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
رَبُّ ٱلْمَشْرِقَيْنِ وَرَبُّ ٱلْمَغْرِبَيْنِ ﴿١٧﴾
তেৱেঁই শীত আৰু গ্রীষ্মকালত সূর্যৰ দুয়ো উদয়াচল আৰু দুয়ো অস্তাচলৰ প্ৰতিপালক।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿١٨﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
مَرَجَ ٱلْبَحْرَيْنِ يَلْتَقِيَانِ ﴿١٩﴾
আল্লাহে মিঠা আৰু লুণীয়া উভয় সাগৰকে মিলিত কৰে, বাহ্যিক দৃষ্টি ত মিশ্ৰি ত দেখা যায় । بلغ আল-কোৰআন · তাফছীৰ بينهما برزخ لا يبغيان
بَيْنَهُمَا بَرْزَخٌۭ لَّا يَبْغِيَانِ ﴿٢٠﴾
কিন্তু দুয়ো সাগৰৰ মাজত আছে এনেকু ৱা এখন পর্দা, যিখনে পৰস্পৰক মিশ্ৰি ত হ’বলৈ বাধা দিয়ে । ফলত পানীৰ মিঠা অংশ মিঠা থাকে, আৰু লুণীয়া অংশ লুণীয়া হৈয়ে থাকে।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٢١﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
يَخْرُجُ مِنْهُمَا ٱللُّؤْلُؤُ وَٱلْمَرْجَانُ ﴿٢٢﴾
উভয় সাগৰৰসঙ্গমস্থ লত উৎপন্ন হয় সৰু-ডাঙৰমু কু তা।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٢٣﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
وَلَهُ ٱلْجَوَارِ ٱلْمُنشَـَٔاتُ فِى ٱلْبَحْرِ كَٱلْأَعْلَـٰمِ ﴿٢٤﴾
সাগৰৰ মাজত চলাচল কৰা পৰ্বত সদৃশ নৌযানবোৰ একমাত্ৰ পৱিত্ৰ আল্লাহৰেই নিয় ন্ত্ৰ ণাধীন।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٢٥﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? كل من عليهافان
كُلُّ مَنْ عَلَيْهَا فَانٍۢ ﴿٢٦﴾
ভূ পৃষ্ঠ ত থকা সকলো জীৱ-জন্তু নিশ্চিতভাৱে ধ্বংসশীল।
وَيَبْقَىٰ وَجْهُ رَبِّكَ ذُو ٱلْجَلَـٰلِ وَٱلْإِكْرَامِ ﴿٢٧﴾
হে ৰাছু ল! কেৱল আপোনাৰপ্ৰ তিপালকৰচেহেৰাই অৱশিষ্ট থাকিব। তেওঁ নিজ বান্দাসকলৰওপৰত মহিমাময় আৰুমহাঅনুগ্র হশীল। ফলত তেওঁক কেতিয়াওধ্বংসই স্পৰ্শ নকৰিব।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٢٨﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
يَسْـَٔلُهُۥ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ كُلَّ يَوْمٍ هُوَ فِى شَأْنٍۢ ﴿٢٩﴾
তেওঁৰ ওচৰতেই আকাশৰ সকলো ফিৰিস্তা আৰু পৃথিৱীৰ সকলো জিন আৰু মানৱে নিজৰ নিজৰ প্রয়োজন প্ৰাৰ্থনা কৰে। তেওঁ প্ৰতিটো মুহূ ৰ্ততে বান্দাসকলৰ জীৱন, মৰণ, জীৱিকা অথবা অন্যান্য গুৰুত্ব পূৰ্ণ কামত নিয়োজিত থাকে। بلغ আল-কোৰআন · তাফছীৰ
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٣٠﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
سَنَفْرُغُ لَكُمْ أَيُّهَ ٱلثَّقَلَانِ ﴿٣١﴾
হে মানৱ আৰু জিনজাতি! অচিৰেই আমি তোমালোকৰ হিচাপ-নিকাচৰ প্ৰতি মনোনিৱেশ কৰিম। ফলত প্রত্যেককে প্ৰাপ্য অনুযায়ী ছোৱাব অথবা শাস্তি প্রদানকৰাহ’ব।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٣٢﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
يَـٰمَعْشَرَ ٱلْجِنِّ وَٱلْإِنسِ إِنِ ٱسْتَطَعْتُمْ أَن تَنفُذُوا۟ مِنْ أَقْطَارِ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ فَٱنفُذُوا۟ ۚ لَا تَنفُذُونَ إِلَّا بِسُلْطَـٰنٍۢ ﴿٣٣﴾
আল্লাহে কিয়ামতৰ দিনা মানৱ আৰু জিন জাতিক সমৱেত কৰি ক’ব: হে মানৱ আৰু জিনজাতি! তোমালোকে যদি আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো কোণৰ পৰা ওলাব পাৰা তেন্তে ওলাই যোৱা। কিন্তু তোমালোকে শক্তি আৰু প্রমাণ নোহোৱাকৈ কেতিয়াও এইটো কৰিব নোৱাৰিবা, আৰু সেই শক্তি তোমালোকে পাবা ক’ত?
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٣٤﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? يرسل عليكما شواظ من نار ونحاس فلا تنتصران
يُرْسَلُ عَلَيْكُمَا شُوَاظٌۭ مِّن نَّارٍۢ وَنُحَاسٌۭ فَلَا تَنتَصِرَانِ ﴿٣٥﴾
হে মানৱআৰুজিন জাতি! তোমালোকৰওপৰত ধোঁৱাবিহীন অগ্নিৰলেলিহান শিখা প্রে ৰণ কৰা হ’ব, আৰুপ্রে ৰণ কৰা হ’বশিখাবিহীন ধোঁৱা। ফলত তোমালোকে সেইটোক প্রতিৰোধ কৰিব নোৱাৰিবা।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٣٦﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
فَإِذَا ٱنشَقَّتِ ٱلسَّمَآءُ فَكَانَتْ وَرْدَةًۭ كَٱلدِّهَانِ ﴿٣٧﴾
যেতিয়া আকাশখন বিদীৰ্ণ হ’ব, যাতে ফিৰিস্তাসকল অৱতৰণ কৰিব পাৰে, তেতিয়া ই তেলৰ দৰে ৰঙা হৈ পৰিব।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٣٨﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰতن আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
فَيَوْمَئِذٍۢ لَّا يُسْـَٔلُ عَن ذَنۢبِهِۦٓ إِنسٌۭ وَلَا جَآنٌّۭ ﴿٣٩﴾
এই মহা ভয়াংকৰদিৱসত কোনো মানৱঅথবা জিনক সিহঁ তৰপাপ সম্পর্কে সোধ-পোচ কৰা নহ’ব। যিহেতু আল্লাহে সিহঁ তৰআমল সম্পর্কে অৱগত। بلغ আল-কোৰআন · তাফছীৰ
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٤٠﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
يُعْرَفُ ٱلْمُجْرِمُونَ بِسِيمَـٰهُمْ فَيُؤْخَذُ بِٱلنَّوَٰصِى وَٱلْأَقْدَامِ ﴿٤١﴾
কিয়ামতৰ দিনা অপৰাধীসকলক সিহঁ তৰ চিহ্ন ৰ দ্বাৰা চিনি পোৱা যাব। কিয় নো সেইদিনা সিহঁ তৰ মু খমণ্ডল ক’লা পৰিব আৰু চকু ৰ ৰং নীলা হ’ব। ফলত সিহঁ তৰকপালক ভৰিৰসৈতে বান্ধি জাহান্নামত নিক্ষেপ কৰা হ’ব।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٤٢﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
هَـٰذِهِۦ جَهَنَّمُ ٱلَّتِى يُكَذِّبُ بِهَا ٱلْمُجْرِمُونَ ﴿٤٣﴾
সিহঁ তক ভৰ্ৎ সনা কৰি কোৱা হ’বঃ এইখনেই হৈছে সেই জাহান্নাম, যিখনক অপৰাধীসকলে পৃথিৱীত অস্বীকাৰ কৰিছিল। যিখন আজি সিহঁ তৰ চকু ৰ সন্মুখত আছে,আজি সিহঁ তে কোনোপধ্যেই ইয়াক অবিশ্বাস কৰিবনোৱাৰিব। يطوفون بينها وبين حميم ءان
يَطُوفُونَ بَيْنَهَا وَبَيْنَ حَمِيمٍ ءَانٍۢ ﴿٤٤﴾
সিহঁ তে সেই জাহান্নামৰমাজত প্ৰচণ্ডউতলাপানীত ঘূৰপাক খাব।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٤٥﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? ولمن خاف مقام ربه جنتان
وَلِمَنْ خَافَ مَقَامَ رَبِّهِۦ جَنَّتَانِ ﴿٤٦﴾
আৰু যি ব্যক্তিয়ে পৰকালত নিজ প্ৰতিপালকৰসন্মুখত দণ্ডায় মান হোৱাক ভয় কৰে, তথা যিয়ে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তাৰবাবেআছে দু টা জান্নাত।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٤٧﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
ذَوَاتَآ أَفْنَانٍۢ ﴿٤٨﴾
এই দুয়োটাজান্নাত হৈছে বহুতোসতেজ ডাল-পাত আৰুফলবিশিষ্ট ।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٤٩﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? بلغ আল-কোৰআন · তাফছীৰ فيهما عينان تجريان
فِيهِمَا عَيْنَانِ تَجْرِيَانِ ﴿٥٠﴾
উভয় জান্নাতত আছে প্রবাহমান পানীবিশিষ্ট দুটাঝর্না(জুৰিবানিৰ্ঝ ৰ)।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٥١﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? فيهما من كل فكهة زوجان
فِيهِمَا مِن كُلِّ فَـٰكِهَةٍۢ زَوْجَانِ ﴿٥٢﴾
উভয় তে আছে প্ৰত্যেক ফল-মূ লৰ দুটা দুটা প্ৰকাৰ।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٥٣﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
مُتَّكِـِٔينَ عَلَىٰ فُرُشٍۭ بَطَآئِنُهَا مِنْ إِسْتَبْرَقٍۢ ۚ وَجَنَى ٱلْجَنَّتَيْنِ دَانٍۢ ﴿٥٤﴾
তেওঁলোকে বিছনাত আউজি বহিব। যিখন বিছনাৰ ভিতৰভাগ হৈছে মোটা ৰেচমৰ দ্বাৰা তৈয়াৰী। তথা উভয় জান্নাতৰ ফল-মূল ইমান নিকটৱৰ্তী থাকিব যে, থিয় হৈ, বহি আৰু আউজি বহিও পাৰি খাব পৰা যাব।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٥٥﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰن ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
فِيهِنَّ قَـٰصِرَٰتُ ٱلطَّرْفِ لَمْ يَطْمِثْهُنَّ إِنسٌۭ قَبْلَهُمْ وَلَا جَآنٌّۭ ﴿٥٦﴾
তাত থাকিব এনেকু ৱা নাৰীসকল, যিসকলৰ দৃষ্টি একমাত্ৰ তেওঁ লোকৰ স্বামীৰ প্রতিহে সীমাবদ্ধ থাকিব। তেওঁ লোকৰ সতীত্ব ক নিজৰ স্বামীৰ পূর্বে কোনো জিন তথা মানৱে স্পৰ্শ কৰা নাই।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٥٧﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
كَأَنَّهُنَّ ٱلْيَاقُوتُ وَٱلْمَرْجَانُ ﴿٥٨﴾
সৌন্দ ৰ্যআৰুপৰিচ্ছন্নতাত তেওঁ লোক হৈছে যেনিবা মণি-মু কু তা।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٥٩﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? بلغ আল-কোৰআন · তাফছীৰ
هَلْ جَزَآءُ ٱلْإِحْسَـٰنِ إِلَّا ٱلْإِحْسَـٰنُ ﴿٦٠﴾
যি ব্যক্তিয়ে সুন্দ ৰভাৱে নিজ প্ৰতিপালকৰ আনুগত্য কৰে, তাৰ প্রতিদান ইয়াৰ বাহিৰে আৰুনো কি হ’ব পাৰে যে, আল্লাহে তাক উত্তম প্রতিদান দান কৰিব।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٦١﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? ومن دونهما جنتان
وَمِن دُونِهِمَا جَنَّتَانِ ﴿٦٢﴾
উল্লি খিত জান্নাত দুটাৰ বাহিৰেও আৰু দুখন জান্নাত আছে।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٦٣﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
مُدْهَآمَّتَانِ ﴿٦٤﴾
সেই দুখন অতি ঘন সেউজীয়া।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٦٥﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? فيهما عينان نض اختان
فِيهِمَا عَيْنَانِ نَضَّاخَتَانِ ﴿٦٦﴾
এই দুয়োখন জান্নাতত আছে অতি উচ্ছলিত পানীৰদুটাঝর্না। যি ঝৰ্নাত পানীৰগতি কেতিয়াও বন্ধ নহ’ব।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٦٧﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? فيهما فكهة ونخل ورمان
فِيهِمَا فَـٰكِهَةٌۭ وَنَخْلٌۭ وَرُمَّانٌۭ ﴿٦٨﴾
এই দুয়োখন জান্নাতত আছে প্রচু ৰফল-মূ ল,লগতে আছে বৃহৎ খেজুৰগছ আৰুডালিম।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٦٩﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? بلغ আল-কোৰআন · তাফছীৰ فيهن خيرت حسان
فِيهِنَّ خَيْرَٰتٌ حِسَانٌۭ ﴿٧٠﴾
উক্ত জান্নাতসমূ হত আছে উত্তম চৰিত্র আৰু ৰূপহী, ৰমণী নাৰীসকল।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٧١﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
حُورٌۭ مَّقْصُورَٰتٌۭ فِى ٱلْخِيَامِ ﴿٧٢﴾
চামিয়ানাবোৰত সুৰক্ষিত থকাৰ উদ্দেশ্যে হুৰসকল পৰ্দাত থাকিব।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٧٣﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰن অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
لَمْ يَطْمِثْهُنَّ إِنسٌۭ قَبْلَهُمْ وَلَا جَآنٌّۭ ﴿٧٤﴾
নিজৰ স্বামীৰ পূর্বে কোনো মানৱ অথবা জিনে তেওঁ লোকৰ নিকটৱৰ্তী হোৱা নাছিল।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٧٥﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা? متكٔينعل رفرف خضروعبقرى حسان
مُتَّكِـِٔينَ عَلَىٰ رَفْرَفٍ خُضْرٍۢ وَعَبْقَرِىٍّ حِسَانٍۢ ﴿٧٦﴾
তেওঁ লোকে সেউজীয়া দলিচা আৰু সুন্দ ৰ চাদৰৰ দ্বাৰা বেষ্টি ত গাদীত আউজি অৱস্থান কৰিব।
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ﴿٧٧﴾
হে মানৱ আৰু জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনু গ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
تَبَـٰرَكَ ٱسْمُ رَبِّكَ ذِى ٱلْجَلَـٰلِ وَٱلْإِكْرَامِ ﴿٧٨﴾
অতি মাহাত্ম্য আৰুপ্রাচু ৰ্যপূৰ্ণ আপোনাৰপ্ৰ তিপালকৰনাম। তেওঁ মহামহিম, নিজ বান্দাসকলৰপ্র তি অনু গ্রহশীল আৰুকৃ পাশীল। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে