মুখ্য পৃষ্ঠাতাফছীৰAl-Qamar (54)

তাফছীৰ Al-Qamar (54) — القمر

মক্কী · 55 আয়াত

পঢ়ক · শুনকPDF ফাইল

ٱقْتَرَبَتِ ٱلسَّاعَةُ وَٱنشَقَّ ٱلْقَمَرُ ﴿١﴾

কিয়ামত নিকটৱৰ্তী হৈছে, আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত চন্দ্ৰ দ্বি খণ্ডিত হৈছিল। লগতে চন্দ্ৰ দ্বি খণ্ডিত হোৱা বিষয় টো হৈছে বাস্ত ৱ নিদৰ্শ ন। ر وإن يروا ءاية يعرضوا ويقولوا س حر م ستم

وَإِن يَرَوْا۟ ءَايَةًۭ يُعْرِضُوا۟ وَيَقُولُوا۟ سِحْرٌۭ مُّسْتَمِرٌّۭ ﴿٢﴾

মুশ্বৰিকসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কে কোনো প্ৰমাণ দেখিলেই মুখ ঘূৰাই লয় , তথা সেইবোৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। লগতে কয়ঃআমি দেখাএই প্ৰমাণবোৰر হৈছে যাদু তথাঅসত্য।

وَكَذَّبُوا۟ وَٱتَّبَعُوٓا۟ أَهْوَآءَهُمْ ۚ وَكُلُّ أَمْرٍۢ مُّسْتَقِرٌّۭ ﴿٣﴾

সিহঁ তৰ ওচৰলৈ অহা সত্যক সিহঁ তে অস্বীকাৰ কৰিছে, আৰু এইক্ষেত্ৰত সিহঁ তে নিজৰ ইচ্ছাৰ অনু সৰণ কৰিছে। ভাল হওক অথবা বেয়া, কিয়ামতৰ দিনা প্ৰত্যেকেই উচিত প্ৰাপ্যলাভ কৰিব।

وَلَقَدْ جَآءَهُم مِّنَ ٱلْأَنۢبَآءِ مَا فِيهِ مُزْدَجَرٌ ﴿٤﴾

নিশ্চয় সিহঁ তৰ ওচৰলৈ সেইসমূ হ উম্মতৰ সংবাদ আহি পৰিছে, যিসকলক আল্লাহে সিহঁ তৰ কু ফৰী আৰু অন্যায় কৰ্মৰ বাবে ধ্বংস কৰিছিল। এতেকে এই সংবাদেই সিহঁ তক কু ফৰী আৰু অন্যায় কৰ্মৰ পৰা বিৰত ৰাখিবলৈ যথেষ্ট ।

حِكْمَةٌۢ بَـٰلِغَةٌۭ ۖ فَمَا تُغْنِ ٱلنُّذُرُ ﴿٥﴾

সিহঁ তৰ ওচৰলৈ যি সংবাদ আহি পৰিছে, সেয়া হিকমতেৰে পৰিপূৰ্ণ, যাতে সিহঁ তৰ বাবে অজুহাত উত্থাপনৰ সকলো দুৱাৰ বন্ধ হৈ যায় । গতিকে যিসকল লোকে আল্লাহৰপ্ৰ তি আৰুআখিৰাতৰপ্ৰ তি বিশ্বাস স্থাপন নকৰে, সিহঁ তক সতৰ্ক বাণীয়ে কোনো ধৰণৰউপকাৰনকৰে।

فَتَوَلَّ عَنْهُمْ ۘ يَوْمَ يَدْعُ ٱلدَّاعِ إِلَىٰ شَىْءٍۢ نُّكُرٍ ﴿٦﴾

যিহেতু সিহঁ তে সঠি ক পথ অৱলম্বন কৰা নাই, গতিকে হে ৰাছু ল! আপুনি সিহঁ তক এৰি দিয় ক আৰু সিহঁ তৰ পৰা মু খ ঘূৰাই থাকক; লগতে অপেক্ষা কৰক সেই দিৱসলৈ, যিদিনা নিয়োজিত ফিৰিস্তাই শিঙাত ফুঁ মাৰিএনেকু ৱা এটা অপ্ৰি য় বিষয় ৰপ্ৰ তি আহ্বান কৰিব, যিটো বিষয় ইয়াৰপূৰ্বে কোনো সৃষ্টি য়ে ই মু খামু খি হোৱা নাই।

خُشَّعًا أَبْصَـٰرُهُمْ يَخْرُجُونَ مِنَ ٱلْأَجْدَاثِ كَأَنَّهُمْ جَرَادٌۭ مُّنتَشِرٌۭ ﴿٧﴾

সিহঁ তৰচকু বোৰঅপদস্ত হৈ থাকিব। সিহঁ তে কবৰৰপৰাউঠি হিচাপ-নিকাচৰময় দানলৈ বিক্ষিপ্ত পতঙ্গৰদৰেঅগ্র সৰহ’ব।

مُّهْطِعِينَ إِلَى ٱلدَّاعِ ۖ يَقُولُ ٱلْكَـٰفِرُونَ هَـٰذَا يَوْمٌ عَسِرٌۭ ﴿٨﴾

অৱস্থানৰ সেই ঠাইলৈ আহ্বানকাৰীৰ পিনে খৰখেদাকৈ দৌৰি যাব। তেতিয়া কাফিৰসকলে ক’ব: এই দিৱসটো অতি কঠি ন দিৱস। কিয় নো, ইয়াত আছে বিভীষিকা আৰু ভয়াৱহতা। بلغ আল-কোৰআন · তাফছীৰ

۞ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍۢ فَكَذَّبُوا۟ عَبْدَنَا وَقَالُوا۟ مَجْنُونٌۭ وَٱزْدُجِرَ ﴿٩﴾

হে ৰাছু ল! আপোনাৰ দাৱাত অগ্রাহ্য কৰা এই লোকসকলৰ পূর্বেও নূ হ সম্প্ৰ দায়ে আমাৰ বান্দা নূ হ আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, যেতিয়া আমি তেওঁক সিহঁতৰ ওচৰলৈ প্রে ৰণ কৰিছিলোঁ। লগতে সিহঁতে তেওঁৰ বিষয়ে কৈছিলঃ তেওঁ হৈছে এজন উন্মাদ ব্যক্তি। যেতিয়া তেওঁ সিহঁতক দাৱাত প্রদানৰপৰা বিৰত নহ'ল তেতিয়া সিহঁ তে তেওঁ ক বিভিন্ন প্ৰকাৰৰ গালি-শপনি পাৰিছিল তথা হুমকিও প্ৰদান কৰিছিল।

فَدَعَا رَبَّهُۥٓ أَنِّى مَغْلُوبٌۭ فَٱنتَصِرْ ﴿١٠﴾

তেতিয়া নূহ আলাইহিচ্ছালামে নিজ প্ৰতিপালকক আহ্বান কৰিকৈছিল, নিশ্চয় মোৰসম্প্ৰ দায়ে মোক অসহায় অৱস্থাত ঠেলি দিছে আৰু সিহঁ তে মোৰ আহ্বানত সঁহাৰি জনোৱা নাই, গতিকে আপুনি সিহঁ তৰ ওপৰত শাস্তি অৱতীর্ণ কৰি মোক শক্তি শালী কৰক।

فَفَتَحْنَآ أَبْوَٰبَ ٱلسَّمَآءِ بِمَآءٍۢ مُّنْهَمِرٍۢ ﴿١١﴾

ফলত আমি আকাশৰ দুৱাৰ খুলি দিলোঁ আৰু ধাৰাসাৰ পানী বর্ষণ কৰিলোঁ।

وَفَجَّرْنَا ٱلْأَرْضَ عُيُونًۭا فَٱلْتَقَى ٱلْمَآءُ عَلَىٰٓ أَمْرٍۢ قَدْ قُدِرَ ﴿١٢﴾

আৰু আমি পৃথিৱীক বিদীৰ্ণ কৰিলোঁ, ফলত ই ঝর্নালৈ ৰূপান্ত ৰিত হ’ল আৰু তাৰ পৰা পানী প্রবাহিত হ’বলৈ ধৰিলে। ইয়াৰ পিছত পূৰ্ব নির্ধাৰিত আল্লাহৰ ফয় চালা অনু যায়ী আকাশৰ পৰা বর্ষিত পানীয়ে পৃথিৱীৰ পানীৰ সৈতে মিশ্ৰি ত হৈ সকলোকে ডু বাই মাৰিলে, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলক আল্লাহে সুৰক্ষাপ্ৰ দান কৰিছিল। وحملنهعل ذات ألوح ودسر

وَحَمَلْنَـٰهُ عَلَىٰ ذَاتِ أَلْوَٰحٍۢ وَدُسُرٍۢ ﴿١٣﴾

আৰু আমি নূহ আলাইহিচ্ছালামক ফলক আৰু পেৰেক বিশিষ্ট নাঁৱত আৰোহণ কৰাই তেওঁক আৰু তেওঁৰ সৈতে আৰোহণ কৰা লোকসকলক ডু বি যোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ।

تَجْرِى بِأَعْيُنِنَا جَزَآءًۭ لِّمَن كَانَ كُفِرَ ﴿١٤﴾

সেই নাও মোৰ চকু ৰ সন্মুখত তথা মোৰ প্ৰত্যক্ষ তত্ত্বাৱধানত পানীৰ উত্তাল তৰঙ্গমালাৰ ওপৰেৰে গতি কৰিছিল। এয়া আছিল নূহ আলাইহিচ্ছালামক সহায় কৰাৰ নিমিত্তে, কাৰণ তেওঁ ৰ সম্প্ৰ দায়ে তেওঁ ক অস্বীকাৰ কৰিছিল, আৰু তেওঁ সিহঁ তৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছিল, তাক সিহঁ তে অস্বীকাৰকৰিছিল।

وَلَقَد تَّرَكْنَـٰهَآ ءَايَةًۭ فَهَلْ مِن مُّدَّكِرٍۢ ﴿١٥﴾

নিশ্চয় আমি এই শাস্তি ক পৰৱর্তীসকলৰমাজত উপদেশ হিচাপে ৰাখি দিছোঁ। এতেকে, ইয়াৰপৰা উপদেশ গ্রহণকাৰী কোনোবা আছেনে?! فكيف كان عذابى ونذر

فَكَيْفَ كَانَ عَذَابِى وَنُذُرِ ﴿١٦﴾

মিথ্যাৰোপকাৰীসকলৰবাবেমোৰশাস্তি কেনেকু ৱাআছিল?! তথাসিহঁ তক ধ্বংস কৰাএই শাস্তি ৰভিতৰত মোৰসতর্ক -সংকেত কেনেকু ৱাআছিল?! بلغ আল-কোৰআন · তাফছীৰ

وَلَقَدْ يَسَّرْنَا ٱلْقُرْءَانَ لِلذِّكْرِ فَهَلْ مِن مُّدَّكِرٍۢ ﴿١٧﴾

নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?! كذبت عاد فكيف كان عذابى ونذر

كَذَّبَتْ عَادٌۭ فَكَيْفَ كَانَ عَذَابِى وَنُذُرِ ﴿١٨﴾

আদ সম্প্র দায়ে ও সিহঁ তৰ নবী হূ দ আলাইহিচ্ছালামক মিথ্যাৰোপ কৰিছিল। এতেকে হে মক্কাৰ অধিবাসীসকল! ভাবি চোৱা, সিহঁ তৰ বাবে মোৰ শাস্তি কেনেকু ৱাআছিল?! লগতে সিহঁ তৰশাস্তি ৰমাধ্যমত অন্যান্যলোকসকলক দিয়ামোৰসতৰ্ক -সংকেত কেনেকু ৱাআছিল?!

إِنَّآ أَرْسَلْنَا عَلَيْهِمْ رِيحًۭا صَرْصَرًۭا فِى يَوْمِ نَحْسٍۢ مُّسْتَمِرٍّۢ ﴿١٩﴾

আমি সিহঁ তৰওপৰত এটা অনিষ্ট কৰআৰুঅশনি দিৱসত প্রচণ্ডশীতল বতাহ প্রবাহিত কৰিছিলোঁ। যিটো সিহঁ তৰওপৰত জাহান্নামত পতিত নোহোৱা পর্যতন্ অব্যাহত থাকিব।

تَنزِعُ ٱلنَّاسَ كَأَنَّهُمْ أَعْجَازُ نَخْلٍۢ مُّنقَعِرٍۢ ﴿٢٠﴾

যি বতাহে মানু হক মাটি ৰ পৰা উঠাই সিহঁ তৰ মূ ৰৰ ওপৰেৰে নিক্ষেপ কৰিছিল। ফলত সিহঁ ত উঘালি পেলোৱা খেজুৰ গছৰ দৰে পৰি আছিল। فكيف كان عذابى ونذر

فَكَيْفَ كَانَ عَذَابِى وَنُذُرِ ﴿٢١﴾

এতেকে হে মক্কাৰ অধিবাসীসকল! ভাবি চোৱা, সিহঁ তৰ বাবে মোৰ শাস্তি কেনেকু ৱা আছিল?! লগতে সিহঁ তৰ শাস্তি ৰ মাধ্যমত অন্যান্য লোকসকলক দিয়া মোৰ সতৰ্ক -সংকেত কেনেকু ৱা আছিল?!

وَلَقَدْ يَسَّرْنَا ٱلْقُرْءَانَ لِلذِّكْرِ فَهَلْ مِن مُّدَّكِرٍۢ ﴿٢٢﴾

নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!

كَذَّبَتْ ثَمُودُ بِٱلنُّذُرِ ﴿٢٣﴾

ছামূ দ সম্প্র দায়ে ও অস্বীকাৰকৰিছিল, যেতিয়া সিহঁ তৰৰাছু ল ছলেহ আলাইহিচ্ছালামে সিহঁ তক সতৰ্ক কৰিছিল।

فَقَالُوٓا۟ أَبَشَرًۭا مِّنَّا وَٰحِدًۭا نَّتَّبِعُهُۥٓ إِنَّآ إِذًۭا لَّفِى ضَلَـٰلٍۢ وَسُعُرٍ ﴿٢٤﴾

সিহঁ তে অনিহা প্রকাশ কৰিকৈছিলঃআমি আমাৰদৰেই এজন মানুহৰঅনুসৰণ কৰিম নেকি?! এনেকু ৱা কৰিলে দেখোন আমি সৰল পথৰপৰা বিচ্যুত হৈ যাম আৰুচৰম বিবেকহীন বুলি চিহ্নি ত হ'ম।

أَءُلْقِىَ ٱلذِّكْرُ عَلَيْهِ مِنۢ بَيْنِنَا بَلْ هُوَ كَذَّابٌ أَشِرٌۭ ﴿٢٥﴾

আমাক এৰিঅকল এওঁ ৰওপৰতেই অহীঅৱতীর্ণ কৰাহৈছে নেকি?! নহয় ,এওঁ হৈছে প্ৰকৃ ততে এজন অহংকাৰীমিছলীয়া। بلغ আল-কোৰআন · তাফছীৰ

سَيَعْلَمُونَ غَدًۭا مَّنِ ٱلْكَذَّابُ ٱلْأَشِرُ ﴿٢٦﴾

দৰাচলতে সিহঁ তে শীঘ্ৰে ই কিয়ামতৰদিনাজানিবলৈ পাবযে,কোন মহামিছলীয়া। ছলেহ,নে সিহঁ ত নিজেই?

إِنَّا مُرْسِلُوا۟ ٱلنَّاقَةِ فِتْنَةًۭ لَّهُمْ فَٱرْتَقِبْهُمْ وَٱصْطَبِرْ ﴿٢٧﴾

নিশ্চয় আমি সিহঁ তক পৰীক্ষা কৰিবলৈ শিলৰ পৰা উট উলিয়াই আনিম। গতিকে হে ছলেহ! আপুনি অপেক্ষা কৰক, আৰু চাই থাকক, সিহঁ তে কি কৰে আৰুসিহঁ তৰলগত কি আচৰণ কৰাহয় । লগতে সিহঁ তে দিয়াকষ্ট ত আপুনি ধৈৰ্য্যধাৰণ কৰক।

وَنَبِّئْهُمْ أَنَّ ٱلْمَآءَ قِسْمَةٌۢ بَيْنَهُمْ ۖ كُلُّ شِرْبٍۢ مُّحْتَضَرٌۭ ﴿٢٨﴾

আপুনি সিহঁ তক জনাই দিয় ক যে, সিহঁ তৰকুঁ ৱাৰপানী সিহঁ তৰআৰু সেই উটৰমাজত বণ্ট ন কৰিদিয়া হৈছে। এদিন সিহঁ তৰবাবেনিৰ্ধাৰিত থাকিবআৰু এদিন থাকিবউটৰবাবেনিৰ্ধাৰিত। প্রত্যেকেই নিজ নিজ পাল অনু সাৰেউপস্থি ত হ’ব। فنادوا صاحبهم فتعاط فعقر

فَنَادَوْا۟ صَاحِبَهُمْ فَتَعَاطَىٰ فَعَقَرَ ﴿٢٩﴾

কিন্তু সিহঁতে উটজনীক বধ কৰিবলৈ সিহঁতৰ সঙ্গীক আহ্বান কৰিলে। ফলত সি তৰোৱাল হাতত লৈ জাতিৰ নির্দেশ পালন কৰি উটজনীক হত্যা কৰিলে। فكيف كان عذابى ونذر

فَكَيْفَ كَانَ عَذَابِى وَنُذُرِ ﴿٣٠﴾

এতেকে হে মক্কাৰ অধিবাসীসকল! ভাবি চোৱা, সিহঁ তৰ বাবে মোৰ শাস্তি কেনেকু ৱা আছিল?! লগতে সিহঁ তৰ শাস্তি ৰ মাধ্যমত অন্যান্য লোকসকলক দিয়া মোৰ সতৰ্ক -সংকেত কেনেকু ৱা আছিল?!

إِنَّآ أَرْسَلْنَا عَلَيْهِمْ صَيْحَةًۭ وَٰحِدَةًۭ فَكَانُوا۟ كَهَشِيمِ ٱلْمُحْتَظِرِ ﴿٣١﴾

নিশ্চয় আমি সিহঁ তৰ ওপৰত এটা প্ৰচণ্ডবজ্রপাত পঠি য়াইছিলোঁ, যি শব্দই সিহঁ তক ধ্বংস কৰিছিল। ফলত সিহঁ ত গোহালি সজা শুকান খৰিত পৰিণত হৈছিল।

وَلَقَدْ يَسَّرْنَا ٱلْقُرْءَانَ لِلذِّكْرِ فَهَلْ مِن مُّدَّكِرٍۢ ﴿٣٢﴾

নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!

كَذَّبَتْ قَوْمُ لُوطٍۭ بِٱلنُّذُرِ ﴿٣٣﴾

লূত সম্প্ৰ দায়ে ও লূত আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁ তৰ ৰাছু ল লূত আলাইহিচ্ছালামে সিহঁ তক সতর্ক কৰিছিল।

إِنَّآ أَرْسَلْنَا عَلَيْهِمْ حَاصِبًا إِلَّآ ءَالَ لُوطٍۢ ۖ نَّجَّيْنَـٰهُم بِسَحَرٍۢ ﴿٣٤﴾

নিশ্চয় আমি সিহঁতৰ ওপৰত শিল নিক্ষেপকাৰী প্ৰচণ্ড বতাহ প্রে ৰণ কৰিছিলোঁ, যি বতাহে লূত পৰিয়ালৰ বাহিৰে সকলোকে আঘাত কৰিছিল। তেওঁলোকক শাস্তি য়ে স্পৰ্শ কৰা নাছিল। কাৰণ, আমি তেওঁলোকক ইয়াৰপৰা ৰক্ষা কৰিছিলোঁ। যিহেতু তেওঁ ৰাতিৰশেষ ভাগতেই শাস্তি সংঘটি ত হোৱাৰ পূর্বেই তেওঁ লোকক লগত লৈ সেই অঞ্চলৰ পৰা ওলাই আহিছিল। بلغ আল-কোৰআন · তাফছীৰ

نِّعْمَةًۭ مِّنْ عِندِنَا ۚ كَذَٰلِكَ نَجْزِى مَن شَكَرَ ﴿٣٥﴾

আমি তেওঁলোকক পুৰস্কাৰ স্বৰূপে শাস্তি ৰ পৰা ৰক্ষা কৰিছিলোঁ। এতেকে যিদৰে আমি লূত আলাইহিচ্ছালামক পুৰস্কৃত কৰিছোঁ, ঠি ক সেইদৰেই আমি প্রত্যেক সেই ব্যক্তি ক পুৰস্কৃত কৰোঁ, যিয়ে আমাৰ নিয়ামতসমূ হৰ কৃ তজ্ঞতা জ্ঞাপন কৰে।

وَلَقَدْ أَنذَرَهُم بَطْشَتَنَا فَتَمَارَوْا۟ بِٱلنُّذُرِ ﴿٣٦﴾

নিশ্চয় লূত আলাইহিচ্ছালামে সিহঁ তক আমাৰশাস্তি ৰপৰা ভীতি প্রদর্শন কৰিছিল। কিন্তু সিহঁ তে এই সতর্ক -সংকেতক লৈ পৰস্পৰেবাদানুবাদত লিপ্ত হৈছিল, তথা সিহঁ তে ইয়াক অস্বীকাৰ কৰিছিল।

وَلَقَدْ رَٰوَدُوهُ عَن ضَيْفِهِۦ فَطَمَسْنَآ أَعْيُنَهُمْ فَذُوقُوا۟ عَذَابِى وَنُذُرِ ﴿٣٧﴾

লূত সম্প্ৰ দায়ে লূত আলাইহিচ্ছালামৰ ওচৰত আহি তেওঁৰ ফিৰিস্তা অতিথিসকলৰ কাষ চাপিবলৈ ঠেলা হেঁচা আৰম্ভ কৰিলে, যাতে তেওঁলোকৰ ওচৰতগৈ অসৎ উদ্দেশ্য পূৰণ কৰিব পাৰে। ফলত আমি সিহঁতৰ দৃষ্টি শক্তি হৰণ কৰি অন্ধ কৰি দিছিলোঁ। ফলত সিহঁতে তেওঁলোকক দেখিব পৰা নাছিল, আৰু আমি সিহঁ তক কৈছিলোঁ: এতিয়া মোৰر শাস্তি ৰ সোৱাদ লোৱা, এইটোৱে হৈছে মোৰ সতর্ক -সংকেতৰ পৰিণাম। ولقد صبحهم بكرةعذاب مستق

وَلَقَدْ صَبَّحَهُم بُكْرَةً عَذَابٌۭ مُّسْتَقِرٌّۭ ﴿٣٨﴾

প্রভাতৰসময় তেই সিহঁ তৰওচৰলৈ শাস্তি আহি পৰিছিল। এই শাস্তি সিহঁ তৰওপৰত অবিচল থাকিব। অৱশেষত পৰকালৰশাস্তি সিহঁ তৰওচৰলৈ আহি পাব। فذوقوا عذابى ونذر

فَذُوقُوا۟ عَذَابِى وَنُذُرِ ﴿٣٩﴾

সিহঁ তক কোৱা হ’ব, তোমালোকে মোৰ ফালৰ পৰা প্রে ৰিত শাস্তি ৰ আৰু লূত আলাইহিচ্ছালামৰ সতর্ক -সংকেতৰ পৰিণতি আস্বাদন কৰা।

وَلَقَدْ يَسَّرْنَا ٱلْقُرْءَانَ لِلذِّكْرِ فَهَلْ مِن مُّدَّكِرٍۢ ﴿٤٠﴾

নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!

وَلَقَدْ جَآءَ ءَالَ فِرْعَوْنَ ٱلنُّذُرُ ﴿٤١﴾

নিশ্চয় ফিৰআউন পৰিয়ালৰওচৰলৈয়ো মু ছা আৰু হাৰূন (আলাইহিমাচ্ছালাম)ৰমাধ্যমত আমাৰসতর্ক -সংকেত আহিছিল। كذبوا بٔايتنا كلها فأخذنهم أخذ عزيز م قتدر

كَذَّبُوا۟ بِـَٔايَـٰتِنَا كُلِّهَا فَأَخَذْنَـٰهُمْ أَخْذَ عَزِيزٍۢ مُّقْتَدِرٍ ﴿٤٢﴾

সিহঁ তে আমাৰ ফালৰ পৰা অহা দলীল-প্রমাণাদিক অবিশ্বাস কৰিছিল। ফলত আমি সিহঁ তৰ এই অস্বীকাৰ কাৰ্যৰ কাৰণে সিহঁ তক মহা পৰাক্র মশালী আল্লাহৰ শাস্তি প্রদান কৰিছিলোঁ, যাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। তেওঁ মহা ক্ষমতাধৰ, তেওঁ ক কোনেও অপাৰগ কৰিব নোৱাৰে।

أَكُفَّارُكُمْ خَيْرٌۭ مِّنْ أُو۟لَـٰٓئِكُمْ أَمْ لَكُم بَرَآءَةٌۭ فِى ٱلزُّبُرِ ﴿٤٣﴾

হে মক্কাৰ অধিবাসীসকল! উক্ত কাফিৰসকলতকৈ তোমালোকৰ কাফিৰসকল অধিক উত্তম নেকি, যেনেঃ নূহ সম্প্ৰ দায় , আদ, ছামূদ, লূত সম্প্ৰ দায় , ফিৰআউন আৰু তাৰ জাতি?! নে আল্লাহৰ সেই শাস্তি ৰ পৰা তোমালোক সুৰক্ষিত, যি শাস্তি ৰ বৰ্ণনা ঐশী কিতাবসমূ হত বর্ণিত হৈছে? بلغ আল-কোৰআন · তাফছীৰ أم يقولون نحن جميع منتصر

أَمْ يَقُولُونَ نَحْنُ جَمِيعٌۭ مُّنتَصِرٌۭ ﴿٤٤﴾

বৰং মক্কাৰ এই কাফিৰসকলে এই কথা কয় নেকি যে, আমাক অনিষ্ট কৰা লোকসকলৰ বিৰুদ্ধে তথা যিসকলে আমাৰ একতা বিনষ্ট কৰিব বিচাৰে সেইসকললোকৰবিৰুদ্ধে আমি সংঘবদ্ধ অপৰাজেয় দল?!

سَيُهْزَمُ ٱلْجَمْعُ وَيُوَلُّونَ ٱلدُّبُرَ ﴿٤٥﴾

অচিৰেই এই কাফিৰসকলে পৰাজিত হ’ব আৰু সিহঁ তে মু’মিনসকলৰ সন্মুখৰ পৰা পৃষ্ঠ প্রদর্শন কৰি পলায় ন কৰিব। বদৰ যুদ্ধৰ দিনা এইটো বাস্ত ৱত সংঘটি ত হৈছিল।

بَلِ ٱلسَّاعَةُ مَوْعِدُهُمْ وَٱلسَّاعَةُ أَدْهَىٰ وَأَمَرُّ ﴿٤٦﴾

বৰংসিহঁ তৰআচল শাস্তি ৰঠাই হৈছে সেই কিয়ামত দিৱস, যিটোক সিহঁ তে অস্বীকাৰকৰিছে। আনহাতে কিয়ামত দিৱসৰশাস্তি , পাৰ্থিৱজীৱনত পোৱা বদৰৰ যুদ্ধৰ শাস্তি তকৈও অধিক ভয়াৱহ আৰু কঠি ন।

إِنَّ ٱلْمُجْرِمِينَ فِى ضَلَـٰلٍۢ وَسُعُرٍۢ ﴿٤٧﴾

কু ফৰী আৰু পাপকৰ্মত লিপ্ত অপৰাধীসকল নিশ্চিতভাৱে সত্যৰ পৰা বহু দূৰত আঁতৰি আছে, লগতে শাস্তি আৰু কষ্ট ৰ মাজত পতিত হৈ আছে।

يَوْمَ يُسْحَبُونَ فِى ٱلنَّارِ عَلَىٰ وُجُوهِهِمْ ذُوقُوا۟ مَسَّ سَقَرَ ﴿٤٨﴾

যিদিনা সিহঁ তক উবৰি খোৱা অৱস্থাত চোঁচৰাই জাহান্নামত নিক্ষেপ কৰা হ’ব। লগতে সিহঁ তক ভৰ্ৎ সনা কৰি কোৱা হ’বঃ তোমালোকে অগ্নিৰ সোৱাদ উপভোগ কৰা। إنا كل شىء خلقنه بقدر

إِنَّا كُلَّ شَىْءٍ خَلَقْنَـٰهُ بِقَدَرٍۢ ﴿٤٩﴾

নিশ্চয় আমি সৃষ্টি জগতৰপ্র তিটো বস্তু কে আমাৰপূর্ব নির্ধাৰণ, জ্ঞান, ইচ্ছা আৰুলাওহে মাহফু জত লিখিত ফায় চালা অনু যায়ীহে সৃষ্টি কৰিছোঁ।

وَمَآ أَمْرُنَآ إِلَّا وَٰحِدَةٌۭ كَلَمْحٍۭ بِٱلْبَصَرِ ﴿٥٠﴾

আমি যেতিয়া কোনো কাম কৰিব বিচাৰোঁ, তেতিয়া কেৱল এটাই কথা কওঁ আৰু সেয়া হৈছে ‘হ’। তেতিয়া লগে লগে আমি বিচৰা বস্তু টো চকু ৰ পলকতে দ্ৰুত বাস্ত ৱত পৰিণত হৈ যায় ।

وَلَقَدْ أَهْلَكْنَآ أَشْيَاعَكُمْ فَهَلْ مِن مُّدَّكِرٍۢ ﴿٥١﴾

তোমালোকৰ দৰেই পূৰ্বৱৰ্তী উম্মতসমূহৰ মাজৰ কাফিৰসকলক আমি ধ্বংস কৰিছোঁ। এতেকে কোনোবা আছেনে এইবোৰৰ পৰা উপদেশ গ্রহণ কৰি কু ফৰী কৰ্মৰ পৰা বিৰত থাকিব?!

وَكُلُّ شَىْءٍۢ فَعَلُوهُ فِى ٱلزُّبُرِ ﴿٥٢﴾

বান্দাসকলে যি যি কৰ্ম কৰে সেয়া সংৰক্ষক ফিৰিস্তাসকলে পুথিত লিপিবদ্ধ কৰি ৰাখে। একোৱেই তেওঁ লোকৰ পৰা এৰা নপৰে। بلغ আল-কোৰআন · তাফছীৰ وكل صغير وكبير مستطر

وَكُلُّ صَغِيرٍۢ وَكَبِيرٍۢ مُّسْتَطَرٌ ﴿٥٣﴾

সৰু-বৰসকলোকথাআৰুকৰ্মই আমলনামাতথালাওহে মাহফু জত লিপিবদ্ধ আছে। শীঘ্ৰে ই ইয়াৰভিত্তিত প্রতিদান দিয়াহ’ব।

إِنَّ ٱلْمُتَّقِينَ فِى جَنَّـٰتٍۢ وَنَهَرٍۢ ﴿٥٤﴾

নিশ্চয় আল্লাহৰআদেশ পালন কৰা আৰু তেওঁ ৰনিষেধকৃ ত বিষয় ৰ পৰা বিৰত থকা মু ত্ত্বাক্বীসকলে জান্নাতৰমাজত আৰু প্ৰবাহিত নদ-নদীসমূ হৰ মাজত তেওঁ ৰ নিয়ামতসমূ হ উপভোগ কৰিব। فى مقعد صدق عند مليك مقتدر

فِى مَقْعَدِ صِدْقٍ عِندَ مَلِيكٍۢ مُّقْتَدِرٍۭ ﴿٥٥﴾

যথাযোগ্য আসনত তেওঁলোকে অৱস্থান কৰিব। য’ত কোনো ধৰণৰ অলাগতিয়াল তথা গুনাহৰ কথা আলোচিত নহ’ব। মহা অধিপতিৰ সান্নি ধ্যত অৱস্থান কৰিব,যিজন সকলো বস্তু ৰঅধিপতি,তেওঁ সৰ্বশক্তি মান,একোৱেই তেওঁ ৰসাধ্যাতীত নহয় । গতিকে তেওঁ লোকে তাত কিমান উৎকৃ ষ্টচিৰস্থায়ী ভোগসামগ্রী লাভ কৰিবসেই বিষয়ে কোনো প্ৰশ্নই নু ঠে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Qamar — القمر

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা