حمٓ ﴿١﴾
(হা, মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Az-Zukhruf (43)
মক্কী · 89 আয়াত
حمٓ ﴿١﴾
(হা, মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।
وَٱلْكِتَـٰبِ ٱلْمُبِينِ ﴿٢﴾
আল্লাহে কোৰআনৰশপত খাইছে,যিখন গ্ৰন্থই হিদায় তৰপথ স্পষ্ট يকৰিসত্যৰপথ দেখুৱায় । إنا جعلنه قرءنا عربا لعل كم تعقلون
إِنَّا جَعَلْنَـٰهُ قُرْءَٰنًا عَرَبِيًّۭا لَّعَلَّكُمْ تَعْقِلُونَ ﴿٣﴾
নিশ্চয় আমি এই কোৰআনখনক আৰবী ভাষাত প্ৰস্তু ত কৰিছোঁ। যাতে তোমালোকে সহজেই বুজি পোৱা (হে সেই লোকসকল! যিসকলৰভাষাত এই কোৰআন অৱতীৰ্ণ হৈছে)। যাতে তোমালোকে ইয়াৰ অৰ্থ বুজি পোৱা আৰু ইয়াক অন্যান্য জাতিলৈ পৌঁচাই দিব পাৰা।
وَإِنَّهُۥ فِىٓ أُمِّ ٱلْكِتَـٰبِ لَدَيْنَا لَعَلِىٌّ حَكِيمٌ ﴿٤﴾
নিশ্চয় এই কোৰআন লওহে মাহফু জত লিপিবদ্ধ আছে। এইখন সুউচ্চ মৰ্যাদাৱান,তথাহিকমত ভৰাগ্ৰ ন্থ। ইয়াৰমাজত থকাআদেশ-নিষেধৰবিধি- বিধানসমূ হ হৈছে সুদৃঢ় ।
أَفَنَضْرِبُ عَنكُمُ ٱلذِّكْرَ صَفْحًا أَن كُنتُمْ قَوْمًۭا مُّسْرِفِينَ ﴿٥﴾
তোমালোকে অধিক শ্বিৰ্ক আৰু গুনাহ কৰা বুলিয়ে আমি তোমালোকৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা এৰি দিম নেকি? আমি এনেকু ৱা কেতিয়াও নকৰোঁ। বৰং আমাৰ দয়াৰ দাবী হৈছে ইয়াৰ পৰিপন্থী।
وَكَمْ أَرْسَلْنَا مِن نَّبِىٍّۢ فِى ٱلْأَوَّلِينَ ﴿٦﴾
পূৰ্বৱৰ্তী উম্মতবোৰৰ মাজতো আমি বহুতো নবী প্ৰে ৰণ কৰিছিলোঁ। وما يأتيهم من نبى إلا كانوا به يستهزءون
وَمَا يَأْتِيهِم مِّن نَّبِىٍّ إِلَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ ﴿٧﴾
বিগত সেই উম্মতবোৰৰমাজত আল্লাহৰফালৰপৰাযেতিয়াই কোনোনবীআহিছিল,তেতিয়াই সিহঁ তে সেই নবীক উপহাস কৰিছিল।
فَأَهْلَكْنَآ أَشَدَّ مِنْهُم بَطْشًۭا وَمَضَىٰ مَثَلُ ٱلْأَوَّلِينَ ﴿٨﴾
অৱশেষত আমি সেই শক্তিশালী উম্মতবোৰকো ধ্বংস কৰিছোঁ, গতিকে এই দুৰ্বল লোকসকলক ধ্বংস কৰাটো আমাৰ পক্ষে কোনো কঠি ন বিষয় নহয় তথা আমি অপাৰগো নহয় । নিশ্চয় এই কোৰআনত পূৰ্বৱৰ্তী উম্মতবোৰৰ ধ্বংসৰ বৰ্ণনা কৰা হৈছে, যেনে- আদ, ছামূ দ, লূত সম্প্ৰ দায় আৰু মাদিয়ানৰ অধিবাসীসকলৰ বিষয়ে । بلغ আল-কোৰআন · তাফছীৰ
وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ لَيَقُولُنَّ خَلَقَهُنَّ ٱلْعَزِيزُ ٱلْعَلِيمُ ﴿٩﴾
হে ৰাছু ল! যদি আপুনি এই মু শ্বৰিকসকলক সোধে যে, আকাশমণ্ডলক কোনে সৃষ্টি কৰিছে? আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে? তেতিয়া নিশ্চয় সিহঁ তে আপোনাৰ প্ৰশ্নৰ উত্তৰ দি ক’বঃ নিশ্চয় এইবোৰক সৰ্বশক্তি মান (আল্লাহ)এ সৃষ্টি কৰিছে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সকলো বিষয় তে সৰ্বজ্ঞ।
ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَرْضَ مَهْدًۭا وَجَعَلَ لَكُمْ فِيهَا سُبُلًۭا لَّعَلَّكُمْ تَهْتَدُونَ ﴿١٠﴾
আল্লাহেই তোমালোকৰ বাবে পৃথিৱীখনক বসবাস যোগ্য বনাইছে। তথা ইয়াত চলাফু ৰা কৰাৰ সুবিধা প্ৰদান কৰিছে। তেৱেঁই পাহাৰ-পৰ্বত, ভৈয়াম আদিত তোমালোকৰবাবেপথ উলিয়াই দিছে। যাতে চলাফু ৰাৰসময় ত তোমালোকে সঠি ক গন্ত ব্যস্থ লত উপনীত হ’বপাৰা।
وَٱلَّذِى نَزَّلَ مِنَ ٱلسَّمَآءِ مَآءًۢ بِقَدَرٍۢ فَأَنشَرْنَا بِهِۦ بَلْدَةًۭ مَّيْتًۭا ۚ كَذَٰلِكَ تُخْرَجُونَ ﴿١١﴾
তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে, যি পানী তোমালোকৰ বাবে আৰু তোমালোকৰ জীৱ-জন্তু তথা খেতি-বাতিৰ বাবে যথেষ্ট । সেই পানীৰ দ্বাৰাই আমি মৃত ভূমিক সেউজীয়া কৰি তোলোঁ। এতেকে চোৱা! যিদৰে আল্লাহে মৃত ভূমিক জীৱিত কৰি সেউজীয়া কৰি তোলে, ঠি ক সেইদৰেতেওঁ মৃ ত লোকসকলকো জীৱিত কৰিপুনৰুত্থিত কৰিব।
وَٱلَّذِى خَلَقَ ٱلْأَزْوَٰجَ كُلَّهَا وَجَعَلَ لَكُم مِّنَ ٱلْفُلْكِ وَٱلْأَنْعَـٰمِ مَا تَرْكَبُونَ ﴿١٢﴾
তেৱেঁই তোমালোকৰ বাবে সকলো প্ৰকাৰৰ বস্তু সৃষ্টি কৰিছে, যেনে- দিন আৰু ৰাতি, নৰ আৰু নাৰী আদি। লগতে তেওঁ তোমালোকৰ বাবে নৌযান আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে, যিবোৰক তোমালোকে ভ্ৰমণত পৰিবহন হিচাপে ব্যৱহাৰ কৰা। গতিকে সাগৰত তোমালোকে নৌযান আৰু স্থলত তোমালোকে জন্তু ক পৰিবহন হিচাপে ব্যৱহাৰ কৰা।
لِتَسْتَوُۥا۟ عَلَىٰ ظُهُورِهِۦ ثُمَّ تَذْكُرُوا۟ نِعْمَةَ رَبِّكُمْ إِذَا ٱسْتَوَيْتُمْ عَلَيْهِ وَتَقُولُوا۟ سُبْحَـٰنَ ٱلَّذِى سَخَّرَ لَنَا هَـٰذَا وَمَا كُنَّا لَهُۥ مُقْرِنِينَ ﴿١٣﴾
مقرنين এই সকলোবোৰতেওঁ তোমালোকৰবাবেই সৃষ্টি কৰিছে। যাতে ভ্ৰমণৰসময় ত তোমালোকে এইবোৰপৰিবহণত আৰোহণ কৰিআল্লাহৰনিয়ামত স্মৰণ কৰিব পাৰা যে, তেৱেঁই এইবোৰক তোমালোকৰ অধীনস্থ কৰি দিছে। গতিকে তোমালোকে কোৱাঃ পৱিত্ৰ আৰু মহান সেই সত্ত্বা, যিয়ে এই পৰিবহনক আমাৰ অধীনস্থ কৰি দিছে, ফলত আমি আমাৰ ইচ্ছা মতে ইয়াক সঞ্চালন কৰিব পাৰোঁ। কাৰণ আল্লাহে এইবোৰক আমাৰ অধীনস্থ কৰি নিদিলে, নিশ্চয় আমি এইবোৰক আমাৰঅধীনস্থ কৰিবনোৱাৰিলোঁহেঁ তেন।
وَإِنَّآ إِلَىٰ رَبِّنَا لَمُنقَلِبُونَ ﴿١٤﴾
মৃ ত্যুৰপিছত হিচাপ-নিকাচ আৰুপ্ৰ তিদানৰবাবেনিশ্চয় আমি আমাৰপ্ৰ তিপালকৰপিনেই উভতি যাবলাগিব।
وَجَعَلُوا۟ لَهُۥ مِنْ عِبَادِهِۦ جُزْءًا ۚ إِنَّ ٱلْإِنسَـٰنَ لَكَفُورٌۭ مُّبِينٌ ﴿١٥﴾
মুশ্বৰিকসকলে ধাৰণা কৰে যে, কিছু মান সৃষ্টি য়ে সৃষ্টি কৰ্তাৰ পৰা জন্ম লাভ কৰিছে। সেয়ে সিহঁ তে কয়ঃ “ফিৰিস্তাসকল হৈছে আল্লাহৰ কন্যা”। নিশ্চয় এনেকু ৱাধাৰণাপোষণ কৰাব্যক্তি হৈছে স্পষ্ট কাফিৰতথাপথভ্ৰ ষ্ট। بلغ আল-কোৰআন · তাফছীৰ
أَمِ ٱتَّخَذَ مِمَّا يَخْلُقُ بَنَاتٍۢ وَأَصْفَىٰكُم بِٱلْبَنِينَ ﴿١٦﴾
হে মু শ্বৰিকসকল! আল্লাহে তেওঁ ৰ সৃষ্টি ৰ পৰাই নিজৰ বাবে কন্যা সন্তান গ্ৰহণ কৰিছে বুলি তোমালোকে কোৱা নেকি, আৰু তোমালোকৰ বাবে তেওঁ পুত্ৰ সন্তান বাছনি কৰিছে নেকি? এইটো কেনেকুد ৱা ভাগ-বতৰা, যিটো তোমালোকে নিজৰ ধাৰণা অনু যায়ী কৰিছা? وإذا بشرأحدهم بما ضرب للرحمن مثلا ظل وجهه مسو اوهوكظيم
وَإِذَا بُشِّرَ أَحَدُهُم بِمَا ضَرَبَ لِلرَّحْمَـٰنِ مَثَلًۭا ظَلَّ وَجْهُهُۥ مُسْوَدًّۭا وَهُوَ كَظِيمٌ ﴿١٧﴾
(কিন্তু এই মু শ্বৰিকসকলৰ দুমু খীয়া নীতি চাওক) যেতিয়া সিহঁ তক কন্যা সন্তানৰ সুসংবাদ দিয়া হয় , তেতিয়া গভীৰ শোকত সিহঁ তৰ মু খ ক’লা পৰি যায় , অথচ সিহঁতেই আল্লাহৰ লগত কন্যা সন্তান সম্পৃক্ত কৰে। তেতিয়া সিহঁত খঙতে অগ্নিশৰ্মা হয় তথা দুখত ভাগি পৰি নিজকে আত্মগোপন কৰে। তেনেহ’লে কি ভিত্তিত সিহঁ তে এই বিষয় টোআল্লাহৰলগত সম্পৃক্ত কৰে,যিটোৰসুসংবাদ পালে সিহঁ ত নিজেই দুশ্চিন্তাগ্ৰ তস্ হৈ পৰে?
أَوَمَن يُنَشَّؤُا۟ فِى ٱلْحِلْيَةِ وَهُوَ فِى ٱلْخِصَامِ غَيْرُ مُبِينٍۢ ﴿١٨﴾
সিহঁ তে নিজ প্ৰতিপালকৰ সৈতে সেইসকলক সম্পৃক্ত কৰিব বিচাৰে নেকি, যিসকলে অলংকাৰৰ মাজত লালিত-পালিত হয় , তথা বিবাদৰ সময় ত সুস্পষ্ট বক্ত ব্যপ্ৰ দান কৰাতোযিসকল সক্ষম নহয় ?
وَجَعَلُوا۟ ٱلْمَلَـٰٓئِكَةَ ٱلَّذِينَ هُمْ عِبَـٰدُ ٱلرَّحْمَـٰنِ إِنَـٰثًا ۚ أَشَهِدُوا۟ خَلْقَهُمْ ۚ سَتُكْتَبُ شَهَـٰدَتُهُمْ وَيُسْـَٔلُونَ ﴿١٩﴾
সিহঁ তে দয়াময় আল্লাহৰ বান্দা সন্মানীয় ফিৰিস্তাসকলক কন্যা সন্তান বুলি আখ্যায়ি ত কৰিছে। আল্লাহে যেতিয়া তেওঁলোকক সৃষ্টি কৰিছিল, সিহঁ তে তেতিয়া তাত উপস্থি ত আছিল নেকি, যাৰ ফলত সিহঁ তে তেওঁলোকক নাৰী বুলি গম পাইছে? ফিৰিস্তাসকলে নিশ্চয় সিহঁ তৰ এই সাক্ষ্য লিপিবদ্ধ কৰি ৰাখিব, তথা কিয়ামতৰ দিনা সিহঁ তক এই বিষয়ে সোধ-পোচ কৰা হ’ব, লগতে এই মিছা প্ৰচাৰৰ বাবে সিহঁ তক শাস্তি বিহা হ’ব।
وَقَالُوا۟ لَوْ شَآءَ ٱلرَّحْمَـٰنُ مَا عَبَدْنَـٰهُم ۗ مَّا لَهُم بِذَٰلِكَ مِنْ عِلْمٍ ۖ إِنْ هُمْ إِلَّا يَخْرُصُونَ ﴿٢٠﴾
সিহঁতে ভাগ্যক প্ৰমাণ হিচাপে লৈ কয়ঃ আল্লাহে ইচ্ছা কৰিলে আমি কেতিয়াও ফিৰিস্তাসকলৰ ইবাদত নকৰিলোঁহেঁতেন। গতিকে তেওঁ বিচাৰিছে কাৰণেই আমি এইবোৰকৰিআছোঁ, সেয়ে প্ৰমাণিত হয় যে তেওঁ আমাৰওপৰত সন্তু ষ্ট। যদিও এই বিষয়ে সিহঁ তৰওচৰত কোনো সঠি ক জ্ঞান নাই। সিহঁ তে কেৱল মিছামাতি আছে। أم ءاتينهم كتبا من قبله فهم به مستمسكون
أَمْ ءَاتَيْنَـٰهُمْ كِتَـٰبًۭا مِّن قَبْلِهِۦ فَهُم بِهِۦ مُسْتَمْسِكُونَ ﴿٢١﴾
অথবা এই মুশ্বৰিকসকলক কোৰআনৰ পূৰ্বে আমি কোনো গ্ৰন্থপ্ৰদান কৰিছিলোঁ নেকি, য’ত আল্লাহৰ বাহিৰে আনৰ উপাসনা বৈধ কৰা হৈছে? যিখন গ্ৰন্থক সিহঁ তে মজবুতভাৱেধাৰণ কৰিআছে তথাযিখনৰদ্বাৰাসিহঁ তে প্ৰমাণ উপস্থাপন কৰে?
بَلْ قَالُوٓا۟ إِنَّا وَجَدْنَآ ءَابَآءَنَا عَلَىٰٓ أُمَّةٍۢ وَإِنَّا عَلَىٰٓ ءَاثَـٰرِهِم مُّهْتَدُونَ ﴿٢٢﴾
নহয় , এনেকু ৱা কেতিয়াও হোৱা নাই। বৰং সিহঁ তে পৰম্পৰাক দলিল হিচাপে লৈ কয়ঃ আমি আমাৰ পূৰ্বপুৰুষসকলক এটা ধৰ্মৰ অনুসাৰী হিচাপেই পাইছিলোঁ। সিহঁ তেও মূ ৰ্ত্তি পূজা কৰিছিল। গতিকে আমি তেওঁ লোকৰ পদচিহ্ন ৰ অনু সৰণ কৰিয়ে সেইবোৰৰ উপাসনা কৰি আছোঁ।
وَكَذَٰلِكَ مَآ أَرْسَلْنَا مِن قَبْلِكَ فِى قَرْيَةٍۢ مِّن نَّذِيرٍ إِلَّا قَالَ مُتْرَفُوهَآ إِنَّا وَجَدْنَآ ءَابَآءَنَا عَلَىٰٓ أُمَّةٍۢ وَإِنَّا عَلَىٰٓ ءَاثَـٰرِهِم مُّقْتَدُونَ ﴿٢٣﴾
م قتدون যিদৰে এই লোকসকলে অস্বীকাৰ কৰিছে, তথা সিহঁ তৰ পূৰ্বপুৰুষসকলৰ অন্ধানু কৰণক প্ৰমাণ হিচাপে লৈছে, ঠি ক সেইদৰে হে ৰাছু ল! আমি আপোনাৰ পূৰ্বে যি ঠাইতেই ৰাছু ল প্ৰে ৰণ কৰিছোঁ,যাতে তেওঁ নিজ সম্প্ৰ দায় ক সতৰ্ক কৰিবপাৰেকিন্তু সেই ঠাইতেই তাত থকাঐশৰ্যশীল নেতাতথাপ্ৰ মু খসকলে بلغ আল-কোৰআন · তাফছীৰ কৈছিলঃ আমি আমাৰ পূৰ্বপুৰুষসকলক এই ধৰ্মৰ ওপৰতেই পাইছিলোঁ। গতিকে আমি তেওঁ লোকৰেই পদচিহ্ন অনু সৰণ কৰি আছোঁ। তথা এই ক্ষেত্ৰত আপোনাৰ সম্প্ৰ দায়ে কোনো নতু নত্ব ৰ দেখা পোৱা নাই।
۞ قَـٰلَ أَوَلَوْ جِئْتُكُم بِأَهْدَىٰ مِمَّا وَجَدتُّمْ عَلَيْهِ ءَابَآءَكُمْ ۖ قَالُوٓا۟ إِنَّا بِمَآ أُرْسِلْتُم بِهِۦ كَـٰفِرُونَ ﴿٢٤﴾
সিহঁ তৰ ৰাছু লসকলে সিহঁ তক কৈছিলঃ তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি সেই মতাদৰ্শতকৈও উত্তম কোনো ধৰ্ম লৈ আহোঁ, তথাপিও তোমালোকে তোমালোকৰ পিতৃ পুৰুষসকলৰ অনুসৰণ কৰিবানে? সিহঁ তে ক’লেঃ আমি সেই ধৰ্মক অস্বীকাৰ কৰোঁ যিটো তু মি লৈ আহিছা আৰু তোমাৰ পূৰ্বৱৰ্তী ৰাছু লসকলে লৈ আহিছে।
فَٱنتَقَمْنَا مِنْهُمْ ۖ فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ ٱلْمُكَذِّبِينَ ﴿٢٥﴾
এতেকে আমি সেইসকল লোকৰ পৰা প্ৰতিশোধ লৈছিলোঁ, যিসকলে আপোনাৰ পূৰ্বে অহা ৰাছু লসকলক অস্বীকাৰ কৰিছিল, ফলত আমি সিহঁ তক ধ্বংস কৰিছিলোঁ। এতেকে আপুনি ভাবি চাওকচোন, ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলৰ শেষ পৰিণাম কেনেকু ৱা আছিল? নিশ্চয় সিহঁতৰ শেষ পৰিণতি আছিল অতি কৰুণ।
وَإِذْ قَالَ إِبْرَٰهِيمُ لِأَبِيهِ وَقَوْمِهِۦٓ إِنَّنِى بَرَآءٌۭ مِّمَّا تَعْبُدُونَ ﴿٢٦﴾
হে ৰাছু ল! স্মৰণ কৰক সেই সময় ছোৱাক যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰপিতা আৰুনিজ সম্প্ৰ দায় ক সম্বোধন কৰিকৈছিলঃ“তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূ ৰ্ত্তিৰ উপাসনা কৰা, মই সেইবোৰৰ পৰা সম্পূৰ্ণৰূপে সম্পৰ্ক চ্ছেদ ঘোষণা কৰিলোঁ”।
إِلَّا ٱلَّذِى فَطَرَنِى فَإِنَّهُۥ سَيَهْدِينِ ﴿٢٧﴾
একমাত্ৰ সেই আল্লাহৰ বাহিৰে, যি সত্ত্বাই মোক সৃষ্টি কৰিছে। তেৱেঁই মোক সঠি ক ধৰ্মৰ পথ দেখুৱাব, যিটো মোৰ বাবে উপকাৰী। وجعلها كلمةباقية فى عقبه لعلهم يرجعون
وَجَعَلَهَا كَلِمَةًۢ بَاقِيَةًۭ فِى عَقِبِهِۦ لَعَلَّهُمْ يَرْجِعُونَ ﴿٢٨﴾
ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ বংশধৰসকলৰ মাজত কলিমা লা ইলা-হা ইল্লাল্লাহক চিৰন্ত ন বাণীৰূপে ৰাখি থৈ গৈছিল। সেইকাৰণেই তেওঁলোকৰ মাজত সদায় এনেকু ৱা লোকৰ উপস্থি তি আছিল, যিয়ে আল্লাহক একক বুলি স্বীকাৰ কৰিছিল আৰু তেওঁ ৰ সৈতে আনক অংশীদাৰ স্থাপন কৰা নাছিল। যাতে তেওঁ লোকে শ্বি ৰ্কতথা পাপকৰ্মৰ পৰা তাওবা কৰি আল্লাহৰ ওচৰলৈ প্ৰত্যাৱৰ্ত ন কৰিব পাৰে।
بَلْ مَتَّعْتُ هَـٰٓؤُلَآءِ وَءَابَآءَهُمْ حَتَّىٰ جَآءَهُمُ ٱلْحَقُّ وَرَسُولٌۭ مُّبِينٌۭ ﴿٢٩﴾
মই এই অস্বীকাৰকাৰী মু শ্বৰিকসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত খৰধৰ কৰা নাছিলোঁ। বৰং পৃথিৱীক উপভোগ কৰাৰ সুযোগ প্ৰদান কৰিছিলোঁ, আৰু সিহঁ তৰ পূৰ্বে সিহঁ তৰ পিতৃ পুৰুষসকলকো উপভোগ কৰাৰ সুযোগ দিছিলোঁ। অৱশেষত সিহঁ তৰ ওচৰলৈ কোৰআন আহিল আৰু স্পষ্ট ভাৱে সতৰ্ক কাৰী ৰাছু লে আগমন কৰিলে।
وَلَمَّا جَآءَهُمُ ٱلْحَقُّ قَالُوا۟ هَـٰذَا سِحْرٌۭ وَإِنَّا بِهِۦ كَـٰفِرُونَ ﴿٣٠﴾
যেতিয়া সিহঁ তৰ ওচৰলৈ কোৰআন আহিল, যিখন হৈছে চিৰসত্য, ইয়াৰ মাজত কোনো সন্দে হ নাই। তেতিয়া সিহঁ তে ক’লেঃ এয়া হৈছে যাদু। ইয়াৰ দ্বাৰা মু হাম্মদে আমাৰ ওপৰত যাদু কৰে। আমি ইয়াক অস্বীকাৰ কৰোঁ, তথা কদাপিও ইয়াক বিশ্বাস নকৰোঁ। بلغ আল-কোৰআন · তাফছীৰ
وَقَالُوا۟ لَوْلَا نُزِّلَ هَـٰذَا ٱلْقُرْءَانُ عَلَىٰ رَجُلٍۢ مِّنَ ٱلْقَرْيَتَيْنِ عَظِيمٍ ﴿٣١﴾
অস্বীকাৰকাৰী মু শ্বৰিকসকলে কয়ঃ আল্লাহে এই কোৰআনখন, মু হাম্মদৰ দৰে দৰিদ্ৰ তথা অনাথৰ ওপৰত অৱতীৰ্ণ কৰাৰ পৰিবৰ্তে মক্কা অথবা তায়ে ফৰ দুজন মহান ব্যক্তি ৰমাজৰকোনো এজনৰওপৰত কিয় অৱতীৰ্ণ নকৰিলে?
أَهُمْ يَقْسِمُونَ رَحْمَتَ رَبِّكَ ۚ نَحْنُ قَسَمْنَا بَيْنَهُم مَّعِيشَتَهُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۚ وَرَفَعْنَا بَعْضَهُمْ فَوْقَ بَعْضٍۢ دَرَجَـٰتٍۢ لِّيَتَّخِذَ بَعْضُهُم بَعْضًۭا سُخْرِيًّۭا ۗ وَرَحْمَتُ رَبِّكَ خَيْرٌۭ مِّمَّا يَجْمَعُونَ ﴿٣٢﴾
হে ৰাছু ল! ইহঁ তে আপোনাৰ প্ৰতিপালকৰ দয়া ভাগ-বতৰা কৰে নেকি যে, সিহঁ তে যাক ইচ্ছা কৰিব প্ৰদান কৰিব আৰু যাক ইচ্ছা কৰিব বঞ্চিত কৰিব, নে আল্লাহে এইবোৰ ভাগ-বতৰা কৰে? নিশ্চয় সিহঁ তৰ মাজত আমিয়ে ই পাৰ্থিৱ জীৱিকা বণ্ট ন কৰিছোঁ। সিহঁ তৰ মাজৰ কিছু মানক ঐশৰ্যশীল বনাইছোঁ আৰুআন কিছু মানক বনাইছোঁ দৰিদ্ৰ । যাতে সিহঁ তৰমাজৰকিছু মানে আন কিছু মানৰঅধীনত কাম কৰিবপাৰে। ইহঁ তে ক্ষণস্থায়ী জীৱনৰযিবোৰসা- সামগ্ৰী সঞ্চয় কৰি আছে, এইবোৰতকৈ আখিৰাতত বান্দাসকলৰ প্ৰতি কৰা আপোনাৰ প্ৰতিপালকৰ দয়া বহু গুণে উত্তম।
وَلَوْلَآ أَن يَكُونَ ٱلنَّاسُ أُمَّةًۭ وَٰحِدَةًۭ لَّجَعَلْنَا لِمَن يَكْفُرُ بِٱلرَّحْمَـٰنِ لِبُيُوتِهِمْ سُقُفًۭا مِّن فِضَّةٍۢ وَمَعَارِجَ عَلَيْهَا يَظْهَرُونَ ﴿٣٣﴾
যদি কু ফৰীৰ প্ৰতি ঢাপলি মেলাৰ সম্ভাৱনা নাথাকিলহেঁ তেন তেন্তে আমি আল্লাহৰ লগত কু ফৰী কৰা ব্যক্তিসকলৰ ঘৰৰ চাদবোৰ ৰূপেৰে নিৰ্মিত কৰি দিলোঁহেঁ তেন। তথাসিহঁ তৰবাবেচিৰিৰব্যৱস্থাকৰিলোঁহেঁ তেন,যাৰসহায় ত সিহঁ তে আৰোহণ কৰিলেহেঁ তেন। ولبيوتهم أبوبا وسررا عليها يتكٔون
وَلِبُيُوتِهِمْ أَبْوَٰبًۭا وَسُرُرًا عَلَيْهَا يَتَّكِـُٔونَ ﴿٣٤﴾
লগতে সিহঁ তৰ ঘৰসমূহৰ বাবে দুৱাৰ নিৰ্মাণ কৰি দিলোঁহেঁ তেন, আৰু আউজি বহিবলৈ আসন বনাই দিলোঁহেঁ তেন। সিহঁ তক অৱকাশ দিয়াৰ উদ্দেশ্যে তথা সিহঁ তক পৰীক্ষা কৰিবলৈ এইবোৰ দিলোঁহেঁ তেন।
وَزُخْرُفًۭا ۚ وَإِن كُلُّ ذَٰلِكَ لَمَّا مَتَـٰعُ ٱلْحَيَوٰةِ ٱلدُّنْيَا ۚ وَٱلْـَٔاخِرَةُ عِندَ رَبِّكَ لِلْمُتَّقِينَ ﴿٣٥﴾
লগতে সোণেৰেও নিৰ্মিত কৰি দিলোঁহেঁ তেন। দৰাচলতে এইবোৰ পাৰ্থিৱ সা-সুবিধাৰ বাহিৰে আন একো নহয় । এইবোৰৰ উপকাৰ একেবাৰে নগন্য, কিয় নো এইবোৰ হৈছে ক্ষণস্থায়ী। হে ৰাছু ল! আখিৰাতৰ নিয়ামতবোৰ সেইসকল লোকৰ বাবে উৎকৃ ষ্ট , যিসকলে আল্লাহৰ আদেশ পালন কৰে তথা তেওঁ ৰ নিষেধকৃ ত বস্তু বোৰৰপৰা বিৰত থাকি তেওঁ ৰতাক্ব ৱা অৱলম্বন কৰে।
وَمَن يَعْشُ عَن ذِكْرِ ٱلرَّحْمَـٰنِ نُقَيِّضْ لَهُۥ شَيْطَـٰنًۭا فَهُوَ لَهُۥ قَرِينٌۭ ﴿٣٦﴾
যিয়ে কোৰআনখন মনোযোগ সহকাৰেনপঢ়াকৈ ইয়াৰপৰা বিমুখ হয় , শাস্তি স্বৰূপে সেই ব্যক্তিৰওপৰত এজন চয় তান নিযুক্ত কৰা হয় । সেই চয় তান সদায় তাৰ লগত থাকে আৰু তাৰ পথভ্ৰ ষ্টতা বৃদ্ধি কৰে।
وَإِنَّهُمْ لَيَصُدُّونَهُمْ عَنِ ٱلسَّبِيلِ وَيَحْسَبُونَ أَنَّهُم مُّهْتَدُونَ ﴿٣٧﴾
কোৰআনৰ পৰা বিমুখ হোৱা লোকসকলৰ ওপৰত নিযুক্ত কৰা চয় তানে সিহঁতক আল্লাহৰ দ্বীন পালন কৰিবলৈ বাধা দিয়ে । সেইকাৰণেই সিহঁতে আল্লাহৰআদেশ পালন নকৰেতথা তেওঁ ৰনিষেধকৃ ত বস্তু বোৰৰপৰা বিৰত নাথাকে। লগতে সিহঁ তে ভাবেযে,সিহঁ ত হৈছে সত্যৰওপৰত পৰিচালিত। সেইকাৰণেই সিহঁ তে নিজৰপথভ্ৰ ষ্টতাৰপৰাতাওবানকৰে। بلغ আল-কোৰআন · তাফছীৰ
حَتَّىٰٓ إِذَا جَآءَنَا قَالَ يَـٰلَيْتَ بَيْنِى وَبَيْنَكَ بُعْدَ ٱلْمَشْرِقَيْنِ فَبِئْسَ ٱلْقَرِينُ ﴿٣٨﴾
আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱা এনেকু ৱা ব্যক্তি যেতিয়া কিয়ামতৰ দিনা আমাৰ ওচৰলৈ আহি উপস্থি ত হ’ব, তেতিয়া পৰিতাপ কৰি ক’বঃ হায়! হে সঙ্গী! তোমাৰ আৰু মোৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে দূৰত্ব হ’লহেঁ তেন। তু মি মোৰ কিমান বেয়া সঙ্গী আছিলা!
وَلَن يَنفَعَكُمُ ٱلْيَوْمَ إِذ ظَّلَمْتُمْ أَنَّكُمْ فِى ٱلْعَذَابِ مُشْتَرِكُونَ ﴿٣٩﴾
কিয়ামতৰ দিনা আল্লাহে কাফিৰসকলক ক’বঃ আজি তোমালোকৰ এই অনু তাপে কোনো উপকাৰ নকৰিব, যিহেতু তোমালোকে শ্বি ৰ্কআৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰিছা। তোমালোক উভয়ে হৈছা শাস্তি ৰ যোগ্য। তোমালোকৰ অংশীদাৰসকলে তোমালোকৰ শাস্তি ৰ এটা অংশও বহন নকৰিব।
أَفَأَنتَ تُسْمِعُ ٱلصُّمَّ أَوْ تَهْدِى ٱلْعُمْىَ وَمَن كَانَ فِى ضَلَـٰلٍۢ مُّبِينٍۢ ﴿٤٠﴾
নিশ্চয় ইহঁ ত হৈছে বধিৰ, সত্য শুনা নাপায় , তথা সত্যক দেখাও নাপায় । এতেকে হে ৰাছু ল! আপুনি বধিৰক শুনাব পাৰিবনে? অথবা অন্ধক পথ দেখাব পাৰিবনে? নাইবা স্পষ্ট পথভ্ৰ ষ্টব্যক্তি ক সঠি ক পথৰ হিদায় ত দিব পাৰিবনে?! فإما نذهبن بك فإنا منهم م نتقمون
فَإِمَّا نَذْهَبَنَّ بِكَ فَإِنَّا مِنْهُم مُّنتَقِمُونَ ﴿٤١﴾
(হে ৰাছু ল!) আপোনাক যদি আমি উঠায়ো লওঁ -অৰ্থাৎ সিহঁ তক শাস্তি বিহাৰ পূৰ্বেই যদি আপোনাক মৃত্যু দিওঁ- তথাপিও আমি সিহঁ তৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিম। পৃথিৱীতোআমি সিহঁ তক শাস্তি বিহিম আৰুআখিৰাততোশাস্তি প্ৰদান কৰিম।
أَوْ نُرِيَنَّكَ ٱلَّذِى وَعَدْنَـٰهُمْ فَإِنَّا عَلَيْهِم مُّقْتَدِرُونَ ﴿٤٢﴾
নাইবা সিহঁতক আমি যি শাস্তি ৰ প্ৰতিশ্ৰুতি দিছোঁ, তাৰে এটা অংশ আপোনাক দেখাবও পাৰোঁ। নিশ্চয় আমি এই ক্ষেত্ৰত পূৰ্ণ সামৰ্থৱান। কোনো ক্ষেত্ৰতেই সিহঁ তে আমাৰ মোকাবিলা কৰিব নোৱাৰে।
فَٱسْتَمْسِكْ بِٱلَّذِىٓ أُوحِىَ إِلَيْكَ ۖ إِنَّكَ عَلَىٰ صِرَٰطٍۢ مُّسْتَقِيمٍۢ ﴿٤٣﴾
হে ৰাছুল! আপোনাৰ প্ৰতিপালকে আপোনালৈ যি অহী কৰিছে, সেইটোক আপুনি মজবুতভাৱে ধাৰণ কৰক তথা সেইমতে আমল কৰক। নিশ্চয় আপুনি সত্যৰ ওপৰত আছে, ইয়াত সন্দে হৰ কোনো অৱকাশ নাই।
وَإِنَّهُۥ لَذِكْرٌۭ لَّكَ وَلِقَوْمِكَ ۖ وَسَوْفَ تُسْـَٔلُونَ ﴿٤٤﴾
নিশ্চয় এই কোৰআন আপোনাৰ বাবে আৰু আপোনাৰ উম্মতৰ বাবে হৈছে সন্মান। নিশ্চয় কিয়ামতৰ দিনা ইয়াৰ প্ৰতি ঈমান সম্পৰ্কে , ইয়াৰ দিশ- নিৰ্দে শনাৰঅনু সৰণ সম্পৰ্কে আৰুইয়াৰপ্ৰ তি আহ্বান সম্পৰ্কে আপোনালোকক সোধ-পোচ কৰাহ’ব।
وَسْـَٔلْ مَنْ أَرْسَلْنَا مِن قَبْلِكَ مِن رُّسُلِنَآ أَجَعَلْنَا مِن دُونِ ٱلرَّحْمَـٰنِ ءَالِهَةًۭ يُعْبَدُونَ ﴿٤٥﴾
হে ৰাছু ল! আপুনি আপোনাৰ পূৰ্বৱৰ্তী ৰাছু লসকলকো সুধি চাব পাৰে, আমি ৰহমানৰ বাহিৰে ইবাদত কৰিব পৰা কোনো উপাস্য নিৰ্ধাৰণ কৰিছিলোঁ নেকি?! بلغ আল-কোৰআন · তাফছীৰ
وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِـَٔايَـٰتِنَآ إِلَىٰ فِرْعَوْنَ وَمَلَإِي۟هِۦ فَقَالَ إِنِّى رَسُولُ رَبِّ ٱلْعَـٰلَمِينَ ﴿٤٦﴾
নিশ্চয় আমি মু ছাক ফিৰআউন আৰুতাৰসম্প্ৰ দায় ৰপ্ৰ মু খসকলৰওচৰলৈ নিদৰ্শন সহকাৰেপ্ৰে ৰণ কৰিছিলোঁ,তেওঁ সিহঁ তক কৈছিলঃনিশ্চয় মই হৈছোঁ সৃষ্টি জগতৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা প্ৰে ৰিত ৰাছু ল।
فَلَمَّا جَآءَهُم بِـَٔايَـٰتِنَآ إِذَا هُم مِّنْهَا يَضْحَكُونَ ﴿٤٧﴾
কিন্তু তেওঁ যেতিয়া সিহঁ তৰ ওচৰলৈ আমাৰ নিদৰ্শনসমূ হ লৈ উপস্থি ত হ'ল, তেতিয়া সিহঁ তে তেওঁ ক ঠাট্টা-মস্কৰা তথা উপহাস কৰিবলৈ ধৰিলে।
وَمَا نُرِيهِم مِّنْ ءَايَةٍ إِلَّا هِىَ أَكْبَرُ مِنْ أُخْتِهَا ۖ وَأَخَذْنَـٰهُم بِٱلْعَذَابِ لَعَلَّهُمْ يَرْجِعُونَ ﴿٤٨﴾
আমি মু ছা আলাইহিচ্ছালামৰ চৰীয় তৰ সত্যতা প্ৰমাণ কৰিবলৈ ফিৰআউন আৰু তাৰ সম্প্ৰ দায় ৰ প্ৰমু খসকলক যিবোৰ নিদৰ্শন দেখুৱাইছিলোঁ, সেইবোৰৰ প্ৰত্যেকটো নিদৰ্শন পূৰ্বৱৰ্তী নিদৰ্শনতকৈ ডাঙৰ আছিল। আমি সিহঁ তক পৃথিৱীতেই শাস্তি বিহিছিলোঁ, যাতে সিহঁ তে কু ফৰীৰ পৰা বিৰত থাকে। কিন্তু ইয়াৰ কোনো সুফল নাছিল।
وَقَالُوا۟ يَـٰٓأَيُّهَ ٱلسَّاحِرُ ٱدْعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِندَكَ إِنَّنَا لَمُهْتَدُونَ ﴿٤٩﴾
এতেকে সিহঁ তে যেতিয়া কিছু মান শাস্তি ৰ সন্মুখীন হ’ল, তেতিয়া সিহঁ তে মু ছা আলাইহিচ্ছালামক উদ্দেশ্যি ক’লেঃহে যাদুকৰ! তু মি তোমাৰ প্ৰতিপালকৰ ওচৰত দুআকৰা,যিহেতু তেওঁ প্ৰতিশ্ৰুতি দিছে যে,আমি ঈমান আনিলে তেওঁ আমাৰপৰাএই শাস্তি উঠাই ল’ব। গতিকে তেওঁ যদি এই শাস্তি উঠাই লয় তেন্তে আমি তেওঁ ৰপ্ৰ তি ঈমান আনিম।
فَلَمَّا كَشَفْنَا عَنْهُمُ ٱلْعَذَابَ إِذَا هُمْ يَنكُثُونَ ﴿٥٠﴾
কিন্তু যেতিয়া আমি সিহঁ তৰ পৰা শাস্তি উঠাই ল’লোঁ, তেতিয়া সিহঁ তে অঙ্গীকাৰ ভঙ্গ কৰিলে আৰু কথা দি কথা নাৰাখিলে।
وَنَادَىٰ فِرْعَوْنُ فِى قَوْمِهِۦ قَالَ يَـٰقَوْمِ أَلَيْسَ لِى مُلْكُ مِصْرَ وَهَـٰذِهِ ٱلْأَنْهَـٰرُ تَجْرِى مِن تَحْتِىٓ ۖ أَفَلَا تُبْصِرُونَ ﴿٥١﴾
ফিৰআউনে শাসনৰ নিচাত মতলীয়া হৈ প্ৰজাসকলক সম্বোধন কৰি ক’লেঃ হে মোৰ জাতিৰ লোকসকল! মিচৰৰ শাসনভাৰ মোৰ হাতত নহয় জানো? তথা নীল নদীৰ পৰা মোৰ অট্টালিকাৰ তলদেশেৰে বৈ অহা এই নৈবোৰ মোৰ সাম্ৰাজ্যৰ অন্ত ৰ্গত নহয় জানো? তোমালোকে মোৰ সাম্ৰাজ্য দেখা নোপোৱা নেকি? তথা মোৰ মহানতা তোমালোকে চিনি নোপোৱা নেকি?
أَمْ أَنَا۠ خَيْرٌۭ مِّنْ هَـٰذَا ٱلَّذِى هُوَ مَهِينٌۭ وَلَا يَكَادُ يُبِينُ ﴿٥٢﴾
নিশ্চয় মই মু ছাতকৈ উত্তম। সি হৈছে বিতাৰিত, দুৰ্বল, যিয়ে ভালকৈ কথাও ক’ব নোৱাৰে।
فَلَوْلَآ أُلْقِىَ عَلَيْهِ أَسْوِرَةٌۭ مِّن ذَهَبٍ أَوْ جَآءَ مَعَهُ ٱلْمَلَـٰٓئِكَةُ مُقْتَرِنِينَ ﴿٥٣﴾
যদি এওঁ সঁচাই প্ৰে ৰিত ৰাছু ল হ’লহেঁ তেন, তেন্তে এওঁক প্ৰে ৰণ কৰা আল্লাহে এওঁৰ ওপৰত সোণৰ খাৰু অৱতীৰ্ণ নকৰিলে কিয় ? যাৰ ফলত এই কথা স্পষ্ট হৈ গ’লহেঁ তেন যে, তেওঁ আল্লাহৰফালৰপৰা প্ৰে ৰিত ৰাছু ল। অথবা তেওঁ ৰওচৰলৈ ধাৰাবাহিকভাৱেফিৰিস্তা কিয় নাহে? بلغ আল-কোৰআন · তাফছীৰ
فَٱسْتَخَفَّ قَوْمَهُۥ فَأَطَاعُوهُ ۚ إِنَّهُمْ كَانُوا۟ قَوْمًۭا فَـٰسِقِينَ ﴿٥٤﴾
এইদৰে ফিৰআউনে তাৰ সম্প্ৰ দায় ক প্ৰতাৰণা কৰিলে, আৰু মানুহেও তাৰ এই বিভ্ৰান্তি মূলক কথাত বিশ্বাস কৰিলে। নিশ্চয় সিহঁ ত আছিল আল্লাহৰ অবাধ্যতাকাৰী লোক।
فَلَمَّآ ءَاسَفُونَا ٱنتَقَمْنَا مِنْهُمْ فَأَغْرَقْنَـٰهُمْ أَجْمَعِينَ ﴿٥٥﴾
এতেকে কু ফৰীৰ ওপৰত অবিচল থাকি সিহঁ তে যেতিয়া আমাক ক্ৰোধান্বি ত কৰিলে, তেতিয়া আমি সিহঁ তৰ পৰা প্ৰতিশোধ ল’লোঁ, আৰু সিহঁ ত আটাইকে ডু বাই মাৰিলোঁ। فجعلنهم سلفا ومثلا للٔاخرين
فَجَعَلْنَـٰهُمْ سَلَفًۭا وَمَثَلًۭا لِّلْـَٔاخِرِينَ ﴿٥٦﴾
ফলত আমি ফিৰআউন আৰু তাৰ জাতিৰ প্ৰমুখসকলক অতীত ইতিহাসত পৰিণত কৰিলোঁ, আপোনাৰ উম্মতৰ কাফিৰসকলে সিহঁতৰেই পদচিহ্ন অনুসৰণ কৰি আছে। আমি সিহঁ তক শিক্ষা গ্ৰহণ কৰা লোকসকলৰ বাবে দৃষ্টান্ত বনাইছোঁ। যাতে সিহঁ তৰ দৰে কৰ্মৰ পৰা বিৰত থাকিব পাৰে, অন্যথা সিহঁ তৰদৰেই শাস্তি ভোগ কৰিবলাগিব।
۞ وَلَمَّا ضُرِبَ ٱبْنُ مَرْيَمَ مَثَلًا إِذَا قَوْمُكَ مِنْهُ يَصِدُّونَ ﴿٥٧﴾
যেতিয়া মু শ্বৰিকসকলে এই ধাৰণা পোষণ কৰিলে যে, খৃষ্টানসকলে উপাসনা কৰা ঈছা আলাইহিচ্ছালামো এই আয়াতৰ অন্ত ৰ্ভু ক্ত , য’ত আল্লাহ তাআলাই কৈছেঃ “নিশ্চয় তোমালোক আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ উপাসনা কৰা, সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন, তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা”। (ছু ৰা আম্বিয়া) কিয় নো আল্লাহে তেওঁ ৰ ইবাদত কৰিবলৈও নিষেধ কৰিছে, যিদৰে মূ ৰ্ত্তিবোৰৰ উপাসনা নিষেধ কৰিছে। হে ৰাছু ল! এই আয়াত শুনাৰ লগে লগে আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে আনন্দি ত হৈ হুলস্থূল কৰিবলৈ ধৰিলে আৰু ক’লেঃ আমি বিচাৰোঁ ঈছা আলাইহিচ্ছালামৰ স্থানত আপুনি আমাৰ উপাস্য হওক। সিহঁ তৰ এই আচৰণ দেখি আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ“নিশ্চয় আমাৰ ফালৰ পৰা যিসকলৰ বাবে পূৰ্বৰে পৰা কল্যাণ নিৰ্ধাৰিত আছে, তেওঁ লোকক ইয়াৰ পৰা আঁতৰত ৰখা হ’ব”। (ছু ৰা আম্বিয়া)
وَقَالُوٓا۟ ءَأَـٰلِهَتُنَا خَيْرٌ أَمْ هُوَ ۚ مَا ضَرَبُوهُ لَكَ إِلَّا جَدَلًۢا ۚ بَلْ هُمْ قَوْمٌ خَصِمُونَ ﴿٥٨﴾
সিহঁ তে কয়ঃ আমাৰ উপাস্যবিলাক শ্ৰে ষ্ঠনে ঈছা আলাইহিচ্ছালাম শ্ৰে ষ্ঠ ? দৰাচলতে জিবআৰীৰ পুত্ৰ আৰু তাৰ দৰে লোকসকলে এইবোৰ উদাহৰণ সত্য উদ্ঘাটন কৰিবলৈ দিয়ানাই,বৰংবাক-বিতণ্ডাকৰাৰউদ্দেশ্যেহে উত্থাপন কৰিছে। প্ৰকৃ ততে সিহঁ ত হৈছে স্বভাৱগতভাৱেবিতণ্ডাপ্ৰি য় ।
إِنْ هُوَ إِلَّا عَبْدٌ أَنْعَمْنَا عَلَيْهِ وَجَعَلْنَـٰهُ مَثَلًۭا لِّبَنِىٓ إِسْرَٰٓءِيلَ ﴿٥٩﴾
মৰিয় মৰ পুত্ৰ ঈছা আলাইহিচ্ছালাম হৈছে আল্লাহৰ এজন বান্দা। আমি তেওঁক নুবুওৱত আৰু ৰিছালত প্ৰদান কৰিছোঁ। আদমক যিদৰে আমি পিতা মাতা নোহোৱাকৈ সৃষ্টি কৰিছিলোঁ, ঠি ক সেইদৰে আমি ঈছাকো পিতা নোহোৱাকৈ সৃষ্টি কৰি বনী ইছৰাঈলৰ বাবে এটা নিদৰ্শন বনাইছিলোঁ, যাতে সিহঁ তে ইয়াৰ দ্বাৰা মোৰ ক্ষমতাৰ অনু মান ল’ব পাৰে।
وَلَوْ نَشَآءُ لَجَعَلْنَا مِنكُم مَّلَـٰٓئِكَةًۭ فِى ٱلْأَرْضِ يَخْلُفُونَ ﴿٦٠﴾
হে আদম সন্তান! আমি তোমালোকক ধ্বংস কৰিব বিচাৰিলে নিশ্চয় ধ্বংস কৰিব পাৰিম, আৰু তোমালোকৰ পৰিবৰ্তে ফিৰিস্তাসকলক আনি পৃথিৱীত তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰোঁ। তেওঁ লোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰিব, তেওঁ ৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিব। بلغ আল-কোৰআন · তাফছীৰ
وَإِنَّهُۥ لَعِلْمٌۭ لِّلسَّاعَةِ فَلَا تَمْتَرُنَّ بِهَا وَٱتَّبِعُونِ ۚ هَـٰذَا صِرَٰطٌۭ مُّسْتَقِيمٌۭ ﴿٦١﴾
নিশ্চয় ঈছা আলাইহিচ্ছালাম হৈছে কিয়ামতৰ অন্যতম এটা ডাঙৰ প্ৰতীক, যেতিয়া তেওঁ সৰ্বশেষ যামানাত অৱতৰণ কৰিব। গতিকে কিয়ামত যে অৱশ্যম্ভাৱী এই কথাত তোমালোকে কেতিয়াও সন্দে হ পোষণ নকৰিবা। বৰংতোমালোকে মোৰসেই দিশ নিৰ্দে শনাৰঅনু সৰণ কৰা,যিটো মই আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ আনিছোঁ। মই وলৈ অহা এই চৰীয় তটোৱে হৈছে সঠি ক, যিটোৰ মাজত কোনো ধৰণৰ বক্ৰ তা নাই।
وَلَا يَصُدَّنَّكُمُ ٱلشَّيْطَـٰنُ ۖ إِنَّهُۥ لَكُمْ عَدُوٌّۭ مُّبِينٌۭ ﴿٦٢﴾
চয় তানে যাতে তোমালোককপ্ৰ তাৰণাকৰিবিভ্ৰান্ত কৰিবনোৱাৰে। নিশ্চয় চয় তান হৈছে তোমালোকৰপ্ৰ কাশ্যশত্ৰু।
وَلَمَّا جَآءَ عِيسَىٰ بِٱلْبَيِّنَـٰتِ قَالَ قَدْ جِئْتُكُم بِٱلْحِكْمَةِ وَلِأُبَيِّنَ لَكُم بَعْضَ ٱلَّذِى تَخْتَلِفُونَ فِيهِ ۖ فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ ﴿٦٣﴾
ঈছা আলাইহিচ্ছালাম যেতিয়া তেওঁৰ জাতিৰ ওচৰলৈ ৰাছু ল হোৱাৰ স্পষ্ট প্ৰমাণ লৈ আহিল, আৰু সিহঁ তক ক’লেঃ নিশ্চয় মই তোমালোকৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা হিকমত লৈ আহিছোঁ। লগতে তোমালোকে দ্বীন সম্পৰ্কীয় যিবোৰ বিষয় ত মতভেদ কৰিছা, সেইবোৰ স্পষ্ট কৰিবলৈ আহিছোঁ। গতিকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰা। লগতে মই তোমালোকক যি আদেশ দিওঁ আৰু যিবোৰ বিষয় ৰ পৰা তোমালোকক নিষেধ কৰোঁ সেই ক্ষেত্ৰত তোমালোকে মোৰ অনু সৰণ কৰা।
إِنَّ ٱللَّهَ هُوَ رَبِّى وَرَبُّكُمْ فَٱعْبُدُوهُ ۚ هَـٰذَا صِرَٰطٌۭ مُّسْتَقِيمٌۭ ﴿٦٤﴾
নিশ্চয় আল্লাহেই হৈছে মোৰ আৰু তোমালোকৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই। গতিকে নিৰ্ভে জালভাৱে একমাত্ৰ তেওঁ ৰেই ইবাদত কৰা। এই তাওহীদেই হৈছে সঠি ক পথ,ইয়াত কোনোধৰণৰবক্ৰ তানাই।
فَٱخْتَلَفَ ٱلْأَحْزَابُ مِنۢ بَيْنِهِمْ ۖ فَوَيْلٌۭ لِّلَّذِينَ ظَلَمُوا۟ مِنْ عَذَابِ يَوْمٍ أَلِيمٍ ﴿٦٥﴾
খৃষ্টানসকলৰ বিভিন্ন গোটে ঈছা আলাইহিচ্ছালামৰ বিষয়ে মতভেদ সৃষ্টি কৰিছিল। সিহঁ তৰ মাজৰ কিছু মানে কয়ঃ তেওঁ হৈছে উপাস্য, আৰু কিছু মানে কয়ঃ তেওঁ হৈছে আল্লাহৰ পুত্ৰ। আন কিছু মানে কয়ঃ তেওঁ আৰু তেওঁ ৰ মাতৃ হৈছে উপাসনাৰ যোগ্য। গতিকে সেইসকল লোকৰ বাবে বিনাশ অনিবাৰ্য্য, যিসকলে ঈছা আলাইহিচ্ছালামক উপাস্য অথবা পুত্ৰ নাইবা তিনি উপাস্যৰ এজন বুলি কৈ নিজৰ ওপৰত অন্যায় কৰিছে। এতেকে কিয়ামতৰ দিনা সিহঁ তৰঅপেক্ষাত আছে কষ্ট দায় কশাস্তি ।
هَلْ يَنظُرُونَ إِلَّا ٱلسَّاعَةَ أَن تَأْتِيَهُم بَغْتَةًۭ وَهُمْ لَا يَشْعُرُونَ ﴿٦٦﴾
ঈছা আলাইহিচ্ছালামৰ বিষয়ে বিভেদ সৃষ্টি কৰা এই লোকসকলে কিয়ামতৰ আকস্মিক আগমনৰ অপেক্ষাত আছে নেকি? এনেকু ৱা হ’লে (সেইটো যেতিয়া আহিবতেতিয়া) সিহঁ তে উপলব্ধি ও কৰিবনোৱাৰিব। লগতে জানি থোৱা! যদি সিহঁ ত কু ফৰীত থকা অৱস্থাতে কিয়ামত আহি পায় তেন্তে সিহঁ তৰ পৰিণামহ’বকষ্ট দায় কশাস্তি ।
ٱلْأَخِلَّآءُ يَوْمَئِذٍۭ بَعْضُهُمْ لِبَعْضٍ عَدُوٌّ إِلَّا ٱلْمُتَّقِينَ ﴿٦٧﴾
কু ফৰ তথা পথভ্ৰ ষ্টতাৰ ভিত্তিত মিত্ৰতা কৰা লোকসকলে কিয়ামতৰ দিনা ইজনে সিজনৰ শত্ৰুত পৰিণত হ’ব। পক্ষান্ত ৰে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰা লোকসকলৰ মিত্ৰতা সদায় অৱশিষ্ট থাকিব, কেতিয়াও সমাপ্ত নহ’ব। بلغ আল-কোৰআন · তাফছীৰ
يَـٰعِبَادِ لَا خَوْفٌ عَلَيْكُمُ ٱلْيَوْمَ وَلَآ أَنتُمْ تَحْزَنُونَ ﴿٦٨﴾
আল্লাহে তেওঁ লোকক ক’বঃ হে মোৰ বান্দাসকল! আজিৰ পৰা তোমালোকৰ ভৱিষ্যতে সন্মুখীন হ’বলগীয়া বিষয় বোৰকলৈ কোনো চিন্তা নাই। আনহাতে পৃথিৱীত এৰি থৈ অহা সা-সামগ্ৰী সম্পৰ্কে ও কোনো দুখ নাথাকিব।
ٱلَّذِينَ ءَامَنُوا۟ بِـَٔايَـٰتِنَا وَكَانُوا۟ مُسْلِمِينَ ﴿٦٩﴾
যিসকলে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰতি ঈমান পোষণ কৰে তথা কোৰআন মুতাবিক আমল কৰে, তেওঁলোকেই আল্লাহৰ আদেশ পালন কৰেআৰুতেওঁ ৰনিষেধকৃ ত বস্তু ৰপৰা বিৰত থাকে।
ٱدْخُلُوا۟ ٱلْجَنَّةَ أَنتُمْ وَأَزْوَٰجُكُمْ تُحْبَرُونَ ﴿٧٠﴾
আপুনি আৰু আপোনাৰ দৰে মুমিনসকলে জান্নাতত প্ৰৱেশ কৰক। নিশ্চয় আপোনালোকে জান্নাতৰ চিৰস্থায়ী নিয়ামতৰ দ্বাৰা আনন্দি ত হ’ব, যিবোৰ নিয়ামত কেতিয়াও শেষ নহ’ব আৰু বিচ্ছিন্নও নহ’ব।
يُطَافُ عَلَيْهِم بِصِحَافٍۢ مِّن ذَهَبٍۢ وَأَكْوَابٍۢ ۖ وَفِيهَا مَا تَشْتَهِيهِ ٱلْأَنفُسُ وَتَلَذُّ ٱلْأَعْيُنُ ۖ وَأَنتُمْ فِيهَا خَـٰلِدُونَ ﴿٧١﴾
তেওঁলোকৰ সেৱকসকলে সোণৰ পাত্ৰ আৰু পিয় লা লৈ তেওঁলোকৰ মাজত ঘূৰি থাকিব। জান্নাতত সেই সকলো বস্তু উপলব্ধ থাকিব, যিবোৰ তেওঁলোকৰ মনে বিচাৰিব তথা যিবোৰ দেখি তেওঁলোকে আনন্দি ত হ’ব। (শুনা!) তাত তোমালোকে চিৰকাল বসবাস কৰিবা। তাৰ পৰা ওলোৱাৰ কেতিয়াওপ্ৰ য়োজন নহ’ব।
وَتِلْكَ ٱلْجَنَّةُ ٱلَّتِىٓ أُورِثْتُمُوهَا بِمَا كُنتُمْ تَعْمَلُونَ ﴿٧٢﴾
তোমালোকৰ সন্মুখত বৰ্ণনা কৰা সেইখনেই হৈছে জান্নাত, আল্লাহে নিজ অনুগ্ৰ হত আৰু তোমালোকৰ কৰ্মৰ ভিত্তিত তোমালোকক সেইখনৰ উত্তৰাধিকাৰী বনাব। لكم فيها فكهةكثيرةمنها تأكلون
لَكُمْ فِيهَا فَـٰكِهَةٌۭ كَثِيرَةٌۭ مِّنْهَا تَأْكُلُونَ ﴿٧٣﴾
তোমালোকৰ বাবে তাত থাকিব অসংখ্য ফল-মূ ল। যিবোৰ কেতিয়াও সমাপ্ত নহ’ব। তোমালোকে সেইবোৰ ভক্ষণ কৰিবা।
إِنَّ ٱلْمُجْرِمِينَ فِى عَذَابِ جَهَنَّمَ خَـٰلِدُونَ ﴿٧٤﴾
নিশ্চয় কু ফৰী আৰুপাপকৰ্ম কৰা অপৰাধীসকলে কিয়ামতৰদিনা জাহান্নামত শাস্তি ভোগ কৰিব। আৰুসিহঁ তে তাত চিৰকাল থাকিব। لا يفترعنهم وهم فيهمبلسون
لَا يُفَتَّرُ عَنْهُمْ وَهُمْ فِيهِ مُبْلِسُونَ ﴿٧٥﴾
সিহঁ তৰ পৰা শাস্তি লাঘৱ কৰা নহ’ব, আৰু সিহঁ তে আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰিব।
وَمَا ظَلَمْنَـٰهُمْ وَلَـٰكِن كَانُوا۟ هُمُ ٱلظَّـٰلِمِينَ ﴿٧٦﴾
সিহঁ তক জাহান্নামত নিক্ষেপ কৰিআমি সিহঁ তৰপ্ৰ তি কোনোঅন্যায় কৰানাছিলোঁ। বৰংকু ফৰীকৰিসিহঁ তে নিজেই নিজৰওপৰত অন্যায় কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ
وَنَادَوْا۟ يَـٰمَـٰلِكُ لِيَقْضِ عَلَيْنَا رَبُّكَ ۖ قَالَ إِنَّكُم مَّـٰكِثُونَ ﴿٧٧﴾
সিহঁ তে জাহান্নামৰ প্ৰহৰী মালিকক আহ্বান কৰি ক’বঃ হে মালিক! তোমাৰ প্ৰতিপালকে আমাক নিঃশেষ কৰি দিয়া উচিত, যাতে আমি শাস্তি ৰ পৰা ৰক্ষা পাওঁ । তেতিয়া মালিকে সিহঁ তক প্ৰত্যুত্তৰ দি ক’বঃ তোমালোকে চিৰকাল এই শাস্তি তেই থাকিব লাগিব, ইয়াত তোমালোকৰ কেতিয়াও মৃ ত্যু নহ’ব। তথা তোমালোকৰ পৰা শাস্তি ও উঠাই লোৱা নহ’ব।
لَقَدْ جِئْنَـٰكُم بِٱلْحَقِّ وَلَـٰكِنَّ أَكْثَرَكُمْ لِلْحَقِّ كَـٰرِهُونَ ﴿٧٨﴾
পৃথিৱীত আমি তোমালোকৰ ওচৰলৈ সত্য আনিছিলোঁ, যি সত্যৰ মাজত কোনো ধৰণৰ সন্দে হ নাছিল। কিন্তু তোমালোকৰ মাজৰ অধিকাংশ লোকেই সত্যক অপছন্দ কৰিছিল।
أَمْ أَبْرَمُوٓا۟ أَمْرًۭا فَإِنَّا مُبْرِمُونَ ﴿٧٩﴾
সিহঁ তে যদি নবীচাল্লাল্লাহু আলাইহি অছাল্লামৰবিৰুদ্ধে কোনোচক্ৰান্ত কৰে,তথাকোনোষড় যন্ত্ৰ ৰচে তেন্তে আমি সিহঁ তৰষড় যন্ত্ৰ তকৈও ডাঙৰকৌশল অৱলম্ব ন কৰিম।
أَمْ يَحْسَبُونَ أَنَّا لَا نَسْمَعُ سِرَّهُمْ وَنَجْوَىٰهُم ۚ بَلَىٰ وَرُسُلُنَا لَدَيْهِمْ يَكْتُبُونَ ﴿٨٠﴾
সিহঁ তে ধাৰণা কৰেনেকি যে, আমি সিহঁ তৰঅন্ত ৰত থকা গোপন বিষয় বোৰনাজানো তথা সিহঁ তে ইজনে সিজনৰলগত কৰা গোপন পৰামৰ্শবোৰআমি শুনা নাপাওঁ ? নিশ্চয় আমি সিহঁ তৰ সকলো বিষয়ে অৱগত তথা সেইবোৰ শুনা পাওঁ । আনকি সিহঁ তৰ ওচৰত নিযুক্ত ফিৰিস্তাসকলেও সিহঁ তৰ প্ৰতিটো আমল লিপিবদ্ধ কৰি ৰাখে।
قُلْ إِن كَانَ لِلرَّحْمَـٰنِ وَلَدٌۭ فَأَنَا۠ أَوَّلُ ٱلْعَـٰبِدِينَ ﴿٨١﴾
হে ৰাছু ল! যিসকলে আল্লাহৰ কন্যা সন্তান আছে বুলি ধাৰণা কৰে, আপুনি সিহঁ তক কৈ দিয় ক যে, আল্লাহ সিহঁ তৰ এনেকু ৱা ধাৰণাৰ পৰা অতি ঊৰ্দ্ধ ত। আল্লাহৰ কোনো সন্তানেই নাই। আল্লাহ এনেকু ৱা বিষয় ৰ পৰা পৰিস্কাৰ তথা পৱিত্ৰ। আল্লাহক ইবাদত কৰা লোকসকলৰ মাজৰ আগশাৰীৰ ইবাদতকাৰী হৈছোঁ মই, তথা তেওঁ ৰ পৱিত্ৰতা ঘোষণা কৰাৰ ক্ষেত্ৰতো মই হৈছোঁ প্ৰথমশাৰীৰ।
سُبْحَـٰنَ رَبِّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ رَبِّ ٱلْعَرْشِ عَمَّا يَصِفُونَ ﴿٨٢﴾
আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক তথা মহাসিংহাসনৰ প্ৰতিপালক আল্লাহ তাআলা হৈছে মুশ্বৰিকসকলে সম্পৃক্ত কৰা অংশীদাৰৰ পৰা, স্ত্ৰী আৰু সন্তান আদিৰ পৰা অতি পৱিত্ৰ।
فَذَرْهُمْ يَخُوضُوا۟ وَيَلْعَبُوا۟ حَتَّىٰ يُلَـٰقُوا۟ يَوْمَهُمُ ٱلَّذِى يُوعَدُونَ ﴿٨٣﴾
হে ৰাছু ল! আপুনি সিহঁ তক বাতিলৰমাজতে পৰিথাকিবলৈ দিয় ক,সিহঁ ত খেল-ধেমালিতে মতলীয়াহৈ থাকক। অৱশেষত নিশ্চয় সিহঁ তে সেই প্ৰতিশ্ৰুতি দিয়া দিৱসৰ সন্মুখীন হ’ব অৰ্থাৎ কিয়ামত দিৱসৰ।
وَهُوَ ٱلَّذِى فِى ٱلسَّمَآءِ إِلَـٰهٌۭ وَفِى ٱلْأَرْضِ إِلَـٰهٌۭ ۚ وَهُوَ ٱلْحَكِيمُ ٱلْعَلِيمُ ﴿٨٤﴾
তেৱেঁই সত্য উপাস্য আকাশত, আৰু তেৱেঁই সত্য উপাস্য পৃথিৱীত। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, যোগান ধৰাৰ ক্ষেত্ৰত তথা পৰিচালনাত মহাপ্ৰ জ্ঞাৱান। বান্দাসকলৰপৰিস্থি তি সম্পৰ্কে সৰ্বজ্ঞ। তেওঁ ৰপৰাএকোৱেই গোপন নহয় । بلغ আল-কোৰআন · তাফছীৰ
وَتَبَارَكَ ٱلَّذِى لَهُۥ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا وَعِندَهُۥ عِلْمُ ٱلسَّاعَةِ وَإِلَيْهِ تُرْجَعُونَ ﴿٨٥﴾
আল্লাহ মহা বৰকতময় , একমাত্ৰ তেওঁৰ হাততেই আছে আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু ৰ ৰাজত্ব । কিয়ামত কেতিয়া সংঘটি ত হ’ব, ইয়াৰ সঠি ক জ্ঞানো একমাত্ৰ তেওঁ ৰ ওচৰতেই আছে। তেওঁ ৰ বাহিৰে কোনেও নাজানে। আখিৰাতত হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একমাত্ৰ তেওঁ ৰ ওচৰতেই উভতি যাব লাগিব।
وَلَا يَمْلِكُ ٱلَّذِينَ يَدْعُونَ مِن دُونِهِ ٱلشَّفَـٰعَةَ إِلَّا مَن شَهِدَ بِٱلْحَقِّ وَهُمْ يَعْلَمُونَ ﴿٨٦﴾
মু শ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, সেইবোৰে আল্লাহৰ ওচৰত মধ্যস্ত তা কৰাৰ কোনো ক্ষমতা নাৰাখে। কিন্তু যিয়ে জানি বুজি এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ ৰ বিষয় টো সুকীয়া। যেনেঃ ঈছা, উঝাইৰ আৰু ফিৰিস্তাসকল।
وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَهُمْ لَيَقُولُنَّ ٱللَّهُ ۖ فَأَنَّىٰ يُؤْفَكُونَ ﴿٨٧﴾
যদি আপুনি সিহঁ তক সোধে যে, সিহঁ তক কোনে সৃষ্টি কৰিছে? তেতিয়া নিশ্চয় সিহঁ তে ক’বঃ আল্লাহেই আমাক সৃষ্টি কৰিছে। এই স্বীকাৰোক্তিৰ পিছতো সিহঁ তে আল্লাহৰ ইবাদতৰ পৰা কেনেকৈ বিমু খ হয় ?
وَقِيلِهِۦ يَـٰرَبِّ إِنَّ هَـٰٓؤُلَآءِ قَوْمٌۭ لَّا يُؤْمِنُونَ ﴿٨٨﴾
পৱিত্ৰ আল্লাহৰ ওচৰত ৰাছু লৰ অভিযোগ সম্পৰ্কে পূৰ্ণ জ্ঞান আছে যে, তেওঁৰ সম্প্ৰ দায়ে কিদৰে তেওঁক অস্বীকাৰ কৰিছে। এইদৰে তেওঁৰ এই দুআ সম্পৰ্কে ওঅৱগত যে,হে মোৰপ্ৰ তিপালক! নিশ্চয় ইহঁ তে সেই বাৰ্তাৰপ্ৰ তি ঈমান পোষণ নকৰিব,যি বাৰ্তাপ্ৰ দান কৰিতু মি মোক প্ৰে ৰণ কৰিছা।
فَٱصْفَحْ عَنْهُمْ وَقُلْ سَلَـٰمٌۭ ۚ فَسَوْفَ يَعْلَمُونَ ﴿٨٩﴾
গতিকে আপুনি সিহঁ তক উপেক্ষা কৰক। সিহঁ তৰ লগত এনেকু ৱা কথা কওক, যাৰ দ্বাৰা সিহঁ তৰ অনিষ্ট ৰ পৰা ৰক্ষা পোৱা সম্ভ ৱ। (এই আদেশ মক্কাত থকাঅৱস্থাত দিয়াহৈছিল।) শীঘ্ৰে ই সিহঁ তে সন্মুখীন হ’বলগীয়াশাস্তি সম্পৰ্কে অৱগত হ’ব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে