মুখ্য পৃষ্ঠাতাফছীৰAd-Dukhaan (44)

তাফছীৰ Ad-Dukhaan (44) — الدخان

মক্কী · 59 আয়াত

পঢ়ক · শুনকPDF ফাইল

حمٓ ﴿١﴾

(হা, মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।

وَٱلْكِتَـٰبِ ٱلْمُبِينِ ﴿٢﴾

আল্লাহে কোৰআনৰশপত খাইছে,যিখন গ্ৰন্থই হিদায় তৰপথ স্পষ্ট কৰিসত্যৰপথ দেখুৱায় ।

إِنَّآ أَنزَلْنَـٰهُ فِى لَيْلَةٍۢ مُّبَـٰرَكَةٍ ۚ إِنَّا كُنَّا مُنذِرِينَ ﴿٣﴾

নিশ্চয় আমি এই কোৰআন সন্মানিত ৰাতিত অৱতীৰ্ণ কৰিছোঁ। যি ৰাতিত আছে অসংখ্যকল্যাণ। নিশ্চয় আমি এই কোৰআনৰমাধ্যমত সতৰ্ক কৰোঁ। فيها يفرق كل أمر حكيم

فِيهَا يُفْرَقُ كُلُّ أَمْرٍ حَكِيمٍ ﴿٤﴾

এই ৰাতিতেই জীৱিকাআৰুআয়ু সম্বন্ধীয় সেই বছৰৰসকলোগুৰুত্ব পূৰ্ণ নিৰ্ণয় লোৱাহয় ।

أَمْرًۭا مِّنْ عِندِنَآ ۚ إِنَّا كُنَّا مُرْسِلِينَ ﴿٥﴾

আমি আমাৰফালৰপৰাই প্ৰত্যেকচূ ড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰোঁ। নিশ্চয় আমিয়ে ই ৰাছু লসকলকপ্ৰে ৰণ কৰোঁ।

رَحْمَةًۭ مِّن رَّبِّكَ ۚ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ ﴿٦﴾

হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমত হিচাপে ৰাছুলসকলক সিহঁতৰ ওচৰলৈ প্ৰে ৰণ কৰা হয়। নিশ্চয় পৱিত্ৰ আল্লাহে তেওঁৰ বান্দাসকলৰকথাশ্ৰ ৱণ কৰে,তথাতেওঁ সিহঁ তৰকৰ্ম আৰুনিয়্যত সম্পৰ্কে সৰ্বজ্ঞ। এইবোৰৰএকোৱেই তেওঁ ৰপৰাগোপন নহয় ।

رَبِّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَآ ۖ إِن كُنتُم مُّوقِنِينَ ﴿٧﴾

তেৱেঁই আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু ৰে প্ৰতিপালক। যদি তোমালোকে এইটো বিশ্বাস কৰা তেন্তে মোৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰা।

لَآ إِلَـٰهَ إِلَّا هُوَ يُحْىِۦ وَيُمِيتُ ۖ رَبُّكُمْ وَرَبُّ ءَابَآئِكُمُ ٱلْأَوَّلِينَ ﴿٨﴾

তেওঁ ৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃ ত্যু প্ৰদান কৰে। তেওঁ ৰ বাহিৰে কোনো জীৱন প্ৰদানকাৰী তথা মৃ ত্যু প্ৰদানকাৰী নাই। তেৱেঁই তোমালোকৰ আৰু তোমালোকৰ পিতৃ পুৰুষসকলৰ প্ৰতিপালক। بل هم فىشك يلعبون

بَلْ هُمْ فِى شَكٍّۢ يَلْعَبُونَ ﴿٩﴾

এই মুশ্বৰিকসকলে কেতিয়াও ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিব, বৰং ইহঁতে এই বিষয়ত সন্দে হত পতিত হৈ আছে। বাতিলৰ কাৰণে সিহঁতে অমনোযোগী হৈ আছে। بلغ আল-কোৰআন · তাফছীৰ

فَٱرْتَقِبْ يَوْمَ تَأْتِى ٱلسَّمَآءُ بِدُخَانٍۢ مُّبِينٍۢ ﴿١٠﴾

হে ৰাছু ল! আপুনি আপোনাৰ উম্মতৰ প্ৰতি শীঘ্ৰে ই আহিবলগীয়া শাস্তি ৰ অপেক্ষা কৰক, যিদিনা আকাশৰ পৰা পোনপটীয়াকৈ ধোঁৱা নামি আহিব। ভোকৰতাড় নাত সিহঁ তে নিজ চকু ৰেসেয়াদেখিবলৈ পাব।

يَغْشَى ٱلنَّاسَ ۖ هَـٰذَا عَذَابٌ أَلِيمٌۭ ﴿١١﴾

এই শাস্তি য়ে আপোনাৰগোটেই উম্মতক আবৃত কৰিব। আৰুসিহঁ তক কোৱাহ’বঃতোমালোকক স্পৰ্শ কৰাএই শাস্তি হৈছে কষ্ট দায় ক শাস্তি ।

رَّبَّنَا ٱكْشِفْ عَنَّا ٱلْعَذَابَ إِنَّا مُؤْمِنُونَ ﴿١٢﴾

তেতিয়া সিহঁ তে নিজ প্ৰতিপালকৰ ওচৰত বিনীতভাৱে প্ৰাৰ্থনা কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত অৱতীৰ্ণ কৰা এই শাস্তি আমাৰ পৰা আঁতৰাই দিয়া। যদি তু মি এই শাস্তি আমাৰপৰাআঁতৰাই দিয়াতেন্তে নিশ্চয় আমি তোমাৰপ্ৰ তি আৰুতোমাৰৰাছু লৰপ্ৰ তি ঈমান পোষণ কৰিম।

أَنَّىٰ لَهُمُ ٱلذِّكْرَىٰ وَقَدْ جَآءَهُمْ رَسُولٌۭ مُّبِينٌۭ ﴿١٣﴾

কেনেকৈ সিহঁ তে উপদেশ গ্ৰহণ কৰিব তথা নিজ প্ৰতিপালকৰ নৈকট্য অৱলম্বন কৰিব, অথচ সিহঁ তৰ ওচৰলৈ স্পষ্ট বাৰ্তা লৈ এজন ৰাছু ল প্ৰে ৰিত হৈছিল, যাৰ সত্যতা আৰু বিশ্ব তস্তা সম্পৰ্কে তেওঁ লোকে অৱগত আছিল? ثم تولوا عنه وقالوا معلم م جنون

ثُمَّ تَوَلَّوْا۟ عَنْهُ وَقَالُوا۟ مُعَلَّمٌۭ مَّجْنُونٌ ﴿١٤﴾

তাৰ পিছত সিহঁ তে তেওঁ ক মানিবলৈ অস্বীকাৰ কৰিছিল, আৰু তেওঁ ৰ বিষয়ে কৈছিলঃ এওঁ ৰাছু ল নহয় , বৰং এওঁ হৈছে প্ৰশিক্ষণপ্ৰাপ্ত এজন ব্যক্তি , যাক কোনোবাই এইবোৰশিকাইছে। তেওঁ ৰবিষয়ে সিহঁ তে এই কথাওকৈছিল যে,তেওঁ হৈছে এজন উন্মাদ।

إِنَّا كَاشِفُوا۟ ٱلْعَذَابِ قَلِيلًا ۚ إِنَّكُمْ عَآئِدُونَ ﴿١٥﴾

কিছু সময় ৰ বাবে যেতিয়া আমি তোমালোকৰ পৰা শাস্তি উঠাই লম, নিশ্চয় তোমালোকে আকৌ সেই কু ফৰী আৰু অস্বীকাৰ কৰা স্বভাৱলৈ ঘূৰি যাবা।

يَوْمَ نَبْطِشُ ٱلْبَطْشَةَ ٱلْكُبْرَىٰٓ إِنَّا مُنتَقِمُونَ ﴿١٦﴾

হে ৰাছু ল! সিহঁ তৰবিষয়ে আপুনি সেই দিৱসৰঅপেক্ষা কৰক, যিদিনা আপোনাৰসম্প্ৰ দায় ৰকাফিৰসকলক কঠি ন বিপদৰমু খামু খি কৰিম (অৰ্থাৎ বদৰৰ দিনা)। নিশ্চয় আমি সিহঁ তৰপৰাপ্ৰ তিশোধগ্ৰ হণ কৰিম। কিয় নোসিহঁ তে আল্লাহৰলগত কু ফৰীকৰিছে আৰুতেওঁ ৰৰাছু লক অস্বীকাৰকৰিছে।

۞ وَلَقَدْ فَتَنَّا قَبْلَهُمْ قَوْمَ فِرْعَوْنَ وَجَآءَهُمْ رَسُولٌۭ كَرِيمٌ ﴿١٧﴾

সিহঁ তৰ পূৰ্বে আমি ফিৰআউন সম্প্ৰ দায় কো পৰীক্ষা কৰিছিলোঁ। সিহঁ তৰ ওচৰলৈও সন্মানিত ৰাছু ল প্ৰে ৰিত হৈছিল, তেৱোঁ সিহঁ তক আল্লাহৰ তাওহীদ আৰু তেওঁ ৰইবাদতৰপিনে আহ্বান কৰিছিল। তেওঁ আছিল মু ছা আলাইহিচ্ছালাম।

أَنْ أَدُّوٓا۟ إِلَىَّ عِبَادَ ٱللَّهِ ۖ إِنِّى لَكُمْ رَسُولٌ أَمِينٌۭ ﴿١٨﴾

মুছা আলাইহিচ্ছালামে ফিৰআউন আৰু তাৰ সম্প্ৰ দায় ক কৈছিলঃ বনী ইছৰাঈলক মোৰ সৈতে যাবলৈ দিয়া। কাৰণ তেওঁলোক হৈছে আল্লাহৰ বান্দা। তেওঁলোকক দাসত পৰিণত কৰি ৰাখিবলৈ তোমাৰ কোনো অধিকাৰ নাই। নিশ্চয় মই তোমালোকৰ ওচৰলৈ ৰাছু ল হিচাপে প্ৰে ৰিত হৈছোঁ। মোক যি বাৰ্তাপৌঁচাবলৈ আদেশ দিয়াহৈছে,সেই ক্ষেত্ৰত নিশ্চয় মই হৈছোঁএজন বিশ্ব তস্ ব্যক্তি । সেই বাৰ্তাত অলপোকম বেছি নকৰোঁ। بلغ আল-কোৰআন · তাফছীৰ

وَأَن لَّا تَعْلُوا۟ عَلَى ٱللَّهِ ۖ إِنِّىٓ ءَاتِيكُم بِسُلْطَـٰنٍۢ مُّبِينٍۢ ﴿١٩﴾

তোমালোকে আল্লাহৰ ইবাদত ত্যাগ কৰি আৰু তেওঁ ৰ বান্দাসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি অহংকাৰ নকৰিবা। নিশ্চয় মই তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ লৈ আহিছোঁ। وإنى عذت بربى وربكم أن ترجمون

وَإِنِّى عُذْتُ بِرَبِّى وَرَبِّكُمْ أَن تَرْجُمُونِ ﴿٢٠﴾

নিশ্চয় মই মোৰপ্ৰ তিপালকৰওচৰত তোমালোকৰপ্ৰ তস্ৰঘাতৰপৰাআশ্ৰ য় বিচাৰিছোঁ। তেওঁ তোমালোকৰোপ্ৰ তিপালক।

وَإِن لَّمْ تُؤْمِنُوا۟ لِى فَٱعْتَزِلُونِ ﴿٢١﴾

যদি তোমালোকে মই লৈ অহা বাৰ্তাক বিশ্বাস নকৰা, তেন্তে মোক এৰি দিয়া, মোক অনিষ্ট কৰাৰ উদ্দেশ্যে মোৰ ওচৰলৈ নাহিবা।

فَدَعَا رَبَّهُۥٓ أَنَّ هَـٰٓؤُلَآءِ قَوْمٌۭ مُّجْرِمُونَ ﴿٢٢﴾

এতেকে মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ এই লোকসকল অৰ্থাৎ ফিৰআউন আৰু তাৰ মন্ত্ৰীসকল হৈছে অপৰাধী। দৰাচলতে সিহঁ ত হৈছে শীঘ্ৰে ই শাস্তি পোৱাৰযোগ্য। فأسر بعبادى ليلا إنكم م تبعون

فَأَسْرِ بِعِبَادِى لَيْلًا إِنَّكُم مُّتَّبَعُونَ ﴿٢٣﴾

ফলত আল্লাহে মুছা আলাইহিচ্ছালামক নিৰ্দে শ দিলে যে, আপুনি ৰাতিৰ ভিতৰতে আপোনাৰ সম্প্ৰ দায় ক লগতলৈ ইয়াৰ পৰা গুচি যাওক। তেওঁক এই কথাও জনাই দিছিল যে, ফিৰআউন আৰু তাৰ সম্প্ৰ দায়ে তেওঁ লোকক খেদি যাব।

وَٱتْرُكِ ٱلْبَحْرَ رَهْوًا ۖ إِنَّهُمْ جُندٌۭ مُّغْرَقُونَ ﴿٢٤﴾

লগতে তেওঁক এই আদেশও প্ৰদান কৰিলে যে, যেতিয়া তেওঁ আৰু বনী ইছৰাঈলে সাগৰ পাৰ কৰিব, তেতিয়া সাগৰখনক যেন সেই অৱস্থাতে এৰি দিয়ে । নিশ্চয় ফিৰআউন আৰুতাৰসেনাবাহিনীয়ে সাগৰত ডু বিমৰিব। كم تركوامن جنت وعيون

كَمْ تَرَكُوا۟ مِن جَنَّـٰتٍۢ وَعُيُونٍۢ ﴿٢٥﴾

ফিৰআউন আৰু তাৰ সম্প্ৰ দায়ে নিজৰ পিছফালে কিমান যে ধুনীয়া ধুনীয়া বাগান আৰু প্ৰবাহিত নিজৰা এৰি থৈ আহিছিল। وزروع ومقام كريم

وَزُرُوعٍۢ وَمَقَامٍۢ كَرِيمٍۢ ﴿٢٦﴾

কিমান যে খেতি-বাতি আৰু সুৰম্য বৈঠকস্থ ল এৰি থৈ আহিছিল। ونعمةكانوا فيها فكهين

وَنَعْمَةٍۢ كَانُوا۟ فِيهَا فَـٰكِهِينَ ﴿٢٧﴾

সিহঁ তে নিজৰ পিছফালে কিমান যে সুখ-সামগ্ৰী এৰি থৈ আহিছিল, যিবোৰ সিহঁ তে ভোগ কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ

كَذَٰلِكَ ۖ وَأَوْرَثْنَـٰهَا قَوْمًا ءَاخَرِينَ ﴿٢٨﴾

এইদৰেই সেই ঘটনা সংঘটি ত হৈছিল যিটো তোমালোকৰ সন্মুখত ইতিমধ্যে বৰ্ণনা কৰা হৈছে। সিহঁতৰ এই বাগান, প্ৰস্ৰৱন, খেতি-পথাৰ আৰু অট্টালিকাবোৰৰ উত্তৰাধিকাৰী আমি অন্য এটা সম্প্ৰ দায় ক অৰ্থাৎ বনী ইছৰাঈলক কৰি দিছিলোঁ।

فَمَا بَكَتْ عَلَيْهِمُ ٱلسَّمَآءُ وَٱلْأَرْضُ وَمَا كَانُوا۟ مُنظَرِينَ ﴿٢٩﴾

ফিৰআউন আৰু তাৰ সম্প্ৰ দায় ক যেতিয়া সাগৰত ডু বাই ধ্বংস কৰা হৈছিল তেতিয়া আকাশ আৰু পৃথিৱীয়ে সিহঁ তৰ বাবে আফচোচ কৰা নাছিল। আনকি সিহঁ তক তাওবা কৰাৰো অৱকাশ দিয়া হোৱা নাছিল।

وَلَقَدْ نَجَّيْنَا بَنِىٓ إِسْرَٰٓءِيلَ مِنَ ٱلْعَذَابِ ٱلْمُهِينِ ﴿٣٠﴾

নিশ্চয় আমি বনী ইছৰাঈলক লাঞ্ছনাদায় ক শাস্তি ৰ পৰা ৰক্ষা কৰিছিলোঁ। কিয় নো ফিৰআউন আৰু তাৰ সম্প্ৰ দায়ে তেওঁ লোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু কন্যা সন্তানক জীৱিত এৰি দিছিল।

مِن فِرْعَوْنَ ۚ إِنَّهُۥ كَانَ عَالِيًۭا مِّنَ ٱلْمُسْرِفِينَ ﴿٣١﴾

আমি সিহঁ তক ফিৰআউনৰ শাস্তি ৰ পৰা ৰক্ষা কৰিছিলোঁ। নিশ্চয় ফিৰআউন আছিল এজন অহংকাৰী তথা আল্লাহৰ দ্বীন উলংঘাকাৰী ব্যক্তি ।

وَلَقَدِ ٱخْتَرْنَـٰهُمْ عَلَىٰ عِلْمٍ عَلَى ٱلْعَـٰلَمِينَ ﴿٣٢﴾

নিশ্চয় আমি বনী ইছৰাঈলক জানি বুজি সেই সময় ৰ লোকসকলৰ ওপৰত প্ৰাধান্য দিছিলোঁ। কাৰণ তেওঁলোকৰ মাজত বহুতো নবী প্ৰে ৰণ কৰা হৈছিল।

وَءَاتَيْنَـٰهُم مِّنَ ٱلْـَٔايَـٰتِ مَا فِيهِ بَلَـٰٓؤٌۭا۟ مُّبِينٌ ﴿٣٣﴾

আমি তেওঁ লোকক মু ছা আলাইহিচ্ছালামৰ সমৰ্থনত এনেকু ৱা দলিল-প্ৰমাণ দিছিলোঁ, যিবোৰ মান্না আৰু ছালৱাৰ দৰে স্পষ্ট নিয়ামত আছিল।

إِنَّ هَـٰٓؤُلَآءِ لَيَقُولُونَ ﴿٣٤﴾

নিশ্চয় এই অস্বীকাৰকাৰী মু শ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰি ক’বঃ

إِنْ هِىَ إِلَّا مَوْتَتُنَا ٱلْأُولَىٰ وَمَا نَحْنُ بِمُنشَرِينَ ﴿٣٥﴾

আমাক কেৱল এবাৰেই মৃ ত্যু প্ৰদান কৰা হ’ব, ইয়াৰ পিছত আৰু কোনো জীৱন নাই। এই মৃ ত্যুৰ পিছত আমাক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব।

فَأْتُوا۟ بِـَٔابَآئِنَآ إِن كُنتُمْ صَـٰدِقِينَ ﴿٣٦﴾

হে মুহাম্মদ! তু মি আৰু তোমাৰ অনুসাৰীসকলে যদি নিজৰ এই দাবীত সত্যবাদী যে, আল্লাহে মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিব তেন্তে আমাৰ পিতৃ -পুৰুষসকলক জীৱিত কৰি আনাচোন। بلغ আল-কোৰআন · তাফছীৰ

أَهُمْ خَيْرٌ أَمْ قَوْمُ تُبَّعٍۢ وَٱلَّذِينَ مِن قَبْلِهِمْ ۚ أَهْلَكْنَـٰهُمْ ۖ إِنَّهُمْ كَانُوا۟ مُجْرِمِينَ ﴿٣٧﴾

হে ৰাছু ল! আপোনাক অস্বীকাৰ কৰা এই মু শ্বৰিকসকল, শক্তি আৰু নিয়ামতৰ ক্ষেত্ৰত অধিক উত্তম নে তু ব্বা সম্প্ৰ দায় অধিক উত্তম? তথা সিহঁ তৰ পূৰ্বে অতিবাহিত হোৱালোকসকল যেনেঃআদ আৰুছামূ দ সম্প্ৰ দায় । সেই সকলোকে আমি ধ্বংস কৰিছোঁ। নিশ্চয় সিহঁ ত আছিল অপৰাধী।

وَمَا خَلَقْنَا ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا لَـٰعِبِينَ ﴿٣٨﴾

আকাশমণ্ডল আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলো বস্তু আমি খেল-ধেমালিৰ বাবে সৃষ্টি কৰা নাই।

مَا خَلَقْنَـٰهُمَآ إِلَّا بِٱلْحَقِّ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ ﴿٣٩﴾

প্ৰকৃ ততে আমি আকাশমণ্ডল আৰু পৃথিৱীক এটা হিকমত সহকাৰে সৃষ্টি কৰিছোঁ। কিন্তু অধিকাংশ মু শ্বৰিকে বিষয় টো নাজানে।

إِنَّ يَوْمَ ٱلْفَصْلِ مِيقَـٰتُهُمْ أَجْمَعِينَ ﴿٤٠﴾

নিশ্চয় আল্লাহে কিয়ামতৰ দিনা বান্দাসকলৰ মাজত বিচাৰ কৰিব, সেইদিনা আল্লাহে সকলো সৃষ্টি কে একত্ৰিত কৰিব। يوم لا يغنى مولى عن مولى شئا ولا هم ينصرون

يَوْمَ لَا يُغْنِى مَوْلًى عَن مَّوْلًۭى شَيْـًۭٔا وَلَا هُمْ يُنصَرُونَ ﴿٤١﴾

সেইদিনা কোনো আত্মীয় ই কোনো আত্মীয় ক আৰু কোনো বন্ধুৱে কোনো বন্ধুক উপকাৰ কৰিব নোৱাৰিব। সিহঁ তে আল্লাহৰ শাস্তি ক প্ৰতিৰোধো কৰিব নোৱাৰিব। কিয় নো সেইদিনা ক্ষমতা থাকিব একমাত্ৰ আল্লাহৰ হাতত। কোনেও তেওঁ ক প্ৰত্যাহ্বান জনাব নোৱাৰিব।

إِلَّا مَن رَّحِمَ ٱللَّهُ ۚ إِنَّهُۥ هُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ ﴿٤٢﴾

কিন্তু সেই ব্যক্তিৰ বিষয়টো সুকীয়া, যাৰ প্ৰতি আল্লাহে ৰহমত কৰিব। কিয়নো তেওঁ নিজৰ সৎকৰ্মৰ দ্বাৰা উপকৃত হ’ব। নিশ্চয় আল্লাহ মহাপৰাক্ৰ মশালী, তেওঁ ক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰপ্ৰ তি অত্যন্ত দয়ালু।

إِنَّ شَجَرَتَ ٱلزَّقُّومِ ﴿٤٣﴾

নিশ্চয় আল্লাহে জাহান্নামৰগভীৰত ঝাক্কু ম গছ উৎপন্ন কৰিছে।

طَعَامُ ٱلْأَثِيمِ ﴿٤٤﴾

সেইবোৰ হ’ব মহা পাপীসকলৰ খাদ্য। অৰ্থাৎ কাফিৰসকলক এই নিকৃ ষ্টফল খাবলৈ দিয়া হ’ব।

كَٱلْمُهْلِ يَغْلِى فِى ٱلْبُطُونِ ﴿٤٥﴾

এই ফল দেখাত ক’লা ৰঙৰ তেলৰ দৰে হ’ব। যিটো সিহঁ তৰ পেটত প্ৰচণ্ড গৰমত উতলিব।

كَغَلْىِ ٱلْحَمِيمِ ﴿٤٦﴾

যিদৰে গৰম পানী উতলি উঠে। بلغ আল-কোৰআন · তাফছীৰ

خُذُوهُ فَٱعْتِلُوهُ إِلَىٰ سَوَآءِ ٱلْجَحِيمِ ﴿٤٧﴾

জাহান্নামৰ প্ৰহৰীক কোৱা হ’বঃ ইয়াক কৰায় ত্তকৰা আৰু কঠোৰভাৱে ধৰি জাহান্নামৰ ভিতৰত নিক্ষেপ কৰা।

ثُمَّ صُبُّوا۟ فَوْقَ رَأْسِهِۦ مِنْ عَذَابِ ٱلْحَمِيمِ ﴿٤٨﴾

তথা এই শাস্তি প্ৰাপ্ত ব্যক্তি ৰ মূ ৰত উতলা পানী ঢালি দিয়া। সি কেতিয়াও শাস্তি ৰ পৰা ৰক্ষা নাপাব।

ذُقْ إِنَّكَ أَنتَ ٱلْعَزِيزُ ٱلْكَرِيمُ ﴿٤٩﴾

তাক ভৰ্ৎ সনা কৰি কোৱা হ’বঃ এই কষ্ট দায় ক শাস্তি ভোগ কৰা। নিশ্চয় তু মি প্ৰভাৱশালী আছিলা, তোমাৰ জাতিৰ ভিতৰত তোমাৰ মান-সন্মানৰ অভাৱ নাছিল। إن هذا ما كنتم به تمترون

إِنَّ هَـٰذَا مَا كُنتُم بِهِۦ تَمْتَرُونَ ﴿٥٠﴾

নিশ্চয় কিয়ামতৰদিনা হ’বলগীয়া এই শাস্তি ৰবিষয়ে তোমালোকে সন্দে হ পোষণ কৰিছিলা। গতিকে ইয়াক নিজ চকু ৰেচোৱাৰপিছত নিশ্চয় এতিয়া তোমালোকৰ সন্দে হ দূৰ হৈছে।

إِنَّ ٱلْمُتَّقِينَ فِى مَقَامٍ أَمِينٍۢ ﴿٥١﴾

নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থকা মুত্ত্বাক্বী লোকসকলে প্ৰত্যেক অপ্ৰি য় বস্তু ৰ পৰা সুৰক্ষিত আৰু নিশ্চিন্ত ভাৱেঅৱস্থান কৰিব, فى جنت وعيون

فِى جَنَّـٰتٍۢ وَعُيُونٍۢ ﴿٥٢﴾

উদ্যানসমূ হত আৰু জলপ্ৰ পাতসমূ হৰমাজত। يلبسون من سندس وإستبرق متقبلين

يَلْبَسُونَ مِن سُندُسٍۢ وَإِسْتَبْرَقٍۢ مُّتَقَـٰبِلِينَ ﴿٥٣﴾

তেওঁ লোকে জান্নাতত পাতল আৰু মোটা ৰেচম কাপোৰ ব্যৱহাৰ কৰিব। ইজনে সিজনৰ মু খামু খি আসনত বহিব। কোনেও কাৰো পিছফালে নবহিব। كذلك وزوجنهم بحور عين

كَذَٰلِكَ وَزَوَّجْنَـٰهُم بِحُورٍ عِينٍۢ ﴿٥٤﴾

যিদৰে জান্নাতত আমি তেওঁলোকক এইবোৰ নিয়ামত প্ৰদান কৰিম, ঠি ক সেইদৰে আমি তেওঁলোকক এনেকু ৱা নাৰীৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ কৰাম, যিসকল হ’ব ডাঙৰ চকু বিশিষ্টা। তেওঁ লোকৰ চকু ৰ বগা অংশখিনিও প্ৰশস্ত থাকিব আৰু ক’লা অংশখিনিও প্ৰশস্ত থাকিব। يدعون فيها بكل فكهةءامنين

يَدْعُونَ فِيهَا بِكُلِّ فَـٰكِهَةٍ ءَامِنِينَ ﴿٥٥﴾

তেওঁ লোকে তাত সেৱকসকলৰ দ্বাৰা যি ইচ্ছা কৰিব সেই ফল তলব কৰিব পাৰিব। ফল সমাপ্ত হোৱাৰো তেওঁ লোকৰ কোনো ভয় নাথাকিব আৰু কোনো ক্ষতি হোৱাৰো আশংকা নাথাকিব। بلغ আল-কোৰআন · তাফছীৰ

لَا يَذُوقُونَ فِيهَا ٱلْمَوْتَ إِلَّا ٱلْمَوْتَةَ ٱلْأُولَىٰ ۖ وَوَقَىٰهُمْ عَذَابَ ٱلْجَحِيمِ ﴿٥٦﴾

তেওঁলোকে তাত চিৰকাল থাকিব। পাৰ্থিৱ জীৱনৰ মৃত্যুৰ বাহিৰে তেওঁলোকে তাত কোনো মৃত্যুৰ সোৱাদ নাপাব। আল্লাহে তেওঁলোকক জাহান্নামৰ শাস্তি ৰ পৰা ৰক্ষা কৰিব।

فَضْلًۭا مِّن رَّبِّكَ ۚ ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ ﴿٥٧﴾

এইটো হৈছে তেওঁলোকৰ ওপৰত তেওঁলোকৰ প্ৰতিপালকৰ অনুগ্ৰ হ তথা উপকাৰ। জান্নাতত প্ৰৱেশ আৰু জাহান্নামৰ পৰা মুক্তিয়ে হৈছে মহা সফলতা। এই সফলতাৰ কোনো তু লনা নাই। فإنما يسرنه بلسانك لعلهم يتذكرون

فَإِنَّمَا يَسَّرْنَـٰهُ بِلِسَانِكَ لَعَلَّهُمْ يَتَذَكَّرُونَ ﴿٥٨﴾

হে ৰাছু ল! আপোনাৰপ্ৰ তি এই কোৰআনখন আৰবীভাষাত অৱতীৰ্ণ কৰিসহজ-সৰল কৰিদিছোঁ,যাতে সিহঁ তে উপদেশ গ্ৰহণ কৰে।

فَٱرْتَقِبْ إِنَّهُم مُّرْتَقِبُونَ ﴿٥٩﴾

গতিকে আপুনি আপোনাৰ বিজয় আৰু সিহঁ তৰ ধ্বংসৰ অপেক্ষা কৰক। নিশ্চয় সিহঁ তেও আপোনাৰ বিনাশৰ অপেক্ষাত আছে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Ad-Dukhaan — الدخان

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা