صٓ ۚ وَٱلْقُرْءَانِ ذِى ٱلذِّكْرِ ﴿١﴾
চোৱাদ। এনেকু ৱা আখৰৰবিষয়ে ছু ৰা আল-বাক্বাৰাৰআৰম্ভ ণিত আলোচনা কৰা হৈছে। আল্লাহে কোৰআনৰশপত খাই এই কথা উল্লে খ কৰিছে যে, কোৰআনত আছে মানুহৰ বাবে এনেকু ৱা উপদেশ, যিবোৰ দুনিয়া আৰু আখিৰাতত মানুহৰ বাবে উপকাৰী। মুশ্বৰিকসকলে আল্লাহৰ অংশীদাৰ থকা বুলি যি ধাৰণা পোষণ কৰে, সেইটো সম্পুৰ্ণৰূপে মিছা।
بَلِ ٱلَّذِينَ كَفَرُوا۟ فِى عِزَّةٍۢ وَشِقَاقٍۢ ﴿٢﴾
কিন্তু কাফিৰসকলে আল্লাহৰ তাওহীদৰ পৰা আঁতৰি অহংকাৰত লিপ্ত হৈছে, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৰোধিতা কৰি তেওঁৰ লগত শত্ৰুতা পোষণ কৰিছে। كم أهلكنا من قبلهم من قرن فنادواولات حين مناص
كَمْ أَهْلَكْنَا مِن قَبْلِهِم مِّن قَرْنٍۢ فَنَادَوا۟ وَّلَاتَ حِينَ مَنَاصٍۢ ﴿٣﴾
আমি ইহঁতৰ পূৰ্বে বহুতো সম্প্ৰ দায় ক বিনাশ কৰিছোঁ, যিসকলে নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। কিন্তু যেতিয়া সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল তেতিয়া সিহঁ তে কাকু তি-মিনতি কৰি সহায় প্ৰাৰ্থনা কৰিছিল। অথচ সেইটো ৰক্ষা পোৱাৰ সময় নাছিল যে, কাকু তি-মিনতি কৰিলে কিবা লাভ হ’ব।
وَعَجِبُوٓا۟ أَن جَآءَهُم مُّنذِرٌۭ مِّنْهُمْ ۖ وَقَالَ ٱلْكَـٰفِرُونَ هَـٰذَا سَـٰحِرٌۭ كَذَّابٌ ﴿٤﴾
আৰু সিহঁ তে আশ্চৰ্য প্ৰকাশ কৰি কৈছিল যেতিয়া সিহঁ তৰ মাজৰ পৰাই এজন ৰাছু ল প্ৰে ৰিত হৈছিল, যিয়ে সিহঁ তক আল্লাহৰ শাস্তি ৰ ভয় দেখুৱাইছিল যে, যদি সিহঁ তে এইদৰে কু ফৰীৰ ওপৰত অবিচল থাকে তেন্তে সিহঁ তে আল্লাহৰ শাস্তি ৰ সন্মুখীন হ’ব। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয় তৰ সপক্ষে দলিল-প্ৰমাণবোৰ প্ৰত্যক্ষ কৰাৰ পিছত কাফিৰসকলে ক’লেঃ এওঁ হৈছে যাদুকৰ ব্যক্তি, যিয়ে মানুহক যাদু কৰে। তথা এওঁ এজন মিছলীয়া ব্যক্তি , যিয়ে নিজকে আল্লাহৰ ৰাছু ল বুলি দাবী কৰে আৰু আল্লাহে তেওঁ ৰ প্ৰতি অহী কৰে বুলি দাবী কৰে।
أَجَعَلَ ٱلْـَٔالِهَةَ إِلَـٰهًۭا وَٰحِدًا ۖ إِنَّ هَـٰذَا لَشَىْءٌ عُجَابٌۭ ﴿٥﴾
এওঁ বিভিন্ন ইলাহক এজন ইলাহ বনাই লৈছে নেকি,যাৰবাহিৰেআন কোনোইলাহ নাই?নিশ্চয় তেওঁ ৰএই কৰ্ম অত্যন্ত আশ্চৰ্যজনক।
وَٱنطَلَقَ ٱلْمَلَأُ مِنْهُمْ أَنِ ٱمْشُوا۟ وَٱصْبِرُوا۟ عَلَىٰٓ ءَالِهَتِكُمْ ۖ إِنَّ هَـٰذَا لَشَىْءٌۭ يُرَادُ ﴿٦﴾
সিহঁ তৰ নেতৃ স্থানীয় আৰু প্ৰমুখ লোকসকলে নিজৰ অনুসাৰীসকলক এই বুলি কৈ আঁতৰি গ’ল যে, তোমালোকে সেইটোৰ ওপৰতে অবিচল থাকা, যিটোৰ ওপৰত আগতে আছিলা। মুহাম্মদৰ ধৰ্মত প্ৰৱেশ নকৰিবা। তোমালোকে নিজ নিজ উপাস্যৰ উপাসনাত দৃঢ়ভাৱে অটল থাকা। দৰাচলতে মু হাম্মদে তোমালোকক এটা বিশেষ আঁচনিৰঅধীনত এক আল্লাহৰইবাদতৰপিনে আহ্বান কৰিআছে। প্ৰকৃ ততে তেওঁ আমাৰওপৰত আধিপত্য বিস্তাৰ কৰিব বিচাৰে আৰু যাতে আমি তেওঁ ৰ অনু সাৰী হৈ যাওঁ ।
مَا سَمِعْنَا بِهَـٰذَا فِى ٱلْمِلَّةِ ٱلْـَٔاخِرَةِ إِنْ هَـٰذَآ إِلَّا ٱخْتِلَـٰقٌ ﴿٧﴾
মুহাম্মদে যি তাওহীদৰ পিনে আমাক আহ্বান কৰি আছে, সেই বিষয়ে আমি আমাৰ আজোককাসকলৰ মুখত একো শুনা নাছিলোঁ। আনকি ঈছা আলাইহিচ্ছালামৰ ধৰ্মতো ইয়াৰ কোনো উল্লে খ নাই। তেওঁ ৰ এই কথা যিটো আমি শুনি আছোঁ, দৰাচলতে একপ্ৰ কাৰ মিছা আৰু মনেসজা কথাৰ বাহিৰে আন একোনহয় । بلغ আল-কোৰআন · তাফছীৰ
أَءُنزِلَ عَلَيْهِ ٱلذِّكْرُ مِنۢ بَيْنِنَا ۚ بَلْ هُمْ فِى شَكٍّۢ مِّن ذِكْرِى ۖ بَل لَّمَّا يَذُوقُوا۟ عَذَابِ ﴿٨﴾
“এইটো কিদৰে সম্ভ ৱ যে, আমাৰ মাজত ডাঙৰ ডাঙৰ আৰু প্ৰমু খ লোকসকল থকা সত্তেও তেওঁ ক বিশেষ মৰ্যাদা প্ৰদান কৰা হ’ল আৰু তেওঁ ৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰা হ’ল, আমাৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল”? বৰং এই মু শ্বৰিকসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা অহী সম্পৰ্কে সন্দে হত পতিত হৈছে। যিহেতু সিহঁ তে এতিয়াও আল্লাহৰশাস্তি ৰসোৱাদ পোৱা নাই,সেইকাৰণেই সিহঁ তে এই অৱকাশক অৱহেলা কৰিআছে। যদি সিহঁ তে সেই শাস্তি ৰ সোৱাদ পালেহেঁ তেন তেন্তে কেতিয়াও আল্লাহৰ লগত কু ফৰী আৰু শ্বিৰ্ক নকৰিলেহেঁ তেন আৰু আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা অহীৰ প্ৰতিও সন্দে হনকৰিলেহেঁ তেন।
أَمْ عِندَهُمْ خَزَآئِنُ رَحْمَةِ رَبِّكَ ٱلْعَزِيزِ ٱلْوَهَّابِ ﴿٩﴾
অথবা এই মিছলীয়া মুশ্বৰিকসকলৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ অনুগ্ৰ হৰ ভাণ্ডাৰ আছে নেকি? আপোনাৰ প্ৰতিপালক হৈছে মহাপৰাক্ৰ মশালী, তেওঁ ক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ যাক যি ইচ্ছা কৰে সেইটোৱে দান কৰে। নু বুওৱত হৈছে তেওঁ ৰ অনু গ্ৰহ ভাণ্ডাৰৰ এটা অংশ। এতেকে তেওঁ যাক ইচ্ছা কৰে তাকহে তেওঁ নুবুওৱত দান কৰে। এইক্ষেত্ৰত সিহঁ তৰ কোনো অধিকাৰ নাই যে, সিহঁ তে যাক ইচ্ছা কৰিব দান কৰিব আৰু যাক ইচ্ছা কৰিব বঞ্চিত কৰিব।
أَمْ لَهُم مُّلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا ۖ فَلْيَرْتَقُوا۟ فِى ٱلْأَسْبَـٰبِ ﴿١٠﴾
অথবা সিহঁ তৰ ওচৰত আকাশমণ্ডল, পৃথিৱী আৰু দুয়োৰে মাজত থকা সকলো বস্তু ৰ কৰ্তৃ ত্বআছে নেকি? নাইবা কাৰোবাক দান কৰা আৰু কাৰোবাক বঞ্চিত কৰাৰঅধিকাৰসিহঁ তৰআছে নেকি? যদি সিহঁ তে এনেকু ৱাই ভাবেতেন্তে সিহঁ তে আকাশত উঠাৰমাধ্যম অৱলম্বন কিয় নকৰে। যাতে দান কৰা আৰু বঞ্চিত কৰাৰ সেই আদেশ কাৰ্যকৰী কৰিব পাৰে। সিহঁ তৰ পক্ষে এইটো কেতিয়াও সম্ভ ৱ নহয় ।
جُندٌۭ مَّا هُنَالِكَ مَهْزُومٌۭ مِّنَ ٱلْأَحْزَابِ ﴿١١﴾
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা লোকসকল হৈছে পৰাজিত সেনা। পূৰ্বৱৰ্তী সেই লোকসকলৰ দৰে, যিসকলে নিজ নিজ ৰাছু লসকলক অস্বীকাৰ কৰিছিল।
كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍۢ وَعَادٌۭ وَفِرْعَوْنُ ذُو ٱلْأَوْتَادِ ﴿١٢﴾
এই অস্বীকাৰকাৰীসকলেই প্ৰথম অস্বীকাৰকাৰীনহয় । ইহঁ তৰপূৰ্বে নূহ আলাইহিচ্ছালামৰসম্প্ৰ দায়ে ও অস্বীকাৰকৰিছিল,আদ সম্প্ৰ দায়ে ও অস্বীকাৰ কৰিছিল, লগতে ফিৰআউনেও অস্বীকাৰ কৰিছিল, আৰু তাৰ ওচৰত আছিল মানু হক শাস্তি বিহিবলৈ লৌহ নিৰ্মিত শলা।
وَثَمُودُ وَقَوْمُ لُوطٍۢ وَأَصْحَـٰبُ لْـَٔيْكَةِ ۚ أُو۟لَـٰٓئِكَ ٱلْأَحْزَابُ ﴿١٣﴾
ছামূদ জাতিয়ে অস্বীকাৰ কৰিছিল আৰু লূত সম্প্ৰ দায়ে ও অস্বীকাৰ কৰিছিল, লগতে অস্বীকাৰ কৰিছিল শ্বুয়াইব আলাইহিচ্ছালামৰ সম্প্ৰ দায়ে ও। এইসকল লোকেই নিজ নিজ ৰাছু লসকলক অস্বীকাৰ কৰিবলৈ আৰু তেওঁ লোকে লৈ অহা চৰীয় তক নাকচ কৰিবলৈ দলবদ্ধ হৈছিল।
إِن كُلٌّ إِلَّا كَذَّبَ ٱلرُّسُلَ فَحَقَّ عِقَابِ ﴿١٤﴾
এই দলসমূহৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। সেইকাৰণেই সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি অনিবাৰ্য্য হৈছে। তথা পলমকৈ হ’লেও সিহঁ তৰ ওপৰত শাস্তি ৰ বিধান কাৰ্যকৰী হৈছে। بلغ আল-কোৰআন · তাফছীৰ
وَمَا يَنظُرُ هَـٰٓؤُلَآءِ إِلَّا صَيْحَةًۭ وَٰحِدَةًۭ مَّا لَهَا مِن فَوَاقٍۢ ﴿١٥﴾
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা এই লোকসকলে কেৱল শিঙাত দ্বি তীয় ফুঁ কেতিয়া দিয়া হ’ব তাৰ অপেক্ষাত আছে, যাৰ পিছত প্ৰত্যাৱৰ্ত নৰ কোনো সুযোগ নাথাকিব। গতিকে যদি সিহঁ তে ৰাছু লক অস্বীকাৰ কৰা অৱস্থাতেই মৃত্যুবৰণ কৰে তেন্তে নিশ্চয় সিহঁ তৰ ওপৰত শাস্তি কাৰ্য কৰী হ’ব।
وَقَالُوا۟ رَبَّنَا عَجِّل لَّنَا قِطَّنَا قَبْلَ يَوْمِ ٱلْحِسَابِ ﴿١٦﴾
সিহঁ তে উপহাস কৰিকয়ঃহে আমাৰপ্ৰ তিপালক! আমাৰঅংশৰশাস্তি আমাক কিয়ামতৰপূৰ্বে পৃথিৱীতেই প্ৰদান কৰা।
ٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَٱذْكُرْ عَبْدَنَا دَاوُۥدَ ذَا ٱلْأَيْدِ ۖ إِنَّهُۥٓ أَوَّابٌ ﴿١٧﴾
হে ৰাছু ল! এই অস্বীকাৰকাৰী লোকসকলে আপোনাক অসন্তু ষ্টি মূলক যিবোৰ কথা কৈ আছে, সেইক্ষেত্ৰত আপুনি ধৈৰ্য্য ধাৰণ কৰক আৰু আমাৰ বান্দা দাঊদ আলাইহিচ্ছালামৰ কথা স্মৰণ কৰক। তেওঁ শত্ৰুক পৰাজিত কৰিব পৰা ক্ষমতাধাৰী আছিল, লগতে তেওঁ আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰিছিল। নিশ্চয় তেওঁ আছিল অধিক তাওবাকাৰী আৰুআল্লাহৰপ্ৰ তি প্ৰত্যাৱৰ্ত নকাৰী ব্যক্তি। লগতে তেওঁ আছিল আল্লাহক সন্তু ষ্টকৰিবপৰা অধিক আমলকাৰী ব্যক্তি ।
إِنَّا سَخَّرْنَا ٱلْجِبَالَ مَعَهُۥ يُسَبِّحْنَ بِٱلْعَشِىِّ وَٱلْإِشْرَاقِ ﴿١٨﴾
আমি দাঊদৰ সৈতে পৰ্বতবোৰকো নিয়োজিত কৰিছিলোঁ। যেতিয়া তেওঁ পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিছিল তথা তাছবীহ পাঠ কৰিছিল, তেতিয়া পৰ্বতবোৰেও তেওঁ ৰসৈতে তাছবীহ পাঠ কৰিছিল। ل
وَٱلطَّيْرَ مَحْشُورَةًۭ ۖ كُلٌّۭ لَّهُۥٓ أَوَّابٌۭ ﴿١٩﴾
আকাশমাৰ্গত সমবেত চৰাইবোৰকো আমি তেওঁ ৰঅধীনস্থ কৰিদিছিলোঁ। সেইবোৰআটায়ে আছিল অনু গত। তেওঁ ৰসৈতে তাছবীহ পাঠ কৰিছিল।
وَشَدَدْنَا مُلْكَهُۥ وَءَاتَيْنَـٰهُ ٱلْحِكْمَةَ وَفَصْلَ ٱلْخِطَابِ ﴿٢٠﴾
আমি তেওঁক সম্ভ্ৰম, শক্তি সামৰ্থ আৰু শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি তেওঁৰ ৰাজত্ব ক শক্তিশালী কৰিছিলোঁ। লগতে আমি তেওঁক নুবুওৱত প্ৰদান কৰিছিলোঁ আৰু বিভিন্ন বিষয় ত সঠি ক সিদ্ধান্ত ল’ব পৰা দুৰদৰ্শিতা প্ৰদান কৰিছিলোঁ। তথা সকলো বিষয় ৰ সন্তোষজনক বৰ্ণনা কৰাৰ ক্ষমতা, লগতে বাগ্মি তা আৰু আদেশ-নিষেধৰ ক্ষমতা প্ৰদান কৰিছিলোঁ।
۞ وَهَلْ أَتَىٰكَ نَبَؤُا۟ ٱلْخَصْمِ إِذْ تَسَوَّرُوا۟ ٱلْمِحْرَابَ ﴿٢١﴾
হে ৰাছু ল! আপোনাৰ ওচৰলৈ সেই দুজন বিবাদকাৰী ব্যক্তিৰ সংবাদ আহি পৰিছেনে? যেতিয়া সিহঁ তে প্ৰাচীৰ বগাই দাঊদ আলাইহিচ্ছালামৰ ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ
إِذْ دَخَلُوا۟ عَلَىٰ دَاوُۥدَ فَفَزِعَ مِنْهُمْ ۖ قَالُوا۟ لَا تَخَفْ ۖ خَصْمَانِ بَغَىٰ بَعْضُنَا عَلَىٰ بَعْضٍۢ فَٱحْكُم بَيْنَنَا بِٱلْحَقِّ وَلَا تُشْطِطْ وَٱهْدِنَآ إِلَىٰ سَوَآءِ ٱلصِّرَٰطِ ﴿٢٢﴾
যেতিয়াসিহঁ তে দাঊদ আলাইহিচ্ছালামৰওচৰত হঠাৎ প্ৰৱেশ কৰিলে,তেওঁ সিহঁ তৰএই আচৰণ দেখি অৰ্থাৎ ব্যতিক্ৰ মীপ্ৰ ৱেশত আতংকিত হৈ পৰিল। সিহঁতে দাঊদ আলাইহিচ্ছালামৰ আতংকিত অৱস্থা দেখি ক'লেঃ ভয় নকৰিব। আমি দুটা বিবদমান পক্ষ। এক পক্ষই দ্বি তীয় পক্ষৰ ওপৰত অন্যায় কৰিছে। গতিকে আপুনি আমাৰমাজত ন্যায় সংগতভাৱেমীমাংসা কৰিদিয় ক। লগতে মীমাংসাৰক্ষেত্ৰত আমাৰপ্ৰ তি অন্যায় নকৰিব। তথা আমাক সঠি ক পথ দেখুৱাওক।
إِنَّ هَـٰذَآ أَخِى لَهُۥ تِسْعٌۭ وَتِسْعُونَ نَعْجَةًۭ وَلِىَ نَعْجَةٌۭ وَٰحِدَةٌۭ فَقَالَ أَكْفِلْنِيهَا وَعَزَّنِى فِى ٱلْخِطَابِ ﴿٢٣﴾
সিহঁ তৰ মাজৰ এজনে দাঊদ আলাইহিচ্ছালামক ক’লেঃ শুনক! এওঁ হৈছে মোৰ ভাই, এওঁৰ ওচৰত আছে নিৰানব্বৈজনী দুম্বা। আনহাতে মোৰ আছে মাত্ৰ এজনী দুম্বা। তথাপিও সি মোৰ সেই এজনী দুম্বাকে বিচাৰি আছে। লগতে যুক্তি তৰ্ক তো সি মোক পৰাজিত কৰিছে।
قَالَ لَقَدْ ظَلَمَكَ بِسُؤَالِ نَعْجَتِكَ إِلَىٰ نِعَاجِهِۦ ۖ وَإِنَّ كَثِيرًۭا مِّنَ ٱلْخُلَطَآءِ لَيَبْغِى بَعْضُهُمْ عَلَىٰ بَعْضٍ إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ وَقَلِيلٌۭ مَّا هُمْ ۗ وَظَنَّ دَاوُۥدُ أَنَّمَا فَتَنَّـٰهُ فَٱسْتَغْفَرَ رَبَّهُۥ وَخَرَّ رَاكِعًۭا وَأَنَابَ ۩ ﴿٢٤﴾
তেতিয়া দাঊদ আলাইহিচ্ছালামে দুয়ো পক্ষৰ মাজত মীমাংসা কৰি দিলে আৰু গোচৰ ৰুজু কৰা ব্যক্তিক সম্বোধন কৰি ক’লেঃ তোমাৰ ভাতৃ য়ে তোমাৰ দুম্বাজনীক কাঢ়ি লৈ নিজৰ দুম্বাবোৰৰ লগত একত্ৰিত কৰিব বিচাৰি তোমাৰ প্ৰতি অন্যায় কৰিছে। প্ৰকৃ ততে বহুতো অংশীদাৰে ইজনে সিজনৰ অধিকাৰ খৰ্ব কৰি তথা ন্যায় ৰ পৰা বিমুখ হৈ অন্যায় -অত্যাচাৰত লিপ্ত হয় । আনহাতে সৎকৰ্ম কৰা মুমিনসকলৰ বিষয় টো সুকীয়া। তেওঁলোকে নিজৰ অংশীদাৰসকলৰ লগত ন্যায় কৰে, সিহঁ তৰ প্ৰতি অন্যায় নকৰে। যদিও এনেকু ৱা লোকৰ সংখ্যা অতি তাকৰ। ইপিনে দাঊদ আলাইহিচ্ছালামে বুজি পালে যে, এই বিবাদৰ দ্বাৰা আমি তেওঁক ফিতনাত পতিত কৰিছোঁ। সেয়ে তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে। আল্লাহৰ নৈকট্য অৰ্জ ন কৰিবলৈ ছাজদাৱনত হ’ল আৰু তেওঁ ৰ ওচৰত তাওবা কৰিলে।
فَغَفَرْنَا لَهُۥ ذَٰلِكَ ۖ وَإِنَّ لَهُۥ عِندَنَا لَزُلْفَىٰ وَحُسْنَ مَـَٔابٍۢ ﴿٢٥﴾
আমি তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলোঁ আৰু তেওঁক ক্ষমা কৰিলোঁ। নিশ্চয় তেওঁ আছিল আমাৰ নিকটৱৰ্তী লোকসকলৰ অন্ত ৰ্ভু ক্ত। আখিৰাতত তেওঁৰ বাবেআছে উত্তম বাসস্থান।
يَـٰدَاوُۥدُ إِنَّا جَعَلْنَـٰكَ خَلِيفَةًۭ فِى ٱلْأَرْضِ فَٱحْكُم بَيْنَ ٱلنَّاسِ بِٱلْحَقِّ وَلَا تَتَّبِعِ ٱلْهَوَىٰ فَيُضِلَّكَ عَن سَبِيلِ ٱللَّهِ ۚ إِنَّ ٱلَّذِينَ يَضِلُّونَ عَن سَبِيلِ ٱللَّهِ لَهُمْ عَذَابٌۭ شَدِيدٌۢ بِمَا نَسُوا۟ يَوْمَ ٱلْحِسَابِ ﴿٢٦﴾
হে দাঊদ! নিশ্চয় আমি আপোনাক পৃথিৱীৰ বুকু ত খলিফা বনাইছোঁ। যাতে আপুনি দ্বি নী আৰু দুনিয়াৱী উভয় প্ৰকাৰৰ সিদ্ধান্ত জাৰি কৰিব পাৰে। গতিকে আপুনি মানু হৰমাজত ন্যায় মু তাবিক ফয় চালা কৰক। মানু হৰমাজত মীমাংসা কৰাৰসময় ত প্ৰবৃত্তিৰঅনু সৰণ নকৰিব। তথা আত্মীয় তা অথবা বন্ধুত্ব ৰ খাতিৰত এক পক্ষীয় মীমাংসা নকৰিব। নাইবা কাৰোবাৰ প্ৰতি শত্ৰুতা থকাৰ কাৰণে তাৰ প্ৰতি অন্যায় নকৰিব। এনেকু ৱা প্ৰবৃত্তিৰ অনুসৰণে আপোনাক আল্লাহৰ সঠি ক পথৰ পৰা আঁতৰাই দিব। যিসকলে মানু হক আল্লাহৰ সঠি ক পথৰ পৰা বিভ্ৰান্ত কৰে, নিশ্চিতভাৱে সিহঁ তৰ বাবে আছে কঠি ন শাস্তি । কিয় নো সিহতে হিচাপ-নিকাচৰদিৱসক পাহৰিআছিল। কাৰণ যদি সিহঁ তে সেই দিৱসক স্মৰণ কৰিলেহেঁ তেন তথা ভয় কৰিলেহেঁ তেন তেন্তে কেতিয়াও সিহঁ তে প্ৰবৃত্তিৰঅনু সৰণ নকৰিলেহেঁ তেন।
وَمَا خَلَقْنَا ٱلسَّمَآءَ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا بَـٰطِلًۭا ۚ ذَٰلِكَ ظَنُّ ٱلَّذِينَ كَفَرُوا۟ ۚ فَوَيْلٌۭ لِّلَّذِينَ كَفَرُوا۟ مِنَ ٱلنَّارِ ﴿٢٧﴾
আকাশমণ্ডল আৰু পৃথিৱীক আমি অনৰ্থক সৃষ্টি কৰা নাই। এইটো একমাত্ৰ কাফিৰসকলৰহে ধাৰণা। এনেকু ৱা ধাৰণা পোষণ কৰা কাফিৰসকলৰ বাবে কিয়ামতৰ দিনা আছে অগ্নিৰ শাস্তি , যদি সিহঁ তে কু ফৰীৰ ওপৰত অটল থাকি অথবা আল্লাহৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰি মৃ ত্যুবৰণ কৰে। بلغ আল-কোৰআন · তাফছীৰ
أَمْ نَجْعَلُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ كَٱلْمُفْسِدِينَ فِى ٱلْأَرْضِ أَمْ نَجْعَلُ ٱلْمُتَّقِينَ كَٱلْفُجَّارِ ﴿٢٨﴾
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁ ৰ ৰাছু লৰ অনু সৰণ কৰিছে, লগতে সৎকৰ্ম কৰিছে তেওঁ লোকক আমি কেতিয়াও সেইসকল লোকৰ দৰে গণ্য নকৰোঁ, যিসকলে বিভিন্ন প্ৰকাৰৰ গুনাহ আৰু কু ফৰীৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে। এইদৰে মু ত্তাক্বীসকলক, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকে, তেওঁ লোককো আমি কাফিৰ মু নাফিক তথা গুনাহত নিমজ্জিত ব্যক্তি সকলৰ সৈতে কেতিয়াও তু লনা নকৰোঁ। উভয় কে সমান মৰ্যাদা প্ৰদান কৰাটো এটা অন্যায় , আল্লাহৰ পক্ষে এইটো কেতিয়াও সমীচীন নহয় । বৰং আল্লাহে মুত্তাক্বী মু মিনসকলক জান্নাতত প্ৰৱেশ কৰাৰসুবিধাপ্ৰ দান কৰিব। আনহাতে দুৰ্ভ গীয়াকাফিৰসকলক জাহান্নামত প্ৰৱেশ কৰাই শাস্তি বিহিব। কিয় নোআল্লাহৰ দৃষ্টি ত দুয়োসমান নহয় ,সেয়ে তেওঁ ৰওচৰত সিহঁ তৰপ্ৰ তিদানোসমান নহয় ।
كِتَـٰبٌ أَنزَلْنَـٰهُ إِلَيْكَ مُبَـٰرَكٌۭ لِّيَدَّبَّرُوٓا۟ ءَايَـٰتِهِۦ وَلِيَتَذَكَّرَ أُو۟لُوا۟ ٱلْأَلْبَـٰبِ ﴿٢٩﴾
নিশ্চয় এই কোৰআন, যিখন আমি আপোনাৰপ্ৰ তি অৱতীৰ্ণ কৰিছোঁ অত্যন্ত উপকাৰী তথা অতি লাভদায় ক। এইখন অৱতীৰ্ণ কৰাৰউদ্দেশ্য হৈছে যাতে মানু হে ইয়াৰ আয়াতসমূ হকলৈ গৱেষণা কৰে তথা ইয়াৰ অৰ্থ সম্পৰ্কে চিন্তা-চৰ্চা কৰে। লগতে বিবেকৱান আৰু পৰিপক্ক লোকসকলে যাতে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।
وَوَهَبْنَا لِدَاوُۥدَ سُلَيْمَـٰنَ ۚ نِعْمَ ٱلْعَبْدُ ۖ إِنَّهُۥٓ أَوَّابٌ ﴿٣٠﴾
আমি আমাৰ অনুগ্ৰ হ আৰু কৃ পাৰ দ্বাৰা দাঊদক ছু লাইমানৰ দৰে এজন সুযোগ্য পুত্ৰ দান কৰিছিলোঁ, যাতে তেওঁৰ চকু জুৰ যায় । নিশ্চয় ছু লাইমান আছিল অতি উত্তম বান্দা। তেওঁ আল্লাহৰওচৰত অধিক তাওবাকাৰীআৰুতেওঁ ৰপ্ৰ তি প্ৰত্যাৱৰ্ত নকাৰীআছিল।
إِذْ عُرِضَ عَلَيْهِ بِٱلْعَشِىِّ ٱلصَّـٰفِنَـٰتُ ٱلْجِيَادُ ﴿٣١﴾
সেই সময় ছোৱাক স্মৰণ কৰক, যেতিয়া তেওঁ ৰ সন্মুখত আচৰৰ সময় ত দ্ৰুতগামী উৎকৃ ষ্টঅশ্ব ৰাজিক উপস্থাপন কৰা হৈছিল, যিবোৰে তিনি ঠেঙত ভৰ দি থিয় হৈ আছিল আৰু চতু ৰ্থঠেং ওপৰত উঠাই আছিল। এনেকু ৱা বৈশিষ্ট্যৰ ঘোঁৰাবোৰ ধাৰাবাহিকভাৱে তেওঁৰ ওচৰত উপস্থাপন কৰা হৈছিল সূৰ্যাস্ত পৰ্য তন্।
فَقَالَ إِنِّىٓ أَحْبَبْتُ حُبَّ ٱلْخَيْرِ عَن ذِكْرِ رَبِّى حَتَّىٰ تَوَارَتْ بِٱلْحِجَابِ ﴿٣٢﴾
তেতিয়া ছু লাইমানে ক’লেঃনিশ্চিতভাৱেমই এইবোৰঘোঁৰাৰমোহত পৰিঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছোঁ। ইপিনে সূৰ্য্য অস্ত গৈছে, অথচ মই এতিয়াও আচৰৰ চালাত আদায় কৰা নাই।
رُدُّوهَا عَلَىَّ ۖ فَطَفِقَ مَسْحًۢا بِٱلسُّوقِ وَٱلْأَعْنَاقِ ﴿٣٣﴾
ইয়াৰ পিছত তেওঁ নিৰ্দে শ দি ক’লে, সেই ঘোঁৰাবোৰ মোৰ ওচৰত আকৌ উপস্থি ত কৰা। আদেশ অনুসাৰে সেইবোৰক তেওঁৰ ওচৰত উপস্থি ত কৰা হ’ল। ইপিনে তেওঁ সেইবোৰক ভৰিআৰুডিঙিত আঘাত কৰিজবেহ কৰিবলৈ ধৰিলে। ولقد فتنا سليمن وألقينا عل كرسيه جسدا ثم أناب
وَلَقَدْ فَتَنَّا سُلَيْمَـٰنَ وَأَلْقَيْنَا عَلَىٰ كُرْسِيِّهِۦ جَسَدًۭا ثُمَّ أَنَابَ ﴿٣٤﴾
নিশ্চয় আমি ছু লাইমানক পৰীক্ষা কৰিছিলোঁ আৰুতেওঁ ৰৰাজত্ব ৰসিংহাসনৰওপৰত চয় তানক প্ৰক্ষেপ কৰিছিলোঁ। যিয়ে মানৱআকৃ তি ধাৰণ কৰিছিল আৰু কিছু সময় পৰ্যতন্ ৰাজ্যভাৰ চলাইছিল। তাৰ পিছত আল্লাহে ছু লাইমানক পুনৰ ৰাজত্ব ঘূৰাই দিছিল আৰু তেওঁক চয় তানৰ ওপৰত শাসনাধিষ্ঠি ত কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ
قَالَ رَبِّ ٱغْفِرْ لِى وَهَبْ لِى مُلْكًۭا لَّا يَنۢبَغِى لِأَحَدٍۢ مِّنۢ بَعْدِىٓ ۖ إِنَّكَ أَنتَ ٱلْوَهَّابُ ﴿٣٥﴾
ছু লাইমান আলাইহিচ্ছালামে ক'লেঃহে মোৰপ্ৰ তিপালক! মোৰগুনাহসমূ হ ক্ষমা কৰিদিয়া। তথা মোক এনেকু ৱা ৰাজত্ব প্ৰদান কৰা যিটো কেৱল মোৰ বাবেই নিৰ্দিষ্ট । তেনেকু ৱাৰাজত্ব মোৰপিছত কোনেওযাতে নাপায় । হে মোৰপ্ৰ তিপালক! নিশ্চয় তু মি অত্যন্ত দানশীল তথামহাদাতা।
فَسَخَّرْنَا لَهُ ٱلرِّيحَ تَجْرِى بِأَمْرِهِۦ رُخَآءً حَيْثُ أَصَابَ ﴿٣٦﴾
ফলত আমি তেওঁৰ দুআ কবূল কৰিলোঁ আৰু বতাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ। তেওঁৰ আদেশত বতাহ লাহে লাহে বলিছিল। প্ৰচণ্ড শক্তিশালী হোৱাৰ পিছতো বতাহৰ মাজত নাছিল কোনো সঞ্চাৰণ। তেওঁ বতাহক যি ফালে ইচ্ছা সেইফালেই গতি কৰাইছিল।
وَٱلشَّيَـٰطِينَ كُلَّ بَنَّآءٍۢ وَغَوَّاصٍۢ ﴿٣٧﴾
চয় তানবোৰকো তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, সিহঁ তে তেওঁৰ আদেশ মতে কাম কৰিছিল। এতেকে সিহঁ তৰ মাজৰ কিছু মান আছিল নিৰ্মাণ কামত পাৰ্গত আৰু কিছু মান আছিল ডু বাৰু। যিবোৰেসাগৰৰতলিৰপৰা মু কু তা সংগ্ৰ হ কৰিছিল।
وَءَاخَرِينَ مُقَرَّنِينَ فِى ٱلْأَصْفَادِ ﴿٣٨﴾
চয় তানৰবোৰৰ মাজত কিছু মান আছে স্বৈৰাচাৰী, সিহঁ তকো তেওঁৰ অধীনস্থ কৰি দিয়া হৈছিল। গতিকে সিহঁ তক শিকলিৰে আৱদ্ধ কৰি ৰখা হৈছিল। ফলত সিহঁ তে লৰচৰ কৰিব পৰা নাছিল।
هَـٰذَا عَطَآؤُنَا فَٱمْنُنْ أَوْ أَمْسِكْ بِغَيْرِ حِسَابٍۢ ﴿٣٩﴾
হে ছু লাইমান! এইবোৰ হৈছে আমাৰ দান, আপোনাৰ প্ৰাৰ্থনা কবূল কৰি যিবোৰ আমি আপোনাক দান কৰিছোঁ। এতেকে এতিয়া আপোনাৰ ইচ্ছা, আপুনি যাক ইচ্ছা কৰে দিব পাৰে, আৰু যাক ইচ্ছা কৰে বঞ্চিত কৰিব পাৰে। এই বিষয়ে আপোনাক কোনো জবাবদিহি কৰা নহ’ব। وإن له عندنا لزلف وحسن مٔاب
وَإِنَّ لَهُۥ عِندَنَا لَزُلْفَىٰ وَحُسْنَ مَـَٔابٍۢ ﴿٤٠﴾
নিশ্চয় ছু লাইমান আছিলআমাৰনৈকট্যপ্ৰাপ্ত লোকসকলৰঅন্ত ৰ্ভু ক্ত। তেওঁ ৰবাবেআছে উত্তম প্ৰত্যাৱৰ্ত নস্থ লঅৰ্থাৎ জান্নাত।
وَٱذْكُرْ عَبْدَنَآ أَيُّوبَ إِذْ نَادَىٰ رَبَّهُۥٓ أَنِّى مَسَّنِىَ ٱلشَّيْطَـٰنُ بِنُصْبٍۢ وَعَذَابٍ ﴿٤١﴾
হে ৰাছু ল! আমাৰবান্দা আয়্যুবক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰওচৰত দুআকৰিকৈছিলঃচয় তানে মোক দুখ-কষ্ট ৰজৰিয় তে যন্ত্ৰ ণাত পেলাইছে।
ٱرْكُضْ بِرِجْلِكَ ۖ هَـٰذَا مُغْتَسَلٌۢ بَارِدٌۭ وَشَرَابٌۭ ﴿٤٢﴾
তেতিয়া আমি তেওঁ ক কৈছিলোঁ, আপুনি ভৰিৰে মাটি ত আঘাত কৰক। এতেকে তেওঁ ভৰিৰে মাটি ত আঘাত কৰিলে, ফলত তাৰ পৰা এটা পানীৰ জৰণি (পানী-চকু ) প্ৰস্ফু টি ত হৈছিল। যাতে সেই পানী তেওঁ খাবপাৰেআৰুগা-গোছল কৰিবপাৰে। লগতে যাতে ইয়াৰফলত তেওঁৰদুখ-কষ্ট অৰ্থাৎ বেমাৰ- আজাৰ দূৰ হয় । بلغ আল-কোৰআন · তাফছীৰ
وَوَهَبْنَا لَهُۥٓ أَهْلَهُۥ وَمِثْلَهُم مَّعَهُمْ رَحْمَةًۭ مِّنَّا وَذِكْرَىٰ لِأُو۟لِى ٱلْأَلْبَـٰبِ ﴿٤٣﴾
এতেকে আমি তেওঁৰ দুআ কবূল কৰিলোঁ, আৰু তেওঁৰ বিপদ আঁতৰাই দিলোঁ। লগতে তেওঁক পৰিয়াল প্ৰদান কৰিলোঁ, আৰু আমি আমাৰ নিজ অনুগ্ৰ হত তথা তেওঁৰ ধৈৰ্য্যৰ বিনিময় ত সেই অনুপাতে পুত্ৰ আৰু নাতি-নাতিনী দান কৰিলোঁ। যাতে সঠি ক বিবেক সম্পন্ন লোকসকলে বুজি পায় যে, ধৈৰ্য্যৰপৰিণাম হৈছে প্ৰশস্ত তাআৰুছোৱাব।
وَخُذْ بِيَدِكَ ضِغْثًۭا فَٱضْرِب بِّهِۦ وَلَا تَحْنَثْ ۗ إِنَّا وَجَدْنَـٰهُ صَابِرًۭا ۚ نِّعْمَ ٱلْعَبْدُ ۖ إِنَّهُۥٓ أَوَّابٌۭ ﴿٤٤﴾
আয়্যুব আলাইহিচ্ছালামে যেতিয়া নিজৰ পত্নীৰ ওপৰত অসন্তু ষ্টহৈছিল, আৰু তাইক এশ বেত্ৰাঘাত কৰাৰ শপত খাইছিল, তেতিয়া আমি তেওঁক কৈছিলোঁঃ হে আয়্যুব! আপুনি আপোনাৰ শপত পূৰণ কৰিবলৈ এমু ঠি কোমল আৰু পাতল ডাল-পাত লওক, আৰু সেইটোৰে তাইক বেত্ৰাঘাত কৰক। কিন্তু তথাপিও আপুনি আপোনাৰ শপত ভংগ নকৰিব। এতেকে তেওঁ কোমল আৰু পাতল এমুঠি ঠাল-ঠেঙুলি লৈ তাইক বেত্ৰাঘাত কৰিলে। আমি তেওঁ ক যি যি পৰীক্ষাত পতিত কৰিছোঁ,সেই পৰীক্ষাতেই তেওঁ ক ধৈৰ্যশীল পাইছোঁ। তেওঁ আছিল অতি উত্তম বান্দা। নিশ্চয় তেওঁ আল্লাহৰপ্ৰ তি অধিক প্ৰত্যাৱৰ্ত নকাৰী আৰু তাওবাকাৰী আছিল।
وَٱذْكُرْ عِبَـٰدَنَآ إِبْرَٰهِيمَ وَإِسْحَـٰقَ وَيَعْقُوبَ أُو۟لِى ٱلْأَيْدِى وَٱلْأَبْصَـٰرِ ﴿٤٥﴾
হে ৰাছু ল! আমাৰ নিৰ্বাচিত বান্দা তথা প্ৰে ৰিত ৰাছু ল ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূ বক স্মৰণ কৰক। তেওঁ লোকে আল্লাহৰ আনু গত্য আৰু তেওঁ ৰ সন্তু ষ্টি অৰ্জ নৰক্ষেত্ৰত আছিল অতি শাক্তি শালী। লগতে সত্য অনু সন্ধানৰক্ষেত্ৰত তেওঁ লোক আছিল প্ৰকৃ ত বিবেকৱান।
إِنَّآ أَخْلَصْنَـٰهُم بِخَالِصَةٍۢ ذِكْرَى ٱلدَّارِ ﴿٤٦﴾
নিশ্চয় আমি আমাৰ অনু গ্ৰহেৰে তেওঁ লোকক এটা বিশেষত্ব দান কৰিছিলোঁ। সেয়া হৈছেঃ আখিৰাতৰ স্মৰণৰ দ্বাৰা তেওঁ লোকৰ অন্ত ৰ সতেজ ৰখা, তথা সৎকৰ্মৰজৰিয় তে প্ৰস্তু তি লোৱাআৰুসেই আমলৰপ্ৰ তি মানু হক আহ্বান কৰা।
وَإِنَّهُمْ عِندَنَا لَمِنَ ٱلْمُصْطَفَيْنَ ٱلْأَخْيَارِ ﴿٤٧﴾
নিশ্চয় তেওঁ লোক আছিল আমাৰ সেই বান্দাসকলৰ অন্ত ৰ্ভু ক্ত , যিসকলক আমি আমাৰ আনু গত্য আৰু ইবাদতৰ বাবে নিৰ্বাচিত কৰিছিলোঁ। লগতে আমি তেওঁ লোকক মনোনীত কৰিছিলোঁ আমাৰ ৰিছালতৰلদায়ি ত্বভাৰ গ্ৰহণ কৰিবলৈ আৰু সেইটো প্ৰচাৰ কৰিবলৈ।
وَٱذْكُرْ إِسْمَـٰعِيلَ وَٱلْيَسَعَ وَذَا ٱلْكِفْلِ ۖ وَكُلٌّۭ مِّنَ ٱلْأَخْيَارِ ﴿٤٨﴾
হে নবী! মনত পেলাওক ইছমাঈল বিন ইব্ৰাহীম, য়াছা আৰু জুল-কিফলৰ বিষয়ে । লগতে তেওঁলোকৰ প্ৰশংসা কৰক। কাৰণ তেওঁলোক হৈছে ইয়াৰ যোগ্য। এওঁ লোকৰপ্ৰ ত্যেকেই হৈছে আল্লাহৰওচৰত নিৰ্বাচিত।
هَـٰذَا ذِكْرٌۭ ۚ وَإِنَّ لِلْمُتَّقِينَ لَحُسْنَ مَـَٔابٍۢ ﴿٤٩﴾
কোৰআনত উত্তম প্ৰশংসাৰসৈতে তেওঁলোকক স্মৰণ কৰা হৈছে। নিশ্চয় আল্লাহৰআদেশ পালন কৰা আৰুতেওঁৰনিষেধকৃ ত বস্তু ৰপৰা বিৰত থকা মু ত্ত্বাক্বীলোকসকলৰবাবেআখিৰাতত আছে উৎকৃ ষ্টপ্ৰত্যাৱৰ্ত নস্থ ল।
جَنَّـٰتِ عَدْنٍۢ مُّفَتَّحَةًۭ لَّهُمُ ٱلْأَبْوَٰبُ ﴿٥٠﴾
সেই উৎকৃ ষ্টপ্ৰত্যাৱৰ্ত নস্থ ল হৈছে চিৰস্থায়ী জান্নাত, য’ত কিয়ামতৰ দিনা তেওঁ লোকে প্ৰৱেশ কৰিব। তেওঁ লোকক আঁদৰিবলৈ জান্নাতৰ দুৱাৰসমূ হ খুলি দিয়া হ’ব। بلغ আল-কোৰআন · তাফছীৰ متكٔين فيها يدعون فيها بفكهةكثيرة وشراب
مُتَّكِـِٔينَ فِيهَا يَدْعُونَ فِيهَا بِفَـٰكِهَةٍۢ كَثِيرَةٍۢ وَشَرَابٍۢ ﴿٥١﴾
সুসজ্জিত আসনত আউজি বহিব। তেওঁলোকে সেৱকসকলক নিজৰ চাহিদা অনুযায়ী ফল-মূল আনিবলৈ নিৰ্দে শ দিব আৰু পছন্দ অনুযায়ী মদিৰা আনিবলৈ হুকু ম দিব।
۞ وَعِندَهُمْ قَـٰصِرَٰتُ ٱلطَّرْفِ أَتْرَابٌ ﴿٥٢﴾
তেওঁ লোকৰ স্ত্ৰীসকল এনেকু ৱা হ’ব, যিসকলৰ দৃষ্টি কেৱলমাত্ৰ স্বামী পৰ্যতন্ সীমিত থাকিব। তেওঁ লোকৰ বাহিৰে আন কাৰো প্ৰতি দৃষ্টি নিক্ষেপ নকৰিব। লগতে সেই স্ত্ৰীসকল আটায়ে হ’বসমবয় সীয়া।
هَـٰذَا مَا تُوعَدُونَ لِيَوْمِ ٱلْحِسَابِ ﴿٥٣﴾
হে মুত্ত্বাক্বীসকল! এইটোৱে হৈছে কিয়ামত দিৱসৰ পৱিত্ৰ প্ৰতিদান যিটোৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। এই প্ৰতিদান তোমালোকক সেই সৎকৰ্মৰ বিনিময় ত দিয়া হ’ব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা। إن هذا لرزقنا ما له من نفاد
إِنَّ هَـٰذَا لَرِزْقُنَا مَا لَهُۥ مِن نَّفَادٍ ﴿٥٤﴾
এই যিটো বৰ্ণনা আমি কৰিলোঁ, এইটোৱেই হৈছে কিয়ামত দিৱসত মু ত্ত্বাক্বীসকলে পাবলগীয়া আমাৰ জীৱিকা, যিটো আমি তেওঁ লোকক প্ৰদান কৰিম। এইটো হৈছে চিৰস্থায়ী জীৱিকা। কেতিয়াও বিচ্ছিন্ন নহ’ব আৰু কেতিয়াও সমাপ্ত নহ’ব।
هَـٰذَا ۚ وَإِنَّ لِلطَّـٰغِينَ لَشَرَّ مَـَٔابٍۢ ﴿٥٥﴾
আমি যিটো বৰ্ণনা কৰিলোঁ সেইটো হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদান। আনহাতে কু ফৰী আৰু গুনাহৰ মাধ্যমত আল্লাহৰ সীমালংঘন কৰা ব্যক্তিসকলৰ প্ৰতিদান হৈছে মু ত্ত্বাক্বীসকলৰপ্ৰ তিদানতকৈপৃথক। সিহঁ তৰবাবেআছে অত্যন্ত নিকৃ ষ্টপ্ৰত্যাৱৰ্ত নস্থ ল,য’ত সিহঁ তে কিয়ামতৰদিনাপ্ৰ ত্যাৱৰ্ত ন কৰিব।
جَهَنَّمَ يَصْلَوْنَهَا فَبِئْسَ ٱلْمِهَادُ ﴿٥٦﴾
দৰাচলতে সেই প্ৰতিদানটো হৈছে জাহান্নাম, যিটোৱে সিহঁ তক চাৰিওফালৰ পৰা পৰিবেষ্ট ন কৰিব। সিহঁ তে জাহান্নামৰ উত্তাপ আৰু অগ্নিশিখাৰ সন্মুখীন হ’ব। সিহঁ তৰবিছনাও হ’বজুইৰ। সিহঁ তৰবিছনাকিমান যে নিকৃ ষ্টবিছনাহ’ব। هذا فليذوقوهحميم وغساق
هَـٰذَا فَلْيَذُوقُوهُ حَمِيمٌۭ وَغَسَّاقٌۭ ﴿٥٧﴾
এই শাস্তি বিহা হ’ব উতলা গৰম পানীৰ দ্বাৰা আৰু জাহান্নামীসকলৰ শৰীৰৰ পৰা নিৰ্গত হোৱা পুঁজ আদিৰ দ্বাৰা। সিহঁ তক এইবোৰ খাবলৈ দিয়া হ’ব। এইবোৰেই হ’ব সিহঁ তৰ বাবে উপলব্ধ পানীয় । যিবোৰে কেতিয়াও সিহঁ তৰ তৃ ষ্ণা নিবাৰণ কৰিব নোৱাৰিব।
وَءَاخَرُ مِن شَكْلِهِۦٓ أَزْوَٰجٌ ﴿٥٨﴾
সিহঁ তৰ বাবে এনেকু ৱা ধৰণৰ আৰু বহুতো শাস্তি আছে। গতিকে আখিৰাতত সিহঁ তক বিভিন্ন প্ৰকাৰৰ শাস্তি বিহা হ’ব।
هَـٰذَا فَوْجٌۭ مُّقْتَحِمٌۭ مَّعَكُمْ ۖ لَا مَرْحَبًۢا بِهِمْ ۚ إِنَّهُمْ صَالُوا۟ ٱلنَّارِ ﴿٥٩﴾
জাহান্নামীসকলে যেতিয়া জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া সিহঁ তৰ মাজত বিবাদকাৰীসকলৰ দৰে আচৰণ দেখিবলৈ পোৱা যাব, সিহঁ তে ইজনে সিজনৰ পৰা বিচ্ছেদ ঘোষণা কৰিব। সিহঁ তৰমাজৰকিছু মানে ক’বঃচোৱা! এইটো হৈছে প্ৰকৃ ত জাহান্নামীসকলৰদল, যিসকলে তোমালোকৰসৈতে জাহান্নামত بلغ আল-কোৰআন · তাফছীৰ প্ৰৱেশ কৰিছে। তেতিয়াদ্বি তীয় পক্ষই উত্তৰদি ক’বঃতোমালোককোঅভিনন্দ ন,নিশ্চয় তোমালোকেও জাহান্নামৰসেই শাস্তি য়ে ভোগ কৰিবা,যিটো আমি ভোগ কৰি আছোঁ।
قَالُوا۟ بَلْ أَنتُمْ لَا مَرْحَبًۢا بِكُمْ ۖ أَنتُمْ قَدَّمْتُمُوهُ لَنَا ۖ فَبِئْسَ ٱلْقَرَارُ ﴿٦٠﴾
অনু সাৰীসকলে সিহঁ তৰ নেতাসকলক উদ্দেশ্যি ক’বঃ হে নেতা তথা প্ৰমু খসকল! তোমালোকৰ বাবে কিন্তু কোনো অভিনন্দ ন নাই, কিয় নো আমাৰ এই শাস্তি ৰ মূল কাৰণটোৱে হৈছা তোমালোক। কাৰণ তোমালোকেই আমাক পথভ্ৰ ষ্টকৰিছিলা আৰু বিভ্ৰান্ত কৰিছিলা। গতিকে এই ঠি কনা আমাৰ সকলোৰেবাবেনিকৃ ষ্টঠি কনা,অৰ্থাৎ জাহান্নাম।
قَالُوا۟ رَبَّنَا مَن قَدَّمَ لَنَا هَـٰذَا فَزِدْهُ عَذَابًۭا ضِعْفًۭا فِى ٱلنَّارِ ﴿٦١﴾
অনু সাৰীসকলে ক’বঃ হে আমাৰ প্ৰতিপালক! সত্য আমাৰ ওচৰলৈ আহি যোৱাৰ পিছত যিসকল লোকে আমাক হিদায় তৰ পৰা পথভ্ৰ ষ্টকৰিছিল, সিহঁ তক তু মি জাহান্নামতদ্বি গুণ শাস্তি প্ৰদান কৰা।
وَقَالُوا۟ مَا لَنَا لَا نَرَىٰ رِجَالًۭا كُنَّا نَعُدُّهُم مِّنَ ٱلْأَشْرَارِ ﴿٦٢﴾
অনাচাৰী অহংকাৰী লোকসকলে ক’বঃ কি হ’ল আমাৰ, জাহান্নামত আমাৰ লগত সেইসকল লোকক দেখা নাপাওঁ যে, যিসকলক পৃথিৱীত আমি অভাগা আৰু শাস্তি ৰ উপযুক্ত বুলি ভাবিছিলোঁ।
أَتَّخَذْنَـٰهُمْ سِخْرِيًّا أَمْ زَاغَتْ عَنْهُمُ ٱلْأَبْصَـٰرُ ﴿٦٣﴾
আমি তেওঁ লোকৰ বিষয়ে উপহাস আৰু বিদ্ৰুপ কৰাটো ভু ল আছিল নেকি, যাৰ ফলত সিহঁ তে শাস্তি ৰ সন্মুখীন হোৱা নাই। নাইবা এনেকু ৱাও হ’ব পাৰে যে, আমি সঠি ক আছিলোঁ, তথা সিহঁ তেও জাহান্নামত প্ৰৱেশ কৰিছে, কিন্তু قআমি তেওঁ লোকক দেখা পোৱা নাই?।
إِنَّ ذَٰلِكَ لَحَقٌّۭ تَخَاصُمُ أَهْلِ ٱلنَّارِ ﴿٦٤﴾
কিয়ামতৰ দিনা হ'বলগীয়া কাফিৰসকলৰ মাজত বাদানুবাদ সম্পৰ্কে এই যিটো বৰ্ণনা আমি দাঙি ধৰিলোঁ, নিশ্চিতভাৱে এইটো হৈছে সত্য। ইয়াত কোনো ধৰণৰসন্দে হ তথা সংশয় ৰঅৱকাশ নাই।
قُلْ إِنَّمَآ أَنَا۠ مُنذِرٌۭ ۖ وَمَا مِنْ إِلَـٰهٍ إِلَّا ٱللَّهُ ٱلْوَٰحِدُ ٱلْقَهَّارُ ﴿٦٥﴾
হে মুহাম্মদ! আপুনি আপোনাৰ উম্মতৰ কাফিৰসকলক কৈ দিয় কঃ মই তোমালোকক আল্লাহৰ শাস্তি ৰ পৰা সতৰ্ক কৰিবলৈহে প্ৰে ৰিত হৈছোঁ, যাতে তোমালোকে কু ফৰী কৰাৰ কাৰণে আৰু আল্লাহৰ ৰাছু লসকলক অস্বীকাৰ কৰাৰ কাৰণে তেওঁৰ শাস্তি ত পতিত নোহোৱা। আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই। মহানতা, গুণ-বৈশিষ্ট্য আৰু সুন্দ ৰ নামৰ ক্ষেত্ৰত তেওঁ হৈছে একক তথা অদ্বি তীয় । তেওঁ অত্যন্ত প্ৰভাৱশালী। প্ৰত্যেক বস্তু তেওঁ ৰঅধীনস্থ , আৰুপ্ৰ ত্যেকেই তেওঁ ৰপ্ৰ তি বিনয়াৱনত।
رَبُّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا ٱلْعَزِيزُ ٱلْغَفَّـٰرُ ﴿٦٦﴾
তেৱেঁই হৈছে আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু ৰ প্ৰতিপালক। ৰাজত্ব ত তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ তাওবাকাৰীবান্দাসকলৰপ্ৰ তি অতি ক্ষমাশীল। بلغ আল-কোৰআন · তাফছীৰ قل هو نبؤا عظيم
قُلْ هُوَ نَبَؤٌا۟ عَظِيمٌ ﴿٦٧﴾
হে ৰাছু ল! আপুনি এই অস্বীকাৰকাৰীলোকসকলক কৈ দিয় ক,নিশ্চয় কোৰআন হৈছে মহামৰ্যাদাৱান সংবাদ। أ نتم عنه معرضون
أَنتُمْ عَنْهُ مُعْرِضُونَ ﴿٦٨﴾
কিন্তু তোমালোকে এই মহা মৰ্যাদাৱান সংবাদৰপৰা বিমু খ হৈ আছা। ইয়াৰপ্ৰ তি মনোযোগ প্ৰদান কৰা নাই।
مَا كَانَ لِىَ مِنْ عِلْمٍۭ بِٱلْمَلَإِ ٱلْأَعْلَىٰٓ إِذْ يَخْتَصِمُونَ ﴿٦٩﴾
আদম আলাইহিচ্ছালামৰসৃষ্টি সম্পৰ্কে ফিৰিস্তাসকলৰমাজত কি কি আলোচনাহৈ আছিল,সেই সম্পৰ্কে মোৰএকোজ্ঞান নাছিল। নিশ্চয় এই সম্পৰ্কে আল্লাহেই মোৰপ্ৰ তি অহীকৰিছে তথাতেৱেঁই মোক অৱগত কৰাইছে।
إِن يُوحَىٰٓ إِلَىَّ إِلَّآ أَنَّمَآ أَنَا۠ نَذِيرٌۭ مُّبِينٌ ﴿٧٠﴾
আল্লাহে মোৰপ্ৰ তি এইকাৰণে অহীপ্ৰে ৰণ কৰে,যাতে মই তোমালোকক স্পষ্ট ৰূপে সতৰ্ক কৰিবপাৰোঁ।
إِذْ قَالَ رَبُّكَ لِلْمَلَـٰٓئِكَةِ إِنِّى خَـٰلِقٌۢ بَشَرًۭا مِّن طِينٍۢ ﴿٧١﴾
সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিলঃ নিশ্চয় মই মাটি ৰ দ্বাৰা এজন মানৱ অৰ্থাৎ আদম আলাইহিচ্ছালামক সৃষ্টি কৰিম। فإذا سويته ونفخت فيه من روحى فقعواله سجدين
فَإِذَا سَوَّيْتُهُۥ وَنَفَخْتُ فِيهِ مِن رُّوحِى فَقَعُوا۟ لَهُۥ سَـٰجِدِينَ ﴿٧٢﴾
এতেকে যেতিয়া মই তেওঁ ৰ সৃষ্টি ৰ কাম সম্পূৰ্ণ কৰিম আৰু তেওঁ ৰ আকাৰ-আকৃ তিৰ কাম পৰিপূৰ্ণ হ’ব, লগতে তেওঁ ৰ দেহত যেতিয়া মই মোৰ ৰূহ সঞ্চাৰ কৰিম, তেতিয়া তোমালোকে তেওঁ ক ছাজদাহ কৰিবা।
فَسَجَدَ ٱلْمَلَـٰٓئِكَةُ كُلُّهُمْ أَجْمَعُونَ ﴿٧٣﴾
এতেকে সকলো ফিৰিস্তাই তেওঁলোকৰ প্ৰতিপালকৰ আদেশ পালন কৰিলে, তথা সকলোৱে সন্মানপূৰ্বক ছাজদাহ কৰিলে। তেওঁলোকৰ মাজৰ কোনেও অৱশিষ্ট নাছিল, যিয়ে আদমক ছাজদাহ কৰা নাছিল।
إِلَّآ إِبْلِيسَ ٱسْتَكْبَرَ وَكَانَ مِنَ ٱلْكَـٰفِرِينَ ﴿٧٤﴾
কিন্তু ইবলীছৰ বাহিৰে। সি অহংকাৰ কৰি ছাজদাহ কৰা নাছিল। অহংকাৰ কৰি নিজ প্ৰতিপালকৰ আদেশ পালন নকৰাৰ বাবে সি কাফিৰসকলৰ অন্ত ৰ্ভু ক্তহৈগ’ল।
قَالَ يَـٰٓإِبْلِيسُ مَا مَنَعَكَ أَن تَسْجُدَ لِمَا خَلَقْتُ بِيَدَىَّ ۖ أَسْتَكْبَرْتَ أَمْ كُنتَ مِنَ ٱلْعَالِينَ ﴿٧٥﴾
আল্লাহে ক’লেঃ হে ইবলীছ! আদমক ছাজদাহ কৰিবলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে, যাক মই মোৰ দুহাতেৰে সৃষ্টি কৰিছোঁ?! অহংকাৰে তোমাক ছাজদাহ কৰিবলৈ বাধা দিছে নেকি? নে তুমি পূৰ্বৰে পৰা তোমালোকৰ প্ৰতিপালকৰ প্ৰতি অহংকাৰ কৰি আহিছা তথা তুমি নিজকে অধিক উচ্চ মৰ্যাদাসম্পন্ন বুলি ভবা?! بلغ আল-কোৰআন · তাফছীৰ
قَالَ أَنَا۠ خَيْرٌۭ مِّنْهُ ۖ خَلَقْتَنِى مِن نَّارٍۢ وَخَلَقْتَهُۥ مِن طِينٍۢ ﴿٧٦﴾
ইবলীছে ক’লেঃ“মই আদমতকৈ উৎকৃ ষ্ট। আপুনি মোক অগ্নিৰেসৃষ্টি কৰিছে আৰুতেওঁক সৃষ্টি কৰিছে মাটি ৰে”। ইবলীছৰমতে অগ্নি হৈছে মাটি তকৈ উত্তম উপাদান।
قَالَ فَٱخْرُجْ مِنْهَا فَإِنَّكَ رَجِيمٌۭ ﴿٧٧﴾
আল্লাহে ইবলীছক ক’লেঃজান্নাতৰপৰাওলাই যোৱা। নিশ্চয় তু মি হৈছাঅভিশপ্ত তথাশাপগ্ৰ তস্।
وَإِنَّ عَلَيْكَ لَعْنَتِىٓ إِلَىٰ يَوْمِ ٱلدِّينِ ﴿٧٨﴾
প্ৰতিদান দিৱস পৰ্যতন্ তোমাক জান্নাতৰ পৰা বিতাৰিত কৰা হ’ল, অৰ্থাৎ কিয়ামত পৰ্যতন্।
قَالَ رَبِّ فَأَنظِرْنِىٓ إِلَىٰ يَوْمِ يُبْعَثُونَ ﴿٧٩﴾
ইবলীছে ক’লেঃ মোক অৱকাশ দিয় ক, লগতে যিদিনা আপুনি আপোনাৰ বান্দাসকলক পুনৰ্জীৱিত কৰিব সেইদিৱস পৰ্যতন্ মোক মৃ ত্যু প্ৰদান নকৰিব।
قَالَ فَإِنَّكَ مِنَ ٱلْمُنظَرِينَ ﴿٨٠﴾
আল্লাহে ক’লেঃ যোৱা, তোমাক অৱকাশ দিয়া হ’ল।
إِلَىٰ يَوْمِ ٱلْوَقْتِ ٱلْمَعْلُومِ ﴿٨١﴾
সেইদিৱস পৰ্যতন্ অৱকাশ দিয়া হ’ল, যিদিনা তোমাক ধ্বংস কৰা হ’ব। قال فبعز تك لأغوين هم أجمعين
قَالَ فَبِعِزَّتِكَ لَأُغْوِيَنَّهُمْ أَجْمَعِينَ ﴿٨٢﴾
ইবলীছে ক’লেঃ আপোনাৰ ক্ষমতা আৰু প্ৰভু ত্বৰ শপত! নিশ্চিতভাৱে মই গোটেই আদম সন্তানক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিম।
إِلَّا عِبَادَكَ مِنْهُمُ ٱلْمُخْلَصِينَ ﴿٨٣﴾
কেৱল সেই ব্যক্তি ৰ বাহিৰে যাক আপুনি মোৰ পথভ্ৰ ষ্টতাৰ পৰা ৰক্ষা কৰিব, তথা যাক আপুনি আপোনাৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিব।
قَالَ فَٱلْحَقُّ وَٱلْحَقَّ أَقُولُ ﴿٨٤﴾
আল্লাহে ক'লেঃসত্য হৈছে মোৰফালৰপৰা। মই কেৱল সত্যই কওঁ । ইয়াৰবাহিৰেআন একো নকওঁ । لأملأن جهن م منك ومم نتبعك منهم أجمعين
لَأَمْلَأَنَّ جَهَنَّمَ مِنكَ وَمِمَّن تَبِعَكَ مِنْهُمْ أَجْمَعِينَ ﴿٨٥﴾
কিয়ামতৰ দিনা জাহান্নামক মই তোমাৰ দ্বাৰা আৰু আদমৰ সেইসকল সন্তানৰ দ্বাৰা ভৰ্তি কৰিম, যিসকলে কু ফৰী কৰাৰ ক্ষেত্ৰত তোমাৰ অনু সৰণ কৰিব। بلغ আল-কোৰআন · তাফছীৰ
قُلْ مَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍۢ وَمَآ أَنَا۠ مِنَ ٱلْمُتَكَلِّفِينَ ﴿٨٦﴾
হে ৰাছুল! এই মুশ্বৰিকসকলক কৈ দিয় কঃ মই তোমালোকক যি বাৰ্তা পৌঁচাই দিওঁ, তাৰ বিনিময় ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰ মিক নিবিচাৰোঁ। আনহাতে মই বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ হেৰফেৰো নকৰোঁ, মোক যেনেকৈ আদেশ দিয়া হয় ঠি ক তেনেকৈয়ে পৌঁচাই দিওঁ । إن هو إل اذكر للعلمين
إِنْ هُوَ إِلَّا ذِكْرٌۭ لِّلْعَـٰلَمِينَ ﴿٨٧﴾
কোৰআন কেৱল সেইসকল মানৱ আৰু জিনৰ বাবে উপদেশ, যিসকলে চৰিয় ত পালন কৰিবলৈ দায়ি ত্বপ্ৰাপ্ত । ولتعلمن نبأه بعد حين
وَلَتَعْلَمُنَّ نَبَأَهُۥ بَعْدَ حِينٍۭ ﴿٨٨﴾
তোমালোকে অচিৰেই অৰ্থাৎ মৃ ত্যুৰপিছত নিশ্চয় জানিবপাৰিবা যে, এই কোৰআনৰযাৱতীয় সংবাদ সত্য। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন