وَيْلٌۭ لِّلْمُطَفِّفِينَ ﴿١﴾
জোখ-মাখত কম দিয়াসকলৰবাবেআছে ধ্বংস আৰুক্ষতি।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Mutaffifin (83)
মক্কী · 36 আয়াত
وَيْلٌۭ لِّلْمُطَفِّفِينَ ﴿١﴾
জোখ-মাখত কম দিয়াসকলৰবাবেআছে ধ্বংস আৰুক্ষতি।
ٱلَّذِينَ إِذَا ٱكْتَالُوا۟ عَلَى ٱلنَّاسِ يَسْتَوْفُونَ ﴿٢﴾
যিসকলে লোৱাৰ সময় ত সঠি ক জোখ- মাখ কৰি লয় , অলপো কম নলয় । وإذا كالوهم أو وزنوهم يخسرون
وَإِذَا كَالُوهُمْ أَو وَّزَنُوهُمْ يُخْسِرُونَ ﴿٣﴾
আৰু যেতিয়া মানুহক দিয়ে তেতিয়া জোখ-মাখত কমকৈ দিয়ে । ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছল্লামে যেতিয়া মদীনালৈ হিজৰত কৰি আহিছিল তেতিয়া এইটো আছিল মদীনাবাসীৰ অৱস্থা।
أَلَا يَظُنُّ أُو۟لَـٰٓئِكَ أَنَّهُم مَّبْعُوثُونَ ﴿٤﴾
এনেকু ৱা অসৎকৰ্মত লিপ্ত লোকসকলে পুনৰুত্থিত হৈ আল্লাহৰ আগত থিয় হ’ব লাগিব বুলি বিশ্বাস নকৰে নেকি? ليوم عظيم
لِيَوْمٍ عَظِيمٍۢ ﴿٥﴾
হিচাপ-নিকাচ আৰু পৰিণামৰ দিৱসটো হৈছে এটা মহা দিৱস, কিয় নো তাত কঠি ন পৰীক্ষা আৰু ভয়াৱহ পৰিস্থি তিৰে পাৰ হ’ব লাগিব।
يَوْمَ يَقُومُ ٱلنَّاسُ لِرَبِّ ٱلْعَـٰلَمِينَ ﴿٦﴾
সিদিনাখন সকলো সৃষ্টি য়ে হিচাপ-নিকাচৰ বাবে আল্লাহৰ আগত থিয় হ’ব।
كَلَّآ إِنَّ كِتَـٰبَ ٱلْفُجَّارِ لَفِى سِجِّينٍۢ ﴿٧﴾
বিষয় টো তেনেকু ৱা নহয় যিদৰে তোমালোকে ভাবি আছা যে, মৃত্যুৰ পিছত জীৱিত হ’ব নালাগিব। নিশ্চয় কাফিৰ আৰু মুনাফিকসকলৰ দৰে অসৎকৰ্মকাৰী সকলৰ কৰ্মপত্ৰ নিম্ন ভূ মিৰ সংকীৰ্ণ স্থানত আছে।
وَمَآ أَدْرَىٰكَ مَا سِجِّينٌۭ ﴿٨﴾
হে ৰাছু ল! আপোনাক কিহে জনাবযে,ছিজ্জীন কি? كتب م رقوم
كِتَـٰبٌۭ مَّرْقُومٌۭ ﴿٩﴾
সিহঁ তৰ কৰ্মপত্ৰ এনেদৰে লিপিবদ্ধ কৰা হৈছে যে, সেয়া কেতিয়াও মচি নাযাব আৰু তাৰ ভিতৰত কোনো ধৰণৰ কম-বেছিও কৰা নহ’ব। بلغ আল-কোৰআন · তাফছীৰ ويل يومئذ للمكذبين
وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ ﴿١٠﴾
সিদিনাখন অস্বীকাৰকাৰীসকলৰ বাবে আছে ক্ষতি আৰু ধ্বংস।
ٱلَّذِينَ يُكَذِّبُونَ بِيَوْمِ ٱلدِّينِ ﴿١١﴾
যিসকলে পৰিণাম দিৱসক অস্বীকাৰ কৰে, যিদিনা মহান আল্লাহে তাৰ বান্দাসকলক সিহঁ তে কৰা কৰ্মৰ প্ৰতিদান দিব।
وَمَا يُكَذِّبُ بِهِۦٓ إِلَّا كُلُّ مُعْتَدٍ أَثِيمٍ ﴿١٢﴾
সেই দিৱসটোক কেৱল সিহঁ তেই অস্বীকাৰকৰে,যিসকলে আল্লাহে নিৰ্ধাৰণ কৰাসীমালংঘন কৰেআৰুসিহঁ ত হৈছে অত্যন্ত পাপিষ্ঠ ব্যক্তি ।
إِذَا تُتْلَىٰ عَلَيْهِ ءَايَـٰتُنَا قَالَ أَسَـٰطِيرُ ٱلْأَوَّلِينَ ﴿١٣﴾
আমাৰ ৰাছু লৰ প্ৰতি অৱতীৰ্ণ আয়াতসমূ হ যেতিয়া সিহঁ তৰ সন্মুখত পাঠ কৰা হয় , তেতিয়া সিহঁ তে কয়ঃ এইবোৰ হৈছে অতীত হোৱা উম্মতসমূ হৰ কল্প- কাহিনী মাত্ৰ, আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা নাই।
كَلَّا ۖ بَلْ ۜ رَانَ عَلَىٰ قُلُوبِهِم مَّا كَانُوا۟ يَكْسِبُونَ ﴿١٤﴾
বিষয় টো তেনেকু ৱা নহয় যিদৰে এই অস্বীকাৰকাৰীসকলে ভাবিছে। বৰং সত্য কথাটো হৈছে এই যে, এওঁলোকৰ বিবেকৰ ওপৰত কু -কৰ্মৰ আৱৰণ পৰিছে। গতিকে এওঁ লোকে অন্ত ৰেৰে সত্যৰ পৰ্যবেক্ষণ কৰিব নোৱাৰে।
كَلَّآ إِنَّهُمْ عَن رَّبِّهِمْ يَوْمَئِذٍۢ لَّمَحْجُوبُونَ ﴿١٥﴾
এইটো সত্য যে, সিহঁ তক ক্বি য়ামতৰ দিনা নিজ প্ৰতিপালকৰ দৰ্শনৰ পৰা বঞ্চিত কৰা হ’ব।
ثُمَّ إِنَّهُمْ لَصَالُوا۟ ٱلْجَحِيمِ ﴿١٦﴾
আৰুসিহঁ তে জাহান্নামত প্ৰবেশ কৰি,জাহান্নামৰঅগ্নিত অগ্নিদগ্ধ হ’ব।
ثُمَّ يُقَالُ هَـٰذَا ٱلَّذِى كُنتُم بِهِۦ تُكَذِّبُونَ ﴿١٧﴾
তাৰ পাছত ক্বি য়ামতৰ দিনা সিহঁতক ধমক দি কোৱা হ’বঃ তোমালোকে যিটো শাস্তি ভোগ কৰি আছা, এইটোৱে হৈছে সেই শাস্তি যিটো পৃথিৱীত তোমালোকৰ ৰাছু লে তোমালোকক অৱগত কৰিছিল কিন্তু তোমালোকে তাক অস্বীকাৰ কৰিছিলা।
كَلَّآ إِنَّ كِتَـٰبَ ٱلْأَبْرَارِ لَفِى عِلِّيِّينَ ﴿١٨﴾
বিষয় টো তেনেকু ৱা নহয় যিদৰেতোমালোকে ভাবিছিলা যে, হিচাপ-নিকাচ আৰুপ্ৰ তিদান বোলা একোৱেই নাই। নিশ্চয় সৎ লোকৰকৰ্মপত্ৰ ইল্লি য়্যীনত আছে।
وَمَآ أَدْرَىٰكَ مَا عِلِّيُّونَ ﴿١٩﴾
হে ৰাছু ল! আপোনাক কিহে জনাবযে,ইল্লি য়্যীন কি? بلغ আল-কোৰআন · তাফছীৰ كتب م رقوم
كِتَـٰبٌۭ مَّرْقُومٌۭ ﴿٢٠﴾
সিহঁ তৰ কৰ্মপত্ৰ এনেদৰে লিখা হ’ব যে, সেয়া কেতিয়াও মচি নাযাব আৰু তাৰ ভিতৰত কোনো ধৰণৰ কম-বেছিও নহ’ব।
يَشْهَدُهُ ٱلْمُقَرَّبُونَ ﴿٢١﴾
এই কৰ্মপত্ৰৰওচৰত প্ৰত্যেক আকাশৰনৈকট্যপ্ৰাপ্ত ফিৰিস্তাসকল উপস্থি ত থাকে।
إِنَّ ٱلْأَبْرَارَ لَفِى نَعِيمٍ ﴿٢٢﴾
নিশ্চয় অধিক আনু গত্যকাৰীসকলে ক্বি য়ামতৰ দিনা এনেকু ৱা নিয়ামতৰ মাজত থাকিব, যিবোৰ হ’ব চিৰস্থায়ী।
عَلَى ٱلْأَرَآئِكِ يَنظُرُونَ ﴿٢٣﴾
সুসজ্জিত আসনত বহি তেওঁ লোকে নিজ প্ৰতিপালকক দৰ্শন কৰিব তথা প্ৰত্যেক সেই বস্তু ৰফালে চাই থাকিবযিবোৰেতেওঁ লোকৰমন জয় কৰিব।
تَعْرِفُ فِى وُجُوهِهِمْ نَضْرَةَ ٱلنَّعِيمِ ﴿٢٤﴾
আপুনি যেতিয়া তেওঁলোকক দেখিবলৈ পাব, তেতিয়া তেওঁলোকৰ মুখমণ্ডলৰ সৌন্দ ৰ্যআৰু সতেজ দেখিয়ে ই আপুনি তেওঁলোকৰ জীৱন আনন্দ ময় হোৱাৰ অনু মান কৰিব পাৰিব। يسقون من رحيق م ختوم
يُسْقَوْنَ مِن رَّحِيقٍۢ مَّخْتُومٍ ﴿٢٥﴾
তেওঁ লোকক তেওঁ লোকৰ সেৱকসকলে মোহৰ মাৰি থোৱা বিশুদ্ধ সুৰা সেৱন কৰাব।
خِتَـٰمُهُۥ مِسْكٌۭ ۚ وَفِى ذَٰلِكَ فَلْيَتَنَافَسِ ٱلْمُتَنَـٰفِسُونَ ﴿٢٦﴾
তাৰ পৰা শেষলৈকে মিছক বা কস্তু ৰীৰ সুগন্ধি আহি থাকিব। এই সন্মানজনক প্ৰতিদান পোৱাৰ বাবে প্ৰতিযোগীসকলে আল্লাহৰ সন্তু ষ্টি মূলক সৎকৰ্মত প্ৰতিযোগিতা কৰা উচিত, আৰু তেওঁ ৰ অসন্তু ষ্টি জনক কৰ্মৰ পৰা বিৰত থকা উচিত। ومزاجه من تسنيم
وَمِزَاجُهُۥ مِن تَسْنِيمٍ ﴿٢٧﴾
আৰুএই মোহৰাবদ্ধ পানীয় ৰসৈতে তাছনীম নিজৰাৰপানীমিশ্ৰি ত হ’ব।
عَيْنًۭا يَشْرَبُ بِهَا ٱلْمُقَرَّبُونَ ﴿٢٨﴾
এইটো হৈছে জান্নাতত থকা আটাইতকৈ উচ্চ স্থানৰ এটা নিজৰা। যাৰ বিশুদ্ধ পানী কেৱল আল্লাহৰ নৈকট্যপ্ৰাপ্ত বান্দাসকলে সেৱন কৰিব। আনহাতে অন্য মু মিনসকলে ইয়াৰ দ্বাৰা মিশ্ৰি ত পানী সেৱন কৰিব।
إِنَّ ٱلَّذِينَ أَجْرَمُوا۟ كَانُوا۟ مِنَ ٱلَّذِينَ ءَامَنُوا۟ يَضْحَكُونَ ﴿٢٩﴾
নিশ্চয় যিসকলে কু ফু ৰীৰ পথত অটল থাকি অপৰাধ কৰিছে, সিহঁ তে মু মিনসকলক ঠাট্টা কৰি উপহাস কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ وإذا مر وابهم يتغامزون
وَإِذَا مَرُّوا۟ بِهِمْ يَتَغَامَزُونَ ﴿٣٠﴾
আৰু যেতিয়া মু মিনসকলৰ ওচৰেদি গৈছিল তেতিয়া ঠাট্টা আৰু উপহাস স্বৰূপে পৰস্পৰেচকু টি পি ইংগিত দিছিল।
وَإِذَا ٱنقَلَبُوٓا۟ إِلَىٰٓ أَهْلِهِمُ ٱنقَلَبُوا۟ فَكِهِينَ ﴿٣١﴾
আৰু যেতিয়া পৰিয়ালৰ ওচৰলৈ উভতিছিল তেতিয়া সিহঁ তে আনন্দ চিত্তে উভতিছিল, কাৰণ সিহঁ ত কু ফু ৰীৰ ওপৰত অটল আছে আৰু মুমিনসকলক উপহাস কৰিছে।
وَإِذَا رَأَوْهُمْ قَالُوٓا۟ إِنَّ هَـٰٓؤُلَآءِ لَضَآلُّونَ ﴿٣٢﴾
আৰু যেতিয়া মু ছলমানক দেখিছিল তেতিয়া কৈছিলঃ এওঁ লোকেই হৈছে সঠি ক পথৰ পৰা পথভ্ৰ ষ্টহোৱা লোক। কিয় নো এওঁ লোকে নিজ পিতৃ -পুৰুষৰ ধৰ্ম ত্যাগ কৰিছে।
وَمَآ أُرْسِلُوا۟ عَلَيْهِمْ حَـٰفِظِينَ ﴿٣٣﴾
যদিও মহান আল্লাহে সিহঁ তক মু মিনসকলৰআমল সংৰক্ষণ কৰাৰ দায়ি ত্বদিয়া নাই, তথাপিও সিহঁ তে এনেকু ৱা কথা কয় ।
فَٱلْيَوْمَ ٱلَّذِينَ ءَامَنُوا۟ مِنَ ٱلْكُفَّارِ يَضْحَكُونَ ﴿٣٤﴾
সেয়ে হে ক্বি য়ামতৰদিনা মু মিনসকলে কাফিৰসকলৰপ্ৰ তি উপহাস কৰিব, যিদৰেপৃথিৱীত কাফিৰসকলে তেওঁ লোকৰপ্ৰ তি উপহাস কৰিছিল।
عَلَى ٱلْأَرَآئِكِ يَنظُرُونَ ﴿٣٥﴾
তেওঁ লোকে আসনত বহি মহান আল্লাহে তেওঁ লোকৰবাবেপ্ৰ স্তু ত কৰা চিৰস্থায়ী নিয়ামতবোৰচাই থাকিব।
هَلْ ثُوِّبَ ٱلْكُفَّارُ مَا كَانُوا۟ يَفْعَلُونَ ﴿٣٦﴾
নিশ্চয় কাফিৰসকলক পৃথিৱীত কৰা সিহঁ তৰ অসৎকৰ্মৰ প্ৰতিদান অপমানজনক শাস্তি ৰূপে দিয়া হ’ব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে