سَأَلَ سَآئِلٌۢ بِعَذَابٍۢ وَاقِعٍۢ ﴿١﴾
মুশ্বৰিকবিলাকৰ মাজৰ এজন ব্যক্তিয়ে স্বয়ং নিজৰ বিৰুদ্ধে আৰু তাৰ জাতিৰ বিৰুদ্ধে উপহাস স্বৰূপে শাস্তি বিচাৰি বদ্দুআ কৰিলে যে, এইটো সঁচাই সংঘটি ত হ’বনে। অথচ সেই শাস্তি ক্বি য়ামতৰদিনানিশ্চয় আহিব, للكفرين ليس له دافع
لِّلْكَـٰفِرِينَ لَيْسَ لَهُۥ دَافِعٌۭ ﴿٢﴾
আল্লাহক অস্বীকাৰকাৰী বিলাকৰ বাবে। সেই শাস্তি ক কোনেও দূৰ কৰিব নোৱাৰে।
مِّنَ ٱللَّهِ ذِى ٱلْمَعَارِجِ ﴿٣﴾
এইটো হৈছে আল্লাহৰ ফালৰ পৰা, যিজন সুউচ্চাসনৰ অধিকাৰী, সুউচ্চ মৰ্যাদা, মহা অনু গ্ৰহ আৰু সকলো প্ৰকাৰ নিয়ামতৰ গৰাকী।
تَعْرُجُ ٱلْمَلَـٰٓئِكَةُ وَٱلرُّوحُ إِلَيْهِ فِى يَوْمٍۢ كَانَ مِقْدَارُهُۥ خَمْسِينَ أَلْفَ سَنَةٍۢ ﴿٤﴾
যাৰ ফালে ফিৰিস্তাসকলে আৰু জিব্ৰীল আলাইহিচ্ছালামে সেই চিড়ি সমূহৰ মাধ্যমেৰে ক্বি য়ামতৰ দিনা আৰোহণ কৰিব। সেই দিৱসটো হ’ব অত্যন্ত দীঘল, যিটো হ’ব পঞ্চাছ হাজাৰ বছৰৰ সমপৰিমাণ।
فَٱصْبِرْ صَبْرًۭا جَمِيلًا ﴿٥﴾
হে ৰাছু ল, আপুনি ধৈৰ্য্য ধাৰণ কৰক। হতাশ নহ’ব আৰু মু খেৰে অভিযোগমূ লক কোনো শব্দ নু লিয়াব। إن هم يرونه بعيدا
إِنَّهُمْ يَرَوْنَهُۥ بَعِيدًۭا ﴿٦﴾
সিহঁ তে এই শাস্তি ক বহুত দূৰৈত থকা বুলি তথা অসম্ভ ৱ বুলি ভাবে। ونرىه قريبا
وَنَرَىٰهُ قَرِيبًۭا ﴿٧﴾
আৰুআমি ইয়াক নিচেই ওচৰত দেখি আছোঁ, যিটো নিশ্চিতৰূপে সংঘটি ত হ’ব।
يَوْمَ تَكُونُ ٱلسَّمَآءُ كَٱلْمُهْلِ ﴿٨﴾
যিদিনা আকাশ গলিত তাম আৰু সোণৰ দৰে গলি পৰিব।
وَتَكُونُ ٱلْجِبَالُ كَٱلْعِهْنِ ﴿٩﴾
আৰু পাহাৰবোৰ শূ ন্যত উৰি থকা কপাহৰ দৰে পাতল হ’ব। بلغ আল-কোৰআন · তাফছীৰ ولا يسٔل حميمحميما
وَلَا يَسْـَٔلُ حَمِيمٌ حَمِيمًۭا ﴿١٠﴾
সেইদিনা কোনো ঘনিষ্ট বন্ধুৱে কোনো অন্ত ৰঙ্গ বন্ধুৰ খবৰ নল’ব। কিয় নো প্ৰত্যেকে নিজকলৈ ব্যস্ত থাকিব।
يُبَصَّرُونَهُمْ ۚ يَوَدُّ ٱلْمُجْرِمُ لَوْ يَفْتَدِى مِنْ عَذَابِ يَوْمِئِذٍۭ بِبَنِيهِ ﴿١١﴾
প্ৰত্যেকে নিজৰ নিকটাত্মীয় আৰু বন্ধুবৰ্গক দেখিব আৰু কোনেও কাৰো পৰা গোপন নাথাকিব। ইয়াৰোপৰি পৰিস্থি তি ইমান ভয়াৱহ হ’ব যে, কোনেও কাকো সোধ-পোচ কৰাৰো সময় নাপাব। তথা যিয়ে জাহান্নামৰ অধিকাৰী হ’ব, সি নিজৰ পৰিৱৰ্তে নিজ সন্তানক শাস্তি ৰ বাবে দিব বিচাৰিব। وصحبته وأخيه
وَصَـٰحِبَتِهِۦ وَأَخِيهِ ﴿١٢﴾
লগতে তাৰ স্ত্ৰী তথা ভাতৃ ক শাস্তি ৰ বিনিময় ত দিব বিচাৰিব।
وَفَصِيلَتِهِ ٱلَّتِى تُـْٔوِيهِ ﴿١٣﴾
আৰুতাৰনিকটাত্মীয় স্বজনক শাস্তি ৰপৰিবৰ্তে দিববিচাৰিব। যিয়ে কঠি ন পৰিস্থি তিত তাৰলগত থিয় দিছিল।
وَمَن فِى ٱلْأَرْضِ جَمِيعًۭا ثُمَّ يُنجِيهِ ﴿١٤﴾
আনকি পৃথিৱীৰ সকলো মানুহ, জিন আদি সকলোকে শাস্তি ৰ বিনিময় ত দিব বিচাৰিব, যাতে ইয়াৰ বিনিময় ত সি শাস্তি ৰ পৰা ৰক্ষা পায় আৰু তাক জাহান্নামৰশাস্তি ৰপৰামু্ ক্তি প্ৰদান কৰে।
كَلَّآ ۖ إِنَّهَا لَظَىٰ ﴿١٥﴾
বিষয় টো তেনেকু ৱা নহয় , যিদৰে এই অপৰাধীবিলাকে কামনা কৰে। বৰং সেইটো হৈছে জাহান্নামৰ লেলিহান জুই। نزاعة للش و
نَزَّاعَةًۭ لِّلشَّوَىٰ ﴿١٦﴾
যাৰ উত্তাপে মূ ৰৰ ছাল খহাই পেলাব। تدعوا من أدبر وتولى
تَدْعُوا۟ مَنْ أَدْبَرَ وَتَوَلَّىٰ ﴿١٧﴾
জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে সত্যৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই আঁতৰি গৈছিল। সত্যক মানি লোৱা নাছিল আৰু তাৰ প্ৰতি আমলো কৰা নাছিল।
وَجَمَعَ فَأَوْعَىٰٓ ﴿١٨﴾
পক্ষান্ত ৰেধন সঞ্চয় কৰাত ব্যস্ত আছিল আৰুতাৰপৰাআল্লাহৰপথত ব্যয় কৰাত কৃ পণালি কৰিছিল।
۞ إِنَّ ٱلْإِنسَـٰنَ خُلِقَ هَلُوعًا ﴿١٩﴾
নিশ্চয় মানু হক অতি লোভী হিচাপে সৃষ্টি কৰা হৈছে। بلغ আল-কোৰআন · তাফছীৰ
إِذَا مَسَّهُ ٱلشَّرُّ جَزُوعًۭا ﴿٢٠﴾
যেতিয়া মানু হে বেমাৰ-আজাৰ অথবা দৰিদ্ৰ তা আদিৰ ৰূপত কষ্ট পায় , তেতিয়া অধৈৰ্য্যশীল হৈ পৰে।
وَإِذَا مَسَّهُ ٱلْخَيْرُ مَنُوعًا ﴿٢١﴾
আৰু যেতিয়া স্বচল হয় তথা এনেকু ৱা কোনো ধন-সম্পদ লাভ কৰে, যিটোৰ দ্বাৰা সি আনন্দি ত হয় , তেতিয়া আল্লাহৰ পথত দান খয় ৰাত কৰিবলৈ কৃ পণালি কৰে।
إِلَّا ٱلْمُصَلِّينَ ﴿٢٢﴾
কিন্তু ছালাত আদায় কাৰীসকলৰবাহিৰে। কাৰণ তেওঁ লোক এনেকু ৱা ধৰণৰকু আচৰণৰপৰা সুৰক্ষিত।
ٱلَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ دَآئِمُونَ ﴿٢٣﴾
যিসকলে নিয় মিত ছালাত আদায় কৰেআৰুকেতিয়াও তাৰপ্ৰقতি অৱহেলানকৰে। তেওঁ লোকে সদায় সেয়ানিৰ্ধাৰিত সময় তে আদায় কৰে।
وَٱلَّذِينَ فِىٓ أَمْوَٰلِهِمْ حَقٌّۭ مَّعْلُومٌۭ ﴿٢٤﴾
এইদৰে যিসকলৰ ধন-সম্পদত ফৰজ তথা অনিবাৰ্য্য অংশ নিৰ্ধাৰিত আছে।
لِّلسَّآئِلِ وَٱلْمَحْرُومِ ﴿٢٥﴾
যিটো তেওঁ মগনীয়াক প্ৰদান কৰে আৰু তাকো দিয়ে যিয়ে কোনো কাৰণ বশতঃ ধনৰ পৰা বঞ্চিত হৈছে বা নিৰ্ধন হৈছে।
وَٱلَّذِينَ يُصَدِّقُونَ بِيَوْمِ ٱلدِّينِ ﴿٢٦﴾
তেওঁ লোকেই ক্বি য়ামত দিৱসক সত্যবুলি মানে। যিদিনাখন প্ৰত্যেককে আল্লাহে নিজৰকৰ্মৰপ্ৰ তিদান প্ৰদান কৰিব।
وَٱلَّذِينَ هُم مِّنْ عَذَابِ رَبِّهِم مُّشْفِقُونَ ﴿٢٧﴾
তেওঁ লোকেই নিজ প্ৰতিপালকৰশাস্তি ক ভয় কৰে। লগতে তেওঁ লোকেই সত্ কৰ্ম কৰে। إن عذاب ربهم غيرمأمون
إِنَّ عَذَابَ رَبِّهِمْ غَيْرُ مَأْمُونٍۢ ﴿٢٨﴾
নিশ্চয় তেওঁ লোকৰপ্ৰ তিপালকৰশাস্তি অত্যন্ত ভয়াৱহ। কোনোজ্ঞানীব্যক্তি য়ে ই তেওঁ ৰশাস্তি ৰপৰানিশ্চিন্ত হৈ নাথাকে।
وَٱلَّذِينَ هُمْ لِفُرُوجِهِمْ حَـٰفِظُونَ ﴿٢٩﴾
তেওঁ লোকেই নিজৰ যৌনাঙ্গসমূ হৰ হিফাজত কৰে। সেয়া হওক উলঙ্গ হোৱাৰ পৰা অথবা অশ্লীলতা নিৰ্লজ্জতাৰ পৰা। بلغ আল-কোৰআন · তাফছীৰ
إِلَّا عَلَىٰٓ أَزْوَٰجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَـٰنُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ ﴿٣٠﴾
কিন্তু তেওঁ লোকৰপত্নীআৰুঅধিকাৰভু ক্তদাসীৰবাহিৰে। কিয় নোসিহঁ তৰসৈতে মিলনৰমাধ্যমত উপকৃ ত হোৱাটোকোনোনিন্দ নীয় বিষয় নহয় ।
فَمَنِ ٱبْتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْعَادُونَ ﴿٣١﴾
এতেকে যিসকলে নিজৰ স্ত্ৰী আৰু অধিকাৰভু ক্তদাসীৰ বাহিৰে আন কাৰোবাৰ সৈতে মনোকামনা পূৰণ কৰিব বিচাৰে তথা উপকৃ ত হ’ব বিচাৰে, সিহঁ তেই হৈছে আল্লাহে নিৰ্ধাৰণ কৰাসীমালঙ্ঘনকাৰী।
وَٱلَّذِينَ هُمْ لِأَمَـٰنَـٰتِهِمْ وَعَهْدِهِمْ رَٰعُونَ ﴿٣٢﴾
আৰু যিসকলে ধন-সম্পদ, গোপন কথা, প্ৰতিশ্ৰুতি আদি আমানত ৰক্ষা কৰে। লগতে মানুহৰ লগত কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰে। আমানতৰ খিয়ানত নকৰে বা বিশ্বাসঘাতকতা নকৰে আৰু প্ৰতিশ্ৰুতিও ভংগ নকৰে।
وَٱلَّذِينَ هُم بِشَهَـٰدَٰتِهِمْ قَآئِمُونَ ﴿٣٣﴾
আৰু যিসকলে সঠি কৰূপে নিজৰ সাক্ষ্যদানত অটল থাকে। যাৰ সাক্ষ্যদানত কোনো আত্মীয় -স্বজনৰ তথা শত্ৰুৰ প্ৰভাৱ নপৰে।
وَٱلَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ ﴿٣٤﴾
আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে, আৰু সময় মতে আদায় কৰে। পৱিত্ৰতাৰ প্ৰতি পৰিপূৰ্ণ মনোযোগ দিয়ে । ধৈৰ্য্য আৰু শান্তি পূৰ্ণভাৱে আদায় কৰে। কোনো বস্তু ৱেই তেওঁ লোকক ছালাতৰ পৰা অমনোযোগী কৰিব নোৱাৰে, সেয়া অৱহেলা হওক বা ব্যস্ত তা ।
أُو۟لَـٰٓئِكَ فِى جَنَّـٰتٍۢ مُّكْرَمُونَ ﴿٣٥﴾
এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই জান্নাতত সন্মানিত হৈ থাকিব। কিয় নো তেওঁলোকে তাত চিৰস্থায়ী নিয়ামত লাভ কৰিব, লগতে তেওঁলোকে আল্লাহৰ পৱিত্ৰ মু খমণ্ডল দীদাৰ কৰিব।
فَمَالِ ٱلَّذِينَ كَفَرُوا۟ قِبَلَكَ مُهْطِعِينَ ﴿٣٦﴾
হে ৰাছুল, আপোনাৰ সম্প্ৰ দায় ৰ এই মুশ্বৰিকবিলাকক কিহে টানি আনিছে যে, সিহঁতে আপোনাৰ ফালে দৌৰি আহি আছে, আপোনাক অস্বীকাৰ কৰিবলৈ?
عَنِ ٱلْيَمِينِ وَعَنِ ٱلشِّمَالِ عِزِينَ ﴿٣٧﴾
সিহঁ তে সোঁ ফালৰ পৰা আৰু বাওঁ ফালৰ পৰা দলে দলে আহি আপোনাক আগুৰি ধৰিছে।
أَيَطْمَعُ كُلُّ ٱمْرِئٍۢ مِّنْهُمْ أَن يُدْخَلَ جَنَّةَ نَعِيمٍۢ ﴿٣٨﴾
সিহঁ তৰ প্ৰত্যেকেই এই আশা কৰে নেকি যে, মহান আল্লাহে সিহঁ তক কু ফু ৰীৰ প্ৰতি অটল থকাৰ পাছতো অনুগ্ৰ হমূলক জান্নাতত প্ৰৱেশ কৰাব, আৰু সিহঁ তে তাৰভিতৰত চিৰস্থায়ী অনু গ্ৰহসমূ হৰদ্বাৰা উপকৃ ত হ’ব? بلغ আল-কোৰআন · তাফছীৰ
كَلَّآ ۖ إِنَّا خَلَقْنَـٰهُم مِّمَّا يَعْلَمُونَ ﴿٣٩﴾
বিষয় টোতেনেকু ৱানহয় যিদৰেসিহঁ তে ভাবিছে। আমি সিহঁ তক যি বস্তু ৰেসৃষ্টি কৰিছোঁসেইটোসিহঁ তে ভালকৈয়ে জানে। কিয় নোআমি সিহঁ তক তু চ্ছপানীৰেসৃষ্টি কৰিছোঁ। গতিকে সিহঁ ত হৈছে অত্যন্ত দুৰ্বল। সিহঁ তে নিজৰলাভ-ক্ষতিৰোগৰাকীনহয় । গতিকে সিহঁ তে কেনেকৈ অহংকাৰকৰে?
فَلَآ أُقْسِمُ بِرَبِّ ٱلْمَشَـٰرِقِ وَٱلْمَغَـٰرِبِ إِنَّا لَقَـٰدِرُونَ ﴿٤٠﴾
আল্লাহে স্বয়ং নিজৰেই শপত খাইছে, কাৰণ তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰৰ উদয় স্থলসমূহ আৰু অস্তাচলসমূহৰ প্ৰতিপালক, আৰু গোটেই তাৰকাৰাজিৰ প্ৰতিপালক। (এইবোৰৰশপত খাই তেওঁ কৈছে) নিশ্চয় আমি (সিহঁ ত সকলোকে পুনৰুত্থিত কৰিবলৈ) সক্ষম।
عَلَىٰٓ أَن نُّبَدِّلَ خَيْرًۭا مِّنْهُمْ وَمَا نَحْنُ بِمَسْبُوقِينَ ﴿٤١﴾
তথা সিহঁতক ধ্বংস কৰি সিহঁতৰ পৰিৱৰ্তে এনেকু ৱা মানুহক আনিবলৈ সক্ষম, যিসকলে আল্লাহৰ আনুগত্য কৰিব। আমি সিহঁতক ধ্বংস কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম, সিহঁ তৰ পৰিৱৰ্তে অন্য লোকক আনিবলৈ আমি কেতিয়াও অক্ষম নহয় ।
فَذَرْهُمْ يَخُوضُوا۟ وَيَلْعَبُوا۟ حَتَّىٰ يُلَـٰقُوا۟ يَوْمَهُمُ ٱلَّذِى يُوعَدُونَ ﴿٤٢﴾
গতিকে হে ৰাছু ল, আপুনি সিহঁ তক এৰি দিয় ক, সিহঁ তে ক্বি য়ামত দিৱসলৈকে অসত্য আৰু পথভ্ৰ ষ্টতাত লিপ্ত হৈ থাকক আৰু সাংসাৰিক জীৱনত খেলি- ধেমালিত মত্ত হৈ থাকক। যি দিৱসৰপ্ৰ তিশ্ৰুতি সিহঁ তক কোৰআনত দিয়াহৈছিল।
يَوْمَ يَخْرُجُونَ مِنَ ٱلْأَجْدَاثِ سِرَاعًۭا كَأَنَّهُمْ إِلَىٰ نُصُبٍۢ يُوفِضُونَ ﴿٤٣﴾
যিদিনাখন সিহঁ তে কবৰৰ পৰা এনেদৰে তীব্ৰ গতিত দৌৰি ওলাব যেনিবা পৰস্পৰে দৌৰ প্ৰতিযোগিতা কৰি আছে।
خَـٰشِعَةً أَبْصَـٰرُهُمْ تَرْهَقُهُمْ ذِلَّةٌۭ ۚ ذَٰلِكَ ٱلْيَوْمُ ٱلَّذِى كَانُوا۟ يُوعَدُونَ ﴿٤٤﴾
সিহঁ তৰ দৃষ্টি সমূহ অৱনত অৱস্থাত থাকিব। লজ্জাই সিহঁ তক আগুৰি ধৰিব। এইটো সেই দিৱস, যাৰ কথা সিহঁ তক পৃথিৱীত জনাই দিয়া হৈছিল আৰু সিহঁ তে তাৰপ্ৰ তি অলপোধ্যান দিয়ানাছিল। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন