মুখ্য পৃষ্ঠাতাফছীৰAl-Qalam (68)

তাফছীৰ Al-Qalam (68) — القلم

মক্কী · 52 আয়াত

পঢ়ক · শুনকPDF ফাইল

نٓ ۚ وَٱلْقَلَمِ وَمَا يَسْطُرُونَ ﴿١﴾

নূ ন, এনেকু ৱা শব্দবোৰৰবিষয়ে ছু ৰা বাক্বাৰাৰআৰম্ভ ণিত উল্লে খ কৰা হৈছে। মহান আল্লাহে কলম তথা মানু হে কলমেৰেযি লিখে তাৰশপত কৰিছে।

مَآ أَنتَ بِنِعْمَةِ رَبِّكَ بِمَجْنُونٍۢ ﴿٢﴾

হে ৰাছু ল, আপোনাৰ প্ৰতিপালকে আপোনাক নিজ অনুগ্ৰ হেৰে নবী বনাইছে। আপুনি উন্মাদো নহয় আৰু পাগলো নহয় । মুশ্বৰিকসকলে আপোনাক উন্মাদ বা পাগল বুলি যি অভিযোগ কৰিছে, তাৰ পৰা আপুনি সম্পূৰ্ণৰূপে মু ক্ত। وإن لك لأجرا غيرممنون

وَإِنَّ لَكَ لَأَجْرًا غَيْرَ مَمْنُونٍۢ ﴿٣﴾

নিশ্চয় আপুনি মানু হৰওচৰলৈ আল্লাহৰযি সংবাদ পৌঁচাই আছে, ইয়াৰপ্ৰ তিদান হৈছে অন্ত হীন। এই ক্ষেত্ৰত আপোনাৰওপৰত বেলেগ কাৰো অনু গ্ৰহ নাই। وإنك لعل خلق عظيم

وَإِنَّكَ لَعَلَىٰ خُلُقٍ عَظِيمٍۢ ﴿٤﴾

আৰু আপুনি হৈছে কোৰআনে লৈ অহা মহান নৈতিকতা বা চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠি ত। নিশ্চয় আপুনি কোৰআনৰ আদৰ্শ সম্পূৰ্ণৰূপে পালন কৰিছে। فستبصر ويبصرون

فَسَتُبْصِرُ وَيُبْصِرُونَ ﴿٥﴾

এতেকে অনতিপলমে আপুনি দেখিবলৈ পাব আৰু এই অস্বীকাৰকাৰীসকলেও দেখিবলৈ পাব।

بِأَييِّكُمُ ٱلْمَفْتُونُ ﴿٦﴾

যেতিয়া সত্যৰ পৰা পৰ্দা বা আৱৰণ আঁতৰি যাব তেতিয়া স্পষ্ট হৈ পৰিব যে কোন পাগল আছিল?

إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعْلَمُ بِٱلْمُهْتَدِينَ ﴿٧﴾

হে ৰাছু ল, নিশ্চয় আপোনাৰপ্ৰ তিপালকে ভালকৈয়ে জানে যে, কোনে তেওঁৰপথৰপৰা বিচ্যুত হৈছে। লগতে তেওঁ সেইসকল লোকৰবিষয়ে ও সম্যক অৱগত, যিসকল সঠি ক পথত আছে। সেয়ে হে তেওঁ ভালকৈয়ে জানে যে, কোনসকল লোকে তেওঁৰপথৰপৰা বিচ্যুত হৈছে। হে ৰাছু ল! নিশ্চিতভাৱে আপুনি সঠি ক পথৰওপৰত অবিচল।

فَلَا تُطِعِ ٱلْمُكَذِّبِينَ ﴿٨﴾

এতেকে হে ৰাছু ল, আপুনি সিহঁ তৰ কথা নু শুনিব, যিবিলাকে আপুনি লৈ অহা সংবাদসমূ হক অস্বীকাৰ কৰে। ود والو تدهن فيدهنون

وَدُّوا۟ لَوْ تُدْهِنُ فَيُدْهِنُونَ ﴿٩﴾

সিহঁ তৰ কামনা কৰে যে, আপুনি সিহঁ তৰ লগত নম্ৰ তা অৱলম্বন কৰিলে, সিহঁ তেও আপোনাৰ লগত নম্ৰ তা অৱলম্বন কৰিব। بلغ আল-কোৰআন · তাফছীৰ ولاتطع كل حلاف مهين

وَلَا تُطِعْ كُلَّ حَلَّافٍۢ مَّهِينٍ ﴿١٠﴾

আৰু আপুনি কোনো এনেকু ৱা লোকৰ কথা নু শুনিব, যিয়ে অত্যাধিক মিছা শপত কৰে আৰু যিজন হীনমনৰ ব্যক্তি ।

هَمَّازٍۢ مَّشَّآءٍۭ بِنَمِيمٍۢ ﴿١١﴾

যিয়ে অধিক পৰিমাণে মানু হৰ পৰনিন্দা কৰে, আৰু ইজনৰ কথা সিজনক লগাই ফু ৰে, যাতে সিহঁ তৰ মাজত বিচ্ছেদ ঘটাব পৰা যায় । م ناع للخير معتد أثيم

مَّنَّاعٍۢ لِّلْخَيْرِ مُعْتَدٍ أَثِيمٍ ﴿١٢﴾

কল্যাণৰ কামত অধিক বাধা প্ৰদানকাৰী, মানু হৰ ধন- সম্পদ, মান-সন্মান আৰু জীৱনৰ প্ৰতি সীমালংঘনকাৰী তথা অত্যাধিক পাপিষ্ঠ ব্যক্তি । عتلبعد ذلك زنيم

عُتُلٍّۭ بَعْدَ ذَٰلِكَ زَنِيمٍ ﴿١٣﴾

দুষ্ট প্ৰকৃ তিৰ, ক্ৰোধস্ব ভাৱৰ আৰু জাৰজ হোৱা সত্তেও নিজ সম্প্ৰ দায় ৰসৈতে মিছা দাবীত সম্পৃক্ত । أن كان ذا مال وبنين

أَن كَانَ ذَا مَالٍۢ وَبَنِينَ ﴿١٤﴾

কেৱল এই কাৰণে আল্লাহ আৰু তেওঁ ৰ ৰাছু লক মানিবলৈ অভিমান কৰে যে, সি হৈছে বহুতো ধন-সম্পদৰ গৰাকী।

إِذَا تُتْلَىٰ عَلَيْهِ ءَايَـٰتُنَا قَالَ أَسَـٰطِيرُ ٱلْأَوَّلِينَ ﴿١٥﴾

যেতিয়া তাৰ সন্মুখত আমাৰ আয়াতসমু হ পাঠ কৰা হয় , তেতিয়া কয়ঃ এইবোৰ হৈছে পূৰ্বৱৰ্তীসকলৰ কাল্প নিক কাহিনী মাথোন।

سَنَسِمُهُۥ عَلَى ٱلْخُرْطُومِ ﴿١٦﴾

আমি শীঘ্ৰে ই তাৰ নাকত দাগ দিম। যিটো তাৰ মু খমণ্ডল বিকৃ ত কৰি পেলাব আৰু যিটো কেতিয়াও তাৰ নাকৰ পৰা নাইকিয়া নহ’ব।

إِنَّا بَلَوْنَـٰهُمْ كَمَا بَلَوْنَآ أَصْحَـٰبَ ٱلْجَنَّةِ إِذْ أَقْسَمُوا۟ لَيَصْرِمُنَّهَا مُصْبِحِينَ ﴿١٧﴾

আমি এই মুশ্বৰিকবিলাকক ভোক আৰু অভাৱ-অনাটনৰ জৰিয় তে পৰীক্ষা কৰিছিলোঁ যিদৰে উদ্যান অধিপতিসকলক পৰীক্ষা কৰিছিলোঁ। যেতিয়া সিহঁ তে শপত কৰিছিল যে, পুৱাই পুৱাই সিহঁ তে গৈ বাগানৰ ফল আহৰণ কৰিব, যাতে কোনো দুখীয়া আৰু নিৰ্ধন ব্যক্তি ক কিছু দিব নালাগে। ولا يستثنون

وَلَا يَسْتَثْنُونَ ﴿١٨﴾

কিন্তু সিহঁ তে শপত খোৱাৰসময় ত ইন শ্বাআল্লাহ কোৱানাছিল।

فَطَافَ عَلَيْهَا طَآئِفٌۭ مِّن رَّبِّكَ وَهُمْ نَآئِمُونَ ﴿١٩﴾

গতিকে আল্লাহে সেই বাগনৰ প্ৰতি এক প্ৰৱল জুই প্ৰে ৰণ কৰিলে। যি জুয়ে সিহঁতৰ সকলো শস্য খাই অস্তি ত্বহীন কৰি পেলালে। যিহেতু বাগানৰ গৰাকীসকল শুই আছিল, সেয়ে সিহঁ তে নিজৰ বাগানখনক জুইৰ পৰা ৰক্ষা কৰিব পৰা নাছিল। بلغ আল-কোৰআন · তাফছীৰ

فَأَصْبَحَتْ كَٱلصَّرِيمِ ﴿٢٠﴾

এতেকে বাগানখন ৰাতিৰ দৰে ক’লা হৈ গ’ল। فتنادوا مص بحين

فَتَنَادَوْا۟ مُصْبِحِينَ ﴿٢١﴾

তাৰ পিছত ৰাতিপুৱা ইজনে সিজনক মাতিলে।

أَنِ ٱغْدُوا۟ عَلَىٰ حَرْثِكُمْ إِن كُنتُمْ صَـٰرِمِينَ ﴿٢٢﴾

ক’বলৈ ধৰিলেঃ যদি তোমালোকে বাগানৰ ফলবোৰ গোটাব বিচৰা তেন্তে মগনীয়াৰ সকলে অহাৰ আগতেই বাগানলৈ ওলাই যোৱা।

فَٱنطَلَقُوا۟ وَهُمْ يَتَخَـٰفَتُونَ ﴿٢٣﴾

গতিকে সিহঁ তে খৰখেদাকৈ নিজৰ খেতিলৈ বুলি ওলাই পৰিল। সিহঁ তে পৰস্পৰে নিম্ন স্বৰে আৰু সাৱধানতাৰে কথা পাতি আছিল।

أَن لَّا يَدْخُلَنَّهَا ٱلْيَوْمَ عَلَيْكُم مِّسْكِينٌۭ ﴿٢٤﴾

সিহঁ তে পৰস্পৰে কৈ আছিলঃ আজি যাতে তোমালোকৰ ওচৰলৈ কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে। وغدواعل حرد قدرين

وَغَدَوْا۟ عَلَىٰ حَرْدٍۢ قَـٰدِرِينَ ﴿٢٥﴾

আৰু সিহঁ তে ৰাতিপুৱা এই মানসেৰে যাবলৈ ধৰিছিল যে, আজি এটা দানাও কাকো নিদিওঁ ।

فَلَمَّا رَأَوْهَا قَالُوٓا۟ إِنَّا لَضَآلُّونَ ﴿٢٦﴾

যেতিয়া সিহঁ তে তাত গৈ উপস্থি ত হ’ল আৰু নিজৰ খেতি জ্বলি ছাই হোৱা দেখা পালে, তেতিয়া পৰস্পৰে ক’বলৈ ধৰিলে যে, নিশ্চয় আমি চাগে বাগানৰ ৰাস্তা পাহৰি গৈছোঁ। بل نحن محرومون

بَلْ نَحْنُ مَحْرُومُونَ ﴿٢٧﴾

নহয় বৰং বাগানৰ ফল গোটোৱাবলৈ আমাক বনঞ্চিত কৰা হৈছে। কিয় নো আমি এইটো সিদ্ধান্ত লৈছিলোঁ যে, দুখীয়া আৰু অভাৱীসকলক একোৱে নিদিওঁ । قال أوسطهم ألم أقل ل كم لولا تسبحون

قَالَ أَوْسَطُهُمْ أَلَمْ أَقُل لَّكُمْ لَوْلَا تُسَبِّحُونَ ﴿٢٨﴾

সিহঁ তৰ ভিতৰত সৰ্বোত্তোম ব্যক্তিজনে ক’লেঃ তেতিয়া মই তোমালোকক কোৱা নাছিলোঁনে, যেতিয়া তোমালোকে বাগানৰ ফলসমূহৰ পৰা দুখীয়া- অভাৱীসকলক বঞ্চিত কৰাৰ পৰামৰ্শ কৰি আছিলা, তোমালোকে আল্লাহৰ পৱিত্ৰতা কিয় বৰ্ণনা নকৰা আৰু তেওঁ ৰ ওচৰত কিয়া তাওবাহ নকৰা?

قَالُوا۟ سُبْحَـٰنَ رَبِّنَآ إِنَّا كُنَّا ظَـٰلِمِينَ ﴿٢٩﴾

সকলোৱে ক’লেঃ আমাৰ প্ৰতিপালক পৱিত্ৰ। আমি আমাৰ বাগানৰ ফলৰ পৰা দুখীয়া আৰু অভাৱীসকলক বঞ্চিত কৰাৰ পৰিকল্পনাৰ সময় ত নিশ্চয় আমি নিজৰওপৰতে অন্যায় কৰিছিলোঁ। بلغ আল-কোৰআন · তাফছীৰ فأقبل بعضهم عل بعض يتلومون

فَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍۢ يَتَلَـٰوَمُونَ ﴿٣٠﴾

তাৰপিছত সিহঁ তে এজনে আনজনক দোষাৰোপ কৰিবলৈ ধৰিলে।

قَالُوا۟ يَـٰوَيْلَنَآ إِنَّا كُنَّا طَـٰغِينَ ﴿٣١﴾

লজ্জিত হৈ ক’বলৈ ধৰিলেঃ হায় আমাৰ ক্ষতি! নিশ্চয় আমি দুখীয়া তথা অভাৱগ্ৰ স্থলোকসকলক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পৰিকল্পনা কৰি সীমালংঘন কৰিছোঁ।

عَسَىٰ رَبُّنَآ أَن يُبْدِلَنَا خَيْرًۭا مِّنْهَآ إِنَّآ إِلَىٰ رَبِّنَا رَٰغِبُونَ ﴿٣٢﴾

সম্ভ ৱত আমাৰপ্ৰ তিপালকে আমাক বাগানৰপৰিৱৰ্তে ইয়াতকৈ উত্তম বস্তু প্ৰদান কৰিব। নিশ্চয় আমি আমাৰপ্ৰ তিপালকৰপ্ৰ তি অনু ৰাগী। তেওঁ ৰপৰা ক্ষমাৰ আশাবাদী আৰু তেওঁ ৰ পৰাই কল্যাণ বিচাৰোঁ।

كَذَٰلِكَ ٱلْعَذَابُ ۖ وَلَعَذَابُ ٱلْـَٔاخِرَةِ أَكْبَرُ ۚ لَوْ كَانُوا۟ يَعْلَمُونَ ﴿٣٣﴾

খাদ্য বস্তু বা জীৱিকাৰ পৰা বঞ্চিত কৰাৰ কাৰণে যি শাস্তি আমি সিহঁ তক দিছোঁ, তেনেকু ৱা শাস্তি আমি প্ৰত্যেক সেই ব্যক্তি ক দিওঁ , যিয়ে আমাৰ আদেশৰ অৱজ্ঞা কৰে। আখিৰাতৰশাস্তি ইয়াতকৈও ডাঙৰ। যদি সিহঁ তে তেওঁ ৰকঠোৰতা আৰুনিৰন্ত ৰতাৰবিষয়ে জানিলেহেঁ তেন।

إِنَّ لِلْمُتَّقِينَ عِندَ رَبِّهِمْ جَنَّـٰتِ ٱلنَّعِيمِ ﴿٣٤﴾

নিশ্চয় সেইসকল মুত্তাক্বীৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত নিয়ামতপূৰ্ণ জান্নাত আছে, যিসকলে তেওঁৰ আদেশসমূহ পালন কৰি আৰু তেওঁ নিষেধকৃ ত বস্তু বোৰৰ পৰা বিৰত থাকি তেওঁ ক ভয় কৰে। তেওঁ লোকে তাত সকলো প্ৰকাৰ অনু গ্ৰহৰ দ্বাৰা উপকৃ ত হ’ব। তেওঁ লোকৰ ওপৰত অনু গ্ৰহৰ ধাৰাবাহিকতা কেতিয়াও বিচ্ছিন্ন নহ’ব।

أَفَنَجْعَلُ ٱلْمُسْلِمِينَ كَٱلْمُجْرِمِينَ ﴿٣٥﴾

আমি মু ছলমানসকলক পৰিণামৰ ক্ষেত্ৰত মু শ্বৰিকবিলাকৰ দৰে গণ্য কৰিম নেকি, যিদৰে মক্কাৰ মু শ্বৰিকবিলাকে ধাৰণা কৰিছে? مالكم كيف تحكمون

مَا لَكُمْ كَيْفَ تَحْكُمُونَ ﴿٣٦﴾

(হে মু শ্বৰিকসকল) তোমালোকৰকি হৈছে? তোমালোকে এই অন্যায় পূৰ্ণ নিৰ্ণয় কেনেকৈ লোৱা? أم لكم كتب فيهتدرسون

أَمْ لَكُمْ كِتَـٰبٌۭ فِيهِ تَدْرُسُونَ ﴿٣٧﴾

তোমালোকৰ ওচৰত এনেকু ৱা কোনো কিতাপ আছে নেকি, যাৰ ভিতৰত তোমালোকে পাঠ কৰা যে, অনু গত্যকাৰী আৰু অবাধ্যকাৰী হৈছে সমান? إن لكم فيه لما تخيرون

إِنَّ لَكُمْ فِيهِ لَمَا تَخَيَّرُونَ ﴿٣٨﴾

আৰু সেই কিতাপখনত এইটো লিখা আছে নেকি যে, তোমালোকে যিটো পছন্দ কৰা, সেইটোৱে তোমালোকে আখিৰাতত পাবা। بلغ আল-কোৰআন · তাফছীৰ

أَمْ لَكُمْ أَيْمَـٰنٌ عَلَيْنَا بَـٰلِغَةٌ إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ ۙ إِنَّ لَكُمْ لَمَا تَحْكُمُونَ ﴿٣٩﴾

নাইবা তোমালোকৰ সৈতে আমাৰ এনেকু ৱা কোনো অটল অঙ্গীকাৰ আছে নেকি? যি অংগীকাৰৰ দাবী হৈছে তোমোলোকে সেইটো পাবা যিটো তোমালোকে নিজৰ বাবে সিদ্ধাতন্ ল’বা? سلهم أي هم بذلك زعيم

سَلْهُمْ أَيُّهُم بِذَٰلِكَ زَعِيمٌ ﴿٤٠﴾

হে ৰাছু ল,এই কথাকোৱাসকলক সোধকচোন,এইবোৰৰদায়ি ত্বকোনে লৈছে?

أَمْ لَهُمْ شُرَكَآءُ فَلْيَأْتُوا۟ بِشُرَكَآئِهِمْ إِن كَانُوا۟ صَـٰدِقِينَ ﴿٤١﴾

অথবা সিহঁ তৰ বাবে আল্লাহৰ বাহিৰে বহুতো অংশীদাৰ আছে নেকি, যিসকলে পৰিণামৰ ক্ষেত্ৰত মু শ্বৰীকবিলাকক মু মিনসকলৰ সমানে প্ৰতিষ্ঠি ত কৰিব? তেন্তে সিহঁ তে সিহঁ তৰঅংশীদাৰবিলাকক উপস্থি ত কৰা উচিত। যদি সিহঁ তে এই দাবীত সত্যবাদী যে সিহঁ তৰঅংশীদাৰসকলে সিহঁ তক পৰিণামৰক্ষেত্ৰত মু মিনসকলৰসমপৰ্যায় ত প্ৰতিষ্ঠি ত কৰিব।

يَوْمَ يُكْشَفُ عَن سَاقٍۢ وَيُدْعَوْنَ إِلَى ٱلسُّجُودِ فَلَا يَسْتَطِيعُونَ ﴿٤٢﴾

ক্বি য়ামতৰ দিনা ভয়াৱহ পৰিস্থি তি হ’ব। সেই সময় ছোৱাত আমাৰ প্ৰতিপালকে তেওঁ ৰ ভৰিৰ কলাফু লি উন্মোচিত কৰিব আৰু ছাজদাহ কৰিবলৈ মানু হক আহ্বান কৰা হ’ব। মু মিনসকলে ছাজদাহ কৰিব আৰু কাফিৰ তথা মু নাফিক বিলাকে ছাজদাহ কৰিব নোৱাৰিব।

خَـٰشِعَةً أَبْصَـٰرُهُمْ تَرْهَقُهُمْ ذِلَّةٌۭ ۖ وَقَدْ كَانُوا۟ يُدْعَوْنَ إِلَى ٱلسُّجُودِ وَهُمْ سَـٰلِمُونَ ﴿٤٣﴾

সিহঁ তৰদৃষ্টি নত অৱস্থাত থাকিব। অপমান আৰু লজ্জাই সিহঁ তক আগুৰিধৰিব। অথচ পৃথিৱীত যেতিয়া সিহঁ তক আল্লাহক ছাজদাহ কৰিবলৈ আহ্বান কৰা হৈছিল, তেতিয়া সিহঁ তে (ছাজদাহ কৰা নাছিল তথা) আজিৰতু লনাত অধিক নিৰাপদ অৱস্থাত আছিল।

فَذَرْنِى وَمَن يُكَذِّبُ بِهَـٰذَا ٱلْحَدِيثِ ۖ سَنَسْتَدْرِجُهُم مِّنْ حَيْثُ لَا يَعْلَمُونَ ﴿٤٤﴾

এতেকে হে ৰাছু ল,আপুনি সেই ব্যক্তি ক মোৰওপৰত এৰিদিয় ক,যিয়ে আপোনাৰপ্ৰ তি অৱতীৰ্ণ হোৱা এই কোৰআনক অস্বীকাৰকৰে। আমি সিহঁ তক লাহে লাহে এনেদৰেশাস্তি ৰফালে টানি আনিম,সিহঁ তে গমেই নাপাবযে সিহঁ তক অৱকাশ দিয়াহৈছিল।

وَأُمْلِى لَهُمْ ۚ إِنَّ كَيْدِى مَتِينٌ ﴿٤٥﴾

আৰুমই সিহঁ তক কিছু সময় ৰবাবেঅৱকাশ দিওঁ। যাতে সিহঁ তে পাপ কৰ্মত আৰুঅধিক লিপ্ত হয় । নিশ্চয় কাফিৰআৰুঅস্বীকাৰকাৰীবিলাকৰবাবে মোৰ কৌশল অতি শক্তি শালী। সেয়ে হে সিহঁ তে কেতিয়াও মোৰ কৰায় ত্তৰ বাহিৰত নহয় , আৰু মোৰ শাস্তি ৰ পৰা ৰেহাইয়ো পাব নোৱাৰে। أم تسٔلهم أجرا فهم من مغرم مثقلون

أَمْ تَسْـَٔلُهُمْ أَجْرًۭا فَهُم مِّن مَّغْرَمٍۢ مُّثْقَلُونَ ﴿٤٦﴾

হে ৰাছু ল, আপুনি সিহঁ তক সত্যৰ ফালে আহ্বান কৰাৰ কাৰণে কোনো বিনিময় বিচাৰিছে নেকি যে, যাৰ ফলত গধূৰ বোজা বহন কৰি সিহঁ তে ভাৰাক্ৰান্ত হৈ পৰিছে, আৰু আপোনাৰ পৰা বিমু খ হৈছে? বৰঞ্চ সত্য ইয়াৰ বিপৰীতহে। কাৰণ আপুনি সিহঁ তৰ পৰা কোনো বিনিময় নিবিচাৰে। তথাপিও সিহঁ তে আপোনাৰ আনু গত্য নকৰাৰ কাৰণ কি? بلغ আল-কোৰআন · তাফছীৰ

أَمْ عِندَهُمُ ٱلْغَيْبُ فَهُمْ يَكْتُبُونَ ﴿٤٧﴾

অথবা সিহঁ তৰ ওচৰত গায়ে বৰ কোনো জ্ঞান আছে নেকি? যাৰ পৰা সিহঁ তে নিজৰ কৰ্মৰ সপক্ষে প্ৰমাণাদি লিখি লয় , যাতে আপোনাৰ সৈতে বিতৰ্ক কৰিব পাৰে।

فَٱصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تَكُن كَصَاحِبِ ٱلْحُوتِ إِذْ نَادَىٰ وَهُوَ مَكْظُومٌۭ ﴿٤٨﴾

হে ৰাছু ল, আপুনি আপোনাৰ প্ৰতিপালকৰ আদেশমৰ্মে সিহঁ তক অৱকাশ আৰু সুযোগ দিয়া সম্পৰ্কে ধৈৰ্য্য ধাৰণ কৰক। আপুনি মাছৰ গৰাকী ইউনুছ আলাইহিচ্ছালামৰ দৰে নিজৰ সম্প্ৰ দায় ৰ প্ৰতি ক্ৰোধান্বি ত হৈ নাযাব, যেতিয়া তেওঁ সাগৰৰ অন্ধকাৰত আৰু মাছৰ পেটৰ অন্ধকাৰত চিন্তি ত হৈ তথা বিপদগ্ৰ তস্ হৈ তেওঁ ৰপ্ৰ তিপালকক মাতিছিল।

لَّوْلَآ أَن تَدَٰرَكَهُۥ نِعْمَةٌۭ مِّن رَّبِّهِۦ لَنُبِذَ بِٱلْعَرَآءِ وَهُوَ مَذْمُومٌۭ ﴿٤٩﴾

যদি তেওঁৰ ওপৰত আল্লাহৰ অনুগ্ৰ হ আহি নাপালেহেঁতেন তেন্তে মাছে তেওঁক কোনো খালী আৰু জনশূন্য স্থানত এৰি দিলেহেঁতেন, আৰু তেওঁ দূৰাৱস্থাতত পৰি থাকিলহেঁ তেন।

فَٱجْتَبَـٰهُ رَبُّهُۥ فَجَعَلَهُۥ مِنَ ٱلصَّـٰلِحِينَ ﴿٥٠﴾

ইয়াৰপিছত তেওঁ ৰপ্ৰ তিপালকে তেওঁ ক মনোনীত কৰিছিল আৰুসত্ কৰ্ম পৰায় ণসকলৰঅন্ত ৰ্ভু ক্তকৰিছিল।

وَإِن يَكَادُ ٱلَّذِينَ كَفَرُوا۟ لَيُزْلِقُونَكَ بِأَبْصَـٰرِهِمْ لَمَّا سَمِعُوا۟ ٱلذِّكْرَ وَيَقُولُونَ إِنَّهُۥ لَمَجْنُونٌۭ ﴿٥١﴾

কাফিৰসকলে আৰু আল্লাহৰ ৰাছু লক অস্বীকাৰকাৰীসকলে যেতিয়া আপোনাৰ প্ৰতি অৱতীৰ্ণ কোৰআন শ্ৰৱণ কৰে, তেতিয়া সিহঁ তে এনেকু ৱা দৃষ্টি ৰে আপোনাৰ ফালে চায় , যেনিবা আপোনাক সিহঁতে ধৰাশায়ী কৰিব। সিহঁতে নিজৰ আকাংক্ষাৰ পিছত দৌৰি আৰু সত্যৰ পৰা বিমুখ হৈ কয়ঃ এই কোৰআন লৈঅহাৰাছু লবোলাজন হৈছে এজন পাগল। وما هو إلا ذكر للعلمين

وَمَا هُوَ إِلَّا ذِكْرٌۭ لِّلْعَـٰلَمِينَ ﴿٥٢﴾

প্ৰকৃ ততে আপোনাৰপ্ৰ তি অৱতীৰ্ণ হোৱাএই কোৰআনখন হৈছে জীন আৰুমানৱসকলৰবাবেউপদেশ,শিক্ষাআৰুস্মৃতি। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Qalam — القلم

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা