মুখ্য পৃষ্ঠাতাফছীৰAl-Hashr (59)

তাফছীৰ Al-Hashr (59) — الحشر

মাদানী · 24 আয়াত

পঢ়ক · শুনকPDF ফাইল

سَبَّحَ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۖ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿١﴾

আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে, সকলোৱে আল্লাহৰ মহত্ব বৰ্ণনা কৰে, আৰু সিহঁ তে সেই সকলো বস্তু ৰ পৰা তেওঁৰ পৱিত্ৰতাৰ গুণ গান গায় , যিটো তেওঁৰ মৰ্যদাৰ অনুৰূপ নহয় । তেওঁ প্ৰভুত্ব শালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, চৰীয় ত প্ৰণয় নত আৰু নিৰ্ধাৰণৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান।

هُوَ ٱلَّذِىٓ أَخْرَجَ ٱلَّذِينَ كَفَرُوا۟ مِنْ أَهْلِ ٱلْكِتَـٰبِ مِن دِيَـٰرِهِمْ لِأَوَّلِ ٱلْحَشْرِ ۚ مَا ظَنَنتُمْ أَن يَخْرُجُوا۟ ۖ وَظَنُّوٓا۟ أَنَّهُم مَّانِعَتُهُمْ حُصُونُهُم مِّنَ ٱللَّهِ فَأَتَىٰهُمُ ٱللَّهُ مِنْ حَيْثُ لَمْ يَحْتَسِبُوا۟ ۖ وَقَذَفَ فِى قُلُوبِهِمُ ٱلرُّعْبَ ۚ يُخْرِبُونَ بُيُوتَهُم بِأَيْدِيهِمْ وَأَيْدِى ٱلْمُؤْمِنِينَ فَٱعْتَبِرُوا۟ يَـٰٓأُو۟لِى ٱلْأَبْصَـٰرِ ﴿٢﴾

ه তেৱেঁই বনু নজীৰৰ ইয়াহুদীসকলক যিসকলে আল্লাহৰ লগত কু ফু ৰী কৰিছিল আৰু তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰিছিল,মদীনাত স্থি তিত সিহঁ তৰঘৰৰপৰা প্ৰথম আক্ৰ মণতে সিহঁ তক শ্বাম দেশলৈ বহিষ্কাৰকৰিছিল। ইহঁ ত আছিল তাওৰাত ধাৰণকাৰী ইয়াহুদী। এই ঘটনা সংঘটি ত হৈছিল যেতিয়া সিহঁ তে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছিল আৰু মুশ্বৰিকসকলৰ সৈতে থিয় দিছিল। আল্লাহে সিহঁ তক শ্বাম দেশলৈ খেদি পঠি য়াইছিল। আনহাতে সিহঁ ত ইমান শক্তিশালী আৰু ক্ষমতাশীল আছিল যে, (হে মুমিনসকল) তোমালোকে ভবাও নাছিলা যে, সিহঁ তে কেতিয়াবা নিজৰ ঘৰৰ পৰা বহিষ্কৃ ত হ’ব। আনকি সিহঁ তে নিজেও ভাবি আছিল যে, সিহঁ তে বনোৱা মজবুত দুৰ্গই সিহঁ তক আল্লাহৰ গ্ৰে প্তাৰী আৰু শাস্তি ৰ পৰা ৰক্ষা কৰিব। কিন্তু আল্লাহৰ শাস্তি সিহঁ তৰ ওচৰত ক’ৰ পৰা আহিল, সিহঁ তে গমিও চাব পৰা নাছিল, যেতিয়া আল্লাহে তেওঁৰ ৰাছু লক সিহঁ তৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আৰু সিহঁ তক সিহঁ তৰ ঘৰৰ পৰা উলিয়াই দিবলৈ আদেশ দিছিল। লগতে আল্লাহে সিহঁ তৰ অন্ত ৰত ভয় -ভীতি সোমাই দিছিল, ফলত সিহঁ তে নিজ হাতেৰেনিজৰঘৰৰভিতৰৰবয় -বস্তু ধ্বংস কৰিছিল। যাতে মু ছলিমসকলে এইবোৰৰদ্বাৰা উপকৃ ত হ’বনোৱাৰে। গতিকে হে জ্ঞানীসকল! কু ফৰী কৰাৰ কাৰণে সিহঁ তৰ যি পৰিণাম হ'ল, তাৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু সিহঁ তৰ দৰে নহ'বা। অন্যথা সিহঁ তৰ দৰেই পৰিণাম আৰু শাস্তি ভোগ কৰিব লাগিব।

وَلَوْلَآ أَن كَتَبَ ٱللَّهُ عَلَيْهِمُ ٱلْجَلَآءَ لَعَذَّبَهُمْ فِى ٱلدُّنْيَا ۖ وَلَهُمْ فِى ٱلْـَٔاخِرَةِ عَذَابُ ٱلنَّارِ ﴿٣﴾

যদি আল্লাহে সিহঁ তৰ ভাগ্যত নিৰ্বাসনদণ্ড নিৰ্ধাৰণ নকৰিলেহেঁ তেন তেন্তে আল্লাহে সিহঁ তক পৃথিৱীত হত্যা আৰু বন্দীৰ শাস্তি বিহিলেহেঁ তেন। এইদৰে পৰকালতো সিহঁ তৰবাবেআছে অগ্নিৰশাস্তি , যিটো সিহঁ তৰঅপেক্ষাত আছে। সিহঁ তে তাত চিৰকাল থাকিব।

ذَٰلِكَ بِأَنَّهُمْ شَآقُّوا۟ ٱللَّهَ وَرَسُولَهُۥ ۖ وَمَن يُشَآقِّ ٱللَّهَ فَإِنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ ﴿٤﴾

এই শাস্তি এই কাৰণে বিহা হৈছিল যে, সিহঁ তে কু ফৰ আৰু প্ৰতিশ্ৰুতি ভংগ কৰি আল্লাহৰ বিৰোধিতা কৰিছিল আৰু তেওঁ ৰ ৰাছু লৰ বিৰোধিতা কৰিছিল। এতেকে যিয়ে আল্লাহৰ বিৰোধিতা কৰিব তেন্তে সি জানি থোৱা উচিত, আল্লাহ হৈছে অতি কঠোৰ শাস্তি প্ৰদানকাৰী। ইয়াৰ বাহিৰেও সিহঁ তে শীঘ্ৰে ই কঠোৰ শাস্তি ৰ সন্মুখীন হ'ব।

مَا قَطَعْتُم مِّن لِّينَةٍ أَوْ تَرَكْتُمُوهَا قَآئِمَةً عَلَىٰٓ أُصُولِهَا فَبِإِذْنِ ٱللَّهِ وَلِيُخْزِىَ ٱلْفَـٰسِقِينَ ﴿٥﴾

হে মু মিনসকল! তোমালোকে বনু নাজীৰৰ লগত যুদ্ধৰ সময় ত আল্লাহৰ শত্ৰুসকলক উত্তেজিত কৰিবলৈ যিবোৰ খেজুৰ গছ কাটি ছিলা অথবা তাৰ পৰা উপকৃ ত হ'বলৈ যিবোৰ গছ এৰি দিছিলা সেয়া হৈছিল আল্লাহৰ নিৰ্দে শত। সেয়া পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰাৰ বাবে নাছিল। এইবোৰ এই কাৰণে সংঘটি ত হৈছিল যে, যাতে আল্লাহে অৱজ্ঞাকাৰী ইয়াহুদীসকলক প্ৰতিশ্ৰুতি ভংগ কৰাৰ কাৰণে আৰু প্ৰৱঞ্চনাৰ পথ অৱলম্বন কৰাৰ কাৰণে অপমানিত কৰে আৰু লাঞ্ছিত কৰে। بلغ আল-কোৰআন · তাফছীৰ

وَمَآ أَفَآءَ ٱللَّهُ عَلَىٰ رَسُولِهِۦ مِنْهُمْ فَمَآ أَوْجَفْتُمْ عَلَيْهِ مِنْ خَيْلٍۢ وَلَا رِكَابٍۢ وَلَـٰكِنَّ ٱللَّهَ يُسَلِّطُ رُسُلَهُۥ عَلَىٰ مَن يَشَآءُ ۚ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ ﴿٦﴾

ى আৰু বনু নাজীৰৰ যি ধন আল্লাহে তেওঁ ৰ ৰাছু লক দান কৰিছে, সেয়া পাবলৈ তোমালোকে ঘোঁৰা অথবা উটৰ পিঠি ত উঠি কোনো অভিযান কৰা নাছিলা আৰু তোমালোকে ইয়াৰ বাবে কোনো কষ্ট ও কৰা নাছিলা। কিন্তু আল্লাহে তেওঁ ৰ ৰাছু লসকলক যাৰ প্ৰতি ইচ্ছা কৰে প্ৰভু ত্বপ্ৰদান কৰে। এতেকে তেওঁ বনু নাজীৰৰ প্ৰতি তেওঁৰ ৰাছু লক প্ৰভুত্ব প্ৰদান কৰি কোনো যুদ্ধ নোহোৱাকৈ সিহঁ তৰ নগৰ জয় লাভ কৰাৰ সুযোগ দান কৰিছিল। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু ৰপ্ৰ তি ক্ষমতাৱান। তেওঁ ক কোনেও পৰাস্ত কৰিবনোৱাৰে।

مَّآ أَفَآءَ ٱللَّهُ عَلَىٰ رَسُولِهِۦ مِنْ أَهْلِ ٱلْقُرَىٰ فَلِلَّهِ وَلِلرَّسُولِ وَلِذِى ٱلْقُرْبَىٰ وَٱلْيَتَـٰمَىٰ وَٱلْمَسَـٰكِينِ وَٱبْنِ ٱلسَّبِيلِ كَىْ لَا يَكُونَ دُولَةًۢ بَيْنَ ٱلْأَغْنِيَآءِ مِنكُمْ ۚ وَمَآ ءَاتَىٰكُمُ ٱلرَّسُولُ فَخُذُوهُ وَمَا نَهَىٰكُمْ عَنْهُ فَٱنتَهُوا۟ ۚ وَٱتَّقُوا۟ ٱللَّهَ ۖ إِنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ ﴿٧﴾

ه আল্লাহে গাওঁ বাসীসকলৰপৰা যি ধন যুদ্ধ নকৰাকৈ তেওঁ ৰৰাছু লক দান কৰিছে সেয়া হৈছে আল্লাহৰ। তেওঁ যাক ইচ্ছা কৰেপ্ৰ দান কৰে। ইয়াৰওপৰত কৰ্তৃ ত্বহৈছে কেৱল তেওঁ ৰ ৰাছু লৰ, আৰু তেখেতৰ নিকটৱৰ্তীসকলৰ অৰ্থাৎ বনু হাশ্বি ম আৰু বনু ল মু ত্তালিবৰ। কিয় নো তেওঁ লোকক যাকাতৰ ধনৰ পৰা বিৰত ৰখা হৈছে। এইদৰে অনাথ তথা দুখীয়াসকলৰ বাবে আৰু মুছাফিৰ ব্যক্তিৰ বাবে, যাৰ ওচৰত খৰচ কৰিবলৈ একোৱেই নাই। এই আদেশ এই কাৰণে দিয়া হৈছে যে, ধন যাতে কেৱল ধনী ব্যক্তিসকলৰ মাজতেই সীমাবদ্ধ নাথাকে, আৰু দুখীয়াসকলে যাতে তাৰ পৰা বঞ্চিত নাথাকে। হে মুমিনসকল! যুদ্ধ নকৰাকৈ অৰ্জ ন কৰা ধনৰ পৰা ৰাছু লে তোমালোকক যি দিয়ে , সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যাৰ পৰা তেওঁ নিষেধ কৰে তাৰ পৰা বিৰত থাকা। লগতে আল্লাহৰআদেশসমূহ পালন কৰিআৰুতেওঁৰনিষেধকৃ ত বস্তু ৰপৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। নিশ্চয় আল্লাহ কঠোৰ শাস্তি প্ৰদানকাৰী। গতিকে তেওঁ ৰশাস্তি ৰপৰা সতৰ্ক থাকিবা।

لِلْفُقَرَآءِ ٱلْمُهَـٰجِرِينَ ٱلَّذِينَ أُخْرِجُوا۟ مِن دِيَـٰرِهِمْ وَأَمْوَٰلِهِمْ يَبْتَغُونَ فَضْلًۭا مِّنَ ٱللَّهِ وَرِضْوَٰنًۭا وَيَنصُرُونَ ٱللَّهَ وَرَسُولَهُۥٓ ۚ أُو۟لَـٰٓئِكَ هُمُ ٱلصَّـٰدِقُونَ ﴿٨﴾

আৰু এই ধনৰ কিছু অংশ সেইসকল নিৰ্ধন মু হাজিৰসকলৰ বাবে খৰচ কৰা হ'ব যিসকলক নিজৰ ঘৰ-বাৰী আৰু সন্তান-সন্ত তি তথা ধন-সম্পদ এৰিবলৈ বাধ্য কৰোৱা হৈছিল। তেওঁ লোকে এই আশাত আছে যে, আল্লাহে তেওঁ লোকক নিজ অনু গ্ৰহেৰে পৃথিৱীত জীৱিকা আৰু পৰকালত তেওঁ ৰ সন্তু ষ্টি প্ৰদান কৰিব। তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰি আল্লাহক আৰু তেওঁৰ ৰাছু লক সহায় কৰে। এইবোৰ বৈশিষ্ট্যৰ গৰাকীসকলেই হৈছে প্ৰকৃ ততে পৰিপক্ক আৰু সত্য মু মিন।

وَٱلَّذِينَ تَبَوَّءُو ٱلدَّارَ وَٱلْإِيمَـٰنَ مِن قَبْلِهِمْ يُحِبُّونَ مَنْ هَاجَرَ إِلَيْهِمْ وَلَا يَجِدُونَ فِى صُدُورِهِمْ حَاجَةًۭ مِّمَّآ أُوتُوا۟ وَيُؤْثِرُونَ عَلَىٰٓ أَنفُسِهِمْ وَلَوْ كَانَ بِهِمْ خَصَاصَةٌۭ ۚ وَمَن يُوقَ شُحَّ نَفْسِهِۦ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ ﴿٩﴾

আৰু আনছাৰসকলে মুহাজিৰসকলতকৈ আগত মদিনাত বসবাস কৰিছিল তথা তেওঁলোকে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰিছিল, তেওঁ লোকে সেইসকল লোকক চেনেহ কৰিছিল যিসকলে মক্কাৰ পৰা হিজৰত কৰি তেওঁ লোকৰ ওচৰত আহিছিল। তেওঁ লোকৰ অন্ত ৰত আল্লাহৰ পথত হিজৰতকাৰী সকলৰ বিষয়ে কোনো ঈৰ্ষা তথা কোনো ক্ৰোধ নাছিল, যেতিয়া মুহাজিৰসলক যুদ্ধ নোহোৱাকৈ প্ৰাপ্ত হোৱা ধনৰ পৰা দান কৰা হৈছিল আৰু তেওঁ লোকক একো দিয়া হোৱা নাছিল। তেওঁ লোকে পাৰ্থিৱ সম্পদ লাভৰ ক্ষেত্ৰত মু হাজিৰসকলক অগ্ৰাধিকাৰ দিছিল, যদিও তেওঁ লোকে নিজেই দুখীয়া তথা অভাৱী আছিল। আল্লাহে যাৰ অন্ত ৰক ধনৰ লোভ-লালসাৰ পৰা ৰক্ষা কৰে, তেনেকু ৱা লোকেই তেওঁৰ পথত ধন খৰচ কৰে। গতিকে এনেকু ৱা লোকৰ আশাবোৰ পূৰণ হ’ব আৰু ভয় ৰ পৰা মু ক্তি লাভ কৰিব। بلغ আল-কোৰআন · তাফছীৰ ل

وَٱلَّذِينَ جَآءُو مِنۢ بَعْدِهِمْ يَقُولُونَ رَبَّنَا ٱغْفِرْ لَنَا وَلِإِخْوَٰنِنَا ٱلَّذِينَ سَبَقُونَا بِٱلْإِيمَـٰنِ وَلَا تَجْعَلْ فِى قُلُوبِنَا غِلًّۭا لِّلَّذِينَ ءَامَنُوا۟ رَبَّنَآ إِنَّكَ رَءُوفٌۭ رَّحِيمٌ ﴿١٠﴾

আৰু এওঁ লোকৰ পিছত যিসকলে আগমন কৰিছে আৰু যিসকলে ক্বি য়ামত পৰ্যতন্ কল্যাণৰ সৈতে তেওঁ লোকৰ অনু সৰণ কৰিব। তেওঁ লোকে ক'বঃ হে আমাৰ প্ৰতিপালক! আমাক ক্ষমা কৰি দিয়া, আৰু আমাৰ সেইসকল দ্বীনি ভাতৃ কো ক্ষমা কৰি দিয়া, যিসকলে আমাৰ পূৰ্বে আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰিছিল। আমাৰ অন্ত ৰত কোনো মুমিনৰ প্ৰতি শত্ৰুতা তথা বিদ্বে ষ নাৰাখিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি তোমাৰ বান্দাসকলৰপ্ৰ তি অতি কৰুণাময় ,দয়াৱান।

۞ أَلَمْ تَرَ إِلَى ٱلَّذِينَ نَافَقُوا۟ يَقُولُونَ لِإِخْوَٰنِهِمُ ٱلَّذِينَ كَفَرُوا۟ مِنْ أَهْلِ ٱلْكِتَـٰبِ لَئِنْ أُخْرِجْتُمْ لَنَخْرُجَنَّ مَعَكُمْ وَلَا نُطِيعُ فِيكُمْ أَحَدًا أَبَدًۭا وَإِن قُوتِلْتُمْ لَنَنصُرَنَّكُمْ وَٱللَّهُ يَشْهَدُ إِنَّهُمْ لَكَـٰذِبُونَ ﴿١١﴾

হে ৰাছুল! আপুনি সিহঁতক দেখা নাইনে, যিহঁতে নিজৰ অন্ত ৰত কু ফৰ গোপন কৰি ৰাখে আৰু ঈমান প্ৰকাশ কৰি ফু ৰে। সিহঁতে বিকৃ ত তৌৰাতৰ অনু সাৰী ইয়াহুদী কাফিৰসকলক কয়ঃ নিজৰ ঘৰত অটল থাকিবা, আমি তোমালোকক লাঞ্ছিত হ'বলৈ নিদিওঁ আৰু আমি তোমোলোকক অকলশৰীয়াও নকৰোঁ। বৰং যদি মু ছলিমসকলে তোমালোকক বহিষ্কাৰ কৰে তেন্তে আমিও তোমালোকৰ সৈতে ওলাই যাম। আমি তোমালোকৰ সৈতে ওলাই যোৱাৰ ক্ষেত্ৰত কাৰো কথা নুশুনোঁ, আৰু যদি মুছলিমসকলে তোমালোকৰ সৈতে যুদ্ধ কৰে তেন্তে আমি সিহঁ তৰ বিৰুদ্ধে তোমালোকক সহায় কৰিম। অথচ আল্লাহে সাক্ষ্য প্ৰদান কৰে যে, মু নাফিকসকল হৈছে নিজৰ এই দাবীত মিছলীয়া যে, যদি ইয়াহুদীসকলক বহিষ্কাৰ কৰা হয় তেন্তে সিহঁ তেও সিহঁ তৰ লগত ওলাই যাব,আৰুযদি সিহঁ তৰলগত যুদ্ধ কৰাহয় তেন্তে সিহঁ তে সিহঁ তক সহায় কৰিব।

لَئِنْ أُخْرِجُوا۟ لَا يَخْرُجُونَ مَعَهُمْ وَلَئِن قُوتِلُوا۟ لَا يَنصُرُونَهُمْ وَلَئِن نَّصَرُوهُمْ لَيُوَلُّنَّ ٱلْأَدْبَـٰرَ ثُمَّ لَا يُنصَرُونَ ﴿١٢﴾

যদি মু ছলিমসকলে ইয়াহুদীসকলক বহিষ্কাৰ কৰে তেন্তে সিহঁ তে সিহঁ তৰ লগত কেতিয়াও ওলাই নাযাব, আৰু যদি মু ছলিমসকলে সিহঁ তৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে সিহঁতক কেতিয়াও সহায় নকৰিব। আনহাতে সিহঁতে যদি সহায় কৰেও তেন্তে সিহঁতে যুদ্ধৰ সময় ত পলায় ন কৰিব। ইয়াৰ পিছত মু নাফিকসকলক আৰু সহায় কৰা নহ'ব। বৰং আল্লাহে সিহঁ তক অপমানিত কৰিব আৰু লাঞ্ছিত কৰিব।

لَأَنتُمْ أَشَدُّ رَهْبَةًۭ فِى صُدُورِهِم مِّنَ ٱللَّهِ ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌۭ لَّا يَفْقَهُونَ ﴿١٣﴾

হে মুমিনসকল! নিশ্চয় মুনাফিক আৰু ইয়াহুদীসকলৰ অন্ত ৰত আল্লাহৰ ভয় তকৈ তোমালোকৰ ভয় হে অধিক পোৱা যায় । সিহঁতে তোমালোকক অত্যাধিক ভয় কৰাৰ আৰু আল্লাহক ভয় নকৰাৰ কাৰণটো হৈছে এই যে, সিহঁ ত হৈছে জ্ঞানবোধ নথকা এটা সম্প্ৰ দায় । কিয় নো যদি সিহঁ তৰ বোধ শক্তি থাকিলহেঁ তেন তেন্তে ভালদৰেজানিলেহেঁ তেন যে,আল্লাহকভয় কৰাটোঅধিকবাঞ্চনীয় । কিয় নোতেৱেঁই তোমালোককসিহঁ তৰওপৰত প্ৰভুত্ব প্ৰদান কৰিছে।

لَا يُقَـٰتِلُونَكُمْ جَمِيعًا إِلَّا فِى قُرًۭى مُّحَصَّنَةٍ أَوْ مِن وَرَآءِ جُدُرٍۭ ۚ بَأْسُهُم بَيْنَهُمْ شَدِيدٌۭ ۚ تَحْسَبُهُمْ جَمِيعًۭا وَقُلُوبُهُمْ شَتَّىٰ ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌۭ لَّا يَعْقِلُونَ ﴿١٤﴾

ذلك بأنهم قوم لا يعقلون হে মুমিনসকল! ইয়াহুদীসকলে তোমালোকৰ সৈতে একত্ৰিত হৈ যুদ্ধ নকৰিব। দুৰ্গাৱদ্ধ অথবা গাওঁৰ চাৰিবেৰৰ ভিতৰৰ পৰা হ'লে সেয়া সুকীয়া কথা। সিহঁ তৰকাপুৰুষত্ব ৰফলত সিহঁ তে কেতিয়াও তোমালোকৰসন্মুখত আহি যুদ্ধ কৰিবনোৱাৰিব। সিহঁ তৰঅন্ত ৰত থকা বিদ্বে ষতকৈ সিহঁ তৰপৰস্পৰদ্ব ন্দঅধিক প্ৰকট। আপুনি হয় তো ভাবিছে সিহঁ তৰ মাজত একতা আছে, বৰং সত্য কথা হৈছে এই যে, সিহঁ তৰ অন্ত ৰ হৈছে বিভক্ত , বিচ্ছেদিত তথা অমিল। এই বিদ্বে ষ আৰু বিভেদৰ কাৰণ হৈছে সিহঁ তৰ বোধ শক্তিৰ অভাৱ। কিয় নো যদি জ্ঞান-বুদ্ধি থাকিলহেঁ তেন তেন্তে সত্যক জানিব পাৰিলেহেঁ তেন আৰু সেই মতে আমলোকৰিলেহেঁ তেন তথাএই বিষয়ে বিভেদ নকৰিলেহঁ তেন। بلغ আল-কোৰআন · তাফছীৰ

كَمَثَلِ ٱلَّذِينَ مِن قَبْلِهِمْ قَرِيبًۭا ۖ ذَاقُوا۟ وَبَالَ أَمْرِهِمْ وَلَهُمْ عَذَابٌ أَلِيمٌۭ ﴿١٥﴾

কু ফৰ আৰু শাস্তি গ্ৰতস্ হোৱাৰ ক্ষেত্ৰত ইয়াহুদীসকলৰ উদাহৰণ হৈছে মক্কাৰ সেই মুশ্বৰিকসকলৰ দৰে, যিসকলে ইহঁ তৰ কিছু পূৰ্বে শাস্তি গ্ৰতস্ হৈছে। সিহঁ তে নিজৰকু ফু ৰী কাৰ্যৰকু -পৰিণাম উপভোগ কৰিছে আৰুবদৰৰ(যুদ্ধৰ) দিনা সিহঁ তৰকিছু মানে নিহত হৈছিল আৰুবহুতেই গ্ৰে প্তাৰহৈছিল। তথা সিহঁ তৰবাবেপৰকালত আছে কষ্ট দায় ক শাস্ত ।

كَمَثَلِ ٱلشَّيْطَـٰنِ إِذْ قَالَ لِلْإِنسَـٰنِ ٱكْفُرْ فَلَمَّا كَفَرَ قَالَ إِنِّى بَرِىٓءٌۭ مِّنكَ إِنِّىٓ أَخَافُ ٱللَّهَ رَبَّ ٱلْعَـٰلَمِينَ ﴿١٦﴾

মুনাফিকসকলৰ পৰা ইয়াহুদীসকলে কথা শুনাৰ ক্ষেত্ৰত মুনাফিকসকলৰ ভূমিকা হৈছে চয় তানৰ দৰে, যেতিয়া চয় তানে মানুহৰ বাবে কু ফু ৰী কাৰ্য সৌন্দ ৰ্যময় কৰি উপস্থাপন কৰাৰ পিছত কয় , কু ফু ৰী কৰা। সুসজ্জিত দেখি যেতিয়া সিহঁ তে কু ফৰী কৰে, তেতিয়া চয় তানে কয় , তোমাৰ লগত মোৰ কোনোসম্পৰ্ক নাই,তু মি কু ফু ৰীকৰিছা। নিশ্চয় মই সৃষ্টি জগতৰপ্ৰ তিপালককভয় কৰোঁ।

فَكَانَ عَـٰقِبَتَهُمَآ أَنَّهُمَا فِى ٱلنَّارِ خَـٰلِدَيْنِ فِيهَا ۚ وَذَٰلِكَ جَزَٰٓؤُا۟ ٱلظَّـٰلِمِينَ ﴿١٧﴾

এতেকে চয় তান আৰু তাৰ অনুসাৰীসকলৰ পৰিণাম হৈছে এই যে, সিহঁ তে ক্বি য়ামতৰ দিনা চিৰস্থায়ীভাৱে জাহান্নামত প্ৰৱেশ কৰিব। এই শাস্তি যিটো সিহঁ তৰ অপেক্ষাত আছে, এয়া সেইসকল লোকৰ শাস্তি যিসকলে আল্লাহৰ সীমালঙ্ঘন কৰি নিজৰ ওপৰতে অন্যায় কৰিছে।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱتَّقُوا۟ ٱللَّهَ وَلْتَنظُرْ نَفْسٌۭ مَّا قَدَّمَتْ لِغَدٍۢ ۖ وَٱتَّقُوا۟ ٱللَّهَ ۚ إِنَّ ٱللَّهَ خَبِيرٌۢ بِمَا تَعْمَلُونَ ﴿١٨﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ প্ৰস্তু তকৃ ত চৰীয় ত অনুযায়ী আমলকাৰীসকল! আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। প্ৰত্যেক ব্যক্তিয়ে চিন্তা কৰা উচিত যে, তেওঁ ক্বি য়ামত দিৱসৰ বাবে কি নেক আমল কৰিছে, আৰু তোমালোকে আল্লাহক ভয় কৰা। নিশ্চয় তেওঁ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয় । তেওঁ তোমালোককশীঘ্ৰে ই ইয়াৰপ্ৰ তিদান দিব।

وَلَا تَكُونُوا۟ كَٱلَّذِينَ نَسُوا۟ ٱللَّهَ فَأَنسَىٰهُمْ أَنفُسَهُمْ ۚ أُو۟لَـٰٓئِكَ هُمُ ٱلْفَـٰسِقُونَ ﴿١٩﴾

আৰু সিহঁ তৰ দৰে নহ'বা যিসকলে আল্লাহক পাহৰি তেওঁ ৰ আদেশ পালন কৰা এৰিছে আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰাও বিৰত থকা বাদ দিছে। ফলত আল্লাহেও সিহঁ তক আওকাণ কৰিছে, কাৰণ সিহঁ তে আল্লাহৰ ক্ৰোধ আৰু শাস্তি ৰ পৰা ৰক্ষা পাবলৈ কোনো কৰ্ম কৰা নাই। ইহঁ তেই হৈছে সেইসকল লোক, যিসকলে আল্লাহক পাহৰি গৈছে আৰু তেওঁৰ আদেশসমূহ পালন কৰা এৰি দিছে, লগতে তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰাও বিৰত নাথাকে। প্ৰকৃ ততে ইহঁ তেই হৈছে আল্লাহৰআনু গত্যৰপৰাবহিষ্কৃ ত।

لَا يَسْتَوِىٓ أَصْحَـٰبُ ٱلنَّارِ وَأَصْحَـٰبُ ٱلْجَنَّةِ ۚ أَصْحَـٰبُ ٱلْجَنَّةِ هُمُ ٱلْفَآئِزُونَ ﴿٢٠﴾

জাহান্নামী আৰু জান্নাতীসকল কেতিয়াও সমান হ'ব নোৱাৰে। বৰং যিদৰে পৃথিৱীত সিহঁতৰ কৰ্মৰাজিৰ মাজত পাৰ্থক্য আছিল, ঠি ক তেনেদৰে পৰকালতো সিহঁ তৰ প্ৰতিফলৰ মাজত পাৰ্থক্য হ’ব। জান্নাতীসকলেই সফল হ'ব। তেওঁ লোকে নিজৰ চাহিদা মতে সকলো সা-সামগ্ৰী পাব, আৰু সকলো ধৰণৰ ভয় ৰপৰা মু ক্তি লাভ কৰিব।

لَوْ أَنزَلْنَا هَـٰذَا ٱلْقُرْءَانَ عَلَىٰ جَبَلٍۢ لَّرَأَيْتَهُۥ خَـٰشِعًۭا مُّتَصَدِّعًۭا مِّنْ خَشْيَةِ ٱللَّهِ ۚ وَتِلْكَ ٱلْأَمْثَـٰلُ نَضْرِبُهَا لِلنَّاسِ لَعَلَّهُمْ يَتَفَكَّرُونَ ﴿٢١﴾

يتفك رون হে ৰাছু ল! যদি আমি এই কোৰআনখনক কোনোপাহাৰৰওপৰত অৱতীৰ্ণ কৰিলোঁহেঁ তেন তেন্তে আপুনি দেখিবলৈ পালেহেঁ তেন যে,পৰ্বত প্ৰকাণ্ডআৰু মজবুত হোৱাৰপিছতো অন্ত ৰকঁ পোৱা নছিহত আৰু কঠোৰধমকৰফলত আল্লাহৰভয় ত চূ ৰ্ণ-বিচূ ৰ্ণহৈ গ’লহেঁ তেন। এইবোৰউদাহৰণ আমি মানুহৰ বাবে বৰ্ণনা কৰোঁ, যাতে সিহঁ তে বিবেকেৰে কাম কৰি কোৰআনৰ নছিহত আৰু শিক্ষাবোৰৰ পৰা পাঠ লয় । بلغ আল-কোৰআন · তাফছীৰ

هُوَ ٱللَّهُ ٱلَّذِى لَآ إِلَـٰهَ إِلَّا هُوَ ۖ عَـٰلِمُ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ ۖ هُوَ ٱلرَّحْمَـٰنُ ٱلرَّحِيمُ ﴿٢٢﴾

هُوَ ٱللَّهُ ٱلَّذِى لَآ إِلَـٰهَ إِلَّا هُوَ ٱلْمَلِكُ ٱلْقُدُّوسُ ٱلسَّلَـٰمُ ٱلْمُؤْمِنُ ٱلْمُهَيْمِنُ ٱلْعَزِيزُ ٱلْجَبَّارُ ٱلْمُتَكَبِّرُ ۚ سُبْحَـٰنَ ٱللَّهِ عَمَّا يُشْرِكُونَ ﴿٢٣﴾

يشركون তেৱেঁই আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই প্ৰকাশ্য অপ্ৰ কাশ্য সকলো বিষয়ে জানে। তেওঁ ৰ পৰা কোনো কথাই গোপন নহয় । তেওঁ ইহকাল আৰু পৰকালত দয়াৱান আৰু কৃ পাশীল। তেওঁৰ দয়া সকলো জগতকে পৰিবেষ্ট ন কৰি আছে। তেওঁ বাদশ্বাহসকলৰ বাদশ্বাহ। সকলো প্ৰকাৰৰ দোষ-ত্ৰুটি ৰ পৰা তেওঁ পৱিত্ৰ। স্পষ্ট প্ৰমাণৰ জৰিয় তে তেওঁ নিজৰ ৰাছুলসকলক সমৰ্থন কৰে। বান্দাসকলৰ কৰ্মবোৰ তেৱেঁই পৰ্যবেক্ষণ কৰে। তেওঁ প্ৰভুত্ব শালী। তেওঁক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ অত্যন্ত ক্ষমতাৱান। প্ৰত্যেক বস্তু কে তেওঁ নিজৰক্ষমতাৰআওতাত ৰাখিছে। তেওঁ মহা মৰ্যাদাৱান, তেওঁ সেই সকলো অংশীদাৰৰ পৰা পৱিত্ৰ, যিবোৰক মু শ্বৰিকসকলে আল্লাহৰ সৈতে অংশীদাৰ বনাই থাকে।

هُوَ ٱللَّهُ ٱلْخَـٰلِقُ ٱلْبَارِئُ ٱلْمُصَوِّرُ ۖ لَهُ ٱلْأَسْمَآءُ ٱلْحُسْنَىٰ ۚ يُسَبِّحُ لَهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٢٤﴾

তেৱেঁই আল্লাহ, যিয়ে সকলো বস্তু কে সৃষ্টি কৰিছে, তেৱেঁই সকলো বস্তু ৰ সৃষ্টি কৰ্তা। তেৱেঁই আকৃ তিদাতা, নিজৰ সৃষ্টি ক যিদৰে ইচ্ছা কৰে আকৃ তি দিয়ে । আল্লাহৰ বাবে আছে উচ্চ গুণ সম্বলিত অতি পৱিত্ৰ আৰু সুন্দ ৰ সুন্দ ৰ নাম। আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱে আল্লাহক সকলো প্ৰকাৰ দোষ-ত্ৰুটি ৰ পৰা মুক্ত তথা পৱিত্ৰ ঘোষণা কৰে। তেওঁ প্ৰভুত্ব শালী, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, চৰীয় ত প্ৰণয় নত আৰুভাগ্যনিৰ্ধাৰণত মহাপ্ৰ জ্ঞাৱান। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Hashr — الحشر

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা