মুখ্য পৃষ্ঠাতাফছীৰAl-Mujaadila (58)

তাফছীৰ Al-Mujaadila (58) — المجادلة

মাদানী · 22 আয়াত

পঢ়ক · শুনকPDF ফাইল

قَدْ سَمِعَ ٱللَّهُ قَوْلَ ٱلَّتِى تُجَـٰدِلُكَ فِى زَوْجِهَا وَتَشْتَكِىٓ إِلَى ٱللَّهِ وَٱللَّهُ يَسْمَعُ تَحَاوُرَكُمَآ ۚ إِنَّ ٱللَّهَ سَمِيعٌۢ بَصِيرٌ ﴿١﴾

হে ৰাছু ল! মহান আল্লাহে নিশ্চয় সেই নাৰী(অৰ্থাৎ খাওলাবিন্তে ছা'লাবা)ৰকথাশুনিছে যিয়ে তাইৰস্বামী(অৰ্থাৎ আউছ বিন ছাবিত)ৰবিষয়ে আপোনাৰ লগত বাদানু বাদ কৰি আছিল, যেতিয়া তাইৰ স্বামীয়ে তাইৰ লগত যিহাৰ কৰিছিল, আৰু তাইৰ স্বামীয়ে যি কৰিছে সেই বিষয়ে আল্লাহৰ ওচৰত ফৰিয়াদ কৰিআছিল। আল্লাহে আপোনালোক দুয়োৰেকথোপকথন শুনি আছিল। সেই আলোচনাৰকোনোকথাই আল্লাহৰপৰাগোপন নহয় । নিশ্চয় আল্লাহে তেওঁ ৰ বান্দাসকলৰ কথাসমূ হ শ্ৰৱণকাৰী আৰু তেওঁ লোকৰ কৰ্মবোৰ পৰিদৰ্শনকাৰী। এই সম্পৰ্কীয় কোনো কথাই আল্লাহৰ পৰা গোপন নহয় ।

ٱلَّذِينَ يُظَـٰهِرُونَ مِنكُم مِّن نِّسَآئِهِم مَّا هُنَّ أُمَّهَـٰتِهِمْ ۖ إِنْ أُمَّهَـٰتُهُمْ إِلَّا ٱلَّـٰٓـِٔى وَلَدْنَهُمْ ۚ وَإِنَّهُمْ لَيَقُولُونَ مُنكَرًۭا مِّنَ ٱلْقَوْلِ وَزُورًۭا ۚ وَإِنَّ ٱللَّهَ لَعَفُوٌّ غَفُورٌۭ ﴿٢﴾

যিসকলে নিজৰ স্ত্ৰীৰ সৈতে জিহাৰ কৰে। উদাহৰণ স্বৰূপে যদি কোনোবাই তেওঁৰ স্ত্ৰীক এইদৰে কয়ঃ “তু মি মোৰ বাবে মোৰ মাৰ দৰে হাৰাম” তেন্তে সিহঁ তে নিজৰ কথাত মিছলীয়া। কিয় নো সিহঁ তৰ স্ত্ৰীসকলে সিহঁ তৰ মা হ'ব নোৱাৰে। সিহঁ তৰ মা কেৱল সেইসকল মহিলা যিসকলে সিহঁ তক জন্ম দিছে। দৰাচলতে সিহঁ তে এইদৰেকেৱল ঘৃণনীয় আৰুমিছাকথাহে কয় । নিশ্চয় আল্লাহ ক্ষমাকাৰী,মাৰ্জ নাশীল। এই কাৰণে যে,তেওঁ সিহঁ তক পাপ কৰ্মৰ পৰা পৱিত্ৰ কৰিবলৈ কাফ্ ফাৰা আদায় ৰ নিৰ্দে শ দিছে।

وَٱلَّذِينَ يُظَـٰهِرُونَ مِن نِّسَآئِهِمْ ثُمَّ يَعُودُونَ لِمَا قَالُوا۟ فَتَحْرِيرُ رَقَبَةٍۢ مِّن قَبْلِ أَن يَتَمَآسَّا ۚ ذَٰلِكُمْ تُوعَظُونَ بِهِۦ ۚ وَٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌۭ ﴿٣﴾

تعملون خبير যিসকলে এনেকু ৱা ঘৃণনীয় কথা কয় আৰু নিজৰ জিহাৰ কৰা স্ত্ৰীৰ লগত সহবাস কৰিব বিচাৰে সিহঁতে তেওঁলোকৰ লগত সহবাস কৰাৰ আগত, কাফ্ফাৰা হিচাপে এজন দাসমুক্ত কৰিব লাগিব। এই আদেশ তোমালোকক জিহাৰৰ পৰা বিৰত ৰাখিবলৈ দিয়া হৈছে। জানি থোৱা! আল্লাহ তোমালোকৰকাৰ্য সম্পৰ্কে অৱগত। তোমালোকৰকোনোআমলেই তেওঁ ৰপৰাগোপন নহয় ।

فَمَن لَّمْ يَجِدْ فَصِيَامُ شَهْرَيْنِ مُتَتَابِعَيْنِ مِن قَبْلِ أَن يَتَمَآسَّا ۖ فَمَن لَّمْ يَسْتَطِعْ فَإِطْعَامُ سِتِّينَ مِسْكِينًۭا ۚ ذَٰلِكَ لِتُؤْمِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ ۚ وَتِلْكَ حُدُودُ ٱللَّهِ ۗ وَلِلْكَـٰفِرِينَ عَذَابٌ أَلِيمٌ ﴿٤﴾

ইয়াৰ পিছত তোমালোকৰ কোনোবাই যদি দাসমু্ ক্তকৰিবলৈ কোনো দাস নাপায় তেন্তে জিহাৰ কৰা স্ত্ৰীৰৰ সৈতে সহবাস কৰাৰ আগত, দুমাহ একেৰাহে ছিয়াম ৰাখিবলাগিব। আনহাতে যিয়ে একেৰাহে দুমাহ ছিয়াম ৰাখিবলৈ সক্ষম নহয় তেন্তে তেওঁ ষাঠি জন মিছকিনক আহাৰখোৱাবলাগিব। এই আদেশ যিটো আমি জাৰিকৰিছোঁ, এই কাৰণে দিছোঁ যে, যাতে তোমালোকে এই কথাৰবিশ্বাস কৰা যে আল্লাহে ইয়াৰআদেশ দিছে আৰুতোমালোকে আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ ৰাছু লৰ অনুসৰণ কৰা। এই সকলো আদেশ যিবোৰ তোমালোকৰ বাবে জাৰি কৰিছোঁ সেয়া হৈছে আল্লাহৰ সীমাৰেখা, যিবোৰ আল্লাহে নিৰ্ধাৰণ কৰিছে। এতেকে ইয়াক উলংঘা নকৰিবা। কাফিৰসকলৰ বাবে আৰু আল্লাহে নিৰ্ধাৰণ কৰা সীমাসমূ হ উলংঘনকাৰী বিলাকৰবাবেকষ্ট দায় কশাস্তি আছে।

إِنَّ ٱلَّذِينَ يُحَآدُّونَ ٱللَّهَ وَرَسُولَهُۥ كُبِتُوا۟ كَمَا كُبِتَ ٱلَّذِينَ مِن قَبْلِهِمْ ۚ وَقَدْ أَنزَلْنَآ ءَايَـٰتٍۭ بَيِّنَـٰتٍۢ ۚ وَلِلْكَـٰفِرِينَ عَذَابٌۭ مُّهِينٌۭ ﴿٥﴾

م هين নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ সৈতে শত্ৰুতা পোষণ কৰে সিহঁ তক সেইদৰেই অপমানিত আৰু লাঞ্ছিত কৰা হ'ব যিদৰে বিগত জাতিসমূ হক শত্ৰুতা পোষণ কৰাৰ কাৰণে অপমানিত আৰু লাঞ্ছিত কৰা হৈছে। নিশ্চয় আমি স্পষ্ট নিদৰ্শনৱালী প্ৰে ৰণ কৰিছোঁ। আল্লাহ, তেওঁৰ ৰাছু ল তথা তেওঁৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰা ব্যক্তি সকলৰ বাবে অপমানজনক শাস্তি আছে। بلغ আল-কোৰআন · তাফছীৰ

يَوْمَ يَبْعَثُهُمُ ٱللَّهُ جَمِيعًۭا فَيُنَبِّئُهُم بِمَا عَمِلُوٓا۟ ۚ أَحْصَىٰهُ ٱللَّهُ وَنَسُوهُ ۚ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ شَهِيدٌ ﴿٦﴾

যিদিনাখন আল্লাহে সেই সকলো লোকক একত্ৰিত কৰিব। সিহঁ তৰমাজৰকাকো নেৰিব। তাৰপিছত সিহঁ তক পৃথিৱীত কৰা সিহঁ তৰনিকৃ ষ্টকৰ্মসমূহৰ বিষয়ে অৱগত কৰাব। আল্লাহে সিহঁ তৰ সকলো কৰ্ম গণনা কৰি ৰাখিছে। সিহঁ তৰ কোনো কাম তেওঁৰ পৰা বাদ নপৰে। অথচ সিহঁ ত নিজেই সেয়া পাহৰি যাব আৰু নিজৰ কৰ্মপত্ৰত লিখিতৰূপে দেখা পাব। যিটোত প্ৰত্যেক সৰু- ডাঙৰ কৰ্মক সুৰক্ষিত কৰি ৰখা হয় । আল্লাহে প্ৰত্যেক বস্তু সম্পৰ্কে অৱগত আৰু তেওঁ ৰ পৰা সিহঁ তৰ কোনো কৰ্মই গোপন নহয় ।

أَلَمْ تَرَ أَنَّ ٱللَّهَ يَعْلَمُ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۖ مَا يَكُونُ مِن نَّجْوَىٰ ثَلَـٰثَةٍ إِلَّا هُوَ رَابِعُهُمْ وَلَا خَمْسَةٍ إِلَّا هُوَ سَادِسُهُمْ وَلَآ أَدْنَىٰ مِن ذَٰلِكَ وَلَآ أَكْثَرَ إِلَّا هُوَ مَعَهُمْ أَيْنَ مَا كَانُوا۟ ۖ ثُمَّ يُنَبِّئُهُم بِمَا عَمِلُوا۟ يَوْمَ ٱلْقِيَـٰمَةِ ۚ إِنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌ ﴿٧﴾

بكل شىء عليم হে ৰাছু ল! আপুনি দেখা নাইনে যে আল্লাহে আকাশসমূহ তথা পৃথিৱীৰ সকলো বস্তু সম্পৰ্কে অৱগত। উভয় ৰ মাজত থকা কোনো বস্তু ৱে তেওঁৰ পৰা গোপন নহয় । যেতিয়াই তিনিজনৰমাজত কোনোগোপন কথাপোকথন হয় তেতিয়াআল্লাহে তেওঁৰজ্ঞানৰমাধ্যমত সিহঁ তৰচতু ৰ্থজন হিচাপে থাকে। এইদৰে যেতিয়া পাঁচজনে কোনো গোপন কথা কয় , তেতিয়া আল্লাহ সিহঁ তৰ ষষ্ঠ জন হিচাপে থাকে। সংখ্যা ইয়াতকৈ অধিক হওক বা কম। সিহঁ ত য’তেই নাথাকক কিয় , তেওঁ সিহঁতৰ লগতে থাকে জ্ঞানৰ মাধ্যমত। সিহঁতৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয় । এতেকে আল্লাহে সিহঁতক ক্বি য়ামতৰদিনাসিহঁ তৰকৰ্ম সম্পৰ্কে অৱগত কৰাব। নিশ্চয় আল্লাহ প্ৰত্যেকবস্তু সম্পৰ্কে জ্ঞাত। তেওঁ ৰপৰাকোনোবস্তু ৱেগোপন নহয় ।

أَلَمْ تَرَ إِلَى ٱلَّذِينَ نُهُوا۟ عَنِ ٱلنَّجْوَىٰ ثُمَّ يَعُودُونَ لِمَا نُهُوا۟ عَنْهُ وَيَتَنَـٰجَوْنَ بِٱلْإِثْمِ وَٱلْعُدْوَٰنِ وَمَعْصِيَتِ ٱلرَّسُولِ وَإِذَا جَآءُوكَ حَيَّوْكَ بِمَا لَمْ يُحَيِّكَ بِهِ ٱللَّهُ وَيَقُولُونَ فِىٓ أَنفُسِهِمْ لَوْلَا يُعَذِّبُنَا ٱللَّهُ بِمَا نَقُولُ ۚ حَسْبُهُمْ جَهَنَّمُ يَصْلَوْنَهَا ۖ فَبِئْسَ ٱلْمَصِيرُ ﴿٨﴾

হে ৰাছু ল, আপুনি সেই ইয়াহুদীসকলক দেখিছেনে, যিহঁ তে কোনো মুমিনক দেখিলে কাণে-কাণে কথা কোৱা আৰম্ভ কৰে। সেয়ে হে আল্লাহে সিহঁ তক এইদৰে কাণে-কাণে কথা কোৱাৰ পৰা বাধা প্ৰদান কৰিছে। কিন্তু তাৰ পিছতো সিহঁ তে সেই কাম কৰে, যিটো কৰিবলৈ সিহঁ তক বাধা প্ৰদান কৰা হৈছে। সিহঁ তে পৰস্পৰে এনেকু ৱা ফু চ-ফু চাই গোপন আলোচনা কৰে, যিটোত পাপ নিহিত আছে। যেনে- মুছলিমসকলৰ গীবত কৰা, তথা এনেকু ৱা গোপন পৰামৰ্শ কৰা, যিটোত নিহিত থাকে মুছলমানৰপ্ৰ তি অত্যাচাৰআৰুৰাছু লৰপ্ৰ তি অৱজ্ঞা। হে ৰাছু ল! যেতিয়া সিহঁ তে আপোনাৰওচৰত আহে তেতিয়া সিহঁ তে আপোনাক এনেকু ৱা শব্দৰে ছালাম কৰে, যিটোৰে আল্লাহে আপোনাক ছালাম কৰা নাই। গতিকে সিহঁ তে কয়ঃ আচ্ছামু আলাইকা, ইয়াৰ দ্বাৰা সিহঁ তৰ উদ্দেশ্য হৈছে মৃত্যু (অৰ্থাৎ আপোনাৰ মৃত্যু হওক)। লগতে সিহঁ তে আল্লাহৰ ৰাছু লক অস্বীকাৰ কৰি কয়ঃ আমি যি কওঁ, সেই কথাৰ পৰিবৰ্তে আল্লাহে আমাক শাস্তি নিদিয়ে কিয়। কিয়নো যদি তেওঁ সত্য নবী হ’লহেঁতেন তেন্তে আল্লাহে আমাক আমাৰ এই কথাবোৰৰ বাবে শাস্তি বিহিলেহেঁতেন। (শুনক) সিহঁতৰ এই কথাবোৰৰ বাবে জাহান্নামৰ শাস্তি য়ে ই যথেষ্ট । সিহঁতে তাৰ উষ্ণতাৰ সন্মুখীন হ'ব। অতি নিকৃ ষ্টবাসস্থান হৈছে সিহঁ তৰ বাসস্থান।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا تَنَـٰجَيْتُمْ فَلَا تَتَنَـٰجَوْا۟ بِٱلْإِثْمِ وَٱلْعُدْوَٰنِ وَمَعْصِيَتِ ٱلرَّسُولِ وَتَنَـٰجَوْا۟ بِٱلْبِرِّ وَٱلتَّقْوَىٰ ۖ وَٱتَّقُوا۟ ٱللَّهَ ٱلَّذِىٓ إِلَيْهِ تُحْشَرُونَ ﴿٩﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁ ৰ চৰীয় তৰ প্ৰতি আমলকাৰীসকল! কাণে-কাণে এনেকু ৱা কোনো কথা নক’বা, যিটোৰ দ্বাৰা পাপ অথবা অত্যাচাৰ নাইবা ৰাছু লৰ অৱজ্ঞা কৰা হয় । যাতে তোমালোকে ইয়াহুদীসকলৰ দৰে হৈ নোযোৱা। বৰং কাণে-কাণে কথা কোৱাৰ সময় ত এনেকু ৱা কথা ক’বা, যিটোৰ দ্বাৰা আল্লাহৰ আজ্ঞা পালন কৰা হয় আৰু তেওঁৰ অৱজ্ঞাৰ পৰা বাধা প্ৰধানৰ উদ্দেশ্যে কৰা হয় । এতেকে আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰা। কিয় নো কেৱল তেওঁ ৰ ওচৰতেই তোমালোকক ক্বি য়ামতৰ দিনা হিচাপ- নিকাচ আৰু পৰিণামৰ বাবে একত্ৰিত কৰা হ'ব। بلغ আল-কোৰআন · তাফছীৰ

إِنَّمَا ٱلنَّجْوَىٰ مِنَ ٱلشَّيْطَـٰنِ لِيَحْزُنَ ٱلَّذِينَ ءَامَنُوا۟ وَلَيْسَ بِضَآرِّهِمْ شَيْـًٔا إِلَّا بِإِذْنِ ٱللَّهِ ۚ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُؤْمِنُونَ ﴿١٠﴾

নিশ্চিতৰূপে পাপকৰ্ম, অন্যায় -অত্যাচাৰ আৰু ৰাছু লৰ অৱজ্ঞাযুক্ত ফু চ-ফু চনি হৈছে চয় তানৰ কাম, সি তাৰ বন্ধুসকলৰ অন্ত ৰত বেয়া কথাক সৌন্দ ৰ্য্য হিচাপে উপস্থাপন কৰে, আৰু সিহঁ তৰ অন্ত ৰত কু ধাৰণা সৃষ্টি কৰে। সি ঈমান্দাৰ সকলৰ অন্ত ৰত এই কথাৰ চিন্তা সোমাই দিব বিচাৰে যে, তেওঁলোকৰ বিৰুদ্ধে ষড় যন্ত্ৰ চলি আছে। কিন্তু চয় তানে আৰু তাৰ কু মন্ত্ৰ ণায় ঈমান্দ ৰসকলক কোনো ক্ষতি কৰিব নোৱাৰিব, আল্লাহে ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। এতেকে মু মিনসকলে সকলো কামতে আল্লাহৰ প্ৰতি ভৰসা কৰা উচিত।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا قِيلَ لَكُمْ تَفَسَّحُوا۟ فِى ٱلْمَجَـٰلِسِ فَٱفْسَحُوا۟ يَفْسَحِ ٱللَّهُ لَكُمْ ۖ وَإِذَا قِيلَ ٱنشُزُوا۟ فَٱنشُزُوا۟ يَرْفَعِ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ مِنكُمْ وَٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ دَرَجَـٰتٍۢ ۚ وَٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌۭ ﴿١١﴾

ه ه হে আল্লাহৰপ্ৰ তি ঈমান পোষণকাৰীসকল আৰুতেওঁৰচৰীয় তৰপ্ৰ তি আমলকাৰীসকল! যেতিয়া তোমালোকক বৈঠকত ঠাই প্ৰসাৰিত কৰিবলৈ কোৱা হয় ,তেতিয়াতাত ঠাই প্ৰসাৰিত কৰিবা। আল্লাহে তোমালোকক পাৰ্থিৱজীৱনত আৰুপৰকালত প্ৰশস্ত তাদান কৰিব। যেতিয়াতোমালোকক কোৱাহয় যে উঠা, যাতে তাত জ্ঞানী তথা সন্মানিত লোক বহিব পাৰে। তেতিয়া উঠি বা। আল্লাহে তোমালোকৰ মাজৰ সেই সকলৰ মৰ্যাদা উচ্চ কৰিব দিব যিসকলে ঈমান আনিছে আৰুযিসকলক জ্ঞান দান কৰাহৈছে। নিশ্চয় আল্লাহ তোমালোকৰকৰ্ম সম্পৰ্কে অৱগত। তেওঁৰপৰাতোমালোকৰকোনো কামেই গোপন নহয় । শীঘ্ৰে ই তেওঁ তোমালোকক তোমালোকৰকৰ্মৰপৰিণাম প্ৰদান কৰিব।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا نَـٰجَيْتُمُ ٱلرَّسُولَ فَقَدِّمُوا۟ بَيْنَ يَدَىْ نَجْوَىٰكُمْ صَدَقَةًۭ ۚ ذَٰلِكَ خَيْرٌۭ لَّكُمْ وَأَطْهَرُ ۚ فَإِن لَّمْ تَجِدُوا۟ فَإِنَّ ٱللَّهَ غَفُورٌۭ رَّحِيمٌ ﴿١٢﴾

যেতিয়া বেছিভাগ চাহাবাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কাণে কাণে আহি প্ৰশ্নকৰা আৰম্ভ কৰিলে তেতিয়া আল্লাহ তাআলাই ক'লেঃ হে ঈমান্দাৰসকল, যেতিয়া তোমালোকে ৰাছু লৰ সৈতে অকলশৰীয়াকৈ গোপন কথা ক'ব বিচৰা, তেতিয়া তাৰ আগতে চাদাকাহ আদায় দিবা। এই চাদাকাহ আগবঢ়োৱাটো হৈছে তোমালোকৰ বাবে অধিক উত্তম আৰু পৱিত্ৰ। কিয় নো ইয়াৰ দ্বাৰা আল্লাহৰ আদেশৰ অনু পালন হ'ব। যিয়ে অন্ত ৰ পৱিত্ৰ কৰে। যদি চাদাকাহ কৰিবলৈ একোৱে নোপোৱা তেন্তে তেখেতৰ লগত অকলে গোপন কথা কোৱাত কোনো পাপ নহয় । কিয় নো আল্লাহে নিশ্চয় তেওঁৰ বান্দাসকলৰ পাপসমুহ ক্ষমাকাৰী। তেওঁলোকৰ প্ৰতি অত্যন্ত দয়ালু। এই কাৰণেই তেওঁ বান্দাসকলক কেৱল সেই দায়িত্ব প্ৰদান কৰিছে, যিটো তেওঁ লোকে কৰিবলৈ সক্ষম।

ءَأَشْفَقْتُمْ أَن تُقَدِّمُوا۟ بَيْنَ يَدَىْ نَجْوَىٰكُمْ صَدَقَـٰتٍۢ ۚ فَإِذْ لَمْ تَفْعَلُوا۟ وَتَابَ ٱللَّهُ عَلَيْكُمْ فَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ وَأَطِيعُوا۟ ٱللَّهَ وَرَسُولَهُۥ ۚ وَٱللَّهُ خَبِيرٌۢ بِمَا تَعْمَلُونَ ﴿١٣﴾

ৰাছু লৰসৈতে কাণে-কাণে কথা কোৱাৰআগতে চাদাকাহ দিবলগীয়া বিষয় টোৱেতোমালোকক কষ্ট দি আছে নেকি? এতিয়া যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰিবনোৱাৰা আৰুযদি আল্লাহে তোমালোকক সেয়া নিদিয়াৰঅনু মতি দিছে তেন্তে উত্তমৰূপে ছালাত আদায় কৰা। নিজৰধনৰযাকাত দিয়া। লগতে আল্লাহ আৰুৰাছু লৰঅনুসৰণ কৰা। জানি থোৱা! আল্লাহ তোমালোকৰকৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁৰপৰাতোমালোকৰকোনো কামেই গোপন নহয় । শীঘ্ৰে ই তেওঁ তোমালোকৰকৰ্মৰপ্ৰ তিদান দিব।

۞ أَلَمْ تَرَ إِلَى ٱلَّذِينَ تَوَلَّوْا۟ قَوْمًا غَضِبَ ٱللَّهُ عَلَيْهِم مَّا هُم مِّنكُمْ وَلَا مِنْهُمْ وَيَحْلِفُونَ عَلَى ٱلْكَذِبِ وَهُمْ يَعْلَمُونَ ﴿١٤﴾

হে ৰাছু ল! আপুনি সেই মুশ্বৰিকসকলক দেখা নাইনে, যিসকলে ইয়াহুদীসকলক বন্ধু বনাই লৈছে। যিসকলৰ ওপৰত কু ফু ৰী আৰু পাপ কৰ্মৰ কাৰণে আল্লাহৰপ্ৰ কোপ পৰিছে। এই মুনাফিকসকল মুমিনসকলৰো অন্ত ৰ্ভু ক্তনহয় আৰুইয়াহুদীসকলৰো নহয় । বৰংসিহঁ ত দোধৰ-মোধৰঅৱস্থাত সন্দে হত লিপ্ত হৈ আছে। ইফালৰোনহয় সিফালৰোনহয় । সিহঁ তে শপত খাই কয় যে,সিহঁ ত হৈছে মু ছলিম। লগতে কয় যে,সিহঁ তে মু ছলমানসকলৰখবৰসমূ হ ইয়াহুদীসকলক পৌঁচাই দিয়ানাই। দৰাচলতে সিহঁ তে মিছাশপত খাই এইবোৰকথাকয় । بلغ আল-কোৰআন · তাফছীৰ

أَعَدَّ ٱللَّهُ لَهُمْ عَذَابًۭا شَدِيدًا ۖ إِنَّهُمْ سَآءَ مَا كَانُوا۟ يَعْمَلُونَ ﴿١٥﴾

আল্লাহে সিহঁ তৰ বাবে কঠোৰ শাস্তি প্ৰস্তু ত কৰি ৰাখিছে। কিয় নো সিহঁ তে জাহান্নামৰ সৰ্বনিম্ন তস্ৰত প্ৰৱেশ কৰিব। কু ফৰৰ সেই কামসমূহ অতি বেয়া আছিল, যিবোৰ সিহঁ তে পৃথিৱীত কৰিছে।

ٱتَّخَذُوٓا۟ أَيْمَـٰنَهُمْ جُنَّةًۭ فَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ فَلَهُمْ عَذَابٌۭ مُّهِينٌۭ ﴿١٦﴾

কু ফু ৰৰকাৰণে হত্যা হোৱাৰপৰা বাচিবলৈ সিহঁ তে নিজৰশপতসমূ হক ঢাল হিচাপে লৈছে। সিহঁ তে এই কাৰণে ইছলাম গ্ৰহণ কৰিছে,যাতে সিহঁ তৰপ্ৰাণ আৰু ধন-সম্পদ সুৰক্ষিত থাকে, আৰু যাতে মুছলমানসকলক অপমান তথা নিৰুৎসাহিত কৰাৰ মাধ্যমত মানুহক সত্যৰ পৰা আঁতৰাই ৰাখিব পাৰে। সেয়ে হে সিহঁ তৰবাবেঅপমানকাৰী শাস্তি আছে, যিটো সিহঁ তক অপমানিত আৰুলাঞ্ছিত কৰিব।

لَّن تُغْنِىَ عَنْهُمْ أَمْوَٰلُهُمْ وَلَآ أَوْلَـٰدُهُم مِّنَ ٱللَّهِ شَيْـًٔا ۚ أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلنَّارِ ۖ هُمْ فِيهَا خَـٰلِدُونَ ﴿١٧﴾

সিহঁ তৰ ধন-সম্পদ আৰু সিহঁ তৰ সন্তান-সন্ত তি আল্লাহৰ ওচৰত কোনো কামত নাহিব। সিহঁ তেই হৈছে জাহান্নামী। সিহঁ তে তাৰ ভিতৰত প্ৰৱেশ কৰিব আৰু চিৰকাল তাতেই থাকিব। সিহঁ তৰ পৰা শাস্তি কেতিয়াও বিচ্ছিন্ন কৰা নহ'ব।

يَوْمَ يَبْعَثُهُمُ ٱللَّهُ جَمِيعًۭا فَيَحْلِفُونَ لَهُۥ كَمَا يَحْلِفُونَ لَكُمْ ۖ وَيَحْسَبُونَ أَنَّهُمْ عَلَىٰ شَىْءٍ ۚ أَلَآ إِنَّهُمْ هُمُ ٱلْكَـٰذِبُونَ ﴿١٨﴾

যেতিয়া আল্লাহে সকলোকে প্ৰতিফলৰ বাবে পুনৰ্জীৱিত কৰিব, তেতিয়া সিহঁ তৰ কাকো এৰি দিয়া নহ’ব, তেতিয়া সিহঁ তে আল্লাহৰ আগত শপত খাই ক’ব যে, সিহঁতে কু ফু ৰী আৰু নিফাকৰ ওপৰত নাছিল। বৰং আল্লাহৰ সন্তু ষ্টি প্ৰাপ্তি ৰ বাবে কাম কৰা মুমিন আছিল। সিহঁতে আখিৰাতৰ দিনা আল্লাহৰ আগতো শপত কৰিব, হে মুমিনসকল! যিদৰে সিহঁ তে পৃথিৱীত তোমালোকৰ আগত শপত খাই কয় যে, আমি মুছলমান। সিহঁ তে ধাৰণা কৰিব যে, সিহঁ তে আল্লাহৰআগত কৰা শপতে সিহঁ তক উপকাৰকৰিবঅথবা কোনো ক্ষয় -ক্ষতিৰপৰা ৰক্ষা কৰিব। শুনা! সিহঁ ত পৃথিৱীতো প্ৰকৃ ত মিছা শপতকাৰী আৰু পৰকালতো।

ٱسْتَحْوَذَ عَلَيْهِمُ ٱلشَّيْطَـٰنُ فَأَنسَىٰهُمْ ذِكْرَ ٱللَّهِ ۚ أُو۟لَـٰٓئِكَ حِزْبُ ٱلشَّيْطَـٰنِ ۚ أَلَآ إِنَّ حِزْبَ ٱلشَّيْطَـٰنِ هُمُ ٱلْخَـٰسِرُونَ ﴿١٩﴾

চয় তানে সিহঁতক আগুৰি ধৰিছে আৰু সিহঁতক কু মন্ত্ৰ ণাৰ জৰিয় তে আল্লাহৰ স্মৰণ পাহৰাই দিছে। এই কাৰণেই সিহঁতে আল্লাহক সন্তু ষ্টকৰিব পৰা কোনো কাম কৰা নাই। বৰং আল্লাহক অসন্তু ষ্টকৰা কাম কৰিছে। এইবোৰ বৈশিষ্ট্যৰ গৰাকীসকলেই হৈছে ইবলিছৰ সৈন্যবাহিনী আৰু তাৰ অনু সাৰী। সাৱধান! নিশ্চয় ইবলিছৰ সেনাসকল আৰু তাৰ অনুসাৰীসকল পৃথিৱীত আৰু আখিৰাতত ক্ষতিগ্ৰ তস্ হ'ব। কিয় নো সিহঁতে হিদায় তক পথভ্ৰ ষ্টতাৰ পৰিৱৰ্তে আৰু জান্নাতক জাহান্নামৰ পৰিৱৰ্তে বিক্ৰী কৰি দিছে।

إِنَّ ٱلَّذِينَ يُحَآدُّونَ ٱللَّهَ وَرَسُولَهُۥٓ أُو۟لَـٰٓئِكَ فِى ٱلْأَذَلِّينَ ﴿٢٠﴾

নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ লগত শত্ৰুতা পোষণ কৰে, সিহঁ ত হৈছে সেইসকল কাফিৰৰ অন্ত ৰ্ভু ক্ত, যিসকলক আল্লাহে পৃ্থিৱী আৰু আখিৰাতত অপমানিত আৰুলাঞ্ছিত কৰিব।

كَتَبَ ٱللَّهُ لَأَغْلِبَنَّ أَنَا۠ وَرُسُلِىٓ ۚ إِنَّ ٱللَّهَ قَوِىٌّ عَزِيزٌۭ ﴿٢١﴾

আল্লাহে পূৰ্বৰ জ্ঞানৰ জৰিয় তে নিৰ্ণয় কৰি ৰাখিছে যে, নিশ্চিতৰূপে মই আৰু মোৰ ৰাছু লেই প্ৰমাণ আৰু শক্তিৰ ক্ষেত্ৰত নিজৰ শত্ৰুৰ ওপৰত বিজয়ী হম। নিশ্চয় আল্লাহ তেওঁ ৰৰাছু লসকলক সহায় কৰিবলৈ সক্ষম,তেওঁ অত্যন্ত প্ৰভাৱশালী,নিজৰশত্ৰুৰপৰাপ্ৰ তিশোধলয় । بلغ আল-কোৰআন · তাফছীৰ

لَّا تَجِدُ قَوْمًۭا يُؤْمِنُونَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ يُوَآدُّونَ مَنْ حَآدَّ ٱللَّهَ وَرَسُولَهُۥ وَلَوْ كَانُوٓا۟ ءَابَآءَهُمْ أَوْ أَبْنَآءَهُمْ أَوْ إِخْوَٰنَهُمْ أَوْ عَشِيرَتَهُمْ ۚ أُو۟لَـٰٓئِكَ كَتَبَ فِى قُلُوبِهِمُ ٱلْإِيمَـٰنَ وَأَيَّدَهُم بِرُوحٍۢ مِّنْهُ ۖ وَيُدْخِلُهُمْ جَنَّـٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا ۚ رَضِىَ ٱللَّهُ عَنْهُمْ وَرَضُوا۟ عَنْهُ ۚ أُو۟لَـٰٓئِكَ حِزْبُ ٱللَّهِ ۚ أَلَآ إِنَّ حِزْبَ ٱللَّهِ هُمُ ٱلْمُفْلِحُونَ ﴿٢٢﴾

ه হে ৰাছু ল! আল্লাহ আৰু আখিৰাতৰপ্ৰ তি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰ দায় আপুনি বিচাৰিনাপাব, যিসকলে এনে লোকক ভালপায় , যিসকলে আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ বিৰুদ্ধাচাৰণ কৰে। যদিও আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ শত্ৰুসকল সিহঁ তৰ পুত্ৰ বা ভাই নাইবা বংশ-পৰিয়ালৰ মানু হেই নহওক কিয় , যাৰসৈতে সিহঁ তৰগভীৰসম্বন্ধ থাকে। কিয় নো প্ৰকৃ ত ঈমানে আল্লাহ আৰুতেওঁৰৰাছু লৰশত্ৰুসকলৰসৈতে মিত্ৰতা ৰাখিবলৈ বাধা প্ৰদান কৰে। ঈমানৰ সম্বন্ধ সকলো সম্বন্ধতকৈ উত্তম আৰু উচ্চ। এতেকে তু লনাৰ সময় ত এয়া তাতকৈ মহত্ব পূৰ্ণ হ'ব। এনেকু ৱা লোকেই আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ শত্ৰুসকলৰলগত মিত্ৰতাপোষণ নকৰে(যদিও সিহঁ তৰনিকটাত্মীয় নহওক কিয় )। এওঁ লোকৰঅন্ত ৰত আল্লাহে ঈমান দৃঢ় কৰিদিছে। সেয়ে হে এতিয়া তাৰ ভিতৰত কোনো পৰিৱৰ্ত ন নহ'ব। তেওঁলোকক নিজৰ প্ৰমাণ আৰু জ্যোতিৰ দ্বাৰা শক্তিশালী কৰিছে। তেওঁলোকক ক্বি য়ামতৰ দিনা চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰোৱা হ’ব, যাৰ অট্টালিকা আৰু পাহাৰসমূ হৰ তলেদি নিজৰা প্ৰবাহিত হ’ব। তেওঁ লোকে তাত চিৰকাল থাকিব। তাৰ নিয়ামতবোৰৰ ধাৰাবাহিকতা কেতিয়াও শেষ নহ'ব। আল্লাহে তেওঁলোকৰ প্ৰতি এনেকু ৱা সন্তু ষ্টহ'ব যে, তাৰ পিছত আৰু কেতিয়াও তেওঁলোকৰ ওপৰত অসন্তু ষ্টনহ'ব। তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তু ষ্টহ'ব। কিয় নো তেওঁলোকক এনেকু ৱা নিয়ামত দিয়া হৈছে যিবোৰ কেতিয়াও শেষ নহ'ব, ইয়াৰ অন্যতম নিয়ামত হৈছে আল্লাহৰ দীদাৰ। এইবোৰ বৈশিষ্ট্যৰ গৰাকী সকলেই হৈছে আল্লাহৰ সৈন্য বাহিনী। যিসকলে আল্লাহৰ আদেশৰ অনুপালন কৰে আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকে। জানি থোৱা! আল্লাহৰ সেনাসকলে সেই বস্তু বোৰ পাবলৈ সফল হ'ব, যিবোৰ তেওঁ লোকে পাব লাগিছিল, আৰু সেইবোৰ বস্তু ৰ পৰা বিৰত থকাত সফল হ'ব, যাৰ পৰা তেওঁ লোকে পৃথিৱী আৰু আখিৰাতত ভয় পাইছিল। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Mujaadila — المجادلة

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা