قٓ ۚ وَٱلْقُرْءَانِ ٱلْمَجِيدِ ﴿١﴾
ক্বাফ, এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে। আল্লাহে কোৰআনু ল কাৰীমৰ শপত খাইছে, যিখন তথ্য সম্বলিত, কল্যাণ আৰু বৰকতেৰে পৰিপূৰ্ণ, সেইখন কোৰআনৰ শপত খাই আল্লাহে কৈছেঃ নিশ্চয় কিয়ামতৰ দিনা তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে পুনৰুত্থিত কৰা হ’ব।
بَلْ عَجِبُوٓا۟ أَن جَآءَهُم مُّنذِرٌۭ مِّنْهُمْ فَقَالَ ٱلْكَـٰفِرُونَ هَـٰذَا شَىْءٌ عَجِيبٌ ﴿٢﴾
সিহঁ তে এই আশংকাত অস্বীকাৰকৰা নাই যে, আপুনি মিছা কথা কৈ আছে, কাৰণ সিহঁ তে আপোনাৰসত্যতা সম্পৰ্কে জানে, বৰংসিহঁ তে বিস্মিত হৈছে এইকাৰণে যে,ফিৰিস্তাসকলৰমাজৰপৰাৰাছু ল আগমন নকৰিসিহঁ তৰমাজৰপৰাই এজন সতৰ্ক কাৰীৰাছু ল আগমন কৰিছে। সিহঁ তে আশ্চৰ্য প্ৰকাশ কৰি কয়ঃ এজন মানু হ আমাৰ ওচৰলৈ ৰাছু ল হিচাপে প্ৰে ৰিত হোৱাটো আশ্চৰ্যজনক বিষয় ।
أَءِذَا مِتْنَا وَكُنَّا تُرَابًۭا ۖ ذَٰلِكَ رَجْعٌۢ بَعِيدٌۭ ﴿٣﴾
যেতিয়া আমি মৃত্যুবৰণ কৰিম তথা মাটি ত পৰিণত হ’ম, তাৰ পিছতো আমাক জীৱিত কৰা হ’ব নেকি? আমাৰ শৰীৰ মাটি ত গেলি পচি যোৱাৰ পিছত পুনৰ তাত জীৱন প্ৰদান কৰা তথা পুনৰুত্থিত হোৱা বিষয় টো হৈছে এটা অসম্ভ ৱ কথা। এইটো কেতিয়াও সম্ভ ৱ নহয় ।
قَدْ عَلِمْنَا مَا تَنقُصُ ٱلْأَرْضُ مِنْهُمْ ۖ وَعِندَنَا كِتَـٰبٌ حَفِيظٌۢ ﴿٤﴾
সিহঁ তৰমৃত্যুৰপিছত তথা ধ্বংসৰপিছত মাটি য়ে কিমান পৰিমাণ সিহঁ তৰশৰীৰভক্ষণ কৰেসেই সম্পৰ্কে ও আমি অৱগত। এইবোৰৰকোনো খবৰেই আমাৰপৰা গোপন নহয় । আমাৰওচৰত আছে এখন গ্ৰন্থ , যি গ্ৰন্থত আল্লাহে গ্ৰহণ কৰা সেই সকলো সিদ্ধাতন্সুৰক্ষিত আছে যিবোৰসিহঁ তৰজীৱনত লোৱা হৈছে আৰু যিবোৰ সিহঁ তৰ মৃ ত্যুৰ পিছত লোৱা হ’ব।
بَلْ كَذَّبُوا۟ بِٱلْحَقِّ لَمَّا جَآءَهُمْ فَهُمْ فِىٓ أَمْرٍۢ مَّرِيجٍ ﴿٥﴾
বৰংএই মুশ্বৰিকসকলে ৰাছু লে লৈ অহা কোৰআনক অস্বীকাৰকৰিছে। গতিকে সিহঁ ত দ্বি ধাগ্ৰ তস্ হৈ আছে, এইক্ষেত্ৰত সিহঁ তে কোনো এটা বিষয় ত স্থি ৰ থাকিব নোৱাৰে।
أَفَلَمْ يَنظُرُوٓا۟ إِلَى ٱلسَّمَآءِ فَوْقَهُمْ كَيْفَ بَنَيْنَـٰهَا وَزَيَّنَّـٰهَا وَمَا لَهَا مِن فُرُوجٍۢ ﴿٦﴾
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই লোকসকলে নিজৰ ওপৰত থকা আকাশখনৰ বিষয়ে চিন্তা-চৰ্চা নকৰে নেকি যে, আমি সেইখনক কেনেকৈ সৃষ্টি কৰিছোঁ আৰু তাত তৰাবোৰ ৰাখি কেনেকৈ সৌন্দ ৰ্যময় বনাইছোঁ, লগতে তাত কোনো ত্ৰুটি ও নাই যে, এই বিষয়ে কিবা দোষ ধৰিব পাৰিবা?! গতিকে যি সত্ত্বাই এই আকাশখনক সৃষ্টি কৰিছে,তেওঁ কেতিয়াও মৃ ত লোকসকলক জীৱিত কৰিবলৈ অক্ষম নহয় ।
وَٱلْأَرْضَ مَدَدْنَـٰهَا وَأَلْقَيْنَا فِيهَا رَوَٰسِىَ وَأَنۢبَتْنَا فِيهَا مِن كُلِّ زَوْجٍۭ بَهِيجٍۢ ﴿٧﴾
আমি পৃথিৱীক বসবাস যোগ্য বনাই বিস্তৃত কৰিছোঁ। লগতে ইয়াত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছোঁ, যাতে পৃথিৱী কঁ পি নাথাকে। তথা ইয়াত উৎপন্ন কৰিছোঁ নয় ন প্ৰীতিকৰ সকলো প্ৰকাৰ গছ-গছনি তথা উদ্ভিদ। بلغ আল-কোৰআন · তাফছীৰ تبصرةوذكر لكل عبد منيب
تَبْصِرَةًۭ وَذِكْرَىٰ لِكُلِّ عَبْدٍۢ مُّنِيبٍۢ ﴿٨﴾
আমি এইবোৰ সৃষ্টি কৰিছোঁ প্ৰত্যেক সেই ব্যক্তি ৰ অন্ত ৰাত্মা জগাবলৈ তথা উপদেশ দিবলৈ, যিয়ে আল্লাহৰ ইবাদতৰ মাধ্যমত তেওঁ ৰ ওচৰলৈ প্ৰত্যাৱৰ্ত ন কৰে।
وَنَزَّلْنَا مِنَ ٱلسَّمَآءِ مَآءًۭ مُّبَـٰرَكًۭا فَأَنۢبَتْنَا بِهِۦ جَنَّـٰتٍۢ وَحَبَّ ٱلْحَصِيدِ ﴿٩﴾
আমি আকাশৰ পৰা অতি লাভদায় ক তথা কল্যাণকৰ পানী বৰ্ষণ কৰোঁ। সেই পানীৰে আমি বাগান উৎপন্ন কৰোঁ, লগতে কৰ্ত নযোগ্য শস্য খেতিও উৎপন্ন কৰোঁ, যিবোৰ তোমালোকে চপাই আনা, যেনেঃ ঘেঁহু, ধান আদি।
وَٱلنَّخْلَ بَاسِقَـٰتٍۢ لَّهَا طَلْعٌۭ نَّضِيدٌۭ ﴿١٠﴾
লগতে আমি সেইবোৰৰ দ্বাৰা ওখ ওখ খেজুৰ গছ উৎপন্ন কৰোঁ, যিবোৰত ওপৰা-ওপৰিকৈ খেজুৰৰ জোকা লাগি থাকে।
رِّزْقًۭا لِّلْعِبَادِ ۖ وَأَحْيَيْنَا بِهِۦ بَلْدَةًۭ مَّيْتًۭا ۚ كَذَٰلِكَ ٱلْخُرُوجُ ﴿١١﴾
আমি এইবোৰ বান্দাসকলৰ জীৱিকাৰ বাবে উৎপন্ন কৰিছোঁ, যাতে তেওঁ লোকে এইবোৰৰ দ্বাৰা আহাৰ কৰিব পাৰে। সেই পানীৰ দ্বাৰাই আমি মৃ ত ভূ মিক জীৱিত কৰোঁ, য’ত কোনো ধৰণৰ উদ্ভিদ নাথাকে। যিদৰে আমি মৃত ভূমিক জীৱিত কৰোঁ, ঠি ক সেইদৰে আমি মৃত লোকসকলকো জীৱিত কৰিম। ফলত সিহঁ তে জীৱিত হৈ থিয় দিব।
كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍۢ وَأَصْحَـٰبُ ٱلرَّسِّ وَثَمُودُ ﴿١٢﴾
হে ৰাছুল! এই অস্বীকাৰকাৰীসকলৰ পূৰ্বেও বহুতো সম্প্ৰ দায়ে নিজ নিজ নবীসকলক অস্বীকাৰ কৰিছিল। এতেকে নূহ আলাইহিচ্ছালামৰ সম্প্ৰ দায় , কুঁ ৱাৰ অধিবাসী আৰু ছামূ দ সম্প্ৰ দায়ে ও অস্বীকাৰ কৰিছিল। وعاد وفرعون وإخون لوط
وَعَادٌۭ وَفِرْعَوْنُ وَإِخْوَٰنُ لُوطٍۢ ﴿١٣﴾
আদ সম্প্ৰ দায় , ফিৰআউন আৰুলূত নবীৰসম্প্ৰ দায়ে ও অস্বীকাৰকৰিছিল।ل
وَأَصْحَـٰبُ ٱلْأَيْكَةِ وَقَوْمُ تُبَّعٍۢ ۚ كُلٌّۭ كَذَّبَ ٱلرُّسُلَ فَحَقَّ وَعِيدِ ﴿١٤﴾
শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰ দায় , আইকাহবাসী আৰু য়ামানৰ ৰজা তু ব্বাৰ সম্প্ৰ দায়ে ও অস্বীকাৰ কৰিছিল। এই সকলোবোৰ সম্প্ৰ দায়ে আল্লাহে প্ৰে ৰণ কৰাৰাছু লসকলক অস্বীকাৰকৰিছিল। ফলত সিহঁ তৰওপৰত আল্লাহৰশাস্তি ৰপ্ৰ তিশ্ৰুতি সাব্যস্ত হৈছিল।
أَفَعَيِينَا بِٱلْخَلْقِ ٱلْأَوَّلِ ۚ بَلْ هُمْ فِى لَبْسٍۢ مِّنْ خَلْقٍۢ جَدِيدٍۢ ﴿١٥﴾
তোমালোকক প্ৰথমবাৰসৃষ্টি কৰাৰসময় ত আমি অপাৰগ আছিলোঁ নেকি যে, দ্বি তীয় বাৰসৃষ্টি কৰাত অসুবিধা হ’ব? বৰংসিহঁ তে প্ৰথম সৃষ্টি ৰপিছত নতু ন সৃষ্টি কলৈ দুদোল্যমান অৱস্থাত আছে।
وَلَقَدْ خَلَقْنَا ٱلْإِنسَـٰنَ وَنَعْلَمُ مَا تُوَسْوِسُ بِهِۦ نَفْسُهُۥ ۖ وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنْ حَبْلِ ٱلْوَرِيدِ ﴿١٦﴾
নিশ্চয় আমিয়ে মানু হক সৃষ্টি কৰিছোঁ, গতিকে মানু হৰ অন্ত ৰত উদ্ভৱ হোৱা সকলো চিন্তা-চৰ্চা তথা ধাৰণা সম্পৰ্কে আমি অৱগত। আমি তাৰ হৃ দপিণ্ডত সংযুক্ত মহাধমনীতকৈও ওচৰত আছোঁ। بلغ আল-কোৰআন · তাফছীৰ
إِذْ يَتَلَقَّى ٱلْمُتَلَقِّيَانِ عَنِ ٱلْيَمِينِ وَعَنِ ٱلشِّمَالِ قَعِيدٌۭ ﴿١٧﴾
দুজন ফিৰিস্তাই তাৰআমলসমূ হ লিপিবদ্ধ কৰে। এজন তাৰসোঁফালে বহি থাকে আৰুআনজন বাওঁ ফালে বহি থাকে। ما يلفظ من قول إلا لديه رقيب عتيد
مَّا يَلْفِظُ مِن قَوْلٍ إِلَّا لَدَيْهِ رَقِيبٌ عَتِيدٌۭ ﴿١٨﴾
সি যেতিয়াই কোনোকথাকয় ,সেই কথালিপিবদ্ধ কৰিবলৈ তাত উপস্থি ত থাকে এজন সংৰক্ষণকাৰীফিৰিস্তা।
وَجَآءَتْ سَكْرَةُ ٱلْمَوْتِ بِٱلْحَقِّ ۖ ذَٰلِكَ مَا كُنتَ مِنْهُ تَحِيدُ ﴿١٩﴾
ইপিনে মৃত্যু যন্ত্ৰ ণা সত্য সহকাৰে আহি পায় , যিটোৰ পৰা কোনেও পলায় ন কৰিব নোৱাৰে। হে গাফিল ব্যক্তি! নিশ্চয় তু মি ইয়াৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিলা তথা পলায় ন কৰিবলৈ প্ৰয়াস কৰিছিলা।
وَنُفِخَ فِى ٱلصُّورِ ۚ ذَٰلِكَ يَوْمُ ٱلْوَعِيدِ ﴿٢٠﴾
শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যেতিয়া দ্বি তীয়বাৰ শিঙাত ফুঁ মাৰিব, সেইটোৱে হ’ব কিয়ামতৰ দিন। কাফিৰসকলৰ বাবে আৰু অবাধ্যতাকাৰীসকলৰ বাবে সেইটো হৈছে শাস্তি ৰ প্ৰতিশ্ৰুত দিন।
وَجَآءَتْ كُلُّ نَفْسٍۢ مَّعَهَا سَآئِقٌۭ وَشَهِيدٌۭ ﴿٢١﴾
সেইদিনা প্ৰত্যেক ব্যক্তি ৰ লগত থাকিব এজন ফিৰিস্তা, যিয়ে তাক খেদি লৈ আহিব; তথা আন এজন ফিৰিস্তাই তাৰ কৰ্মৰ সাক্ষী প্ৰদান কৰিব।
لَّقَدْ كُنتَ فِى غَفْلَةٍۢ مِّنْ هَـٰذَا فَكَشَفْنَا عَنكَ غِطَآءَكَ فَبَصَرُكَ ٱلْيَوْمَ حَدِيدٌۭ ﴿٢٢﴾
খেদি লৈ অহা সেই মানু হজনক কোৱা হ’বঃতু মি পৃথিৱীৰলোভনীয় সা-সামগ্ৰীৰমোহত পৰিএই দিৱস সম্পৰ্কে অমনোযোগী হৈ আছিলা। কিন্তু এতিয়া শাস্তি আৰু কষ্ট দায় ক পৰিস্থি তি দেখি তোমাৰ অমনোযোগিতাৰ পৰ্দা খুল খাইছে। আজি তোমাৰ দৃষ্টি শক্তি চোকা হৈছে, গতিকে অমনোযোগিতাৰ অৱস্থাত তু মি যি দেখা পোৱা নাছিলা, সেইবোৰ আজি দেখি আছা। وقال قرينه هذا ما لدى عتيد
وَقَالَ قَرِينُهُۥ هَـٰذَا مَا لَدَىَّ عَتِيدٌ ﴿٢٣﴾
তাৰ সঙ্গী অৰ্থাৎ তাৰ সৈতে নিয়োজিত ফিৰিস্তাই ক’বঃ এয়া চাওক, এওঁ ৰ সকলো কৰ্মৰ বিৱৰণ মোৰ ওচৰত আছে, ইয়াত কোনো ধৰণৰ কম-বেছি কৰা হোৱা নাই। ألقيا فى جهنمكل كف ار عنيد
أَلْقِيَا فِى جَهَنَّمَ كُلَّ كَفَّارٍ عَنِيدٍۢ ﴿٢٤﴾
যিয়ে খেদি লৈ আহিছিল আৰু যিয়ে সাক্ষী প্ৰদান কৰিছে, আল্লাহে সেই দুয়োজন ফিৰিস্তাক ক’বঃ সত্যক অস্বীকাৰ কৰা আৰু ইয়াৰ প্ৰতি বিদ্বে ষ পোষণ কৰা প্ৰত্যেক ব্যক্তি কেই জাহান্নামত নিক্ষেপ কৰা। م ناع للخير معتد مريب
مَّنَّاعٍۢ لِّلْخَيْرِ مُعْتَدٍۢ مُّرِيبٍ ﴿٢٥﴾
প্ৰত্যেক সেই ব্যক্তি ক নিক্ষেপ কৰা, যিয়ে আল্লাহে অনিবাৰ্য্য কৰা অধিকাৰসমূ হ পূৰণ কৰাত বাধা দিছিল, আল্লাহে নিৰ্ধাৰিত কৰা সীমা অতিক্ৰ ম কৰিছিল, তেওঁ প্ৰদান কৰাসংবাদ যেনে- প্ৰতিশ্ৰুতি অথবাসতৰ্ক বাণীত সন্দে হ পোষণ কৰিছিল। بلغ আল-কোৰআন · তাফছীৰ
ٱلَّذِى جَعَلَ مَعَ ٱللَّهِ إِلَـٰهًا ءَاخَرَ فَأَلْقِيَاهُ فِى ٱلْعَذَابِ ٱلشَّدِيدِ ﴿٢٦﴾
যিয়ে আল্লাহৰসৈতে আনক উপাস্যৰূপে গ্ৰহণ কৰিইবাদতত অংশীদাৰস্থাপন কৰিছে। গতিকে তোমালোকে তাক কঠি ন শাস্তি ত নিক্ষেপ কৰা।
۞ قَالَ قَرِينُهُۥ رَبَّنَا مَآ أَطْغَيْتُهُۥ وَلَـٰكِن كَانَ فِى ضَلَـٰلٍۭ بَعِيدٍۢ ﴿٢٧﴾
তেতিয়া তাৰ চয় তান সঙ্গীয়ে তাৰ লগত সম্পৰ্কচ্ছেদ কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমি ইয়াক পথভ্ৰ ষ্টকৰা নাছিলোঁ। সি নিজেই সত্যৰ পৰা আঁতৰিপথভ্ৰ ষ্টহৈছিল।
قَالَ لَا تَخْتَصِمُوا۟ لَدَىَّ وَقَدْ قَدَّمْتُ إِلَيْكُم بِٱلْوَعِيدِ ﴿٢٨﴾
তেতিয়া আল্লাহে ক’বঃ তোমালোকে মোৰ ওচৰত কাজিয়া নকৰিবা। ইয়াৰ দ্বাৰা কোনো উপকাৰ নহ’ব। নিশ্চয় মই পৃথিৱীতেই মোৰ ৰাছু লসকলৰ মাধ্যমত তোমালোকৰ ওচৰলৈ সেই ব্যক্তি ৰ বাবে মোৰ কঠি ন সতৰ্ক বাণী প্ৰে ৰণ কৰিছিলোঁ, যিয়ে মোক অস্বীকাৰ কৰিব তথা মোৰ অবাধ্যতা কৰিব।
مَا يُبَدَّلُ ٱلْقَوْلُ لَدَىَّ وَمَآ أَنَا۠ بِظَلَّـٰمٍۢ لِّلْعَبِيدِ ﴿٢٩﴾
মোৰ ইয়াত কথা পৰিবৰ্ত ন কৰা নহয় আৰু প্ৰতিশ্ৰুতিও ভঙ্গ কৰা নহয় , আনহাতে মই মোৰ বান্দাসকলৰ ওপৰত তেওঁ লোকৰ ছোৱাব হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰিকেতিয়াও অন্যায় নকৰোঁ। বৰংমই কেৱল তেওঁ লোকৰআমলৰপ্ৰ তিদান দিওঁ ।
يَوْمَ نَقُولُ لِجَهَنَّمَ هَلِ ٱمْتَلَأْتِ وَتَقُولُ هَلْ مِن مَّزِيدٍۢ ﴿٣٠﴾
সেইদিনা আমি জাহান্নামক সুধিম, কাফিৰ আৰু পাপিষ্ঠ সকলক নিক্ষেপ কৰাৰ ফলত তোমাৰ পেট ভৰিছেনে? তেতিয়া জাহান্নামে নিজ প্ৰতিপালকৰ প্ৰশ্নৰ উত্তৰত অধিক পোৱাৰ কামনাৰে ক্ৰোধান্বি ত হৈ ক’বঃ আৰু কিবা আছেনে?
وَأُزْلِفَتِ ٱلْجَنَّةُ لِلْمُتَّقِينَ غَيْرَ بَعِيدٍ ﴿٣١﴾
যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰিছিল, জান্নাতক তেওঁলোকৰ নিকটৱৰ্তী কৰি দিয়া হ'ব। এতেকে তেওঁ লোকে অতি ওচৰৰ পৰা জান্নাতৰ নিয়ামতসমূ হ প্ৰত্যক্ষ কৰিব। هذا ما توعدون لكل أواب حفيظ
هَـٰذَا مَا تُوعَدُونَ لِكُلِّ أَوَّابٍ حَفِيظٍۢ ﴿٣٢﴾
তেওঁলোকক কোৱা হ’বঃ এইখনেই হৈছে সেই জান্নাত, যিখনৰ প্ৰতিশ্ৰুতি তোমালোকৰ মাজৰ প্ৰত্যেক সেই ব্যক্তিক দিয়া হৈছিল, যিয়ে তাওবা কৰি নিজ প্ৰতিপালকৰপিনে প্ৰত্যাৱৰ্ত ন কৰে,তথানিজ প্ৰতিপালকে অনিবাৰ্য্যকৰাবিষয় বোৰদায়ি ত্বসহকাৰেপালন কৰে।
مَّنْ خَشِىَ ٱلرَّحْمَـٰنَ بِٱلْغَيْبِ وَجَآءَ بِقَلْبٍۢ مُّنِيبٍ ﴿٣٣﴾
তথা যিয়ে নিৰ্জ নতাতো আল্লাহক ভয় কৰে, যি সময় ত আল্লাহৰ বাহিৰে আন কোনেও তাক দেখা নাপায় । লগতে বিনীতচিত্তে নিৰ্ভে জাল অন্ত ৰ লৈ আল্লাহৰ সাক্ষাৎ কামনা কৰে তথা বেছি বেছি আল্লাহৰ ওচৰত তাওবা কৰে।
ٱدْخُلُوهَا بِسَلَـٰمٍۢ ۖ ذَٰلِكَ يَوْمُ ٱلْخُلُودِ ﴿٣٤﴾
তেওঁলোকক কোৱা হ’বঃ তোমালোকে বিভিন্ন প্ৰকাৰৰ অনিষ্ট ৰ পৰা নিশ্চিত হৈ শান্তি ৰে জান্নাতত প্ৰৱেশ কৰা। এইটোৱে হৈছে শ্বাশ্বত দিৱস, ইয়াৰ পিছত মৃ ত্যুৰ কল্প নাও কৰিব নোৱাৰি। بلغ আল-কোৰআন · তাফছীৰ
لَهُم مَّا يَشَآءُونَ فِيهَا وَلَدَيْنَا مَزِيدٌۭ ﴿٣٥﴾
তাত তেওঁলোকে বিচৰা সকলো প্ৰকাৰৰ নিয়ামত উপলব্ধ থাকিব, যিবোৰ কেতিয়াও সমাপ্ত নহ'ব। ইয়াৰ বাহিৰেও আমাৰ ওচৰত এনেকু ৱা নিয়ামত আছে, যিবোৰ কোনো চকু ৱে দেখা নাই, কোনো কাণেও শুনা নাই, আনকি মানুহৰ অন্ত ৰেও সেয়া কল্পনা কৰিব নোৱাৰে। উদাহৰণস্বৰূপে আল্লাহৰ দীদাৰ।
وَكَمْ أَهْلَكْنَا قَبْلَهُم مِّن قَرْنٍ هُمْ أَشَدُّ مِنْهُم بَطْشًۭا فَنَقَّبُوا۟ فِى ٱلْبِلَـٰدِ هَلْ مِن مَّحِيصٍ ﴿٣٦﴾
মক্কাৰ এই অস্বীকাৰকাৰী মুশ্বৰিকসকলৰ পূৰ্বেও আমি বহুতো উম্মতক ধ্বংস কৰিছোঁ, যিসকল ইহঁ ততকৈও অধিক শক্তিশালী আছিল। ফলত সিহঁ তে নগৰৰ বিভিন্ন প্ৰান্ত ত শাস্তি ৰ পৰা পলায় ন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ক’তো ঠাই বিচাৰি পোৱা নাছিল।
إِنَّ فِى ذَٰلِكَ لَذِكْرَىٰ لِمَن كَانَ لَهُۥ قَلْبٌ أَوْ أَلْقَى ٱلسَّمْعَ وَهُوَ شَهِيدٌۭ ﴿٣٧﴾
নিশ্চয় পূৰ্বৱৰ্তী ধ্বংস হোৱা উম্মতবোৰৰ যিবোৰ ঘটনা বৰ্ণনা কৰা হৈছে, সেইবোৰৰ মাজত এনেকু ৱা ব্যক্তিৰ বাবে শিক্ষা তথা পাঠ আছে, যাৰ ওচৰত বুজিবলৈ অন্ত ৰ আছে অথবা যিয়ে মনোযোগ সহকাৰে কাণ পাতি শুনে।
وَلَقَدْ خَلَقْنَا ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا فِى سِتَّةِ أَيَّامٍۢ وَمَا مَسَّنَا مِن لُّغُوبٍۢ ﴿٣٨﴾
নিশ্চয় আমিয়ে ই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছোঁ, লগতে আকাশমণ্ডল আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলো বস্তু ক আমি ছয় দিনত সৃষ্টি কৰিছোঁ। যদিও আমি এইবোৰক পলকতে সৃষ্টি কৰিব পাৰিলোঁহেঁ তেন। আমাক কোনো ধৰণৰ ক্লান্ত ই স্পৰ্শ কৰা নাছিল। ইয়াহুদীসকলে যিবোৰ ধাৰণা কৰে সেইবোৰ ধাৰণাৰ কোনো ভিত্তি নাই।
فَٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ ٱلشَّمْسِ وَقَبْلَ ٱلْغُرُوبِ ﴿٣٩﴾
হে ৰাছু ল! ইয়াহুদী আৰু অন্যান্য লোকসকলৰ কথাত আপুনি ধৈৰ্য্য ধাৰণ কৰক, লগতে আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা কৰি সূৰ্যোদয় ৰ পূৰ্বে ফজৰৰ চালাত আদায় কৰক আৰুসূৰ্যাস্ত ৰৰপূৰ্বে আচৰৰচালাত আদায় কৰক।
وَمِنَ ٱلَّيْلِ فَسَبِّحْهُ وَأَدْبَـٰرَ ٱلسُّجُودِ ﴿٤٠﴾
ৰাতিৰ এটা অংশত তেওঁ ৰ বাবে চালাত আদায় কৰক, আৰু চালাতৰ পিছত তেওঁ ৰ তাছবীহ পাঠ কৰক।
وَٱسْتَمِعْ يَوْمَ يُنَادِ ٱلْمُنَادِ مِن مَّكَانٍۢ قَرِيبٍۢ ﴿٤١﴾
হে ৰাছু ল! মনোযোগ সহকাৰেশুনক,যিদিনাশিঙাত ফুঁ দিয়াৰবাবেনিয়োজিত ফিৰিস্তাই নিকটৱৰ্তী স্থানৰপৰাআহ্বান কৰিব।
يَوْمَ يَسْمَعُونَ ٱلصَّيْحَةَ بِٱلْحَقِّ ۚ ذَٰلِكَ يَوْمُ ٱلْخُرُوجِ ﴿٤٢﴾
সেইদিনা গোটেই সৃষ্টি য়ে সত্য সহকাৰেপুনৰজীৱনৰবিকট চিঞৰশুনিবলৈ পাব। ইয়াৰমাজত কোনো সন্দে হ নাই। যিদিনা সিহঁ তে এই বিকট চিঞৰ শুনিবলৈ পাব, সেই দিৱসটোৱে হৈছে কবৰৰ পৰা মৃ ত ব্যক্তি সকলে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে ওলাই অহাৰ দিৱস। بلغ আল-কোৰআন · তাফছীৰ
إِنَّا نَحْنُ نُحْىِۦ وَنُمِيتُ وَإِلَيْنَا ٱلْمَصِيرُ ﴿٤٣﴾
নিশ্চয় আমিয়ে ই জীৱন দান কৰোঁ আৰু আমিয়ে ই মৃত্যু প্ৰদান কৰোঁ। আমাৰ বাহিৰে কোনেও জীৱন দিবও নোৱাৰে আৰু মৃত্যুও প্ৰদান কৰিব নোৱাৰে। কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে বান্দাসকলে একমাত্ৰ আমাৰ ওচৰতেই উভতি আহিব লাগিব।
يَوْمَ تَشَقَّقُ ٱلْأَرْضُ عَنْهُمْ سِرَاعًۭا ۚ ذَٰلِكَ حَشْرٌ عَلَيْنَا يَسِيرٌۭ ﴿٤٤﴾
যিদিনা পৃথিৱী ফাট মেলিব আৰু সিহঁ তে খৰধৰকৈ লৰ মাৰিব। এইটো হ'ব এনেকু ৱা এটা সমাৱেশ, য’ত একত্ৰিত কৰা আমাৰ বাবে অতি সহজ।
نَّحْنُ أَعْلَمُ بِمَا يَقُولُونَ ۖ وَمَآ أَنتَ عَلَيْهِم بِجَبَّارٍۢ ۖ فَذَكِّرْ بِٱلْقُرْءَانِ مَن يَخَافُ وَعِيدِ ﴿٤٥﴾
এই অস্বীকাৰকাৰীসকলে যি কথা কৈ আছে সেই বিষয়ে আমি ভালদৰেই জানো। হে ৰাছু ল! আপুনি সিহঁ তৰওপৰত বিষয়া হিচাপে নিযুক্তি লাভ কৰা নাই যে, আপুনি সিহঁ তক ঈমান আনিবলৈ বাধ্য কৰিব। বৰং আপুনি হৈছে এজন বাৰ্তাবাহকহে মাত্ৰ, আপুনি কেৱল সেই বাৰ্তা পৌঁচাই দিয় ক যিটো পৌঁচাই দিবলৈ আল্লাহে আপোনাক নিৰ্দে শ কৰিছে। আপুনি কোৰআনৰ জৰিয় তে সেইসকল লোকক সতৰ্ক কৰক, যিসকলে সেই শাস্তি ক ভয় কৰে যিটোকাফিৰআৰুপাপিষ্ঠ সকলৰবাবেপ্ৰ স্তু ত কৰাহৈছে। কিয় নোভয় পোষণ কৰাব্যক্তি য়ে ই উপদেশ গ্ৰহণ কৰে,যেতিয়াতাক উপদেশ দিয়াহয় । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন