মুখ্য পৃষ্ঠাতাফছীৰAt-Tur (52)

তাফছীৰ At-Tur (52) — الطور

মক্কী · 49 আয়াত

পঢ়ক · শুনকPDF ফাইল

وَٱلطُّورِ ﴿١﴾

আল্লাহে সেই পৰ্বতৰশপত খাইছে, যি পৰ্বতৰওপৰত মু ছা আলাইহিচ্ছালামে আল্লাহৰসৈতে কথা পাতিছিল। وكتب م سطور

وَكِتَـٰبٍۢ مَّسْطُورٍۢ ﴿٢﴾

তথাসেই গ্ৰন্থৰশপত খাইছে,যিখন লিপিবদ্ধ, فى رق منشور

فِى رَقٍّۢ مَّنشُورٍۢ ﴿٣﴾

প্ৰসাৰিত আৰুউন্মুক্ত পাতত। উদাহৰণস্ব ৰূপে ঐশী গ্ৰন্থসমূ হ।

وَٱلْبَيْتِ ٱلْمَعْمُورِ ﴿٤﴾

তথা আকাশত অৱস্থি ত সেই পৱিত্ৰ ঘৰৰ শপত খাইছে, যিখন ঘৰক আল্লাহৰইবাদতৰ জৰিয় তে ফিৰিস্তাসকলে আবাদ কৰি ৰাখে।

وَٱلسَّقْفِ ٱلْمَرْفُوعِ ﴿٥﴾

লগতে সুউচ্চ আকাশৰ শপত খাইছে, যিখন পৃথিৱীৰ বাবে চাদস্ব ৰূপ।

وَٱلْبَحْرِ ٱلْمَسْجُورِ ﴿٦﴾

লগতে পানীৰে ভৰা সাগৰৰ শপত খাইছে। إن عذاب ربكلوقع

إِنَّ عَذَابَ رَبِّكَ لَوَٰقِعٌۭ ﴿٧﴾

হে ৰাছু ল! নিশ্চিতভাৱেকাফিৰসকলৰওপৰত আপোনাৰপ্ৰ তিপালকৰশাস্তি আহিবই। ما له من دافع

مَّا لَهُۥ مِن دَافِعٍۢ ﴿٨﴾

তেওঁ ৰ এই শাস্তি ক কোনেও ৰোধ কৰিব নোৱাৰে, আনহাতে সিহঁ তক কোনেও ৰক্ষাও কৰিব নোৱাৰিব।

يَوْمَ تَمُورُ ٱلسَّمَآءُ مَوْرًۭا ﴿٩﴾

যিদিনা আকাশমণ্ডল প্ৰবলভাৱে প্ৰকম্পিত হ’ব, কিয়ামতৰ আগজাননীস্ব ৰূপে।

وَتَسِيرُ ٱلْجِبَالُ سَيْرًۭا ﴿١٠﴾

পৰ্বতসমূ হে স্ব -স্থানৰপৰা গতি কৰিব। بلغ আল-কোৰআন · তাফছীৰ فويل يومئذ للمكذبين

فَوَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ ﴿١١﴾

সেইদিনা অস্বীকাৰকাৰীসকলৰবাবেআছে বিনাশ আৰুধ্বংস, কাৰণ আল্লাহে কাফিৰসকলক শাস্তি ৰপ্ৰ তিশ্ৰুতি দিছে।

ٱلَّذِينَ هُمْ فِى خَوْضٍۢ يَلْعَبُونَ ﴿١٢﴾

যিসকলে বাতিল পন্থা অনু সৰণ কৰি খেল-ধেমালিত লিপ্ত হৈ আছে। সিহঁ তে আখিৰাতৰ জীৱনক আৰু পুনৰুত্থানক একো ভ্ৰূক্ষেপ নকৰে। يوم يدع ون إلى نار جهنمدعا

يَوْمَ يُدَعُّونَ إِلَىٰ نَارِ جَهَنَّمَ دَعًّا ﴿١٣﴾

যিদিনা সিহঁ তক গতিয়াই জাহান্নামৰ ফালে খেদি লৈ যোৱা হ’ব।

هَـٰذِهِ ٱلنَّارُ ٱلَّتِى كُنتُم بِهَا تُكَذِّبُونَ ﴿١٤﴾

তথা সিহঁ তক ভৰ্ৎ সনা কৰি কোৱা হ’বঃ এইটোৱেই হৈছে সেই অগ্নি, যিটোৰ বিষয়ে ৰাছু লে তোমালোকক সতৰ্ক কৰিছিল, যাক তোমালোকে অস্বীকাৰ কৰিছিলা।

أَفَسِحْرٌ هَـٰذَآ أَمْ أَنتُمْ لَا تُبْصِرُونَ ﴿١٥﴾

তোমালোকে এতিয়া প্ৰত্যক্ষ কৰা এই শাস্তি টো যাদু নেকি বাৰু? নে তোমালোকে দেখাই পোৱা নাই?

ٱصْلَوْهَا فَٱصْبِرُوٓا۟ أَوْ لَا تَصْبِرُوا۟ سَوَآءٌ عَلَيْكُمْ ۖ إِنَّمَا تُجْزَوْنَ مَا كُنتُمْ تَعْمَلُونَ ﴿١٦﴾

এই জাহান্নামৰ জুইৰ গৰমৰ সোৱাদ লোৱা, তথা উপভোগ কৰা। তোমালোকে এই জুইৰ উত্তাপ সহ্য কৰা বা নকৰা, দুয়োটাই তোমালোকৰ বাবে সমান। আজি তোমালোকক সেই কু ফৰী আৰু গুনাহৰ বাবেই শাস্তি বিহা হ’ব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।

إِنَّ ٱلْمُتَّقِينَ فِى جَنَّـٰتٍۢ وَنَعِيمٍۢ ﴿١٧﴾

আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থকা মুত্ত্বাক্বীসকলে নিশ্চিতভাৱে জান্নাতত এনেকু ৱা মহা নিয়ামতৰ মাজত থাকিব, যিবোৰ কেতিয়াও সমাপ্ত নহ’ব।

فَـٰكِهِينَ بِمَآ ءَاتَىٰهُمْ رَبُّهُمْ وَوَقَىٰهُمْ رَبُّهُمْ عَذَابَ ٱلْجَحِيمِ ﴿١٨﴾

আল্লাহে প্ৰদান কৰা বিভিন্ন প্ৰকাৰৰ পানাহাৰ তেওঁ লোকে উপভোগ কৰিব, তথা স্ত্ৰীসকলৰ দ্বাৰা উপকৃ ত হ’ব। আল্লাহে তেওঁ লোকক জাহান্নামৰ শাস্তি ৰ পৰা ৰক্ষা কৰিব। এইদৰে তেওঁলোকে ভোগ-সামগ্ৰী অৰ্জ নত সফলতা লাভ কৰিব আৰু অপ্ৰীতিকৰ বস্তু ৰ পৰা ৰক্ষা পোৱাৰ ক্ষেত্ৰতো সফলতা অৰ্জ ন কৰিব।

كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَا كُنتُمْ تَعْمَلُونَ ﴿١٩﴾

তেওঁ লোকক কোৱা হ’বঃ মনে যি বিচাৰে সেইটোৱে পানাহাৰ কৰা। তোমালোকৰ এই পানাহাৰৰ ফলত কোনো ধৰণৰ ক্ষয় -ক্ষতি নহ’ব। এইটো হৈছে দৰচলতে পৃথিৱীত কৰা তোমালোকৰ কৰ্মৰ প্ৰতিদানহে। بلغ আল-কোৰআন · তাফছীৰ

مُتَّكِـِٔينَ عَلَىٰ سُرُرٍۢ مَّصْفُوفَةٍۢ ۖ وَزَوَّجْنَـٰهُم بِحُورٍ عِينٍۢ ﴿٢٠﴾

সুসৌন্দৰ্যময় আসনত তেওঁলোকে আউজি বহিব, সেই আসনবোৰ ওচৰা-ওচৰিকৈ থাকিব তথা ইজনে সিজনৰ সন্মুখত থাকিব। লগতে আমি তেওঁ লোকক মৃ গনয় নী ডাঙৰ চকু বিশিষ্টা ধুনীয়া নাৰীৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ কৰিম।

وَٱلَّذِينَ ءَامَنُوا۟ وَٱتَّبَعَتْهُمْ ذُرِّيَّتُهُم بِإِيمَـٰنٍ أَلْحَقْنَا بِهِمْ ذُرِّيَّتَهُمْ وَمَآ أَلَتْنَـٰهُم مِّنْ عَمَلِهِم مِّن شَىْءٍۢ ۚ كُلُّ ٱمْرِئٍۭ بِمَا كَسَبَ رَهِينٌۭ ﴿٢١﴾

كسب رهين যিসকল লোকে ঈমান আনিছে, আৰু তেওঁলোকৰ সন্তানসকলেও ঈমান পোষণ কৰি তেওঁলোকৰ অনুসৰণ কৰিছে, আমি সেই সন্তানসকলকো তেওঁলোকৰ সৈতে একত্ৰিত কৰিম, যদিও সন্তানসকলে তেওঁলোকৰ সমান আমল কৰা নাই। আমি তেওঁলোকৰ আমলৰ প্ৰতিদান দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃ পণালি নকৰোঁ। আনহাতে প্ৰত্যেক ব্যক্তিয়ে নিজৰ বেয়া কৰ্মৰ বাবে নিজে জগৰীয়া। অন্য কোনো ব্যক্তিয়ে তাৰ এই বোজা লাঘৱ কৰিব নোৱাৰিব। وأمددنهم بفكهة ولحم مما يشتهون

وَأَمْدَدْنَـٰهُم بِفَـٰكِهَةٍۢ وَلَحْمٍۢ مِّمَّا يَشْتَهُونَ ﴿٢٢﴾

আমি জান্নাতৰএই অধিবাসীসকলক বিভিন্ন প্ৰকাৰৰফল-মূ ল দান কৰিম, লগতে তেওঁ লোকৰমনে বিচৰা মাংসও প্ৰদান কৰিম। يتنزعون فيها كأسا لا لغو فيها ولا تأثيم

يَتَنَـٰزَعُونَ فِيهَا كَأْسًۭا لَّا لَغْوٌۭ فِيهَا وَلَا تَأْثِيمٌۭ ﴿٢٣﴾

জান্নাতত তেওঁলোকে পৰস্পৰে সুৰাৰ পিয় লা আদান-প্ৰদান কৰিব, কিন্তু সেই সুৰা পান কৰাৰ ফলত কোনো ধৰণৰ অনৰ্থক কথা নোলাব আৰু সেই সুৰাৰ সেৱন গুনাহৰো কাৰণ নহ’ব, যিদৰে পৃথিৱীত মাতাল হৈ অনৰ্থক কথা কৈছিল।

۞ وَيَطُوفُ عَلَيْهِمْ غِلْمَانٌۭ لَّهُمْ كَأَنَّهُمْ لُؤْلُؤٌۭ مَّكْنُونٌۭ ﴿٢٤﴾

তেওঁ লোকৰ চাৰিওফালে সেৱাত নিয়োজিত থাকিব কিশোৰসকলৰ এটা দল। সেই কিশোৰসকল হ’ব পৰিস্কাৰ-পৰিচ্ছন্ন আৰু শুভ্ৰ উজ্জল আটক ধুনীয়া, যেনিবা সুৰক্ষিত মু কু তা।

وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍۢ يَتَسَآءَلُونَ ﴿٢٥﴾

জান্নাতীসকলে ইজনে সিজনক পাৰ্থিৱ জীৱনৰ অৱস্থা সম্পৰ্কে সোধ-পোচ কৰিব।

قَالُوٓا۟ إِنَّا كُنَّا قَبْلُ فِىٓ أَهْلِنَا مُشْفِقِينَ ﴿٢٦﴾

তেতিয়া তেওঁ লোকে উত্তৰ দিবঃ আমি পৃথিৱীত পৰিয়ালবৰ্গৰ মাজত থকা অৱস্থাতো আল্লাহৰ শাস্তি ক ভয় কৰিছিলোঁ।

فَمَنَّ ٱللَّهُ عَلَيْنَا وَوَقَىٰنَا عَذَابَ ٱلسَّمُومِ ﴿٢٧﴾

আল্লাহে আমাৰ ওপৰত উপকাৰ কৰি আমাক ইছলাম গ্ৰহণ কৰাৰ তাওফীক প্ৰদান কৰিছিল। লগতে তেৱেঁই আমাক প্ৰচণ্ড উত্তপ্ত শাস্তি ৰ পৰা ৰক্ষা কৰিছে। بلغ আল-কোৰআন · তাফছীৰ

إِنَّا كُنَّا مِن قَبْلُ نَدْعُوهُ ۖ إِنَّهُۥ هُوَ ٱلْبَرُّ ٱلرَّحِيمُ ﴿٢٨﴾

পাৰ্থিৱ জীৱনত আমি তেওঁৰেই ইবাদত কৰিছিলোঁ, আৰু তেওঁৰ ওচৰতেই জাহান্নামৰ শাস্তি ৰ পৰা ৰক্ষা পোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ। নিশ্চয় তেওঁ পৰোপকাৰী, বান্দাসকলৰ প্ৰতিশ্ৰুতি পূৰণত সত্যবাদী, তেওঁলোকৰ প্ৰতি পৰম দয়ালু। এতেকে তেওঁৰ কৃ পাৰ ফলতেই আমি ঈমান পোষণ কৰিছোঁ আৰু জান্নাতত প্ৰৱেশ কৰিছোঁ তথা জাহান্নামৰ পৰা ৰক্ষা পাইছোঁ।

فَذَكِّرْ فَمَآ أَنتَ بِنِعْمَتِ رَبِّكَ بِكَاهِنٍۢ وَلَا مَجْنُونٍ ﴿٢٩﴾

হে ৰাছু ল! আপুনি কোৰআনৰ জৰিয় তে উপদেশ দি থাকক। আল্লাহে আপোনাক যি ঈমান আৰু বিবেক দান কৰিছে, ইয়াৰ ফলত আপুনি কোনো গণকো নহয় যে, জিনৰ পৰামৰ্শ মতে আপুনি কাম কৰে, নাইবা আপুনি কোনো উন্মাদো নহয় ।

أَمْ يَقُولُونَ شَاعِرٌۭ نَّتَرَبَّصُ بِهِۦ رَيْبَ ٱلْمَنُونِ ﴿٣٠﴾

বৰং এই অস্বীকাৰকাৰীসকলে কয়ঃ মু হাম্মদ কোনো ৰাছু ল নহয় , বৰং তেওঁ হৈছে এজন কবি। আমি অপেক্ষা কৰি আছোঁ, মৃ ত্যুৱে এওঁ ক সাৱটি লওক; যাতে আমি শান্তি ত থাকিবপাৰোঁ।

قُلْ تَرَبَّصُوا۟ فَإِنِّى مَعَكُم مِّنَ ٱلْمُتَرَبِّصِينَ ﴿٣١﴾

হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় কঃ তোমালোকে মোৰ মৃ ত্যুৰ অপেক্ষা কৰা, আৰু মই সেই শাস্তি ৰ অপেক্ষা কৰি আছোঁ যিটো তোমালোকৰ ওপৰত আহিব, কাৰণ তোমালোকে মোক অস্বীকাৰ কৰিছা।

أَمْ تَأْمُرُهُمْ أَحْلَـٰمُهُم بِهَـٰذَآ ۚ أَمْ هُمْ قَوْمٌۭ طَاغُونَ ﴿٣٢﴾

সিহঁ তৰ বিবেকে সিহঁ তক এই কথা ক’বলৈ আদেশ দিয়ে নেকি যে, মুহাম্মদ হৈছে এজন গণক তথা তেওঁ এজন উন্মাদ ব্যক্তি? দৰাচলতে সিহঁ তে এজন ব্যক্তিৰ মাজত এনেকু ৱা বৈশিষ্ট্য একত্ৰিত কৰিব বিচাৰে, যিটো কেতিয়াও সম্ভ ৱ নহয় । বৰংসিহঁ ত হৈছে সীমালঙ্ঘনকাৰী সম্প্ৰ দায় । সিহঁ তে চৰীয় তৰ পিনেও প্ৰত্যাৱৰ্ত ন নকৰে আৰু বিবেকৰ প্ৰতিও নকৰে।

أَمْ يَقُولُونَ تَقَوَّلَهُۥ ۚ بَل لَّا يُؤْمِنُونَ ﴿٣٣﴾

অথবা সিহঁ তে এই কথা কয় নেকি যে, মু হাম্মদে এই কোৰআনখন নিজেই ৰচনা কৰিছে, তেওঁ ৰ প্ৰতি ইয়াক অহী কৰা নাই, প্ৰকৃ ততে তেওঁ ইয়াক ৰচনা কৰা নাই। বৰংসিহঁ তে ইয়াৰপ্ৰ তি ঈমান পোষণ কৰাৰক্ষেত্ৰত অহংকাৰকৰিছে। সেইকাৰণেই সিহঁ তে ইয়াৰপ্ৰ তি মিছা আৰোপ কৰিকয় যে, তেওঁ ইয়াক ৰচনা কৰিছে।

فَلْيَأْتُوا۟ بِحَدِيثٍۢ مِّثْلِهِۦٓ إِن كَانُوا۟ صَـٰدِقِينَ ﴿٣٤﴾

এতেকে সিহঁ তে এই কোৰআনৰ দৰেই কোনো বাণী লৈ আহকচোন, দৰকাৰ হ’লে ৰচনা কৰিয়ে লৈ আহক। সঁচাই যদি সিহঁ তে নিজৰ এই দাবীত সত্যবাদী হয় যে, মু হাম্মদে ইয়াক নিজেই ৰচনা কৰিছে।

أَمْ خُلِقُوا۟ مِنْ غَيْرِ شَىْءٍ أَمْ هُمُ ٱلْخَـٰلِقُونَ ﴿٣٥﴾

সিহঁ তে সৃষ্টি কৰ্তা নোহোৱাকৈয়ে সৃষ্টি হৈছে নেকি? নে সিহঁ তে নিজেই নিজকে সৃষ্টি কৰিছে? সৃষ্টি কৰ্তা নোহোৱাকৈ কোনো সৃষ্টি য়ে ই অস্তি ত্বলাভ কৰা সম্ভ ৱনহয় । এইদৰেকোনোসৃষ্টি য়ে ও নিজেই নিজকে সৃষ্টি কৰিবলৈ সক্ষম নহয় । তথাপিও সিহঁ তে নিজৰসৃষ্টি কৰ্তাৰইবাদত কিয় নকৰে?! بلغ আল-কোৰআন · তাফছীৰ

أَمْ خَلَقُوا۟ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ ۚ بَل لَّا يُوقِنُونَ ﴿٣٦﴾

আকাশমণ্ডল আৰুপৃথিৱীক সিহঁ তে সৃষ্টি কৰিছে নেকি? দৰাচলতে সিহঁ তে বিশ্বাসেই নকৰেযে, আল্লাহেই হৈছে সিহঁ তৰসৃষ্টি কৰ্তা। কিয় নো যদি সিহঁ তে বিশ্বাস কৰিলেহেঁ তেন তেন্তে নিশ্চয় তেওঁ ক একক বুলি স্বীকাৰকৰিলেহেঁ তেন আৰুতেওঁ ৰৰাছু লৰওপৰত ঈমান আনিলেহেঁ তেন।

أَمْ عِندَهُمْ خَزَآئِنُ رَبِّكَ أَمْ هُمُ ٱلْمُصَۣيْطِرُونَ ﴿٣٧﴾

অথবা সিহঁ তৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ জীৱিকা ভাণ্ডাৰ আছে নেকি, ফলত সিহঁ তে যাক ইচ্ছা দান কৰিব আৰু যাক ইচ্ছা বঞ্চিত কৰিব?! তথা সিহঁ তে যাক ইচ্ছা কৰিব নু বুওৱত দান কৰিব আৰু যাক ইচ্ছা কৰিব আঁতৰাই ৰাখিব? নে সিহঁ তক নিজ ইচ্ছা মতে ব্যয় কৰাৰ অধিকাৰ দিয়া হৈছে?

أَمْ لَهُمْ سُلَّمٌۭ يَسْتَمِعُونَ فِيهِ ۖ فَلْيَأْتِ مُسْتَمِعُهُم بِسُلْطَـٰنٍۢ مُّبِينٍ ﴿٣٨﴾

অথবা সিহঁ তৰওচৰত চিৰিআছে নেকি, যাৰসহায় ত সিহঁ তে আকাশত আৰোহণ কৰিআল্লাহৰঅহী শ্ৰৱণ কৰেযে, সিহঁ ত সত্য পথত আছে? এতেকে সিহঁ তৰ মাজৰ যিয়ে সেই অহী শুনা পাইছে, সিয়ে স্পষ্ট প্ৰমাণ লৈ অহা উচিত, যিটোৱে প্ৰমাণ কৰিব সিহঁ তৰ এই দাবী সত্য যে, সিহঁ ত সত্যৰ ওপৰত প্ৰতিষ্ঠি ত।

أَمْ لَهُ ٱلْبَنَـٰتُ وَلَكُمُ ٱلْبَنُونَ ﴿٣٩﴾

অথবা সেই পৱিত্ৰ আল্লাহৰ কন্যা সন্তান থকা বুলি তোমালোকে বিশ্বাস কৰা নেকি, যিটোক তোমালোকে নিজেই অপছন্দ কৰা, পক্ষান্ত ৰে তোমালোকে নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, যিটো তোমালোকৰ দৃষ্টি ত প্ৰি য় ? أم تسٔلهم أجرا فهم من مغرم مثقلون

أَمْ تَسْـَٔلُهُمْ أَجْرًۭا فَهُم مِّن مَّغْرَمٍۢ مُّثْقَلُونَ ﴿٤٠﴾

অথবা হে ৰাছু ল! আপুনি আপোনাৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াৰ বাবে সিহঁ তৰ পৰা কোনো পাৰিশ্ৰ মিক বিচাৰে নেকি? যাৰ ফলত সিহঁ তে ইয়াক দুৰ্বহ বোজা বুলি গণ্য কৰি আছে।

أَمْ عِندَهُمُ ٱلْغَيْبُ فَهُمْ يَكْتُبُونَ ﴿٤١﴾

অথবা সিহঁ তৰ ওচৰত কোনো গায়ে বী জ্ঞান আছে নেকি, গায়ে বৰ যিবোৰ জ্ঞান সিহঁ তে আহৰণ কৰে সেইবোৰ সিহঁ তে মানুহৰ বাবে লিখি লয় , আৰু মানু হক সেইখিনিয়ে অৱগত কৰায় ,যিখিনি সিহঁ তে অৱগত কৰাববিচাৰে?

أَمْ يُرِيدُونَ كَيْدًۭا ۖ فَٱلَّذِينَ كَفَرُوا۟ هُمُ ٱلْمَكِيدُونَ ﴿٤٢﴾

অথবা এই অস্বীকাৰকাৰীসকলে আপোনাৰ সৈতে আৰু আপোনাৰ ধৰ্মৰ সৈতে কোনো চক্ৰান্ত কৰিব বিচাৰে নেকি? এতেকে আপুনি আল্লাহৰ ওপৰত ভৰসা কৰক। কিয় নো যিসকলে আল্লাহ আৰু তেওঁ ৰৰাছু লক অস্বীকাৰকৰিছে সিহঁ তেই এই চক্ৰান্ত ৰবলি হ’ব, আপুনি নহয় ।

أَمْ لَهُمْ إِلَـٰهٌ غَيْرُ ٱللَّهِ ۚ سُبْحَـٰنَ ٱللَّهِ عَمَّا يُشْرِكُونَ ﴿٤٣﴾

অথবা আল্লাহৰ বাহিৰে সিহঁ তৰ কোনো সত্য উপাস্য আছে নেকি, আল্লাহ পৱিত্ৰ সেই সকলো অংশীদাৰৰ পৰা যিবোৰ সিহঁ তে তেওঁৰ সৈতে সম্পৃক্ত কৰে। ওপৰত যিবোৰ কথা আলোচনা কৰা হ’ল, সেইবোৰ কেতিয়াও হোৱা নাই আৰু ভৱিষ্যতেও সেইবোৰ কল্প না কৰিব নোৱাৰি। بلغ আল-কোৰআন · তাফছীৰ

وَإِن يَرَوْا۟ كِسْفًۭا مِّنَ ٱلسَّمَآءِ سَاقِطًۭا يَقُولُوا۟ سَحَابٌۭ مَّرْكُومٌۭ ﴿٤٤﴾

সিহঁ তে যদি আকাশৰ কোনো এটা টু কু ৰা ভাঙিও পৰা দেখা পায় , তথাপিও ইয়াক পুঞ্জীভূ ত মেঘ বুলিহে ধাৰণা কৰিব। সিহঁ তে উপদেশো গ্ৰহণ নকৰিব আৰু ঈমানো পোষণ নকৰিব।

فَذَرْهُمْ حَتَّىٰ يُلَـٰقُوا۟ يَوْمَهُمُ ٱلَّذِى فِيهِ يُصْعَقُونَ ﴿٤٥﴾

হে ৰাছু ল! আপুনি সিহঁ তক সিহঁ তৰ বিদ্বে ষ আৰু অস্বীকাৰ অৱস্থাতেই এৰি দিয় ক, যাতে সিহঁ ত গৈ গৈ সেই দিৱসত উপনীত হয় , যিদিনা সিহঁ তক শাস্তি বিহা হ’ব। সেইটো হৈছে কিয়ামতৰ দিৱস। يوملا يغنى عنهم كيدهم شئا ولا هم ينصرون

يَوْمَ لَا يُغْنِى عَنْهُمْ كَيْدُهُمْ شَيْـًۭٔا وَلَا هُمْ يُنصَرُونَ ﴿٤٦﴾

যিদিনা সিহঁ তৰ কোনো চক্ৰান্ত ই কামত নাহিব। শাস্তি ৰ পৰা ৰক্ষা কৰিবলৈ সিহঁ তক কোনো ধৰণৰ সহায়ো কৰা নহ’ব। وإن للذين ظلمواعذابا دون ذلك ولكن أكثرهم لا يعلمون

وَإِنَّ لِلَّذِينَ ظَلَمُوا۟ عَذَابًۭا دُونَ ذَٰلِكَ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ ﴿٤٧﴾

যিসকলে শ্বি ৰ্কআৰু পাপকৰ্মৰ জৰিয় তে নিজৰ ওপৰত অন্যায় কৰিছে, আখিৰাতৰ শাস্তি ৰ পূৰ্বেই সিহঁ তক শাস্তি বিহা হ’ব। পৃথিৱীত হত্যা আৰু বন্দীত্ব ৰ শাস্তি আৰুবাৰঝাখত কবৰৰশাস্তি । কিন্তু সিহঁ তৰমাজৰঅধিকাংশ লোকেই এই বিষয় টো নাজানে। সেইকাৰণেই সিহঁ তে কু ফৰীৰওপৰত অবিচল থাকে।

وَٱصْبِرْ لِحُكْمِ رَبِّكَ فَإِنَّكَ بِأَعْيُنِنَا ۖ وَسَبِّحْ بِحَمْدِ رَبِّكَ حِينَ تَقُومُ ﴿٤٨﴾

হে ৰাছু ল! আপুনি আপোনাৰ প্ৰতিপালকৰ সিদ্ধান্ত আৰু তেওঁৰ শ্বাৰঈ বিধান নহালৈকে ধৈৰ্য্য ধাৰণ কৰক। নিশ্চিতভাৱে আপুনি মোৰ দৃষ্টি ৰ সন্মুখত আছে তথা সুৰক্ষাবেষ্ট নীৰ মাজত আছে। এতেকে আপুনি টোপনিৰ পৰা উঠি আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতাৰ সৈতে প্ৰশংসা কৰক।

وَمِنَ ٱلَّيْلِ فَسَبِّحْهُ وَإِدْبَـٰرَ ٱلنُّجُومِ ﴿٤٩﴾

ৰাতিৰ এটা অংশতো তেওঁ ৰ পৱিত্ৰতা বৰ্ণনা কৰক তথা তেওঁ ৰ বাবে চালাত আদায় কৰক। তথা ফজৰৰ চালাত আদায় কৰক যেতিয়া তৰাবোৰ সূৰ্য্যৰ কিৰণৰ ফলত অদৃশ্য হৈ যায় । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · At-Tur — الطور

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা