يسٓ ﴿١﴾
(ইয়া-ছীন) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Yaseen (36)
মক্কী · 83 আয়াত
يسٓ ﴿١﴾
(ইয়া-ছীন) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।
وَٱلْقُرْءَانِ ٱلْحَكِيمِ ﴿٢﴾
আল্লাহে কোৰআনৰ শপত খাইছে, যি গ্ৰন্থৰ আয়াতবোৰ হৈছে সুদৃঢ় । বাতিলে যাক কোনো ফালৰ পৰাই ক্ষতি কৰিব নোৱাৰে।
إِنَّكَ لَمِنَ ٱلْمُرْسَلِينَ ﴿٣﴾
হে ৰাছুল! নিশ্চয় আপুনি সেই ৰাছুলসকলৰ অন্ত ৰ্ভু ক্ত, যিসকলক আল্লাহে তেওঁৰ বান্দাসকলৰ প্ৰতি প্ৰে ৰণ কৰিছিল, যাতে তেওঁলোকে সিহঁতক আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰে আৰু একমাত্ৰ তেওঁ ৰ ইবাদতৰ নিৰ্দে শ দিয়ে । عل صرط مستقيم
عَلَىٰ صِرَٰطٍۢ مُّسْتَقِيمٍۢ ﴿٤﴾
تَنزِيلَ ٱلْعَزِيزِ ٱلرَّحِيمِ ﴿٥﴾
(আপুনি) সৰল পথত তথা সঠি ক চৰীয় তৰ ওপৰত প্ৰতিষ্ঠি ত। নিশ্চয় এই সৰল পথ আৰু সঠি ক চৰীয় ত হৈছে আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। তেওঁ মহাপৰাক্ৰ মশালী,তেওঁ ক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ মু মিন বান্দাসকলৰপ্ৰ তি অতি দয়ালু।
لِتُنذِرَ قَوْمًۭا مَّآ أُنذِرَ ءَابَآؤُهُمْ فَهُمْ غَـٰفِلُونَ ﴿٦﴾
আমি আপোনাৰপ্ৰ তি এই কোৰআন এইকাৰণে অৱতীৰ্ণ কৰিছোঁ, যাতে আপুনি ইয়াৰদ্বাৰা সেই জাতিক (অৰ্থাৎ আৰবসকলক) সাৱধান কৰিবপাৰে, যিসকলৰ ওচৰলৈ সতৰ্ক কৰাৰ নিমিত্তে কোনো ৰাছুল অহা নাছিল। সেইকাৰণেই সিহঁতে ঈমান আৰু তাওহীদ সম্পৰ্কে একো নাজানে। এইদৰে প্ৰত্যেক সেই উম্মতৰঅৱস্থাও তেনেকু ৱাই যিসকলৰপৰা ৰাছু লৰধাৰাবাহিকতা বিচ্ছিন্ন হৈছে। সিহঁ তকো পূৰণি বিষয় বোৰস্মৰণ কৰোৱাবলৈ ৰাছু লৰ প্ৰয়োজন।
لَقَدْ حَقَّ ٱلْقَوْلُ عَلَىٰٓ أَكْثَرِهِمْ فَهُمْ لَا يُؤْمِنُونَ ﴿٧﴾
এইসকলৰ মাজৰ অধিকাংশৰ ওপৰতেই আল্লাহৰ শাস্তি অনিবাৰ্য্য হৈ পৰিছে। কিয় নো ৰাছু লৰ মাধ্যমত সিহঁ তৰ ওচৰলৈ সত্য আহি পৰিছে, তথাপিও সিহঁ তে ইয়াৰপ্ৰ তি ঈমান পোষণ কৰা নাই তথা কু ফৰীৰওপৰত অটল থকাটোকে সিহঁ তে অগ্ৰাধিকাৰদিছে। সেয়ে সিহঁ তে আল্লাহ আৰুতেওঁ ৰৰাছু লৰ প্ৰতি ঈমান পোষণ নকৰিব আৰু সিহঁ তৰ ওচৰলৈ অহা সত্য অনু সাৰে আমল নকৰিব।
إِنَّا جَعَلْنَا فِىٓ أَعْنَـٰقِهِمْ أَغْلَـٰلًۭا فَهِىَ إِلَى ٱلْأَذْقَانِ فَهُم مُّقْمَحُونَ ﴿٨﴾
এইক্ষেত্ৰত ইহঁ তৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে, যিসকলৰ ডিঙিত গলাবান্ধ লগোৱা আছে, আৰু ডিঙিৰ সৈতে সিহঁ তৰ হাত দুখন থুঁতৰিলৈকে বান্ধি থোৱা আছে। যাৰ ফলত সিহঁ তৰ মূ ৰ আকাশমোৱা হৈ থাকিবলৈ বাধ্য, তলমোৱা কৰিবলৈ সক্ষম নহয় । ঠি ক সেইদৰে এইসকল লোকক আল্লাহৰ ঈমানৰ সৈতে বান্ধি থোৱা হৈছে। গতিকে সেইকাৰণে ইহঁ তে আনু গত্য কৰিব পৰা নাই তথা নিজৰ মূ ৰ তলমোৱা (নত স্বীকাৰ) কৰিব পৰা নাই। بلغ আল-কোৰআন · তাফছীৰ د د وجعلنامن بينأيديهم س اومن خلفهم س افأغشينهم فهم لا يبصرون
وَجَعَلْنَا مِنۢ بَيْنِ أَيْدِيهِمْ سَدًّۭا وَمِنْ خَلْفِهِمْ سَدًّۭا فَأَغْشَيْنَـٰهُمْ فَهُمْ لَا يُبْصِرُونَ ﴿٩﴾
আমি সিহঁতক সত্যৰ পৰা ৰোধ কৰিবলৈ সিহঁতৰ আগফালে আৰু পিছফালে প্ৰতিৰোধক নিৰ্মাণ কৰিছোঁ। লগতে আমি সিহঁতক সত্যৰ পৰা ৰোধ কৰিবলৈ সিহঁ তৰ চকু ত ৰাখি দিছোঁ আৱৰণ। গতিকে সিহঁ তে সত্যৰ দ্বাৰা উপকৃ ত হোৱাৰ নিমিত্তে দেখিব নোৱাৰে। সিহঁ তৰ এই অৱস্থা তেতিয়া উৎপন্ন হৈছে, যেতিয়া সিহঁ তৰস্বৈ ৰাচাৰী স্বভাৱপ্ৰ কাশ পাইছে তথা কু ফৰীৰ ওপৰত অটল থকাৰজিদ প্ৰকাশ পাইছে।
وَسَوَآءٌ عَلَيْهِمْ ءَأَنذَرْتَهُمْ أَمْ لَمْ تُنذِرْهُمْ لَا يُؤْمِنُونَ ﴿١٠﴾
হে মুহাম্মদ! আপুনি এই স্বৈৰাচাৰী কাফিৰসকলক সাৱধান কৰক বা নকৰক সিহঁ তৰ বাবে দুয়োটাই সমান। কাৰণ আপুনি আল্লাহৰ ফালৰ পৰা যি লৈ আহিছে, সিহঁ তে সেইটোক কেতিয়াও বিশ্বাস নকৰিব।
إِنَّمَا تُنذِرُ مَنِ ٱتَّبَعَ ٱلذِّكْرَ وَخَشِىَ ٱلرَّحْمَـٰنَ بِٱلْغَيْبِ ۖ فَبَشِّرْهُ بِمَغْفِرَةٍۢ وَأَجْرٍۢ كَرِيمٍ ﴿١١﴾
আপোনাৰ সাৱধানবাণীৰ পৰা প্ৰকৃ ততে সেইসকল লোকেই উপকৃ ত হয় , যিসকলে এই কোৰআনক সত্য বুলি মানিছে আৰু ইয়াৰ শিক্ষা অনু যায়ী আমল কৰে। তথা নিৰ্জ নত আল্লাহক ভয় কৰে, যেতিয়া তাক কোনেও দেখা নাপায় । এনেকু ৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক আপুনি সুসংবাদ দিয় ক যে, আল্লাহে সিহঁ তৰ গুনাহসমূহ মচি দিব আৰু সিহঁ তক ক্ষমা কৰিব। লগতে আখিৰাতত তেওঁলোকৰ প্ৰতীক্ষাত আছে মহাপ্ৰ তিদান। অৰ্থাৎ তেওঁলোকে জান্নাতত প্ৰৱেশ কৰাৰসৌভাগ্যলাভ কৰিব।
إِنَّا نَحْنُ نُحْىِ ٱلْمَوْتَىٰ وَنَكْتُبُ مَا قَدَّمُوا۟ وَءَاثَـٰرَهُمْ ۚ وَكُلَّ شَىْءٍ أَحْصَيْنَـٰهُ فِىٓ إِمَامٍۢ مُّبِينٍۢ ﴿١٢﴾
কিয়ামতৰ দিনা নিশ্চিতভাৱে আমি মৃত ব্যক্তিসকলক হিচাপ-নিকাচৰ বাবে জীৱিত কৰি তু লিম। পৃথিৱীত সিহঁ তে ভাল-বেয়া যি কৰ্মই কৰে সেইটোক আমি লিখি ৰাখোঁ। এইদৰে আমি সিহঁ তৰ সেই নিদৰ্শনবোৰো লিখি ৰাখোঁ, যিবোৰ মৃত্যুৰ পিছতো অব্যাহত থাকে। নেক কৰ্ম হওক যেনেঃ চাদক্বাহ জাৰিয়াঅথবাবেয়াকৰ্ম যেনেঃকু ফৰ-শ্বি ৰ্কআদি। প্ৰতিটোবিষয় আমি স্পষ্ট গ্ৰন্থত গণনাকৰিৰাখিছোঁ,অৰ্থাৎ লওহে মাহফু জত।
وَٱضْرِبْ لَهُم مَّثَلًا أَصْحَـٰبَ ٱلْقَرْيَةِ إِذْ جَآءَهَا ٱلْمُرْسَلُونَ ﴿١٣﴾
হে ৰাছু ল! আপুনি এই স্বৈৰাচাৰী অস্বীকাৰকাৰীসকলক এটা উদাহৰণ দিয় ক, যাতে সিহঁ তে এটা শিক্ষা ল’বপাৰে। সেয়া হৈছে এখন জনবসতিৰঘটনা, যেতিয়া সিহঁ তৰ ওচৰলৈ সিহঁ তৰ ৰাছু ল আগমন কৰিছিল।
إِذْ أَرْسَلْنَآ إِلَيْهِمُ ٱثْنَيْنِ فَكَذَّبُوهُمَا فَعَزَّزْنَا بِثَالِثٍۢ فَقَالُوٓا۟ إِنَّآ إِلَيْكُم مُّرْسَلُونَ ﴿١٤﴾
প্ৰথমে আমি সিহঁ তৰ ওচৰলৈ দুজন ৰাছু ল প্ৰে ৰণ কৰিছিলোঁ, যাতে তেওঁলোকে সিহঁ তক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰে। কিন্তু যেতিয়া সিহঁ তে সেই ৰাছু ল দুজনক অস্বীকাৰ কৰিলে, তেতিয়া আমি তৃ তীয় জন ৰাছু ল প্ৰে ৰণ কৰি সেই ৰাছু ল দুজনক শক্তি প্ৰদান কৰিলোঁ। তিনিওজন ৰাছুলে গাওঁবাসীক উদ্দেশ্যি ক’লেঃ নিঃসন্দে হে আমি তিনিওজন তোমালোকৰ পিনে ৰাছুল হিচাপে প্ৰে ৰিত হৈছোঁ। যাতে আমি তোমালোকক আল্লাহৰ তাওহীদৰ পিনে আৰু তেওঁ ৰ চৰীয় ত মু তাবিক আমল কৰিবলৈ আহ্বান কৰিব পাৰোঁ।
قَالُوا۟ مَآ أَنتُمْ إِلَّا بَشَرٌۭ مِّثْلُنَا وَمَآ أَنزَلَ ٱلرَّحْمَـٰنُ مِن شَىْءٍ إِنْ أَنتُمْ إِلَّا تَكْذِبُونَ ﴿١٥﴾
গাওঁবাসীয়ে ৰাছুলসকলক ক’লেঃ তোমালোকে দেখোন আমাৰ দৰেই মানৱ। আমাৰ ওপৰত তোমালোকৰ কোনো বিশেষত্ব নাই। তথা ৰহমানেও তোমালোকৰওপৰত কোনো অহী প্ৰে ৰণ কৰা নাই। তোমালোকে এই দাবীৰজৰিয় তে কেৱল আল্লাহৰপ্ৰ তি মিছা আৰোপহে কৰিআছা। بلغ আল-কোৰআন · তাফছীৰ
قَالُوا۟ رَبُّنَا يَعْلَمُ إِنَّآ إِلَيْكُمْ لَمُرْسَلُونَ ﴿١٦﴾
গাওঁবাসীয়ে কৰা অস্বীকাৰৰ প্ৰত্যুত্তৰ দি তিনিওজন ৰাছু লে ক’লেঃ হে গাওঁবাসী! আমাৰ প্ৰতিপালকে ভালকৈয়ে জানে যে, আমি তেওঁৰ ফালৰ পৰা তোমালোকৰওচৰলৈ ৰাছু ল হিচাপে প্ৰে ৰিত। প্ৰমাণ হিচাপে এইটোৱেআমাৰবাবেযথেষ্ট ।
وَمَا عَلَيْنَآ إِلَّا ٱلْبَلَـٰغُ ٱلْمُبِينُ ﴿١٧﴾
তেওঁ আমাক যিটো বাৰ্তা তোমালোকৰ ওচৰলৈ পৌঁচাই দিয়াৰ দায়ি ত্বঅৰ্পন কৰিছে, সেইটো সুচাৰুৰূপে পালন কৰাটোৱে হৈছে আমাৰ মৌলিক দায়ি ত্ব। তোমালোককহিদায় ত প্ৰদান কৰাটোআমাৰকৰ্ত ব্যনহয় ।
قَالُوٓا۟ إِنَّا تَطَيَّرْنَا بِكُمْ ۖ لَئِن لَّمْ تَنتَهُوا۟ لَنَرْجُمَنَّكُمْ وَلَيَمَسَّنَّكُم مِّنَّا عَذَابٌ أَلِيمٌۭ ﴿١٨﴾
গাওঁ বাসীয়ে ৰাছু লসকলক ক’লেঃ আমি তোমালোকক অমঙ্গল বুলি ভাবোঁ। যদি তোমালোকে আমাক তাওহীদৰ পিনে আহ্বান কৰাৰ পৰা বিৰত নাথাকা তেন্তে আমি তোমালোকক শিল দলিয়াই মৃ ত্যুদণ্ড বিহিম। তথা আমাৰ ফালৰ পৰা তোমালোকে কষ্ট দায় ক শাস্তি ভোগ কৰিবা।
قَالُوا۟ طَـٰٓئِرُكُم مَّعَكُمْ ۚ أَئِن ذُكِّرْتُم ۚ بَلْ أَنتُمْ قَوْمٌۭ مُّسْرِفُونَ ﴿١٩﴾
ৰাছু লসকলে সিহঁ তক প্ৰত্যুত্তৰ দি ক’লেঃ তোমালোকৰ এই অমঙ্গল তোমালোকৰ বাবে অনিবাৰ্য্য, কাৰণ তোমালোকে আল্লাহৰ লগত কু ফৰী কৰিছা আৰু তেওঁ ৰ ৰাছু লসকলৰ অনু সৰণ পৰিত্যাগ কৰিছা। আমি তোমালোকক আল্লাহৰ স্মৰণ কৰাই আছোঁ, ইয়াক তোমালোকে অমঙ্গল বুলি ভাবা নেকি? বৰংতোমালোকে পাপকৰ্ম আৰুকু ফৰীত লিপ্ত হৈ সীমালঙ্ঘনহে কৰিছা।
وَجَآءَ مِنْ أَقْصَا ٱلْمَدِينَةِ رَجُلٌۭ يَسْعَىٰ قَالَ يَـٰقَوْمِ ٱتَّبِعُوا۟ ٱلْمُرْسَلِينَ ﴿٢٠﴾
এলেকাবাসীয়ে ৰাছু লসকলক অস্বীকাৰ কৰি তেওঁলোকক হত্যা আৰু নিৰ্যাতনৰ ভয় ভাবুকি প্ৰদান কৰা বিষয় ত এলেকাৰ দূৰণিৱৰ্তী প্ৰান্ত ৰ পৰা এজন ব্যক্তিয়ে ভীত-সন্ত্ৰ তস্ অৱস্থাত ততাতৈয়াকৈ আহি ক’লেঃ হে মোৰ সম্প্ৰ দায় ৰ লোকসকল! ৰাছুলসকলে যি বাৰ্তালৈ আহিছে তোমালোকে সেইটোৰ অনু সৰণ কৰা।
ٱتَّبِعُوا۟ مَن لَّا يَسْـَٔلُكُمْ أَجْرًۭا وَهُم مُّهْتَدُونَ ﴿٢١﴾
হে মোৰ সম্প্ৰ দায় ৰ লোকসকল! তেওঁলোকৰ কথা মানি লোৱা, যিসকলে তোমালোকক বাৰ্তা পৌঁচাই দিয়াৰ বিনিময় ত পাৰিশ্ৰ মিক নিবিচাৰে, লগতে আল্লাহৰ অহী পৌঁচাই দিয়াৰক্ষেত্ৰত তেওঁ লোক হৈছে হিদায় তপ্ৰাপ্ত । এনেকু ৱা লোকৰ অনু সৰণ নকৰিলে, তোমালোকে কাৰঅনু সৰণ কৰিবা?
وَمَا لِىَ لَآ أَعْبُدُ ٱلَّذِى فَطَرَنِى وَإِلَيْهِ تُرْجَعُونَ ﴿٢٢﴾
সেই শুভাকাংক্ষী ব্যক্তিজনে ক’লেঃ সেই আল্লাহৰ ইবাদতৰ পৰা মোক কিহে বাধা দিব, যিয়ে মোক সৃষ্টি কৰিছে? এতেকে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ইবাদতৰ পৰা কিহে বাধা দিয়ে , যি সত্তাই তোমালোকক সৃষ্টি কৰিছে? অথচ প্ৰতিদানৰ বাবে পুনৰুত্থিত হৈ একমাত্ৰ তেওঁ ৰ ওচৰতেই উভতি যাব লাগিব।
ءَأَتَّخِذُ مِن دُونِهِۦٓ ءَالِهَةً إِن يُرِدْنِ ٱلرَّحْمَـٰنُ بِضُرٍّۢ لَّا تُغْنِ عَنِّى شَفَـٰعَتُهُمْ شَيْـًۭٔا وَلَا يُنقِذُونِ ﴿٢٣﴾
মই সেই আল্লাহক এৰি অসত্য উপাস্যবোৰক গ্ৰহণ কৰিম নেকি, যিয়ে মোক সৃষ্টি কৰিছে? শুনা! ৰহমানে মোক ক্ষতি কৰিব বিচাৰিলে, এই উপাস্যবোৰৰ মধ্যস্ত তাই মোক একো উপকাৰ কৰিব নোৱাৰে। মোক উপকাৰ কৰাৰো এইবোৰৰ অধিকাৰ নাই আৰু অপকাৰ কৰাৰো ক্ষমতা নাই। যদি মই কু ফৰী অৱস্থাত মৃ ত্যুবৰণ কৰোঁ, তথা আল্লাহে যদি মোক শাস্তি বিহে, সেই শাস্তি ৰ পৰাও এইবোৰে মোক ৰক্ষা কৰিব নোৱাৰে। بلغ আল-কোৰআন · তাফছীৰ
إِنِّىٓ إِذًۭا لَّفِى ضَلَـٰلٍۢ مُّبِينٍ ﴿٢٤﴾
আল্লাহৰ বাহিৰে এইবোৰক যদি মই উপাস্য বুলি মানি লওঁ , তেন্তে এইটো হ’ব মোৰ বাবে প্ৰকাশ্য ভু ল। কাৰণ এনে কৰিলে অনু পযুক্ত সত্তাক উপাসনা কৰা হ’ব। আৰু উপযুক্ত সত্তাৰ ইবাদত ত্যাগ কৰা বুজাব।
إِنِّىٓ ءَامَنتُ بِرَبِّكُمْ فَٱسْمَعُونِ ﴿٢٥﴾
“হে মোৰ জাতিৰ লোকসকল! নিশ্চয় মই মোৰ আৰু তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিছোঁ। গতিকে তোমালোকে মোৰ কথা মনোযোগ সহকাৰে শুনা। তোমালোকে মোক হত্যা কৰাৰ যি ভাবুকি প্ৰদান কৰি আছা, সেইটোক মই অকণো ভ্ৰূক্ষেপ নকৰোঁ”। তথাপিও তেওঁৰ সম্প্ৰ দায়ে তেওঁ ক হত্যাকৰিলে। ফলত আল্লাহে তেওঁ ক জান্নাতত প্ৰৱেশ কৰালে।
قِيلَ ٱدْخُلِ ٱلْجَنَّةَ ۖ قَالَ يَـٰلَيْتَ قَوْمِى يَعْلَمُونَ ﴿٢٦﴾
بِمَا غَفَرَ لِى رَبِّى وَجَعَلَنِى مِنَ ٱلْمُكْرَمِينَ ﴿٢٧﴾
তেওঁ শ্বহীদ হোৱাৰ পিছত তেওঁক সন্মান প্ৰদান কৰি কোৱা হৈছেঃ “জান্নাতত প্ৰৱেশ কৰা”। এতেকে তেওঁ যেতিয়া প্ৰৱেশ কৰিলে আৰু জান্নাতৰ নিয়ামতসমূহ দেখা পালে তেতিয়া আশা ব্যক্ত কৰি ক’লেঃ আফচোচ! মোৰ জাতিৰ যিসকল লোকে মোক অস্বীকাৰ কৰিলে আৰু মোক হত্যা কৰিলে সিহঁ তে যদি এই বিষয়ে গম পালেহেঁ তেন যে, আল্লাহে মোৰগুনাহসমূহ ক্ষমা কৰিদিছে আৰুমোক বিভিন্ন প্ৰকাৰৰসন্মানেৰেবিভূষিত কৰিছে। যাতে তেওঁ লোকেও মোৰ দৰে ঈমান আনিব পাৰে তথা মোৰ দৰে প্ৰতিদান লাভ কৰিব পাৰে।
۞ وَمَآ أَنزَلْنَا عَلَىٰ قَوْمِهِۦ مِنۢ بَعْدِهِۦ مِن جُندٍۢ مِّنَ ٱلسَّمَآءِ وَمَا كُنَّا مُنزِلِينَ ﴿٢٨﴾
তেওঁ ক অস্বীকাৰ কৰা তথা তেওঁ ক হত্যা কৰা সম্প্ৰ দায় ক ধ্বংস কৰিবলৈ আকাশৰ পৰা ফিৰিস্তাৰ সেনা বাহিনী প্ৰে ৰণ কৰিবলৈ আমাৰ প্ৰয়োজন হোৱা নাছিল। সিহঁতক ধ্বংস কৰিবলৈ আমি ফিৰিস্তা অৱতীৰ্ণ কৰা নাছিলোঁ। সিহঁতৰ বিষয় টো ইয়াতকৈও সহজ আছিল। আমি এইটো নিৰ্ধাৰণ কৰি ৰাখিছিলোঁ যে, সিহঁ তক আকাশৰ পৰা অহা বিকট শব্দই ধ্বংস কৰিব। শাস্তি ৰ ফিৰিস্তা অৱতীৰ্ণ কৰি সিহঁ তক শাস্তি দিয়া নহ’ব। إن كانت إلا صيحة وحدة فإذا هم خمدون
إِن كَانَتْ إِلَّا صَيْحَةًۭ وَٰحِدَةًۭ فَإِذَا هُمْ خَـٰمِدُونَ ﴿٢٩﴾
তেওঁৰসম্প্ৰ দায় ৰধ্বংসৰবিৱৰণী আছিল কেৱল এইখিনি যে, আমি সিহঁ তৰওপৰত প্ৰচণ্ডশব্দ প্ৰে ৰণ কৰিছিলোঁ। ফলত তৎক্ষণাত সিহঁ ত উবুৰিখাই মাটি ত বাগৰি পৰিছিল। সিহঁ তৰ মাজৰ এজনো ৰক্ষা পোৱা নাছিল। সিহঁ তৰ উদাহৰণ হৈছে সেই জুইৰ দৰে, যিটো দপদপাই জ্বলি আছিল কিন্তু হঠাৎ নু মাই গ’ল আৰু যাৰ কোনো প্ৰভাৱ বাকী নাই।
يَـٰحَسْرَةً عَلَى ٱلْعِبَادِ ۚ مَا يَأْتِيهِم مِّن رَّسُولٍ إِلَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ ﴿٣٠﴾
হায়! কিয়ামতৰ দিনা হ’বলগীয়া অস্বীকাৰকাৰী বান্দাসকলৰ অনুতাপ, অনুশোচনা! যেতিয়া সিহঁতে স্বচক্ষে শাস্তি প্ৰত্যক্ষ কৰিব। কাৰণ পৃথিৱীত আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছিল তেতিয়াই সিহঁতে তেওঁক ঠাট্টা কৰিছিল তথা উপহাস কৰিছিল। গতিকে কিয়ামতৰ দিনা সিহঁ তৰ পৰিণাম হ’ব অনু তাপ, অনু শোচনা আৰু গ্লানি। কিয় নো সিহঁ তে আল্লাহ সম্পৰ্কে ও অৱহেলা কৰিছিল।
أَلَمْ يَرَوْا۟ كَمْ أَهْلَكْنَا قَبْلَهُم مِّنَ ٱلْقُرُونِ أَنَّهُمْ إِلَيْهِمْ لَا يَرْجِعُونَ ﴿٣١﴾
এই অস্বীকাৰকাৰী তথা উপহাসকাৰী লোকসকলে সিহঁতৰ পূৰ্বৱৰ্তী লোকসকলৰ মাজত কোনো শিক্ষণীয় বিষয় বিচাৰি নাপায় নেকি, কিয়নো নিশ্চিতভাৱে সিহঁ তে মৃ ত্যুবৰণ কৰিছে আৰু কেতিয়াও পৃথিৱীলৈ উভতি আহিব নোৱাৰিব। বৰং সিহঁ তে সেই কৰ্মৰ পৰিণামত গৈ উপনীত হৈছে, যিবোৰ সিহঁ তে পৃথিৱীত কৰিছে। লগতে আল্লাহেই সিহঁ তক ইয়াৰপ্ৰ তিদান দিব। بلغ আল-কোৰআন · তাফছীৰ ل ون ك لما جميع لدينا محضرون
وَإِن كُلٌّۭ لَّمَّا جَمِيعٌۭ لَّدَيْنَا مُحْضَرُونَ ﴿٣٢﴾
প্ৰত্যেক উম্মতকেই কিয়ামতৰদিনা পুনৰুত্থিত কৰাৰপাছত আমাৰওচৰলৈ উপস্থি ত কৰা হ'ব, কাৰণ আমিয়ে ই সিহঁ তক সিহঁ তৰকৰ্মৰপ্ৰ তিদান প্ৰদান ب কৰিম।
وَءَايَةٌۭ لَّهُمُ ٱلْأَرْضُ ٱلْمَيْتَةُ أَحْيَيْنَـٰهَا وَأَخْرَجْنَا مِنْهَا حَبًّۭا فَمِنْهُ يَأْكُلُونَ ﴿٣٣﴾
আখিৰাতৰ জীৱন সত্য, ইয়াক অস্বীকাৰ কৰা লোকসকলৰ বাবে এই মৃ ত শুকান ভূ মি হৈছে এটা প্ৰমাণ, য’ত আমি বৰষুণৰ পানী অৱতীৰ্ণ কৰি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ, লগতে বিভিন্ন প্ৰকাৰৰ শস্য উৎপাদন কৰোঁ যিবোৰ মানুহে ভক্ষণ কৰে। এতেকে যি সত্তাই বৰষুণৰ পানী অৱতীৰ্ণ কৰি শুকান ভূ মিক জীৱিত কৰে তথা উদ্ভিদ আদি উৎপন্ন কৰে, তেওঁ নিশ্চয় মৃ ত ব্যক্তি ক জীৱিত কৰিবলৈ তথা পুনৰুত্থান কৰিবলৈ সক্ষম।
وَجَعَلْنَا فِيهَا جَنَّـٰتٍۢ مِّن نَّخِيلٍۢ وَأَعْنَـٰبٍۢ وَفَجَّرْنَا فِيهَا مِنَ ٱلْعُيُونِ ﴿٣٤﴾
বৰষুণৰ পানী অৱতীৰ্ণ কৰা এই ভূ মিত আমি উৎপন্ন কৰিছোঁ খেজুৰ আৰু আঙু ৰ আদিৰ বাগান। লগতে ইয়াত অহৰহ পানী যোগানৰ বাবে আমি নিজৰা প্ৰবাহিত কৰিছোঁ।
لِيَأْكُلُوا۟ مِن ثَمَرِهِۦ وَمَا عَمِلَتْهُ أَيْدِيهِمْ ۖ أَفَلَا يَشْكُرُونَ ﴿٣٥﴾
যাতে মানু হে সেই বাগানবোৰৰফল ভক্ষণ কৰিবপাৰে,যিবোৰআল্লাহে সিহঁ তক নিয়ামতস্ব ৰূপে প্ৰদান কৰিছে। সিহঁ তৰপ্ৰ য়াসত এইবোৰেঅস্তি ত্বলাভ কৰা নাই। এতেকে সিহঁতে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰি আৰু একমাত্ৰ আল্লাহৰ ইবাদত কৰি তেওঁৰ নিয়ামতসমূহৰ কৃ তজ্ঞতা জ্ঞাপন কৰিবনে?!
سُبْحَـٰنَ ٱلَّذِى خَلَقَ ٱلْأَزْوَٰجَ كُلَّهَا مِمَّا تُنۢبِتُ ٱلْأَرْضُ وَمِنْ أَنفُسِهِمْ وَمِمَّا لَا يَعْلَمُونَ ﴿٣٦﴾
আল্লাহ পৱিত্ৰ তথা মহান, তেৱেঁই বিভিন্ন প্ৰকাৰৰ উদ্ভিদ তথা গছ-গছনি সৃষ্টি কৰিছে। লগতে মানু হৰ মাজতো তেৱেঁই নৰ-নাৰী সৃষ্টি কৰিছে। জল আৰু স্থলত তেওঁ এনেকু ৱাঅসংখ্যজীৱসৃষ্টি কৰিছে,যিবোৰৰবিষয়ে মানু হে গমেই নাপায় ।
وَءَايَةٌۭ لَّهُمُ ٱلَّيْلُ نَسْلَخُ مِنْهُ ٱلنَّهَارَ فَإِذَا هُم مُّظْلِمُونَ ﴿٣٧﴾
মানুহৰ বাবে আল্লাহৰ তাওহীদৰ এইটোও এটা প্ৰমাণ যে, দিনৰ প্ৰস্থান আৰু ৰাতিৰ আগমণৰ সময় ত আমি যেতিয়া ৰাতিৰ পৰা দিনক টানি নিওঁ, তেতিয়া আমিয়ে ই পোহৰগুচাই অন্ধকাৰলৈ আহোঁ, তেতিয়া হঠাৎ মানু হে ৰাতিৰঅন্ধকাৰত প্ৰৱেশ কৰে।
وَٱلشَّمْسُ تَجْرِى لِمُسْتَقَرٍّۢ لَّهَا ۚ ذَٰلِكَ تَقْدِيرُ ٱلْعَزِيزِ ٱلْعَلِيمِ ﴿٣٨﴾
সিহঁ তৰ বাবে আল্লাহৰ তাওহীদৰ আন এটা প্ৰমাণ হৈছে সূৰ্য্য, যিটো নিৰ্ধাৰিত সময় লৈকে গতি কৰি আছে, ইয়াৰ সঠি ক ম্যাদ সম্পৰ্কে একমাত্ৰ আল্লাহেই অৱগত। সূৰ্য্যই কেতিয়াও নিজৰনিৰ্ধাৰিত সময় অতিক্ৰ ম কৰিবনোৱাৰিব। এই নিৰ্ধাৰণ হৈছে মহাপৰাক্ৰ মশালীআল্লাহৰনিৰ্ধাৰণ,যাক কোনেও বিৱশ কৰিবনোৱাৰে। তেৱেঁই সৰ্বজ্ঞ,সৃষ্টি সম্পৰ্কে কোনোকথাই তেওঁ ৰপৰাগোপন নহয় ।
وَٱلْقَمَرَ قَدَّرْنَـٰهُ مَنَازِلَ حَتَّىٰ عَادَ كَٱلْعُرْجُونِ ٱلْقَدِيمِ ﴿٣٩﴾
চন্দ্ৰ ও হৈছে সিহঁ তৰবাবেআল্লাহৰতাওহীদৰএটা প্ৰমাণ, আমিয়ে ই নিৰ্ধাৰণ কৰিছোঁ চন্দ্ৰ ৰবাবেপ্ৰ ত্যেক ৰাতিত একো একোটা মঞ্জিল। আৰম্ভ ণিত সৰু থাকে আৰুতাৰপিছত ডাঙৰহয় । আকৌ ক্ৰমান্ব য়ে সৰুহৈ থাকে। অৱশেষত খেজুৰগছৰশুকান তথা পূৰণি ঠানিৰনিচিনা মিহি হৈ পৰে। بلغ আল-কোৰআন · তাফছীৰ ل
لَا ٱلشَّمْسُ يَنۢبَغِى لَهَآ أَن تُدْرِكَ ٱلْقَمَرَ وَلَا ٱلَّيْلُ سَابِقُ ٱلنَّهَارِ ۚ وَكُلٌّۭ فِى فَلَكٍۢ يَسْبَحُونَ ﴿٤٠﴾
সূৰ্য্য, চন্দ্ৰ , ৰাতি আৰু দিনৰ নিদৰ্শনবোৰ হৈছে আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত। ইয়াৰ মাজৰ এটায়ো নিজৰ নিৰ্ধাৰিত সীমা অতিক্ৰ ম কৰিব নোৱাৰে। সূৰ্য্যই কেতিয়াও নিজৰ গতিপথ সলাই চন্দ্ৰ ক ধৰিব নোৱাৰে, অথবা চন্দ্ৰ ৰ দৰে জ্যোতিহীন হোৱাটোও তাৰ বাবে সম্ভ ৱ নহয় । এইদৰে ৰাতিয়ে ও দিনক অতিক্ৰম কৰা সম্ভ ৱ নহয় , অৰ্থাৎ দিনৰ নিৰ্ধাৰিত সময় অতিক্ৰম হোৱাৰ পূৰ্বেই ৰাতিৰ আগমণ সম্ভ ৱ নহয় । এই সকলোবোৰ সৃষ্টি হৈছে আল্লাহৰ নিয় ন্ত্ৰ ণাধীন। ইয়াৰবাহিৰেআন আন গ্ৰহ নক্ষত্ৰবোৰৰো আছে নিজা নিজা গতিপথ। আল্লাহেই সেইবোৰনিৰ্ধাৰণ কৰিছে আৰুতেৱেঁই সেইবোৰক সুৰক্ষা প্ৰদান কৰে।
وَءَايَةٌۭ لَّهُمْ أَنَّا حَمَلْنَا ذُرِّيَّتَهُمْ فِى ٱلْفُلْكِ ٱلْمَشْحُونِ ﴿٤١﴾
এইদৰে আল্লাহৰ তাওহীদৰ আৰু বান্দাসকলৰ প্ৰতি কৰা তেওঁ ৰ নিয়ামতসমূ হৰ এটা প্ৰমাণ হৈছে এই যে, নূ হৰ যুগত সংঘটি ত হোৱা মহা প্লাৱনৰ পৰা তেৱেঁই আদম সন্তানক আল্লাহৰ সৃষ্টি ৰে ভৰা নাঁৱত আৰোহণ কৰাইছিল। কিয় নো আল্লাহে সেই নাঁৱত প্ৰত্যেক সৃষ্টি ৰেই এযোৰ এযোৰকৈ উঠাবলৈ নিৰ্দে শ দিছিল। وخلقنا لهم من مثله ما يركبون
وَخَلَقْنَا لَهُم مِّن مِّثْلِهِۦ مَا يَرْكَبُونَ ﴿٤٢﴾
সিহঁ তৰ বাবে আল্লাহৰ তাওহীদৰ আৰু বান্দাসকলৰ প্ৰতি কৰা তেওঁ ৰ নিয়ামতসমূ হৰ এইটোও এটা প্ৰমাণ যে, আমি সিহঁ তৰ বাবে নূ হ আলাইহিচ্ছালামৰ নাঁৱৰ দৰে অন্যান্য পৰিবহণো বনাইছোঁ। وإن نشأ نغرقهم فلا صريخلهم ولا هم ينقذون
وَإِن نَّشَأْ نُغْرِقْهُمْ فَلَا صَرِيخَ لَهُمْ وَلَا هُمْ يُنقَذُونَ ﴿٤٣﴾
আমি সিহঁতক ডুবাই মাৰিব বিচাৰিলে নিশ্চয় মাৰিব পাৰিলোঁহেঁতেন। যদি আমি সিহঁতক ডুবাই মৰাৰ সিদ্ধাতন্ ল’লোঁহেঁতেন তেন্তে সিহঁতৰ কাকু তি মিনতি তথা সহায় প্ৰাৰ্থনাত সঁহাৰি দিব পৰা কোনো নাথাকিলহেঁতেন। আনহাতে আমাৰ ফয় চালা অনুযায়ী সিহঁতে ডুবি যোৱাৰ সময় ত কোনো ত্ৰাণকৰ্তাকো বিচাৰি নাপালেহেঁ তেন। إلا رحمة منا ومتعا إلى حين
إِلَّا رَحْمَةًۭ مِّنَّا وَمَتَـٰعًا إِلَىٰ حِينٍۢ ﴿٤٤﴾
যদি আমি সিহঁ তৰ প্ৰতি কৃ পা কৰি সিহঁ তক ডু বি যোৱাৰ পৰা ৰক্ষা কৰিলোঁহেঁ তেন আৰু সিহঁ তক এটা নিৰ্ধাৰিত সময় লৈকে উপভোগ কৰাৰ অৱকাশ প্ৰদান কৰিলোঁহেঁ তেন, তথাপিও সিহঁ তে সেইটোক কেতিয়াও অতিক্ৰ ম কৰিব নোৱাৰিলেহেঁ তেন। এতেকে সম্ভ ৱতঃ সিহঁ তে শিক্ষা গ্ৰহণ কৰিব আৰু ঈমান পোষণ কৰিব।
وَإِذَا قِيلَ لَهُمُ ٱتَّقُوا۟ مَا بَيْنَ أَيْدِيكُمْ وَمَا خَلْفَكُمْ لَعَلَّكُمْ تُرْحَمُونَ ﴿٤٥﴾
ঈমানৰ পৰা বিমু খ হোৱা এই মু শ্বৰিকসকলক যেতিয়া কোৱা হয় যে, আখিৰাত আৰু ইয়াৰ কঠি ন পৰিস্থি তি সম্পৰ্কে ভয় কৰা, লগতে পিছফালে এৰি থৈ যোৱা পৃথিৱী সম্পৰ্কে ও সতৰ্ক হোৱা, যাতে আল্লাহে অনুগ্ৰ হক্ৰ মে তোমালোকৰপ্ৰ তি দয়া কৰে। এই কথাষাৰকো সিহঁ তে নামানে। বৰংইয়াক কেৰেপ নকৰি ইয়াৰ পৰা আঁতৰি থাকে। وما تأتيهم من ءاية من ءايت ربهم إلا كانواعنها معرضين
وَمَا تَأْتِيهِم مِّنْ ءَايَةٍۢ مِّنْ ءَايَـٰتِ رَبِّهِمْ إِلَّا كَانُوا۟ عَنْهَا مُعْرِضِينَ ﴿٤٦﴾
এই স্বৈৰাচাৰী মুশ্বৰিকসকলৰ ওচৰত যেতিয়াই আল্লাহৰ এনেকু ৱা কোনো আয়াত অৱতীৰ্ণ হৈছিল, যি আয়াতবোৰে তেওঁৰ তাওহীদ আৰু তেওঁ এককভাৱে ইবাদতৰ যোগ্য হোৱা বিষয় টো প্ৰমাণ কৰে, তেতিয়াই সিহঁ তে সেই আয়াতবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ নকৰাকৈ বিমু খ হৈ আঁতৰি যায় । بلغ আল-কোৰআন · তাফছীৰ
وَإِذَا قِيلَ لَهُمْ أَنفِقُوا۟ مِمَّا رَزَقَكُمُ ٱللَّهُ قَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوٓا۟ أَنُطْعِمُ مَن لَّوْ يَشَآءُ ٱللَّهُ أَطْعَمَهُۥٓ إِنْ أَنتُمْ إِلَّا فِى ضَلَـٰلٍۢ مُّبِينٍۢ ﴿٤٧﴾
فى ضلل مبين শত্ৰুতা পোষণ কৰা এই লোকসকলক যেতিয়া কোৱা হয় যে, আল্লাহে তোমালোকক যি ধন-সম্পদ দান কৰিছে, সেইবোৰৰ দ্বাৰা দুখীয়া-দৰিদ্ৰ সকলক সহায় কৰা। তেতিয়া সিহঁ তে মু মিনসকলক উত্তৰ দি কয়ঃ আমি সিহঁ তক কিয় খোৱাম, যিসকলক আল্লাহে ইচ্ছা কৰিলে নিশ্চয় খোৱাব পাৰে? আনহাতে আমিতোতেওঁ ৰইচ্ছাৰবিপৰীতে কোনোকাম কৰানাই। হে মু মিনসকল! প্ৰকৃ তপক্ষে তোমালোকেই স্পষ্ট বিভ্ৰান্তি ত পতিত হৈ আছা।
وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ ﴿٤٨﴾
পুনৰুত্থানক অস্বীকাৰ কৰা কাফিৰসকলে ইয়াক অস্বীকাৰ কৰি তথা ইয়াক অসম্ভ ৱ বুলি আখ্যায়ি ত কৰি কয়ঃ হে মু মিনসকল! যদি তোমালোকে সঁচাই নিজৰ দাবীত সত্যবাদী তেন্তে কোৱাচোন, সেইটো কেতিয়া সংঘটি ত হ’ব?! ما ينظرون إلا صيحة وحدة تأخذهم وهم يخصمون
مَا يَنظُرُونَ إِلَّا صَيْحَةًۭ وَٰحِدَةًۭ تَأْخُذُهُمْ وَهُمْ يَخِصِّمُونَ ﴿٤٩﴾
পুনৰুত্থানক অস্বীকাৰ কৰা তথা ইয়াক অসম্ভ ৱ বুলি ধাৰণা কৰা লোকসকলে কেৱল শিঙাত প্ৰথমবাৰ ফুঁ দিয়াৰ অপেক্ষা কৰি আছে। শিঙাত ফুঁ দিয়াৰ লগে লগে প্ৰচণ্ডবিকট শব্দই সিহঁ তক গ্ৰাস কৰিব,অথচ তেতিয়াসিহঁ তে সাংসাৰিক কামত ব্যস্ত থাকিব। কিছু মানে ক্ৰয় -বিক্ৰ য় ত ব্যস্ত থাকিব,কিছু মানে খেতি-বাতিত ব্যস্ত থাকিবতথাআন কিছু মানে পশুপালনত ব্যস্ত থাকিব।
فَلَا يَسْتَطِيعُونَ تَوْصِيَةًۭ وَلَآ إِلَىٰٓ أَهْلِهِمْ يَرْجِعُونَ ﴿٥٠﴾
হঠাৎ যেতিয়া এই বিকট শব্দই সিহঁ তক আগুৰি ধৰিব, তেতিয়া সিহঁ তে ইজনে সিজনক অছিয় তো কৰিব নোৱাৰিব আৰু ঘৰ তথা পৰিয়ালৰ ওচৰলৈও উভতি যাবনোৱাৰিব। বৰংসিহঁ ত এই ব্যস্ত থকাঅৱস্থাতেই মৃ ত্যুবৰণ কৰিব।
وَنُفِخَ فِى ٱلصُّورِ فَإِذَا هُم مِّنَ ٱلْأَجْدَاثِ إِلَىٰ رَبِّهِمْ يَنسِلُونَ ﴿٥١﴾
দ্বি তীয় বাৰ শিঙাত ফুঁ দিয়া হ’ব পুনৰজীৱনৰ বাবে। তেতিয়া সিহঁ তে হঠাৎ কবৰৰ পৰা ওলাই হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে নিজ প্ৰতিপালকৰ ওচৰলৈ লৰ মাৰিব।
قَالُوا۟ يَـٰوَيْلَنَا مَنۢ بَعَثَنَا مِن مَّرْقَدِنَا ۜ ۗ هَـٰذَا مَا وَعَدَ ٱلرَّحْمَـٰنُ وَصَدَقَ ٱلْمُرْسَلُونَ ﴿٥٢﴾
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা কাফিৰসকলে লজ্জিত হৈ ক’বঃ হায় আফচোচ! আমাক আমাৰ কবৰৰ পৰা কোনে জীৱিত কৰিলে? তেতিয়া সিহঁতক সিহঁতৰ প্ৰশ্নৰ উত্তৰ দিয়া হ’ব, এইটোৱে সেই প্ৰতিশ্ৰুতি যিটো আল্লাহে কৰিছিল; যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল। এই ক্ষেত্ৰত ৰাছু লসকলে প্ৰতিপালকৰ তৰফৰ পৰা যি বাৰ্তা লৈ আহিছিল, সেইবোৰ পৰিপূৰ্ণৰূপে সত্য আছিল। إن كانت إلا صيحة وحدة فإذا هم جميع لدينا محضرون
إِن كَانَتْ إِلَّا صَيْحَةًۭ وَٰحِدَةًۭ فَإِذَا هُمْ جَمِيعٌۭ لَّدَيْنَا مُحْضَرُونَ ﴿٥٣﴾
শিঙাত দ্বি তীয় বাৰ ফুঁ দিয়াৰ পিছতেই কবৰৰ পৰা পুনৰ্জীৱিত হোৱাৰ ঘটনা সংঘটি ত হ’ব। তাৰ পিছত চাওঁ তে চাওঁ তে সকলো মখলুক কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে আমাৰ সন্মুখত আহি উপস্থি ত হ’ব।
فَٱلْيَوْمَ لَا تُظْلَمُ نَفْسٌۭ شَيْـًۭٔا وَلَا تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ ﴿٥٤﴾
সেইদিনা ন্যায় সহকাৰে ফয় চালা কৰা হ’ব। হে বান্দাসকল! সেইদিনা কাৰো গুনাহ বৃদ্ধি কৰি তথা কাৰোবাৰ নেকী হ্ৰাস কৰি কোনো ধৰণৰ অন্যায় কৰা নহ’ব। বৰং তোমালোকক পৰিপূৰ্ণৰূপে তাৰেই প্ৰতিদান দিয়া হ’ব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা। بلغ আল-কোৰআন · তাফছীৰ
إِنَّ أَصْحَـٰبَ ٱلْجَنَّةِ ٱلْيَوْمَ فِى شُغُلٍۢ فَـٰكِهُونَ ﴿٥٥﴾
কিয়ামতৰ দিনা জান্নাতৰ অধিবাসীসকলে আনৰ বিষয়ে চিন্তা কৰাৰ সময়ে ই নাপাব। কিয় নো তেওঁ লোকে চিৰস্থায়ী নিয়ামত আৰু মহাসফলতা প্ৰত্যেক্ষ কৰিব। তেওঁ লোকে আনন্দি ত হৈ জান্নাতৰনিয়ামতসমূ হ উপভোগ কৰিব।
هُمْ وَأَزْوَٰجُهُمْ فِى ظِلَـٰلٍ عَلَى ٱلْأَرَآئِكِ مُتَّكِـُٔونَ ﴿٥٦﴾
তেওঁ লোকে আৰু তেওঁ লোকৰ স্ত্ৰীসকল জান্নাতৰ ঘন ছাঁৰ তলত সুসজ্জিত আসনত বহি আনন্দ উপভোগ কৰিব। لهم فيها فكهة ولهم ما يدعون
لَهُمْ فِيهَا فَـٰكِهَةٌۭ وَلَهُم مَّا يَدَّعُونَ ﴿٥٧﴾
তেওঁ লোকৰ বাবে জান্নাতত থাকিব বিভিন্ন প্ৰকাৰৰ উত্তম ফলমূ ল। যেনেঃ আঙু ৰ, ডিমৰু আৰু ডালিম আদি। তাত তেওঁ লোকে বিচৰা সকলো প্ৰকাৰৰ ভোগ সামগ্ৰী আৰু বিভিন্ন প্ৰকাৰৰ নিয়ামত উপলব্ধ পাব। তেওঁ লোকে তাত যিটোৱে বিচাৰিব সেইটোৱেই উপলব্ধ পাব। سلم قولا من رب رحيم
سَلَـٰمٌۭ قَوْلًۭا مِّن رَّبٍّۢ رَّحِيمٍۢ ﴿٥٨﴾
এইবোৰ নিয়ামতৰ ওপৰত থাকিব ছালাম, যিটো তেওঁ লোকে অৰ্জ ন কৰিব। এইটো প্ৰতিপালকৰ তৰফৰ পৰা উপস্থাপিত হ'ব, যিজন তেওঁ লোকৰ প্ৰতি অতি দয়ালু। এতেকে যেতিয়া তেওঁলোকে ছালাম লাভ কৰিব, তেতিয়াৰ পৰা তেওঁলোক সকলো ফালৰ পৰা সুৰক্ষিত তথা নিৰাপদ থাকিব। তেওঁ লোকে এনেকু ৱা ছালাম লাভ কৰিব, যাৰওপৰত আন কোনো অভিবাদন নাই।
وَٱمْتَـٰزُوا۟ ٱلْيَوْمَ أَيُّهَا ٱلْمُجْرِمُونَ ﴿٥٩﴾
কিয়ামতৰ দিনা মুশ্বৰিকসকলক কোৱা হ'ব, মুমিনসকলৰ পৰা পৃথক হৈ যোৱা। কাৰণ তোমালোকৰ সৈতে অৱস্থান কৰাটো তেওঁলোকৰ বাবে অনু চিত। কিয় নো তোমালোকৰو প্ৰতিদান তেওঁ লোকৰপ্ৰ তিদানতকৈ পৃথক, আনহাতে তোমালোকৰবৈশিষ্ট্য তেওঁ লোকৰবৈশিষ্ট্যতকৈ ভিন্ন।
۞ أَلَمْ أَعْهَدْ إِلَيْكُمْ يَـٰبَنِىٓ ءَادَمَ أَن لَّا تَعْبُدُوا۟ ٱلشَّيْطَـٰنَ ۖ إِنَّهُۥ لَكُمْ عَدُوٌّۭ مُّبِينٌۭ ﴿٦٠﴾
মই তোমালোকক মোৰৰাছু লসকলৰদ্বাৰা আদেশ দিয়া নাছিলোঁনে তথা এই উপদেশ দিয়া নাছিলোঁনে যে, হে আদম সন্তান! বিভিন্ন প্ৰকাৰৰকু ফৰী আৰু গুনাহৰ কৰ্মত লিপ্ত হৈ তোমালোকে চয়তানৰ অনুসৰণ নকৰিবা। নিশ্চয় চয়তান হৈছে তোমালোকৰ প্ৰকাশ্য শত্ৰু। তেনেক্ষেত্ৰত এজন বিবেকৱান ব্যক্তি য়ে কেনেকৈ নিজৰপ্ৰ কাশ্য শত্ৰুৰঅনু সৰণ কৰিব, যাৰশত্ৰুতা সম্পৰ্কে সি অৱগত!
وَأَنِ ٱعْبُدُونِى ۚ هَـٰذَا صِرَٰطٌۭ مُّسْتَقِيمٌۭ ﴿٦١﴾
হে আদম সন্তান! মই তোমালোকক আদেশ দিছিলোঁ যে, তোমালোকে একমাত্ৰ মোৰেই ইবাদত কৰা আৰু মোৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা। কিয় নোমোৰইবাদত আৰুমোৰআনু গত্যই হৈছে একমাত্ৰ সঠি ক পথ। যি পথে মোৰসন্তু ষ্টি লাভ আৰুজান্নাতত প্ৰৱেশ কৰাৰবাট সুগম কৰি দিয়ে । কিন্তু তোমালোকেমোৰআদেশ আৰুমোৰউপদেশ পালন কৰানাছিলা।ل
وَلَقَدْ أَضَلَّ مِنكُمْ جِبِلًّۭا كَثِيرًا ۖ أَفَلَمْ تَكُونُوا۟ تَعْقِلُونَ ﴿٦٢﴾
চয় তানে তোমালোকৰ মাজৰ বহুতকে পথভ্ৰ ষ্টকৰিছে। তোমালোকৰ বিবেক নাছিল নেকি, যিটোৱে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ আনু গত্য কৰিবলৈ তথা একমাত্ৰ তেওঁৰেই ইবাদত কৰিবলৈ আদেশ দিলেহেঁ তেন! তথা চয় তানৰ অনুসৰণৰ পৰা আঁতৰাই ৰাখিলেহেঁ তেন, যিজন তোমালোকৰ প্ৰকাশ্য শত্ৰু?! بلغ আল-কোৰআন · তাফছীৰ
هَـٰذِهِۦ جَهَنَّمُ ٱلَّتِى كُنتُمْ تُوعَدُونَ ﴿٦٣﴾
এইখনেই হৈছে সেই জাহান্নাম, কু ফৰীৰ প্ৰতিফলস্বৰূপে পৃথিৱীত তোমালোকক যিখনৰ বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেই সময় ত তোমালোকে ইয়াক দেখা পোৱা নাছিলা। কিন্তু আজি তোমালোকে ইয়াক স্বচক্ষে প্ৰত্যক্ষ কৰিআছা।
ٱصْلَوْهَا ٱلْيَوْمَ بِمَا كُنتُمْ تَكْفُرُونَ ﴿٦٤﴾
আজি ইয়াত প্ৰৱেশ কৰা, আৰু ইয়াৰ উত্তাপ ভোগ কৰা। কিয় নো পৃথিৱীত তোমালোকে আল্লাহক অস্বীকাৰ কৰিছিলা।
ٱلْيَوْمَ نَخْتِمُ عَلَىٰٓ أَفْوَٰهِهِمْ وَتُكَلِّمُنَآ أَيْدِيهِمْ وَتَشْهَدُ أَرْجُلُهُم بِمَا كَانُوا۟ يَكْسِبُونَ ﴿٦٥﴾
আজি আমি সিহঁ তৰমুখত মোহৰমাৰিদিম, ফলত সিহঁ ত বোবা হৈ পৰিব। সিহঁ তে কৰা কু ফৰী আৰুগুনাহক অস্বীকাৰকৰিবনোৱাৰিব। সিহঁ তৰহাতে আমাৰ লগত কথা ক’ব, পৃথিৱীত কি কি কাম কৰিছিল। সিহঁ তৰ ভৰিয়ে ও সাক্ষ্য দিব, সিহঁ তে কি কি গুনাহ কৰিবলৈ আগুৱাই গৈছিল।
وَلَوْ نَشَآءُ لَطَمَسْنَا عَلَىٰٓ أَعْيُنِهِمْ فَٱسْتَبَقُوا۟ ٱلصِّرَٰطَ فَأَنَّىٰ يُبْصِرُونَ ﴿٦٦﴾
আমি ইচ্ছা কৰিলে সিহঁ তৰ দৃষ্টি শক্তি হৰণ কৰিব পাৰোঁ, তেতিয়া সিহঁ তে একোৱেই দেখিবলৈ নাপাব। যেতিয়া সিহঁ তে পুলচিৰাত পাৰ কৰিবলৈ দৌৰিব, যাতে পাৰহৈ জান্নাত লাভ কৰিবপাৰে;তেতিয়াي সিহঁ তৰবাবেসেইটোপাৰকৰাঅসম্ভ ৱহ’ব। কিয় নোসিহঁ তৰদৃষ্টি শক্তি হৰণ হৈছে।
وَلَوْ نَشَآءُ لَمَسَخْنَـٰهُمْ عَلَىٰ مَكَانَتِهِمْ فَمَا ٱسْتَطَـٰعُوا۟ مُضِيًّۭا وَلَا يَرْجِعُونَ ﴿٦٧﴾
যদি আমি সিহঁ তৰআকৃ তিক বিকৃ ত কৰিববিচাৰোঁ তথা সিহঁ তক ভৰিকোঁচাই বহোৱাববিচাৰোঁ তেন্তে নিশ্চয় সিহঁ তৰআকৃ তিক বিকৃ ত কৰিবলৈ সক্ষম, আৰু সিহঁ তক ভৰিৰ ওপৰত বহোৱাবও পাৰিম। তেতিয়া সিহঁ তে নিজ স্থানৰ পৰা অলপো লৰচৰ কৰিব নোৱাৰিব। আগুৱাবও নোৱাৰিব, পিছৱাবও নোৱাৰিব।
وَمَن نُّعَمِّرْهُ نُنَكِّسْهُ فِى ٱلْخَلْقِ ۖ أَفَلَا يَعْقِلُونَ ﴿٦٨﴾
যি ব্যক্তিৰ আয়ুস আমি বৃদ্ধি কৰি দিওঁ, তাক আমি দুৰ্বল অৱস্থালৈ ওভোতাই দিওঁ। সিহঁতে নিজৰ বিবেকেৰে চিন্তা কৰি নাচায় নেকি? তথা এই কথাষাৰকো সিহঁ তে বুজি নাপায় নেকি যে, এইখন সিহঁ তৰ চিৰস্থায়ী তথা স্থায়ী ঘৰ নহয় । বৰং চিৰস্থায়ী ঘৰ হৈছে আখাৰিতৰ ঘৰ।
وَمَا عَلَّمْنَـٰهُ ٱلشِّعْرَ وَمَا يَنۢبَغِى لَهُۥٓ ۚ إِنْ هُوَ إِلَّا ذِكْرٌۭ وَقُرْءَانٌۭ مُّبِينٌۭ ﴿٦٩﴾
আমি মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কবিতা শিকোৱা নাই, আৰু তেওঁ ৰ বাবে এয়া উচিতো নহয় । কিয় নো তেওঁ ৰ স্বভাৱে এইটো কেতিয়াও দাবী নকৰে। এতেকে কিহৰ ভিত্তিত তোমালোকৰ এই দাবী সঁচা হ’ব পাৰে যে, তেওঁ হৈছে এজন কবি? আমি তেওঁক যি শিকাইছোঁ সেইখন হৈছে উপদেশবাণী, তথা চিন্তা-চৰ্চা কৰা লোকসকলৰ বাবে স্পষ্ট কোৰআন। ي
لِّيُنذِرَ مَن كَانَ حَيًّۭا وَيَحِقَّ ٱلْقَوْلُ عَلَى ٱلْكَـٰفِرِينَ ﴿٧٠﴾
যাতে সেই ব্যক্তিক সতৰ্ক কৰিবপাৰে, যাৰঅন্ত ৰহৈছে জীৱিত আৰুবিবেক আলোকিত। কিয় নো এনেকু ৱা ব্যক্তিয়ে ই কোৰআনৰদ্বাৰা উপকৃ ত হয় । আনহাতে কাফিৰ ব্যক্তিৰ ওপৰত শাস্তি অনিবাৰ্য্য হয় , কিয় নো সিহঁতৰ ওচৰত প্ৰমাণ অৱতীৰ্ণ কৰা হৈছে তথা দাৱাত পৌঁচাই দিয়া হৈছে। গতিকে সিহঁ তৰ ফালৰ পৰা অজুহাত উপস্থাপন কৰাৰ কোনো অৱকাশ নাথাকিব। بلغ আল-কোৰআন · তাফছীৰ
أَوَلَمْ يَرَوْا۟ أَنَّا خَلَقْنَا لَهُم مِّمَّا عَمِلَتْ أَيْدِينَآ أَنْعَـٰمًۭا فَهُمْ لَهَا مَـٰلِكُونَ ﴿٧١﴾
সিহঁ তে লক্ষ্য নকৰে নেকি যে, নিশ্চয় আমিয়ে ই সিহঁ তৰ বাবে ঘৰচীয়া জন্তু বোৰ সৃষ্টি কৰিছোঁ। যিবোৰৰ স্বত্বাধিকাৰী তেওঁলোকৰেই হাতত। নিজৰ উপযোগিতা অনু সাৰে সেইবোৰক ব্যৱহাৰ কৰে। وذللنها لهم فمنها ركوبهم ومنها يأكلون
وَذَلَّلْنَـٰهَا لَهُمْ فَمِنْهَا رَكُوبُهُمْ وَمِنْهَا يَأْكُلُونَ ﴿٧٢﴾
আমি সেই জন্তু বোৰক সিহঁ তৰ অধীনস্থ কৰি দিছোঁ আৰু সেইবোৰক সিহঁ তৰ বশীভূত কৰিছোঁ তথা সিহঁ তৰ আদেশ মতে চলিব পৰা বনাই দিছোঁ। এতেকে সিহঁ তে সেইবোৰৰকিছু মানক পৰিবহন হিচাপে ব্যৱহাৰকৰেতথা সেইবোৰৰপিঠি ত বয় -বস্তু বহন কৰিলৈ যায় , আৰু কিছু মানৰসিহঁ তে মাংস ভক্ষণ কৰে।
وَلَهُمْ فِيهَا مَنَـٰفِعُ وَمَشَارِبُ ۖ أَفَلَا يَشْكُرُونَ ﴿٧٣﴾
সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰ কৰা আৰু সেইবোৰৰ মাংস ভক্ষণ কৰাৰ বাহিৰেও সিহঁ তৰ বাবে সেইবোৰৰ মাজত আছে বহুতো উপকাৰ। যেনেঃ সেইবোৰৰ ঊণ, পচম, চু লি আৰু মূল্য আদি। সিহঁ তে সেইবোৰৰ দ্বাৰা বিছনা আৰু পোছাক-পৰিচ্ছদ আদিও তৈয়াৰ কৰে। সেইবোৰৰ মাজত সিহঁ তৰ বাবে আছে পানীয় উপাদান, যেনে সিহঁ তে সেইবোৰৰ গাখীৰ সেৱন কৰে। তথাপিও সিহঁ তে আল্লাহৰ কৃ তজ্ঞতা জ্ঞাপন নকৰিবনে, যিজনে সিহঁ তক এইবোৰ নিয়ামত আৰু ইয়াৰ বাহিৰেও অন্যান্য বহুতো নিয়ামত প্ৰদান কৰিছে?!
وَٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ ءَالِهَةًۭ لَّعَلَّهُمْ يُنصَرُونَ ﴿٧٤﴾
মু শ্বৰিকসকলে আল্লাহৰ বাহিৰে বহুতো উপাস্য গ্ৰহণ কৰিছে। এই আশাত সিহঁ তে সেইবোৰৰ উপাসনা কৰে যে, সেইবোৰে সিহঁ তক সহায় কৰিব আৰু আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিব। لا يستطيعون نصرهم وهم لهم جند محضرون
لَا يَسْتَطِيعُونَ نَصْرَهُمْ وَهُمْ لَهُمْ جُندٌۭ مُّحْضَرُونَ ﴿٧٥﴾
সিহঁ তে গ্ৰহণ কৰা এই অসত্য উপাস্যবোৰে স্বয়ং নিজৰো উপকাৰ কৰিব নোৱাৰিব আৰু সিহঁ তকো উপকাৰ কৰিব নোৱাৰিব যিসকলে সেইবোৰক আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। এতেকে সিহঁ তে আৰু সিহঁ তৰ মূৰ্ত্তিবোৰ আটায়ে জাহান্নামত উপস্থি ত হ'ব আৰু প্ৰত্যেকে ইজনে সিজনৰ পৰা বিচ্ছেদ ঘোষণা কৰিব।
فَلَا يَحْزُنكَ قَوْلُهُمْ ۘ إِنَّا نَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ ﴿٧٦﴾
হে ৰাছু ল! আপোনাক সিহঁ তৰএই কথাই যেন চিন্তি ত নকৰেযে,আপুনি প্ৰে ৰিত ৰাছু ল নহয় ,অথবাআপুনি হৈছে এজন কবি,নাইবাএনেকু ৱাসিহঁ তৰ অন্যান্য অভিযোগৰ ফলত আপুনি ব্যথিত নহ’ব। সিহঁ তে গোপন কৰা আৰু প্ৰকাশ কৰা সিহঁ তৰ সকলো বিষয় সম্পৰ্কে আমি নিশ্চিতভাৱে অৱগত। একোৱেই আমাৰপৰাগোপন নহয় । শীঘ্ৰে ই আমি সিহঁ তক ইয়াৰপ্ৰ তিদান দিম।
أَوَلَمْ يَرَ ٱلْإِنسَـٰنُ أَنَّا خَلَقْنَـٰهُ مِن نُّطْفَةٍۢ فَإِذَا هُوَ خَصِيمٌۭ مُّبِينٌۭ ﴿٧٧﴾
আখাৰিতৰ জীৱনক অস্বীকাৰ কৰা ব্যক্তি য়ে এই কথা চিন্তা নকৰে নেকি যে, আমি তাক বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছোঁ। কেইবাটাও পৰ্যায় পাৰ কৰাৰ পিছত সি ভূমিষ্ঠ হৈছে আৰু ডাঙৰ দীঘল হৈছে। অৱশেষত সি বিতণ্ডাকাৰী আৰু কলহপ্ৰি য় হৈ পৰিছে। সি এইবোৰ লক্ষ্য নকৰে নেকি, তেতিয়াহে সি আখিৰাতৰ পুনৰ্জীৱনৰ প্ৰমাণ বিচাৰি পাব। بلغ আল-কোৰআন · তাফছীৰ
وَضَرَبَ لَنَا مَثَلًۭا وَنَسِىَ خَلْقَهُۥ ۖ قَالَ مَن يُحْىِ ٱلْعِظَـٰمَ وَهِىَ رَمِيمٌۭ ﴿٧٨﴾
অমনোযোগী তথা অজ্ঞ এই কাফিৰে গেলি-পচি যোৱা হাড় ৰ পৰা পুনৰ জীৱন সম্ভ ৱ নহয় বুলি ফিতাহি মাৰি কয়ঃ এইবোৰ হাড় ক কোনে জীৱন দান কৰিব?অথচ সি নিজৰসৃষ্টি সম্পৰ্কে ই পাহৰিগৈছে,এটাসময় ত সি একোৱেই নাছিল।
قُلْ يُحْيِيهَا ٱلَّذِىٓ أَنشَأَهَآ أَوَّلَ مَرَّةٍۢ ۖ وَهُوَ بِكُلِّ خَلْقٍ عَلِيمٌ ﴿٧٩﴾
হে মুহাম্মদ! আপুনি সিহঁ তক প্ৰত্যুত্তৰদি কওক,এই গেলি পচি যোৱাহাড় বোৰক তেৱেঁই জীৱিত কৰিব,যিয়ে প্ৰথমবাৰসৃষ্টি কৰিছিল। যিয়ে প্ৰথমবাৰ সৃষ্টি কৰিছে,তেওঁ পুনৰজীৱিত কৰাত কেতিয়াও অপাৰগ নহয় । সেই পৱিত্ৰ সত্ত্বা,প্ৰত্যেক সৃষ্টি সম্পৰ্কে সৰ্বজ্ঞ। একোৱেই তেওঁ ৰপৰাগোপন নহয় ।
ٱلَّذِى جَعَلَ لَكُم مِّنَ ٱلشَّجَرِ ٱلْأَخْضَرِ نَارًۭا فَإِذَآ أَنتُم مِّنْهُ تُوقِدُونَ ﴿٨٠﴾
হে মানৱজাতি! যি সত্ত্বাই তোমালোকৰ বাবে সেউজীয়া সতেজ গছৰ পৰা জুই সৃষ্টি কৰে, যিবোৰক তোমালোকে জুই সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা আৰু জুই জ্বলোৱা। এতেকে যি সত্ত্বাই দুটা বিপৰীত ধৰ্মীয় বস্তু ক একত্ৰিত কৰিব পাৰে (অৰ্থাৎ সেউজীয়া গছৰ পানীয় ৰ মাজত জুইৰ অস্তি ত্বৰাখিব পাৰে) তেওঁ নিশ্চয় মৃ ত ব্যক্তি ক জীৱিত কৰিবলৈ সক্ষম।
أَوَلَيْسَ ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِقَـٰدِرٍ عَلَىٰٓ أَن يَخْلُقَ مِثْلَهُم ۚ بَلَىٰ وَهُوَ ٱلْخَلَّـٰقُ ٱلْعَلِيمُ ﴿٨١﴾
যি সত্ত্বাই বিশাল আকাশমণ্ডল, পৃথিৱী আৰু ইয়াৰ মাজত থকা বস্তু বোৰক সৃষ্টি কৰিছে, সেই সত্ত্বাই মৃত ব্যক্তিসকলক জীৱিত কৰিবলৈ সক্ষম নহয় নে? হয় ,নিশ্চয় তেওঁ সক্ষম। তেৱেঁই মহাসৃষ্টি কৰ্তা,যিয়ে সকলোমখলুককে সৃষ্টি কৰিছে। তেৱেঁই সৰ্বজ্ঞ। এইবোৰৰএকোৱেই তেওঁ ৰপৰাগোপন নহয় ।
إِنَّمَآ أَمْرُهُۥٓ إِذَآ أَرَادَ شَيْـًٔا أَن يَقُولَ لَهُۥ كُن فَيَكُونُ ﴿٨٢﴾
আল্লাহৰ ক্ষমতা এনেকু ৱা যে, তেওঁ যেতিয়া কোনো বস্তু সৃষ্টি কৰিবলৈ ইচ্ছা কৰে, তেতিয়া সেই বিষয়ে তেওঁ কেৱল কয় হ, তৎক্ষণাত সেইটো অস্তি ত্বলাভ কৰে। জীৱন দান কৰা, মৃ ত্যু প্ৰদান কৰা আৰু আখিৰাতৰপুনৰ্জীৱনৰআদি বিষয়ো তেওঁ ৰএই ইচ্ছাৰেই অন্ত ৰ্ভু ক্ত।
فَسُبْحَـٰنَ ٱلَّذِى بِيَدِهِۦ مَلَكُوتُ كُلِّ شَىْءٍۢ وَإِلَيْهِ تُرْجَعُونَ ﴿٨٣﴾
আল্লাহ সকলো প্ৰকাৰৰ অপাৰগতাৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ সৈতে সম্পৃক্ত কৰে। সকলো বস্তু ৰ কৰ্তৃ ত্বহৈছে তেওঁৰ হাতত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই নিয়ন্ত্ৰ ণ কৰে। সকলো বস্তু ৰ চাবি-কাঠি একমাত্ৰ তেওঁৰেই হাতত। আখিৰাতত একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্ত ন কৰিবা। য’ত তোমালোকক তোমালোকৰকৰ্মৰপ্ৰ তিদান দিয়াহ’ব। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে