الٓمٓ ﴿١﴾
(আলিফ-লাম-মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিতে আলোচনা কৰা হৈছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Al-Ankaboot (29)
মক্কী · 69 আয়াত
الٓمٓ ﴿١﴾
(আলিফ-লাম-মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিতে আলোচনা কৰা হৈছে।
أَحَسِبَ ٱلنَّاسُ أَن يُتْرَكُوٓا۟ أَن يَقُولُوٓا۟ ءَامَنَّا وَهُمْ لَا يُفْتَنُونَ ﴿٢﴾
মানুহে ভাবিছে নেকি যে, “আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ” এই বুলি স্বীকাৰ কৰিলেই সিহঁ তক পৰীক্ষা নকৰাকৈয়ে , অৰ্থাৎ সিহঁ তৰ এই স্বীকৃ তিৰ বাস্ত ৱিকতা যাচাই নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব, সিহঁত প্ৰকৃ ততে ঈমান আনিছে নে নাই? দৰাচলতে বিষয় টো তেনেকু ৱা নহয় যিদৰে সিহঁতে ভাবিছে।
وَلَقَدْ فَتَنَّا ٱلَّذِينَ مِن قَبْلِهِمْ ۖ فَلَيَعْلَمَنَّ ٱللَّهُ ٱلَّذِينَ صَدَقُوا۟ وَلَيَعْلَمَنَّ ٱلْكَـٰذِبِينَ ﴿٣﴾
নিশ্চয় আমি সিহঁ তৰ পূৰ্বে অতিবাহিত হোৱা লোকসকলৰো পৰীক্ষা লৈছিলোঁ, নিশ্চিতভাৱে আল্লাহে তেওঁ ৰ জ্ঞানৰ জৰিয় তে প্ৰকাশ কৰিব, তোমালোকৰ মাজৰকোন ব্যক্তি য়ে প্ৰকৃ ত ঈমান পোষণ কৰিছে আৰুকোনে মিছাতে ঈমান প্ৰকাশ কৰিছে।
أَمْ حَسِبَ ٱلَّذِينَ يَعْمَلُونَ ٱلسَّيِّـَٔاتِ أَن يَسْبِقُونَا ۚ سَآءَ مَا يَحْكُمُونَ ﴿٤﴾
যিসকলে শ্বিৰ্ক আৰু পাপকৰ্মত লিপ্ত হৈ আছে সিহঁ তে ভাবিছে নেকি যে, সিহঁ তে আমাক অপাৰগ কৰিব পাৰিব? তথা আমাৰ শাস্তি ৰ পৰা ৰেহাই পাব? কিমান নিকৃ ষ্টধাৰণা এইটো, যিটো সিহঁতে পোষণ কৰিছে। কাৰণ সিহঁতে কেতিয়াও আল্লাহক বিৱশ কৰিব নোৱাৰে। আনহাতে কু ফৰী অৱস্থাত মৃ ত্যুবৰণ কৰিলে, তেওঁ ৰ শাস্তি ৰ পৰা ৰক্ষা পোৱাও অসম্ভ ৱ।
مَن كَانَ يَرْجُوا۟ لِقَآءَ ٱللَّهِ فَإِنَّ أَجَلَ ٱللَّهِ لَـَٔاتٍۢ ۚ وَهُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ ﴿٥﴾
কিয়ামতৰ দিনা প্ৰতিদান পোৱাৰ নিমিত্তে যি ব্যক্তি য়ে আল্লাহৰ সাক্ষাৎ কামনা কৰে, তেওঁ জানি থোৱা উচিত যে, আল্লাহে তেওঁ লোকৰ বাবে যিটো সময় নিৰ্ধাৰণ কৰিছে, সেইটো অনতিপলমে আহিব। নিশ্চয় তেওঁ বান্দাসকলৰ কথা শ্ৰৱণকাৰী, আৰু তেওঁলোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা এইবোৰৰএকোৱেই গোপন নহয় । অতিশীঘ্ৰে তেওঁ ইয়াৰপ্ৰ তিদান দিব।
وَمَن جَـٰهَدَ فَإِنَّمَا يُجَـٰهِدُ لِنَفْسِهِۦٓ ۚ إِنَّ ٱللَّهَ لَغَنِىٌّ عَنِ ٱلْعَـٰلَمِينَ ﴿٦﴾
যি ব্যক্তি য়ে আনু গত্য পালন কৰি আৰু পাপকৰ্মৰ পৰা আঁতৰি থাকি নিজৰ প্ৰবৃত্তিৰ সৈতে সংগ্ৰাম কৰিব, লগতে আল্লাহৰ পথতো জিহাদ কৰিব, তেওঁ ৰ এই সকলো প্ৰয়াস তেওঁৰ নিজৰ বাবেই পৰিগণিত হ'ব। কাৰণ ইয়াৰ উপকাৰ তেৱেঁই লাভ কৰিব। নিশ্চিতভাৱে আল্লাহ সকলো সৃষ্টি জগতৰ পৰা অমু খাপেক্ষী। গতিকে সিহঁ তৰ আনু গত্যই কেতিয়াও তেওঁ ৰ মান-সন্মান বৃদ্ধি নকৰে আৰু সিহঁ তৰ অবাধ্যতাই তেওঁ ৰ একো ক্ষতি কৰিব নোৱাৰে।
وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَنُكَفِّرَنَّ عَنْهُمْ سَيِّـَٔاتِهِمْ وَلَنَجْزِيَنَّهُمْ أَحْسَنَ ٱلَّذِى كَانُوا۟ يَعْمَلُونَ ﴿٧﴾
যিসকল লোকে ঈমান আনিছে আৰু আমাৰ পৰীক্ষাত ধৈৰ্য্য ধাৰণ কৰিছে তথা সৎকৰ্ম কৰিছে, তেওঁলোকৰ সৎকৰ্মৰ বিনিময় ত আমি তেওঁলোকৰ যাৱতীয় গুনাহ মাৰ্জ নাকৰিদিম। লগতে পৃথিৱীত কৰাতেওঁ লোকৰআমলৰবিনিময় ত আখিৰাতত আমি তেওঁ লোকক উৎকৃ ষ্টপ্ৰতিফল দান কৰিম। بلغ আল-কোৰআন · তাফছীৰ
وَوَصَّيْنَا ٱلْإِنسَـٰنَ بِوَٰلِدَيْهِ حُسْنًۭا ۖ وَإِن جَـٰهَدَاكَ لِتُشْرِكَ بِى مَا لَيْسَ لَكَ بِهِۦ عِلْمٌۭ فَلَا تُطِعْهُمَآ ۚ إِلَىَّ مَرْجِعُكُمْ فَأُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ ﴿٨﴾
فأنبئكم بما كنتمتعملون আমি মানুহক নিৰ্দে শ দিছোঁ যে, সিহঁ তে যেন নিজৰ পিতৃ -মাতৃ ৰ সৈতে সদাচৰণ কৰে তথা সদ্ব্যৱহাৰ কৰে। হে মানৱ! যদি তোমাৰ পিতৃ -মাতৃ য়ে মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁ চা প্ৰয়োগ কৰে, যিটো বিষয় ত তোমাৰ কোনো জ্ঞান নাই, -যেনে চাআদ বিন আবি অক্কাচ ৰাদ্বি য়াল্লাহু আনহুৰ মাতৃ য়ে তেওঁক হেঁ চা প্ৰয়োগ কৰিছিল- এনেকু ৱা ক্ষেত্ৰত তেওঁলোকৰ কথা নামানিবা। কাৰণ সৃষ্টি কৰ্তাৰ অবাধ্যতা কৰি, সৃষ্টি ৰ আদেশ পালন কৰাটো কেতিয়াও বৈধ নহয় । কিয়ামতৰ দিনা তোমালোকে একমাত্ৰ মোৰ ওচৰতেই উভতি আহিবা। গতিকে সেইদিনা মই তোমালোকক সেই সকলো কৰ্ম সম্পৰ্কে অৱগত কৰাম, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা। তথা তোমালোকক সেইবোৰৰ প্ৰতিদানো প্ৰদান কৰিম।
وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَنُدْخِلَنَّهُمْ فِى ٱلصَّـٰلِحِينَ ﴿٩﴾
যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চিতভাৱে কিয়ামতৰ দিনা আমি তেওঁলোকক পুণ্যৱান লোকসকলৰ তালিকাভু ক্তকৰিম। তেওঁ লোকৰসৈতেই হাচৰৰময় দানত একত্ৰিত কৰিম আৰুতেওঁ লোকৰদৰেই তেওঁ লোককোপ্ৰ তিদান দান কৰিম।
وَمِنَ ٱلنَّاسِ مَن يَقُولُ ءَامَنَّا بِٱللَّهِ فَإِذَآ أُوذِىَ فِى ٱللَّهِ جَعَلَ فِتْنَةَ ٱلنَّاسِ كَعَذَابِ ٱللَّهِ وَلَئِن جَآءَ نَصْرٌۭ مِّن رَّبِّكَ لَيَقُولُنَّ إِنَّا كُنَّا مَعَكُمْ ۚ أَوَلَيْسَ ٱللَّهُ بِأَعْلَمَ بِمَا فِى صُدُورِ ٱلْعَـٰلَمِينَ ﴿١٠﴾
মানুহৰ মাজত কিছুমান এনেকু ৱা মানুহো আছে, যিসকলে কয়ঃ “আমি ঈমান আনিছোঁ”। কিন্তু যেতিয়া কাফিৰসকলে সিহঁতৰ এই ঈমানৰ বাবে নিৰ্যাতন কৰা আৰম্ভ কৰে, তেতিয়া সিহঁ তে কাফিৰসকলৰ শাস্তি ক আল্লাহৰ শাস্তি ৰ সমান বুলি গণ্য কৰে, ফলত কাফিৰসকলক সমৰ্থন কৰি ঈমানৰ পৰা আঁতৰি আহে। পক্ষান্ত ৰে হে ৰাছু ল! যদি আপুনি আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা বিজয় প্ৰাপ্ত হয় তেন্তে এইসকল লোকে নিশ্চয় ক’বঃ “হে মুমিনসকল! নিশ্চয় আমি তোমালোকৰ সৈতে ঈমানৰ ওপৰত অটল আছিলোঁ”। আল্লাহে মানুহৰ অন্ত ৰৰ কথা তন্ন তন্নকৈ নাজানে নেকি? দৰাচলতে অন্ত ৰত থকা কু ফৰআৰুঈমান, একোৱেই তেওঁৰপৰা গোপন নহয় । তেনেস্থ লত ইহঁ তে আল্লাহক কিহৰভিত্তিত নিজৰঅন্ত ৰত থকা বিষয় বোৰব্যক্ত কৰি আছে, অথচ সিহঁ তৰ অন্ত ৰৰ কথা সিহঁ ততকৈও অধিক আল্লাহে ভালকৈয়ে জানে?
وَلَيَعْلَمَنَّ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ وَلَيَعْلَمَنَّ ٱلْمُنَـٰفِقِينَ ﴿١١﴾
প্ৰকৃ ততে যিসকলে ঈমান আনিছে নিশ্চিতভাৱে আল্লাহে তেওঁলোকক বাচি উলিয়াব, আনহাতে সেইসকল লোকৰো স্বৰূপ প্ৰকাশ কৰিব, যিসকলে ঈমান অনা বুলি কেৱল মু খেৰে দাবী কৰি ফু ৰে, অথচ অন্ত ৰত কু ফৰ গোপন কৰি ৰাখে।
وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوا۟ ٱتَّبِعُوا۟ سَبِيلَنَا وَلْنَحْمِلْ خَطَـٰيَـٰكُمْ وَمَا هُم بِحَـٰمِلِينَ مِنْ خَطَـٰيَـٰهُم مِّن شَىْءٍ ۖ إِنَّهُمْ لَكَـٰذِبُونَ ﴿١٢﴾
إن هم لكذبون যিসকল লোকে এককভাৱে আল্লাহৰ প্ৰতি ঈমান আনিছে, কাফিৰসকলে তেওঁ লোকক কয়ঃ তোমালোকে আমাৰ ধৰ্ম আৰু আমাৰ পথৰ অনু সৰণ কৰা, আমি তোমালোকৰ গুনাহৰ বোজা বহন কৰিম, লগতে তোমালোকৰ শাস্তি ও আমি সহ্য কৰিম। অথচ সিহঁ তে কেতিয়াও সিহঁ তৰ গুনাহৰ বোজা বহন নকৰিব আৰু সিহঁ ত নিজৰ এই দাবীতো মিছলীয়া।
وَلَيَحْمِلُنَّ أَثْقَالَهُمْ وَأَثْقَالًۭا مَّعَ أَثْقَالِهِمْ ۖ وَلَيُسْـَٔلُنَّ يَوْمَ ٱلْقِيَـٰمَةِ عَمَّا كَانُوا۟ يَفْتَرُونَ ﴿١٣﴾
বাতিলৰ প্ৰতি আহ্বানকাৰী এই মুশ্বৰিকসকলে নিজৰ গুনাহৰ বোজা বহন কৰাৰ লগতে, সেইসকল লোকৰ গুনাহৰ বোজাও বহন কৰিব যিসকলে সিহঁ তৰ আহ্বান স্বীকাৰ কৰিছিল। কিন্তু ইয়াৰ ফলত অনুসৰণকাৰীসকলৰ গুনাহত কোনো ধৰণৰ হেৰফেৰ নহ’ব। কিয়ামতৰ দিনা সিহঁ তক নিশ্চয় সেইসমূ হ বিষয় সম্পৰ্কে প্ৰশ্নকৰাহ’ব,যিবোৰবিষয় সিহঁ তে নিজে ৰচনাকৰিপ্ৰ চাৰকৰিছিল। بلغ আল-কোৰআন · তাফছীৰ
وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِۦ فَلَبِثَ فِيهِمْ أَلْفَ سَنَةٍ إِلَّا خَمْسِينَ عَامًۭا فَأَخَذَهُمُ ٱلطُّوفَانُ وَهُمْ ظَـٰلِمُونَ ﴿١٤﴾
নিশ্চয় আমি নূহ আলাইহিচ্ছালামক তেওঁৰসম্প্ৰ দায় ৰপ্ৰ তি ৰাছু ল হিচাপে প্ৰে ৰণ কৰিছিলোঁ। এতেকে তেওঁ সিহঁ তৰমাজত নশ পঞ্চাছ (৯৫০) বছৰ অৱস্থান কৰি সিহঁ তক তাওহীদৰ দাৱাত প্ৰদান কৰিছিল। তথাপিও সিহঁ তে তেওঁক অস্বীকাৰ কৰিছিল, আৰু নিজৰ কু ফৰীত অটল আছিল। এতেকে সিহঁ তে আল্লাহৰ লগত কু ফৰী কৰি আৰু তেওঁৰ ৰাছু লসকলক অস্বীকাৰ কৰি ডাঙৰ অন্যায় কৰিছিল, ফলত সিহঁ ত মহাপ্লাৱনৰ সন্মুখীন হৈছিল, আৰু সেই প্লাৱনত ডু বিধ্বংস হৈছিল।
فَأَنجَيْنَـٰهُ وَأَصْحَـٰبَ ٱلسَّفِينَةِ وَجَعَلْنَـٰهَآ ءَايَةًۭ لِّلْعَـٰلَمِينَ ﴿١٥﴾
এতেকে আমি নূহ আলাইহিচ্ছালামক আৰু তেওঁৰ সৈতে নাঁৱত আৰোহণ কৰা মুমিনসকলক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ। তথা নাৱখনক মানু হৰ বাবে শিক্ষা-সামগ্ৰী বনাই দিছোঁ, যাতে মানু হে সেইটোৰ পৰা শিক্ষা লব পাৰে।
وَإِبْرَٰهِيمَ إِذْ قَالَ لِقَوْمِهِ ٱعْبُدُوا۟ ٱللَّهَ وَٱتَّقُوهُ ۖ ذَٰلِكُمْ خَيْرٌۭ لَّكُمْ إِن كُنتُمْ تَعْلَمُونَ ﴿١٦﴾
হে ৰাছু ল! স্মৰণ কৰক ইব্ৰাহীম আলাইহিচ্ছালামৰঘটনা,যেতিয়া তেওঁ নিজ সম্প্ৰ দায় ক কৈছিলঃতোমালোকে এক আল্লাহৰআদেশ পালন কৰিআৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা আঁতৰি থাকি, কেৱল তেওঁৰেই ইবাদত কৰা, তথা তেওঁৰ শাস্তি ক ভয় কৰা। তোমালোকৰ বাবে এই আদেশ অতি কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁ তেন।
إِنَّمَا تَعْبُدُونَ مِن دُونِ ٱللَّهِ أَوْثَـٰنًۭا وَتَخْلُقُونَ إِفْكًا ۚ إِنَّ ٱلَّذِينَ تَعْبُدُونَ مِن دُونِ ٱللَّهِ لَا يَمْلِكُونَ لَكُمْ رِزْقًۭا فَٱبْتَغُوا۟ عِندَ ٱللَّهِ ٱلرِّزْقَ وَٱعْبُدُوهُ وَٱشْكُرُوا۟ لَهُۥٓ ۖ إِلَيْهِ تُرْجَعُونَ ﴿١٧﴾
হে মু শ্বৰিকসকল! তোমালোকে যিবোৰ মূ ৰ্ত্তিৰ উপাসনা কৰি আছা, সেইবোৰে তোমালোকৰ উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। যেতিয়া তোমালোকে সেইবোৰক উপাস্য বুলি দাবী কৰা, তেতিয়া তোমালোকে প্ৰমাণস্বৰূপে মনেসজা মিছা দলিল উপস্থাপন কৰা। আল্লাহৰ বাহিৰে তোমালোকে যিবোৰৰ উপাসনা কৰা, নিশ্চিতভাৱে সেইবোৰ তোমালোকৰ জীৱিকাৰ মালিক নহয় যে, তোমালোকক জীৱিকা প্ৰদান কৰিব। গতিকে আল্লাহৰ ওচৰত জীৱিকা প্ৰাৰ্থনা কৰা, তেৱেঁই জীৱিকাদাতা। একমাত্ৰ তেওঁৰেই ইবাদত কৰা, লগতে তেওঁ তোমালোকক জীৱিকা প্ৰদান কৰি যি উপকাৰ কৰিছে তাৰ বাবে তোমালোকে তেওঁৰ কৃ তজ্ঞতা জ্ঞাপন কৰা। কাৰণ কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্ত ন কৰিবা। তোমালোকৰমূ ৰ্ত্তিবোৰৰওচৰলৈ নহয় ।
وَإِن تُكَذِّبُوا۟ فَقَدْ كَذَّبَ أُمَمٌۭ مِّن قَبْلِكُمْ ۖ وَمَا عَلَى ٱلرَّسُولِ إِلَّا ٱلْبَلَـٰغُ ٱلْمُبِينُ ﴿١٨﴾
হে মুশ্বৰিকসকল! তোমালোকে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰি আছা তেন্তে (জানি থোৱা) তোমালোকৰ পূৰ্বেও বহুতো সম্প্ৰ দায়ে সিহঁ তৰ ৰাছু লসকলক অস্বীকাৰ কৰিছিল, যেনেঃ নূহ, আদ আৰু ছামূদ সম্প্ৰ দায় । ৰাছু লৰ দায়ি ত্বহৈছে কেৱল স্পষ্ট ৰূপে বাৰ্তা পৌঁচাই দিয়া। গতিকে তেওঁ ৰ প্ৰতিপালকে তেওঁ ক যি পৌঁচাই দিবলৈ আদেশ দিছিল, তেওঁ সেইবোৰ তোমালোকক পৌঁচাই দিছে।
أَوَلَمْ يَرَوْا۟ كَيْفَ يُبْدِئُ ٱللَّهُ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥٓ ۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٌۭ ﴿١٩﴾
এই অস্বীকাৰকাৰীসকলে দেখা পোৱা নাই নেকি যে, আল্লাহে সৃষ্টি ক প্ৰথমবাৰ কেনেকৈ সৃষ্টি কৰিছে, লগতে এইবোৰক ধ্বংস কৰাৰ পিছত তেওঁ পুনৰ এইবোৰক সৃষ্টি কৰিব? নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ। তেওঁ সৰ্বশক্তি মান তথা মহাক্ষমতাৱান। কোনেও তেওঁ ক পৰাজিত কৰিব নোৱাৰে।
قُلْ سِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ بَدَأَ ٱلْخَلْقَ ۚ ثُمَّ ٱللَّهُ يُنشِئُ ٱلنَّشْأَةَ ٱلْـَٔاخِرَةَ ۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ ﴿٢٠﴾
হে ৰাছু ল! পুনৰুত্থানক অস্বীকাৰ কৰা এই লোকসকলক আপুনি কৈ দিয় ক যে, তোমালোকে পৃথিৱীত ঘূৰি পকি চোৱা, আল্লাহে কিদৰে সৃষ্টি ৰ শুভাৰম্ভ ণি কৰিছে। ইয়াৰপিছত আল্লাহেই মানু হক সিহঁ তৰমৃ ত্যুৰপিছত হাচৰৰ ময় দানত একত্ৰিত কৰিবআৰু হিচাপ-নিকাচৰবাবেপুনৰ্জীৱিত কৰিব। নিশ্চয় بلغ আল-কোৰআন · তাফছীৰ আল্লাহ সকলো বস্তু ৰ ওপৰত ক্ষমতাৱান। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে। মানুহক পুনৰুত্থিত কৰিবলৈ তেওঁ কেতিয়াও অপাৰগ নহয় , যিদৰেপোন প্ৰথমবাৰসিহঁ তক সৃষ্টি কৰাৰক্ষেত্ৰত তেওঁ অপাৰগ নাছিল।
يُعَذِّبُ مَن يَشَآءُ وَيَرْحَمُ مَن يَشَآءُ ۖ وَإِلَيْهِ تُقْلَبُونَ ﴿٢١﴾
তেওঁ ন্যায় অনু সাৰে তেওঁ ৰ সৃষ্টি সমূ হৰ মাজৰ যাক ইচ্ছা কৰিব শাস্তি বিহিব। তথা নিজ অনু গ্ৰহেৰে যাক ইচ্ছা কৰিব তাৰ প্ৰতি দয়া কৰিব। কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে একমাত্ৰ তেওঁ ৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্ত ন কৰিবা। যেতিয়া তোমালোকক কবৰৰ পৰা জীৱিত কৰি পুনৰুত্থিত কৰা হ’ব।
وَمَآ أَنتُم بِمُعْجِزِينَ فِى ٱلْأَرْضِ وَلَا فِى ٱلسَّمَآءِ ۖ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِىٍّۢ وَلَا نَصِيرٍۢ ﴿٢٢﴾
পৃথিৱীতেই হওক অথবা আকাশত তোমালোকে নিজ প্ৰতিপালকৰ পৰা কেতিয়াও ৰক্ষা পাব নোৱাৰা, আৰু তেওঁৰ শাস্তি ৰ পৰাও পলায় ন কৰিব নোৱাৰিবা। আনকি আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱকো নাই, যিয়ে তোমালোকৰ বিষয় বোৰ চোৱাচিতা কৰিব। আল্লাহৰ বাহিৰে তোমালোকৰ কোনো সহায় কো নাই, যিয়ে তোমালোকক শাস্তি ৰ পৰা ৰক্ষা কৰিব।
وَٱلَّذِينَ كَفَرُوا۟ بِـَٔايَـٰتِ ٱللَّهِ وَلِقَآئِهِۦٓ أُو۟لَـٰٓئِكَ يَئِسُوا۟ مِن رَّحْمَتِى وَأُو۟لَـٰٓئِكَ لَهُمْ عَذَابٌ أَلِيمٌۭ ﴿٢٣﴾
যিসকল লোকে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে তথা কিয়ামতৰ দিনা হ’বলগীয়া তেওঁৰ সাক্ষাতক নসাৎ কৰিছে, সেইসকল লোকেই মোৰ ৰহমতৰপৰা নিৰাশ হৈছে। এতেকে সিহঁ তৰএই কু ফৰীৰকাৰণে সিহঁ তে কেতিয়াও জান্নাতত প্ৰৱেশ কৰিবনোৱাৰিব। লগতে সিহঁ তৰবাবেআখিৰাতত কষ্ট দায় কশাস্তি অপেক্ষাকৰিআছে।
فَمَا كَانَ جَوَابَ قَوْمِهِۦٓ إِلَّآ أَن قَالُوا۟ ٱقْتُلُوهُ أَوْ حَرِّقُوهُ فَأَنجَىٰهُ ٱللَّهُ مِنَ ٱلنَّارِ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّقَوْمٍۢ يُؤْمِنُونَ ﴿٢٤﴾
যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁ ৰ জাতিক এক আল্লাহৰ ইবাদত কৰিবলৈ আৰু তেওঁ ৰ বাহিৰে মূ ৰ্ত্তি আদিৰ উপাসনা ত্যাগ কৰিবলৈ নিৰ্দে শ দিলে, তেতিয়া সিহঁ তে উত্তৰ প্ৰদান কৰি ক'লেঃ “তোমালোকে নিজৰ উপাস্যবোৰক সহায় কৰাৰ বাবে এওঁ ক হত্যা কৰা নাইবা জুইত নিক্ষেপ কৰা”। এতেকে আল্লাহে তেওঁ ক অগ্নিৰ পৰা ৰক্ষা কৰিলে। তেওঁ ক অগ্নিত নিক্ষেপ কৰাৰ পিছত, সুকলমে তেওঁ ক অগ্নিৰ পৰা ৰক্ষা কৰা বিষয় টোৰ মাজত, নিশ্চিতভাৱে মু মিনসকলৰবাবেআছে উপদেশ। কাৰণ তেওঁ লোকেই উপদেশৰপৰাউপকৃ ত হয় ।
وَقَالَ إِنَّمَا ٱتَّخَذْتُم مِّن دُونِ ٱللَّهِ أَوْثَـٰنًۭا مَّوَدَّةَ بَيْنِكُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ ثُمَّ يَوْمَ ٱلْقِيَـٰمَةِ يَكْفُرُ بَعْضُكُم بِبَعْضٍۢ وَيَلْعَنُ بَعْضُكُم بَعْضًۭا وَمَأْوَىٰكُمُ ٱلنَّارُ وَمَا لَكُم مِّن نَّـٰصِرِينَ ﴿٢٥﴾
ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ জাতিক ক'লেঃ তোমালোকে আজি মূৰ্ত্তিবোৰক উপাস্য বনাই লৈ সেইবোৰক উপাসনা কৰি আছা, যাতে পাৰ্থিৱ জীৱনত পাৰস্পৰিক প্ৰে ম আৰুপৰিচয় গঢ়ি তু লিবপাৰা। কিন্তু কিয়ামতৰদিনাতোমালোকৰমাজৰএই গভীৰসম্পৰ্ক বিচ্ছিন্ন হৈ যাব। লগতে শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত ইজনে সিজনৰ লগত সম্পৰ্ক চ্ছেদ কৰিব, তথা পৰস্পৰে পৰস্পৰক ধিক্কাৰ জনাব, আৰু তোমালোকৰ আশ্ৰ য় স্থল হ’ব জাহান্নাম। আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিবলৈ তোমালোকৰ কোনো সহায় ক নাথাকিব। এই উপাস্যবোৰৰ মাজৰ পৰাও নাথাকিব, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা, লগতে ইয়াৰ বাহিৰেও কোনো নাথাকিব।
۞ فَـَٔامَنَ لَهُۥ لُوطٌۭ ۘ وَقَالَ إِنِّى مُهَاجِرٌ إِلَىٰ رَبِّىٓ ۖ إِنَّهُۥ هُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٢٦﴾
(তাত কেৱল) লূত আলাইহিচ্ছালামে তেওঁৰ প্ৰতি ঈমান আনিছিল। ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ মই মোৰ প্ৰতিপালকৰ খাতিৰত শ্বাম দেশৰ বৰকতময় ভূমিলৈ হিজৰত কৰিম। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। যি ব্যক্তিয়ে তেওঁৰ ফালে হিজৰত কৰিব,তেওঁ কেতিয়াওঅপমানিত নহ'ব। তেওঁ নিৰ্ধাৰণ আৰুনিয় ন্ত্ৰ ণত মহাপ্ৰ জ্ঞাৱান। بلغ আল-কোৰআন · তাফছীৰ
وَوَهَبْنَا لَهُۥٓ إِسْحَـٰقَ وَيَعْقُوبَ وَجَعَلْنَا فِى ذُرِّيَّتِهِ ٱلنُّبُوَّةَ وَٱلْكِتَـٰبَ وَءَاتَيْنَـٰهُ أَجْرَهُۥ فِى ٱلدُّنْيَا ۖ وَإِنَّهُۥ فِى ٱلْـَٔاخِرَةِ لَمِنَ ٱلصَّـٰلِحِينَ ﴿٢٧﴾
আমি ইব্ৰাহীমক ইছহাক্ব আৰু তেওঁৰ পুত্ৰ ইয়াকূ ব দান কৰিছিলোঁ। আমি তেওঁৰ সন্তানসকলৰ মাজত নুবুওৱত দান কৰিছিলোঁ, আৰু ঐশীগ্ৰ ন্থপ্ৰদান কৰিছিলোঁ। সত্যৰ ওপৰত ধৈৰ্য্য সহকাৰে অটল থকাৰ বাবে তেওঁৰ সন্তানসকলক সদাচাৰী বনাই, লগতে সুপ্ৰ শংসা প্ৰদান কৰি তেওঁক পাৰ্থিৱ জীৱনতেই প্ৰতিফল দান কৰিছিলোঁ। নিশ্চয় তেওঁ আখিৰাততো পুণ্যৱান লোকসকলৰদৰেই প্ৰতিদান লাভ কৰিব। পৃথিৱীত লাভ কৰা প্ৰতিফলৰ কাৰণে আখিৰাতৰ সন্মানপূৰ্বক প্ৰতিদানত অকণো হ্ৰাস কৰা নহ’ব।
وَلُوطًا إِذْ قَالَ لِقَوْمِهِۦٓ إِنَّكُمْ لَتَأْتُونَ ٱلْفَـٰحِشَةَ مَا سَبَقَكُم بِهَا مِنْ أَحَدٍۢ مِّنَ ٱلْعَـٰلَمِينَ ﴿٢٨﴾
হে ৰাছুল! লূত আলাইহিচ্ছালামক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ সম্প্ৰ দায় ক কৈছিলঃ নিশ্চয় তোমালোকে এনেকু ৱা জঘন্য কাম কৰিছা, যিটো তোমালোকৰ পূৰ্বে পৃথিৱীৰ আন কোনেও কৰা নাছিল। গতিকে তোমালোকেই হৈছা প্ৰথম লোক, যিসকলে এই অশ্লীল তথা জঘন্য কু কৰ্মৰ আৰম্ভ ণি কৰিছা। যিটো কৰ্মক প্ৰত্যেক পৰিস্কাৰ-পৰিচ্ছন্ন ব্যক্তি য়ে ঘৃণা কৰে।
أَئِنَّكُمْ لَتَأْتُونَ ٱلرِّجَالَ وَتَقْطَعُونَ ٱلسَّبِيلَ وَتَأْتُونَ فِى نَادِيكُمُ ٱلْمُنكَرَ ۖ فَمَا كَانَ جَوَابَ قَوْمِهِۦٓ إِلَّآ أَن قَالُوا۟ ٱئْتِنَا بِعَذَابِ ٱللَّهِ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ ﴿٢٩﴾
তোমালোকে যৌন চাহিদা পূৰণৰ বাবে পুৰুষৰ গুহ্যদ্বাৰ কিয় ব্যৱহাৰ কৰা? তথা ভ্ৰমণকাৰী সকলক কিয় লুণ্ঠন কৰা, ফলত সিহঁ তে তোমালোকৰ অশ্লীল কু কৰ্মৰ কাৰণে তোমালোকৰ ওচৰেৰে পাৰ হওঁ তে ভয় কৰে? তথা তোমালোকে জনসভাতো অশ্লীল কাম কৰা পৰিলক্ষিত হোৱাৰ কাৰণটো কি, যেনেঃ উলঙ্গ হোৱা, অহা যোৱা কৰা ব্যক্তি ক কথা আৰু কৰ্মৰ দ্বাৰা কষ্ট দিয়া আদি? এই অশ্লীল কৰ্মৰ পৰা বাধা প্ৰদান কৰাৰ পিছত তেওঁ ৰ সম্প্ৰ দায়ে তেওঁ ক এই কথাষাৰৰ দ্বাৰা উত্তৰ দিছিল যে, যদি তু মি সত্যবাদী তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যি শাস্তি ৰ জৰিয় তে তু মি আমাক ভয় দেখুৱাই আছা।
قَالَ رَبِّ ٱنصُرْنِى عَلَى ٱلْقَوْمِ ٱلْمُفْسِدِينَ ﴿٣٠﴾
লূত আলাইহিচ্ছালামে তেওঁ ৰ সম্প্ৰ দায় ৰ পাষণ্ডতা লক্ষ্য কৰাৰ পিছত তথা আল্লাহৰ শাস্তি ক সিহঁ তে অতি সহজভাৱে লৈ সেইটোক আবেদন কৰা দেখি, তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! তু মি মোক সেইসকল লোকৰ বিৰুদ্ধে সহায় কৰা, যিসকলে কু ফৰী আৰু অশ্লীল পাপ কৰ্মৰ দ্বাৰা পৃথিৱীত উৎপাত কৰি ফু ৰে।
وَلَمَّا جَآءَتْ رُسُلُنَآ إِبْرَٰهِيمَ بِٱلْبُشْرَىٰ قَالُوٓا۟ إِنَّا مُهْلِكُوٓا۟ أَهْلِ هَـٰذِهِ ٱلْقَرْيَةِ ۖ إِنَّ أَهْلَهَا كَانُوا۟ ظَـٰلِمِينَ ﴿٣١﴾
যেতিয়া সেই ফিৰিস্তাসকল আহিল, যিসকলক আমি ইব্ৰাহীমৰ ওচৰলৈ প্ৰে ৰণ কৰিছিলোঁ, ইছহাক্ব আৰু তাৰ পিছত জন্ম হ’বলগীয়া তেওঁ ৰ পুত্ৰ ইয়াকূ বৰ সুসংবাদ দিবলৈ; তেতিয়া তেওঁলোকে আহি ক’লেঃ “লূত আলাইহিচ্ছালামৰ জনবসতি অৰ্থাৎ ছাদূমৰ অধিবাসীসকলক আমি নিশ্চয় ধ্বংস কৰিম। কাৰণ ইয়াৰঅধিবাসীসকল অশ্লীল কৰ্মত লিপ্ত হৈ মহাঅন্যায় কাৰীত পৰিণত হৈছে”।
قَالَ إِنَّ فِيهَا لُوطًۭا ۚ قَالُوا۟ نَحْنُ أَعْلَمُ بِمَن فِيهَا ۖ لَنُنَجِّيَنَّهُۥ وَأَهْلَهُۥٓ إِلَّا ٱمْرَأَتَهُۥ كَانَتْ مِنَ ٱلْغَـٰبِرِينَ ﴿٣٢﴾
ইব্ৰাহীম আলাইহিচ্ছালামে ফিৰিস্তাসকলক ক’লেঃ “আপোনালোকে যিখন জনবসতিক ধ্বংস কৰিবলৈ ওলাইছে, তাত দেখোন স্বয়ং লূত আলাইহিচ্ছালামো আছে, তেওঁতো অন্যায় কাৰী নহয় ”। ফিৰিস্তাসকলে ক’লেঃ “তাত থকা লোকসকলক আমি ভালদৰে জানো। সেই জনবসিতৰ ওপৰত অৱতীৰ্ণ হ’বলগীয়া শাস্তি ৰ পৰা আমি নিশ্চিতভাৱে তেওঁক আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰিম, কিন্তু তেওঁৰ স্ত্ৰীৰ বাহিৰে। কাৰণ তাই ধ্বংস হ’বলগীয়ালোকসকলৰলগত অৱস্থান কৰিব,শীঘ্ৰে ই আমি তাইক সিহঁ তৰসৈতে ধ্বংস কৰিম”। بلغ আল-কোৰআন · তাফছীৰ
وَلَمَّآ أَن جَآءَتْ رُسُلُنَا لُوطًۭا سِىٓءَ بِهِمْ وَضَاقَ بِهِمْ ذَرْعًۭا وَقَالُوا۟ لَا تَخَفْ وَلَا تَحْزَنْ ۖ إِنَّا مُنَجُّوكَ وَأَهْلَكَ إِلَّا ٱمْرَأَتَكَ كَانَتْ مِنَ ٱلْغَـٰبِرِينَ ﴿٣٣﴾
সেই ফিৰিস্তাসকলে যেতিয়া লূত আলাইহিচ্ছালামৰওচৰলৈ আহি উপস্থি ত হ’ল,যিসকলক আমি লূত সম্প্ৰ দায় ক ধ্বংস কৰাৰবাবেপ্ৰে ৰণ কৰিছিলোঁ। তেতিয়া লূত আলাইহিচ্ছালামে তেওঁ ৰ সম্প্ৰ দায় ৰ অশ্লীল স্বভাৱৰ কথা ভাবিলে আৰু তেওঁ লোকৰ আগমনে তেওঁ ক চিন্তি ত তথা শংকিত কৰি তু লিলে। কাৰণ ফিৰিস্তাসকল আহিছিল পুৰুষৰ আকৃ তিত। ইপিনে তেওঁৰ সম্প্ৰ দায় ৰ লোকসকলে যৌন চাহিদা পুৰণ কৰিবলৈ নাৰীসকলক এৰি পুৰুষসকলৰ লগত যৌন মিলন কৰাৰপ্ৰ তি অভ্যস্থ আছিল। ফিৰিস্তাসকলে তেওঁ ক ক’লেঃশংকিত নহ’ব,আপোনাৰসম্প্ৰ দায় ৰকোনেও আপোনাক অনিষ্ট কৰিবলৈ আহিব নোৱাৰিব। লগতে সিহঁ তৰ ধ্বংসৰ খবৰ শুনি আপুনি চিন্তি তও নহ’ব। নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিম, কিন্তু আপোনাৰ স্ত্ৰীৰ বাহিৰে; কাৰণ তাই ধ্বংস হ’বলগীয়া লোকসকলৰ সৈতে অৱস্থান কৰিব। শীঘ্ৰে ই আমি তাইক সিহঁ তৰ সৈতে ধ্বংস কৰিম।
إِنَّا مُنزِلُونَ عَلَىٰٓ أَهْلِ هَـٰذِهِ ٱلْقَرْيَةِ رِجْزًۭا مِّنَ ٱلسَّمَآءِ بِمَا كَانُوا۟ يَفْسُقُونَ ﴿٣٤﴾
অশ্লীল তথা জঘন্য পাপকৰ্মত লিপ্ত থকাৰ কাৰণে আমি এই জনবসতিৰ ওপৰত আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিম, সেয়া হৈছে জুয়ে পোৰা শিলৰ শাস্তি । এই শাস্তি অৱতীৰ্ণ হোৱাৰ কাৰণটো হৈছে, সিহঁতে ঘৃণনীয় অশ্লীল কৰ্মত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছে। অৰ্থাৎ সিহঁতে নাৰীসকলক এৰি পুৰুষৰ লগত যৌন চাহিদা পূৰণ কৰে।
وَلَقَد تَّرَكْنَا مِنْهَآ ءَايَةًۢ بَيِّنَةًۭ لِّقَوْمٍۢ يَعْقِلُونَ ﴿٣٥﴾
ধ্বংস হোৱা এই জনপদত আমি সেইসকল লোকৰ বাবে স্পষ্ট নিদৰ্শন এৰিছোঁ, যিসকলে এইবোৰ বুজি পায় । কাৰণ তেওঁলোকেই নিদৰ্শনৰ দ্বাৰা উপকৃ তহয় ।
وَإِلَىٰ مَدْيَنَ أَخَاهُمْ شُعَيْبًۭا فَقَالَ يَـٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ وَٱرْجُوا۟ ٱلْيَوْمَ ٱلْـَٔاخِرَ وَلَا تَعْثَوْا۟ فِى ٱلْأَرْضِ مُفْسِدِينَ ﴿٣٦﴾
মাদিয়ানলৈ আমি সিহঁ তৰবংশগত ভাই শ্বুআইবআলাইহিচ্ছালামক প্ৰে ৰণ কৰিছিলোঁ। তেওঁ কৈছিলঃহে মোৰজাতিৰলোকসকল! তোমালোকে এক আল্লাহৰ ইবাদত কৰাঁ। লগতে তেওঁৰ ইবাদত কৰি শেষ দিৱসৰ দিনা উত্তম প্ৰতিদানৰ আশা পোষণ কৰাঁ, আনহাতে তোমালোকে গুনাহৰ কাম কৰি অথবা ইয়াক প্ৰচাৰ কৰি পৃথিৱীত উপদ্ৰ ৱ সৃষ্টি নকৰিবা।
فَكَذَّبُوهُ فَأَخَذَتْهُمُ ٱلرَّجْفَةُ فَأَصْبَحُوا۟ فِى دَارِهِمْ جَـٰثِمِينَ ﴿٣٧﴾
কিন্তু তেওঁৰ সম্প্ৰ দায় ৰ লোকসকলে তেওঁক অস্বীকাৰ কৰিলে। ফলত ভয়ংকৰ ভূমিকম্পই সিহঁ তক গ্ৰাস কৰিলে। ফলত সিহঁ তে নিজৰ ঘৰতে লুটি খোৱা অৱস্থাত পৰি থাকিল আৰু সিহঁ তৰ মু খমণ্ডল মাটি ত আঠা লগাদি লাগি আছিল। সিহঁ তৰ কোনো ধৰণৰ লৰচৰ নাছিল।
وَعَادًۭا وَثَمُودَا۟ وَقَد تَّبَيَّنَ لَكُم مِّن مَّسَـٰكِنِهِمْ ۖ وَزَيَّنَ لَهُمُ ٱلشَّيْطَـٰنُ أَعْمَـٰلَهُمْ فَصَدَّهُمْ عَنِ ٱلسَّبِيلِ وَكَانُوا۟ مُسْتَبْصِرِينَ ﴿٣٨﴾
مستبصرين এইদৰেই আমি হূ দৰ সম্প্ৰ দায় আদক, আৰু ছলেহৰ সম্প্ৰ দায় ছামূদকো ধ্বংস কৰিছোঁ। হে মক্কাৰ অধিবাসীসকল! তোমালোকে হাজাৰামউতৰ শ্বিহৰ নামক স্থানত আৰু হিজৰ নামক স্থানত সিহঁ তৰ বাসস্থানৰ ধ্বংসাৱশেষ পাইছা, যিবোৰে সিহঁ তৰ ধ্বংসৰ কৰুণ কাহিনী বৰ্ণনা কৰে। গতিকে সিহঁ তৰ ভগ্নাৱশেষ গৃহবোৰেই হৈছে সিহঁ তৰধ্বংসৰপ্ৰ মাণ। দৰাচলতে সিহঁ তে লিপ্ত হৈ থকা কু ফৰী আৰু গুনাহৰকৰ্মবোৰক চয় তানে সিহঁ তৰবাবেশোভনীয় কৰি দিছিল, আৰু সিহঁ তক সঠি ক পথৰ পৰা আঁতৰাই ৰাখিছিল। যদিও ৰাছু লসকলৰ শিক্ষাৰ ফলত সিহঁ তে সত্য-অসত্য তথা সুপথ আৰু কু পথৰ মাজত পাৰ্থক্য কৰিব পৰা জ্ঞান লাভ কৰিছিল, তথাপিও সিহঁ তে প্ৰবৃত্তিৰ অনু সৰণক হিদায় তৰ অনু সৰণৰ ওপৰত প্ৰাধান্য দিছিল। بلغ আল-কোৰআন · তাফছীৰ
وَقَـٰرُونَ وَفِرْعَوْنَ وَهَـٰمَـٰنَ ۖ وَلَقَدْ جَآءَهُم مُّوسَىٰ بِٱلْبَيِّنَـٰتِ فَٱسْتَكْبَرُوا۟ فِى ٱلْأَرْضِ وَمَا كَانُوا۟ سَـٰبِقِينَ ﴿٣٩﴾
এইদৰে আমি কাৰূনকো ভূ মিস্খলনৰ দ্বাৰা তাক আৰু তাৰ অট্টালিকাক ধ্বংস কৰিছিলোঁ, যেতিয়া সি মু ছাৰ সম্প্ৰ দায় ৰ মাজত উৎপাত আৰম্ভ কৰিছিল। এইদৰে ফিৰআউন আৰু তাৰ মন্ত্ৰী হামানকো আমি সাগৰত ডু বাই ধ্বংস কৰিছিলোঁ। নিশ্চয় মুছা আলাইহিচ্ছালামে তেওঁৰ সত্যতা প্ৰমাণ কৰিবলৈ সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিল। তথাপিও সিহঁতে মিচৰৰ ভূমিত তেওঁৰ প্ৰতি ঈমান আনিবলৈ অহংকাৰ কৰিছিল। সিহঁতে কেতিয়াও আমাৰ শাস্তি ৰ পৰা পলায় ন কৰি ৰক্ষা পাব নোৱাৰে।
فَكُلًّا أَخَذْنَا بِذَنۢبِهِۦ ۖ فَمِنْهُم مَّنْ أَرْسَلْنَا عَلَيْهِ حَاصِبًۭا وَمِنْهُم مَّنْ أَخَذَتْهُ ٱلصَّيْحَةُ وَمِنْهُم مَّنْ خَسَفْنَا بِهِ ٱلْأَرْضَ وَمِنْهُم مَّنْ أَغْرَقْنَا ۚ وَمَا كَانَ ٱللَّهُ لِيَظْلِمَهُمْ وَلَـٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ ﴿٤٠﴾
উক্ত প্ৰত্যেক সম্প্ৰ দায় কে আমি আমাৰ শাস্তি ৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। সিহঁ তৰ মাজৰ লূত সম্প্ৰ দায় ৰ ওপৰত আমি নিৰন্ত ৰ জুয়ে পোৰা শিল বৰ্ষণ কৰিছিলোঁ। আনহাতে ছলেহ সম্প্ৰ দায় আৰু শ্বুআইব সম্প্ৰ দায় ক বিকট শব্দই ধ্বংস কৰিছিল। তথা কাৰূনক তাৰ গৃহসহ মাটি ত পুতি পেলাইছিলোঁ। নূহ সম্প্ৰ দায় ,ফিৰআউন আৰুহামানক আমি পানীত ডু বাই মাৰিছিলোঁ। এনেকু ৱানহয় যে,আল্লাহে ইহঁ তক বিনাঅপৰাধত ধ্বংস কৰিছে,বৰংসিহঁ তে পাপকৰ্মত লিপ্ত হৈ নিজেই নিজৰঅন্যায় কৰিছিল। ফলত সিহঁ তে শাস্তি ৰউপযুক্ত হৈ পৰিছিল।
مَثَلُ ٱلَّذِينَ ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ أَوْلِيَآءَ كَمَثَلِ ٱلْعَنكَبُوتِ ٱتَّخَذَتْ بَيْتًۭا ۖ وَإِنَّ أَوْهَنَ ٱلْبُيُوتِ لَبَيْتُ ٱلْعَنكَبُوتِ ۖ لَوْ كَانُوا۟ يَعْلَمُونَ ﴿٤١﴾
كانوا يعلمون যিসকল মুশ্বৰিকে আল্লাহৰ বাহিৰে মূৰ্ত্তি সাজি লৈ সেইবোৰৰ উপাসনা কৰে, তথা সেইবোৰৰ পৰা উপকাৰ আশা কৰে, নাইবা সেইবোৰে সিহঁ তৰ হৈ মধ্যস্ত তা কৰিব বুলি বিশ্বাস কৰে, সেইসকল মুশ্বৰিকৰ উদাহৰণ হৈছে মকৰাৰ দৰে, যিয়ে নিজৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে ঘৰ সাজে, অথচ ঘৰৰ ভিতৰত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ। কাৰণ সেই ঘৰে কেতিয়াও শত্ৰুৰ পৰা সুৰক্ষা প্ৰদান নকৰে। এইটোৱেই হৈছে সিহঁ তৰ মূৰ্ত্তিবোৰৰো অৱস্থা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে, আনকি মধ্যস্ত তা কৰিবলৈও সক্ষম নহয় । যদি মুশ্বৰিকসকলে এইটো জানিলেহেঁ তেন তেন্তে কেতিয়াও নিজ হাতেৰে মূ ৰ্ত্তি সাজি আল্লাহৰ বাহিৰে সেইবোৰৰ উপাসনা নকৰিলেহেঁ তেন।
إِنَّ ٱللَّهَ يَعْلَمُ مَا يَدْعُونَ مِن دُونِهِۦ مِن شَىْءٍۢ ۚ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٤٢﴾
নিশ্চয় আল্লাহে ভালকৈয়ে জানে সিহঁতে তেওঁৰ বাহিৰে আৰু কাৰ কাৰ উপাসনা কৰে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয় । তেওঁ মহাপৰাক্ৰ মশালী,তেওঁ ক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ সৃষ্টি কৰাৰক্ষেত্ৰত,নিৰ্ধাৰণত আৰুনিয় ন্ত্ৰ ণত মহাপ্ৰ জ্ঞাৱান।
وَتِلْكَ ٱلْأَمْثَـٰلُ نَضْرِبُهَا لِلنَّاسِ ۖ وَمَا يَعْقِلُهَآ إِلَّا ٱلْعَـٰلِمُونَ ﴿٤٣﴾
এই উদাহৰণবোৰ, আমি মানু হক সজাগ তথা সচেতন কৰিবলৈ, সত্য অৱগত কৰাবলৈ, লগতে সত্যৰ পথ দেখুৱাবলৈ উপস্থাপন কৰি আছোঁ। এইবোৰক সেইসকল লোকেই ভালদৰে বুজি পায় , যিসকলে আল্লাহৰ চৰীয় ত আৰু তেওঁ ৰ হিকমত সম্পৰ্কে ভালকৈ অৱগত।
خَلَقَ ٱللَّهُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَةًۭ لِّلْمُؤْمِنِينَ ﴿٤٤﴾
পৱিত্ৰ তথা মহান আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক সত্য সহকাৰে সৃষ্টি কৰিছে। এইবোৰক অসত্যৰ সৈতে তথা অনৰ্থক সৃষ্টি কৰা নাই। নিশ্চয় এইবোৰ সৃষ্টি ৰ মাজত মু মিনসকলৰ বাবে আল্লাহৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ নিহিত হৈ আছে। কাৰণ কেৱল মু মিনসকলেই আল্লাহৰ সৃষ্টি জগতৰ মখলুকৰ দ্বাৰা পৱিত্ৰ সৃষ্টি কৰ্তাৰ অস্তি ত্বৰ বিষয়ে জ্ঞান আহৰণ কৰে। আনহাতে কাফিৰসকলে মহাকাশ আৰু স্বয়ং সিহঁ তৰ মাজত থকা নিদৰ্শনবোৰ চোৱাৰ পিছতো কোনো ভ্ৰূক্ষেপ নকৰে। সৃষ্টি কৰ্তাৰ মহানতা আৰু ক্ষমতাৰ পিনে সিহঁ তৰ মনোযোগ কেতিয়াও আকৃ ষ্টনহয় । بلغ আল-কোৰআন · তাফছীৰ
ٱتْلُ مَآ أُوحِىَ إِلَيْكَ مِنَ ٱلْكِتَـٰبِ وَأَقِمِ ٱلصَّلَوٰةَ ۖ إِنَّ ٱلصَّلَوٰةَ تَنْهَىٰ عَنِ ٱلْفَحْشَآءِ وَٱلْمُنكَرِ ۗ وَلَذِكْرُ ٱللَّهِ أَكْبَرُ ۗ وَٱللَّهُ يَعْلَمُ مَا تَصْنَعُونَ ﴿٤٥﴾
يعلم ما تص نعون হে ৰাছু ল! আপুনি মানুহক কোৰআন তিলাৱত কৰিশুনোৱাওক, যিখন আপোনাৰপ্ৰ তি অহী কৰা হৈছে। লগতে পৰিপূৰ্ণৰূপে চালাত প্ৰতিষ্ঠা কৰক। নিশ্চয় পৰিপূৰ্ণৰূপে আদায় কৰা চালাতে, চালাত আদায় কাৰীক পাপকৰ্ম তথা দূৰাচাৰীৰ পৰা সুৰক্ষিত ৰাখে। কিয় নো ইয়াৰ ফলত অন্ত ৰে জ্যোতি লাভ কৰে, আৰু সেই জ্যোতিয়ে মানুহক পাপকৰ্মৰ পৰা বিৰত ৰাখে তথা সৎকৰ্মৰ পথ দেখুৱায় । প্ৰত্যেক কৰ্মতকৈ আল্লাহৰ স্মৰণেই হৈছে ডাঙৰ তথা মহান। নিশ্চয় আল্লাহে তোমালোকৰ কৰ্ম সম্পৰ্কে ভালকৈয়ে জানে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অচিৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। কৰ্ম ভাল হ’লে, প্ৰতিদান ভাল হ’ব। আনহাতে বেয়া হ’লে, প্ৰতিফলো বেয়া হ’ব।
۞ وَلَا تُجَـٰدِلُوٓا۟ أَهْلَ ٱلْكِتَـٰبِ إِلَّا بِٱلَّتِى هِىَ أَحْسَنُ إِلَّا ٱلَّذِينَ ظَلَمُوا۟ مِنْهُمْ ۖ وَقُولُوٓا۟ ءَامَنَّا بِٱلَّذِىٓ أُنزِلَ إِلَيْنَا وَأُنزِلَ إِلَيْكُمْ وَإِلَـٰهُنَا وَإِلَـٰهُكُمْ وَٰحِدٌۭ وَنَحْنُ لَهُۥ مُسْلِمُونَ ﴿٤٦﴾
إليكم وإلهنا وإلهكم وحد ونحن له مسلمون হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু খৃষ্টানসকলৰ লগত উত্তম পন্থাৰে বাদানুবাদ কৰিবা। অৰ্থাৎ দলিল-প্ৰমাণ আৰু উপদেশৰ সৈতে সিহঁ তক ইছলামৰ পিনে নিমন্ত্ৰ ণ কৰিবা। আনহাতে সিহঁ তৰ মাজৰ যিসকলে বিদ্বে ষ পোষণ কৰি আৰু অহংকাৰ কৰি অন্যায় কৰিছে, তথা তোমালোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে, সেইসকল লোকৰ বিৰুদ্ধে তোমালোকেও যুদ্ধ কৰা। যেতিয়ালৈকে সিহঁ তে ইছলাম গ্ৰহণ নকৰে অথবা অপমানিত হৈ কৰ আদায় নকৰে। ইয়াহুদী আৰু খৃষ্টানসকলক কৈ দিয়া, আমি সেই কোৰআনৰ প্ৰতি ঈমান আনিছোঁ, যিখন আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে; তথা তোমালোকৰ প্ৰতি অৱতীৰ্ণ হোৱা তাওৰাত আৰু ইঞ্জীলৰ প্ৰতিও আমি ঈমান আনিছোঁ। আমাৰ আৰু তোমালোকৰ উপাস্য এজনেই। তেওঁ ৰ দৰে উপাস্য, পালনহাৰ আৰু সকলো ফালৰ পৰা পৰিপূৰ্ণ সত্ত্বা আন কোনো নাই। আমি একমাত্ৰ তেওঁ ৰেই আনু গত্য কৰোঁ, আৰু তেওঁ ৰ সন্মুখতেই শিৰনত কৰোঁ।
وَكَذَٰلِكَ أَنزَلْنَآ إِلَيْكَ ٱلْكِتَـٰبَ ۚ فَٱلَّذِينَ ءَاتَيْنَـٰهُمُ ٱلْكِتَـٰبَ يُؤْمِنُونَ بِهِۦ ۖ وَمِنْ هَـٰٓؤُلَآءِ مَن يُؤْمِنُ بِهِۦ ۚ وَمَا يَجْحَدُ بِـَٔايَـٰتِنَآ إِلَّا ٱلْكَـٰفِرُونَ ﴿٤٧﴾
যিদৰে আমি আপোনাৰ পূৰ্বে (নবীসকলৰ ওপৰত) কিতাব অৱতীৰ্ণ কৰিছিলোঁ, ঠি ক সেইদৰে আপোনাৰ ওপৰতো কোৰআন অৱতীৰ্ণ কৰিছোঁ। এতেকে তাওৰাত অধ্যয় ন কৰাকিছু মান লোকে উদাহৰণস্বৰূপে আব্দুল্লাহ বিন ছালাম আদিয়ে ইয়াৰপ্ৰ তি ঈমান আনিছে। কাৰণ তেওঁলোকে নিজ গ্ৰন্থত ইয়াৰ বৈশিষ্ট্যবোৰ অধ্যয় ন কৰিছে, আৰু মুশ্বৰিকসকলৰ মাজৰ পৰাও কিছুমানে ইয়াৰ প্ৰতি ঈমান আনিছে। আমাৰ আয়াতসমূহক কেৱল সেইসকল কাফিৰেই অস্বীকাৰ কৰে, যিসকলে সত্য স্পষ্ট হোৱাৰ পিছতো কু ফৰী আৰু অস্বীকাৰৰ পথত অটল থাকে।
وَمَا كُنتَ تَتْلُوا۟ مِن قَبْلِهِۦ مِن كِتَـٰبٍۢ وَلَا تَخُطُّهُۥ بِيَمِينِكَ ۖ إِذًۭا لَّٱرْتَابَ ٱلْمُبْطِلُونَ ﴿٤٨﴾
হে ৰাছু ল! আপুনি কোৰআনৰ পূৰ্বে কোনো কিতাবেই পঢ়া নাছিল আৰু আপোনাৰ সোঁ হাতেৰেও একো লিখিব পৰা নাছিল। কাৰণ আপুনি আছিল নিৰক্ষৰ। লিখা পঢ়াৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাছিল। যদি আপুনি লিখা পঢ়া জানিলেহেঁ তেন তেন্তে বহুতো মুৰ্খই আপোনাৰ নুবুওৱতকলৈ সন্দে হ পোষণ কৰিলেহেঁ তেন,আৰুসিহঁ তে দাবীকৰিলেহেঁ তেন যে,আপুনি পূৰ্বৱৰ্তী গ্ৰন্থসমূ হৰপৰাএইবোৰলিখি আছে।
بَلْ هُوَ ءَايَـٰتٌۢ بَيِّنَـٰتٌۭ فِى صُدُورِ ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ ۚ وَمَا يَجْحَدُ بِـَٔايَـٰتِنَآ إِلَّا ٱلظَّـٰلِمُونَ ﴿٤٩﴾
বৰং আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে স্পষ্ট আয়াতসমূ হৰ সমষ্টি , যিবোৰ সেইসকল মু মিনৰ অন্ত ৰত সুৰক্ষিত, যিসকলক জ্ঞান দান কৰা হৈছে। আমাৰ আয়াতসমূহক সেইসকল লোকেই অস্বীকাৰ কৰে, যিসকলে আল্লাহৰ লগত কু ফৰী কৰি আৰু তেওঁৰ লগত শ্বিৰ্ক কৰি নিজৰ ওপৰতেই অন্যায় কৰে।
وَقَالُوا۟ لَوْلَآ أُنزِلَ عَلَيْهِ ءَايَـٰتٌۭ مِّن رَّبِّهِۦ ۖ قُلْ إِنَّمَا ٱلْـَٔايَـٰتُ عِندَ ٱللَّهِ وَإِنَّمَآ أَنَا۠ نَذِيرٌۭ مُّبِينٌ ﴿٥٠﴾
মুশ্বৰিকসকলে কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন কিয় অৱতীৰ্ণ নহয় , যিদৰে পূৰ্বৱৰ্তী ৰাছু লসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল?হে ৰাছু ল! আপোনাক প্ৰতাৱস্ দিয়াএই লোকসকলক কৈ দিয় ক,নিদৰ্শন অৱতীৰ্ণ কৰাৰদায়ি ত্বহৈছে পৱিত্ৰআল্লাহৰহাতত। তেওঁ যেতিয়া بلغ আল-কোৰআন · তাফছীৰ ইচ্ছা কৰে তেতিয়াহে অৱতীৰ্ণ কৰে; সেইবোৰ অৱতীৰ্ণ কৰা মোৰ কাম নহয় । নিশ্চিতভাৱে মই হৈছোঁ তোমালোকক স্পষ্ট ৰূপে আল্লাহৰ শাস্তি ৰ পৰা সতৰ্ক কাৰী।
أَوَلَمْ يَكْفِهِمْ أَنَّآ أَنزَلْنَا عَلَيْكَ ٱلْكِتَـٰبَ يُتْلَىٰ عَلَيْهِمْ ۚ إِنَّ فِى ذَٰلِكَ لَرَحْمَةًۭ وَذِكْرَىٰ لِقَوْمٍۢ يُؤْمِنُونَ ﴿٥١﴾
হে ৰাছু ল! এই প্ৰতাৱস্ দিয়া লোকসকলৰবাবেআপোনাৰওপৰত অৱতীৰ্ণ হোৱা কোৰআনখন যথেষ্ট নহয় নেকি, যিখন ইহঁ তৰসন্মুখত তিলাৱত কৰা হয় ? নিশ্চয় আপোনাৰপ্ৰ তি অৱতীৰ্ণ হোৱা এই কোৰআনত সেইসকল লোকৰবাবেআছে ৰহমত আৰুউপদেশ,যিসকলে ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই কোৰআনৰ শিক্ষাৰ দ্বাৰা উপকৃ ত হয় । এতেকে এওঁলোকৰ ওপৰত অৱতীৰ্ণ এই সকলোবোৰ প্ৰমাণ, সেইসমূহ নিদৰ্শনতকৈ যথেষ্ট পৰিমাণে উত্তম, যিবোৰপূৰ্বৱৰ্তী নবীসকলৰওপৰত অৱতীৰ্ণ হৈছিল আৰু যিবোৰঅৱতীৰ্ণ হোৱাৰপ্ৰ তাৱস্ স্বয়ংইহঁ তে আগবঢ়াইছে।
قُلْ كَفَىٰ بِٱللَّهِ بَيْنِى وَبَيْنَكُمْ شَهِيدًۭا ۖ يَعْلَمُ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۗ وَٱلَّذِينَ ءَامَنُوا۟ بِٱلْبَـٰطِلِ وَكَفَرُوا۟ بِٱللَّهِ أُو۟لَـٰٓئِكَ هُمُ ٱلْخَـٰسِرُونَ ﴿٥٢﴾
হে ৰাছু ল! আপুনি ইহঁ তক কৈ দিয় ক, মই যি লৈ আহিছোঁ, ইয়াৰ সত্যতা আৰু তোমালোকৰ অস্বীকাৰৰ ক্ষেত্ৰত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট । তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত থকা সকলো বিষয়ে অৱগত। এই দুয়োৰে মাজত থকা একোৱেই তেওঁৰ পৰা গোপন নহয় । এতেকে যিসকল লোকে বাতিলৰ ওপৰত বিশ্বাস পোষণ কৰিছে, অৰ্থাৎ যিবোৰক আল্লাহৰ বাহিৰে উপাসনা কৰা হয় সেইবোৰক সত্য বুলি মানি লৈছে, আৰু সেই আল্লাহৰ লগত কু ফৰীকৰিছে,যিজন এককভাৱেইবাদতৰযোগ্য,সেইসকল লোকেই হৈছে প্ৰকৃ ততে ক্ষতিগ্ৰ তস্। কাৰণ সিহঁ তে ঈমানৰপৰিবৰ্তে কু ফৰীক পছন্দ م কৰিছে।
وَيَسْتَعْجِلُونَكَ بِٱلْعَذَابِ ۚ وَلَوْلَآ أَجَلٌۭ مُّسَمًّۭى لَّجَآءَهُمُ ٱلْعَذَابُ وَلَيَأْتِيَنَّهُم بَغْتَةًۭ وَهُمْ لَا يَشْعُرُونَ ﴿٥٣﴾
হে ৰাছু ল! আপুনি মুশ্বৰিকসকলক যি শাস্তি ৰ পৰা সতৰ্ক কৰিছে, সিহঁ তে সেই শাস্তি ক দ্ৰুত বিচাৰি আছে। আল্লাহে সিহঁ তৰ শাস্তি ৰ বাবে যদি সময় নিৰ্ধাৰণ কৰি নাৰাখিলেহেঁ তেন –যিটো সময় আগুৱাইয়ো আহিব নোৱাৰে আৰু পিছু ৱাইয়ো যাব নোৱাৰে- তেন্তে সিহঁ তে বিচৰা শাস্তি টো নিশ্চয় আহি পৰিলহেঁ তেন। নিশ্চয় সেই শাস্তি আকস্মিক আহি পৰিব,সেই শাস্তি অহাৰসিহঁ তে উমানোনাপাব।
يَسْتَعْجِلُونَكَ بِٱلْعَذَابِ وَإِنَّ جَهَنَّمَ لَمُحِيطَةٌۢ بِٱلْكَـٰفِرِينَ ﴿٥٤﴾
আপুনি সিহঁ তক ভয় দেখুৱাশাস্তি টোসিহঁ তে দ্ৰুত বিচাৰিআছে। আল্লাহে কাফিৰসকলক প্ৰতিশ্ৰুতি দিয়াজাহান্নামে নিশ্চয় সিহঁ তক পৰিবেষ্ট ন কৰিব। সিহঁ তে জাহান্নামৰ শাস্তি ৰ পৰা কেতিয়াও পলায় ন কৰিব নোৱাৰিব।
يَوْمَ يَغْشَىٰهُمُ ٱلْعَذَابُ مِن فَوْقِهِمْ وَمِن تَحْتِ أَرْجُلِهِمْ وَيَقُولُ ذُوقُوا۟ مَا كُنتُمْ تَعْمَلُونَ ﴿٥٥﴾
যিদিনা শাস্তি য়ে সিহঁ তক ওপৰৰ পৰা ঢাকি ধৰিব, আৰু সিহঁ তৰ ভৰিৰ তলত বিছনাৰ দৰে পাৰি দিয়া হ’ব, আৰু আল্লাহে সিহঁ তক ভৰ্ৎ সনা কৰি ক’বঃ পৃথিৱীত তোমালোকে যিবোৰ শ্বি ৰ্কআৰু গুনাহৰ কৰ্ম কৰিছিলা তাৰ বিনিময় ত শাস্তি ভোগ কৰা।
يَـٰعِبَادِىَ ٱلَّذِينَ ءَامَنُوٓا۟ إِنَّ أَرْضِى وَٰسِعَةٌۭ فَإِيَّـٰىَ فَٱعْبُدُونِ ﴿٥٦﴾
হে মোৰ বান্দাসকল! যিসকলে মোৰ প্ৰতি ঈমান পোষণ কৰিছা, তোমালোকে সেই ভূমিৰ পৰা হিজৰত কৰা, যি ভূমিত মোৰ ইবাদত কৰা কঠি ন হৈ পৰিছে। নিশ্চয় মোৰ এই ধৰা অতি বিশাল। গতিকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা। লগতে মোৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা। بلغ আল-কোৰআন · তাফছীৰ
كُلُّ نَفْسٍۢ ذَآئِقَةُ ٱلْمَوْتِ ۖ ثُمَّ إِلَيْنَا تُرْجَعُونَ ﴿٥٧﴾
মৃত্যুৰ ভয়ে যেন তোমালোকক হিজৰতৰ পৰা বিৰত নাৰাখে। প্ৰত্যেক প্ৰাণীয়ে ই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব লাগিব। তাৰ পিছত কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব।
وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَنُبَوِّئَنَّهُم مِّنَ ٱلْجَنَّةِ غُرَفًۭا تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا ۚ نِعْمَ أَجْرُ ٱلْعَـٰمِلِينَ ﴿٥٨﴾
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁ ৰ নৈকট্য অৰ্জ ন কৰিব পৰা সৎকৰ্ম কৰিছে, আমি তেওঁ লোকক জান্নাতৰ এনেকু ৱা ওখ ওখ ভৱনত ঠাই প্ৰদান কৰিম, যাৰতলত নৈ নিজৰা প্ৰবাহিত থাকিব। তেওঁলোকে তাত চিৰকাল বসবাস কৰিব। মৃত্যুৱেকেতিয়াও তেওঁলোকক স্পৰ্শ নকৰিব। আল্লাহৰআদেশ মতে আমল কৰালোকসকলৰএই প্ৰতিদানবোৰকিমান যে উত্তম প্ৰতিদান!
ٱلَّذِينَ صَبَرُوا۟ وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ ﴿٥٩﴾
গুনাহৰ পৰা বিৰত থাকি আৰু আল্লাহৰ আনু গত্যত ধৈৰ্য্য ধাৰণ কৰি তেওঁ ৰ আদেশ মতে আমল কৰা লোকসকলৰ প্ৰতিদান কিমান যে উত্তম প্ৰতিদান! তেওঁ লোকে সকলো কৰ্মতেই একমাত্ৰ নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে।
وَكَأَيِّن مِّن دَآبَّةٍۢ لَّا تَحْمِلُ رِزْقَهَا ٱللَّهُ يَرْزُقُهَا وَإِيَّاكُمْ ۚ وَهُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ ﴿٦٠﴾
পৃথিৱীত চলাফু ৰা কৰা এনেকু ৱা বহুতো প্ৰাণী আছে যিবোৰে নিজৰ জীৱিকা সঞ্চয় কৰি ৰাখিব নোৱাৰে আৰু বহন কৰিও লৈ ফু ৰিব নোৱাৰে, আল্লাহেই সেইবোৰক জীৱিকা প্ৰদান কৰে আৰু তোমালোককো জীৱিকা দান কৰে। গতিকে জীৱিকাৰ ভয় ত হিজৰত ত্যাগ কৰা তোমালোকৰ এই অজুহাত গ্ৰহণযোগ্য নহয় । নিশ্চয় তেওঁ তোমালোকৰ কথা শ্ৰৱণকাৰী আৰু তোমালোকৰ নিয়্যত তথা কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয় । শীঘ্ৰে ই তোমালোককইয়াৰপ্ৰ তিদান দিয়াহ’ব।
وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ لَيَقُولُنَّ ٱللَّهُ ۖ فَأَنَّىٰ يُؤْفَكُونَ ﴿٦١﴾
হে ৰাছু ল! আপুনি যদি এই মুশ্বৰিকসকলক সোধে যে, আকাশমণ্ডল কোনে সৃষ্টি কৰিছে? পৃথিৱী কোনে সৃষ্টি কৰিছে? চন্দ্ৰ আৰু সূৰ্য্যক কোনে নিয় ন্ত্ৰ ণ কৰে, যাৰ ফলত এটাৰ পিছত এটা দৃশ্যমান হয় ? তেতিয়া নিশ্চয় সিহঁ তে ক’বঃ আল্লাহেই এইবোৰক সৃষ্টি কৰিছে। তথাপিও সিহঁ তে এক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা কিয় আঁতৰি থাকে? আৰু তেওঁৰ বাহিৰে এনেকু ৱা উপাস্যৰ উপাসনা কৰে যিবোৰে একো উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে।
ٱللَّهُ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ مِنْ عِبَادِهِۦ وَيَقْدِرُ لَهُۥٓ ۚ إِنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌۭ ﴿٦٢﴾
আল্লাহে তেওঁ ৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে , আৰু যাক ইচ্ছা কৰে বিশেষ হিকমত অনু যায়ী তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে , যিটো কেৱল তেৱেঁই জানে। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। একোৱেই তেওঁ ৰ পৰা গোপন নহয় । গতিকে বান্দাৰ হকে থকা কোনো কল্যাণকৰহিত তেওঁ ৰপৰা গোপন নহয় ।
وَلَئِن سَأَلْتَهُم مَّن نَّزَّلَ مِنَ ٱلسَّمَآءِ مَآءًۭ فَأَحْيَا بِهِ ٱلْأَرْضَ مِنۢ بَعْدِ مَوْتِهَا لَيَقُولُنَّ ٱللَّهُ ۚ قُلِ ٱلْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْقِلُونَ ﴿٦٣﴾
لا يعقلون হে ৰাছু ল! আপুনি যদি মু শ্বৰিকসকলক সোধে যে, আকাশৰ পৰা পানী কোনে বৰষায় , যাৰ ফলত মৃ ত ভূ মিত উদ্ভিদ উৎপন্ন হয় ? তেতিয়া সিহঁ তে নিশ্চয় ক’বঃ আল্লাহেই আকাশৰ পৰা পানী বৰষায় আৰু পৃথিৱীক সেউজীয়া কৰি তোলে। হে ৰাছু ল! আপুনি কওক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে,যিয়ে তোমালোকৰওপৰত প্ৰমাণ প্ৰকাশ কৰিছে। কিন্তু প্ৰকৃ ততে সিহঁ তৰমাজৰঅধিকাংশ লোকেই বুজি নাপায় । যদি সিহঁ তে বুজিলেহেঁ তেন بلغ আল-কোৰআন · তাফছীৰ তেন্তে কেতিয়াও আল্লাহৰ সৈতে এনেকু ৱা মূ ৰ্ত্তিবোৰক অংশীদাৰ নকৰিলেহেঁ তেন, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে।
وَمَا هَـٰذِهِ ٱلْحَيَوٰةُ ٱلدُّنْيَآ إِلَّا لَهْوٌۭ وَلَعِبٌۭ ۚ وَإِنَّ ٱلدَّارَ ٱلْـَٔاخِرَةَ لَهِىَ ٱلْحَيَوَانُ ۚ لَوْ كَانُوا۟ يَعْلَمُونَ ﴿٦٤﴾
এই পাৰ্থিৱ জীৱন, লগতে ইয়াত থকা সকলো সুখ-সুবিধা তথা বিভিন্ন উপভোগ সামগ্ৰীবোৰ হৈছে ইয়াৰ লগত সম্পৃক্ত ব্যক্তিসকলৰ বাবে এক প্ৰকাৰ খেল-ধেমালিস্বৰূপ। যিবোৰঅচিৰেই সমাপ্ত হ’ব। আনহাতে আখিৰাতৰঘৰেই হৈছে বাস্ত ৱিক জীৱন। কাৰণ সেইখনেই অৱশিষ্ট থাকিব। সিহঁ তে যদি এই বিষয় টোভালদৰেজানিলেহেঁ তেন তেন্তে কেতিয়াও সিহঁ তে চিৰস্থায়ীজীৱনৰওপৰত অস্থায়ীজীৱনক প্ৰাধান্যনিদিলেহেঁ তেন।
فَإِذَا رَكِبُوا۟ فِى ٱلْفُلْكِ دَعَوُا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ فَلَمَّا نَجَّىٰهُمْ إِلَى ٱلْبَرِّ إِذَا هُمْ يُشْرِكُونَ ﴿٦٥﴾
এই মু শ্বৰিকসকল সাগৰত যেতিয়া নাঁৱত আৰোহণ কৰে, তেতিয়া সিহঁ তে নিৰ্ভে জালভাৱে একমাত্ৰ আল্লাহৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁ ৰ ওচৰতেই দুআ কৰে, যাতে তেওঁ সিহঁ তক ডু বি যোৱাৰ পৰা ৰক্ষা কৰে। এতেকে যেতিয়াই তেওঁ সিহঁ তক ডু বি যোৱাৰ পৰা ৰক্ষা কৰে, সিহঁ ত পাৰলৈ উভতি আহি পুনৰ শ্বি ৰ্ককৰিবলৈ আৰম্ভ কৰে আৰু অন্যান্য উপাস্যবোৰকো সিহঁ তৰ দুআত চামিল কৰে।
لِيَكْفُرُوا۟ بِمَآ ءَاتَيْنَـٰهُمْ وَلِيَتَمَتَّعُوا۟ ۖ فَسَوْفَ يَعْلَمُونَ ﴿٦٦﴾
উভতি আহি মু শ্বৰিকসকলে নিজৰ চৰিত্ৰ পৰিবৰ্ত ন কৰে, আৰু সিহঁ তক আমি প্ৰদান কৰা নিয়ামতবোৰৰ অকৃ তজ্ঞ হৈ পৰে। যাতে পাৰ্থিৱ জীৱনৰ সুখ- সুবিধাবোৰউপভোগ কৰিবপাৰে। নিশ্চয় শীঘ্ৰে ই সিহঁ তে মৃ ত্যুৰপিছত বেয়াকৰ্মৰপৰিণাম সম্পৰ্কে অৱগত হ'ব।
أَوَلَمْ يَرَوْا۟ أَنَّا جَعَلْنَا حَرَمًا ءَامِنًۭا وَيُتَخَطَّفُ ٱلنَّاسُ مِنْ حَوْلِهِمْ ۚ أَفَبِٱلْبَـٰطِلِ يُؤْمِنُونَ وَبِنِعْمَةِ ٱللَّهِ يَكْفُرُونَ ﴿٦٧﴾
আল্লাহৰ নিয়ামতসমূ হক অস্বীকাৰ কৰা এই লোকসকলক যেতিয়া আল্লাহে ডু বি যোৱাৰ পৰা ৰক্ষা কৰিলে, তাৰ পিছতো সিহঁ তে ভাবি চোৱা নাইনে যে, আল্লাহে সিহঁ তক আৰুএটা নিয়ামত দান কৰিছে? সেয়া হৈছে, আমি সিহঁ তক নিৰাপত্তামূলক স্থান প্ৰদান কৰিছোঁ। য’ত সিহঁ তৰধন-সম্পদ আৰুপ্ৰাণৰ কোনো ভয় নাই, পক্ষান্ত ৰে অন্যান্য ঠাইত আক্ৰ মণ হয় , সিহঁ তক হত্যা কৰা হয় তথা বন্দী বনোৱা হয় , লগতে সিহঁ তৰ নাৰী-পুৰুষ আৰু সন্তান সকলকো কয়ে দী বনোৱা হয় , আৰু সিহঁতৰ সম্পদ কাঢ়ি লোৱা হয় । ইয়াৰ পিছতো সিহঁতে সিহঁতৰ তথাকথিত উপাস্যবোৰৰ প্ৰতি ঈমান পোষণ কৰিবনে? আনহাতে আল্লাহৰকৃ তজ্ঞতাৰবিপৰীতে তেওঁ ৰনিয়ামতসমূ হৰঅকৃ তজ্ঞ হ’বনেকি?!
وَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوْ كَذَّبَ بِٱلْحَقِّ لَمَّا جَآءَهُۥٓ ۚ أَلَيْسَ فِى جَهَنَّمَ مَثْوًۭى لِّلْكَـٰفِرِينَ ﴿٦٨﴾
সেই ব্যক্তিতকৈ ডাঙৰ অন্যায় কাৰী আন কোনো হ’ব নোৱাৰে, যিয়ে আল্লাহৰ বিষয়ে মিছা কথা ৰচনা কৰি তথা তেওঁৰ অংশীদাৰ স্থাপন কৰি প্ৰচাৰ কৰে। অথবা ৰাছু লে যি লৈ আহিছে সেই সত্যক অস্বীকাৰ কৰে। ইয়াত কোনো সন্দে হ নাই যে, কাফিৰসকল আৰু ইয়াৰ সমপৰ্যায় ৰ লোকসকলৰ বাবে জাহান্নামত হ’ব সিহঁ তৰ বাসস্থান।
وَٱلَّذِينَ جَـٰهَدُوا۟ فِينَا لَنَهْدِيَنَّهُمْ سُبُلَنَا ۚ وَإِنَّ ٱللَّهَ لَمَعَ ٱلْمُحْسِنِينَ ﴿٦٩﴾
যিসকলে আমাৰ সন্তু ষ্টি অৰ্জ ন কৰিবলৈ নিজৰ নফচৰ লগত অধ্যৱসায় কৰে, আমি তেওঁলোকক সঠি ক পথৰ তাওফীক প্ৰদান কৰিম। নিশ্চিতভাৱে আল্লাহে নেকপৰায় ণ লোকসকলক সহায় -সহযোগিতা আৰুহিদায় তৰদ্বাৰা সমৰ্থন কৰে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে