كٓهيعٓصٓ ﴿١﴾
(কাফ, হা, ইয়া, আঈন, চদ) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।
মুখ্য পৃষ্ঠা›তাফছীৰ›Maryam (19)
মক্কী · 98 আয়াত
كٓهيعٓصٓ ﴿١﴾
(কাফ, হা, ইয়া, আঈন, চদ) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।
ذِكْرُ رَحْمَتِ رَبِّكَ عَبْدَهُۥ زَكَرِيَّآ ﴿٢﴾
এইটো হৈছে যাকাৰিয়্যা আলাইহিচ্ছালামৰ প্ৰতি আপোনাৰ প্ৰতিপালকৰ ৰহমতৰ বৰ্ণনা। আমি আপোনাৰ সন্মুখত এই বৰ্ণনা উপদেশ তথা শিক্ষা লাভৰ উদ্দেশ্যে পাঠ কৰি আছোঁ। ي
إِذْ نَادَىٰ رَبَّهُۥ نِدَآءً خَفِيًّۭا ﴿٣﴾
যিহেতু তেওঁ নিজ প্ৰ يতিপালকৰওচৰত গোপনে দুআকৰিছিল,এই কাৰণে যে,যাতে দুআশীঘ্ৰে ই কবুল হয় ।
قَالَ رَبِّ إِنِّى وَهَنَ ٱلْعَظْمُ مِنِّى وَٱشْتَعَلَ ٱلرَّأْسُ شَيْبًۭا وَلَمْ أَكُنۢ بِدُعَآئِكَ رَبِّ شَقِيًّۭا ﴿٤﴾
তেওঁ কৈছিলঃ হে মোৰ প্ৰতিপালক! মোৰ হাড় সমূহ দুৰ্বল হৈ গৈছে, মোৰ মূৰৰ চু লি বেছি ভাগেই বগা হৈছে। তথা মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰি কেতিয়াও নিৰাশ হোৱাيনাই। বৰং মই যেতিয়াই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তু মি সেয়া কবুল কৰিছা।
وَإِنِّى خِفْتُ ٱلْمَوَٰلِىَ مِن وَرَآءِى وَكَانَتِ ٱمْرَأَتِى عَاقِرًۭا فَهَبْ لِى مِن لَّدُنكَ وَلِيًّۭا ﴿٥﴾
মোৰ আশংকা হয় মোৰ আত্মীয় সকলে মোৰ মৃত্যুৰ পিছত সাংসাৰীক কামত লিপ্ত হৈ ধাৰ্মিক কৰ্ত ব্যনিৰ্বাহ কৰা পাহৰি যায় নেকি। ইপিনে মোৰ স্ত্ৰীও হৈছে বন্ধ্যা। এতেকে তু মি মোক এজনيপুত্ৰ সন্তান দান কৰা, যিজন মোৰ বাবে সহায় ক হ'ব।
يَرِثُنِى وَيَرِثُ مِنْ ءَالِ يَعْقُوبَ ۖ وَٱجْعَلْهُ رَبِّ رَضِيًّۭا ﴿٦﴾
যিজন মোৰ নুবুওৱতৰ উত্তৰাধিকাৰী হ'ব তথা ইয়াকূ ব আলাইহিচ্ছালামৰ বংশৰ ওৱাৰিচ হ'ব, তথা (হে মোৰ প্ৰতিপালক!) তু মি তাক ধৰ্ম, নৈতিকতা আৰুজ্ঞান,সকলোক্ষেত্ৰতেই পছন্দي নীয় হিচাপে গঢ়ি তু লিবা।
يَـٰزَكَرِيَّآ إِنَّا نُبَشِّرُكَ بِغُلَـٰمٍ ٱسْمُهُۥ يَحْيَىٰ لَمْ نَجْعَل لَّهُۥ مِن قَبْلُ سَمِيًّۭا ﴿٧﴾
আল্লাহে তেওঁৰ দুআ কবুল কৰিলে আৰু তেওঁক সম্বোধন কৰি ক'লেঃ হে যাকাৰিয়্যা! নিশ্চয় আমি আপোনাক এটা শুভসংবাদ শুনাম, আমি আপোনাৰ দুআ কবুল কৰিছোঁ। আমিي আপোনাক এজন সুপুত্ৰ প্ৰদান কৰিম, যাৰ নাম হ'ব ইয়াহইয়া। তেওঁ ৰ পূৰ্বে আমি এই নাম আন কাকো দিয়া নাছিলোঁ।
قَالَ رَبِّ أَنَّىٰ يَكُونُ لِى غُلَـٰمٌۭ وَكَانَتِ ٱمْرَأَتِى عَاقِرًۭا وَقَدْ بَلَغْتُ مِنَ ٱلْكِبَرِ عِتِيًّۭا ﴿٨﴾
যাকাৰিয়্যা আলাইহিচ্ছালামে আল্লাহৰ ক্ষমতা দেখি আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মোৰ ঘৰত কেনেকৈ পুত্ৰ সন্তান জন্ম লভিব, অথচ মোৰ পত্নী হৈছে বন্ধ্যা আৰুমই নিজেও বৃদ্ধাৱস্থাৰঅন্তি ম সীমাত উপনীত হৈছোঁ। ইপিনে মোৰহাড় সমূ হো দুৰ্বল হৈ পৰিছে? بلغ আল-কোৰআন · তাফছীৰ قال كذلك قال ربك هوعلى هين وقد خلقتك من قبل ولم تك شئا
قَالَ كَذَٰلِكَ قَالَ رَبُّكَ هُوَ عَلَىَّ هَيِّنٌۭ وَقَدْ خَلَقْتُكَ مِن قَبْلُ وَلَمْ تَكُ شَيْـًۭٔا ﴿٩﴾
ফিৰিস্তাই ক'লেঃ হয় , বিষয় টো তেনেকু ৱাই যিদৰে আপুনি ব্যক্ত কৰিছে যে, আপোনাৰ স্ত্ৰী বন্ধ্যা আৰু আপুনিও বৃদ্ধাৱস্থাৰ শেষ সীমাত উপনীত হৈছে তথা আপোনাৰ হাড় সমূ হ দুৰ্বল হৈছে। কিন্তু আপোনাৰ প্ৰতিপালকে কৈছেঃ এজনী বন্ধ্যা মাকৰ গৰ্ভ ৰ পৰা আৰু এজন বৃদ্ধ পিতৃ ৰ পৰা ইয়াহইয়াক সৃষ্টি কৰাটো তেওঁৰবাবেতেনেই সহজ। কিয় নো (হে যাকাৰিয়্যা) ইতিপূৰ্বে মই তোমাক সৃষ্টি কৰিছোঁ, অথচ তু মি উল্লে খযোগ্য একোৱেই নাছিলা। অৰ্থাৎ তোমাৰকোনোঅস্তি ত্বই নাছিল।ي
قَالَ رَبِّ ٱجْعَل لِّىٓ ءَايَةًۭ ۚ قَالَ ءَايَتُكَ أَلَّا تُكَلِّمَ ٱلنَّاسَ ثَلَـٰثَ لَيَالٍۢ سَوِيًّۭا ﴿١٠﴾
যাকাৰিয়্যা আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ বাবে কিবা এটা সংকেত নিৰ্ধাৰণ কৰি দিয়া, যাতে মোৰ অন্ত ৰে সন্তু ষ্টি লাভ কৰে সেই বিষয় টো অৰ্জ ন কৰিবলৈ যিটো তু মি ফিৰিস্তাসকলৰ দ্বাৰা সুসংবাদ দিছা। আল্লাহে ক'লেঃ আপোনাক যিটো সুসংবাদ দিয়া হৈছে, সেইটো লাভ কৰাৰ সংকেত হৈছে এই যে, আপুনি তিনিদিনলৈকে মানুহৰ লগত কথা ক'ব নোৱাৰিব, অথচ আপোনাৰ কোনো অসুখ নাথাকিব তথা আপুনি সম্পূৰ্ণ সুস্থ ي থাকিব।
فَخَرَجَ عَلَىٰ قَوْمِهِۦ مِنَ ٱلْمِحْرَابِ فَأَوْحَىٰٓ إِلَيْهِمْ أَن سَبِّحُوا۟ بُكْرَةًۭ وَعَشِيًّۭا ﴿١١﴾
যাকাৰিয়্যা আলাইহিচ্ছালামে উপাসনা গৃহৰ পৰা ওলাই নিজ সম্প্ৰ দায় ৰ ওচৰলৈ আহিল আৰু তেওঁলোকৰ লগত কথা নোকোৱাকৈ ইংগিতেৰে বুজাই দিলে যে, তোমালোকে পুৱা-গধুলি পৱিত্ৰيমহান আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিবা।
يَـٰيَحْيَىٰ خُذِ ٱلْكِتَـٰبَ بِقُوَّةٍۢ ۖ وَءَاتَيْنَـٰهُ ٱلْحُكْمَ صَبِيًّۭا ﴿١٢﴾
ইয়াৰ পিছত তেওঁৰ ঘৰত ইয়াহইয়াৰ জন্ম হ'ল। এতেকে তেওঁ যেতিয়া সম্বোধন কৰিব পৰা বয় সত উপনীত হ'ল, তেতিয়া তেওঁক আমি ক’লোঁঃ “হে ইয়াহইয়া! তাওৰাতক মজবুতভাৱে ধাৰণ কৰা”।يআমি তেওঁ ক শিশু অৱস্থাতেই বোধশক্তি , জ্ঞান, গাম্ভীৰ্য্য আৰু প্ৰে ৰণা প্ৰদান কৰিছিলোঁ।
وَحَنَانًۭا مِّن لَّدُنَّا وَزَكَوٰةًۭ ۖ وَكَانَ تَقِيًّۭا ﴿١٣﴾
আমি তেওঁ ৰ প্ৰতি আমাৰ ফালৰ পৰা বিশেষ দয়া কৰিছিলোঁ, আৰু তেওঁ ক পাপকৰ্মৰ পৰা পৱিত্ৰ ৰাখিছিলোঁ। তথা তেওঁ আছিল এজন সদাচাৰী ব্যক্তি । তেওঁ আল্লাহৰআদেশ পালন কৰিছিল আৰু তেওঁيৰনিষেধকৃ ত বিষয় ৰপৰা বিৰত আছিল। وبرا بولديه ولم يكن جبارا عص ا
وَبَرًّۢا بِوَٰلِدَيْهِ وَلَمْ يَكُن جَبَّارًا عَصِيًّۭا ﴿١٤﴾
তেওঁ নিজ পিতৃ -মাতৃ ৰ আনু গত্যশীল আৰু তেওঁ লোকৰ প্ৰতি সদাচাৰী আছিল। তেওঁ নিজ প্ৰতিপালকৰ আনু গত্যত তথা পিতৃ -মাতৃ ৰ আনু গত্যৰ ক্ষেত্ৰত অহংকাৰী নাছিল। তথা তেওঁ লোকৰ প্ৰ يতি অবাধ্যও নাছিল। وسلم عليه يوم ولدويوم يموت ويوم يبعث ح ا
وَسَلَـٰمٌ عَلَيْهِ يَوْمَ وُلِدَ وَيَوْمَ يَمُوتُ وَيَوْمَ يُبْعَثُ حَيًّۭا ﴿١٥﴾
তেওঁ ৰ বাবে আল্লাহৰ ফালৰ পৰা শান্তি নিৰ্ধাৰিত, যিদিনা তেওঁ জন্ম গ্ৰহণ কৰিছে আৰু যিদিনা তেওঁ মৃ ত্যুবৰণ কৰিব তথা এই পাৰ্থিৱ জীৱনৰ পৰা বিদায় ল’ব, আৰু কিয়ামতৰ দিনা যেতিয়া তেওঁ জীৱিত হৈ পুনৰুত্থিত হ'ব। দৰাচলতে এইটোৱে হৈছে সেই ভয়াৱহ তিনিটা স্থান, যিটো প্ৰত্যেক মানুহেই অতিক্ৰ ম কৰিব লাগিব। যদি ইয়াৰ পৰা সুকলমে অতিক্ৰ ম কৰিব পাৰে তেন্তে তাৰ বাবে আন ক’তো কোনো ভয় নাথাকে। بلغ আল-কোৰআন · তাফছীৰ ي
وَٱذْكُرْ فِى ٱلْكِتَـٰبِ مَرْيَمَ إِذِ ٱنتَبَذَتْ مِنْ أَهْلِهَا مَكَانًۭا شَرْقِيًّۭا ﴿١٦﴾
হে ৰাছু ল! আপোনাৰপ্ৰ তি অৱতীৰ্ণ হোৱা কোৰআনত মৰিয় ম আলাইহাচ্ছালামৰঘটনা স্মৰণ কৰক। যেতিয়া তেওঁ নিজ পৰিয়ালৰপৰা পৃথক হৈ পূৱ ফালে অৱস্থি ত এটাস্থানত অকলেي বসবাস কৰিবলৈ লৈছিল।
فَٱتَّخَذَتْ مِن دُونِهِمْ حِجَابًۭا فَأَرْسَلْنَآ إِلَيْهَا رُوحَنَا فَتَمَثَّلَ لَهَا بَشَرًۭا سَوِيًّۭا ﴿١٧﴾
ফলত তেওঁ নিজৰবাবেএখন তম্বু সাজি লৈছিল। যাতে তেওঁ যেতিয়া নিজ প্ৰতিপালকৰইবাদত কৰিবতেতিয়া তেওঁ ৰসম্প্ৰ দায় ৰলোকসকলে তেওঁ ক প্ৰত্যক্ষ নকৰে। এই সময় ছোৱাতে আমি জিব্ৰীল আলাইহিচ্ছালামক তেওঁৰ ওচৰলৈ প্ৰে ৰণ কৰিলোঁ। জিব্ৰীল আলাইহিচ্ছালামে তেওঁৰ ওচৰলৈ সম্পূৰ্ণৰূপে মানৱআকৃ তি ধাৰণ কৰিআগমণي কৰিলে। কিন্তু মৰিয় মে ভয় কৰিলে, ভাবিলে কিবা বেয়া কৰ্ম কৰিববিচাৰেনেকি।
قَالَتْ إِنِّىٓ أَعُوذُ بِٱلرَّحْمَـٰنِ مِنكَ إِن كُنتَ تَقِيًّۭا ﴿١٨﴾
যেতিয়া তেওঁ জিব্ৰীলক দেখা পালে, তেওঁ এজন মানৱ ৰূপ ধাৰণ কৰি তেওঁৰ ফালে আগুৱাই আহি আছিল। তেতিয়া তেওঁ ক'লেঃ হে ব্যক্তি! যদি তু মি এজন সদাচাৰীআৰুআল্লাহক ভয় কৰাতেন্তেي শুনা! নিশ্চয় মই তোমাৰঅনিষ্ট ৰপৰাঅত্যন্ত কৃ পাশীল আল্লাহৰওচৰত আশ্ৰ য় বিচাৰোঁ।
قَالَ إِنَّمَآ أَنَا۠ رَسُولُ رَبِّكِ لِأَهَبَ لَكِ غُلَـٰمًۭا زَكِيًّۭا ﴿١٩﴾
জিব্ৰীল আলাইহিচ্ছালামে ক'লেঃমই মানৱনহয় । নিশ্চয় মই তোমাৰপ্ৰ তিপালকৰতৰফৰপৰাপ্ৰে ৰিত এজন দূতহে। তেৱেঁই মোক তোমাৰওচৰলৈ প্ৰে ৰণ কৰিছে। যাতে মই তোমাক এজনي পাক-পৱিত্ৰসুসন্তান প্ৰদান কৰিবপাৰোঁ। قالت أنى يكون لى غلم ولم يمسسنى بشر ولم أك بغا
قَالَتْ أَنَّىٰ يَكُونُ لِى غُلَـٰمٌۭ وَلَمْ يَمْسَسْنِى بَشَرٌۭ وَلَمْ أَكُ بَغِيًّۭا ﴿٢٠﴾
মৰিয় মে আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মোৰ কেনেকৈ সন্তান হ'ব, যিহেতু মোৰ পতি নাই, আৰু মই কোনো পুৰুষৰো সংস্পৰ্শত অহা নাই। আনহাতে মই কোনো ব্যভিচাৰিণীওي নহয় যে, মোৰসন্তান হ'ব।
قَالَ كَذَٰلِكِ قَالَ رَبُّكِ هُوَ عَلَىَّ هَيِّنٌۭ ۖ وَلِنَجْعَلَهُۥٓ ءَايَةًۭ لِّلنَّاسِ وَرَحْمَةًۭ مِّنَّا ۚ وَكَانَ أَمْرًۭا مَّقْضِيًّۭا ﴿٢١﴾
জিব্ৰীলে তেওঁক ক'লেঃ হয় , আপুনি কোৱা কথাষাৰেই ঠি ক, আপোনাক স্বামীয়ে ও স্পৰ্শ কৰা নাই তথা আন কোনো পুৰুষৰো সংস্পৰ্শত আপুনি অহা নাই, আৰু আপুনি কোনো ব্যভিচাৰিণীও নহয় । কিন্তু আপোনাৰ পৱিত্ৰ প্ৰতিপালকে কৈছে, পিতৃ নোহোৱাকৈ সন্তান সৃষ্টি কৰা মোৰ পক্ষে তেনেই সহজ, আৰু আপোনাক প্ৰদান কৰা এই সন্তান মানু হৰ বাবে আল্লাহৰ ক্ষমতাৰ প্ৰতীক হ'ব, তথা আমাৰ ফালৰ পৰা আপোনাৰ বাবে আৰু মু মিনসকলৰ বাবে হ'ব ৰহমত। দৰাচলতে আপোনাৰএই সন্তানৰসৃষ্টি টোي হৈছে আল্লাহৰপূৰ্বনিৰ্ধাৰিত এটাসিদ্ধান্ত ,যিটোলওহে মাহফু জত লিপিবদ্ধ আছে।
۞ فَحَمَلَتْهُ فَٱنتَبَذَتْ بِهِۦ مَكَانًۭا قَصِيًّۭا ﴿٢٢﴾
এতেকে ফিৰিস্তাইيফুঁ দিয়াৰপিছত তেওঁ গৰ্ভ ৱতীহৈ গ'ল। ইয়াৰপিছত তেওঁ মানু হৰপৰাঅতি দূৰৱৰ্তী এখন ঠাইত বাহৰপাতিলে।
فَأَجَآءَهَا ٱلْمَخَاضُ إِلَىٰ جِذْعِ ٱلنَّخْلَةِ قَالَتْ يَـٰلَيْتَنِى مِتُّ قَبْلَ هَـٰذَا وَكُنتُ نَسْيًۭا مَّنسِيًّۭا ﴿٢٣﴾
ইপিনে তেওঁৰপ্ৰ সৱযন্ত্ৰ ণা বৃদ্ধি পালে, আৰু ইয়াৰফলত তেওঁ এখন খেজুৰগছৰতলত গৈ আশ্ৰ য় ল'লে, মৰিয় ম আলাইহাচ্ছালামে ক'লেঃহায়! মই যদি এই দিনটো দেখাৰপূৰ্বেই মৃত্যুবৰণ কৰিলোঁহেঁ তেন, আৰুমই যদি এনেকু ৱা বস্তু ত পৰিণত হ’লোহেঁ তেন যিটো উল্লে খযোগ্য একোৱেনহয় । ফলত মোৰ বিষয়ে কোনেও বেয়া ধাৰণা পোষণ কৰিব নোৱাৰিলেহেঁ তেন। بلغ আল-কোৰআন · তাফছীৰ ي
فَنَادَىٰهَا مِن تَحْتِهَآ أَلَّا تَحْزَنِى قَدْ جَعَلَ رَبُّكِ تَحْتَكِ سَرِيًّۭا ﴿٢٤﴾
ঠি ক সেই সময় তেই ঈছা আলাইহিচ্ছালামে তেওঁৰ ভৰিৰ দিশৰ পৰা মাত লগাই ক'লেঃ আপুনি নিৰাশ নহ'ব! আপোনাৰ প্ৰতিপালকে আপোনাৰ বাবে নিজৰা প্ৰবাহিত কৰিছে, যাৰ পৰা আপুيনি পানী খাব পাৰিব।
وَهُزِّىٓ إِلَيْكِ بِجِذْعِ ٱلنَّخْلَةِ تُسَـٰقِطْ عَلَيْكِ رُطَبًۭا جَنِيًّۭا ﴿٢٥﴾
তথাي খেজুৰ গছজোপাক জোকাৰি দিয় ক, চাব ওপৰৰ পৰা আপোনাৰ বাবে সতেজ আৰু পকা খেজুৰ সৰি পৰিব।
فَكُلِى وَٱشْرَبِى وَقَرِّى عَيْنًۭا ۖ فَإِمَّا تَرَيِنَّ مِنَ ٱلْبَشَرِ أَحَدًۭا فَقُولِىٓ إِنِّى نَذَرْتُ لِلرَّحْمَـٰنِ صَوْمًۭا فَلَنْ أُكَلِّمَ ٱلْيَوْمَ إِنسِيًّۭا ﴿٢٦﴾
এতেকে সতেজ খেজুৰ আৰু পানী খোৱা, আৰু নৱজাতককলৈ মন শান্ত কৰা তথা দুখ নকৰিবা। আনহাতে যদি কোনো মানুহক দেখা পোৱা, সি যদি নৱজাতকৰ বিষয়ে কিবা সোধে তেন্তে তাক ক'বাঃ মই মোৰ প্ৰতিপালকৰ সন্তু ষ্টি লাভৰ উদ্দেশ্যে কথা নোকোৱাৰ শপত খাইছোঁ। সেয়ে আজি মই কাৰো লগতে কথা নকওঁ । ي
فَأَتَتْ بِهِۦ قَوْمَهَا تَحْمِلُهُۥ ۖ قَالُوا۟ يَـٰمَرْيَمُ لَقَدْ جِئْتِ شَيْـًۭٔا فَرِيًّۭا ﴿٢٧﴾
তাৰপিছত মৰিয় মে যেতিয়া নিজৰসন্তানকলৈ নিজ সম্প্ৰ দায় ৰওচৰলৈ আহিল,তেতিয়া মানুহে অসন্তু ষ্টি ব্যক্ত কৰিক'লেঃহে মৰিয় ম! তু মি পিতৃ হীন এজন সন্তান জন্ম দি বৰঘৃণনীয়يকাম কৰিছা।
يَـٰٓأُخْتَ هَـٰرُونَ مَا كَانَ أَبُوكِ ٱمْرَأَ سَوْءٍۢ وَمَا كَانَتْ أُمُّكِ بَغِيًّۭا ﴿٢٨﴾
হে হাৰূণৰ দৰে ইবাদতকাৰী মহিলা (হাৰূণ এজন সদাচাৰী ব্যক্তি আছিল)! তোমাৰ পিতৃ তো কেতিয়াও ব্যভিচাৰী নাছিল, আনকি তোমাৰ মাকো বেয়া স্বভাৱৰনাছিল। নিশ্চয় তু মি সদাচাৰীতي প্ৰসিদ্ধ এখন ঘৰৰমহিলা। তেনেহ'লেকেনেকৈতু মি পিতৃ নথকাএজন শিশুলৈআহিলা?
فَأَشَارَتْ إِلَيْهِ ۖ قَالُوا۟ كَيْفَ نُكَلِّمُ مَن كَانَ فِى ٱلْمَهْدِ صَبِيًّۭا ﴿٢٩﴾
এই শুনি মৰিয় মে তেওঁৰ কোলাত থকা শিশুৰ প্ৰতি ইঙ্গিত কৰিলে, সম্প্ৰ দায় ৰ লোকসকলে আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ কোলাত থকা এজন শিশুৰ সৈতে কেনেকৈ আমি কথাক'ম? ي
قَالَ إِنِّى عَبْدُ ٱللَّهِ ءَاتَىٰنِىَ ٱلْكِتَـٰبَ وَجَعَلَنِى نَبِيًّۭا ﴿٣٠﴾
ইপিনে ঈছা আলাইহিচ্ছালামে ক'লেঃ নিশ্চয় মই হৈছোঁ আল্লাহৰ এজন বান্দা, তেওঁ মোক ইঞ্জিল প্ৰদান কৰিছে আৰু মোক তেওঁ ৰ নবীসকলৰ অন্ত ৰ্ভু ক্ত ي কৰিছে।
وَجَعَلَنِى مُبَارَكًا أَيْنَ مَا كُنتُ وَأَوْصَـٰنِى بِٱلصَّلَوٰةِ وَٱلزَّكَوٰةِ مَا دُمْتُ حَيًّۭا ﴿٣١﴾
মই য’তেই নাথাকোঁ কিয় , মোক মানু হৰবাবেলাভদায়ي ক বনাইছে। তথা আজীৱন মোক ছালাত আদায় কৰাৰআৰুযাকাত প্ৰদান কৰাৰআদেশ দিছে। وبرا بولدتى ولم يجعلنى جبارا شقا
وَبَرًّۢا بِوَٰلِدَتِى وَلَمْ يَجْعَلْنِى جَبَّارًۭا شَقِيًّۭا ﴿٣٢﴾
তেওঁ মোক মাকৰ প্ৰতি সদাচৰণকাৰী বনাইছে। তথা তেওঁ মোক মোৰ প্ৰতিপালকৰ আনুগত্যৰ ক্ষেত্ৰত অহংকাৰী বনোৱা নাই আৰু অবাধ্যও বনোৱা নাই। بلغ আল-কোৰআন · তাফছীৰ ي
وَٱلسَّلَـٰمُ عَلَىَّ يَوْمَ وُلِدتُّ وَيَوْمَ أَمُوتُ وَيَوْمَ أُبْعَثُ حَيًّۭا ﴿٣٣﴾
তথা মোক চয় তানৰ আৰু তাৰ সহায় কৰ পৰা সুৰক্ষা প্ৰদান কৰা হৈছে, যিদিনা মই জন্ম গ্ৰহণ কৰিছোঁ আৰু যিদিনা মই মৃ ত্যুবৰণ কৰিম আৰু কিয়ামতৰ দিনাযেতিয়ামোক পুনৰুত্থিত কৰাহ'ব। এই তিনিটাকঠি ন সন্ধিক্ষণত চয় তানে মোক প্ৰভাৱিত কৰিবনোৱাৰিব।
ذَٰلِكَ عِيسَى ٱبْنُ مَرْيَمَ ۚ قَوْلَ ٱلْحَقِّ ٱلَّذِى فِيهِ يَمْتَرُونَ ﴿٣٤﴾
উক্ত বিশেষণেৰেবিশেষিত ব্যক্তি গৰাকীয়ে হৈছে ঈছাআলাইহিচ্ছালাম। এইটোৱেই হৈছে তেওঁৰবিষয়ে সত্যবাৰ্তা। সেই কথাকেতিয়াও সত্যনহয় , যিটোপথভ্ৰ ষ্টসকলে তেওঁ ৰবিষয়ে সন্দে হ পোষণ কৰিকয় আৰুমতভেদ সৃষ্টি কৰে।
مَا كَانَ لِلَّهِ أَن يَتَّخِذَ مِن وَلَدٍۢ ۖ سُبْحَـٰنَهُۥٓ ۚ إِذَا قَضَىٰٓ أَمْرًۭا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ ﴿٣٥﴾
সন্তান গ্ৰহণ কৰাটো আল্লাহৰ মৰ্যাদাৰ পক্ষে অনু চিত। তেওঁ ইয়াৰ পৰা পৱিত্ৰ তথা পাক। তেওঁ যেতিয়া কোনো এটা কাম কৰিব বিচাৰে তেতিয়া পৱিত্ৰ আল্লাহৰ বাবে কেৱল এইখিনি কথাই যথেষ্ট যে ‘হ’ ফলত সেইটো অনিবাৰ্য্যৰূপে হৈ পৰে। এতেকে এনেকু ৱা ক্ষমতাধাৰী সত্ত্বাৰ সন্তানৰ কি প্ৰয়োজন, তেওঁ ইয়াৰ পৰা পৱিত্ৰ।
وَإِنَّ ٱللَّهَ رَبِّى وَرَبُّكُمْ فَٱعْبُدُوهُ ۚ هَـٰذَا صِرَٰطٌۭ مُّسْتَقِيمٌۭ ﴿٣٦﴾
নিশ্চয় পৱিত্ৰ আল্লাহেই হৈছে মোৰ আৰু তোমালোক সকলোৰে ৰব্ব। এতেকে নিষ্ঠা সহকাৰে কেৱল তেওঁৰেই ইবাদত কৰা। মই উল্লে খ কৰা এইটোৱেই হৈছে সঠি ক পথ, যিটো আল্লাহৰ সন্তু ষ্টি ৰ ফালে লৈ যায় ।
فَٱخْتَلَفَ ٱلْأَحْزَابُ مِنۢ بَيْنِهِمْ ۖ فَوَيْلٌۭ لِّلَّذِينَ كَفَرُوا۟ مِن مَّشْهَدِ يَوْمٍ عَظِيمٍ ﴿٣٧﴾
ইয়াৰ পিছত ঈছা আলাইহিচ্ছালামৰ বিষয়ে মানুহে মহা বিভেদ সৃষ্টি কৰিছিল আৰু পৃথক পৃথক দলত বিভক্ত হৈছিল। কিছু মানে তেওঁৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁক ৰাছু ল হিচাপে বিশ্বাস কৰিছিল, আৰু আন কিছু মানে তেওঁক অস্বীকাৰ কৰিছিল, যেনে ইয়াহুদীসকল। কিন্তু বহুতেই তেওঁৰ বিষয়ে সীমালঙ্ঘন কৰিছিল,কিছু মানে কৈছিলঃতেৱেঁই হৈছে আল্লাহ,আৰুআন কিছু মানে কৈছিলঃতেওঁ হৈছে আল্লাহৰপুত্ৰ। প্ৰকৃ ততে আল্লাহ ইয়াৰ পৰা বহু ঊৰ্দ্ধ ত। তেওঁৰ বিষয়ে বিভেদ কৰা লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে মহাবিনাশ। যিদিনা ভয়াৱহ পৰিস্থি তিৰ সন্মুখীন হ'ব লাগিব, হিচাপ-কিতাপ দিব লাগিব আৰু শাস্তি ভোগ কৰিব লাগিব।
أَسْمِعْ بِهِمْ وَأَبْصِرْ يَوْمَ يَأْتُونَنَا ۖ لَـٰكِنِ ٱلظَّـٰلِمُونَ ٱلْيَوْمَ فِى ضَلَـٰلٍۢ مُّبِينٍۢ ﴿٣٨﴾
সেইদিনা সিহঁতে ভালদৰেই শুনিব আৰু ভালদৰেই চাব পাৰিব। সেইদিনা সিহঁতে শুনিব পাৰিব কিন্তু সেই শ্ৰৱণে কোনো উপকাৰ সাধন নকৰিব। সেইদিনা সিহঁ তে দেখিবও পাৰিবকিন্তু সেই দেখাই কোনো কামত নাহিব। কিন্তু অন্যায় কাৰীসকলে পাৰ্থিৱজীৱনত সঠি ক পথৰপৰা আঁতৰিপথভ্ৰ ষ্টতাত লিপ্ত হৈছে। আখিৰাতৰবাবেকোনোপ্ৰ তুস্তি গ্ৰহণ কৰানাই,অথচ সিহঁ ত অন্যায় ৰপথত থাকোঁতেই হঠাৎ কিয়ামত সংঘটি ত হ'ব।
وَأَنذِرْهُمْ يَوْمَ ٱلْحَسْرَةِ إِذْ قُضِىَ ٱلْأَمْرُ وَهُمْ فِى غَفْلَةٍۢ وَهُمْ لَا يُؤْمِنُونَ ﴿٣٩﴾
হে ৰাছু ল! মানু হক আপুনি অনু তাপ দিৱসৰ পৰা সতৰ্ক কৰক, যিদিনা ছহীফা মেৰিয়াই থোৱা হ'ব, মানু হৰ হিচাপ-কিতাপ সম্পন্ন কৰা হ'ব, আৰু প্ৰত্যেক ব্যক্তিকেই নিজৰ নিজৰ কৰ্মফল অৰ্পন কৰা হ'ব, তেতিয়া গুনাহগাৰ ব্যক্তিয়ে নিজৰ গুনাহৰ বাবে অনুতপ্ত হ'ব আৰু পুণ্যৱানসকলে অধিক নেকী নকৰাৰ বাবে পৰিতাপ কৰিব। অথচ পাৰ্থিৱ জীৱনত সিহঁতে পৃথিৱীৰ মিছা মোহত পৰি আছিল, আখিৰাতৰ পৰা অমনোযোগী হৈ আছিল আৰু কিয়ামতৰদিনৰপ্ৰ তি ঈমান পোষণ কৰানাছিল। بلغ আল-কোৰআন · তাফছীৰ
إِنَّا نَحْنُ نَرِثُ ٱلْأَرْضَ وَمَنْ عَلَيْهَا وَإِلَيْنَا يُرْجَعُونَ ﴿٤٠﴾
প্ৰকৃ ততে সৃষ্টি জগত বিনাশ হোৱাৰপিছত কেৱল আমিয়ে ই অৱশিষ্ট থাকিম। পৃথিৱী আৰুতাত থকা বাকী বস্তু বোৰৰমালিক কেৱল আমিয়ে ই। যিহেতু আমিয়ে ই মালিক সেয়ে সেইবোৰক আমি যিদৰে ইচ্ছা সেইদৰে নিয় ন্ত্ৰ ণ কৰিম আৰু প্ৰয়োগ কৰিম। আনহাতে কিয়ামতৰ দিনা প্ৰত্যেকেই হিচাপ- কিতাপ আৰু প্ৰতিফলৰ বাবে আমাৰ ফালেই উভতি আহিব।
وَٱذْكُرْ فِى ٱلْكِتَـٰبِ إِبْرَٰهِيمَ ۚ إِنَّهُۥ كَانَ صِدِّيقًۭا نَّبِيًّا ﴿٤١﴾
হে ৰাছু ল! আপোনাৰপ্ৰ তি অৱতীৰ্ণ হোৱা কোৰআনত ইব্ৰাহীম আলাইহিচ্ছালামৰবিষয়ে স্মৰণ কৰক। প্ৰকৃ ততে তেওঁ আছিল অধিক সত্যবাদী আৰু আল্লাহৰআয়াতসমূ হৰপ্ৰ তি বিশ্বাসী,লগতে আল্লাহৰপ্ৰে ৰিত এজন নবী।
إِذْ قَالَ لِأَبِيهِ يَـٰٓأَبَتِ لِمَ تَعْبُدُ مَا لَا يَسْمَعُ وَلَا يُبْصِرُ وَلَا يُغْنِى عَنكَ شَيْـًۭٔا ﴿٤٢﴾
যেতিয়া তেওঁ নিজৰ পিতা আঝাৰক ক'লেঃ হে মোৰ পিতা! আপুনি আল্লাহক এৰি মূ ৰ্তিৰ উপাসনা কিয় কৰে, যাক আপুনি আহ্বান কৰিলে সি আপোনাৰ আহ্বান শুনা নাপায় , যদি আপুনি তাৰ উপাসনা কৰে, সি আপোনাৰ উপাসনা দেখা নাপায় , যিয়ে আপোনাৰ কোনো বিপদ দূৰ কৰিব নোৱাৰে আৰু আপোনাক কোনো উপকাৰোي কৰিব নোৱাৰে?
يَـٰٓأَبَتِ إِنِّى قَدْ جَآءَنِى مِنَ ٱلْعِلْمِ مَا لَمْ يَأْتِكَ فَٱتَّبِعْنِىٓ أَهْدِكَ صِرَٰطًۭا سَوِيًّۭا ﴿٤٣﴾
হে মোৰ পিতা! প্ৰকৃ ততে অহীৰ মাধ্যমত মোৰ ওচৰলৈ এনেকু ৱা জ্ঞান আহিছে, যিটো আপোনাৰ ওচৰত নাই। গতিকে আপুনি মোৰ অনুসৰণ কৰক, মই আপোনাক সঠি ক পথ দেখুৱাম।ي
يَـٰٓأَبَتِ لَا تَعْبُدِ ٱلشَّيْطَـٰنَ ۖ إِنَّ ٱلشَّيْطَـٰنَ كَانَ لِلرَّحْمَـٰنِ عَصِيًّۭا ﴿٤٤﴾
হে মোৰপিতা! আপুনি চয় তানৰঅনু সৰণ কৰিতাৰপূজা-পাঠ নকৰিব। নিশ্চয় চয় তান হৈছে দয়াময় ৰহমানৰঅবাধ্য। যেতিয়াতাক আল্লাহে আদমক ছাজদাহ কৰিবলৈ আদেশيদিছিল তেতিয়া সি ছাজদাহ কৰা নাছিল।
يَـٰٓأَبَتِ إِنِّىٓ أَخَافُ أَن يَمَسَّكَ عَذَابٌۭ مِّنَ ٱلرَّحْمَـٰنِ فَتَكُونَ لِلشَّيْطَـٰنِ وَلِيًّۭا ﴿٤٥﴾
হে মোৰ পিতা! আপুনি যদি এই কু ফৰী অৱস্থাতেই মৃত্যুবৰণ কৰে, তেন্তে মোৰ আশংকা হয় ৰহমানৰ শাস্তি য়ে আপোনাক চু ব পাৰে, আৰু আপুনি চয় তানৰ লগত বন্ধুত্ব কৰাৰي ফলত শাস্তি ৰ ক্ষেত্ৰতো তাৰ অংশীদাৰ হ'ব।
قَالَ أَرَاغِبٌ أَنتَ عَنْ ءَالِهَتِى يَـٰٓإِبْرَٰهِيمُ ۖ لَئِن لَّمْ تَنتَهِ لَأَرْجُمَنَّكَ ۖ وَٱهْجُرْنِى مَلِيًّۭا ﴿٤٦﴾
আঝাৰে তেওঁ ৰ পুত্ৰ ইব্ৰাহীমক ক'লেঃ হে ইব্ৰাহীম! মই যিবোৰ মূ ৰ্তিৰ উপাসনা কৰোঁ সেইবোৰৰ পৰা তু মি বিমু খ হৈছা নেকি, যদি তু মি মোৰ মূ ৰ্তিবোৰক গালি-শপনি দিয়াৰপৰা বিৰত নাথাকা তেন্তে মই তোমাক শিল দলিয়াই শাস্তি বিহিম। শুনা! তু মি দীৰ্ঘ সময় ৰবাবেমোৰপৰা আঁতৰিযোৱা,লগতে মোৰ সৈতে কথা নক'বা আৰু মোৰ সন্মুখতোي নাহিবা।
قَالَ سَلَـٰمٌ عَلَيْكَ ۖ سَأَسْتَغْفِرُ لَكَ رَبِّىٓ ۖ إِنَّهُۥ كَانَ بِى حَفِيًّۭا ﴿٤٧﴾
ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ পিতৃ ক উদ্দেশ্যি ক'লেঃ মোৰ ফালৰ পৰা আপোনাৰ প্ৰতি ছালাম জনাওঁ। মোৰ ফালৰ পৰা আপোনাৰ একো হানি নহ'ব। মই মোৰপ্ৰ তিপালকৰওচৰত আপোনাৰবাবেক্ষমাআৰুহিদায় ত প্ৰাৰ্থনাকৰিম। নিশ্চয় পৱিত্ৰ আল্লাহ হৈছে মোৰপ্ৰ তি অতি দয়ালু। بلغ আল-কোৰআন · তাফছীৰ ي
وَأَعْتَزِلُكُمْ وَمَا تَدْعُونَ مِن دُونِ ٱللَّهِ وَأَدْعُوا۟ رَبِّى عَسَىٰٓ أَلَّآ أَكُونَ بِدُعَآءِ رَبِّى شَقِيًّۭا ﴿٤٨﴾
মই আপোনাৰ পৰা আৰু আল্লাহৰ বাহিৰে আপোনালোকে যিবোৰৰ উপাসনা কৰে সেইবোৰৰ পৰা পৃথক হ'লোঁ। মই কেৱলমাত্ৰ মোৰ প্ৰতিপালকৰ ওচৰতেই প্ৰাৰ্থনা কৰোঁ, তেওঁৰ লগত আন কাকো অংশীদাৰ নকৰোঁ। মই আশাবাদী যে, মই দুআ কৰিলে তেওঁ মোৰ দুআক ব্যৰ্থ নকৰিব, আৰু মই তেওঁ ৰ ওচৰত দুআيকৰি নিৰাশোلনহওঁ ।
فَلَمَّا ٱعْتَزَلَهُمْ وَمَا يَعْبُدُونَ مِن دُونِ ٱللَّهِ وَهَبْنَا لَهُۥٓ إِسْحَـٰقَ وَيَعْقُوبَ ۖ وَكُلًّۭا جَعَلْنَا نَبِيًّۭا ﴿٤٩﴾
ইয়াৰ পিছত ইব্ৰাহীম আলাইহিচ্ছালামে যেতিয়া তেওঁ ৰ পৰা পৃথক হ'ল আৰু আল্লাহৰ বাহিৰে সিহঁ তে যিবোৰ উপাস্যৰ উপাসনা কৰে সেইবোৰক ত্যাগ কৰিলে, তেতিয়া আমি তেওঁক নিজ পৰিয়ালৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিফল দান কৰিলোঁ। এতেকে আমি তেওঁক তেওঁৰ পুত্ৰ ইছহাক দান কৰিলোঁ। তথানাতি হিচাপে ইয়াকূ বপ্ৰ দান কৰিলোঁ,ي আৰুপ্ৰ ত্যেককে আমি নবীবনাইছোঁ। ووهبنا لهم من رحمتنا وجعلنا لهم لسان صدق علا
وَوَهَبْنَا لَهُم مِّن رَّحْمَتِنَا وَجَعَلْنَا لَهُمْ لِسَانَ صِدْقٍ عَلِيًّۭا ﴿٥٠﴾
আৰু তেওঁ লোকক আমি নু বুওৱতৰي বাহিৰেও আৰু বহুতো কল্যাণ দান কৰিছিলোঁ। মানু হৰ মু খত তেওঁ লোকৰ বাবে চিৰযুগমীয়া প্ৰশংসা ৰাখি দিছোঁ।
وَٱذْكُرْ فِى ٱلْكِتَـٰبِ مُوسَىٰٓ ۚ إِنَّهُۥ كَانَ مُخْلَصًۭا وَكَانَ رَسُولًۭا نَّبِيًّۭا ﴿٥١﴾
তথা হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ এই কোৰআনত মুছা আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। নিশ্চিতভাৱে তেওঁ আছিল এজন মনোনীত ব্যক্তি তথা ৰাছু ল আৰু নবী। ي
وَنَـٰدَيْنَـٰهُ مِن جَانِبِ ٱلطُّورِ ٱلْأَيْمَنِ وَقَرَّبْنَـٰهُ نَجِيًّۭا ﴿٥٢﴾
মূ ছা আলাইহিচ্ছালাম য’ত থিয় হৈ আছিল, সেই ঠাইৰ পৰা সোঁ দিশত তু ৰ পৰ্বতৰ পৰা আমি তেওঁ ক আহ্বান কৰিলোঁ, আৰু গোপন আলোচনা কৰিবলৈ আমি তেওঁ ক নিকটৱৰ্তী কৰিলোঁ। য’ত মূ ছা আলাইহিচ্ছালামেي আল্লাহৰকথা শ্ৰৱণ কৰিবলৈ সৌভাগ্য লাভ কৰিছিল।
وَوَهَبْنَا لَهُۥ مِن رَّحْمَتِنَآ أَخَاهُ هَـٰرُونَ نَبِيًّۭا ﴿٥٣﴾
আৰু আমি তেওঁ ৰ প্ৰতি দয়াيআৰু উপকাৰ কৰি তেওঁ কৰা দুআ কবূল কৰিলোঁ, তথা তেওঁ ৰ ভাতৃ হাৰূনক নবী বনাই দিলোঁ।
وَٱذْكُرْ فِى ٱلْكِتَـٰبِ إِسْمَـٰعِيلَ ۚ إِنَّهُۥ كَانَ صَادِقَ ٱلْوَعْدِ وَكَانَ رَسُولًۭا نَّبِيًّۭا ﴿٥٤﴾
হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনত ইছমাঈল আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। নিশ্চয় তেওঁ প্ৰতিশ্ৰুতি পূৰণত সত্যবাদী আছিল। তেওঁ যেতিয়াই প্ৰতিশ্ৰুতিيদিছিল, সেইটো নিশ্চিতভাৱে পূৰণ কৰিছিল। তথা তেওঁ ৰাছু ল আৰু নবী আছিল।
وَكَانَ يَأْمُرُ أَهْلَهُۥ بِٱلصَّلَوٰةِ وَٱلزَّكَوٰةِ وَكَانَ عِندَ رَبِّهِۦ مَرْضِيًّۭا ﴿٥٥﴾
তেওঁ নিজ পৰিয়ালকছালাত আদায় কৰিবলৈي আৰুযাকাত প্ৰদান কৰিবলৈআদেশ দিছিল। নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰপ্ৰি য় পাত্ৰআছিল।
وَٱذْكُرْ فِى ٱلْكِتَـٰبِ إِدْرِيسَ ۚ إِنَّهُۥ كَانَ صِدِّيقًۭا نَّبِيًّۭا ﴿٥٦﴾
তথা হে ৰাছু ল! আপোনাৰপ্ৰ তি অৱতীৰ্ণ হোৱা কোৰআনত ইদ্ৰীছ আলাইহিচ্ছালামৰবিষয়ে স্মৰণ কৰক। নিশ্চয় তেওঁ আছিল এজন সত্যবাদী আৰু নিজ প্ৰতিপালকৰ আয়াতসমূ হৰ সত্যায় নকাৰী। তথা তেওঁ আল্লাহৰ নবীসকলৰ মাজৰ এজন নবী আছিল। بلغ আল-কোৰআন · তাফছীৰ ورفعنه مكانا عليا
وَرَفَعْنَـٰهُ مَكَانًا عَلِيًّا ﴿٥٧﴾
আমি তেওঁ ক নু বুওৱত প্ৰদান কৰিতেওঁ ৰচৰ্চাক সমু ন্নত কৰিছিলোঁ। এইদৰেতেওঁ উচ্চ স্থানৰঅধিকাৰী আছিল।
أُو۟لَـٰٓئِكَ ٱلَّذِينَ أَنْعَمَ ٱللَّهُ عَلَيْهِم مِّنَ ٱلنَّبِيِّـۧنَ مِن ذُرِّيَّةِ ءَادَمَ وَمِمَّنْ حَمَلْنَا مَعَ نُوحٍۢ وَمِن ذُرِّيَّةِ إِبْرَٰهِيمَ وَإِسْرَٰٓءِيلَ وَمِمَّنْ هَدَيْنَا وَٱجْتَبَيْنَآ ۚ إِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُ ٱلرَّحْمَـٰنِ خَرُّوا۟ سُجَّدًۭا وَبُكِيًّۭا ۩ ﴿٥٨﴾
ى এই ছুৰাত যিসকলৰ নাম উল্লে খ কৰা হৈছে, যাকাৰিয়্যা আলাইহিচ্ছালামৰ পৰা আৰম্ভ কৰি ইদ্ৰীছ আলাইহিচ্ছালামলৈকে, তেওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি আল্লাহে নুবুওৱত প্ৰদান কৰি অনুগ্ৰ হ কৰিছে। তেওঁলোক হৈছে আদম আলাইহিচ্ছালামৰ সন্তান, আৰু সেইসকল লোকৰ সন্তান যিসকলে নূহৰ সৈতে নাঁৱত আৰোহণ কৰিছিল, তথা তেওঁলোকৰ মাজৰ কিছুমান হৈছে ইব্ৰাহীম আৰু ইয়াকূ বৰ সন্তান। এইদৰে সেইসকল লোকৰ মাজৰ পৰাও আছিল যিসকলক আমি ইছলাম গ্ৰহণ কৰাৰ তাওফীক প্ৰদান কৰিছিলোঁ। আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আৰু নবী বনাইছিলোঁ। এওঁ লোকে যেতিয়া আল্লাহৰআয়াত তিলাৱত কৰা শুনিছিল তেতিয়া ভয় তে কান্দি কান্দি ছাজদাত পৰিছিল।
۞ فَخَلَفَ مِنۢ بَعْدِهِمْ خَلْفٌ أَضَاعُوا۟ ٱلصَّلَوٰةَ وَٱتَّبَعُوا۟ ٱلشَّهَوَٰتِ ۖ فَسَوْفَ يَلْقَوْنَ غَيًّا ﴿٥٩﴾
আল্লাহৰ এই মনোনীত নবীসকলৰ পিছত এনেকু ৱা বেয়া আৰু পথভ্ৰ ষ্টঅনুসাৰী জন্ম লাভ কৰিলে, যিসকলে ছালাত বিনষ্ট কৰিছিল, অৰ্থাৎ যেনেকৈ ছালাত আদায় কৰিব লাগিছিল সেইদৰে আদায় কৰা নাছিল। মনে যিটো বিচাৰিছিল সেই গুনাহকে কৰিছিল, আনকি ব্যভিচাৰো কৰিছিল। এনেকু ৱা লোকসকলে জাহান্নামত বেয়া পৰিস্থি তি আৰু ক্ষতিগ্ৰ তস্তাৰসন্মুখীন হ'ব।
إِلَّا مَن تَابَ وَءَامَنَ وَعَمِلَ صَـٰلِحًۭا فَأُو۟لَـٰٓئِكَ يَدْخُلُونَ ٱلْجَنَّةَ وَلَا يُظْلَمُونَ شَيْـًۭٔا ﴿٦٠﴾
কিন্তু যিয়ে নিজৰ ভুল-ত্ৰুটি ৰ পৰা তাওবা কৰিছে আৰু আল্লাহৰ প্ৰতি ঈমান আনিছে তথা নেক কৰ্ম কৰিছে, তেন্তে এনেকু ৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলে জান্নাতত প্ৰৱেশي কৰিব। তেওঁ লোকৰআমলৰপ্ৰ তিদান অকণোহ্ৰাস কৰানহ'ব,যিমানেই কম নহওক কিয় ।
جَنَّـٰتِ عَدْنٍ ٱلَّتِى وَعَدَ ٱلرَّحْمَـٰنُ عِبَادَهُۥ بِٱلْغَيْبِ ۚ إِنَّهُۥ كَانَ وَعْدُهُۥ مَأْتِيًّۭا ﴿٦١﴾
প্ৰতিষ্ঠি ত জান্নাত, য'ত তেওঁ লোকে চিৰকাল বসবাস কৰিব, যিটো ৰহমানে তেওঁ ৰ পুণ্যৱান বান্দাসকলৰ বাবে গায়ে বৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে, তেওঁলোকক তাত প্ৰৱেশ কৰাব। তেওঁলোকে নেদেখাকৈয়ে তাৰ প্ৰতি ঈমান আনিছে। আল্লাহে প্ৰদান কৰা জান্নাতৰ প্ৰতিশ্ৰুতি যদিও অদৃশ্য কিন্তু সেয়ানিশ্চয় পূৰণ হ'ব। ي
لَّا يَسْمَعُونَ فِيهَا لَغْوًا إِلَّا سَلَـٰمًۭا ۖ وَلَهُمْ رِزْقُهُمْ فِيهَا بُكْرَةًۭ وَعَشِيًّۭا ﴿٦٢﴾
তেওঁলোকে তাত কোনো ধৰণৰ অযথা কথা আৰু অশ্লীল শব্দ শুনিবলৈ নাপাব। বৰং তেওঁলোকে ইজনে সিজনক কৰা ছালাম শুনিবলৈ পাব আৰু ফিৰিস্তাসকলে তেওঁ লোকক কৰা ছালামيশুনিবলৈ পাব। লগতে তেওঁ লোকে বিচৰা সকলো প্ৰকাৰ খাদ্য পুৱা-গধুলি তাত পাই থাকিব।
تِلْكَ ٱلْجَنَّةُ ٱلَّتِى نُورِثُ مِنْ عِبَادِنَا مَن كَانَ تَقِيًّۭا ﴿٦٣﴾
উক্ত বিশেষণৰে বিশেষিত জান্নাত, যিখনৰ উত্তৰাধিকাৰী আমি আমাৰ সেইসকল পুণ্যৱান বান্দাক বনাম, যিসকলে আমাৰ আদেশ পালন কৰে আৰু আমাৰনিষেধকৃ ত বস্তু ৰপৰাবিৰত থাকে। بلغ আল-কোৰআন · তাফছীৰ ي
وَمَا نَتَنَزَّلُ إِلَّا بِأَمْرِ رَبِّكَ ۖ لَهُۥ مَا بَيْنَ أَيْدِينَا وَمَا خَلْفَنَا وَمَا بَيْنَ ذَٰلِكَ ۚ وَمَا كَانَ رَبُّكَ نَسِيًّۭا ﴿٦٤﴾
হে জিব্ৰীল! মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কৈ দিয় ক, ফিৰিস্তাসকলে নিজৰ ইচ্ছা মতে অৱতৰণ নকৰে, বৰং তেওঁ লোকে আল্লাহৰ আদেশতহে অৱতৰণ কৰে। সেইবোৰো আল্লাহৰ আদেশতেই সংঘটি ত হ'ব, যিবোৰ আমি আখিৰাতত সন্মুখীন হ'ম। আৰু এই পৃথিৱীও তেওঁৰ আদেশতেই নিয় ন্ত্ৰি ত যিটোক আমি পিছফালে এৰি থৈ আছোঁ। তথা পৃথিৱী আৰু আখিৰাতৰ মাজৰ বিষয় বোৰো তেওঁৰ দ্বাৰাই নিয় ন্ত্ৰি ত। হে ৰাছুল! নিশ্চয় আপোনাৰপ্ৰ তিপালকেي একোৱেইপাহৰিনাযায় ।
رَّبُّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا فَٱعْبُدْهُ وَٱصْطَبِرْ لِعِبَـٰدَتِهِۦ ۚ هَلْ تَعْلَمُ لَهُۥ سَمِيًّۭا ﴿٦٥﴾
তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি কৰ্তা, মালিক আৰু নিয়ন্ত্ৰ ণকাৰী। তথা এই দুয়োৰে মাজত থকা সকলোৰে সৃষ্টি কৰ্তা, মালিক আৰু নিয় ন্ত্ৰ ণকাৰী। এতেকে কেৱল তেওঁ ৰেই ইবাদত কৰা। কেৱল তেৱেঁই ইবাদতৰ যোগ্য। তথা তেওঁ ৰ ইবাদতৰ ওপৰতেই অটল থাকিবা। কিয় নো তেওঁ ৰ ইবাদতত অংশীদাৰ হ’ব পৰা তেওঁ ৰ কোনো সমকক্ষ তথা সাদৃশ্য নাই।
وَيَقُولُ ٱلْإِنسَـٰنُ أَءِذَا مَا مِتُّ لَسَوْفَ أُخْرَجُ حَيًّا ﴿٦٦﴾
পুনৰুত্থানক অস্বীকাৰকাৰী কাফিৰে উপহাস কৰি কয়ঃ মই যেতিয়া মৃত্যুবৰণ কৰিম তেতিয়া মোক পুনৰ জীৱিত কৰি কবৰৰ পৰা উঠোৱা হ'ব নেকি? নিশ্চয় এয়াঅসম্ভ ৱকথা।
أَوَلَا يَذْكُرُ ٱلْإِنسَـٰنُ أَنَّا خَلَقْنَـٰهُ مِن قَبْلُ وَلَمْ يَكُ شَيْـًۭٔا ﴿٦٧﴾
পুনৰুত্থানক অস্বীকাৰকাৰী এই ব্যক্তিয়ে স্মৰণ নকৰে নেকি যে, নিশ্চয় আমিয়ে ই তাক সৃষ্টি কৰিছোঁ যেতিয়া তাৰ কোনো অস্তি ত্বই নাছিল? (যদি সি চিন্তা-চৰ্চাকৰিলেহেঁতেন তেন্তে নিশ্চয় সি গম পালেহেঁতেন যে,) প্ৰথম সৃষ্টি য়ে দ্বি তীয় সৃষ্টি ৰপ্ৰ মাণবহন কৰে। লগতে দ্বি তীয় বাৰসৃষ্টি কৰাটোহৈছে অধিক সহজ তথা উজু। ي
فَوَرَبِّكَ لَنَحْشُرَنَّهُمْ وَٱلشَّيَـٰطِينَ ثُمَّ لَنُحْضِرَنَّهُمْ حَوْلَ جَهَنَّمَ جِثِيًّۭا ﴿٦٨﴾
হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁতক কবৰৰ পৰা উঠাই হাচৰৰ ময় দানত একত্ৰিত কৰিম। সিহঁতৰ লগত সেই চয় তানো থাকিব,যিয়ে সিহঁ তক পথভ্ৰ ষ্টকৰিছিল।ي ইয়াৰপিছত আমি সিহঁ তক অপমানজনক অৱস্থাত আঁঠু কঢ়াই জাহান্নামৰফালে খেদি লৈ যাম।
ثُمَّ لَنَنزِعَنَّ مِن كُلِّ شِيعَةٍ أَيُّهُمْ أَشَدُّ عَلَى ٱلرَّحْمَـٰنِ عِتِيًّۭا ﴿٦٩﴾
আমি প্ৰত্যেক পথভ্ৰ ষ্টসম্প্ৰ দায় ৰপৰাসিহঁ তৰমাজৰي আটাইতকৈ বেছি পাপিষ্ঠ ব্যক্তি জনক অৰ্থাৎ সিহঁ তৰপ্ৰ তিনিধিক কঠোৰভাৱেটানি আনিম।
ثُمَّ لَنَحْنُ أَعْلَمُ بِٱلَّذِينَ هُمْ أَوْلَىٰ بِهَا صِلِيًّۭا ﴿٧٠﴾
আমি সেইসকল লোকক ভালদৰে চিনিيপাওঁ , যিসকলে জাহান্নামত প্ৰৱেশ কৰাৰ তথা জাহান্নামৰ উত্তাপ উপভোগ কৰাৰ বেছি উপযুক্ত ।
وَإِن مِّنكُمْ إِلَّا وَارِدُهَا ۚ كَانَ عَلَىٰ رَبِّكَ حَتْمًۭا مَّقْضِيًّۭا ﴿٧١﴾
হে মানৱ! তোমালোক আটায়ে জাহান্নামৰওপৰত অৱস্থি ত চিৰাত (সেঁতু )ৰওপৰেৰেপাৰহ'বলাগিব। এই সেঁতু ৰওপৰেৰেপাৰহোৱাটো হৈছে আল্লাহৰ চূ ড়ান্ত সিদ্ধান্ত । এতেকে তেওঁ ৰসিদ্ধান্ত ক কোনেও নাকচ কৰিবনোৱাৰে। بلغ আল-কোৰআন · তাফছীৰ ي
ثُمَّ نُنَجِّى ٱلَّذِينَ ٱتَّقَوا۟ وَّنَذَرُ ٱلظَّـٰلِمِينَ فِيهَا جِثِيًّۭا ﴿٧٢﴾
এই সেঁতু পাৰ কৰাৰ পিছত আমি সেইসকল লোকক সুৰক্ষিত কৰিম, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰিছিল আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰতيথাকিছিল। আনহাতে অন্যায় কাৰী বিলাকক আমি আঁঠু কঢ়া অৱস্থাত এৰি দিম, সিহঁ তে তাৰ পৰা পলায় ন কৰিব নোৱাৰিব।
وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُنَا بَيِّنَـٰتٍۢ قَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوٓا۟ أَىُّ ٱلْفَرِيقَيْنِ خَيْرٌۭ مَّقَامًۭا وَأَحْسَنُ نَدِيًّۭا ﴿٧٣﴾
আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ স্পষ্ট আয়াতসমূহ যেতিয়া মানুহৰ সন্মুখত তিলাৱত কৰা হয় , তেতিয়া কাফিৰসকলে মুমিনসকলক উদ্দেশ্যি কয়ঃ কোৱাচোন, অৱস্থান তথা বসবাসৰ ফালৰ পৰা কোনটো দল উত্তম, আৰু বৈঠক তথা সমাৱেশৰ ফালৰ পৰা কোনটো দল উত্তম, তোমালোকৰটো নে আমাৰটো? وكم أهلكنا قبلهم من قرن هم أحسن أثثا ورءيا
وَكَمْ أَهْلَكْنَا قَبْلَهُم مِّن قَرْنٍ هُمْ أَحْسَنُ أَثَـٰثًۭا وَرِءْيًۭا ﴿٧٤﴾
নিজৰভৌতিক শ্ৰে ষ্ঠত্বৰপ্ৰ তি অহংকাৰকৰাৰকাৰণে এই কাফিৰসকলৰপূৰ্বেও আমি বহুতো জাতিক বিনষ্ট কৰিছোঁ, ধন-সম্পত্তিত সিহঁ ত ইহঁ ততকৈও উত্তম আছিল আৰু সাজ-পাৰত তথা শাৰীৰিক গঠনতো আছিল উত্তম।
قُلْ مَن كَانَ فِى ٱلضَّلَـٰلَةِ فَلْيَمْدُدْ لَهُ ٱلرَّحْمَـٰنُ مَدًّا ۚ حَتَّىٰٓ إِذَا رَأَوْا۟ مَا يُوعَدُونَ إِمَّا ٱلْعَذَابَ وَإِمَّا ٱلسَّاعَةَ فَسَيَعْلَمُونَ مَنْ هُوَ شَرٌّۭ مَّكَانًۭا وَأَضْعَفُ جُندًۭا ﴿٧٥﴾
من هوش مكانا وأضعف جندا হে ৰাছুল! আপুনি কৈ দিয় ক, যিয়ে পথভ্ৰ ষ্টতাত পতিত হৈ আছে, ৰহমানে তাক আৰু অধিক অৱকাশ দিব, যাতে তাৰ পথভ্ৰ ষ্টতা অধিক বৃদ্ধি পায় । অৱশেষত এইসকল লোকে যেতিয়া এই পৃথিৱীত অনতিপলমে অথবা দেৰিকৈ কিয়ামতৰ দিনা সিহঁ তৰ লগত কৰা প্ৰতিশ্ৰুতমূলক শাস্তি নিজ চকু ৰে প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁ তে গম পাব যে, কাৰ ঠি কনা অতি নিকৃ ষ্টআৰু কাৰ সহায় ক অতি কম? সেইটো সিহঁ তৰ দল নে মু মিনসকলৰ দল?
وَيَزِيدُ ٱللَّهُ ٱلَّذِينَ ٱهْتَدَوْا۟ هُدًۭى ۗ وَٱلْبَـٰقِيَـٰتُ ٱلصَّـٰلِحَـٰتُ خَيْرٌ عِندَ رَبِّكَ ثَوَابًۭا وَخَيْرٌۭ مَّرَدًّا ﴿٧٦﴾
আল্লাহে যিসকল লোকক পথভ্ৰ ষ্টতাত নিমজ্জিত কৰিবলৈ অধিক অৱকাশ দিয়ে , তেনেকু ৱা লোকৰ বিপৰীতে তেওঁ হিদায় তপ্ৰাপ্ত লোকসকলৰ ঈমান আৰু আনু গত্য অধিক বৃদ্ধি কৰি দিয়ে । তথা হে ৰাছু ল! সৎকৰ্মই চিৰস্থায়ী সুখ প্ৰদান কৰে, আৰু এইটো হৈছে আপোনাৰ প্ৰতিপালকৰ ওচৰত প্ৰতিফলৰ ফালৰ পৰা অধিক লাভদায় ক আৰু উত্তম পৰিণামৰ যোগ্য।
أَفَرَءَيْتَ ٱلَّذِى كَفَرَ بِـَٔايَـٰتِنَا وَقَالَ لَأُوتَيَنَّ مَالًۭا وَوَلَدًا ﴿٧٧﴾
হে ৰাছু ল! আপুনি সেই ব্যক্তিক দেখা নাইনে, যিয়ে আমাৰ প্ৰমাণসমূহক অস্বীকাৰ কৰিছে আৰু আমাৰ সতৰ্ক বাণীক নাকচ কৰি কৈছেঃ মোৰ মৃত্যুৰ পিছত, যদি মোক পুনৰ্জীৱিত কৰা হয় তেন্তে নিশ্চয় মোক প্ৰচু ৰধন-সম্পদ আৰুসন্তান-সন্ত তি প্ৰদান কৰা হ'ব।
أَطَّلَعَ ٱلْغَيْبَ أَمِ ٱتَّخَذَ عِندَ ٱلرَّحْمَـٰنِ عَهْدًۭا ﴿٧٨﴾
সেই ব্যক্তি জন অদৃশ্য সম্পৰ্কে অৱগত হৈছে নেকি, তেন্তে প্ৰমাণ নোহোৱাকৈ কিহৰ ভিত্তিত এনেকু ৱা কথা কৈ আছে? অথবা সি আল্লাহৰ পৰা কোনো প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে নেকি যে,আল্লাহেدতাক জান্নাতত প্ৰৱেশ কৰাব,তথানিশ্চিতভাৱেতাক ধন-সম্পদ আৰুসন্তান-সন্ত তি প্ৰদান কৰিব?
كَلَّا ۚ سَنَكْتُبُ مَا يَقُولُ وَنَمُدُّ لَهُۥ مِنَ ٱلْعَذَابِ مَدًّۭا ﴿٧٩﴾
বিষয় টো তেনেকু ৱা নহয় , যিদৰে সি ধাৰণা কৰিছে। সেই ব্যক্তিয়ে যি কয় আৰু যি কৰে সেই সকলো আমি লিখি ৰাখিম, আৰু তাৰ এই মিছা দাবীৰ ফলস্ব ৰূপে আমি তাক শাস্তি ৰওপৰত শাস্তি প্ৰদান কৰিম। بلغ আল-কোৰআন · তাফছীৰ ونرثه ما يقول ويأتينا فردا
وَنَرِثُهُۥ مَا يَقُولُ وَيَأْتِينَا فَرْدًۭا ﴿٨٠﴾
আমি তাক ধ্বংস কৰাৰ পিছত তাৰ সকলো ধন-সম্পত্তি আৰু সন্তান-সন্ত তি জব্দ কৰিম, আৰু কিয়ামতৰ দিনা তাক অকলশৰীয়াকৈ লৈ আহিম। তেতিয়া তাৰ ওচৰত ধন-সম্পত্তি তথা মান-মৰ্যাদাز বোলা একোৱে নাথাকিব।
وَٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ ءَالِهَةًۭ لِّيَكُونُوا۟ لَهُمْ عِزًّۭا ﴿٨١﴾
মু শ্বৰিকসকলে আল্লাহৰ বাহিৰে নিজৰ বাবে উপাস্য বনাই লৈছে, সিহঁ তে যেতিয়া এইবোৰৰ ওচৰত সহায় প্ৰাৰ্থনা কৰিব তেতিয়া যাতে এইবোৰে সিহঁ তক সহায় কৰে।
كَلَّا ۚ سَيَكْفُرُونَ بِعِبَادَتِهِمْ وَيَكُونُونَ عَلَيْهِمْ ضِدًّا ﴿٨٢﴾
বিষয় টো তেনেকু ৱা নহয় যিদৰে সিহঁ তে ধাৰণা কৰে। এতেকে কিয়ামতৰ দিনা এই উপাস্যবোৰে সিহঁ তৰ উপাসনাক অস্বীকাৰ কৰিব, যিবোৰক সিহঁ তে আল্লাহৰ বাহিৰে উপাসনা কৰে। কেৱলز এয়াই নহয় , বৰং সিহঁ তৰ পৰা নিজকে সম্পৰ্ক চ্ছেদ কৰিব তথা সিহঁ তক নিজৰ শত্ৰু বুলি গণ্য কৰিব।
أَلَمْ تَرَ أَنَّآ أَرْسَلْنَا ٱلشَّيَـٰطِينَ عَلَى ٱلْكَـٰفِرِينَ تَؤُزُّهُمْ أَزًّۭا ﴿٨٣﴾
হে ৰাছু ল! আপুনি লক্ষ্য কৰা নাইনে যে, আমি চয় তানক প্ৰে ৰণ কৰিছোঁ আৰু তাক কাফিৰসকলৰ ওপৰত নিযুক্ত কৰিছোঁ। যিয়ে সিহঁ তক পাপকৰ্ম কৰিবলৈ আৰু আল্লাহৰ দ্বীনৰ পৰা বাধা দিয়াত প্ৰৰোচনাد দিয়ে ।
فَلَا تَعْجَلْ عَلَيْهِمْ ۖ إِنَّمَا نَعُدُّ لَهُمْ عَدًّۭا ﴿٨٤﴾
এতেকে হে ৰাছু ল! আপুনি আল্লাহৰওচৰত সিহঁ তৰধ্বংস সম্পৰ্কীয় অনু ৰোধকৰাত বেছি খৰখেদা নকৰিব। নিশ্চয় আমি সিহঁ তৰজীৱনৰএটা এটা পল হিচাপ কৰিআছোঁ। অৱশেষত সিহঁ তৰঅৱকাশৰসময় সীমাযেতিয়াসমাপ্ত হ'ব,তেতিয়াআমি সিহঁ তক সেই শাস্তি য়ে প্ৰদান কৰিম যিটোশাস্তি পোৱাৰ সিহঁ ত বেছি উপযুক্ত ।
يَوْمَ نَحْشُرُ ٱلْمُتَّقِينَ إِلَى ٱلرَّحْمَـٰنِ وَفْدًۭا ﴿٨٥﴾
তথা হে ৰাছুল! আপুনি কিয়ামত দিৱসক স্মৰণ কৰকচোন, যিদিনা আমি সেইসকল লোকক যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰপৰা বিৰত থাকি তেওঁ ৰতাক্ব ৱা অৱলম্বন কৰিছিল, তেওঁ লোকক আমি সম্পূৰ্ণ সন্মান-সম্ভাষণৰসৈতে একত্ৰিত কৰিম।
وَنَسُوقُ ٱلْمُجْرِمِينَ إِلَىٰ جَهَنَّمَ وِرْدًۭا ﴿٨٦﴾
আনহাতে কাফিৰসকলক তৃ ষ্ণাতু ৰঅৱস্থাত জাহান্নামৰফালে খেদি লৈ যাম।
لَّا يَمْلِكُونَ ٱلشَّفَـٰعَةَ إِلَّا مَنِ ٱتَّخَذَ عِندَ ٱلرَّحْمَـٰنِ عَهْدًۭا ﴿٨٧﴾
সিদিনা এই কাফিৰসকলে পৰস্পৰক মধ্যস্ত তা কৰাৰো অধিকাৰ নাপাব। কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে পৃথিৱীত আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰিআল্লাহৰপৰা(শ্বাফাআতৰ) প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে।
وَقَالُوا۟ ٱتَّخَذَ ٱلرَّحْمَـٰنُ وَلَدًۭا ﴿٨٨﴾
ইয়াহুদী, খৃষ্টান আৰু কিছু মান মু শ্বৰিকে দাবী কৰে যে, অত্যন্ত কৃ পাশীল আল্লাহে পুত্ৰ গ্ৰহণ কৰিছে। بلغ আল-কোৰআন · তাফছীৰ د لقد جئتمشئا إ ا
لَّقَدْ جِئْتُمْ شَيْـًٔا إِدًّۭا ﴿٨٩﴾
হে এনেকু ৱা মন্ত ব্যকৰা ব্যক্তি সকল! নিশ্চয় তোমালোকে মহাপাপ কৰিছা।
تَكَادُ ٱلسَّمَـٰوَٰتُ يَتَفَطَّرْنَ مِنْهُ وَتَنشَقُّ ٱلْأَرْضُ وَتَخِرُّ ٱلْجِبَالُ هَدًّا ﴿٩٠﴾
তোমালোকৰএনেকু ৱা নিকৃ ষ্টকথাৰফলত আকাশ ভাঙি পৰাৰউপক্ৰ ম হয় , আৰু পৃথিৱী খণ্ড-বিখণ্ডহোৱাৰউপক্ৰ ম হয় , আৰু পৰ্বতমালা চূ ৰ্ণ-বিচূ ৰ্ণহৈ পৰাৰউপক্ৰ ম হয় । أن دعوا للرحمن ولدا
أَن دَعَوْا۟ لِلرَّحْمَـٰنِ وَلَدًۭا ﴿٩١﴾
ইয়াৰ মূ ল কাৰণটো হৈছে সিহঁ তে দয়াময় আল্লাহৰ সন্তান থকা বুলি দাবী কৰিছে। পৱিত্ৰ আল্লাহ এনেকু ৱা কথাৰ পৰা বহু ঊৰ্দ্ধ ত। وما ينبغى للرحمن أن يتخذ ولدا
وَمَا يَنۢبَغِى لِلرَّحْمَـٰنِ أَن يَتَّخِذَ وَلَدًا ﴿٩٢﴾
দৰাচলতে অত্যন্ত কৃ পাশীল আল্লাহৰ লগত এনেকু ৱা বিষয় সম্পৃক্ত কৰাটো কদাপিও সমীচীন নহয় যে, তেওঁ সন্তান গ্ৰহণ কৰিছে। কিয় নো তেওঁ এনেকু ৱা বিষয় ৰ পৰা অতি পৱিত্ৰ।
إِن كُلُّ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ إِلَّآ ءَاتِى ٱلرَّحْمَـٰنِ عَبْدًۭا ﴿٩٣﴾
আকাশমণ্ডল আৰু পৃথিৱীত থকা ফিৰিস্তা তথা মানৱ আৰু জ্বি ন সকলোৱে কিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ সন্মুখত বিনীতভাৱে শিৰনত হৈ উপস্থি ত د হ'ব। لقد أحصىهم وعدهم ع ا
لَّقَدْ أَحْصَىٰهُمْ وَعَدَّهُمْ عَدًّۭا ﴿٩٤﴾
নিশ্চিতভাৱে আল্লাহে সিহঁ তক জ্ঞানৰ জৰিয় তে পৰিবেষ্ট ন কৰিছে আৰু সিহঁ তক গণনা কৰি ৰাখিছে। এতেকে সিহঁ তৰ কোনো বিষয়ে ই তেওঁৰ পৰা গোপন নহয় ।
وَكُلُّهُمْ ءَاتِيهِ يَوْمَ ٱلْقِيَـٰمَةِ فَرْدًا ﴿٩٥﴾
সিহঁ তৰ মাজৰ প্ৰত্যেকেই কিয়ামতৰد দিনা অকলশৰীয়াভাৱে উপস্থি ত হ'ব। কোনো সহায় ক নাথাকিব আৰু কোনো ধন-সম্পত্তিও নাথাকিব।
إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ سَيَجْعَلُ لَهُمُ ٱلرَّحْمَـٰنُ وُدًّۭا ﴿٩٦﴾
নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সেইসমূ হ নেক আমল কৰিছে, যিবোৰ আল্লাহৰ দৃষ্টি ত পছন্দ নীয় । আল্লাহে তেওঁ লোকক মু হাব্বত প্ৰদান কৰিবঅৰ্থাৎ স্বয়ংআল্লাহে তেওঁد লোকক মু হাব্বত কৰিব। তথাতেওঁ ৰবান্দাসকলৰমাজত তাক প্ৰি য় বনাই দিব।
فَإِنَّمَا يَسَّرْنَـٰهُ بِلِسَانِكَ لِتُبَشِّرَ بِهِ ٱلْمُتَّقِينَ وَتُنذِرَ بِهِۦ قَوْمًۭا لُّدًّۭا ﴿٩٧﴾
হে ৰাছু ল! এই কোৰআনখনক আপোনাৰ ভাষাত অৱতীৰ্ণ কৰি সৰল কৰি দিছোঁ। যাতে ইয়াৰ দ্বাৰা আপুনি সেইসকল লোকক সতৰ্ক কৰিব পাৰে যিসকলে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি মোৰ তাক্ব ৱা অৱলম্বন কৰিছে। তথা ইয়াৰ দ্বাৰা যাতে আপুনি সেইসকল লোকক ভয় দেখুৱাব পাৰে, যিসকল বাক-বিতণ্ডাপ্ৰি য় আৰু সত্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত স্বৈ ৰাচাৰী তথা অহংকাৰী। بلغ আল-কোৰআন · তাফছীৰ وكم أهلكنا قبلهم من قرن هل تحس منهم من أحد أو تسمع لهم ركزا
وَكَمْ أَهْلَكْنَا قَبْلَهُم مِّن قَرْنٍ هَلْ تُحِسُّ مِنْهُم مِّنْ أَحَدٍ أَوْ تَسْمَعُ لَهُمْ رِكْزًۢا ﴿٩٨﴾
আপোনাৰসম্প্ৰ দায় ৰপূৰ্বে আমি বহুতোসম্প্ৰ দায় ক বিনাশ কৰিছোঁ। সেই সম্প্ৰ দায় সমূহৰমাজৰকাৰোবাৰআপুনি উমান পাইছেনে? আপুনি সিহঁ তৰ কোনো গোপন ধ্বনি শুনা পাইছেনে? যি বিপদৰসিহঁ তে সন্মুখীন হৈছিল, সেই বিপদে আনকো চু বপাৰে। পলম কেৱল আল্লাহৰঅনু মতিৰ। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে