الٓر ۚ كِتَـٰبٌ أَنزَلْنَـٰهُ إِلَيْكَ لِتُخْرِجَ ٱلنَّاسَ مِنَ ٱلظُّلُمَـٰتِ إِلَى ٱلنُّورِ بِإِذْنِ رَبِّهِمْ إِلَىٰ صِرَٰطِ ٱلْعَزِيزِ ٱلْحَمِيدِ ﴿١﴾
(আলিফ-লাম-ৰা)। এনেকু ৱাআখৰসম্পৰ্কীয় আলোচনাছু ৰাবাক্বাৰাৰআৰম্ভ ণিতে আলোকপাত কৰাহৈছে। হে ৰাছু ল! এই কোৰআনখন হৈছে এখন গ্ৰন্থ , যিখন মই আপোনালৈ অৱতীৰ্ণ কৰিছোঁ। যাতে আপুনি আল্লাহৰইচ্ছাত আৰু তেওঁ ৰসহায় ত মানু হক কু ফৰ, অজ্ঞতা আৰু পথভ্ৰ ষ্টতাৰপৰা, ঈমান, জ্ঞান আৰু হিদায় তৰ পথলৈ অৰ্থাৎ ইছলাম ধৰ্মৰ প্ৰতি ওলোৱাই আনিব পাৰে। যিটো প্ৰকৃ ততে পৰাক্ৰ মশালী আল্লাহৰ পথ, তেওঁ ক কোনেও পৰাজিত কৰিব নোৱাৰে, তেওঁ সকলো ক্ষেত্ৰতে প্ৰশংসিত।
ٱللَّهِ ٱلَّذِى لَهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۗ وَوَيْلٌۭ لِّلْكَـٰفِرِينَ مِنْ عَذَابٍۢ شَدِيدٍ ﴿٢﴾
তেৱেঁই আল্লাহ, যিজন আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো বস্তু ৰ একমাত্ৰ স্বত্বাধিকাৰ। এতেকে কেৱল তেৱেঁই একমাত্ৰ ইবাদতৰ যোগ্য। লগতে তেওঁ ৰ সৃষ্টি জগতৰকাকো তেওঁ ৰঅংশীদাৰস্থাপন কৰা ঠি ক নহয় । কাফিৰসকলে অতিশীঘ্ৰে কঠি ন শাস্তি ৰসন্মুখীন হ'ব।
ٱلَّذِينَ يَسْتَحِبُّونَ ٱلْحَيَوٰةَ ٱلدُّنْيَا عَلَى ٱلْـَٔاخِرَةِ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِ وَيَبْغُونَهَا عِوَجًا ۚ أُو۟لَـٰٓئِكَ فِى ضَلَـٰلٍۭ بَعِيدٍۢ ﴿٣﴾
যিসকলে কু ফু ৰী কৰে সিহঁ তে পাৰ্থিৱ জীৱনক আৰু তাত থকা ক্ষণস্থায়ী নিয়ামতবোৰক আখিৰাতৰ ওপৰত তথা তাত থকা চিৰস্থায়ী নিয়ামতবোৰৰ ওপৰত প্ৰাধান্য দিয়ে । মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, তেওঁৰ পথক বিকৃ ত কৰি, সত্যৰ পৰা আঁতৰাই তথা বক্ৰ তা অৱলম্বন কৰি উপস্থাপন কৰে,যাতে কোনেও সেই পথত পৰিচালিত নহয় । এনেকু ৱাপ্ৰ কৃ তিৰলোকসকলেই সত্যৰপৰাতথাসঠি কতাৰপৰাবহু আঁতৰত অৱস্থান কৰিছে।
وَمَآ أَرْسَلْنَا مِن رَّسُولٍ إِلَّا بِلِسَانِ قَوْمِهِۦ لِيُبَيِّنَ لَهُمْ ۖ فَيُضِلُّ ٱللَّهُ مَن يَشَآءُ وَيَهْدِى مَن يَشَآءُ ۚ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ ﴿٤﴾
আমি যি ৰাছু লেই প্ৰে ৰণ কৰিছোঁ, প্ৰত্যেককে তেওঁ লোকৰস্ব -জাতিৰভাষাত কথা ক'বপৰাকৈ প্ৰে ৰণ কৰিছিলোঁ। যাতে ৰাছু লে আল্লাহৰফালৰপৰা যি লৈ আহিছে সেয়া সহজতে তেওঁলোকে বুজিব পাৰে। আমি সিহঁ তক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ বাধ্য কৰোৱাৰ বাবে ৰাছু ল প্ৰে ৰণ কৰা নাছিলোঁ। কিয় নো আল্লাহে যাক ইচ্ছা কৰে ন্যায় ৰ সৈতে পথভ্ৰ ষ্টকৰে। আনহাতে যাক ইচ্ছা কৰে নিজ অনুগ্ৰ হত হিদায় তৰ তাওফীক প্ৰদান কৰে। তেওঁ মহা পৰাক্ৰ মশালী, তেওঁ ক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনা কৰাত মহা প্ৰজ্ঞাৱান।
وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِـَٔايَـٰتِنَآ أَنْ أَخْرِجْ قَوْمَكَ مِنَ ٱلظُّلُمَـٰتِ إِلَى ٱلنُّورِ وَذَكِّرْهُم بِأَيَّىٰمِ ٱللَّهِ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍۢ لِّكُلِّ صَبَّارٍۢ شَكُورٍۢ ﴿٥﴾
صبار شكور নিশ্চয় আমি মূছাক নবী হিচাপে প্ৰে ৰণ কৰিছিলোঁ, লগতে তেওঁক স্পষ্ট নিদৰ্শনৰ জৰিয় তে তেওঁৰ সত্যতাক সমৰ্থন কৰিছিলোঁ, আৰু তেওঁ যে নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰে ৰিত ৰাছুল তাৰ প্ৰমাণ দাঙি ধৰিছিলোঁ। তেওঁক আদেশ প্ৰদান কৰিছিলোঁ, তেওঁ যেন নিজ সম্প্ৰ দায় ক কু ফু ৰী আৰু অজ্ঞতাৰপৰা,ঈমান আৰুজ্ঞানৰপিনে উলিয়াই আনে। লগতে তেওঁ যেন তেওঁলোকক আল্লাহৰঅনুগ্ৰ হৰদিনবোৰস্মৰণ কৰাই দিয়ে । নিশ্চয় সেই দিনবোৰত আছে আল্লাহৰ তাওহীদ আৰু তেওঁৰ অসীম ক্ষমতাৰ প্ৰমাণ, লগতে মুমিনসকলৰ ওপৰত অনুগ্ৰ হ কৰাৰ স্পষ্ট প্ৰমাণ আছে। ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই লাভান্বি ত হয় , যিসকলে আল্লাহৰ আনু গত্যত ধৈৰ্য্য ধাৰণ কৰে, লগতে যিসকলে তেওঁ ৰ নিয়ামত আৰু পুৰস্কাৰৰ প্ৰতি সদায় কৃ তজ্ঞতাজ্ঞাপন কৰে।
وَإِذْ قَالَ مُوسَىٰ لِقَوْمِهِ ٱذْكُرُوا۟ نِعْمَةَ ٱللَّهِ عَلَيْكُمْ إِذْ أَنجَىٰكُم مِّنْ ءَالِ فِرْعَوْنَ يَسُومُونَكُمْ سُوٓءَ ٱلْعَذَابِ وَيُذَبِّحُونَ أَبْنَآءَكُمْ وَيَسْتَحْيُونَ نِسَآءَكُمْ ۚ وَفِى ذَٰلِكُم بَلَآءٌۭ مِّن رَّبِّكُمْ عَظِيمٌۭ ﴿٦﴾
হে ৰাছু ল! স্মৰণ কৰা সেই সময় ছোৱাক, যেতিয়া মূছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি বনী ইছৰাঈলক আল্লাহৰ ফালৰ পৰা প্ৰাপ্ত নিয়ামতসমূ হক স্মৰণ কৰোৱাই কৈছিলঃহে মোৰসম্প্ৰ দায় ৰলোকসকল! আল্লাহৰনিয়ামতসমূ হ স্মৰণ কৰাযেতিয়াতেওঁ তোমালোকক بلغ আল-কোৰআন · তাফছীৰ ফিৰআউনীসকলৰপৰাৰক্ষাকৰিছিল,আৰুসিহঁ তৰশাস্তি ৰপৰাপৰিত্ৰান দান কৰিছিল। সিহঁ তে তোমালোকক নিকৃ ষ্টশাস্তি প্ৰদান কৰিছিল। সিহঁ তে তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল, যাতে এনেকু ৱা কোনো পুত্ৰ সন্তান জন্ম লভিব নোৱাৰে যিয়ে ফিৰআউনৰ ৰাজত্ব ৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব। আনহাতে তোমালোকৰ কন্যা সন্তানক জীৱিত ৰাখিছিল, যাতে তেওঁলোকক অপমানিত আৰু লাঞ্ছিত কৰিব পাৰে। সিহঁতৰ এই কৰ্মকাণ্ডত তোমালোকৰ বাবে আছিল মহা পৰীক্ষা, লগতে কঠোৰ ধৈৰ্য্যৰ প্ৰয়োজন আছিল। এতেকে এই পৰীক্ষাত তোমালোকৰ ধৈৰ্য্য ধাৰণৰ ফলত আল্লাহে তোমালোকক ফিৰআউন বাহিনীৰ পৰা ৰক্ষা কৰিলে।
وَإِذْ تَأَذَّنَ رَبُّكُمْ لَئِن شَكَرْتُمْ لَأَزِيدَنَّكُمْ ۖ وَلَئِن كَفَرْتُمْ إِنَّ عَذَابِى لَشَدِيدٌۭ ﴿٧﴾
আৰু মূছাই সিহঁ তক ক'লেঃ তোমালোকে সেই সময় ছোৱাক স্মৰণ কৰা, যেতিয়া তোমালোকৰ প্ৰতিপালকে তোমালোকক গুৰুত্ব সহকাৰে জনাইছিল যে, যদি তোমালোকে আল্লাহে প্ৰদান কৰা নিয়ামতবোৰৰ বাবে তেওঁৰ কৃ তজ্ঞতা জ্ঞাপন কৰা তেন্তে তেওঁ তোমালোকক আৰু অধিক নিয়ামত তথা তেওঁৰ অনুগ্ৰ হ দান কৰিব। আনহাতে যদি তোমালোকে তেওঁৰ নিয়ামতসমূহক অস্বীকাৰ কৰি তেওঁৰ অকৃ তজ্ঞতা প্ৰকাশ কৰা তেন্তে জানি থোৱা, তেওঁ ৰ নিয়ামত অস্বীকাৰকাৰীসকলৰ বাবে আৰু অকৃ তজ্ঞসকলৰ বাবে তেওঁ ৰ শাস্তি নিশ্চয় অতি কঠোৰ।
وَقَالَ مُوسَىٰٓ إِن تَكْفُرُوٓا۟ أَنتُمْ وَمَن فِى ٱلْأَرْضِ جَمِيعًۭا فَإِنَّ ٱللَّهَ لَغَنِىٌّ حَمِيدٌ ﴿٨﴾
মূছাই তেওঁৰ সম্প্ৰ দায় ৰ লোকসকলক উদ্দেশ্যি ক'লেঃ যদি তোমালোকে কু ফু ৰী কৰা আৰু তোমালোকৰ সৈতে পৃথিৱীৰ সকলোৱে যদি কু ফু ৰী কৰে, তেন্তে সেই কু ফু ৰীৰপৰিণাম তোমালোকেই ভোগ কৰিবলাগিব। কাৰণ নিশ্চিতভাৱেআল্লাহ অমু খাপেক্ষী। তেওঁ স্বয়ংপ্ৰ শংসিত। তেওঁ ক মু মিনসকলৰ ঈমানেও উপকাৰ নকৰে তথা কাফিৰসকলৰ কু ফু ৰীয়ে ও ক্ষতি নকৰে।
أَلَمْ يَأْتِكُمْ نَبَؤُا۟ ٱلَّذِينَ مِن قَبْلِكُمْ قَوْمِ نُوحٍۢ وَعَادٍۢ وَثَمُودَ ۛ وَٱلَّذِينَ مِنۢ بَعْدِهِمْ ۛ لَا يَعْلَمُهُمْ إِلَّا ٱللَّهُ ۚ جَآءَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَـٰتِ فَرَدُّوٓا۟ أَيْدِيَهُمْ فِىٓ أَفْوَٰهِهِمْ وَقَالُوٓا۟ إِنَّا كَفَرْنَا بِمَآ أُرْسِلْتُم بِهِۦ وَإِنَّا لَفِى شَكٍّۢ مِّمَّا تَدْعُونَنَآ إِلَيْهِ مُرِيبٍۢ ﴿٩﴾
হে কাফিৰসকল! তোমালোকৰ ওচৰত পূৰ্বৱৰ্তী অস্বীকাৰকাৰী লোকসকলৰ বাৰ্তা আহি পোৱা নাইনে, নূহ জাতি, আদ সম্প্ৰ দায় , হুদ সম্প্ৰ দায় , ছামূদ সম্প্ৰ দায় , ছলেহ সম্প্ৰ দায় আৰু সিহঁতৰ পিছত আগমন কৰা সম্প্ৰ দায় সমূহ, যিবোৰৰ সংখ্যা আছিল অত্যাধিক, সঠি ক সংখ্যা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ লৈ আগমন কৰিছিল। কিন্তু সিহঁতে ৰাছুলৰ প্ৰতি ক্ৰোধান্বি ত হৈ নিজৰ হাতৰ আঙুলি নিজেই কামুৰিছিল, আৰু ৰাছু লসকলক উদ্দেশ্যি কৈছিলঃ আপুনি যি লৈ আহিছে সেয়া আমি অস্বীকাৰ কৰোঁ। আপুনি আমাক যিটোৰ পিনে আহ্বান কৰিআছে,সেই বিষয়ে আমি মহাসন্দে হত আছোঁ। ك
۞ قَالَتْ رُسُلُهُمْ أَفِى ٱللَّهِ شَكٌّۭ فَاطِرِ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۖ يَدْعُوكُمْ لِيَغْفِرَ لَكُم مِّن ذُنُوبِكُمْ وَيُؤَخِّرَكُمْ إِلَىٰٓ أَجَلٍۢ مُّسَمًّۭى ۚ قَالُوٓا۟ إِنْ أَنتُمْ إِلَّا بَشَرٌۭ مِّثْلُنَا تُرِيدُونَ أَن تَصُدُّونَا عَمَّا كَانَ يَعْبُدُ ءَابَآؤُنَا فَأْتُونَا بِسُلْطَـٰنٍۢ مُّبِينٍۢ ﴿١٠﴾
সিহঁ তৰ ৰাছু লসকলে সিহঁ তক প্ৰত্যুত্তৰ দি ক'লেঃ আল্লাহৰ তাওহীদত তথা তেওঁ যে অকলেই ইবাদতৰ যোগ্য এই ক্ষেত্ৰত তোমালোকে সন্দে হ পোষণ কৰিছা নেকি? অথচ তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি কৰ্তা, তথা তেওঁ পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ এই দুয়োকে সৃষ্টি কৰিছে? তেওঁ তোমালোকক ঈমানৰ পিনে আহ্বান কৰি আছে, যাতে তোমালোকৰ পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়ে তথা পাৰ্থিৱ জীৱনত তোমালোকৰ নিৰ্ধাৰিত সময় পূৰণ কৰাৰ সুযোগ প্ৰদান কৰে। তেওঁলোকৰ সম্প্ৰ দায়ে তেওঁলোকক ক'লেঃ আপোনালোক আমাৰ দৰেই মানৱ, আমাতকৈ পৃথক কোনো বিশেষত্ব আপোনালোকৰ মাজত নাই। আপোনালোকে আমাক সেইবোৰ উপাস্যৰ উপাসনাৰ পৰা বিৰত ৰাখিব বিচাৰে, যিবোৰক আমাৰ পিতৃ- পুৰুষসকলে উপাসনা কৰিছিল। তেন্তে কোনো স্পষ্ট প্ৰমাণ লৈ আহক, যিটোৱে আপোনালোকৰ এই দাবীৰ সত্যতা প্ৰমাণ কৰিব যে, আপোনালোক আল্লাহৰ ফালৰ পৰা আমাৰ পিনে প্ৰে ৰিত ৰাছু ল। بلغ আল-কোৰআন · তাফছীৰ
قَالَتْ لَهُمْ رُسُلُهُمْ إِن نَّحْنُ إِلَّا بَشَرٌۭ مِّثْلُكُمْ وَلَـٰكِنَّ ٱللَّهَ يَمُنُّ عَلَىٰ مَن يَشَآءُ مِنْ عِبَادِهِۦ ۖ وَمَا كَانَ لَنَآ أَن نَّأْتِيَكُم بِسُلْطَـٰنٍ إِلَّا بِإِذْنِ ٱللَّهِ ۚ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُؤْمِنُونَ ﴿١١﴾
সিহঁ তৰ ৰাছু লসকলে সিহঁ তক প্ৰত্যুত্তৰ দি ক'লেঃ হয় , আমি তোমালোকৰ দৰেই একো একোজন মানুহ। এই কথা আমি কেতিয়াও অস্বীকাৰ নকৰোঁ। কিন্তু এই সামঞ্জস্যতাই প্ৰমাণ নকৰে যে আমি সকলো ক্ষেত্ৰতেই তোমালোকৰ সমান। কিয় নো আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাক ইচ্ছা কৰে বিশেষ অনু গ্ৰহৰ দ্বাৰা বিভূ ষিত কৰে, আৰু তেওঁ লোকক নিৰ্বাচিত কৰি মানু হৰ ফালে ৰাছু ল হিচাপে প্ৰে ৰিত কৰে। এতেকে আমাৰ বাবে এয়া সম্ভ ৱ নহয় যে আল্লাহৰ অনুমতি নোহোৱাকৈ আমি তোমালোকৰ প্ৰতাস্ৱিত নিদৰ্শন লৈ আহিম। কাৰণ নিদৰ্শন লৈ অহা বিষয় টো আমাৰ সাধ্যাতীত। বৰং এই ক্ষেত্ৰত একমাত্ৰ আল্লাহেই ক্ষমতাৱান। মু মিনসকলে তেওঁ লোকৰ সকলো কৰ্মতে কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰে।
وَمَا لَنَآ أَلَّا نَتَوَكَّلَ عَلَى ٱللَّهِ وَقَدْ هَدَىٰنَا سُبُلَنَا ۚ وَلَنَصْبِرَنَّ عَلَىٰ مَآ ءَاذَيْتُمُونَا ۚ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُتَوَكِّلُونَ ﴿١٢﴾
কি আছে এনেকু ৱা যিয়ে আমাক আল্লাহৰ ওপৰত ভৰসা কৰাৰ পৰা বিৰত ৰাখিব, অথচ তেওঁ আমাক আটাইতকৈ পোন তথা স্পষ্ট পথ দেখুৱাইছে, তোমালোকে আমাক অস্বীকাৰ কৰি আৰু উপহাসৰ দ্বাৰা যি কষ্ট দি আছা এই ক্ষেত্ৰত আমি নিশ্চয় ধৈৰ্য্য ধাৰণ কৰিম। কাৰণ ধৈৰ্য্য ধাৰণকাৰীসকলে নিজৰ সকলো ক্ষেত্ৰতে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰে।
وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لِرُسُلِهِمْ لَنُخْرِجَنَّكُم مِّنْ أَرْضِنَآ أَوْ لَتَعُودُنَّ فِى مِلَّتِنَا ۖ فَأَوْحَىٰٓ إِلَيْهِمْ رَبُّهُمْ لَنُهْلِكَنَّ ٱلظَّـٰلِمِينَ ﴿١٣﴾
ৰাছু লসকলৰ সম্প্ৰ দায় ৰ কাফিৰসকলে যেতিয়া তেওঁলোকৰ কথাৰ উত্তৰ দিব নোৱাৰিলে তেতিয়া সিহঁ তে ক'লেঃ নিশ্চয় আমি তোমালোকক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিম, অন্যথা তোমালোকে নিজৰ ধৰ্ম ত্যাগ কৰি আমাৰ ধৰ্মলৈ ধৰ্মান্ত ৰিত হ'ব লাগিব। তেতিয়া আল্লাহে তেওঁৰ ৰাছু লসকলক সান্ত না প্ৰদান কৰি অহী কৰিলে যে, নিশ্চিতভাৱে আমি এই অন্যায় কাৰীসকলক ধ্বংস কৰিম, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কু ফু ৰী কৰিছে।
وَلَنُسْكِنَنَّكُمُ ٱلْأَرْضَ مِنۢ بَعْدِهِمْ ۚ ذَٰلِكَ لِمَنْ خَافَ مَقَامِى وَخَافَ وَعِيدِ ﴿١٤﴾
হে ৰাছু ল আৰুতেওঁৰঅনুসাৰীসকল! আমি সিহঁ তক ধ্বংস কৰাৰপিছত তোমালোকক পৃথিৱীত প্ৰতিষ্ঠি ত কৰিম। অস্বীকাৰকাৰী কাফিৰসকলক ধ্বংস কৰাৰ পিছত, ৰাছু ল আৰু মু মিনসকলক প্ৰতিষ্ঠি ত কৰাৰ যি কথা কোৱা হৈছে, সেয়া হৈছে সেইসকল লোকৰ বাবে যিসকলে মোৰ মহানতাক মূ ল্যায় ন কৰে তথা সদায় মনত ৰাখে যে, আমি তাক পৰ্যবেক্ষণ কৰি আছোঁ, লগতে যিয়ে মোৰ শাস্তি ক ভয় কৰে।
وَٱسْتَفْتَحُوا۟ وَخَابَ كُلُّ جَبَّارٍ عَنِيدٍۢ ﴿١٥﴾
ৰাছু লসকলে নিজ প্ৰতিপালকৰ ওচৰত শত্ৰুৰ বিৰুদ্ধে সহায় প্ৰাৰ্থনা কৰিলে, ফলত প্ৰত্যেক অহংকাৰী, সত্যৰ ঘোৰ বিৰোধীসকল ধ্বংস হ'ল, যিসকলে সত্য প্ৰকাশ পোৱাৰ পিছতো তাক মানি লোৱা নাছিল।
مِّن وَرَآئِهِۦ جَهَنَّمُ وَيُسْقَىٰ مِن مَّآءٍۢ صَدِيدٍۢ ﴿١٦﴾
ক্বি য়ামতৰ দিনা অহংকাৰীৰ সন্মুখত থাকিব জাহান্নাম। জাহান্নাম তাৰ বাবে খাপ পাতি ৰৈ আছে। তাত সেইসকল লোকক জাহান্নামীসকলৰ শৰীৰৰ পৰা নিৰ্গত হোৱা পুঁজ খাবলৈ দিয়া হ'ব। তথাপিও তাৰ পিয়াহ দূৰ নহ'ব। এতেকে তাক তৃ ষ্ণাৰ শাস্তি ৰ লগতে বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰা হ'ব।
يَتَجَرَّعُهُۥ وَلَا يَكَادُ يُسِيغُهُۥ وَيَأْتِيهِ ٱلْمَوْتُ مِن كُلِّ مَكَانٍۢ وَمَا هُوَ بِمَيِّتٍۢ ۖ وَمِن وَرَآئِهِۦ عَذَابٌ غَلِيظٌۭ ﴿١٧﴾
সি সেইটো বাৰে বাৰে খোৱাৰ চেষ্টা কৰিব, কিন্তু ইয়াৰ তিতা ভাৱ, উষ্ণতা আৰু দুৰ্গন্ধৰ কাৰণে গিলিব নোৱাৰিব। কঠোৰতকৈ কঠোৰ শাস্তি ৰ সন্মুখীন হোৱাৰ ফলত কেউফালৰ পৰা সি কেৱল মৃ ত্যু দেখিব, কিন্তু ৰক্ষা পাবলৈ সি কেতিয়াও মৃ ত্যুবৰণ কৰিব নোৱাৰিব। বৰং জীৱিত থাকিব আৰু শাস্তি ভোগ কৰি থাকিব। তাৰ সন্মুখত আৰু এটা অপেক্ষামান কঠোৰ শাস্তি আছে। بلغ আল-কোৰআন · তাফছীৰ
مَّثَلُ ٱلَّذِينَ كَفَرُوا۟ بِرَبِّهِمْ ۖ أَعْمَـٰلُهُمْ كَرَمَادٍ ٱشْتَدَّتْ بِهِ ٱلرِّيحُ فِى يَوْمٍ عَاصِفٍۢ ۖ لَّا يَقْدِرُونَ مِمَّا كَسَبُوا۟ عَلَىٰ شَىْءٍۢ ۚ ذَٰلِكَ هُوَ ٱلضَّلَـٰلُ ٱلْبَعِيدُ ﴿١٨﴾
কাফিৰসকলে যিবোৰ পূণ্যৰ কৰ্ম কৰে, যেনে- দান কৰা, উপকাৰ কৰা আৰু দুৰ্বলৰ প্ৰতি কৃ পা কৰা আদি, ইয়াৰ উদাহৰণ হৈছে সেই ছাইৰ দৰে যিবোৰক ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত উৰুৱাই লৈ বেলেগ বেলেগ ঠাইত এনেকৈ বিস্তৃত কৰে যে, তাৰ চিহ্নও বাকী নাথাকে। এইটোৱে হৈছে কাফিৰসকলৰ পূণ্যৰ অৱস্থা, যিটোৰ ওপৰত কু ফু ৰীৰ প্ৰবল ধুমুহা আহিছে। সেয়ে ক্বি য়ামতৰ দিনা কাফিৰসকলক এইবোৰে একো উপকাৰ সাধন নকৰিব। দৰাচলতে যি কৰ্ম ঈমানৰভিত্তিত কৰানহয় ,সেইটোহৈছে সত্যৰপৰাবহু দূৰত অৱস্থান কৰাপথভ্ৰ ষ্টতা।
أَلَمْ تَرَ أَنَّ ٱللَّهَ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ ۚ إِن يَشَأْ يُذْهِبْكُمْ وَيَأْتِ بِخَلْقٍۢ جَدِيدٍۢ ﴿١٩﴾
হে মানৱ! তুমি নাজানা নেকি যে, আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱীক সত্য সহকাৰে সৃষ্টি কৰিছে। তেওঁ এইবোৰক এনেই সৃষ্টি কৰা নাই। হে মানৱজাতি! তেওঁ যদি তোমালোকক নিঃশেষ কৰিব বিচাৰে অথবা তোমালোকৰ ঠাইত আন কোনো মখলুক আনিব বিচাৰে, যিসকলে তেওঁৰ ইবাদত কৰিব আৰু তেওঁৰ আনুগত্য কৰিব তেন্তে তেওঁ তোমালোকক নিঃশেষ কৰি তোমালোকৰ ঠাইত বেলেগ মখলুকক আনিবলৈ নিশ্চয় সক্ষম, যিসকলে তেওঁ ৰ ইবাদত কৰিব আৰু তেওঁ ৰ আনু গত্য কৰিব। তেওঁ ৰ বাবে এইটো অতি সহজ তথা একেবাৰে উজু।
وَمَا ذَٰلِكَ عَلَى ٱللَّهِ بِعَزِيزٍۢ ﴿٢٠﴾
তোমালোকক ধ্বংস কৰি বেলেগ মখলুক অনাটো আল্লাহৰ পক্ষে কোনো কঠি ন কাম নহয় । তেওঁ সকলো বিষয়ে ক্ষমতাৱান, তেওঁ ক কোনেও অপাৰগ কৰিব নোৱাৰে।
وَبَرَزُوا۟ لِلَّهِ جَمِيعًۭا فَقَالَ ٱلضُّعَفَـٰٓؤُا۟ لِلَّذِينَ ٱسْتَكْبَرُوٓا۟ إِنَّا كُنَّا لَكُمْ تَبَعًۭا فَهَلْ أَنتُم مُّغْنُونَ عَنَّا مِنْ عَذَابِ ٱللَّهِ مِن شَىْءٍۢ ۚ قَالُوا۟ لَوْ هَدَىٰنَا ٱللَّهُ لَهَدَيْنَـٰكُمْ ۖ سَوَآءٌ عَلَيْنَآ أَجَزِعْنَآ أَمْ صَبَرْنَا مَا لَنَا مِن مَّحِيصٍۢ ﴿٢١﴾
নিৰ্ধাৰিত সময় ত সকলো সৃষ্টি য়ে কবৰৰ পৰা উঠি আল্লাহৰ সন্মুখত উপস্থি ত হ'ব। তেতিয়া অনুসাৰী দুৰ্বল লোকসকলে নিজ নিজ নেতৃ বৃন্দ ক উদ্দেশ্যি ক'বঃ হে নেতাসকল! নিশ্চয় আমি তোমালোকৰ অনুসৰণ কৰিছিলোঁ, তোমালোকৰ আদেশ পালন কৰিছিলোঁ, তোমালোকে নিষেধ কৰা বিষয় ৰ পৰা দূৰত থাকিছিলোঁ। এতিয়া তোমালোকে আমাৰ ওপৰত আল্লাহৰ এই শাস্তি ৰ কিছু অংশ দূৰ কৰিব পাৰিবানে, তেতিয়া সেই নেতাসকলে ক'বঃ যদি আল্লাহে আমাক হিদায় ত প্ৰদান কৰিলেহেঁ তেন তেন্তে তোমালোককোআমি সেই পথ দেখুৱালোঁহেঁ তেন আৰুআমি সকলোৱেআল্লাহৰশাস্তি ৰপৰাৰক্ষা পালোঁহেঁতেন। কিন্তু যিহেতু আমি পথভ্ৰ ষ্টআছিলোঁ, সেয়ে তোমালোককো পথভ্ৰ ষ্টকৰিছিলোঁ। গতিকে এতিয়া আমাৰআৰুতোমালোকৰএকেই অৱস্থা, নত হৈ শাস্তি সহ্য কৰা নাইবা শাস্তি সহিবলৈ ধৈৰ্য্য ধাৰণ কৰা। শাস্তি ৰ পৰা পলায় ন কৰাৰ কোনো সুযোগ নাই।
وَقَالَ ٱلشَّيْطَـٰنُ لَمَّا قُضِىَ ٱلْأَمْرُ إِنَّ ٱللَّهَ وَعَدَكُمْ وَعْدَ ٱلْحَقِّ وَوَعَدتُّكُمْ فَأَخْلَفْتُكُمْ ۖ وَمَا كَانَ لِىَ عَلَيْكُم مِّن سُلْطَـٰنٍ إِلَّآ أَن دَعَوْتُكُمْ فَٱسْتَجَبْتُمْ لِى ۖ فَلَا تَلُومُونِى وَلُومُوٓا۟ أَنفُسَكُم ۖ مَّآ أَنَا۠ بِمُصْرِخِكُمْ وَمَآ أَنتُم بِمُصْرِخِىَّ ۖ إِنِّى كَفَرْتُ بِمَآ أَشْرَكْتُمُونِ مِن قَبْلُ ۗ إِنَّ ٱلظَّـٰلِمِينَ لَهُمْ عَذَابٌ أَلِيمٌۭ ﴿٢٢﴾
যেতিয়া জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া ইবলিছে ক'বঃ নিশ্চয় আল্লাহে তোমালোকক সত্য প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁ সেয়া পুৰণ কৰিছে। আনহাতে মই তোমালোকক অসত্য প্ৰতিশ্ৰুতি দিছিলোঁ, আৰু সেই বচন মই পূৰণ নকৰিলোঁ। পৃথিৱীত তোমালোকক কু ফৰী কৰিবলৈ আৰু পথভ্ৰ ষ্টহ'বলৈ বাধ্য কৰিব পৰা মোৰ সিমান শক্তি নাছিল। মই কেৱল তোমালোকক কু ফু ৰীৰ পিনে আহ্বানহে কৰিছিলোঁ, আৰু তোমালোকৰ পাপ কৰ্মবোৰক সৌন্দ ৰ্যময় কৰি উপস্থাপন কৰিছিলোঁ, ফলত তোমালোকে দ্ৰুত গতিত মোৰ অনুসৰণ কৰিছিলা। এতেকে তোমালোকে নিজৰ বিভ্ৰান্তি ৰ বাবে মোক নিন্দা নকৰিবা, বৰং এতিয়া নিজকে ভৰ্ৎ সনা কৰা। কাৰণ তোমালোক নিজেই ভৰ্ৎ সনাৰ অধিক যোগ্য। এতিয়া ময়ো তোমালোকক শাস্তি ৰ পৰা ৰক্ষা কৰিব নোৱাৰিম আৰু তোমালোকেও মোৰ পৰা শাস্তি দূৰীভূত কৰিব নোৱাৰিবা। তোমালোকে আল্লাহৰ ইবাদতত মোক যে অংশী কৰিছিলা সেই কথা মই নিশ্চিতভাৱে অস্বীকাৰ কৰিছোঁ। নিশ্চয় পৃথিৱীত আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি আৰু তেওঁ ৰলগত কু ফু ৰীকৰিযিসকলে অন্যায় কৰিছে সিহঁ তৰবাবেক্বি য়ামতৰদিনাআছে কষ্ট দায় ক শাস্তি ,যি শাস্তি সিহঁ তৰঅপেক্ষাত আছে। بلغ আল-কোৰআন · তাফছীৰ
وَأُدْخِلَ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ جَنَّـٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا بِإِذْنِ رَبِّهِمْ ۖ تَحِيَّتُهُمْ فِيهَا سَلَـٰمٌ ﴿٢٣﴾
سلم অন্যায় কাৰীসকলৰ বিপৰীতে যিসকলে ঈমান পোষণ কৰিছে আৰু নেক আমল কৰিছে তেওঁলোকক এনেকু ৱা জান্নাতত প্ৰৱেশ কৰোৱা হ'ব, যাৰ অট্টালিকা আৰু গছ-গছনিৰ তলদেশত নদীসমূহ প্ৰবাহিত থাকিব। তেওঁলোকে নিজ প্ৰতিপালকৰ ক্ষমতাত আৰু তেওঁৰ অনুমতিত চিৰকাল থাকিব। তেওঁলোকে ইজনে সিজনক অভিবাদন জনাব। ফিৰিস্তাসকলেও স্বাগতম জনাব আৰু তেওঁলোকৰ প্ৰতিপালকেও স্বাগতম জনাব। এই স্বাগতম জনোৱা হ’ব ছালামৰ জৰিয় তে।
أَلَمْ تَرَ كَيْفَ ضَرَبَ ٱللَّهُ مَثَلًۭا كَلِمَةًۭ طَيِّبَةًۭ كَشَجَرَةٍۢ طَيِّبَةٍ أَصْلُهَا ثَابِتٌۭ وَفَرْعُهَا فِى ٱلسَّمَآءِ ﴿٢٤﴾
হে ৰাছু ল! আপুনি গম পোৱা নাইনে যে, আল্লাহে কেনেকৈ কলিমা তাওহীদ অৰ্থাৎ লা ইলা-হা ইল্লাল্লাহৰ উদাহৰণ দাঙি ধৰিছে। তেওঁ ইয়াৰ উদাহৰণ দিছে পৱিত্ৰ বৃক্ষ অৰ্থাৎ খেজুৰ গছৰ দ্বাৰা। যি গছৰ কাণ্ডৰ একাংশ মাটি ৰ তলত থাকে, যিয়ে শিপাৰ দ্বাৰা পানী সংগ্ৰ হ কৰে আৰু তাৰ ঠাল-ঠেঙু লিবোৰ ওপৰত নিয়ঁৰখাই উত্তম বতাহ দিয়ে ।
تُؤْتِىٓ أُكُلَهَا كُلَّ حِينٍۭ بِإِذْنِ رَبِّهَا ۗ وَيَضْرِبُ ٱللَّهُ ٱلْأَمْثَالَ لِلنَّاسِ لَعَلَّهُمْ يَتَذَكَّرُونَ ﴿٢٥﴾
এই গছে নিজ প্ৰতিপালকৰঅনুমতিত সদায় সোৱাদিষ্ট ফল দিয়ে । পৱিত্ৰ আৰুমহান আল্লাহে এইবোৰউদাহৰণ এই কাৰণে দিয়ে যাতে মানুহে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।
وَمَثَلُ كَلِمَةٍ خَبِيثَةٍۢ كَشَجَرَةٍ خَبِيثَةٍ ٱجْتُثَّتْ مِن فَوْقِ ٱلْأَرْضِ مَا لَهَا مِن قَرَارٍۢ ﴿٢٦﴾
নিকৃ ষ্টশ্বি ৰ্কীয়া কলিমাৰ উদাহৰণ হৈছে, বেয়া গছৰ দৰে। যেনে- তিতা তৰমু জ গছ, যি গছৰ শিপা উঘালি পেলোৱা হৈছে, ফলত তাৰ মাটি ত প্ৰতিষ্ঠি ত থকাৰ কোনো সুবিধা নাই, আনকি তাৰ ঠাল-ঠেঙু লি আকাশৰ পিনে উঠাৰো কোনো প্ৰশ্ননাহে। অৱশেষত সেই গছ মৰি যায় আৰু বতাহে তাক উৰুৱাই লৈ ফু ৰে। এতেকে কু ফু ৰীকথাৰপৰিণাম হৈছে বিনাশ। এইদৰেকু ফু ৰীকাৰ্যত লিপ্ত থকাব্যক্তি ৰকোনোনেক আমলেই আল্লাহৰপিনে গতি নকৰে।
يُثَبِّتُ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ بِٱلْقَوْلِ ٱلثَّابِتِ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَفِى ٱلْـَٔاخِرَةِ ۖ وَيُضِلُّ ٱللَّهُ ٱلظَّـٰلِمِينَ ۚ وَيَفْعَلُ ٱللَّهُ مَا يَشَآءُ ﴿٢٧﴾
আল্লাহে মুমিনসকলক কলিমা তাওহীদৰ দ্বাৰা পৰিপূৰ্ণ ঈমান প্ৰদান কৰি পাৰ্থিৱ জীৱনত প্ৰতিষ্ঠি ত কৰে। অৱশেষত ঈমানৰ অৱস্থাতেই তেওঁলোকৰ মৃত্যু হয় । বাৰঝাখ জীৱন অৰ্থাৎ কবৰত থকা সময় ছোৱাত প্ৰশ্নৰ সন্মুখীন হোৱাৰ সময় ত আৰু ক্বি য়ামত দিৱসত তেওঁলোকক দৃঢ়তা প্ৰদান কৰে। আনহাতে অন্যায় কাৰীসকলক আৰু যিসকলে আল্লাহৰ লগত কু ফৰ আৰু শ্বি ৰ্ককৰে, সিহঁ তক আল্লাহে সত্যৰ পৰা আৰু হিদায় তৰ পৰা বহু দূৰ আঁতৰাই দিয়ে । আল্লাহে যিটো ইচ্ছা কৰেসেইটোৱেকৰে। যাক পথভ্ৰ ষ্টকৰিববিচাৰে, তাক ন্যায় ৰসৈতে পথভ্ৰ ষ্টকৰে। আনহাতে যাক হিদায় ত দিববিচাৰে, তাক নিজ অনু গ্ৰহত হিদায় ত প্ৰদান কৰে। তেওঁ ক কোনেও বাধ্যকৰাবনোৱাৰে।
۞ أَلَمْ تَرَ إِلَى ٱلَّذِينَ بَدَّلُوا۟ نِعْمَتَ ٱللَّهِ كُفْرًۭا وَأَحَلُّوا۟ قَوْمَهُمْ دَارَ ٱلْبَوَارِ ﴿٢٨﴾
নিশ্চয় আপুনি কু ৰাইছ বংশৰ সেইসকল কাফিৰৰ অৱস্থা লক্ষ্য কৰিছে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁতে সন্মানিত ঠাইত নিৰাপত্তা সহকাৰে জীৱন-যাপন কৰিবলৈ পোৱা আল্লাহৰ অনু গ্ৰহক অস্বীকাৰ কৰিছিল তথা সিহঁ তৰ ওচৰলৈ মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰে ৰণকো অস্বীকাৰ কৰিছিল, সিহঁ তে নিজ প্ৰতিপালকৰ পৰা অহা চৰীয় তক অস্বীকাৰ কৰাৰ ফলত নিজৰ অনু সাৰীসকলকো বিনাশৰ ঘৰত পতিত কৰিছিল,অনু সাৰীসকলেও সিহঁ তৰদৰেই কু ফু ৰীত পতিত আছিল।
جَهَنَّمَ يَصْلَوْنَهَا ۖ وَبِئْسَ ٱلْقَرَارُ ﴿٢٩﴾
বিনাশৰ ঘৰৰ দ্বাৰা জাহান্নামক বুজোৱা হৈছে, য’ত সিহঁ তে প্ৰৱেশ কৰিব, আৰু সিহঁ তৰ আৱাসস্থ ল হ’ব অতি নিকৃ ষ্টআৱাসস্থ ল। بلغ আল-কোৰআন · তাফছীৰ
وَجَعَلُوا۟ لِلَّهِ أَندَادًۭا لِّيُضِلُّوا۟ عَن سَبِيلِهِۦ ۗ قُلْ تَمَتَّعُوا۟ فَإِنَّ مَصِيرَكُمْ إِلَى ٱلنَّارِ ﴿٣٠﴾
মুশ্বৰিকসকলে আল্লাহৰ বহুতো অংশীদাৰ তথা সমকক্ষ স্থি ৰ কৰিছে, যাতে আল্লাহৰ পথৰ পৰা নিজে পথভ্ৰ ষ্টহোৱাৰ পিছত আনকো পথভ্ৰ ষ্টকৰিব পাৰে। হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক, তোমালোকে এতিয়া এই সুখ-শান্তি আনন্দে চিত্তে উপভোগ কৰা, আৰু পাৰ্থিৱ জীৱনত ইচ্ছানু সাৰে সন্দে হ- সংশয় বিয় পাই দিয়া,কাৰণ ক্বি য়ামতৰদিনাতোমালোকে জাহান্নামৰر পিনেই প্ৰত্যাৱৰ্ত ন কৰিবা। তাৰপৰাওলোৱাৰকোনোউপায় নাই।
قُل لِّعِبَادِىَ ٱلَّذِينَ ءَامَنُوا۟ يُقِيمُوا۟ ٱلصَّلَوٰةَ وَيُنفِقُوا۟ مِمَّا رَزَقْنَـٰهُمْ سِرًّۭا وَعَلَانِيَةًۭ مِّن قَبْلِ أَن يَأْتِىَ يَوْمٌۭ لَّا بَيْعٌۭ فِيهِ وَلَا خِلَـٰلٌ ﴿٣١﴾
خلل হে ৰাছু ল! আপুনি মু মিনসকলক কৈ দিয় ক, হে মু মিনসকল! পৰিপূৰ্ণৰূপে ছালাত আদায় কৰা, আল্লাহে প্ৰদান কৰা সম্পদ ওৱাজিবআৰু মু তাহাবস্ কৰ্মত ব্যয় কৰা। ৰিয়াৰ ভয় ত গোপনে ব্যয় কৰিবা, (ৰিয়া কোৱা হয়ঃ লোকক দেখুৱাবলৈ কৰা আমল)। আকৌ কেতিয়াবা প্ৰকাশ্যভাৱে ব্যয় কৰিবা যাতে মানুহে প্ৰে ৰণা পায় । সেই দিন অহাৰ পূৰ্বেই দান কৰা, যিদিনা আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা পাবলৈ ক্ৰয় -বিক্ৰ য় অথবা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ'ব, আনকি সিদিনা কোনো বন্ধুত্ব ও কামত নাহিব যে, বন্ধুৱে বন্ধুৰ বাবে মধ্যস্ত তা কৰিব।
ٱللَّهُ ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَأَنزَلَ مِنَ ٱلسَّمَآءِ مَآءًۭ فَأَخْرَجَ بِهِۦ مِنَ ٱلثَّمَرَٰتِ رِزْقًۭا لَّكُمْ ۖ وَسَخَّرَ لَكُمُ ٱلْفُلْكَ لِتَجْرِىَ فِى ٱلْبَحْرِ بِأَمْرِهِۦ ۖ وَسَخَّرَ لَكُمُ ٱلْأَنْهَـٰرَ ﴿٣٢﴾
তেৱেঁই আল্লাহ, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে, আৰু আকাশৰ পৰা পানী বৰ্ষণ কৰে, আৰু সেই পানীৰে হে মানৱজাতি! তোমালোকৰ বাবে বিভিন্ন প্ৰকাৰৰ ফলমূল সৃষ্টি কৰে, আৰু তেৱেঁই প্ৰকাণ্ড প্ৰকাণ্ড জাহাজক তোমালোকৰ আয় ত্ত্বাধীন কৰি দিছে, যিবোৰ তেওঁ ৰ আদেশতেই পানীত চলাচল কৰে। লগতে নদীসমূ হকো তোমালোকৰ বশৱৰ্তী কৰি দিছে, যাতে তোমালোকে তাৰ পানী খাব পাৰা, লগতে খেতি-বাতিত দিব পাৰা আৰু জীৱ-জন্তু ক খোৱাব পাৰা।
وَسَخَّرَ لَكُمُ ٱلشَّمْسَ وَٱلْقَمَرَ دَآئِبَيْنِ ۖ وَسَخَّرَ لَكُمُ ٱلَّيْلَ وَٱلنَّهَارَ ﴿٣٣﴾
সূৰ্য আৰু চন্দ্ৰ কো তোমালোকৰ বাবে কৰ্মত নিয়োজিত কৰি দিছোঁ। দুয়ো ধাৰাবাহিকভাৱে গতিশীল, লগতে দিন আৰু ৰাতিকো তোমালোকৰ কৰ্মত নিয়োজিত কৰিছোঁ, উভয়ে এটাৰ পিছত এটা আহি থাকে। ৰাতি হৈছে তোমালোকৰ টোপনি আৰু বিশ্ৰামৰ বাবে, আনহাতে দিন হৈছে তোমালোকৰ কৰ্ম আৰুপ্ৰ চেষ্টাৰবাবে।
وَءَاتَىٰكُم مِّن كُلِّ مَا سَأَلْتُمُوهُ ۚ وَإِن تَعُدُّوا۟ نِعْمَتَ ٱللَّهِ لَا تُحْصُوهَآ ۗ إِنَّ ٱلْإِنسَـٰنَ لَظَلُومٌۭ كَفَّارٌۭ ﴿٣٤﴾
তেৱেঁই তোমালোকক সেই সকলো বস্তু প্ৰদান কৰিছে যিবোৰ তোমালোকে বিচাৰিছিলা আৰু যিবোৰ তোমালোকে বিচৰা নাছিলা। আল্লাহৰ নিয়ামত সংখ্যাত ইমান বেছি যে, যদি সেইবোৰ তোমালোকে গণনা কৰিব বিচৰা তেন্তে কেতিয়াও সেয়া গণি শেষ কৰিব নোৱাৰিবা। তোমালোকৰ সন্মুখত বৰ্ণিত নিয়ামতসমূহ হৈছে কেৱল কিছুমান উদাহৰণহে মাত্ৰ। নিশ্চয় মানুহ নিজৰ প্ৰতি নিজেই অন্যায়কাৰী, তথা আল্লাহৰ নিয়ামতসমূহক অধিক অস্বীকাৰকাৰী।
وَإِذْ قَالَ إِبْرَٰهِيمُ رَبِّ ٱجْعَلْ هَـٰذَا ٱلْبَلَدَ ءَامِنًۭا وَٱجْنُبْنِى وَبَنِىَّ أَن نَّعْبُدَ ٱلْأَصْنَامَ ﴿٣٥﴾
হে ৰাছু ল! স্মৰণ কৰক, যেতিয়া ইব্ৰাহীমে তেওঁ ৰ পুত্ৰ ইছমাঈল আৰু তাৰ মাক হাজিৰক মক্কাৰ উপত্যকাত এৰি থৈ দুআ কৰিলেঃ হে মোৰ প্ৰতিপালক! এই নগৰখনক তুমি শান্তি ৰ নগৰ বনাই দিয়া, য’ত মই মোৰ পৰিয়াল এৰি থৈ গ’লোঁ। ইয়াত যাতে কাৰো ওপৰত অন্যায় কৰা নহয় আৰু তেজ প্ৰবাহিতও নহয় । লগতে মোক আৰু মোৰ সন্তানসকলক মূ ৰ্তি পূজাৰ পৰা দূৰত ৰাখিবা। بلغ আল-কোৰআন · তাফছীৰ
رَبِّ إِنَّهُنَّ أَضْلَلْنَ كَثِيرًۭا مِّنَ ٱلنَّاسِ ۖ فَمَن تَبِعَنِى فَإِنَّهُۥ مِنِّى ۖ وَمَنْ عَصَانِى فَإِنَّكَ غَفُورٌۭ رَّحِيمٌۭ ﴿٣٦﴾
হে মোৰ প্ৰতিপালক! নিশ্চয় এই মূৰ্তিবোৰে বহুতো মানুহক বিভ্ৰান্ত কৰি ৰাখিছে। সেই কাৰণে সিহঁ তে ভাবিছে যে, এইবোৰে সিহঁ তক ছু পাৰিছ কৰিব, সেইকাৰণে সিহঁ তে এই ফিতনাত লিপ্ত হৈছে। আল্লাহক এৰি এইবোৰৰ উপাসনা কৰি আছে। এতেকে যিসকল লোকে আল্লাহৰ একত্ব স্বীকাৰ কৰি আৰু তেওঁ ৰ আদেশ পালন কৰি মোৰ অনু সৰণ কৰিব, তেওঁ লোকেই হ'ব মোৰ সহযোগী আৰু মোৰ অনু সৰণকাৰী। আনহাতে যিসকলে আল্লাহৰ একত্ব আৰু তেওঁৰ আনুগত্যৰ ক্ষেত্ৰত মোৰ আদেশৰ বিপৰীতে মোক অৱজ্ঞা কৰিব, হে মোৰ প্ৰতিপালক! নিশ্চয় তু মি ক্ষমাশীল, তু মি যাক ইচ্ছা কৰা ক্ষমা কৰি দিয়া,আৰুসিহঁ তৰপ্ৰ তি কৃ পাশীল।
رَّبَّنَآ إِنِّىٓ أَسْكَنتُ مِن ذُرِّيَّتِى بِوَادٍ غَيْرِ ذِى زَرْعٍ عِندَ بَيْتِكَ ٱلْمُحَرَّمِ رَبَّنَا لِيُقِيمُوا۟ ٱلصَّلَوٰةَ فَٱجْعَلْ أَفْـِٔدَةًۭ مِّنَ ٱلنَّاسِ تَهْوِىٓ إِلَيْهِمْ وَٱرْزُقْهُم مِّنَ ٱلثَّمَرَٰتِ لَعَلَّهُمْ يَشْكُرُونَ ﴿٣٧﴾
হে আমাৰ প্ৰতিপালক! মই মোৰ বংশৰ কিছুমানক অৰ্থাৎ ইছমাঈল আৰু তেওঁৰ বংশধৰক তোমাৰ সন্মানিত ঘৰৰ ওচৰত এনেকু ৱা ঠাইত বসবাস কৰিবলৈ এৰিথৈ আহিলোঁ, য’ত খেতি-বাতি নহয় আৰুপানীও নাই। হে আমাৰপ্ৰ তিপালক! আমি তেওঁ লোকক সেই সন্মানিত ঘৰৰওচৰত এই কৰাণে বসতি কৰিবলৈ থৈ আহিছোঁ যাতে তেওঁ লোকে ছালাত প্ৰতিষ্ঠা কৰে। এতেকে হে মোৰ প্ৰতিপালক! মানু হৰ অন্ত ৰক এওঁ লোকৰ পিনে আৰু এই নগৰৰ পিনে আকৰ্ষিত কৰিদিয়া, লগতে তেওঁ লোকক খোৱাৰবাবেবিভিন্ন ফলমূ ল প্ৰদান কৰা যাতে তেওঁ লোকে তোমাৰউপকাৰৰকৃ তজ্ঞতা জ্ঞাপন কৰে।
رَبَّنَآ إِنَّكَ تَعْلَمُ مَا نُخْفِى وَمَا نُعْلِنُ ۗ وَمَا يَخْفَىٰ عَلَى ٱللَّهِ مِن شَىْءٍۢ فِى ٱلْأَرْضِ وَلَا فِى ٱلسَّمَآءِ ﴿٣٨﴾
ى হে আমাৰ প্ৰতিপালক! তুমি প্ৰত্যেক সেই বিষয়ে অৱগত, যিবোৰ আমি গোপন কৰোঁ আৰু যিবোৰ প্ৰকাশ কৰোঁ। পৃথিৱী আৰু আকাশৰ কোনো বস্তু ৱেই আল্লাহৰ পৰা গোপন নহয় , বৰং তেওঁ সকলো জানে। এতেকে আমি তেওঁ ৰ কিমান মু খাপেক্ষী, আমাৰ অভাৱ অনাটন আৰু চাহিদা তেওঁ ৰ পৰা গোপন নহয় ।
ٱلْحَمْدُ لِلَّهِ ٱلَّذِى وَهَبَ لِى عَلَى ٱلْكِبَرِ إِسْمَـٰعِيلَ وَإِسْحَـٰقَ ۚ إِنَّ رَبِّى لَسَمِيعُ ٱلدُّعَآءِ ﴿٣٩﴾
সকলো প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোৰ নেক সন্তান প্ৰাপ্তি ৰ বাবে কৰা প্ৰাৰ্থনা কবূল কৰিছে। বৃদ্ধ বয় সতো তেওঁ মোক হাজিৰাৰ পৰা ইছমাঈল আৰু ছাৰাৰ পৰা ইছহাকৰ দৰে পুত্ৰ প্ৰদান কৰিছে। নিশ্চয় মোৰ পৱিত্ৰ প্ৰতিপালকে প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শ্ৰৱণ কৰে।
رَبِّ ٱجْعَلْنِى مُقِيمَ ٱلصَّلَوٰةِ وَمِن ذُرِّيَّتِى ۚ رَبَّنَا وَتَقَبَّلْ دُعَآءِ ﴿٤٠﴾
হে মোৰপ্ৰ তিপালক! মোক পৰিপূৰ্ণৰূপে ছালাত আদায় কৰাৰতাওফীক প্ৰদান কৰা, সেইদৰেমোৰসন্তানসকলকো ছালাত আদায় কাৰী বনাই দিয়া। হে আমাৰ প্ৰতিপালক! মোৰ প্ৰাৰ্থনা স্বীকাৰ কৰা, আৰু ইয়াক তোমাৰ ওচৰত গ্ৰহণযোগ্য বনাই দিয়া।
رَبَّنَا ٱغْفِرْ لِى وَلِوَٰلِدَىَّ وَلِلْمُؤْمِنِينَ يَوْمَ يَقُومُ ٱلْحِسَابُ ﴿٤١﴾
হে মোৰ প্ৰতিপালক! মোৰ গুনাহবোৰ ক্ষমা কৰি দিয়া, লগতে মোৰ পিতৃ-মাতৃৰ গুনাহ সমূহকো ক্ষমা কৰি দিয়া। (এই প্ৰাৰ্থনা তেওঁ সেই সময় ত কৰিছিল যেতিয়া তেওঁ অৱগত নাছিল যে, তেওঁ ৰ পিতৃ হৈছে আল্লাহৰ শত্ৰু। যেতিয়া তেওঁ এই বিষয় টো অৱগত হৈছিল তেতিয়া তেওঁ তাৰ পৰা পৃথক হৈছিল।) লগতে মুমিনসকলৰো গুনাহ ক্ষমা কৰি দিবা সেই সময় ত যি সময় ত তেওঁলোকক নিজ প্ৰতিপালকৰ সন্মুখত হিচাপ কিতাবৰ বাবে থিয় কৰোৱা হ'ব।
وَلَا تَحْسَبَنَّ ٱللَّهَ غَـٰفِلًا عَمَّا يَعْمَلُ ٱلظَّـٰلِمُونَ ۚ إِنَّمَا يُؤَخِّرُهُمْ لِيَوْمٍۢ تَشْخَصُ فِيهِ ٱلْأَبْصَـٰرُ ﴿٤٢﴾
হে ৰাছুল! আপুনি এইটো কেতিয়াও ধাৰণা নকৰিব যে, যিহেতু আল্লাহে অত্যাচাৰীসকলক শাস্তি দিয়াত পলম কৰি আছে, সেয়ে হয় তো তেওঁ অত্যাচাৰীসকলৰ অস্বীকাৰ কৰা কাৰ্য আৰু আল্লাহৰ পথৰ পৰা বিৰত ৰখা আদি কৰ্মৰ সম্পৰ্কে অৱগত নহয় , বৰং তেওঁ অৱগত। তেওঁ ৰ পৰা কোনো بلغ আল-কোৰআন · তাফছীৰ বিষয়ে গোপন নহয় । দৰাচলতে আল্লাহে সিহঁ তৰশাস্তি ক ক্বি য়ামত পৰ্যতন্পলম কৰিৰাখিছে। সেই দিনটো ইমান ভয়াৱহ হ'বযে, মানুহে সেয়া দেখি সিহঁ তৰচকু কপালতউঠি ব।
مُهْطِعِينَ مُقْنِعِى رُءُوسِهِمْ لَا يَرْتَدُّ إِلَيْهِمْ طَرْفُهُمْ ۖ وَأَفْـِٔدَتُهُمْ هَوَآءٌۭ ﴿٤٣﴾
যেতিয়া মানু হে কবৰৰ পৰা উঠি খৰখেদাকৈ আহ্বানকাৰীৰ পিনে দৌৰিব, ওপৰমু ৱা হৈ আকাশৰ পিনে ভয় তে চাই থাকিব। সিহঁ তৰ চকু তলমু ৱা হোৱাৰ নামেই নল’ব। বৰং সেইদিৱসৰ দৃশ্য দেখি সিহঁ তে থৰ লাগি চাই থাকিব, আৰু সেইদিৱসৰ ভয়াৱহ দৃশ্য দেখি সিহঁ তৰ তত নাইকিয়া হ'ব।
وَأَنذِرِ ٱلنَّاسَ يَوْمَ يَأْتِيهِمُ ٱلْعَذَابُ فَيَقُولُ ٱلَّذِينَ ظَلَمُوا۟ رَبَّنَآ أَخِّرْنَآ إِلَىٰٓ أَجَلٍۢ قَرِيبٍۢ نُّجِبْ دَعْوَتَكَ وَنَتَّبِعِ ٱلرُّسُلَ ۗ أَوَلَمْ تَكُونُوٓا۟ أَقْسَمْتُم مِّن قَبْلُ مَا لَكُم مِّن زَوَالٍۢ ﴿٤٤﴾
হে ৰাছু ল! আপুনি আপোনাৰ উম্মতক ক্বি য়ামত দিৱসৰ শাস্তি ৰ পৰা সাৱধান কৰক। আল্লাহৰ লগত কু ফৰী আৰু শ্বিৰ্ক কৰি যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে সিহঁ তে সেইদিনা ক’বঃহে আমাৰপ্ৰ তিপালক! আমাক অলপ অৱকাশ দিয়া, আৰু কিছু সময় ৰবাবেআমাৰপৰা শাস্তি আঁতৰাই ৰাখা, আৰু আমাক সেই সময় ছোৱাত পৃথিৱীলৈ প্ৰত্যাৱৰ্ত ন কৰা, আমি তোমাৰ প্ৰতি ঈমান আনিম আৰু তোমাৰ ৰাছু লসকলক অনুসৰণ কৰিম, যিসকলক তু মি আমালৈ প্ৰে ৰণ কৰিছিলা। তেতিয়া সিহঁ তক ভৰ্ৎ সনা কৰি কোৱা হ'বঃ তোমালোকে পাৰ্থিৱ জীৱনত, মৃ ত্যুৰ পৰৱৰ্তী জীৱনক অস্বীকাৰ কৰি শপত খোৱা নাছিলানে যে, তোমালোকে কেতিয়াও পৃথিৱীৰ পৰা আখিৰাতলৈ প্ৰত্যাৱৰ্ত ন নকৰিবা?
وَسَكَنتُمْ فِى مَسَـٰكِنِ ٱلَّذِينَ ظَلَمُوٓا۟ أَنفُسَهُمْ وَتَبَيَّنَ لَكُمْ كَيْفَ فَعَلْنَا بِهِمْ وَضَرَبْنَا لَكُمُ ٱلْأَمْثَالَ ﴿٤٥﴾
তোমালোকে পূৰ্বৱৰ্তী সম্প্ৰ দায় সমূহে বসবাস কৰা ঠাইসমূহতো প্ৰৱেশ কৰিছিলা, যিসকলে আল্লাহক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছিল, উদাহৰণ স্বৰূপে হূ দ আৰুছলেহ সম্প্ৰ দায় । এই কথা তোমালোকৰওচৰত স্পষ্ট হৈছে যে, আমি কিদৰেসিহঁ তক শাস্তি বিহিছিলোঁ। আমি ঐশীগ্ৰ ন্থত তোমালোকৰ বাবে উদাহৰণ দাঙি ধৰিছিলোঁ, যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা। কিন্তু তোমালোকে এনেকু ৱা কৰা নাছিলা।
وَقَدْ مَكَرُوا۟ مَكْرَهُمْ وَعِندَ ٱللَّهِ مَكْرُهُمْ وَإِن كَانَ مَكْرُهُمْ لِتَزُولَ مِنْهُ ٱلْجِبَالُ ﴿٤٦﴾
অত্যাচাৰী সম্প্ৰ দায় ৰ বাসস্থানত প্ৰৱেশ কৰা এই লোকসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰাৰ আৰু তেওঁৰ আহ্বানক নিঃশেষ কৰাৰ ষড় যন্ত্ৰ ৰচিছিল। অথচ আল্লাহ সিহঁ তৰষড় যন্ত্ৰ সম্পৰ্কে সম্যকঅৱগত। তেওঁৰপৰাকোনোবিষয়ে ই গোপন নহয় । দৰাচলতে সিহঁ তৰষড় যন্ত্ৰ আছিল অতি দুৰ্বল, এনেকু ৱা ষড় যন্ত্ৰ ই পৰ্বত আদিক স্থানান্ত ৰকৰিবনোৱাৰে। পক্ষান্ত ৰেআল্লাহৰকৌশল হৈছে সুকীয়া।
فَلَا تَحْسَبَنَّ ٱللَّهَ مُخْلِفَ وَعْدِهِۦ رُسُلَهُۥٓ ۗ إِنَّ ٱللَّهَ عَزِيزٌۭ ذُو ٱنتِقَامٍۢ ﴿٤٧﴾
হে ৰাছু ল! আপুনি এইটো কেতিয়াও ধাৰণা নকৰিবযে, আল্লাহে ৰাছু লসকলক সহায় কৰিবলৈ আৰু দ্বীনক বিজয় প্ৰদান কৰিবলৈ যি প্ৰতিশ্ৰুতি দিছে, সেয়া ভঙ্গ কৰিব। নিশ্চয় আল্লাহ মহাপৰাক্ৰ মশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ নিজৰ প্ৰি য় জনক নিশ্চয় শক্তিশালী কৰিব। নিশ্চয় তেওঁ নিজৰ শত্ৰুৰ পৰা আৰু তেওঁ ৰ ৰাছু লসকলৰ শত্ৰুৰ পৰা কঠি ন প্ৰতিশোধ ল’ব।
يَوْمَ تُبَدَّلُ ٱلْأَرْضُ غَيْرَ ٱلْأَرْضِ وَٱلسَّمَـٰوَٰتُ ۖ وَبَرَزُوا۟ لِلَّهِ ٱلْوَٰحِدِ ٱلْقَهَّارِ ﴿٤٨﴾
কাফিৰসকলৰ পৰা এই প্ৰতিশোধ ক্বি য়ামতৰ দিনা লোৱা হ'ব। সেই দিনা এই পৃথিৱীক চাফ-চিকু ন পৃথিৱীলৈ ৰূপান্ত ৰিত কৰা হ'ব। আকাশসমূহকো বেলেগ আকাশত পৰিণত কৰা হ’ব। কবৰৰ পৰা মানু হে নিজৰ নিজৰ আমললৈ সশৰীৰে উঠি আহিব আল্লাহৰ সন্মুখত থিয় হ'বলৈ, তেওঁ মহত্ব আৰু ৰাজত্ব ৰক্ষেত্ৰত একক তথা অদ্বি তীয় । তেওঁ মহাপৰাক্ৰ মশালী, তেওঁ ক কোনেও পৰাজিত কৰিবনোৱাৰে। بلغ আল-কোৰআন · তাফছীৰ
وَتَرَى ٱلْمُجْرِمِينَ يَوْمَئِذٍۢ مُّقَرَّنِينَ فِى ٱلْأَصْفَادِ ﴿٤٩﴾
سَرَابِيلُهُم مِّن قَطِرَانٍۢ وَتَغْشَىٰ وُجُوهَهُمُ ٱلنَّارُ ﴿٥٠﴾
হে ৰাছুল! যিদিনা এই পৃথিৱীক বেলেগ পৃথিৱীলৈ ৰূপান্ত ৰিত কৰা হ'ব, আৰু আকাশসমূহকো পৰিবৰ্তন কৰা হ'ব, সেইদিনা আপুনি কাফিৰ আৰু মু শ্বৰিকসকলক দেখিব যে, সিহঁ তক একেলগে শিকলিৰে বান্ধি থোৱা হৈছে। সিহঁ তৰ হাত-ভৰি ডিঙিৰ সৈতে বান্ধি থোৱা হ'ব। সিহঁ তৰ কাপোৰ হ'ব (অতি উষ্ণতাশীল ধাতু ৰে নিৰ্মিত) আলকাতৰাৰ দৰে পদাৰ্থৰে। লগতে সিহঁ তৰ কু ৎসিত মু খমণ্ডল জুইত পুৰিব।
لِيَجْزِىَ ٱللَّهُ كُلَّ نَفْسٍۢ مَّا كَسَبَتْ ۚ إِنَّ ٱللَّهَ سَرِيعُ ٱلْحِسَابِ ﴿٥١﴾
যাতে আল্লাহে প্ৰত্যেককে সিহঁ তৰভাল বেয়াকৰ্মৰপ্ৰ তিদান দিবপাৰে। নিশ্চয় আল্লাহে শীঘ্ৰে ই আমলৰহিচাপ গ্ৰহণ কৰিব।
هَـٰذَا بَلَـٰغٌۭ لِّلنَّاسِ وَلِيُنذَرُوا۟ بِهِۦ وَلِيَعْلَمُوٓا۟ أَنَّمَا هُوَ إِلَـٰهٌۭ وَٰحِدٌۭ وَلِيَذَّكَّرَ أُو۟لُوا۟ ٱلْأَلْبَـٰبِ ﴿٥٢﴾
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰপ্ৰ তি অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে এক প্ৰকাৰঘোষণা। যাতে সিহঁ তে ইয়াৰকঠোৰনিৰ্দে শনাক ভয় কৰে, আৰুএই কথাও যাতে সিহঁ তে গম পায় যে,উপাসনাৰযোগ্যহৈছে একমাত্ৰ মহান আল্লাহ। ফলত সিহঁ তে যাতে আল্লাহৰইবাদত কৰেআৰুতেওঁ ৰলগত আন কাকো অংশীদাৰ স্থাপন নকৰে। বিবেকৱান সকলে যাতে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে। কাৰণ সিহঁ তেই উপদেশৰ পৰা আৰু শিক্ষাপ্ৰ দ বিষয় ৰ পৰা শিক্ষা লয় । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন