মুখ্য পৃষ্ঠাতাফছীৰAl-Fath (48)

তাফছীৰ Al-Fath (48) — الفتح

মাদানী · 29 আয়াত

পঢ়ক · শুনকPDF ফাইল

إِنَّا فَتَحْنَا لَكَ فَتْحًۭا مُّبِينًۭا ﴿١﴾

হে ৰাছু ল! নিশ্চয় আমি আপোনাক হুদাইবিয়াৰসন্ধিৰূপে এটাস্পষ্ট বিজয় প্ৰদান কৰিছোঁ।

لِّيَغْفِرَ لَكَ ٱللَّهُ مَا تَقَدَّمَ مِن ذَنۢبِكَ وَمَا تَأَخَّرَ وَيُتِمَّ نِعْمَتَهُۥ عَلَيْكَ وَيَهْدِيَكَ صِرَٰطًۭا مُّسْتَقِيمًۭا ﴿٢﴾

যাতে আল্লাহে আপোনাক এই বিজয় ৰ পূৰ্বৰ আৰু পিছৰ গুনাহসমূ হ ক্ষমা কৰি দিয়ে । আপোনাৰ ধৰ্মৰ সহায় কৰি যাতে তেওঁ আপোনাৰ ওপৰত তেওঁ ৰ নিয়ামত পৰিপূৰ্ণ কৰি দিব পাৰে। লগতে তেওঁ যাতে আপোনাক এনেকু ৱা পোন পথ দেখুৱাব পাৰে, যি পথত কোনো ধৰণৰ বক্ৰ তা নাই। সেইটোৱে হৈছে ইছলামৰসঠি ক পথ।

وَيَنصُرَكَ ٱللَّهُ نَصْرًا عَزِيزًا ﴿٣﴾

শত্ৰুৰ বিৰুদ্ধে আল্লাহে আপোনাক পৰিপূৰ্ণৰূপে সহায় কৰিব, কোনেও তেওঁ ক প্ৰতিৰোধ কৰিব নোৱাৰিব।

هُوَ ٱلَّذِىٓ أَنزَلَ ٱلسَّكِينَةَ فِى قُلُوبِ ٱلْمُؤْمِنِينَ لِيَزْدَادُوٓا۟ إِيمَـٰنًۭا مَّعَ إِيمَـٰنِهِمْ ۗ وَلِلَّهِ جُنُودُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمًۭا ﴿٤﴾

আল্লাহেই মুমিনসকলক দৃঢ় তা প্ৰদান কৰিছে, তথা তেওঁলোকৰ অন্ত ৰত শান্তি অৱতীৰ্ণ কৰিছে, যাতে তেওঁলোকৰ ঈমানৰ ওপৰত ঈমান বৃদ্ধি কৰিব পাৰে। আকাশমণ্ডল আৰু পৃথিৱীৰ সেনাবাহিনী একমাত্ৰ আল্লাহৰেই অধীনস্থ , তেওঁ সেইবোৰৰ দ্বাৰা তেওঁৰ যিজন বান্দাক ইচ্ছা কৰে তাকেই সহায় কৰে। নিশ্চয় আল্লাহেই তেওঁ ৰবান্দাসকলৰহিত সম্পৰ্কে সৰ্বজ্ঞ। লগতে সহায় -সমৰ্থনৰক্ষেত্ৰত মহাপ্ৰ জ্ঞাৱান।

لِّيُدْخِلَ ٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَـٰتِ جَنَّـٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا وَيُكَفِّرَ عَنْهُمْ سَيِّـَٔاتِهِمْ ۚ وَكَانَ ذَٰلِكَ عِندَ ٱللَّهِ فَوْزًا عَظِيمًۭا ﴿٥﴾

যাতে তেওঁ আল্লাহ আৰু তেওঁৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ কৰা মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক এনেকু ৱা জান্নাতত প্ৰৱেশ কৰাব পাৰে, যাৰ অট্টালিকা আৰু গছ-গছনিবোৰৰ তলদেশত নদী প্ৰবাহিত থাকিব। লগতে তেওঁলোকৰ গুনাহসমূহ মাৰ্জ না কৰিব পাৰে, তেওঁ সেইবোৰক কেন্দ্ৰ কৰি তেওঁলোকক জবাবদিহি নকৰিব। লক্ষ্যত উপনীত হোৱা অৰ্থাৎ জান্নাত লাভ কৰা আৰু ভয় ৰ পৰা মুক্তি অৰ্থাৎ গুনাহৰ বাবে জবাবদিহিৰ পৰা মুক্তি আদিয়ে হৈছে আল্লাহৰদৃষ্টি ত মহাসফলতা। কোনোসফলতাৰেইয়াৰলগত তু লনানহয় ।

وَيُعَذِّبَ ٱلْمُنَـٰفِقِينَ وَٱلْمُنَـٰفِقَـٰتِ وَٱلْمُشْرِكِينَ وَٱلْمُشْرِكَـٰتِ ٱلظَّآنِّينَ بِٱللَّهِ ظَنَّ ٱلسَّوْءِ ۚ عَلَيْهِمْ دَآئِرَةُ ٱلسَّوْءِ ۖ وَغَضِبَ ٱللَّهُ عَلَيْهِمْ وَلَعَنَهُمْ وَأَعَدَّ لَهُمْ جَهَنَّمَ ۖ وَسَآءَتْ مَصِيرًۭا ﴿٦﴾

লগতে যাতে মু নাফিক পুৰুষ আৰু মু নাফিকা নাৰীসকলক শাস্তি বিহিব পাৰে, আৰু মু শ্বৰিক পুৰুষ আৰু মু শ্বৰিকা নাৰীসকলক শাস্তি বিহিব পাৰে, লগতে যাতে সেইসকলকো শাস্তি বিহিব পাৰে যিসকলে আল্লাহৰ বিষয়ে ধাৰণা পোষণ কৰে যে, আল্লাহে তেওঁ ৰ দ্বীনক সহায় নকৰিব আৰু তেওঁ ৰ বাণীক সুউচ্চ নকৰিব। শাস্তি ৰ চক্ৰ সিহঁ তৰ পিনেই ঘূৰি আহিব, আৰু আল্লাহে সিহঁ তৰ ওপৰত অসন্তু ষ্টহ’ব, কাৰণ সিহঁ তে কু ফৰী কৰিছে আৰু বেয়া ধাৰণা পোষণ কৰিছে। লগতে তেওঁ সিহঁ তক তেওঁ ৰৰহমতৰপৰা আঁতৰাই দিবআৰুআখিৰাতত সিহঁ তৰবাবেপ্ৰ স্তু ত কৰিৰাখিছে জাহান্নাম, য’ত প্ৰৱেশ কৰিসিহঁ তে চিৰকালথাকিব। জাহান্নাম হৈছে অতি নিকৃ ষ্টঠাই,য’ত সিহঁ তে প্ৰত্যাৱৰ্ত ন কৰিব। بلغ আল-কোৰআন · তাফছীৰ

وَلِلَّهِ جُنُودُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمًا ﴿٧﴾

আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সেনাবাহিনী একমাত্ৰ আল্লাহৰেই অধীনস্থ । তেওঁ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাকেই সেইবোৰৰ দ্বাৰা সমৰ্থন কৰে। আল্লাহ মহাপৰাক্ৰ মশালী, তেওঁ ক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ সৃষ্টি কৰাৰক্ষেত্ৰত, নিয় ন্ত্ৰ ণৰক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰ জ্ঞাৱান।

إِنَّآ أَرْسَلْنَـٰكَ شَـٰهِدًۭا وَمُبَشِّرًۭا وَنَذِيرًۭا ﴿٨﴾

হে ৰাছুল! আমি আপোনাক সাক্ষী হিচাপে প্ৰে ৰণ কৰিছোঁ। যাতে আপুনি আপোনাৰ উম্মতৰ বিষয়ে সাক্ষী দিব পাৰে। লগতে আমি আপোনাক মুমিনসকলৰ বাবে সুসংবাদদাতা হিচাপে প্ৰে ৰণ কৰিছোঁ, যাতে আপুনি তেওঁলোকক পৃথিৱীৰ সহায় -সহযোগিতা আৰু আখিৰাতৰ নিয়ামতৰ বিষয়ে সুসংবাদ দিব পাৰে, আৰু যাতে কাফিৰসকলক ভয় দেখুৱাব পাৰে, পৃথিৱীত সিহঁ তে মু মিনসকলৰ হাতত পৰাজিত হৈ অপমানিত হ’ব আৰু আখিৰাতত সিহঁ তৰবাবেপ্ৰ স্তু ত কৰিৰখাহৈছে কষ্ট দায় ক শাস্তি ,যি শাস্তি সিহঁ তৰঅপেক্ষাকৰিআছে।

لِّتُؤْمِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَتُعَزِّرُوهُ وَتُوَقِّرُوهُ وَتُسَبِّحُوهُ بُكْرَةًۭ وَأَصِيلًا ﴿٩﴾

এই আশাত যে, যাতে তোমালোকে আল্লাহৰপ্ৰ তি ঈমান পোষণ কৰিবপাৰা আৰুতেওঁৰৰাছু লৰপ্ৰ তি ঈমান পোষণ কৰিবপাৰা। লগতে যাতে তেওঁৰ ৰাছু লক সন্মান কৰা আৰু সমাদৰ কৰা, তথা পুৱা-গধুলি আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰা।

إِنَّ ٱلَّذِينَ يُبَايِعُونَكَ إِنَّمَا يُبَايِعُونَ ٱللَّهَ يَدُ ٱللَّهِ فَوْقَ أَيْدِيهِمْ ۚ فَمَن نَّكَثَ فَإِنَّمَا يَنكُثُ عَلَىٰ نَفْسِهِۦ ۖ وَمَنْ أَوْفَىٰ بِمَا عَـٰهَدَ عَلَيْهُ ٱللَّهَ فَسَيُؤْتِيهِ أَجْرًا عَظِيمًۭا ﴿١٠﴾

হে ৰাছু ল! নিশ্চয় যিসকলে মক্কাৰ মুশ্বৰিকসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আপোনাৰ ওচৰত বাইআতে ৰিজৱান নামেৰে প্ৰসিদ্ধ বাইআত গ্ৰহণ কৰিছে, তেওঁলোকে প্ৰকৃ ততে আল্লাহৰ লগত বাইআত কৰিছে। কাৰণ তেৱেঁই মুশ্বৰিকসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ নিৰ্দে শ দিছে। তথা তেৱেঁই তেওঁলোকক প্ৰতিদান দিব। (বাইআতৰ সময় ত) আল্লাহৰ হাত আছিল তেওঁলোকৰ হাতৰ ওপৰত। তেওঁলোকৰ বিষয়ে তেওঁ সৰ্বজ্ঞ। তেওঁলোকৰ কোনো বিষয়ে ই তেওঁৰ পৰা গোপন নহয় । এতেকে যিয়ে বাইআত (প্ৰতিশ্ৰুতি) ভঙ্গ কৰিব আৰু আল্লাহৰ দ্বীনৰ পক্ষত থিয় দিয়াৰ বচন পূৰণ নকৰিব, সেই ব্যক্তিৰ বাইআত তথা প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ ক্ষতি সি নিজেই ভোগ কৰিব। ইয়াৰ ফলত আল্লাহৰ কোনো ক্ষতি নহ’ব। আনহাতে যিয়ে আল্লাহৰ দ্বীনৰ পক্ষত থিয় দিয়াৰপ্ৰ তিশ্ৰুতি পূৰণ কৰিব,আল্লাহে তেওঁ ক মহাপ্ৰ তিদান দান কৰিবঅৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাব।

سَيَقُولُ لَكَ ٱلْمُخَلَّفُونَ مِنَ ٱلْأَعْرَابِ شَغَلَتْنَآ أَمْوَٰلُنَا وَأَهْلُونَا فَٱسْتَغْفِرْ لَنَا ۚ يَقُولُونَ بِأَلْسِنَتِهِم مَّا لَيْسَ فِى قُلُوبِهِمْ ۚ قُلْ فَمَن يَمْلِكُ لَكُم مِّنَ ٱللَّهِ شَيْـًٔا إِنْ أَرَادَ بِكُمْ ضَرًّا أَوْ أَرَادَ بِكُمْ نَفْعًۢا ۚ بَلْ كَانَ ٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرًۢا ﴿١١﴾

ه হে ৰাছু ল! যিসকল বেদুইনক আল্লাহে মক্কাৰ ছফৰত আপোনাৰ সঙ্গী হোৱাৰ পৰা বিৰত ৰাখিছিল, সিহঁ তক যেতিয়া আপুনি ভৰ্ৎ সনা কৰিব, তেতিয়া সিহঁতে আপোনাক ক’বঃ “আমি আমাৰ ঘৰচীয়া জীৱ-জন্তু আৰু ধন-সম্পত্তি, লগতে সন্তান-সন্ত তিৰ চোৱাচিতাৰ মাজত ব্যস্ত আছিলোঁ, যাৰ ফলত আপোনাৰ সৈতে যাব নোৱাৰিলোঁ। গতিকে আপুনি আমাৰ বাবে আল্লাহৰ ওচৰত আমাৰ গুনাহৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰি দিয় ক”। সিহঁ তে মু খেৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰ আবেদন জনাইছিল যদিও, এইটো সিহঁতৰ অন্ত ৰাত্মাৰ আবেদন নাছিল। কাৰণ সিহঁতে নিজে কেতিয়াও গুনাহৰ পৰা তাওবা নকৰে। হে নবী! আপুনি সিহঁ তক কৈ দিয় ক, যদি আল্লাহে তোমালোকৰ মঙ্গল বিচাৰে অথবা তোমালোকক অনিষ্ট কৰিব বিচাৰে তেন্তে কোনেও তেওঁ ক প্ৰতিৰোধ কৰিব নোৱাৰে। বৰং তোমালোকে যি কৰি আছা সেই বিষয়ে তেওঁ সুক্ষ্মভাৱে অৱহিত, যিমানেই সৰু নহওক কিয় , তোমালোকৰ কোনো কৰ্মই তেওঁ ৰ পৰা গোপন নহয় । بلغ আল-কোৰআন · তাফছীৰ

بَلْ ظَنَنتُمْ أَن لَّن يَنقَلِبَ ٱلرَّسُولُ وَٱلْمُؤْمِنُونَ إِلَىٰٓ أَهْلِيهِمْ أَبَدًۭا وَزُيِّنَ ذَٰلِكَ فِى قُلُوبِكُمْ وَظَنَنتُمْ ظَنَّ ٱلسَّوْءِ وَكُنتُمْ قَوْمًۢا بُورًۭا ﴿١٢﴾

قوما بورا ধন-সম্পদ আৰু সন্তান-সন্ত তিৰ মাজত ব্যস্ত থকাৰ যি অজুহাত তোমালোকে দাঙি ধৰিছা, সেইটো দৰাচলতে ৰাছুলৰ সৈতে নোযোৱাৰ কাৰণ হ’ব নোৱাৰে। প্ৰকৃ ততে তোমালোকে ভাবিছিলা ৰাছু ল আৰু তেওঁৰ চাহাবাসকল আটায়ে ধ্বংস হ’ব; আৰু তেওঁলোকে কেতিয়াও মদীনালৈ ঘূৰি আহিব নোৱাৰিব। চয় তানে তোমালোকৰ অন্ত ৰত এই ধাৰণাটোক সৌন্দ ৰ্যপূৰ্ণ বনাই দিছিল। লগতে তোমালোকে নিজ প্ৰতিপালকৰ বিষয়ে ও বেয়া ধাৰণা পোষণ কৰিছিলা যে, তেওঁ কেতিয়াও নিজ ৰাছুলক সহায় নকৰিব। দৰাচলতে তোমালোকেই হৈছা ধ্বংস হ’বলগীয়া সম্প্ৰ দায়, সেইকাৰণেই তোমালোকে আল্লাহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰিছা, আৰু ৰাছু লৰ সৈতে যোৱাৰ পৰা বিৰত আছিলা।

وَمَن لَّمْ يُؤْمِنۢ بِٱللَّهِ وَرَسُولِهِۦ فَإِنَّآ أَعْتَدْنَا لِلْكَـٰفِرِينَ سَعِيرًۭا ﴿١٣﴾

যিয়ে আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ প্ৰতি ঈমান পোষণ নকৰে, সিয়ে ই হৈছে কাফিৰ। আল্লাহক অস্বীকাৰ কৰা কাফিৰসকলৰ বাবে কিয়ামতৰ দিনা আমি প্ৰস্তু ত কৰিৰাখিছোঁপ্ৰ জ্জ্বলিত জুই,য’ত সিহঁ তক শাস্তি বিহাহ’ব।

وَلِلَّهِ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ يَغْفِرُ لِمَن يَشَآءُ وَيُعَذِّبُ مَن يَشَآءُ ۚ وَكَانَ ٱللَّهُ غَفُورًۭا رَّحِيمًۭا ﴿١٤﴾

আকাশমণ্ডল আৰু পৃথিৱীৰ কৰ্তৃ ত্বআছে একমাত্ৰ আল্লাহৰ হাতত। তেওঁ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ গুনাহসমূ হ ক্ষমা কৰি দিয়ে আৰু তাক নিজ অনুগ্ৰ হত জান্নাতত প্ৰৱেশ কৰায় । আনহাতে যাক ইচ্ছা কৰে ন্যায় সহকাৰে শাস্তি দিয়ে । নিশ্চয় গুনাহৰ পৰা তাওবাকাৰী বান্দাসকলৰ প্ৰতি মহান আল্লাহ অত্যন্ত ক্ষমাশীল,তথাতেওঁ লোকৰপ্ৰ তি কৃ পাশীল।

سَيَقُولُ ٱلْمُخَلَّفُونَ إِذَا ٱنطَلَقْتُمْ إِلَىٰ مَغَانِمَ لِتَأْخُذُوهَا ذَرُونَا نَتَّبِعْكُمْ ۖ يُرِيدُونَ أَن يُبَدِّلُوا۟ كَلَـٰمَ ٱللَّهِ ۚ قُل لَّن تَتَّبِعُونَا كَذَٰلِكُمْ قَالَ ٱللَّهُ مِن قَبْلُ ۖ فَسَيَقُولُونَ بَلْ تَحْسُدُونَنَا ۚ بَلْ كَانُوا۟ لَا يَفْقَهُونَ إِلَّا قَلِيلًۭا ﴿١٥﴾

হে মুমিনসকল! যেতিয়া তোমালোকে খয় বৰৰ যুদ্ধলব্ধ সম্পদ অৰ্জ ন কৰিবলৈ ওলাই পৰিবা, যিটোৰ প্ৰতিশ্ৰুতি হুদাইবিয়াৰ সন্ধিৰ পিছত আল্লাহে তোমালোকক প্ৰদান কৰিছিল। তেতিয়া সেইসকল লোকে ক’ব, যিসকলক আল্লাহে মক্কাৰ ছফৰৰ পৰা বিৰত ৰাখিছিলঃ “আপোনালোকৰ লগত যাবলৈ আমাকো অনুমতি দিয় ক, যাতে আমিও যুদ্ধলব্ধ সম্পদ লাভ কৰিব পাৰোঁ”। পিছত ৰৈ যোৱা এই লোকসকলে এনেকু ৱা আবেদন কৰি দৰাচলতে আল্লাহৰ সেই প্ৰতিশ্ৰুতিক পৰিবৰ্ত ন কৰিব বিচাৰে, যিটো আল্লাহে হুদাইবিয়াৰ সন্ধিৰ পিছত মুমিনসকলক প্ৰদান কৰিছিল যে, কেৱল তেওঁলোকেই খয় বৰৰ যুদ্ধলব্ধ সম্পদ অৰ্জ ন কৰিব। হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক, এই যুদ্ধলব্ধ সম্পদ অৰ্জ ন কৰিবলৈ তোমালোকে আমাৰ লগত যাব নোৱাৰা, কাৰণ এই সম্পদ বিশেষকৈ সেইসকল লোকৰ প্ৰাপ্য যিসকলে হুদাইবিয়াত অংশগ্ৰ হণ কৰিছিল। তেতিয়া সিহঁতে নিশ্চয় ক’বঃ “খয় বৰৰ অভিযানত আমাক লগত লৈ নোযোৱাটো আল্লাহৰ আদেশ নহয় , বৰং এইটো হৈছে আপোনালোকৰ ঈৰ্ষা”। কিন্তু বিষয় টো তেনেকু ৱা নহয় যিদৰে এই ৰৈযোৱালোকসকলে ধাৰণাকৰিছে। বৰংসিহঁ তে আল্লাহৰআদেশ নিষেধবুজিবলৈয়ে সক্ষম নহয় । সেইকাৰণেই সিহঁ তে গুনাহত পতিত হৈ আছে।

قُل لِّلْمُخَلَّفِينَ مِنَ ٱلْأَعْرَابِ سَتُدْعَوْنَ إِلَىٰ قَوْمٍ أُو۟لِى بَأْسٍۢ شَدِيدٍۢ تُقَـٰتِلُونَهُمْ أَوْ يُسْلِمُونَ ۖ فَإِن تُطِيعُوا۟ يُؤْتِكُمُ ٱللَّهُ أَجْرًا حَسَنًۭا ۖ وَإِن تَتَوَلَّوْا۟ كَمَا تَوَلَّيْتُم مِّن قَبْلُ يُعَذِّبْكُمْ عَذَابًا أَلِيمًۭا ﴿١٦﴾

হে ৰাছু ল! আপুনি সেই বেদুইনসকলক পৰীক্ষাস্বৰূপ কৈ দিয় ক, যিসকলে মক্কাৰ ছফৰত আপোনাৰ সৈতে যোৱাৰ পৰিবৰ্তে ঘৰতে ৰৈ গৈছিলঃ “শীঘ্ৰে ই তোমালোকক এনেকু ৱা এটা সম্প্ৰ দায় ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহ্বান কৰা হ’ব, যাৰ অধিবাসীসকল হৈছে যুদ্ধবীৰ। সিহঁ তৰ বিৰুদ্ধে তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবা অথবা সিহঁ তে যুদ্ধ নকৰাকৈয়ে ইছলাম গ্ৰহণ কৰিব। এতেকে যদি তোমালোকে আল্লাহৰআদেশ পালন কৰিসিহঁ তৰসৈতে যুদ্ধ কৰা, তেন্তে তোমালোকক উত্তম প্ৰতিদান দান কৰা হ’ব, অৰ্থাৎ জান্নাত। আনহাতে যদি তোমালোকে তেওঁ ৰআদেশ অমান্য কৰা (যিদৰেতোমালোকে মক্কাৰ ছফৰত তেওঁ ৰলগত যোৱাৰপৰাবিৰত আছিলা) তেন্তে তোমালোকক কষ্ট দায় ক শাস্তি বিহাহ’ব”। بلغ আল-কোৰআন · তাফছীৰ

لَّيْسَ عَلَى ٱلْأَعْمَىٰ حَرَجٌۭ وَلَا عَلَى ٱلْأَعْرَجِ حَرَجٌۭ وَلَا عَلَى ٱلْمَرِيضِ حَرَجٌۭ ۗ وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ يُدْخِلْهُ جَنَّـٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۖ وَمَن يَتَوَلَّ يُعَذِّبْهُ عَذَابًا أَلِيمًۭا ﴿١٧﴾

অন্ধ হোৱাৰ বাবে, লেঙেৰা হোৱাৰ বাবে অথবা অসুস্থ তাৰ বাবে যদি কোনোবাই আল্লাহৰ পথত যুদ্ধৰ পৰা বিৰত থাকে তেন্তে তেনেকু ৱা ব্যক্তিৰ বাবে কোনো গুনাহ নহ’ব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ আনুগত্য কৰিব, আল্লাহে তেওঁক এনেকু ৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকা আৰু গছ- গছনিবোৰৰ তলদেশত প্ৰবাহিত থাকিব নদীসমূহ। আনহাতে যিয়ে তেওঁলোকৰ আদেশ পালনৰ পৰা বিৰত থাকিব, তাক আল্লাহে কষ্ট দায় ক শাস্তি প্ৰদান কৰিব।

۞ لَّقَدْ رَضِىَ ٱللَّهُ عَنِ ٱلْمُؤْمِنِينَ إِذْ يُبَايِعُونَكَ تَحْتَ ٱلشَّجَرَةِ فَعَلِمَ مَا فِى قُلُوبِهِمْ فَأَنزَلَ ٱلسَّكِينَةَ عَلَيْهِمْ وَأَثَـٰبَهُمْ فَتْحًۭا قَرِيبًۭا ﴿١٨﴾

فتحا قريبا নিশ্চয় আল্লাহে মু মিনসকলৰ ওপৰত সন্তু ষ্টহৈছে, যেতিয়া তেওঁ লোকে হুদাইবিয়াৰ স্থানত এজোপা গছৰ তলত আপোনাৰ ওচৰত বাইআত কৰি আছিল, যিটো বাইআতে ৰিজৱান নামেৰে প্ৰসিদ্ধ। আল্লাহে তেওঁলোকৰ অন্ত ৰত থকা ঈমান, ইখলাচ আৰু সত্যতা সম্পৰ্কে অৱগত। আল্লাহেই তেওঁলোকৰ অন্ত ৰত শান্তি অৱতীৰ্ণ কৰিছে। লগতে তেওঁলোকক ইয়াৰ প্ৰতিদান হিচাপে আসন্ন বিজয় অৰ্থাৎ খয় বৰৰ বিজয় ৰ সুসংবাদ প্ৰদান কৰিছে। এই সুসংবাদৰ আচল কাৰণ আছিল যাতে মক্কাত প্ৰৱেশ নকৰাৰ বাবে তেওঁলোকৰ অন্ত ৰত যি বেদনাই স্থান পাইছিল, সেইটো যাতে কিছু পৰিমাণে হ্ৰাস পায় ।

وَمَغَانِمَ كَثِيرَةًۭ يَأْخُذُونَهَا ۗ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمًۭا ﴿١٩﴾

লগতে তেওঁলোকক বিপুল পৰিমাণে যুদ্ধলব্ধ সম্পদৰ দ্বাৰা পুৰস্কৃত কৰিছে, যিবোৰ তেওঁলোকে খয় বৰৰ পৰা সংগ্ৰ হ কৰিব। আল্লাহ মহাপ্ৰ ভাৱশালী, তেওঁ ক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান।

وَعَدَكُمُ ٱللَّهُ مَغَانِمَ كَثِيرَةًۭ تَأْخُذُونَهَا فَعَجَّلَ لَكُمْ هَـٰذِهِۦ وَكَفَّ أَيْدِىَ ٱلنَّاسِ عَنكُمْ وَلِتَكُونَ ءَايَةًۭ لِّلْمُؤْمِنِينَ وَيَهْدِيَكُمْ صِرَٰطًۭا مُّسْتَقِيمًۭا ﴿٢٠﴾

ويهديكم صرطا م ستقيما হে মুমিনসকল! আল্লাহে তোমালোকক বহুতো যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দিছে, যিবোৰ তোমালোকে অনাগত দিনত ইছলামী বিজয় ৰ দ্বাৰা লাভ কৰিবা। ইপিনে খয় বৰৰ যুদ্ধলব্ধ সম্পদ তোমালোকক শীঘ্ৰে ই প্ৰদান কৰিবলৈ ত্বৰান্বি ত কৰি দিছে। তোমালোকে যুদ্ধৰ বাবে ওলাই যোৱাৰ পিছত যেতিয়া ইয়াহুদীসকলে তোমালোকৰ পৰিয়ালক অনিষ্ট কৰিব বিচাৰিছিল, তেতিয়া তেৱেঁই ইয়াহুদীসকলৰ হাতক নিবাৰিত কৰি ৰাখিছিল। শীঘ্ৰে লাভ কৰা এই যুদ্ধলব্ধ সম্পদ যাতে তোমালোকৰ বাবে আল্লাহৰ সহায় -সমৰ্থনৰ প্ৰতীক হয় , লগতে যাতে আল্লাহে তোমালোকক সঠি ক পথৰ হিদায় ত দিয়ে , যি পথত কোনোবক্ৰ তানাই।

وَأُخْرَىٰ لَمْ تَقْدِرُوا۟ عَلَيْهَا قَدْ أَحَاطَ ٱللَّهُ بِهَا ۚ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرًۭا ﴿٢١﴾

আল্লাহে তোমালোকক ইয়াৰ বাহিৰেও আৰু কিছু মান যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দান কৰিছে, যিবোৰ অৰ্জ ন কৰিবলৈ তোমালোকৰ ওচৰত এতিয়া পৰ্যাপ্ত শক্তি নাই। একমাত্ৰ আল্লাহেই সেইটো প্ৰদান কৰিবলৈ সক্ষম। সেই বিষয় ৰ সঠি ক জ্ঞানো একমাত্ৰ তেওঁৰ ওচৰতেই আছে, আৰু তেৱেঁই একমাত্ৰ ইয়াৰউপায় উপলব্ধকাৰী। আল্লাহي সকলো বিষয় তে ক্ষমতাৱান। একোৱেই তেওঁ ক অপাৰগ কৰিবনোৱাৰে।

وَلَوْ قَـٰتَلَكُمُ ٱلَّذِينَ كَفَرُوا۟ لَوَلَّوُا۟ ٱلْأَدْبَـٰرَ ثُمَّ لَا يَجِدُونَ وَلِيًّۭا وَلَا نَصِيرًۭا ﴿٢٢﴾

হে মু মিনসকল! আল্লাহ আৰুতেওঁ ৰৰাছু লক অস্বীকাৰকৰা লোকসকলে যদি তোমালোকৰসৈতে যুদ্ধ কৰিলেহেঁ তেন তেন্তে নিশ্চয় সিহঁ তে পৰাজিত হৈ পলায় ন কৰিলেহেঁ তেন, তথা ইয়াৰ পিছত সিহঁ তে নিজৰ সুৰক্ষাৰ বাবে কোনো সংৰক্ষক বিচাৰি নাপালেহেঁ তেন, লগতে তোমালোকৰ সৈতে যুদ্ধ কৰাৰ বাবে কোনো সহায় কো বিচাৰি নাপালেহেঁ তেন। بلغ আল-কোৰআন · তাফছীৰ

سُنَّةَ ٱللَّهِ ٱلَّتِى قَدْ خَلَتْ مِن قَبْلُ ۖ وَلَن تَجِدَ لِسُنَّةِ ٱللَّهِ تَبْدِيلًۭا ﴿٢٣﴾

প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানতে মু মিনসকলৰ বিজয় আৰু কাফিৰসকল পৰাস্ত হোৱাটো নিশ্চিত। এই অস্বীকাৰকাৰীসকলৰ পূৰ্বে অতিবাহিত হোৱা উম্মতবোৰৰমাজতোএই ধাৰাবাহিকতাচলি আহিছে। হে ৰাছু ল! আল্লাহৰনীতি-নিয় মত আপুনি কোনোধৰণৰপৰিবৰ্ত ন নাপাব।

وَهُوَ ٱلَّذِى كَفَّ أَيْدِيَهُمْ عَنكُمْ وَأَيْدِيَكُمْ عَنْهُم بِبَطْنِ مَكَّةَ مِنۢ بَعْدِ أَنْ أَظْفَرَكُمْ عَلَيْهِمْ ۚ وَكَانَ ٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرًا ﴿٢٤﴾

بص يرا তেৱেঁই মুশ্বৰিকসকলৰ হাতৰ পৰা তোমালোকক ৰক্ষা কৰিছিল, হুদাইবিয়াৰ স্থানত যেতিয়া সিহঁ তৰ মাজৰ আশীজন লোকে তোমালোকক আক্ৰ মণ কৰাৰ উদ্দেশ্যে আগমণ কৰিছিল। লগতে তোমালোককো বিৰত ৰাখিছিল, যাতে তোমালোকে সিহঁতক হত্যা নকৰা আৰু সিহঁতৰ অনিষ্ট কৰিব নোৱাৰা। আনকি সিহঁ তক বন্দী কৰাৰ সামৰ্থ থকাৰ পিছতো সিহঁ তক এৰি দিছিলা। তোমালোকে যি যি কৰি আছিলা, আল্লাহে সেয়া দেখি আছিল। তোমালোকৰ কোনো কৰ্মই তেওঁ ৰ পৰা গোপন নহয় ।

هُمُ ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوكُمْ عَنِ ٱلْمَسْجِدِ ٱلْحَرَامِ وَٱلْهَدْىَ مَعْكُوفًا أَن يَبْلُغَ مَحِلَّهُۥ ۚ وَلَوْلَا رِجَالٌۭ مُّؤْمِنُونَ وَنِسَآءٌۭ مُّؤْمِنَـٰتٌۭ لَّمْ تَعْلَمُوهُمْ أَن تَطَـُٔوهُمْ فَتُصِيبَكُم مِّنْهُم مَّعَرَّةٌۢ بِغَيْرِ عِلْمٍۢ ۖ لِّيُدْخِلَ ٱللَّهُ فِى رَحْمَتِهِۦ مَن يَشَآءُ ۚ لَوْ تَزَيَّلُوا۟ لَعَذَّبْنَا ٱلَّذِينَ كَفَرُوا۟ مِنْهُمْ عَذَابًا أَلِيمًا ﴿٢٥﴾

আল্লাহ আৰু তেওঁৰ ৰাছু লক অস্বীকাৰ কৰা সেইসকল লোকেই তোমালোকক সন্মানিত মছজিদত প্ৰৱেশ কৰাত বাধা দিছিল, লগতে কু ৰবানীৰ জন্তু ক সন্মানিত অঞ্চলৰ নিৰ্দিষ্ট ঠাইত লৈ যাবলৈ বাধা দিছিল। যদি তাত আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা মুমিন পুৰুষ আৰু মুমিনা নাৰীৰ উপস্থি তি নাথাকিলহেঁ তেন, যিসকলক তোমালোকে চিনিও নোপোৱা, কাফিৰসকলৰ সৈতে তেওঁ লোকৰ হত্যাৰ ভয় নাথাকিলে তথা তেওঁ লোকক অজানিতে হত্যা কৰি ৰক্তপণ দিয়াৰ আশংকা নাথাকিলে, নিশ্চয় তোমালোকক মক্কাত আক্ৰ মণ কৰাৰ অনুমতি দিলোঁহেঁ তেন। যাতে আল্লাহে যাক ইচ্ছা কৰে তাক তেওঁৰ ৰহমতত সোমোৱাই ল’ব পাৰে, যেনে- মক্কাত অৱস্থান কৰা মুমিনসকল। যদি মক্কাত কাফিৰসকলক মুমিনসকলৰ পৰা পৃথক কৰাৰ কোনো উপায় থাকিলহেঁ তেন তেন্তে নিশ্চয় আমি আল্লাহ আৰুতেওঁ ৰৰাছু লক অস্বীকাৰকৰালোকসকলক কষ্ট দায় ক শাস্তি বিহিলোঁহেঁ তেন।

إِذْ جَعَلَ ٱلَّذِينَ كَفَرُوا۟ فِى قُلُوبِهِمُ ٱلْحَمِيَّةَ حَمِيَّةَ ٱلْجَـٰهِلِيَّةِ فَأَنزَلَ ٱللَّهُ سَكِينَتَهُۥ عَلَىٰ رَسُولِهِۦ وَعَلَى ٱلْمُؤْمِنِينَ وَأَلْزَمَهُمْ كَلِمَةَ ٱلتَّقْوَىٰ وَكَانُوٓا۟ أَحَقَّ بِهَا وَأَهْلَهَا ۚ وَكَانَ ٱللَّهُ بِكُلِّ شَىْءٍ عَلِيمًۭا ﴿٢٦﴾

ى ه আল্লাহ আৰু তেওঁৰ ৰাছু লক অস্বীকাৰ কৰা লোকসকলে যেতিয়া নিজৰ অন্ত ৰত অহমিকা পোষণ কৰিছিল- অজ্ঞতা যুগৰ অহমিকা- যি অহমিকাৰ সৈতে সত্যৰ কোনো সম্পৰ্ক নাই, বৰং ইয়াৰ সম্পৰ্ক আছে প্ৰবৃত্তিৰ চাহিদাৰ সৈতে। সেই অহংকাৰৰ কাৰণেই সিহঁতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক হুদাইবিয়াৰ বছৰত মক্কাত প্ৰৱেশ কৰিব দিয়া নাছিল, যাতে কোনোবাই সিহঁতক তিৰস্কাৰ কৰিব নোৱাৰে যে, মুহাম্মদ সিহঁতৰ ওপৰত প্ৰভাৱশালী। ইপিনে আল্লাহে ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰুমুমিনসকলৰওপৰত প্ৰশান্তি অৱতীৰ্ণ কৰিছিল। তেওঁলোকে ক্ৰোধান্বি ত হোৱাৰ পিছতো মু শ্বৰিকসকলৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাছিল। আল্লাহে মু মিনসকলৰ ওপৰত পৱিত্ৰ বাণী কলিমা লা ইলা-হা ইল্লাল্লাহক অনিবাৰ্য্য কৰিছে, যাতে তেওঁ লোকে এই বাণীৰ উচিত প্ৰাপ্য আদায় কৰে। ফলত তেওঁ লোকেও ইয়াক পৰিপূৰ্ণৰূপে কাৰ্যত পৰিণত কৰি দেখুৱাইছিল। আনহাতে মুমিনসকল আছিল অন্যান্য লোকৰ তু লনাত এই বাণীৰ অধিক যোগ্য। কাৰণ তেওঁলোকৰ অন্ত ৰত যি কল্যাণ নিহিত আছে, সেই সম্পৰ্কে আল্লাহে ভালদৰেই অৱগত। আল্লাহ সকলোবিষয়ে সৰ্বজ্ঞ,তেওঁ ৰপৰাএকোৱেই গোপন নহয় ।

لَّقَدْ صَدَقَ ٱللَّهُ رَسُولَهُ ٱلرُّءْيَا بِٱلْحَقِّ ۖ لَتَدْخُلُنَّ ٱلْمَسْجِدَ ٱلْحَرَامَ إِن شَآءَ ٱللَّهُ ءَامِنِينَ مُحَلِّقِينَ رُءُوسَكُمْ وَمُقَصِّرِينَ لَا تَخَافُونَ ۖ فَعَلِمَ مَا لَمْ تَعْلَمُوا۟ فَجَعَلَ مِن دُونِ ذَٰلِكَ فَتْحًۭا قَرِيبًا ﴿٢٧﴾

আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সত্য সহকাৰে সঁচা সপোন দেখুৱাইছিল, সপোন দেখি টোপনিৰ পৰা সাৰ পাই তেওঁ চাহাবাসকলক বৰ্ণনা কৰিছিল। তেওঁ সপোনত দেখা পাইছিল যে, তেওঁ আৰু তেওঁৰ চাহাবাসকলে নিৰাপদে শত্ৰুৰ পৰা নিৰ্ভ য় হৈ সন্মানিত মছজিদত প্ৰৱেশ কৰিআছে। কিছু মানে কু ৰবানীৰকাম সমাপ্ত কৰিমূ ৰখুৰোৱাইছে আৰুকিছু মানে চু লিচু টি কৰিলৈছে। হে মু মিনসকল! নিশ্চয় আল্লাহ بلغ আল-কোৰআন · তাফছীৰ তোমালোকৰ হিত সম্পৰ্কে অৱগত, যিবোৰৰ বিষয়ে তোমালোকে নাজানা। সেয়ে সেই বছৰ মক্কাত প্ৰৱেশ কৰাৰ সপোনটোক বাস্ত ৱৰূপ প্ৰদান নকৰাকৈ এটা সদ্য বিজয় প্ৰদান কৰিলে। এতেকে হুদাবিয়াৰ চুক্তি স্বাক্ষৰিত হ’ল আৰু ইয়াৰ পিছতেই হুদাইবিয়াত অংশগ্ৰ হণ কৰা লোকৰ দ্বাৰাই খয় বৰৰ বিজয় দেখিবলৈ পোৱা গ’ল।

هُوَ ٱلَّذِىٓ أَرْسَلَ رَسُولَهُۥ بِٱلْهُدَىٰ وَدِينِ ٱلْحَقِّ لِيُظْهِرَهُۥ عَلَى ٱلدِّينِ كُلِّهِۦ ۚ وَكَفَىٰ بِٱللَّهِ شَهِيدًۭا ﴿٢٨﴾

আল্লাহেই তেওঁৰৰাছু ল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক স্পষ্ট বিৱৰণৰসৈতে আৰু সঠি ক ধৰ্ম অৰ্থাৎ ইছলাম প্ৰদান কৰিপ্ৰে ৰণ কৰিছে। যাতে ইয়াক অন্যান্য বিৰোধী ধৰ্মৰ ওপৰত উচ্চ স্থান দিব পাৰে। আনকি আল্লাহেও এই বিষয়ে সাক্ষ্য প্ৰদান কৰিছে, আৰু সাক্ষী হিচাপে আল্লাহেই যথেষ্ট ।

مُّحَمَّدٌۭ رَّسُولُ ٱللَّهِ ۚ وَٱلَّذِينَ مَعَهُۥٓ أَشِدَّآءُ عَلَى ٱلْكُفَّارِ رُحَمَآءُ بَيْنَهُمْ ۖ تَرَىٰهُمْ رُكَّعًۭا سُجَّدًۭا يَبْتَغُونَ فَضْلًۭا مِّنَ ٱللَّهِ وَرِضْوَٰنًۭا ۖ سِيمَاهُمْ فِى وُجُوهِهِم مِّنْ أَثَرِ ٱلسُّجُودِ ۚ ذَٰلِكَ مَثَلُهُمْ فِى ٱلتَّوْرَىٰةِ ۚ وَمَثَلُهُمْ فِى ٱلْإِنجِيلِ كَزَرْعٍ أَخْرَجَ شَطْـَٔهُۥ فَـَٔازَرَهُۥ فَٱسْتَغْلَظَ فَٱسْتَوَىٰ عَلَىٰ سُوقِهِۦ يُعْجِبُ ٱلزُّرَّاعَ لِيَغِيظَ بِهِمُ ٱلْكُفَّارَ ۗ وَعَدَ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ مِنْهُم مَّغْفِرَةًۭ وَأَجْرًا عَظِيمًۢا ﴿٢٩﴾

ى ى ى আল্লাহৰ ৰাছু ল মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁ ৰ চাহাবাসকল যুদ্ধ কৰা কাফিৰসকলৰ বাবে অতি কঠোৰ, কিন্তু তেওঁ লোক নিজৰ মাজত পৰস্পৰে অতি দয়ালু আৰু ইজনে সিজনৰ প্ৰতি স্নে হশীল। হে প্ৰত্যক্ষকাৰী ব্যক্তি! তু মি সদায় তেওঁলোকক আল্লাহৰ বাবে ৰূকু , ছাজদাহ আদি কৰা দেখিবলৈ পাবা। তেওঁলোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে আৰু ছোৱাব আশা কৰে। যাতে আল্লাহে তেওঁলোকৰ ওপৰত সন্তু ষ্টহয় । ছাজদাৰ প্ৰভাৱ তেওঁলোকৰ মুখমণ্ডলত স্পষ্ট । তেওঁলোকৰ মুখমণ্ডলত হিদায় ত আৰু চালাতৰ নূৰ প্ৰস্ফু টি ত হ’ব। তেওঁলোকৰ এই বৈশিষ্ট্যৰ বৰ্ণনা মুছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ হোৱা তাওৰাত গ্ৰন্থতো উল্লে খ আছিল। আনহাতে ঈছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ হোৱা ইঞ্জীলত তেওঁলোকৰ সহায় -সহযোগিতা আৰু পৰিপূৰ্ণতাৰ দৃষ্টান্ত এইদৰে উল্লে খ আছে যে, তেওঁলোকৰ উদাহৰণ হৈছে গছপুলিৰ দৰে, যিটোৰ পৰা প্ৰথমে কোমল পাত ওলায় , তাৰ পিছত সেইটো মজবুত হয় আৰু পুলিটো ডাঙৰ দীঘল হৈ হৃষ্ট -পুষ্ট হয় আৰু দৃঢ় ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে । ইয়াৰ শক্তি আৰু সম্পূৰ্ণতা দেখি কৃ ষকে আনন্দি ত হয় । ঠি ক সেইদৰে আল্লাহে মুমিনসকলৰ একতা, পৰিপূৰ্ণতা আৰু শক্তি-সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্ত ৰ্দহন বৃদ্ধি কৰে। আল্লাহৰ ওপৰত ঈমান পোষণ কৰা আৰু সৎকৰ্ম কৰা চাহাবাসকলক আল্লাহে তেওঁলোকৰ গুনাহ ক্ষমা কৰাৰ প্ৰতিশ্ৰুতি দিছে। গতিকে আল্লাহে তেওঁ লোকক জবাবদিহি নকৰিব, আৰু তেওঁ লোকৰবাবে তেওঁ ৰওচৰত আছে মহাপ্ৰ তিদান অৰ্থাৎ জান্নাত। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Fath — الفتح

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা