মুখ্য পৃষ্ঠাতাফছীৰFussilat (41)

তাফছীৰ Fussilat (41) — فصلت

মক্কী · 54 আয়াত

পঢ়ক · শুনকPDF ফাইল

حمٓ ﴿١﴾

(হা, মীম) এনেকু ৱা আখৰৰ বিষয়ে ছু ৰা আল-বাক্বাৰাৰ আৰম্ভ ণিত আলোচনা কৰা হৈছে।

تَنزِيلٌۭ مِّنَ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ ﴿٢﴾

এই কোৰআন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, তেওঁ অত্যন্ত يদয়ালু, পৰম কৃ পাশীল। كتب فصلت ءايته قرءانا عربا لقوم يعلمون

كِتَـٰبٌۭ فُصِّلَتْ ءَايَـٰتُهُۥ قُرْءَانًا عَرَبِيًّۭا لِّقَوْمٍۢ يَعْلَمُونَ ﴿٣﴾

এইখন এনেকু ৱা এখন গ্ৰন্থ , যাৰ আয়াতসমূহ পৰিপূৰ্ণৰূপে বিতংভাৱে আলোচনা কৰা হৈছে। এইখনক জ্ঞানী লোকসকলৰ বাবে আৰবী ভাষাত কোৰআনৰূপে প্ৰস্তু ত কৰা হৈছে। কিয় নো তেওঁ লোকেই ইয়াৰভাৱাৰ্থৰদ্বাৰা আৰু সত্যৰপিনে দেখুৱাই দিয়া হিদায় তৰপৰা উপকৃ ত হয় । بشيرا ونذيرا فأعرض أكثرهم فهم لا يسمعون

بَشِيرًۭا وَنَذِيرًۭا فَأَعْرَضَ أَكْثَرُهُمْ فَهُمْ لَا يَسْمَعُونَ ﴿٤﴾

এইখনে মুমিনসকলক সেই প্ৰতিদানৰসুসংবাদ দিয়ে , যি প্ৰতিদান আল্লাহে তেওঁলোকৰবাবেপ্ৰ স্তু ত কৰিৰাখিছে। আনহাতে কাফিৰসকলক আল্লাহৰ শাস্তি ৰ পৰা ভয় দেখুৱায় । তথাপিও সিহঁ তৰ মাজৰ অধিকাংশ লোকে ইয়াৰ পৰা বিমু খ হৈ আছে। ইয়াৰ মাজত থকা হিদায় তমূ লক উপদেশবোৰ গ্ৰহণ কৰাৰ উদ্দেশ্যে সিহঁ তে শুনিব নিবিচাৰে।

وَقَالُوا۟ قُلُوبُنَا فِىٓ أَكِنَّةٍۢ مِّمَّا تَدْعُونَآ إِلَيْهِ وَفِىٓ ءَاذَانِنَا وَقْرٌۭ وَمِنۢ بَيْنِنَا وَبَيْنِكَ حِجَابٌۭ فَٱعْمَلْ إِنَّنَا عَـٰمِلُونَ ﴿٥﴾

তথা সিহঁ তে কয়ঃ আমাৰ অন্ত ৰসমূহৰ ওপৰত আৱৰণ পৰি আছে, সেয়ে আপুনি যি বিষয় ৰ পিনে আমাক আহ্বান কৰি আছে, আমাৰ অন্ত ৰসমূহে সেইটো বুজি পোৱা নাই। লগতে আমাৰ কাণত আছে বধিৰতা, সেইকাৰণেই আমাৰ কাণে আপোনাৰ কথা শুনা নাপায় । আনকি আপোনাৰ আৰু আমাৰ মাজত আছে এটা অন্ত ৰায় , যাৰ ফলত আপোনাৰ কোনো কথাই আমালৈ ঢুকি নাপায় । গতিকে আপুনি আপোনাৰ মতে কাম কৰক, আমি আমাৰমতে কাম কৰিযাম। আমি কেতিয়াও আপোনাৰঅনু সৰণ নকৰোঁ।

قُلْ إِنَّمَآ أَنَا۠ بَشَرٌۭ مِّثْلُكُمْ يُوحَىٰٓ إِلَىَّ أَنَّمَآ إِلَـٰهُكُمْ إِلَـٰهٌۭ وَٰحِدٌۭ فَٱسْتَقِيمُوٓا۟ إِلَيْهِ وَٱسْتَغْفِرُوهُ ۗ وَوَيْلٌۭ لِّلْمُشْرِكِينَ ﴿٦﴾

হে ৰাছু ল! আপুনি এই বিৰুদ্ধাচৰণকাৰীসকলক কৈ দিয় ক যে, মই তোমালোকৰদৰেই এজন মানৱ। আল্লাহে মোৰপ্ৰ তি অহী কৰেযে, তোমালোকৰ সত্য উপাস্য কেৱল এজনেই, তেৱেঁই হৈছে আল্লাহ। গতিকে তোমালোকে সেই পথৰ অনুসৰণ কৰা, যিটো পথ আল্লাহৰ ফালে যায়। লগতে তোমালোকৰ গুনাহৰ বাবে তেওঁ ৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় ধ্বংস আৰু শাস্তি সেইসকল মু শ্বৰিকৰ বাবে যিসকলে আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰে তথা তেওঁ ৰ সৈতে আনক অংশীদাৰ স্থাপন কৰে।

ٱلَّذِينَ لَا يُؤْتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلْـَٔاخِرَةِ هُمْ كَـٰفِرُونَ ﴿٧﴾

যিসকলে নিজৰ সম্পদৰ যাকাত নিদিয়ে , লগতে আখিৰাত আৰু তাত থকা চিৰস্থায়ী নিয়ামত আৰু কষ্ট দায় ক শাস্তি ক অস্বীকাৰ কৰে। بلغ আল-কোৰআন · তাফছীৰ

إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ لَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍۢ ﴿٨﴾

নিশ্চয় যিসকলে আল্লাহ আৰুতেওঁ ৰৰাছু লৰপ্ৰ তি ঈমান আনিছে, লগতে সৎকৰ্ম কৰিছে তেওঁ লোকৰবাবেআছে নিৰৱচ্ছিন্ন চিৰস্থায়ী প্ৰতিদান, অৰ্থাৎ জান্নাত।

۞ قُلْ أَئِنَّكُمْ لَتَكْفُرُونَ بِٱلَّذِى خَلَقَ ٱلْأَرْضَ فِى يَوْمَيْنِ وَتَجْعَلُونَ لَهُۥٓ أَندَادًۭا ۚ ذَٰلِكَ رَبُّ ٱلْعَـٰلَمِينَ ﴿٩﴾

হে ৰাছু ল! আপুনি মুশ্বৰিকসকলক ককৰ্থনা কৰি কওক, তোমালোকে আল্লাহক কিয় অস্বীকাৰ কৰা, যিয়ে পৃথিৱীক দুদিনত (ৰবিবাৰ আৰু সোমবাৰে) সৃষ্টি কৰিছে, আৰু তেওঁ ৰ লগত অংশীদাৰ স্থাপন কৰি সেইবোৰক কিয় উপাসনা কৰা? তেৱেঁই হৈছে গোটেই সৃষ্টি জগতৰ প্ৰতিপালক।

وَجَعَلَ فِيهَا رَوَٰسِىَ مِن فَوْقِهَا وَبَـٰرَكَ فِيهَا وَقَدَّرَ فِيهَآ أَقْوَٰتَهَا فِىٓ أَرْبَعَةِ أَيَّامٍۢ سَوَآءًۭ لِّلسَّآئِلِينَ ﴿١٠﴾

তেৱেঁই ভূ-পৃষ্ঠ ত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে যাতে ই কম্পিত নহয় , আৰু ইয়াৰ মাজত ৰাখিছে বৰকত, আৰু ইয়াক পৃথিৱীৰ অধিবাসীসকলৰ বাবে কল্যাণকৰ বনাইছে। তথা চাৰিদিনৰ ভিতৰত তাত মানুহৰ বাবে আৰু জীৱ-জন্তু ৰ বাবে খাদ্য বস্তু ৰ ব্যৱস্থা কৰিছে। এই চাৰিদিন দৰাচলতে পূৰ্বৱৰ্তী দুদিনক মিলাই চাৰিদিন হৈছে। পিছৰ দুদিন হৈছে মঙ্গলবাৰ আৰু বুধবাৰ। পৰিপূৰ্ণৰূপে সেইসকল লোকৰ বাবে সৃষ্টি কৰিছে যিসকলে ইয়াৰ প্ৰয়োজন অনু ভৱ কৰে।

ثُمَّ ٱسْتَوَىٰٓ إِلَى ٱلسَّمَآءِ وَهِىَ دُخَانٌۭ فَقَالَ لَهَا وَلِلْأَرْضِ ٱئْتِيَا طَوْعًا أَوْ كَرْهًۭا قَالَتَآ أَتَيْنَا طَآئِعِينَ ﴿١١﴾

ইয়াৰ পিছত আল্লাহে আকাশক সুবিন্যস্ত কৰিবলৈ মনোনিৱেশ কৰিলে। তেতিয়া আকাশখন আছিল ধোঁৱা। এতেকে আল্লাহে আকাশ আৰু পৃথিৱীক উদ্দেশ্যি ক'লেঃ তোমালোক উভয়ে ইচ্ছাতেই হওক অথবা অনিচ্ছাতে মোৰ আদেশ পালন কৰা। ইয়াৰ বাহিৰে তোমালোকৰ আন কোনো বিকল্প নাই। তেতিয়া উভয়ে সন্মতি পোষণ কৰিক'লেঃআমি উভয়ে আনুগত্য স্বীকাৰকৰিলোঁ। হে আমাৰপ্ৰ তিপালক! আপোনাৰইচ্ছাৰবিপৰীতে আমাৰ কোনো ইচ্ছা নাই।

فَقَضَىٰهُنَّ سَبْعَ سَمَـٰوَاتٍۢ فِى يَوْمَيْنِ وَأَوْحَىٰ فِى كُلِّ سَمَآءٍ أَمْرَهَا ۚ وَزَيَّنَّا ٱلسَّمَآءَ ٱلدُّنْيَا بِمَصَـٰبِيحَ وَحِفْظًۭا ۚ ذَٰلِكَ تَقْدِيرُ ٱلْعَزِيزِ ٱلْعَلِيمِ ﴿١٢﴾

আল্লাহে আকাশমণ্ডলক দুদিনত সুবিন্যস্ত কৰিছে, অৰ্থাৎ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে। এইদৰে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি ছয় দিনত সম্পন্ন হৈছে। তথা প্ৰত্যেক আকাশত সেই আকাশ সম্পৰ্কীয় ফয় চালা আৰুআদেশ অহী যোগে প্ৰে ৰণ কৰিলে। লগতে পৃথিৱীৰনিকটৱৰ্তী আকাশক আমি তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰিছোঁ, তথা ইয়াৰ দ্বাৰা আকাশক সুৰক্ষা প্ৰদান কৰিছোঁ, যাতে চয় তানে গোপনে একো শুনিব নোৱাৰে। এইবোৰ হৈছে সেই মহাপ্ৰ ভাৱশালী আল্লাহৰনিৰ্ধাৰণ, যাক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ সৃষ্টি জগত সম্পৰ্কে সৰ্বজ্ঞ। فإن أعرضوافقل أنذرتكم صعقة مثل صعقة عاد وثمود

فَإِنْ أَعْرَضُوا۟ فَقُلْ أَنذَرْتُكُمْ صَـٰعِقَةًۭ مِّثْلَ صَـٰعِقَةِ عَادٍۢ وَثَمُودَ ﴿١٣﴾

ইয়াৰপিছতো যদি সিহঁ তে আপুনি লৈ অহা চৰীয় তৰপৰা বিমু খ হৈ যায় তেন্তে হে ৰাছু ল আপুনি সিহঁ তক কৈ দিয় কঃনিশ্চয় মই তোমালোকক এনেকু ৱা শাস্তি ৰ পৰা সতৰ্ক কৰিছোঁ, যেনেকু ৱা শাস্তি অৱতীৰ্ণ হৈছিল হূ দ আলাইহিচ্ছালামৰ সম্প্ৰ দায় আদৰ ওপৰত আৰু ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰ দায় ছামূ দৰ ওপৰত, যেতিয়া সিহঁ তে নিজ নিজ নবীক অস্বীকাৰ কৰিছিল।

إِذْ جَآءَتْهُمُ ٱلرُّسُلُ مِنۢ بَيْنِ أَيْدِيهِمْ وَمِنْ خَلْفِهِمْ أَلَّا تَعْبُدُوٓا۟ إِلَّا ٱللَّهَ ۖ قَالُوا۟ لَوْ شَآءَ رَبُّنَا لَأَنزَلَ مَلَـٰٓئِكَةًۭ فَإِنَّا بِمَآ أُرْسِلْتُم بِهِۦ كَـٰفِرُونَ ﴿١٤﴾

أرسلتم به كفرون যেতিয়া সিহঁতৰ ওচৰলৈ এজনৰ পিছত আন এজন ৰাছুল একেটা আহ্বানকে লৈ আগমন কৰিছিল, তথা তেওঁলোকে সিহঁতক এই আদেশ প্ৰদান কৰিছিল যে, এক আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। তেতিয়া সিহঁ তৰ মাজৰ কাফিৰসকলে কৈছিলঃ আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে بلغ আল-কোৰআন · তাফছীৰ কোনোবা এজন ফিৰিস্তাক ৰাছু ল হিচাপে প্ৰে ৰণ কৰিব পাৰিলেহেঁ তেন। গতিকে তোমালোকে যি বাৰ্তা লৈ প্ৰে ৰিত হৈছা, আমি সেই বাৰ্তাক মিছা বুলি ভাবোঁ। কাৰণ তোমালোক হৈছা আমাৰদৰেই মানৱ।

فَأَمَّا عَادٌۭ فَٱسْتَكْبَرُوا۟ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ وَقَالُوا۟ مَنْ أَشَدُّ مِنَّا قُوَّةً ۖ أَوَلَمْ يَرَوْا۟ أَنَّ ٱللَّهَ ٱلَّذِى خَلَقَهُمْ هُوَ أَشَدُّ مِنْهُمْ قُوَّةًۭ ۖ وَكَانُوا۟ بِـَٔايَـٰتِنَا يَجْحَدُونَ ﴿١٥﴾

আনহাতে হূদ আলাইহিচ্ছালামৰ সম্প্ৰ দায় আদ জাতিয়ে আল্লাহৰ লগত কু ফৰী কৰাৰ লগতে পৃথিৱীত অন্যায় ভাৱে অহংকাৰ কৰি ফু ৰিছিল। তথা ওচৰে-পাঁজৰে থকা লোকৰ সৈতে অত্যাচাৰ কৰিছিল। সিহঁ তৰ ক্ষমতাই সিহঁ তৰ মূ ৰত ধৰিছিল, সেয়ে সিহঁ তে কৈছিলঃ আমাতকৈ শক্তি শালী আৰুনো কোন আছে? দৰাচলতে সিহঁ তৰ মতে সিহঁ ততকৈ অধিক শক্তি শালী আৰু কোনো নাই। তেতিয়া আল্লাহে সিহঁ তৰ এই ধাৰণাক খণ্ডন কৰি ক’লেঃ সিহঁ তে নাজানে নেকি তথাদেখানাপায় নেকি যে,যিজন আল্লাহে সিহঁ তক সৃষ্টি কৰিছে তথাসিহঁ তক এনেকু ৱাশক্তি প্ৰদান কৰিছে,যি শক্তি পাই সিহঁ তে নিজৰ অস্তি ত্বক পাহৰি গৈছে, তেৱেঁই সৰ্বশক্তিমান? দৰাচলতে সিহঁতে আল্লাহৰ সেই নিদৰ্শনবোৰক গ্ৰহণে কৰা নাছিল, যিবোৰ সিহঁতৰ ওচৰলৈ হূদ আলাইহিচ্ছালামে লৈ আহিছিল।

فَأَرْسَلْنَا عَلَيْهِمْ رِيحًۭا صَرْصَرًۭا فِىٓ أَيَّامٍۢ نَّحِسَاتٍۢ لِّنُذِيقَهُمْ عَذَابَ ٱلْخِزْىِ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَلَعَذَابُ ٱلْـَٔاخِرَةِ أَخْزَىٰ ۖ وَهُمْ لَا يُنصَرُونَ ﴿١٦﴾

وهم لا ينصرون অৱশেষত আমি সিহঁ তৰ ওপৰত ভয়ংকৰ বিকট শব্দসহ ধুমুহা প্ৰে ৰণ কৰিলোঁ, শাস্তি অৱতীৰ্ণ হোৱাৰ বাবে সেই দিনটো আছিল সিহঁ তৰ পক্ষে অশুভ দিন। যাতে সিহঁ তক পাৰ্থিৱ জীৱনতেই অপমানসূচক শাস্তি ৰ সোৱাদ উপভোগ কৰাব পাৰোঁ। আনহাতে আখিৰাতৰ যি শাস্তি সিহঁ তৰ বাবে অপেক্ষাৰত হৈ আছে, সেই শাস্তি ইয়াতকৈও অধিক লাঞ্ছনাদায় ক। সেই শাস্তি ৰ পৰা ৰক্ষা কৰিব পৰা সিহঁ তে কোনো সহায় ক বিচাৰি নাপাব।

وَأَمَّا ثَمُودُ فَهَدَيْنَـٰهُمْ فَٱسْتَحَبُّوا۟ ٱلْعَمَىٰ عَلَى ٱلْهُدَىٰ فَأَخَذَتْهُمْ صَـٰعِقَةُ ٱلْعَذَابِ ٱلْهُونِ بِمَا كَانُوا۟ يَكْسِبُونَ ﴿١٧﴾

ইপিনে ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰ দায় ছামূদৰ সন্মুখতো সত্য স্পষ্ট কৰি সিহঁ তক হিদায় তৰ পথ দেখুৱাইছিলোঁ। কিন্তু সিহঁ তে সত্যৰ হিদায় ত গ্ৰহণ কৰাৰবিপৰীতে পথভ্ৰ ষ্টতাকেই প্ৰাধান্যদিছিল। ফলত সিহঁ তৰকু ফৰীআৰুগুনাহৰকাৰণে,লাঞ্ছনাদায় ক আকস্মিক শাস্তি য়ে সিহঁ তক গ্ৰাস কৰিছিল।

وَنَجَّيْنَا ٱلَّذِينَ ءَامَنُوا۟ وَكَانُوا۟ يَتَّقُونَ ﴿١٨﴾

কিন্তু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছু লসকলৰ প্ৰতি ঈমান আনিছিল, আমি তেওঁলোকক সেই শাস্তি ৰ পৰা ৰক্ষা কৰিছিলোঁ। কাৰণ তেওঁলোকে আল্লাহৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰিছিল। সেয়ে আমি তেওঁলোকক সেই শাস্তি ৰপৰাৰক্ষাকৰিছিলোঁ,যি শাস্তি ত তেওঁ লোকৰসম্প্ৰ দায় ৰআন আন লোকসকলে ক্ষতিগ্ৰ তস্ হৈছিল।

وَيَوْمَ يُحْشَرُ أَعْدَآءُ ٱللَّهِ إِلَى ٱلنَّارِ فَهُمْ يُوزَعُونَ ﴿١٩﴾

যিদিনা আল্লাহে তেওঁৰ শত্ৰুসকলক জাহান্নামৰ দুৱাৰডলিত একত্ৰিত কৰিব, সেইদিনা জাহান্নামৰ প্ৰহৰীসকলে সিহঁ তৰ প্ৰথমৰ পৰা শেষৰ ব্যক্তিলৈকে সুবিন্যস্ত কৰিব। সিহঁ তে জাহান্নামৰপৰাপলায় ন কৰিবনোৱাৰিব।

حَتَّىٰٓ إِذَا مَا جَآءُوهَا شَهِدَ عَلَيْهِمْ سَمْعُهُمْ وَأَبْصَـٰرُهُمْ وَجُلُودُهُم بِمَا كَانُوا۟ يَعْمَلُونَ ﴿٢٠﴾

অৱশেষত যেতিয়া সিহঁ তে জাহান্নামৰওচৰত আহি উপস্থি ত হ’ব, য’ত সিহঁ তক খেদি লৈ অহা হ’ব, তেতিয়া সিহঁ তে পৃথিৱীত কৰা কৰ্ম সম্পৰ্কে অস্বীকাৰ কৰিব। কিন্তু সিহঁ তৰকাণ, সিহঁ তৰচকু আৰু সিহঁ তৰশৰীৰৰছাল আদিয়ে পৃথিৱীত কৰা সিহঁ তৰকু ফৰী আৰু গুনাহৰকৰ্ম সম্পৰ্কে সাক্ষ্য প্ৰদান কৰিব। بلغ আল-কোৰআন · তাফছীৰ

وَقَالُوا۟ لِجُلُودِهِمْ لِمَ شَهِدتُّمْ عَلَيْنَا ۖ قَالُوٓا۟ أَنطَقَنَا ٱللَّهُ ٱلَّذِىٓ أَنطَقَ كُلَّ شَىْءٍۢ وَهُوَ خَلَقَكُمْ أَوَّلَ مَرَّةٍۢ وَإِلَيْهِ تُرْجَعُونَ ﴿٢١﴾

কাফিৰসকলে নিজৰ শৰীৰৰ ছালকেই সুধিবঃ তোমালোকে আমাৰ বিৰুদ্ধে আমাৰ পাৰ্থিৱ জীৱনৰ কৰ্ম সম্পৰ্কে কিয় সাক্ষ্য প্ৰদান কৰিলা? তেতিয়া শৰীৰৰ ছালে উত্তৰ দি ক’বঃ আমাক সেই আল্লাহেই বাক-শক্তি প্ৰদান কৰিছে, যিয়ে প্ৰত্যেককে বাকশক্তি প্ৰদান কৰিছে। পোনপ্ৰ থমে তেৱেঁই তোমালোকক সৃষ্টি কৰিছে, যেতিয়া তোমালোকে পৃথিৱীত আছিলা। হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে আখিৰাতত একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকেপ্ৰ ত্যাৱৰ্ত ন কৰিবলাগিব।

وَمَا كُنتُمْ تَسْتَتِرُونَ أَن يَشْهَدَ عَلَيْكُمْ سَمْعُكُمْ وَلَآ أَبْصَـٰرُكُمْ وَلَا جُلُودُكُمْ وَلَـٰكِن ظَنَنتُمْ أَنَّ ٱللَّهَ لَا يَعْلَمُ كَثِيرًۭا مِّمَّا تَعْمَلُونَ ﴿٢٢﴾

تعملون পাপকৰ্ম কৰাৰ সময় ত তোমালোকে ভবাও নাছিলা যে, তোমালোকৰ কাণ, চকু আৰু ছালেও এসময় ত তোমালোকৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, কাৰণ তোমালোকে মৃ ত্যুৰ পিছত হিচাপ-নিকাচ, ছোৱাব আৰু শাস্তি ৰ বিষয়ে বিশ্বাসে কৰা নাছিলা। আনকি তোমালোকে ভাবিছিলা যে, আল্লাহে তোমালোকৰ অধিকাংশ কৰ্ম সম্পৰ্কে অৱগতই নহয় ,বৰংসেইবোৰতেওঁ ৰপৰাগোপন হৈ আছে। তোমালোকৰএই ধাৰণাই তোমালোকক প্ৰৱঞ্চনাকৰিছে।

وَذَٰلِكُمْ ظَنُّكُمُ ٱلَّذِى ظَنَنتُم بِرَبِّكُمْ أَرْدَىٰكُمْ فَأَصْبَحْتُم مِّنَ ٱلْخَـٰسِرِينَ ﴿٢٣﴾

নিজ প্ৰতিপালক সম্পৰ্কে তোমালোকৰএই কু ধাৰণাই তোমালোকক ধ্বংস কৰিছে। ইয়াৰকাৰণেই তোমালোকে সেই ক্ষতিগ্ৰ তস্সকলৰঅন্ত ৰ্ভু ক্তহৈছা, যিসকলে পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰ তস্।

فَإِن يَصْبِرُوا۟ فَٱلنَّارُ مَثْوًۭى لَّهُمْ ۖ وَإِن يَسْتَعْتِبُوا۟ فَمَا هُم مِّنَ ٱلْمُعْتَبِينَ ﴿٢٤﴾

যিসকলৰ বিৰুদ্ধে সিহঁ তৰ চকু , কাণ আৰু ছালে সাক্ষ্য প্ৰদান কৰিছে, সিহঁ তে যদি ধৈৰ্য্য ধাৰণো কৰে তথাপিও সিহঁ তৰ আবাসস্থ ল হ’ব জাহান্নাম, য’ত সিহঁ তে অৱস্থান কৰিব। আনহাতে যদি সিহঁ তে শাস্তি উঠাই ল’বলৈ প্ৰাৰ্থনা কৰে আৰু আল্লাহক সন্তু ষ্টকৰিবলৈ প্ৰয়াস কৰে, তথাপিও সিহঁ তে তেওঁক সন্তু ষ্টকৰিব নোৱাৰিব আৰু কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব।

۞ وَقَيَّضْنَا لَهُمْ قُرَنَآءَ فَزَيَّنُوا۟ لَهُم مَّا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَحَقَّ عَلَيْهِمُ ٱلْقَوْلُ فِىٓ أُمَمٍۢ قَدْ خَلَتْ مِن قَبْلِهِم مِّنَ ٱلْجِنِّ وَٱلْإِنسِ ۖ إِنَّهُمْ كَانُوا۟ خَـٰسِرِينَ ﴿٢٥﴾

আমি সেই কাফিৰসকলৰ বাবে চয় তানৰ মাজৰ পৰা কিছুমানক সিহঁতৰ সঙ্গী নিৰ্ধাৰণ কৰি দিছিলোঁ, যিবোৰে সদায় সিহঁতৰ লগত থাকিছিল। সেইবোৰেই সিহঁ তৰ পাৰ্থিৱ জীৱনৰ বেয়া কৰ্মবোৰক সিহঁ তৰ বাবে শোভনীয় কৰি উপস্থাপন কৰিছিল। আনহাতে সিহঁ তৰ পিছফালে থকা আখিৰাতৰ বিষয় টোক পাহৰাই দিছিল আৰু ইয়াৰ প্ৰস্তু তিৰ পৰা সিহঁ তক অমনোযোগী কৰি তু লিছিল। এতেকে সিহঁ তৰ পূৰ্বে পাৰ হৈ যোৱা মানৱ আৰু জিন জাতিৰ মাজৰসেই লোকসকলৰওপৰত শাস্তি অনিবাৰ্য্য হৈ পৰিছে। নিশ্চয় সিহঁ ত আছিল ক্ষতিগ্ৰ তস্ লোক, যিসকলে নিজৰআৰু নিজ পৰিয়ালৰলোকচান কৰি কিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰিব।

وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لَا تَسْمَعُوا۟ لِهَـٰذَا ٱلْقُرْءَانِ وَٱلْغَوْا۟ فِيهِ لَعَلَّكُمْ تَغْلِبُونَ ﴿٢٦﴾

কাফিৰসকলে দলিল-প্ৰমাণৰ মুকাবিলা কৰিব নোৱাৰি ইজনে সিজনক উপদেশ দি কয়ঃ তোমালোকে এই কোৰআনখন নুশুনিবা, যিখন মুহাম্মদে তোমালোকক পঢ়ি শুনায় । তথা তাত থকা উপদেশবোৰো নামানিবা। এতেকে যেতিয়া তেওঁ এইখন পাঠ কৰিব তেতিয়া তোমালোকে হুলস্থূ ল কৰিবা। সম্ভ ৱতঃ এইদৰে তোমালোকে তেওঁ ৰ ওপৰত জয় লাভ কৰিব পাৰিবা। হয় তো এই দেখি তেওঁ তিলাৱত কৰা আৰু ধৰ্ম প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিব। ফলত আমি তেওঁ ৰ পৰা নিস্তাৰ পাম। بلغ আল-কোৰআন · তাফছীৰ

فَلَنُذِيقَنَّ ٱلَّذِينَ كَفَرُوا۟ عَذَابًۭا شَدِيدًۭا وَلَنَجْزِيَنَّهُمْ أَسْوَأَ ٱلَّذِى كَانُوا۟ يَعْمَلُونَ ﴿٢٧﴾

আল্লাহৰ লগত কু ফৰী কৰা আৰু তেওঁৰ ৰাছু লসকলক অস্বীকাৰ কৰা লোকসকলক নিশ্চয় আমি কিয়ামতৰ দিনা কঠোৰ শাস্তি ৰ সোৱাদ উপভোগ কৰাম। নিশ্চয় আমি সিহঁ তকসিহঁ তৰশ্বি ৰ্কআৰুপাপকৰ্মৰনিকৃ ষ্টশাস্তি প্ৰতিফলস্ব ৰূপে প্ৰদান কৰিম।

ذَٰلِكَ جَزَآءُ أَعْدَآءِ ٱللَّهِ ٱلنَّارُ ۖ لَهُمْ فِيهَا دَارُ ٱلْخُلْدِ ۖ جَزَآءًۢ بِمَا كَانُوا۟ بِـَٔايَـٰتِنَا يَجْحَدُونَ ﴿٢٨﴾

জাহান্নামৰ এই প্ৰতিফল হৈছে আল্লাহৰ সেইসকল শত্ৰুৰ প্ৰতিদান, যিসকলে তেওঁ ৰ সৈতে কু ফৰী কৰিছে আৰু তেওঁ ৰ ৰাছু লসকলক অস্বীকাৰ কৰিছে। সিহঁ তে তাত চিৰকাল থাকিব, সেই শাস্তি কেতিয়াও সমাপ্ত নহ’ব। কিয় নো সিহঁ তে আল্লাহৰআয়াতসমূ হক অস্বীকাৰকৰিছিল। স্পষ্ট তথা সুদৃঢ় প্ৰমাণৰ পিছতোসেইবোৰৰপ্ৰ তি ঈমান পোষণ কৰানাছিল।

وَقَالَ ٱلَّذِينَ كَفَرُوا۟ رَبَّنَآ أَرِنَا ٱلَّذَيْنِ أَضَلَّانَا مِنَ ٱلْجِنِّ وَٱلْإِنسِ نَجْعَلْهُمَا تَحْتَ أَقْدَامِنَا لِيَكُونَا مِنَ ٱلْأَسْفَلِينَ ﴿٢٩﴾

আল্লাহৰ লগত কু ফৰী কৰা আৰু তেওঁ ৰ ৰাছু লসকলক অস্বীকাৰ কৰা লোকসকলে ক’বঃ হে আমাৰ প্ৰতিপালক! জিন আৰু মানৱৰ মাজৰ পৰা যিসকলে আমাক পথভ্ৰ ষ্টকৰিছিল, আমাক সেইসকল লোকৰ দৰ্শন কৰাই দিয়া। ইবলীছক দেখুৱাই দিয়া, যিয়ে কু ফৰীৰ বাট মুকলি কৰিছিল আৰু ইয়াৰ পিনে আহ্বান কৰিছিল। তথাআদমৰসেই সন্তানক দেখুৱাই দিয়া,যিয়ে তেজ প্ৰবাহিত কৰাৰধাৰাআৰম্ভ কৰিছিল। জাহান্নামত আমি সিহঁ তক আমাৰভৰিৰে মোহাৰিম। যাতে সিহঁ তে জাহান্নামত নিম্ন তস্ৰৰঅধিবাসীহয় ,যিসকলে আটাইতকৈ কঠি ন শাস্তি ভোগ কৰিব।

إِنَّ ٱلَّذِينَ قَالُوا۟ رَبُّنَا ٱللَّهُ ثُمَّ ٱسْتَقَـٰمُوا۟ تَتَنَزَّلُ عَلَيْهِمُ ٱلْمَلَـٰٓئِكَةُ أَلَّا تَخَافُوا۟ وَلَا تَحْزَنُوا۟ وَأَبْشِرُوا۟ بِٱلْجَنَّةِ ٱلَّتِى كُنتُمْ تُوعَدُونَ ﴿٣٠﴾

توعدون নিশ্চয় যিসকলে কৈছে, আল্লাহেই হৈছে আমাৰ প্ৰতিপালক, তেওঁ ৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই, লগতে তেওঁ লোকে আল্লাহৰ আদেশ পালন কৰাৰ ক্ষেত্ৰত আৰু তেওঁ ৰ নিষেধকৃ ত বিষয় বোৰৰ পৰা বিৰত থকাৰ ক্ষেত্ৰত অবিচল থাকে, তেনেকু ৱা লোকৰ মৃ ত্যুৰ সময় ত ফিৰিস্তাসকলে উপস্থি ত হৈ তেওঁলোকক কয়ঃ আপোনালোকে মৃত্যুক ভয় নকৰিব, তথা ইয়াৰ পিছত হ’বলগীয়া ঘটনাবোৰকলৈও চিন্তি ত নহ’ব। পৃথিৱীত এৰি থৈ যোৱা সা- সামগ্ৰীকলৈও আফচোচ নকৰিব। তথা সেই জান্নাতৰ সুসংবাদ গ্ৰহণ কৰক, যিখন জান্নাত আপোনালোকক ঈমান আৰু সৎকৰ্মৰ বিনিময় ত দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল।

نَحْنُ أَوْلِيَآؤُكُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَفِى ٱلْـَٔاخِرَةِ ۖ وَلَكُمْ فِيهَا مَا تَشْتَهِىٓ أَنفُسُكُمْ وَلَكُمْ فِيهَا مَا تَدَّعُونَ ﴿٣١﴾

পাৰ্থিৱ জীৱনত আমি আপোনালোকৰ বন্ধু আছিলোঁ। সেইকাৰণেই আমি আপোনালোকক সঠি ক পথ দেখুৱাইছিলোঁ আৰু আপোনালোকৰ সুৰক্ষাত নিয়োজিত আছিলোঁ। আনহাতে আখিৰাততো আমি হৈছোঁ আপোনালোকৰ সহায় ক। সেয়ে আপোনালোকে সদায় আমাৰ সহায় -সহযোগিতা লাভ কৰিব। জান্নাতত আপোনালোকে নিজৰ পছন্দৰ সকলো সা-সুবিধা লাভ কৰিব, আনকি আপোনালোকে বিচৰা সকলো পছন্দনীয় বস্তু উপলব্ধ থাকিব। نزلا من غفور رحيم

نُزُلًۭا مِّنْ غَفُورٍۢ رَّحِيمٍۢ ﴿٣٢﴾

আপোনালোকক আপ্যায় ন কৰিবলৈ এই জীৱিকাৰ আয়োজন কৰা হৈছে, সেই ক্ষমাশীল প্ৰতিপালকৰ তৰফৰ পৰা, যিয়ে তাওবাকাৰী বান্দাসকলক ক্ষমা কৰিভালপায় । তেওঁ লোকৰপ্ৰ তি অতি দয়ালু।

وَمَنْ أَحْسَنُ قَوْلًۭا مِّمَّن دَعَآ إِلَى ٱللَّهِ وَعَمِلَ صَـٰلِحًۭا وَقَالَ إِنَّنِى مِنَ ٱلْمُسْلِمِينَ ﴿٣٣﴾

আল্লাহৰ তাওহীদৰ প্ৰতি আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলৰ প্ৰতি আহ্বানকাৰী ব্যক্তিৰ কথাতকৈ উত্তম কথা, আন কাৰো হ’ব নোৱাৰে, তথা যিয়ে নিজ প্ৰতিপালকক সন্তু ষ্টকৰিবলৈ সৎকৰ্ম কৰেআৰু কয়ঃ“নিশ্চয় মই আল্লাহৰওচৰত আত্মসমৰ্পন কৰিছোঁ আৰু তেওঁ ৰওচৰত শিৰ নত কৰিছোঁ”। بلغ আল-কোৰআন · তাফছীৰ এতেকে যিয়ে ই এনেকু ৱাকৰ্ম কৰিব,তেৱেঁই মানু হৰভিতৰত উত্তম কথাকোৱাব্যক্তি বুলি স্বীকৃ তি পাব।

وَلَا تَسْتَوِى ٱلْحَسَنَةُ وَلَا ٱلسَّيِّئَةُ ۚ ٱدْفَعْ بِٱلَّتِى هِىَ أَحْسَنُ فَإِذَا ٱلَّذِى بَيْنَكَ وَبَيْنَهُۥ عَدَٰوَةٌۭ كَأَنَّهُۥ وَلِىٌّ حَمِيمٌۭ ﴿٣٤﴾

আল্লাহে সন্তু ষ্টি লাভ কৰা সৎকৰ্ম আৰু আনুগত্য তথা তেওঁ অসন্তু ষ্টহোৱা পাপকৰ্ম আৰু গুনাহ, এই দুয়োটা কেতিয়াও সমান হ'ব নোৱাৰে। যিয়ে আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰে, তাৰ এই বেয়া ব্যৱহাৰ দূৰ কৰিবলৈ আপুনি তাৰ সৈতে উত্তম ব্যৱহাৰ কৰক। যদি আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰে তেন্তে আপুনি দেখিবলৈ পাব যে, সি পূৰ্বৰ ঘোৰ শত্ৰুতা পাহৰি আপোনাৰ অন্ত ৰঙ্গ বন্ধু হৈ পৰিছে।

وَمَا يُلَقَّىٰهَآ إِلَّا ٱلَّذِينَ صَبَرُوا۟ وَمَا يُلَقَّىٰهَآ إِلَّا ذُو حَظٍّ عَظِيمٍۢ ﴿٣٥﴾

এনেকু ৱা উৎকৃ ষ্টব্যৱহাৰ কেৱল সেইসকল লোকেই লাভ কৰে, যিসকলে অন্যায় -অত্যাচাৰ আৰু মানুহৰ বেয়া ব্যৱহাৰত ধৈৰ্য্য ধাৰণ কৰে। এনেকু ৱা বৈশিষ্ট্যকেৱল সৌভাগ্যশালীব্যক্তি সকলেই লাভ কৰে। কিয় নোইয়াৰমাজত অগণন কল্যাণ তথাঅসীম উপকাৰনিহিত হৈ আছে।

وَإِمَّا يَنزَغَنَّكَ مِنَ ٱلشَّيْطَـٰنِ نَزْغٌۭ فَٱسْتَعِذْ بِٱللَّهِ ۖ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ ﴿٣٦﴾

যদি কোনো সময় ত চয় তানে আপোনাক কু মন্ত্ৰ ণা দিয়াৰ চেষ্টা কৰে তেন্তে তেতিয়া আপুনি আল্লাহক মজবুতভাৱে ধাৰণ কৰক আৰু তেওঁৰ শৰণাপন্ন হওক। নিশ্চয় তেওঁ আপোনাৰকথা শ্ৰৱণকাৰী আৰুতেওঁ আপোনাৰঅৱস্থা সম্পৰ্কে সৰ্বজ্ঞ।

وَمِنْ ءَايَـٰتِهِ ٱلَّيْلُ وَٱلنَّهَارُ وَٱلشَّمْسُ وَٱلْقَمَرُ ۚ لَا تَسْجُدُوا۟ لِلشَّمْسِ وَلَا لِلْقَمَرِ وَٱسْجُدُوا۟ لِلَّهِ ٱلَّذِى خَلَقَهُنَّ إِن كُنتُمْ إِيَّاهُ تَعْبُدُونَ ﴿٣٧﴾

إ ياه تعبدون আল্লাহৰ মহানতা আৰু তেওঁৰ তাওহীদৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহৰ অন্যতম হৈছে দিন-ৰাতিৰ আৱৰ্তন আৰু চন্দ্ৰ-সূৰ্য্য। হে মানৱজাতি! তোমালোকে সূৰ্য্যকো ছাজদাহ নকৰিবা আৰু চন্দ্ৰ কো ছাজদাহ নকৰিবা। বৰং কেৱল সেই আল্লাহক ছাজদাহ কৰা, যিয়ে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে সঁচাই তেওঁ ৰ ইবাদত কৰা।

فَإِنِ ٱسْتَكْبَرُوا۟ فَٱلَّذِينَ عِندَ رَبِّكَ يُسَبِّحُونَ لَهُۥ بِٱلَّيْلِ وَٱلنَّهَارِ وَهُمْ لَا يَسْـَٔمُونَ ۩ ﴿٣٨﴾

তথাপিও যদি সিহঁ তে অহংকাৰ কৰে আৰু বিমুখ হয় , তথা একমাত্ৰ সৃষ্টি কৰ্তা আল্লাহক ছাজদাহ নকৰে তেন্তে জানি থোৱা, আল্লাহৰ ওচৰত যিসকল ফিৰিস্তা আছে, তেওঁ লোকে দিনে ৰাতিয়ে আল্লাহৰ তাছবীহ পাঠ কৰে আৰু তেওঁ ৰ প্ৰশংসা কৰে। তেওঁ লোকে আল্লাহৰ ইবাদত কৰাৰ ক্ষেত্ৰত কেতিয়াও ক্লান্তি বোধ নকৰে।

وَمِنْ ءَايَـٰتِهِۦٓ أَنَّكَ تَرَى ٱلْأَرْضَ خَـٰشِعَةًۭ فَإِذَآ أَنزَلْنَا عَلَيْهَا ٱلْمَآءَ ٱهْتَزَّتْ وَرَبَتْ ۚ إِنَّ ٱلَّذِىٓ أَحْيَاهَا لَمُحْىِ ٱلْمَوْتَىٰٓ ۚ إِنَّهُۥ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌ ﴿٣٩﴾

إنه عل كل شىء قدير ى আল্লাহৰ মহানতা, তেওঁৰ তাওহীদ আৰু কিয়ামতৰ দিনা পুনৰ্জীৱিত কৰাৰ ক্ষমতা আদিৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, তুমি ভূমিক শুকান উদ্ভিদহীন দেখিবলৈ পোৱা। কিন্তু যেতিয়াই আমি বৰষুণ অৱতীৰ্ণ কৰোঁ, লগে লগে ভূমিৰ গহ্ব ৰত থকা বীজ আদি উদ্ভিদৰূপে গজালি মেলে আৰু সেউজীয়া হৈ পৰে। নিশ্চয় যি সত্ত্বাই মৃত ভূমিক জীৱিত কৰে, তেওঁ অৱশ্যে মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম। নিশ্চয় তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। মৃত ভূমিক জীৱিত কৰা যিদৰে তেওঁৰ পক্ষে কোনো কঠি ন কাম নহয়, ঠি ক সেইদৰে মৃত লোকসকলকো কবৰৰপৰা জীৱিত কৰাটোও তেওঁ ৰপক্ষে কোনো কঠি ন বিষয় নহয় । بلغ আল-কোৰআন · তাফছীৰ

إِنَّ ٱلَّذِينَ يُلْحِدُونَ فِىٓ ءَايَـٰتِنَا لَا يَخْفَوْنَ عَلَيْنَآ ۗ أَفَمَن يُلْقَىٰ فِى ٱلنَّارِ خَيْرٌ أَم مَّن يَأْتِىٓ ءَامِنًۭا يَوْمَ ٱلْقِيَـٰمَةِ ۚ ٱعْمَلُوا۟ مَا شِئْتُمْ ۖ إِنَّهُۥ بِمَا تَعْمَلُونَ بَصِيرٌ ﴿٤٠﴾

যিসকলে আমাৰ আয়াতসমূহৰ বিষয়ে বেয়া নীতি অৱলম্বন কৰে, সেইবোৰক অস্বীকাৰ কৰে আৰু সেইবোৰৰ অৰ্থ বিকৃ ত কৰে, সেইসকল লোকৰ অৱস্থাআমাৰপৰাগোপন নহয় । আমি সিহঁ তৰবিষয়ে ভালকৈয়ে অৱগত। যাক জাহান্নামত নিক্ষেপ কৰাহ'ব,সেই ব্যক্তি উত্তম নে যিয়ে কিয়ামতৰ দিনা শাস্তি ৰ পৰা নিৰাপদ থাকিব সেই ব্যক্তি উত্তম? হে মানৱজাতি! ভাল বেয়া যিটো ইচ্ছা সেইটোৱে তোমালোকে আমল কৰা। কাৰণ আমি তোমালোকৰ সন্মুখত ভাল বেয়া সকলো বিতংভাৱে স্পষ্ট কৰি দিছোঁ। তোমালোকে ভাল অথবা বেয়া যি কৰ্মই নকৰা কিয় , নিশ্চয় আল্লাহে চাই আছে। তোমালোকৰ কোনো কৰ্মই তেওঁ ৰ পৰা গোপন নহয় ।

إِنَّ ٱلَّذِينَ كَفَرُوا۟ بِٱلذِّكْرِ لَمَّا جَآءَهُمْ ۖ وَإِنَّهُۥ لَكِتَـٰبٌ عَزِيزٌۭ ﴿٤١﴾

নিশ্চয় যিসকলে আল্লাহৰ ফালৰ পৰা কোৰআন অহাৰ পিছতো তাক অস্বীকাৰ কৰে, কিয়ামতৰ দিনা সিহঁ তক শাস্তি বিহা হ’ব। নিঃসন্দে হে এইখন সন্মানিত তথা সুৰক্ষিত গ্ৰন্থ। কোনো বিকৃ তকাৰীয়ে ই ইয়াক বিকৃ ত কৰিবনোৱাৰিব, আৰুকোনেও ইয়াক পৰিবৰ্ত নো কৰিবনোৱাৰিব।

لَّا يَأْتِيهِ ٱلْبَـٰطِلُ مِنۢ بَيْنِ يَدَيْهِ وَلَا مِنْ خَلْفِهِۦ ۖ تَنزِيلٌۭ مِّنْ حَكِيمٍ حَمِيدٍۢ ﴿٤٢﴾

বাতিলে কেতিয়াও ইয়াৰ মাজত অনুপ্ৰ ৱেশ কৰিব নোৱাৰিব, সন্মুখৰ পৰাও নহয় , পিছফালৰ পৰাও নহয় । হ্ৰাসৰূপে হওক অথবা বৃদ্ধিৰূপে, পৰিৱৰ্ত ন হওক অথবা বিকৃ ত, কোনো ধৰণেই প্ৰৱেশ কৰিব নোৱাৰিব। এইখন মহা প্ৰজ্ঞাৱান আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, যিজন সৃষ্টি কৰাৰ ক্ষেত্ৰত নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰুচৰীয় ত প্ৰণয় নৰক্ষেত্ৰত মহাপ্ৰ জ্ঞাৱান। সকলোঅৱস্থাতেই তেওঁ প্ৰসংশিত।

مَّا يُقَالُ لَكَ إِلَّا مَا قَدْ قِيلَ لِلرُّسُلِ مِن قَبْلِكَ ۚ إِنَّ رَبَّكَ لَذُو مَغْفِرَةٍۢ وَذُو عِقَابٍ أَلِيمٍۢ ﴿٤٣﴾

হে ৰাছু ল! আপোনাৰ বিষয়ে ও সেই একেই অস্বীকাৰ কৰাৰ কথা কোৱা হৈছে, যিদৰে আপোনাৰ পূৰ্বৱৰ্তী ৰাছু লসকলক কোৱা হৈছিল। গতিকে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কিয়নো নিশ্চয় আপোনাৰ প্ৰতিপালক হৈছে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল। আনহাতে তাওবা নকৰা ব্যক্তি সকলক অৰ্থাৎ গুনাহৰওপৰত অটল থকালোকসকলকى তেওঁىকষ্ট দায় ক শাস্তি প্ৰদান কৰিব। ي

وَلَوْ جَعَلْنَـٰهُ قُرْءَانًا أَعْجَمِيًّۭا لَّقَالُوا۟ لَوْلَا فُصِّلَتْ ءَايَـٰتُهُۥٓ ۖ ءَا۬عْجَمِىٌّۭ وَعَرَبِىٌّۭ ۗ قُلْ هُوَ لِلَّذِينَ ءَامَنُوا۟ هُدًۭى وَشِفَآءٌۭ ۖ وَٱلَّذِينَ لَا يُؤْمِنُونَ فِىٓ ءَاذَانِهِمْ وَقْرٌۭ وَهُوَ عَلَيْهِمْ عَمًى ۚ أُو۟لَـٰٓئِكَ يُنَادَوْنَ مِن مَّكَانٍۭ بَعِيدٍۢ ﴿٤٤﴾

যদি আমি এই কোৰআনখনক আৰবীৰ বাহিৰে বেলেগ কোনো ভাষাত অৱতীৰ্ণ কৰিলোঁহেঁতেন, তেন্তে কাফিৰসকলে ক’লেহেঁতেনঃ “ইয়াৰ আয়াতসমূহক বিতংভাৱে স্পষ্ট কিয় কৰা হোৱা নাই, তেতিয়াহে আমি বুজি পালোঁহেঁতেন”। কোৰআন কোনো অনাৰবীয়ান ভাষাত অৱতীৰ্ণ হৈছে নেকি, যাক আৰবীভাষী ব্যক্তিয়ে আনিছে? হে ৰাছু ল! আপুনি ইহঁ তক কৈ দিয় কঃ এইখন কোৰআনে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা ব্যক্তিসকলক তথা তেওঁ ৰ ৰাছু লসকলক বিশ্বাস কৰা লোকসকলক মু ক্তি ৰ পথ দেখুৱায় , লগতে অন্ত ৰসমূ হক অজ্ঞানতা আৰু ইয়াৰ ফলত জন্ম হোৱা ব্যাধিসমূ হৰ পৰা আৰোগ্য প্ৰদান কৰে। যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁ তৰ কাণত আছে বধিৰতা। লগতে সিহঁ ত অন্ধ হৈ পৰিছে, ফলত একোৱেই বুজি নাপায় । এনেকু ৱা লোকসকলক যদি দূৰৱৰ্তী কোনো ঠাইৰ পৰা আহ্বান কৰা হয় , তেন্তে কেনেকৈ সিহঁ তে আহ্বানকাৰীৰআহ্বান শুনা পাব?!

وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَـٰبَ فَٱخْتُلِفَ فِيهِ ۗ وَلَوْلَا كَلِمَةٌۭ سَبَقَتْ مِن رَّبِّكَ لَقُضِىَ بَيْنَهُمْ ۚ وَإِنَّهُمْ لَفِى شَكٍّۢ مِّنْهُ مُرِيبٍۢ ﴿٤٥﴾

مريب নিশ্চয় আমি মু ছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ,কিন্তু তাত মতভেদ সৃষ্টি কৰা হৈছিল। কিছু মানে তাৰপ্ৰ তি ঈমান আনিছিল আৰুআন কিছু মানে অস্বীকাৰ কৰিছিল। আল্লাহে যদি বান্দাসকলক এই প্ৰতিশ্ৰুতি নিদিলেহেঁ তেন যে, কিয়ামতৰ দিনা সিহঁ তৰ মাজত ফয় চালা কৰা হ’ব তেন্তে নিশ্চয় তাওৰাত সম্পৰ্কে বিভেদ কৰা লোকসকলৰমাজত ফয় চালা কৰিদিলেহেঁ তেন যে, কোন সত্যআৰুকোন মিছা। সত্যবাদীসকলক সন্মান প্ৰদান কৰিলেহেঁ তেন আৰুবাতিলপন্থীকঅপমানিত কৰিলেহেঁ তেন। প্ৰকৃ ততে কাফিৰসকলেকোৰআন সম্পৰ্কে সন্দে হ তথাসংশয় ত পৰিআছে। بلغ আল-কোৰআন · তাফছীৰ

مَّنْ عَمِلَ صَـٰلِحًۭا فَلِنَفْسِهِۦ ۖ وَمَنْ أَسَآءَ فَعَلَيْهَا ۗ وَمَا رَبُّكَ بِظَلَّـٰمٍۢ لِّلْعَبِيدِ ﴿٤٦﴾

যিয়ে সৎকৰ্ম কৰিব, সেই সৎকৰ্মৰউপকাৰসি নিজেই লাভ কৰিব। কাৰোবাৰসৎকৰ্মই আল্লাহক কোনো উপকাৰনকৰে। আনহাতে যিয়ে অসৎকৰ্ম কৰিব, সেই অসৎকৰ্মৰ ফল সি নিজেই ভোগ কৰিব। কোনো বান্দাৰ অসৎকৰ্মই আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে প্ৰত্যেককে উচিত প্ৰতিদান দিব। হে ৰাছু ল! আপোনাৰ প্ৰতিপালকে কোনো বান্দাৰ প্ৰতি অন্যায় নকৰিব। কাৰোবাৰ নেকীও হ্ৰাস নকৰিব আৰু কাৰোবাৰ গুনাহো বৃদ্ধি নকৰিব।

۞ إِلَيْهِ يُرَدُّ عِلْمُ ٱلسَّاعَةِ ۚ وَمَا تَخْرُجُ مِن ثَمَرَٰتٍۢ مِّنْ أَكْمَامِهَا وَمَا تَحْمِلُ مِنْ أُنثَىٰ وَلَا تَضَعُ إِلَّا بِعِلْمِهِۦ ۚ وَيَوْمَ يُنَادِيهِمْ أَيْنَ شُرَكَآءِى قَالُوٓا۟ ءَاذَنَّـٰكَ مَا مِنَّا مِن شَهِيدٍۢ ﴿٤٧﴾

কিয়ামতৰজ্ঞান একমাত্ৰ আল্লাহৰওচৰতেই প্ৰত্যাৱৰ্তিত হয় । একমাত্ৰ তেৱেঁই জানে কিয়ামত কেতিয়াসংঘটি ত হ’ব,তেওঁ ৰবাহিৰেকোনেও নাজানে। তেওঁ নজনাকৈ কোনো ফল-মূলেই আৱৰণৰ পৰা ওলাই নাহে, আৰু কোনো নাৰীয়ে ও গৰ্ভ ধাৰণ নকৰে তথা সন্তান প্ৰসৱ নকৰে। একোৱেই তেওঁৰ অগোচৰ নহয় । যিদিনা আল্লাহে মু শ্বৰিকসকলক যিসকলে মূ ৰ্ত্তিপূজা কৰিছিল মাতি আনি সিহঁ তৰ পূজা-পাঠকলৈ ককৰ্থনা কৰিব তথা ধিক্কাৰ দি ক’বঃ “সেই অংশীদাৰবিলাক আজি ক’ত, যিসকলক তোমালোকে মোৰ অংশীদাৰ বুলি ধাৰণা কৰিছিলা”? মুশ্বৰিকসকলে ক’বঃ “আমি আপোনাৰ সন্মুখত স্বীকাৰ কৰিলোঁ যে, এতিয়াৰ পৰা আমাৰ মাজৰ কোনেও এই কথাৰ সাক্ষ্য নিদিব যে, আপোনাৰ অংশীদাৰ আছে”।

وَضَلَّ عَنْهُم مَّا كَانُوا۟ يَدْعُونَ مِن قَبْلُ ۖ وَظَنُّوا۟ مَا لَهُم مِّن مَّحِيصٍۢ ﴿٤٨﴾

সিহঁ তে পূজাপাঠ কৰাসেই মূ ৰ্ত্তিবোৰতেতিয়াসিহঁ তৰপৰাঅন্ত ৰ্ধান হৈ যাব। তথাসিহঁ তে পূৰ্ণ বিশ্বাস কৰিবযে,আল্লাহৰশাস্তি ৰপৰাপলায় ন কৰাৰতথা আশ্ৰ য় লোৱাৰকোনোউপায় নাই।

لَّا يَسْـَٔمُ ٱلْإِنسَـٰنُ مِن دُعَآءِ ٱلْخَيْرِ وَإِن مَّسَّهُ ٱلشَّرُّ فَيَـُٔوسٌۭ قَنُوطٌۭ ﴿٤٩﴾

মানু হে সুস্বাস্থ্য, ধন-সম্পদ আৰুসন্তান-সন্ত তি আদি নিয়ামত বিচৰাৰক্ষেত্ৰত কেতিয়াও ক্লান্তি বোধনকৰে। কিন্তু যদি সি দৰিদ্ৰ তা অথবা বেমাৰ-আজাৰৰ সন্মুখীন হয় , তেতিয়া আল্লাহৰ কৃ পাৰ পৰা অতি বেয়াকৈ নিৰাশ হৈ পৰে।

وَلَئِنْ أَذَقْنَـٰهُ رَحْمَةًۭ مِّنَّا مِنۢ بَعْدِ ضَرَّآءَ مَسَّتْهُ لَيَقُولَنَّ هَـٰذَا لِى وَمَآ أَظُنُّ ٱلسَّاعَةَ قَآئِمَةًۭ وَلَئِن رُّجِعْتُ إِلَىٰ رَبِّىٓ إِنَّ لِى عِندَهُۥ لَلْحُسْنَىٰ ۚ فَلَنُنَبِّئَنَّ ٱلَّذِينَ كَفَرُوا۟ بِمَا عَمِلُوا۟ وَلَنُذِيقَنَّهُم مِّنْ عَذَابٍ غَلِيظٍۢ ﴿٥٠﴾

ى আনহাতে পৰীক্ষা তথা বেমাৰ-আজাৰৰ পিছত যদি আমি তাক সুস্বাস্থ্য আৰু ধন-সম্পদ দান কৰোঁ, তেতিয়া সি নিশ্চয় ক’বঃ “এইবোৰ মই এইকাৰণে লাভ কৰিছোঁ, কাৰণ মই ইয়াৰ যোগ্য আছিলোঁ, তথা এইটো আছিল মোৰ প্ৰাপ্য। লগতে কিয়ামত সংঘটি ত হ’ব বুলিও মোৰ বিশ্বাস নহয় । যদি মানিও লওঁ যে, কিয়ামত সংঘটি ত হ’ব তথাপিও আল্লাহৰ ওচৰত থাকিব মোৰ বাবে অজস্ৰ ধন-সম্পদ। কিয় নো যিদৰে তেওঁ মোৰ যোগ্যতা অনু সাৰে পৃথিৱীত মোক ধন-সম্পত্তি দান কৰিছে, ঠি ক সেইদৰে আখিৰাততো তেওঁ মোক মোৰ প্ৰাপ্যখিনি প্ৰদান কৰি উপকাৰ কৰিব”। নিশ্চয় আল্লাহৰ লগত কু ফৰী কৰা ব্যক্তি সকলক সিহঁ তৰকু ফৰী আৰুগুনাহৰবিষয়ে অচিৰেই আমি সিহঁ তক অৱগত কৰিম। তথা অতি কঠি ন শাস্তি ৰসোৱাদ উপভোগ কৰিবলৈ দিম।

وَإِذَآ أَنْعَمْنَا عَلَى ٱلْإِنسَـٰنِ أَعْرَضَ وَنَـَٔا بِجَانِبِهِۦ وَإِذَا مَسَّهُ ٱلشَّرُّ فَذُو دُعَآءٍ عَرِيضٍۢ ﴿٥١﴾

মানু হক যেতিয়া আমি সুস্বাস্থ্য, আৰোগ্য আদিৰ মাধ্যমত নিয়ামত প্ৰদান কৰোঁ, তেতিয়া সি আল্লাহৰ স্মৰণ আৰু আনু গত্যৰ পৰা অমনোযোগী হৈ পৰে, তথা অহংকাৰ কৰি বিমুখ হৈ পৰে। কিন্তু যেতিয়াই বেমাৰ-আজাৰ আৰু দৰিদ্ৰ তা আদিয়ে স্পৰ্শ কৰে, তেতিয়াই আল্লাহৰ ওচৰত বেছি বেছি দুআ কৰিবলৈ আৰম্ভ কৰে। তেওঁ ৰওচৰত বিপদ-আপদ সম্পৰ্কে অভিযোগ কৰে,যাতে তেওঁ সেই বিপদ-আপদ দূৰকৰিদিয়ে । পক্ষান্ত ৰেসি নিয়ামত আদি লাভৰ সময় ত আল্লাহৰ কৃ তজ্ঞতা জ্ঞাপন নকৰে, আৰু তেওঁ যেতিয়া তাক বিপদ-আপদৰ দ্বাৰা পৰীক্ষা কৰে, সেই সময় তো সি ধৈৰ্য্য ধাৰণ নকৰে। بلغ আল-কোৰআন · তাফছীৰ

قُلْ أَرَءَيْتُمْ إِن كَانَ مِنْ عِندِ ٱللَّهِ ثُمَّ كَفَرْتُم بِهِۦ مَنْ أَضَلُّ مِمَّنْ هُوَ فِى شِقَاقٍۭ بَعِيدٍۢ ﴿٥٢﴾

হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক কৈ দিয় কঃ কোৱাচোন! যদি এই কোৰআন সঁচাই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে, তাৰ পিছতো তোমালোকে ইয়াক নাকচ কৰি আছা তথা অস্বীকাৰ কৰি আছা, তেন্তে তেনে পৰিস্থি তিত তোমালোকৰ কি অৱস্থা হ’ব? এতেকে সেই ব্যক্তি তকৈ মহাপথভ্ৰ ষ্টআৰুনোকোন হ’বপাৰে,যিয়ে সত্যৰলগত শত্ৰুতাপোষণ কৰে,অথচ সত্যস্পষ্ট হৈছে আৰুইয়াৰপ্ৰ কাশ্যদলিল-প্ৰমাণ প্ৰবলৰূপত প্ৰকট হৈছে!?

سَنُرِيهِمْ ءَايَـٰتِنَا فِى ٱلْـَٔافَاقِ وَفِىٓ أَنفُسِهِمْ حَتَّىٰ يَتَبَيَّنَ لَهُمْ أَنَّهُ ٱلْحَقُّ ۗ أَوَلَمْ يَكْفِ بِرَبِّكَ أَنَّهُۥ عَلَىٰ كُلِّ شَىْءٍۢ شَهِيدٌ ﴿٥٣﴾

শীঘ্ৰে ই আমি মুছলমানসকলক পৃথিৱীৰ চোকে-কোণে বিজয় প্ৰদান কৰি কু ৰাইশ্ব বংশৰ কাফিৰসকলক আমাৰ নিদৰ্শনসমূহ দেখুৱাম। এইদৰে মক্কা বিজয় ৰমাধ্যমত আমি সিহঁ তৰনিজৰমাজত থকা আমাৰনিদৰ্শনসমূহ দেখুৱাম। যাতে এই কোৰআন সম্পৰ্কে সিহঁ তৰসকলো প্ৰকাৰসংশয় দূৰহয় , আৰু কোনো ধৰণৰ সন্দে হ যাতে বাকী নাথাকে। এই মু শ্বৰিকসকলৰ বাবে কোৰআনৰ সত্যতা সম্পৰ্কে আল্লাহৰ এই সাক্ষ্য যথেষ্ট নহয় নে যে, এইখন হৈছে তেওঁ ৰ ফালৰ পৰা অৱতীৰ্ণ? আল্লাহতকৈও ডাঙৰ সাক্ষ্য আন কাৰ হ’ব পাৰে? দৰাচলতে সঁচাই যদি সিহঁ তে সত্য অৱলম্বন কৰিব বিচাৰিলেহেঁ তেন, তেন্তে নিশ্চয় সিহঁ তেনিজ প্ৰতিপালকৰসাক্ষ্যকযথেষ্ট বুলিস্বীকাৰকৰিলেহেঁ তেন আৰুসন্তু ষ্টহ’লহেঁ তেন।

أَلَآ إِنَّهُمْ فِى مِرْيَةٍۢ مِّن لِّقَآءِ رَبِّهِمْ ۗ أَلَآ إِنَّهُۥ بِكُلِّ شَىْءٍۢ مُّحِيطٌۢ ﴿٥٤﴾

জানি থোৱা! এই মু শ্বৰিকসকলে আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰাৰ কাৰণে কিয়ামতৰ দিনা হ’বলগীয়া নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে সন্দে হত পতিত হৈ আছে। সেইকাৰণেই সিহঁ তে আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে আৰু সিহঁ তে সৎকৰ্ম আদিৰ দ্বাৰা ইয়াৰ বাবে প্ৰস্তু তিও নলয় । জানি থোৱা! নিশ্চয় আল্লাহে তেওঁ ৰজ্ঞান আৰুক্ষমতাৰজৰিয় তে সকলোবস্তু কে পৰিবেষ্ট ন কৰিআছে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Fussilat — فصلت

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা