মুখ্য পৃষ্ঠাতাফছীৰAl-Anfaal (8)

তাফছীৰ Al-Anfaal (8) — الأنفال

মাদানী · 75 আয়াত

পঢ়ক · শুনকPDF ফাইল

يَسْـَٔلُونَكَ عَنِ ٱلْأَنفَالِ ۖ قُلِ ٱلْأَنفَالُ لِلَّهِ وَٱلرَّسُولِ ۖ فَٱتَّقُوا۟ ٱللَّهَ وَأَصْلِحُوا۟ ذَاتَ بَيْنِكُمْ ۖ وَأَطِيعُوا۟ ٱللَّهَ وَرَسُولَهُۥٓ إِن كُنتُم مُّؤْمِنِينَ ﴿١﴾

كنتم م ؤمنين হে ৰাছু ল! আপোনাৰ সঙ্গীসকলে আপোনাক সোধে যে, যুদ্ধলব্ধ সম্পদ কেনেকৈ বন্ট ন কৰা হ'ব? আৰু কোনসকল লোকৰ মাজত বন্ট ন কৰা হ'ব? হে ৰাছু ল! আপুনি তেওঁ লোকক উত্তৰ প্ৰদান কৰি কওক, যুদ্ধলব্ধ সম্পদ হৈছে আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ বাবে। সেইবোৰ ব্যয় কৰা আৰু বন্ট ন কৰাৰ দায়ি ত্বহৈছে আল্লাহ আৰুতেওঁৰৰাছুলৰ। তোমালোকৰকাম হৈছে মানি লোৱা আৰুআদেশ পালন কৰা। এতেকে হে মুমিনসকল! তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰা। তোমালোকে নিজৰ মাজৰ পাৰস্পৰিক সম্পৰ্কক বিনষ্ট নকৰি প্ৰে ম, ভাতৃত্ব বোধ, উত্তম ব্যৱহাৰ আৰু মাৰ্জ নাৰ জৰিয় তে সংশোধন কৰা আৰু দৃঢ় তথা মজবুত কৰাৰ চেষ্টা কৰা। যদি তোমালোকে প্ৰকৃ ত মুমিন হোৱা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ আনুগত্য কৰা। কিয় নো ঈমানে আনুগত্য কৰাত আৰু গুনাহৰ পৰা বিৰত থকাৰ প্ৰতি উৎসাহিত কৰে। জনাউচিত যে,উক্ত বিষয় সম্পৰ্কে প্ৰশ্নবোৰবদৰৰযুদ্ধৰপিছত উত্থাপন হৈছিল।

إِنَّمَا ٱلْمُؤْمِنُونَ ٱلَّذِينَ إِذَا ذُكِرَ ٱللَّهُ وَجِلَتْ قُلُوبُهُمْ وَإِذَا تُلِيَتْ عَلَيْهِمْ ءَايَـٰتُهُۥ زَادَتْهُمْ إِيمَـٰنًۭا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ ﴿٢﴾

দৰাচলতে প্ৰকৃ ত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ বৰ্ণনা শুনিলে তেওঁলোকৰ অন্ত ৰ কঁপি উঠে। তেওঁলোকৰ অন্ত ৰ আৰু শৰীৰ আনু গত্যৰ পিনে আকৰ্ষিত হয় । যেতিয়া তেওঁ লোকৰ সন্মুখত আল্লাহৰ আয়াতসমূ হ তিলাৱত কৰা হয় , তেতিয়া তেওঁ লোকে সেই বিষয়ে চিন্তা চৰ্চা কৰে, লগতে তেওঁ লোকৰঈমান বৃদ্ধি হয় । তেওঁ লোকে কল্যাণ অৰ্জ ন কৰিবলৈ আৰু অকল্যাণ দূৰকৰিবলৈ কেৱল আল্লাহৰওপৰতেই ভৰসা কৰে।

ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَمِمَّا رَزَقْنَـٰهُمْ يُنفِقُونَ ﴿٣﴾

যিসকলে পৰিপূৰ্ণৰূপে যথাসময় ত ছালাত আদায় কৰে, আৰু আমি প্ৰদান কৰা ধনৰ পৰা সেইসমূহ শিতানত ব্যয় কৰে, য’ত ব্যয় কৰা ওৱাজীব অথবা মু তাহাব।স্ ق

أُو۟لَـٰٓئِكَ هُمُ ٱلْمُؤْمِنُونَ حَقًّۭا ۚ لَّهُمْ دَرَجَـٰتٌ عِندَ رَبِّهِمْ وَمَغْفِرَةٌۭ وَرِزْقٌۭ كَرِيمٌۭ ﴿٤﴾

এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তি সকলেই হৈছে প্ৰকৃ ত মু মিন। কিয় নো তেওঁ লোকৰ মাজত ঈমান আৰু ইছলামৰ বাহ্যিক বৈশিষ্ট্যসমূ হ মজুত আছে। প্ৰতিদানস্ব ৰূপে তেওঁ লোকে নিজ প্ৰতিপালকৰ ওচৰত ওখ ওখ অট্টালিকা লাভ কৰিব। গুনাহৰ পৰা ক্ষমা লাভ কৰিব আৰু উত্তম জীৱিকা লাভ কৰিব। এইবোৰহৈছে সেইসমূ হ নিয়ামত যিবোৰআল্লাহে তেওঁ লোকৰবাবেপ্ৰ স্তু ত কৰিথৈছে।

كَمَآ أَخْرَجَكَ رَبُّكَ مِنۢ بَيْتِكَ بِٱلْحَقِّ وَإِنَّ فَرِيقًۭا مِّنَ ٱلْمُؤْمِنِينَ لَكَـٰرِهُونَ ﴿٥﴾

যিদৰে আল্লাহে যুদ্ধলব্ধ সম্পদ সম্পৰ্কে তোমালোকৰ মতভেদ হোৱাৰ পিছত তোমালোকৰ পৰা সেই সম্পদ বন্ট ন কৰাৰ অধিকাৰ নিজৰ হাতত লৈছে, লগতে সেই অধিকাৰআল্লাহ আৰু তেওঁ ৰৰাছু লক প্ৰদান কৰিছে। ঠি ক সেইদৰেহে ৰাছু ল! মদীনাৰপৰা ওলাই গৈ মু শ্বৰিকসকলৰলগত যুদ্ধ কৰাৰবাবে আপোনাৰ প্ৰতিপালকে আপোনাক অহীৰ মাধ্যমত আদেশ প্ৰদান কৰিছে। যদিও মু মিনসকলৰ এটা দলে ইয়াক অপছন্দ কৰিছিল।

يُجَـٰدِلُونَكَ فِى ٱلْحَقِّ بَعْدَ مَا تَبَيَّنَ كَأَنَّمَا يُسَاقُونَ إِلَى ٱلْمَوْتِ وَهُمْ يَنظُرُونَ ﴿٦﴾

হে ৰাছু ল! মুমিনসকলৰ এই দলটোৱে মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰা সম্পৰ্কে আপোনাৰ লগত বাদানুবাদ কৰি আছিল, অথচ তেওঁলোকৰ সন্মুখত এইটো স্পষ্ট হৈ পৰিছিল যে, যুদ্ধ হ'বই। এনেকু ৱা ভাব হৈছিল যে, তেওঁলোকক মৃত্যুৰ পিনে খেদি লৈ যোৱা হৈছে আৰু তেওঁলোকে মৃত্যুক স্বচক্ষে প্ৰত্যক্ষ কৰি আছে। কাৰণ তেওঁলোকে যুদ্ধৰ বাবে ওলোৱাটো অন্ত কৰণে অপছন্দ কৰিছিল। কিয় নো তেওঁলোক ইয়াৰ বাবে প্ৰস্তু ত নাছিল, আৰু কোনো প্ৰস্তু তিও লোৱা নাছিল। بلغ আল-কোৰআন · তাফছীৰ

وَإِذْ يَعِدُكُمُ ٱللَّهُ إِحْدَى ٱلطَّآئِفَتَيْنِ أَنَّهَا لَكُمْ وَتَوَدُّونَ أَنَّ غَيْرَ ذَاتِ ٱلشَّوْكَةِ تَكُونُ لَكُمْ وَيُرِيدُ ٱللَّهُ أَن يُحِقَّ ٱلْحَقَّ بِكَلِمَـٰتِهِۦ وَيَقْطَعَ دَابِرَ ٱلْكَـٰفِرِينَ ﴿٧﴾

হে বাদানু বাদকাৰী মু মিনসকল! সেই সময় ছোৱাক স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, মু শ্বৰিকসকলৰ দুটা দলৰ যিকোনো এটা দলৰ ওপৰত তোমালোকে বিজয় লাভ কৰিবা। এটা হ’ব যাত্ৰীদল, তাত থকা সা-সম্পত্তিবোৰ তোমালোকে গনিমতস্ব ৰূপে লাভ কৰিবা। আনহাতে আনটো হ'ব সংগ্ৰামী দল, যিসকলৰ লগত যুদ্ধ কৰি তোমালোকে বিজয় প্ৰাপ্ত হ'বা। যদিও তোমালোকে বিচাৰিছিলা যাতে যাত্ৰীদলৰ সন্মুখীন হোৱা, কিয় নো সেইটোক সহজতে যুদ্ধ নোহোৱাকৈ নিজৰ নিয় ন্ত্ৰ ণত ল’ব পৰা যাব। কিন্তু আল্লাহে বিচাৰিছিল তোমালোকক আদেশ দিয়া যুদ্ধৰ বিধানটো বাস্ত ৱায়ি ত হওক। লগতে তোমালোকে যাতে মুশ্বৰিকসকলৰ নেতৃবৰ্গক হত্যা কৰিব পাৰা, আৰু সিহঁতৰ মাজৰ বহুতকে বন্দী বনাই লোৱা, যাতে ইছলামৰশক্তি প্ৰকাশ্যভাৱেপ্ৰ তিষ্ঠাহয় ।

لِيُحِقَّ ٱلْحَقَّ وَيُبْطِلَ ٱلْبَـٰطِلَ وَلَوْ كَرِهَ ٱلْمُجْرِمُونَ ﴿٨﴾

যাতে ইছলাম আৰু মুছলিমসকলক বিজয় প্ৰদান কৰি সত্য প্ৰতিষ্ঠা কৰিব পাৰে, লগতে অসত্যক অসত্য প্ৰমাণ কৰি মিছা বুলি সাব্যস্ত কৰিব পাৰে। যদিও মু শ্বৰিকসকলে এয়া অপছন্দ কৰে, কিন্তু আল্লাহে এয়া প্ৰকাশ কৰিবই।

إِذْ تَسْتَغِيثُونَ رَبَّكُمْ فَٱسْتَجَابَ لَكُمْ أَنِّى مُمِدُّكُم بِأَلْفٍۢ مِّنَ ٱلْمَلَـٰٓئِكَةِ مُرْدِفِينَ ﴿٩﴾

হে মুমিনসকল! বদৰৰ দিনটো মনত আছেনে, যেতিয়া তোমালোকে শত্ৰুৰ বিৰুদ্ধে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰিছিলা, তেতিয়া আল্লাহে তোমালোকৰ প্ৰাৰ্থনাত সঁহাৰি দিছিল, আৰু তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, তেওঁ তোমালোকক এহেজাৰ ফিৰিস্তাৰ জৰিয় তে সহায় কৰিব, যিসকলে ধাৰাবাহিকভাৱে আগমন কৰিব।

وَمَا جَعَلَهُ ٱللَّهُ إِلَّا بُشْرَىٰ وَلِتَطْمَئِنَّ بِهِۦ قُلُوبُكُمْ ۚ وَمَا ٱلنَّصْرُ إِلَّا مِنْ عِندِ ٱللَّهِ ۚ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌ ﴿١٠﴾

হে মুমিনসকল! ফিৰিস্তাৰ জৰিয় তে সহায় প্ৰদানক আল্লাহে তোমালোকৰ বাবে কেৱল সুসংবাদহে দিছে, প্ৰকৃ ত সহায় ক আল্লাহ নিজেই, তেৱেঁই তোমালোকক শত্ৰুৰবিৰুদ্ধে সহায় কৰিব। সুসংবাদ এই কাৰণে দিছে যাতে তোমালোকৰঅন্ত ৰেসন্তু ষ্টি তথাপ্ৰ শান্তি লাভ কৰে,লগতে এই বিশ্বাস পুৰঠ হৈ উঠে যে, বিজয় সংখ্যা বলৰ ভিত্তিত নহয় বৰং আল্লাহৰ ফালৰ পৰা লাভ হয় । নিশ্চয় আল্লাহ ৰাজত্ব সঞ্চালনত প্ৰভূত্ব শালী। তেওঁক কোনেও পৰাজিত কৰিবনোৱাৰে। তেওঁ চৰীয় ত প্ৰণয় নত আৰুভাগ্যনিৰ্ধাৰণত মহাপ্ৰ জ্ঞাৱান।

إِذْ يُغَشِّيكُمُ ٱلنُّعَاسَ أَمَنَةًۭ مِّنْهُ وَيُنَزِّلُ عَلَيْكُم مِّنَ ٱلسَّمَآءِ مَآءًۭ لِّيُطَهِّرَكُم بِهِۦ وَيُذْهِبَ عَنكُمْ رِجْزَ ٱلشَّيْطَـٰنِ وَلِيَرْبِطَ عَلَىٰ قُلُوبِكُمْ وَيُثَبِّتَ بِهِ ٱلْأَقْدَامَ ﴿١١﴾

ى হে মুমিনসকল! সেই সময় ছোৱাক স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক শত্ৰুৰ ভয় ৰ পৰা নিশ্চিন্ত কৰিবলৈ তোমালোকৰ ওপৰত কলাঘুমটি বিস্তাৰ কৰিছিল। লগতে তোমালোকক মলিনতাৰ পৰা পৱিত্ৰ কৰিবলৈ তোমালোকৰ ওপৰত বৰষুণ বৰ্ষাইছিল। যাতে তোমালোকৰ অন্ত ৰৰ পৰা চয় তানৰ কু মন্ত্ৰ ণা দূৰিভূত কৰিব পাৰে। লগতে যাতে তোমালোকৰ অন্ত ৰক দৃঢ় তা প্ৰদান কৰিব পাৰে আৰু মুকাবিলাৰ সময় ত তোমালোকৰ শৰীৰ অটল থাকে। তোমালোকৰভৰিযাতে দৃঢ় হৈ থাকে, যাতে বালিময় মাটি ত তোমালোকৰভৰিপুত নাখায় । বৰষুণৰজৰিয় তে সেই মাটি ক জমাই দিয়া হৈছিল।

إِذْ يُوحِى رَبُّكَ إِلَى ٱلْمَلَـٰٓئِكَةِ أَنِّى مَعَكُمْ فَثَبِّتُوا۟ ٱلَّذِينَ ءَامَنُوا۟ ۚ سَأُلْقِى فِى قُلُوبِ ٱلَّذِينَ كَفَرُوا۟ ٱلرُّعْبَ فَٱضْرِبُوا۟ فَوْقَ ٱلْأَعْنَاقِ وَٱضْرِبُوا۟ مِنْهُمْ كُلَّ بَنَانٍۢ ﴿١٢﴾

হে নবী! যেতিয়া আপোনাৰ প্ৰতিপালকে সেইসকল ফিৰিস্তাৰ প্ৰতি অহী কৰিছিল, যিসকলক বদৰৰ দিনা মু মিনসকলৰ সহায় ৰ বাবে প্ৰে ৰণ কৰা হৈছিল, হে ফিৰিস্তাসকল! মোৰ সহায় আৰু সমৰ্থন তোমালোকৰ লগত আছে। এতেকে মুমিনসকলৰ শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ দৃঢ় সংকল্পবদ্ধ হোৱা। মই শীঘ্ৰে ই কাফিৰসকলৰঅন্ত ৰত ভীতিৰসঞ্চাৰকৰিম। এতেকে হে মু মিনসকল! কাফিৰসকলৰশিৰচ্ছেদ কৰিযোৱা,যাতে সিহঁ তে মৃ ত্যুবৰণ কৰে। بلغ আল-কোৰআন · তাফছীৰ লগতে সিহঁ তৰহাড় আৰুশৰীৰৰঅংগ-প্ৰত্যঙ্গত প্ৰহাৰকৰা,যাতে সিহঁ তে যুদ্ধ কৰিবপৰাসাহস গোটাবনোৱাৰে।

ذَٰلِكَ بِأَنَّهُمْ شَآقُّوا۟ ٱللَّهَ وَرَسُولَهُۥ ۚ وَمَن يُشَاقِقِ ٱللَّهَ وَرَسُولَهُۥ فَإِنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ ﴿١٣﴾

কাফিৰসকলে এই হত্যা আৰু আঘাতৰ সন্মুখীন এই কাৰণে হৈছিল, কিয় নো সিহঁ তে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ বিৰুদ্ধাচৰণ কৰিছিল। সিহঁ তক যি আদেশ দিয়া হৈছিল সেইটো পালন কৰা নাছিল, আৰু যিটোৰ পৰা নিষেধ কৰা হৈছিল সেইটোৰ পৰা বিৰত থকা নাছিল। যিয়ে এইদৰে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব, আল্লাহে নিশ্চয় তাক কষ্ট দায় ক শাস্তি দিব। সিহঁতে পৃথিৱীত হত্যা আৰু বন্দীৰ সন্মুখীন হ'ব আৰু আখিৰাতত জাহান্নামৰ।

ذَٰلِكُمْ فَذُوقُوهُ وَأَنَّ لِلْكَـٰفِرِينَ عَذَابَ ٱلنَّارِ ﴿١٤﴾

হে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ বিৰোধিতাকাৰীসকল! এইটোৱে হৈছে তোমালোকৰ শাস্তি । তোমালোকে পাৰ্থিৱ জীৱনত আগতীয়াকৈ এই শাস্তি ভোগ কৰা, আৰু যদি কু ফৰ তথা পাপিষ্ঠ অৱস্থাতে মৃ ত্যুবৰণ কৰা তেন্তে আখিৰাততো আছে তোমালোকৰ বাবে জাহান্নামৰ শাস্তি ।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا لَقِيتُمُ ٱلَّذِينَ كَفَرُوا۟ زَحْفًۭا فَلَا تُوَلُّوهُمُ ٱلْأَدْبَارَ ﴿١٥﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছু লৰ অনুসাৰীসকল! যুদ্ধৰ ময় দানত যেতিয়া মুশ্বৰিকসকলৰ লগত তোমালোকৰ মুকাবিলা হ'ব, তেতিয়া পৰাজয় স্বীকাৰ নকৰিবা আৰু পৃষ্ঠ প্ৰদৰ্শন কৰি পলায় ন নকৰিবা। বৰং দৃঢ় তাৰে সিহঁ তৰ লগত মুকাবিলা কৰিবা আৰু ধৈৰ্য্য ধাৰণ কৰিবা। কিয় নো আল্লাহৰ সহায় আৰু সমৰ্থন তোমালোকৰ লগত আছে।

وَمَن يُوَلِّهِمْ يَوْمَئِذٍۢ دُبُرَهُۥٓ إِلَّا مُتَحَرِّفًۭا لِّقِتَالٍ أَوْ مُتَحَيِّزًا إِلَىٰ فِئَةٍۢ فَقَدْ بَآءَ بِغَضَبٍۢ مِّنَ ٱللَّهِ وَمَأْوَىٰهُ جَهَنَّمُ ۖ وَبِئْسَ ٱلْمَصِيرُ ﴿١٦﴾

যি ব্যক্তিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিপলায় ন কৰিব, কিন্তু যদি উভতি আক্ৰ মণ কৰাৰউদ্দেশ্য থাকে তেন্তে বিষয় টো সুকীয়া, যেনে- শত্ৰুপক্ষই যাতে ভাবেযে, তেওঁ লোকে পলায় ন কৰি আছে, অথচ তেওঁ লোকে উভতি আক্ৰ মণ কৰাৰ কৌশল অৱলম্বন কৰিছে, নাইবা মু ছলিমসকলৰ কোনো দলৰ সহায় গ্ৰহণৰ উদ্দেশ্য থাকে, যদি এই দুটা উদ্দেশ্য নাথাকে তেন্তে সেই ব্যক্তি আল্লাহৰ প্ৰকোপ লৈ প্ৰত্যাৱৰ্ত ন কৰিব আৰু তেওঁৰ ক্ৰোধৰ সন্মুখীন হ'ব। আখিৰাতত তাৰ ঠি কনা হ'ব জাহান্নাম, তাৰ ঠি কনা আৰু পৰিণাম হ'ব আটাইতকৈ নিকৃ ষ্ট।

فَلَمْ تَقْتُلُوهُمْ وَلَـٰكِنَّ ٱللَّهَ قَتَلَهُمْ ۚ وَمَا رَمَيْتَ إِذْ رَمَيْتَ وَلَـٰكِنَّ ٱللَّهَ رَمَىٰ ۚ وَلِيُبْلِىَ ٱلْمُؤْمِنِينَ مِنْهُ بَلَآءً حَسَنًا ۚ إِنَّ ٱللَّهَ سَمِيعٌ عَلِيمٌۭ ﴿١٧﴾

سميع عليم হে মুমিনসকল! বদৰৰ যুদ্ধৰ দিনা তোমালোকে নিজ শক্তিৰে মুশ্বৰিকসকলক হত্যা কৰা নাছিলা, বৰং আল্লাহে তোমালোকক সেই কামত সহায় কৰিছিল। হে নবী! আপুনি যেতিয়া (বালি) নিক্ষেপ কৰিছিল, তেতিয়া আপুনি নিক্ষেপ কৰা নাছিল, বৰং সেইটো আল্লাহে নিক্ষেপ কৰিছিল, আৰু আপুনি নিক্ষেপ কৰা বালিক আল্লাহে সিহঁ তৰ ওচৰলৈ পৌঁচাই দিছিল। যাতে মুমিনসকলক পৰীক্ষা কৰিব পাৰে যে, তেওঁলোকে সংখ্যাত কম আৰু প্ৰস্তু তি নোহোৱাকৈ বিজয় লাভ কৰাৰ পিছত আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰে নে নাই। নিশ্চয় আল্লাহ তোমালোকৰ কথা আৰু প্ৰাৰ্থনা শ্ৰৱণকাৰী। তোমালোকৰকৰ্ম সম্পৰ্কে অৱগত,লগতে কোনটোকামত তোমালোকৰকল্যাণ আছে সেই বিষয়ে ও তেওঁ সম্যক অৱগত।

ذَٰلِكُمْ وَأَنَّ ٱللَّهَ مُوهِنُ كَيْدِ ٱلْكَـٰفِرِينَ ﴿١٨﴾

উক্ত সকলো বিষয় , যেনে- মু শ্বৰিকসকলক হত্যা কৰা, সিহঁ তৰ ফালে বালি নিক্ষেপ কৰা আনকি যাৰ ফলত সিহঁ ত পৰাজিত হৈ পলায় ন কৰিছিল আৰু মুমিনসকলক শত্ৰুৰ বিৰুদ্ধে বিজয় প্ৰদান কৰা, এই সকলো আল্লাহৰ ফালৰ পৰা সংঘটি ত হৈছে। আল্লাহেই সেইসকল কাফিৰৰ চক্ৰান্ত ফাদিল কৰি দুৰ্বল কৰি দিয়ে যিসকলে ইছলামৰ বিৰুদ্ধে চক্ৰান্ত ৰচে। بلغ আল-কোৰআন · তাফছীৰ

إِن تَسْتَفْتِحُوا۟ فَقَدْ جَآءَكُمُ ٱلْفَتْحُ ۖ وَإِن تَنتَهُوا۟ فَهُوَ خَيْرٌۭ لَّكُمْ ۖ وَإِن تَعُودُوا۟ نَعُدْ وَلَن تُغْنِىَ عَنكُمْ فِئَتُكُمْ شَيْـًۭٔا وَلَوْ كَثُرَتْ وَأَنَّ ٱللَّهَ مَعَ ٱلْمُؤْمِنِينَ ﴿١٩﴾

হে মুশ্বৰিকসকল! যদি তোমালোকে এইটো আবেদন কৰা যে, আল্লাহে পাপিষ্ঠ অত্যাচাৰীসকলৰ ওপৰত তেওঁৰ শাস্তি অৱতীৰ্ণ কৰক, তেন্তে জানি থোৱা, আল্লাহে সেই শাস্তি অৱতীৰ্ণ কৰিছে যিটো তোমালোকে বিচাৰি আছিলা। কিয় নো তেওঁ তোমালোকক এনেকু ৱা শাস্তি প্ৰদান কৰিছে যিটো তোমালোকৰ বাবে শিক্ষাপ্ৰ দ আৰু মু ত্তাক্বীসকলৰ বাবে উপদেশ। যদি তোমালোকে এনেকু ৱা আবেদন প্ৰত্যাহাৰ কৰা তেন্তে তোমালোকৰ বাবে আছে কল্যাণ। সম্ভ ৱতঃআল্লাহে তোমালোকক অৱকাশ দিবআৰুশাস্তি প্ৰদানত খৰধৰনকৰিব। আনহাতে পুনৰযদি তোমালোকে তেনেকু ৱা আবেদন কৰা তথা মুমিনসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচৰা তেন্তে আমি আকৌ তোমালোকক শাস্তি ৰ সন্মুখীন কৰিম আৰু মুমিনসকলক বিজয় প্ৰদান কৰিম। তোমালোকৰ দল আৰু তোমালোকৰ সহায় ক যিমানেই ডাঙৰ নহওক কিয় , মুমিনসকল সংখ্যাত কম থকাৰ পিছতো তোমালোকৰ এই সহায় সমৰ্থন তথা অস্ত্ৰ পাতিয়ে তোমালোকক কোনো উপকাৰ সাধন কৰিব নোৱাৰিব। নিশ্চয় আল্লাহৰ সহায় আৰু সমৰ্থন মু মিনসকলৰ লগত আছে। যাৰ সমৰ্থনত আল্লাহ আছে তাক কোনেও পৰাজিত কৰিবনোৱাৰে।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ أَطِيعُوا۟ ٱللَّهَ وَرَسُولَهُۥ وَلَا تَوَلَّوْا۟ عَنْهُ وَأَنتُمْ تَسْمَعُونَ ﴿٢٠﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁ ৰ ৰাছু লৰ অনু সাৰীসকল! আল্লাহৰ আনু গত্য কৰা আৰু তেওঁ ৰ ৰাছু লৰ অনু সৰণ কৰা, লগতে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থকা। তেওঁৰ আদেশ অৱমাননা কৰি আৰু তেওঁৰ নিষেধকৃ ত বিষয় ত পতিত হৈ তেওঁৰ পৰা বিমু খ নহ’বা। অথচ তোমালোকে আল্লাহৰ আয়াতসমূ হ শুনা যিবোৰ তোমালোকৰ সন্মুখত পাঠ কৰা হয় ।

وَلَا تَكُونُوا۟ كَٱلَّذِينَ قَالُوا۟ سَمِعْنَا وَهُمْ لَا يَسْمَعُونَ ﴿٢١﴾

হে মু মিনসকল! সেইসকল মু নাফিক আৰু মু শ্বৰিকৰ দৰে নহ’বা, যিসকলে কয়ঃ আমি আমাৰ সন্মুখত তিলাৱত কৰা কোৰআন শুনিছোঁ, অথচ সিহঁ তে চিন্তা-চৰ্চা তথা শিক্ষা গ্ৰহণৰ উদ্দেশ্যে নু শুনে যে, এইবোৰ শুনিলে উপকাৰ সাধন হ’ব।

۞ إِنَّ شَرَّ ٱلدَّوَآبِّ عِندَ ٱللَّهِ ٱلصُّمُّ ٱلْبُكْمُ ٱلَّذِينَ لَا يَعْقِلُونَ ﴿٢٢﴾

পৃথিৱীত চলাফু ৰা কৰা সকলো সৃষ্টি ৰ ভিতৰত আটাইতকৈ নিকৃ ষ্টসৃষ্টি হৈছে সেইসকল বধিৰ, যিসকলে সত্য স্বীকাৰ কৰাৰ উদ্দেশ্যে নু শুনে, আৰু সিহঁ ত হৈছে বোবা, কথা ক’ব নোৱাৰে। এনেকু ৱা প্ৰকৃ তিৰ লোকেই আল্লাহৰ আদেশ নিষেধ বুজিব নোৱাৰে।

وَلَوْ عَلِمَ ٱللَّهُ فِيهِمْ خَيْرًۭا لَّأَسْمَعَهُمْ ۖ وَلَوْ أَسْمَعَهُمْ لَتَوَلَّوا۟ وَّهُم مُّعْرِضُونَ ﴿٢٣﴾

আল্লাহে এইসকল মুশ্বৰিকৰ মাজত যদি অলপো কল্যাণ দেখা পালেহেঁতেন তেন্তে সিহঁতক এনেকৈ শুনোৱালেহেঁতেন যে, সিহঁত উপকৃত হ’ব পাৰিলেহেঁ তেন। আৰু তেওঁৰ যুক্তি প্ৰমাণসমূহ বুজিব পাৰিলেহঁ তেন। কিন্তু তেওঁ জানে যে, সিহঁ তৰ মাজত কোনো কল্যাণ নাই। ধৰা হ’ল আল্লাহে সিহঁ তক শুনালে, তথাপিও সিহঁ তে বিদ্বে ষ আৰু দুষ্টামিৰ ফলত ঈমানৰ পৰা মু খ ঘূৰাই ল’লেহেঁ তেন।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱسْتَجِيبُوا۟ لِلَّهِ وَلِلرَّسُولِ إِذَا دَعَاكُمْ لِمَا يُحْيِيكُمْ ۖ وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ يَحُولُ بَيْنَ ٱلْمَرْءِ وَقَلْبِهِۦ وَأَنَّهُۥٓ إِلَيْهِ تُحْشَرُونَ ﴿٢٤﴾

إ ليه تحشرون হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছু লৰ অনুসাৰীসকল! আল্লাহ আৰু তেওঁৰ ৰাছু লৰ আদেশ পালন কৰিবা আৰু তেওঁলোকে নিষেধ কৰা বস্তু ৰ পৰা বিৰত থাকিবা, লগতে তোমালোকক যেতিয়া সেই সত্যৰ পিনে আহ্বান কৰা হয় যিটোৰ মাজত আছে তোমালোকৰ জীৱন, তেতিয়া তোমালোকে সেই আহ্বানত সঁহাৰি দিবা। লগতে এই বিশ্বাস পোষণ কৰিবা যে, নিশ্চয় আল্লাহ সকলো বিষয় তে সৰ্বশক্তিমান। তোমালোকে সত্যক পৰিহাৰ কৰাৰ পিছত আকৌ যদি সত্যক মানিব খোজা তেন্তে তেওঁ তোমালোকৰ আৰু সত্যৰ মাজত ব্যৱধান সৃষ্টি কৰিবলৈও সক্ষম। এতেকে যিমান সোনকালে পাৰা সত্যক আঁকোৱালি লোৱা। বিশ্বাস কৰা ক্বি য়ামতৰ দিনা তোমালোকক কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্ত ন কৰোৱা হ’ব। তেৱেঁই তোমালোকক পৃথিৱীত কৰা তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। بلغ আল-কোৰআন · তাফছীৰ

وَٱتَّقُوا۟ فِتْنَةًۭ لَّا تُصِيبَنَّ ٱلَّذِينَ ظَلَمُوا۟ مِنكُمْ خَآصَّةًۭ ۖ وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ ﴿٢٥﴾

হে মু মিনসকল! তোমালোকে সেই শাস্তি ক ভয় কৰা, যি শাস্তি কেৱল তোমালোকৰ মাজৰ পাপিষ্ঠ সকলৰ ওপৰতেই নাহিব, বৰংসিহঁ তৰ লগতে অন্যান্য লোক সকলোকো ক্ষতিগ্ৰ তস্ কৰিব। এইটো সেই সময় ত হ’ব, যেতিয়া চাৰিওফালে অন্যায় -অত্যাচাৰ দেখা যাব কিন্তু কোনেও প্ৰতিৰোধ কৰিবলৈ প্ৰয়াস নকৰিব। জানি থোৱা! পাপিষ্ঠ সকলক নিশ্চয় আল্লাহে কঠোৰশাস্তি প্ৰদান কৰিব। এতেকে তেওঁ ৰঅবাধ্যতাৰপৰাবিৰত থাকা।

وَٱذْكُرُوٓا۟ إِذْ أَنتُمْ قَلِيلٌۭ مُّسْتَضْعَفُونَ فِى ٱلْأَرْضِ تَخَافُونَ أَن يَتَخَطَّفَكُمُ ٱلنَّاسُ فَـَٔاوَىٰكُمْ وَأَيَّدَكُم بِنَصْرِهِۦ وَرَزَقَكُم مِّنَ ٱلطَّيِّبَـٰتِ لَعَلَّكُمْ تَشْكُرُونَ ﴿٢٦﴾

হে মু মিনসকল! তোমালোকে সেই সময় ছোৱাক স্মৰণ কৰা, যেতিয়া তোমালোকে মক্কাত সংখ্যালঘু আছিলা, মক্কাৰ অধিবাসীসকলে তোমালোকক দুৰ্বল বুলি ভাবি আছিল আৰু নিৰ্যাতন কৰি আছিল। তোমালোকে ভয় কৰি আছিলা যে, শত্ৰুৱে তোমালোকৰ ওপৰত হঠাৎ আক্ৰ মণ কৰে নেকি, তেতিয়া আল্লাহে তোমালোকক মদীনাৰ ৰূপত এটা আশ্ৰ য় স্থল দান কৰিলে, আৰু তোমালোকক বিভিন্ন যুদ্ধত শত্ৰুৰ বিৰুদ্ধে সহায় কৰি শক্তিশালী কৰিলে, উদাহৰণস্বৰূপে বদৰৰ যুদ্ধৰ দিনা, আৰু তোমালোকক উৎকৃ ষ্টজীৱিকা প্ৰদান কৰিছে। যুদ্ধলব্ধ সম্পদো ইয়াৰেই অন্ত ৰ্ভু ক্ত। যাতে তোমালোকে আল্লাহৰ নিয়ামতৰ চু কৰীয়া আদায় কৰা, ফলত তেওঁ তোমালোকক আৰু অধিক দান কৰিব। তেওঁৰ অকৃ তজ্ঞ নহ’বা, অন্যথা অনুগ্ৰ হৰ পৰা বঞ্চিত কৰিবআৰুশাস্তি প্ৰদান কৰিব।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَخُونُوا۟ ٱللَّهَ وَٱلرَّسُولَ وَتَخُونُوٓا۟ أَمَـٰنَـٰتِكُمْ وَأَنتُمْ تَعْلَمُونَ ﴿٢٧﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছু লৰ অনুসাৰীসকল! আল্লাহ আৰু তেওঁৰ ৰাছু লৰ আদেশসমূহ অগ্ৰাহ্য কৰি আৰু নিষেধকৃ ত বস্তু ৰ পৰা বিৰত নাথাকি, তোমালোকে তেওঁৰ বিশ্বাসঘাতকতা নকৰিবা। লগতে তোমালোকৰ দ্বীনি বিষয় তে হওক বা আন কোনো ক্ষেত্ৰত কেতিয়াও আমানতৰ খিয়ানত নকৰিবা। যদি তোমালোকে জানি বুজি বিশ্বাসঘাতকতাকৰাতেন্তে তোমালোক বিশ্বাসঘাতক সকলৰঅন্ত ৰ্ভু ক্তহৈ যাবা।

وَٱعْلَمُوٓا۟ أَنَّمَآ أَمْوَٰلُكُمْ وَأَوْلَـٰدُكُمْ فِتْنَةٌۭ وَأَنَّ ٱللَّهَ عِندَهُۥٓ أَجْرٌ عَظِيمٌۭ ﴿٢٨﴾

হে মুমিনসকল! জানি থোৱা, তোমালোকৰধন-সম্পদ আৰু সন্তান-সন্ত তি হৈছে তোমালোকৰবাবেএক প্ৰকাৰআপদ তথা পৰীক্ষা। কিয় নো এইবোৰে তোমালোকক আখিৰাতৰ বাবে আমল কৰিবলৈ বাধাৰ সৃষ্টি কৰে আৰু বিশ্বাসঘাতকতা কৰিবলৈ প্ৰে ৰণা যোগায় । জানি থোৱা, নিশ্চয় আল্লাহৰ ওচৰত আছে মহাপ্ৰ তিদান। এতেকে ধন-সম্পদ আৰু সন্তান-সন্ত তিৰ প্ৰতি তোমালোকৰ গভীৰ মনোযোগৰ কাৰণে আৰু বিশ্বাসঘাতকতাত লিপ্ত হৈ এই ছোৱাবৰ পৰা যাতে বঞ্চিত নহ’বা।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِن تَتَّقُوا۟ ٱللَّهَ يَجْعَل لَّكُمْ فُرْقَانًۭا وَيُكَفِّرْ عَنكُمْ سَيِّـَٔاتِكُمْ وَيَغْفِرْ لَكُمْ ۗ وَٱللَّهُ ذُو ٱلْفَضْلِ ٱلْعَظِيمِ ﴿٢٩﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছু লৰ অনুসাৰীসকল! মনত ৰাখিবা, যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব। ফলত তোমালোকৰ বাবে এই দুয়োৰে মাজত পাৰ্থক্য কৰাত অসুবিধা নহ’ব। তোমালোকৰ বেয়া কৰ্মসমূ হ মচি দিব আৰু তোমালোকৰ গুনাহসমূ হ ক্ষমা কৰিব। নিশ্চয় আল্লাহ অতি অনুগ্ৰ হশীল। তেওঁৰ মহানুগ্ৰ হ সমূহৰ অন্যতম হৈছে জান্নাত, যিখন তেওঁ কেৱল তেওঁৰ মুত্তাক্বী বান্দাসকলৰ বাবে প্ৰস্তু ত কৰি থৈছে।

وَإِذْ يَمْكُرُ بِكَ ٱلَّذِينَ كَفَرُوا۟ لِيُثْبِتُوكَ أَوْ يَقْتُلُوكَ أَوْ يُخْرِجُوكَ ۚ وَيَمْكُرُونَ وَيَمْكُرُ ٱللَّهُ ۖ وَٱللَّهُ خَيْرُ ٱلْمَـٰكِرِينَ ﴿٣٠﴾

হে ৰাছু ল! স্মৰণ কৰক, যেতিয়া মুশ্বৰিকসকলে আপোনাক কয়ে দ কৰিবলৈ অথবা হত্যা কৰিবলৈ নাইবা দেশান্ত ৰ কৰিবলৈ ষড় যন্ত্ৰ কৰিছিল। সিহঁ তে আপোনাৰ বিৰুদ্ধে ষড় যন্ত্ৰ কৰি আছিল আৰু আল্লাহে সিহঁ তৰ ষড় যন্ত্ৰ ক সিহঁ তৰ বিৰুদ্ধেই কাৰ্যকৰি কৰি আছিল, আৰু আল্লাহেও কৌশল কৰি আছিল। নিশ্চয় আল্লাহ উত্তম কৌশল অৱলম্বনকাৰী। بلغ আল-কোৰআন · তাফছীৰ

وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَـٰتُنَا قَالُوا۟ قَدْ سَمِعْنَا لَوْ نَشَآءُ لَقُلْنَا مِثْلَ هَـٰذَآ ۙ إِنْ هَـٰذَآ إِلَّآ أَسَـٰطِيرُ ٱلْأَوَّلِينَ ﴿٣١﴾

যেতিয়া সিহঁ তৰ সন্মুখত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয় , তেতিয়া সিহঁ তে সত্যৰ প্ৰতি বিদ্বে ষ আৰু অহংকাৰ পোষণ কৰি কয়ঃ এনেকু ৱা বাণী আমি আগতেও শুনিছোঁ, এই কোৰআনৰ দৰে বাণী আমি ইচ্ছা কৰিলে আমিও ক’ব পাৰোঁ। এই কোৰআন অতীত কালৰ মিছা কাহিনীৰ বাহিৰে আন একোনহয় । গতিকে আমি কেতিয়াও ইয়াৰপ্ৰ তি বিশ্বাস স্থাপন নকৰোঁ।

وَإِذْ قَالُوا۟ ٱللَّهُمَّ إِن كَانَ هَـٰذَا هُوَ ٱلْحَقَّ مِنْ عِندِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةًۭ مِّنَ ٱلسَّمَآءِ أَوِ ٱئْتِنَا بِعَذَابٍ أَلِيمٍۢ ﴿٣٢﴾

হে ৰাছু ল! সেই সময় ছোৱাক স্মৰণ কৰক, যেতিয়া মুশ্বৰিকসকলে কৈছিলঃহে আল্লাহ! যদি মুহাম্মদে লৈ অহা দ্বীন সত্য হয় , তেনেহ'লে তু মি আকাশৰ পৰা শিল বৰ্ষণ কৰিআমাক ধ্বংস কৰিদিয়া নাইবা আমাক কঠোৰশাস্তি বিহা। দৰাচলতে সিহঁ তে এই কথা সিহঁ তৰঅস্বীকাৰৰপ্ৰ তি গুৰুত্ব প্ৰদান কৰি কৈছিল।

وَمَا كَانَ ٱللَّهُ لِيُعَذِّبَهُمْ وَأَنتَ فِيهِمْ ۚ وَمَا كَانَ ٱللَّهُ مُعَذِّبَهُمْ وَهُمْ يَسْتَغْفِرُونَ ﴿٣٣﴾

হে মুহাম্মদ! আপুনি সিহঁ তৰমাজত উপস্থি ত থকালৈকে আল্লাহে আপোনাৰউম্মতক এনেকু ৱা শাস্তি প্ৰদান নকৰিব, যিটোৰদ্বাৰা সিহঁ ত নিৰ্মূল হৈ যাব, তেওঁলোকে মুছলিমেই হওক অথবা অমুছলিম। আপোনাৰ উপস্থি তি হৈছে সিহঁতৰ বাবে নিৰাপত্তাৰ নিশ্চয় তা। আনহাতে যেতিয়ালৈকে সিহঁতে আল্লাহৰ ওচৰত নিজৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি থাকিব, তেতিয়ালৈকে আল্লাহে সিহঁ তক শাস্তি প্ৰদান নকৰিব।

وَمَا لَهُمْ أَلَّا يُعَذِّبَهُمُ ٱللَّهُ وَهُمْ يَصُدُّونَ عَنِ ٱلْمَسْجِدِ ٱلْحَرَامِ وَمَا كَانُوٓا۟ أَوْلِيَآءَهُۥٓ ۚ إِنْ أَوْلِيَآؤُهُۥٓ إِلَّا ٱلْمُتَّقُونَ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ ﴿٣٤﴾

أكثرهم لا يعلمون সিহঁতক শাস্তি কিয় দিয়া নহ’ব, অথচ সিহঁতে এনেকু ৱা কাম কৰিছে যিটো শাস্তি যোগ্য। উদাহৰণস্বৰূপে সিহঁতে মানুহক মছজিদে হাৰামত ছালাত আদায় কৰিবলৈ আৰু তাৱাফ কৰিবলৈ বাধা প্ৰদান কৰিছে। মু শ্বৰিকসকল কেতিয়াও আল্লাহৰ অলী হ’ব নোৱাৰে। বৰং আল্লাহৰ অলী হৈছে সেইসকল মুত্তাক্বী ব্যক্তি, যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰে। কিন্তু অধিকাংশ মু শ্বৰিকসকলেই এই সম্পৰ্কে অৱগত নহয় ,সেই কাৰণেই সিহঁ তে দাবীকৰেযে,সিহঁ ত হৈছে আল্লাহৰঅলী,অথচ সিহঁ ত আল্লাহৰঅলীনহয় ।

وَمَا كَانَ صَلَاتُهُمْ عِندَ ٱلْبَيْتِ إِلَّا مُكَآءًۭ وَتَصْدِيَةًۭ ۚ فَذُوقُوا۟ ٱلْعَذَابَ بِمَا كُنتُمْ تَكْفُرُونَ ﴿٣٥﴾

মছজিদে হাৰামৰ ওচৰত মুশ্বৰিকসকলৰ উপাসনা হৈছে উৰুলি দিয়া আৰু হাত চাপৰি দিয়াৰ বাহিৰে আন একো নহয় । এতেকে হে মুশ্বৰিকসকল! আল্লাহৰ লগত কু ফু ৰী কৰাৰ ফলত আৰু তেওঁৰ ৰাছু লক অস্বীকাৰ কৰাৰ ফলত এতিয়া তোমালোকে বদৰৰ দিনা হত্যা আৰু বন্দী ৰূপত শাস্তি ভোগ কৰা।

إِنَّ ٱلَّذِينَ كَفَرُوا۟ يُنفِقُونَ أَمْوَٰلَهُمْ لِيَصُدُّوا۟ عَن سَبِيلِ ٱللَّهِ ۚ فَسَيُنفِقُونَهَا ثُمَّ تَكُونُ عَلَيْهِمْ حَسْرَةًۭ ثُمَّ يُغْلَبُونَ ۗ وَٱلَّذِينَ كَفَرُوٓا۟ إِلَىٰ جَهَنَّمَ يُحْشَرُونَ ﴿٣٦﴾

নিশ্চয় যিসকলে আল্লাহৰ লগত কু ফু ৰী কৰিছে, সিহঁ তে মানুহক আল্লাহৰ পথত আহিবলৈ বাধা দিয়াৰ বাবে নিজৰ ধন ব্যয় কৰে। এতেকে সিহঁ তে এইদৰেই ব্যয় কৰিথাকিবকিন্তু সিহঁ তৰমনোকামনাপূৰণ নহ’ব। অৱশেষত সিহঁ তৰএই ধন ব্যয় কৰাৰপৰিণাম পৰিতাপৰবাহিৰেআন একোনহ’ব। কাৰণ ধনো ব্যয় হ’ব আৰু উপকাৰো নহ’ব। তাৰ পিছত সিহঁ তক পৰাজিত কৰি মুছলিমসকলক বিজয় প্ৰদান কৰা হ’ব। যিসকলে আল্লাহৰ লগত কু ফু ৰী কৰিছে,ক্বি য়ামাতৰদিনা সিহঁ তক জাহান্নামৰপিনে খেদি লৈ যোৱা হ’ব। তাত সিহঁ তে প্ৰৱেশ কৰিবআৰুচিৰকাল তাতেই থাকিব। بلغ আল-কোৰআন · তাফছীৰ

لِيَمِيزَ ٱللَّهُ ٱلْخَبِيثَ مِنَ ٱلطَّيِّبِ وَيَجْعَلَ ٱلْخَبِيثَ بَعْضَهُۥ عَلَىٰ بَعْضٍۢ فَيَرْكُمَهُۥ جَمِيعًۭا فَيَجْعَلَهُۥ فِى جَهَنَّمَ ۚ أُو۟لَـٰٓئِكَ هُمُ ٱلْخَـٰسِرُونَ ﴿٣٧﴾

যিসকল কাফিৰে আল্লাহৰ পথত বাধা সৃষ্টি কৰিবলৈ নিজৰ ধন ব্যয় কৰে, সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা হ’ব, যাতে আল্লাহে অপৱিত্ৰ কাফিৰসকলৰ পৰা পৱিত্ৰ মু মিনসকলক পৃথক কৰিব পাৰে। অপৱিত্ৰ ব্যক্তি সকলক, অপৱিত্ৰ আমলসমূ হক আৰু অপৱিত্ৰ সম্পদ আদিক একত্ৰিত কৰি ধাপে ধাপে তূস্পত পৰিণত কৰিব। তাৰপিছত সিহঁ তক জাহান্নামৰঅগ্নিত নিক্ষেপ কৰিব। এইসকলেই হৈছে ক্ষতিগ্ৰ তস্। ক্বি য়ামতৰদিনা সিহঁ তে নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিব।

قُل لِّلَّذِينَ كَفَرُوٓا۟ إِن يَنتَهُوا۟ يُغْفَرْ لَهُم مَّا قَدْ سَلَفَ وَإِن يَعُودُوا۟ فَقَدْ مَضَتْ سُنَّتُ ٱلْأَوَّلِينَ ﴿٣٨﴾

হে ৰাছু ল! আপুনি আপোনাৰ সম্প্ৰ দায় ৰ সেইসকল লোকক কৈ দিয় ক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ সৈতে কু ফু ৰী কৰিছে, সিহঁ তে যদি আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ লগত কু ফু ৰী কৰা পৰিত্যাগ কৰে, আৰু মু মিনসকলক যদি আল্লাহৰ পথৰ পৰা বাধা নিদিয়ে , তেন্তে আল্লাহে সিহঁ তৰ বিগত সকলো গুনাহ ক্ষমা কৰিদিব। কিয় নো ইছলাম গ্ৰহণ কৰিলে বিগত সকলো গুনাহ মাফহৈ যায় । ইয়াৰপিছতো যদি সিহঁ তে কু ফু ৰী অৱস্থালৈ আকৌ ঘূৰিযায় , তেন্তে সিহঁ তে পুৰ্বৱৰ্তীসকলৰ ওপৰত আল্লাহৰ ফালৰ পৰা কেনেকু ৱা শাস্তি আহিছিল, সেয়া পঢ়ি চোৱা উচিত। সিহঁ তে যেতিয়া অস্বীকাৰ কৰিছিল আৰু কু ফু ৰীৰওপৰত অটল আছিল,তেতিয়াআল্লাহে সিহঁ তক পৃথিৱীতেই শাস্তি প্ৰদান কৰিছিল।

وَقَـٰتِلُوهُمْ حَتَّىٰ لَا تَكُونَ فِتْنَةٌۭ وَيَكُونَ ٱلدِّينُ كُلُّهُۥ لِلَّهِ ۚ فَإِنِ ٱنتَهَوْا۟ فَإِنَّ ٱللَّهَ بِمَا يَعْمَلُونَ بَصِيرٌۭ ﴿٣٩﴾

হে মু মিনসকল! কাফিৰসকল হৈছে তোমালোকৰ শত্ৰু, সিহঁ তৰ সৈতে যুদ্ধ কৰা, যেতিয়ালৈকে শ্বি ৰ্কবন্ধ নহ’ব আৰু মু ছলিমসকলক আল্লাহৰ পথত বাধা দিয়া বন্ধ নহ’ব আৰু পৰিপূৰ্ণৰূপে দ্বীন আৰু আনু গত্য আল্লাহ অহদাহু লা শ্বাৰীকা লাহুৰ বাবে প্ৰতিষ্ঠা নহ’ব, তেতিয়ালৈকে যুদ্ধ কৰা। যদি কাফিৰসকলে শ্বিৰ্ক আৰু আল্লাহৰ পথত বাধা দিয়া বন্ধ কৰে, তেন্তে সিহঁ তক এৰি দিয়া। কিয় নো নিশ্চয় আল্লাহ সিহঁ তৰ কৰ্ম সম্পৰ্কে অৱগত। তেওঁৰ পৰা কোনো বিষয়ে ইগোপননহয় ।

وَإِن تَوَلَّوْا۟ فَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ مَوْلَىٰكُمْ ۚ نِعْمَ ٱلْمَوْلَىٰ وَنِعْمَ ٱلنَّصِيرُ ﴿٤٠﴾

কু ফৰ আৰু আল্লাহৰপথত বাধা দিয়াৰপৰা বিৰত থকাৰবাবেসিহঁ তক যি আদেশ দিয়া হৈছে তাৰপৰা সিহঁ তে যদি মু খ ঘূৰাই লয় , তেন্তে হে মু মিনসকল! বিশ্বাস কৰা নিশ্চয় আল্লাহে তোমালোকক সিহঁ তৰ বিৰুদ্ধে সহায় কৰিব। মহান আল্লাহ যাৰ সংৰক্ষক হ’ব, তাতকৈ উত্তম সংৰক্ষক আন কাৰো নাই। তেওঁ যাৰসহায় ক, তাৰবাবেতেওঁ যে কিমান উত্তম সহায় ক। এতেকে তেওঁ যাক সুৰক্ষা প্ৰদান কৰিবতেৱেঁই সফল, আৰু তেওঁ যাক সহায় কৰিব তেৱেঁই বিজয়ী।

۞ وَٱعْلَمُوٓا۟ أَنَّمَا غَنِمْتُم مِّن شَىْءٍۢ فَأَنَّ لِلَّهِ خُمُسَهُۥ وَلِلرَّسُولِ وَلِذِى ٱلْقُرْبَىٰ وَٱلْيَتَـٰمَىٰ وَٱلْمَسَـٰكِينِ وَٱبْنِ ٱلسَّبِيلِ إِن كُنتُمْ ءَامَنتُم بِٱللَّهِ وَمَآ أَنزَلْنَا عَلَىٰ عَبْدِنَا يَوْمَ ٱلْفُرْقَانِ يَوْمَ ٱلْتَقَى ٱلْجَمْعَانِ ۗ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌ ﴿٤١﴾

ى ه ى ء হে মু মিনসকল! জানি থোৱা যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰি কাফিৰসকলৰ পৰা লাভ কৰা সম্পদক পাঁচ ভাগত বিভক্ত কৰা হ'ব। তাৰে চাৰি ভাগ মুজাহিদসকলৰ মাজত বন্ট ন কৰা হ'ব, আনহাতে বাকী থকা ভাগটোক আকৌ পাঁচ ভাগত ভাগ কৰা হ'ব। এটা ভাগ আল্লাহ আৰু তেওঁৰ ৰাছু লৰ বাবে, যিটো সৰ্বসাধাৰণ মু ছলিমৰ কল্যাণৰ বাবে ব্যয় কৰা হ'ব। তথা এটা ভাগ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিকটাত্মীয় সকলৰ মাজত বন্ট ন কৰা হ'ব, অৰ্থাৎ হাশ্বিমৰ বংশধৰ আৰু মুত্তালিবৰ বংশধৰসকলৰ মাজত। এটা ভাগ অনাথসকলৰ বাবে, এটা ভাগ দৰিদ্ৰ সকলৰ বাবে আৰু এটা ভাগ এনেকু ৱা ভ্ৰমণকাৰীসকলৰ বাবে, যিসকলে ভ্ৰমণত গৈ আৱদ্ধ হৈ আছে, আৰ্থিক অভাৱত ঘৰলৈ ওভতিব পৰা নাই। যদি তোমালোকে আল্লাহৰ প্ৰতি আৰুসেই সহায় ৰপ্ৰ তি বিশ্বাস পোষণ কৰা, যিটো আমি আমাৰবান্দা মু হাম্মদৰওপৰত বদৰৰসেই নিৰ্ণায় ক দিৱসত অৱতীৰ্ণ কৰিছিলোঁ, যিদিনা আল্লাহে তোমালোকক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি সত্য আৰু সত্যৰ মাজত নিৰ্ণয় কৰি দিছিল। সেইজন আল্লাহ, যিয়ে তোমালোকক সহায় কৰিছে, তেওঁ সকলো বিষয় তে সামৰ্থৱান। بلغ আল-কোৰআন · তাফছীৰ

إِذْ أَنتُم بِٱلْعُدْوَةِ ٱلدُّنْيَا وَهُم بِٱلْعُدْوَةِ ٱلْقُصْوَىٰ وَٱلرَّكْبُ أَسْفَلَ مِنكُمْ ۚ وَلَوْ تَوَاعَدتُّمْ لَٱخْتَلَفْتُمْ فِى ٱلْمِيعَـٰدِ ۙ وَلَـٰكِن لِّيَقْضِىَ ٱللَّهُ أَمْرًۭا كَانَ مَفْعُولًۭا لِّيَهْلِكَ مَنْ هَلَكَ عَنۢ بَيِّنَةٍۢ وَيَحْيَىٰ مَنْ حَىَّ عَنۢ بَيِّنَةٍۢ ۗ وَإِنَّ ٱللَّهَ لَسَمِيعٌ عَلِيمٌ ﴿٤٢﴾

ى তথা সেই সময় ছোৱাক স্মৰণ কৰা, যেতিয়া তোমালোকে উপত্যকাৰ সেইটো স্থানত আছিলা, যিটো মদিনাৰ নিকটৱৰ্তী আছিল, আৰু মুশ্বৰিকসকল আছিল সেইটো স্থানত, যিটো মক্কাৰ নিকটৱৰ্তী আছিল। আনহাতে কাফিলা আছিল নিম্ন ৱৰ্তী স্থানত লুইত সাগৰৰ পাৰত। যদি তোমালোকে আৰু মুশ্বৰিকসকলে আগতীয়াকৈ বদৰৰ ময়দানত যুদ্ধ কৰাৰ নিৰ্ণয় কৰিলাহেঁতেন তেন্তে তোমালোকে প্ৰতিশ্ৰুতি ওপৰত প্ৰতিষ্ঠিত থাকিব নোৱাৰিলাহেঁ তেন। কিন্তু আল্লাহে দুয়ো দলক পূৰ্বৱৰ্তী কোনো সংকল্প নোহোৱাকৈ বদৰৰ ময় দানত মুখামুখি কৰিছিল, যাতে সেই কামটো পূৰণ হয় যিটো পূৰ্ণ নিশ্চিত আছিল। সেই নিশ্চিত কামটো হৈছে, মুমিনসকলক সহায় কৰা আৰু কাফিৰসকলক লাঞ্ছিত কৰা, লগতে ইছলামক সন্মানিত কৰা আৰু শ্বিৰ্কক হীন প্ৰতিপন্ন কৰা। যাতে কাফিৰসকলৰ মাজৰ পৰা নিহত হোৱা লোকসকলে চাব পাৰে যে, সংখ্যাবল আৰু অস্ত্ৰ -হাথিয়াৰ পৰ্য্যাপ্ত পৰিমাণে নথকাৰ পিছতো মুমিনসকলে আল্লাহৰ সহায় ত বিজয় প্ৰাপ্ত হৈছে, আনহাতে যিসকলে জীৱিত থাকিব সিহঁ তে যাতে আল্লাহৰ নিদৰ্শন আৰু প্ৰমাণ দেখি জীৱিত থাকে। যাতে কোনেও আল্লাহৰ সন্মুখত ওজৰ-আপত্তি দৰ্শাবলৈ সুযোগ নাপায় । প্ৰকৃ ততে আল্লাহে সকলোৰে কথা শ্ৰৱণকাৰী, আৰুসিহঁ তৰকৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁ ৰপৰাকোনোবিষয়ে ই গোপন নহয় । তেওঁ সিহঁ তকইয়াৰপ্ৰ তিদান দান কৰিব।

إِذْ يُرِيكَهُمُ ٱللَّهُ فِى مَنَامِكَ قَلِيلًۭا ۖ وَلَوْ أَرَىٰكَهُمْ كَثِيرًۭا لَّفَشِلْتُمْ وَلَتَنَـٰزَعْتُمْ فِى ٱلْأَمْرِ وَلَـٰكِنَّ ٱللَّهَ سَلَّمَ ۗ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ ﴿٤٣﴾

তথা হে ৰাছুল! আপোনাৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰ হবোৰ স্মৰণ কৰক, যেতিয়া আল্লাহে আপোনাক সপোনত মু শ্বৰিকসকলৰ সংখ্যা কম দেখুৱাইছিল আৰু আপুনি এই সংবাদ মু মিনসকলক দিয়াত তেওঁ লোকে ইয়াক মঙ্গলময় আৰু সুসংবাদ বুলি ভাবিছিল। ফলত শত্ৰুৰ লগত মুখামুখি কৰাৰ আৰু মুকাবিলা কৰাৰ সংকল্প আৰু মজবুত হৈ উঠি ছিল। যদি আল্লাহে আপোনাক মুশ্বৰিকসকলৰ সংখ্যা অধিক দেখুৱালেহেঁ তেন তেন্তে আপোনাৰ সঙ্গীসকলে সাহস হেৰুৱালেহেঁ তেন আৰু তেওঁলোকে যুদ্ধক ভয় কৰিলেহেঁ তেন। কিন্তু আল্লাহে তেওঁলোকক ইয়াৰ পৰা ৰক্ষা কৰিলে আৰু ব্যৰ্থতাৰ পৰাও সুৰক্ষিত কৰিলে। সেই কাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁ তৰ সংখ্যাবল কমকৈ দেখুৱা হৈছিল। নিশ্চয় আল্লাহে অন্ত ৰত থকাসকলোবিষয় সম্পৰ্কে সম্যক অৱগত,আৰুঅন্ত ৰৰগোপন তথ্যসম্পৰ্কে ও সৰ্বজ্ঞ।

وَإِذْ يُرِيكُمُوهُمْ إِذِ ٱلْتَقَيْتُمْ فِىٓ أَعْيُنِكُمْ قَلِيلًۭا وَيُقَلِّلُكُمْ فِىٓ أَعْيُنِهِمْ لِيَقْضِىَ ٱللَّهُ أَمْرًۭا كَانَ مَفْعُولًۭا ۗ وَإِلَى ٱللَّهِ تُرْجَعُ ٱلْأُمُورُ ﴿٤٤﴾

তথা হে মুমিনসকল! সেই সময় ছোৱাক স্মৰণ কৰা, মুকাবিলাৰ সময় ত আল্লাহে যেতিয়া তোমালোকৰ চকু ত মুশ্বৰিকসকলৰ সংখ্যা কম দেখুৱাইছিল। ফলত তোমালোকে যুদ্ধৰ বাবে সাজু হৈছিলা, আৰু সিহঁতৰ দৃষ্টি তো তোমালোকক কমকৈ দেখুৱা হৈছিল, ফলত সিহঁতেও তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আগুৱাই আহিল আৰু সিহঁতে এবাৰো পিছুৱাবলৈ চিন্তা নকৰিলে, যাতে আল্লাহে সেই বিষয় টোৰ নিৰ্ণয় কৰি দিয়ে যিটো হোৱা নিশ্চিত আছিল। সেয়া হৈছে মু শ্বৰিকসকলক হত্যা কৰি আৰু বন্দী সজাই প্ৰতিশোধ লোৱা আৰু মু মিনসকলক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি উপকাৰ কৰা। সকলোকৰ্ম আল্লাহৰপিনেই উভতি যায় ,যাতে তেওঁ কু কৰ্মকাৰীক কু কৰ্মৰপ্ৰ তিদান দিয়ে আৰুসৎকৰ্মকাৰীক সৎকৰ্মৰপ্ৰ তিদান দিয়ে ।

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا لَقِيتُمْ فِئَةًۭ فَٱثْبُتُوا۟ وَٱذْكُرُوا۟ ٱللَّهَ كَثِيرًۭا لَّعَلَّكُمْ تُفْلِحُونَ ﴿٤٥﴾

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছু লৰ অনুসাৰীসকল! যেতিয়া তোমালোকে কাফিৰ আক্ৰ মণকাৰী সকলৰ মুখামুখি হ'বা তেতিয়া তোমালোকে দৃঢ় ভাৱে অটল থাকিবা, কাপুৰুষালী নেদেখুৱাবা। লগতে আল্লাহক বেছি বেছি স্মৰণ কৰিবা আৰু তেওঁ ৰ ওচৰত প্ৰাৰ্থনা কৰিবা। কিয় নো তেৱেঁই সিহঁতৰ ওপৰত তোমালোকক বিজয় দান কৰিবলৈ সক্ষম। যাতে তেওঁ তোমালোকক তোমালোকৰ উদ্দেশ্যত সফল কৰে, আৰু যিটোক তোমালোকে ভয় কৰা সেইটোৰ পৰা তোমালোকক ৰক্ষা কৰে।

وَأَطِيعُوا۟ ٱللَّهَ وَرَسُولَهُۥ وَلَا تَنَـٰزَعُوا۟ فَتَفْشَلُوا۟ وَتَذْهَبَ رِيحُكُمْ ۖ وَٱصْبِرُوٓا۟ ۚ إِنَّ ٱللَّهَ مَعَ ٱلصَّـٰبِرِينَ ﴿٤٦﴾

তোমালোকে কথা কোৱাৰ সময় ত, আমল কৰাৰ সময় ত আৰু প্ৰত্যেক অৱস্থাতে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ আনুগত্যক মজবুতভাৱে ধাৰণ কৰা, লগতে নিজৰ মাজত মতভেদ সৃষ্টি নকৰিবা। কিয় নো মতভেদ হ'লে তোমালোক দুৰ্বল হৈ যাবা, তোমালোকৰ মাজত কাপুৰুষতা আহি পৰিব, লগতে بلغ আল-কোৰআন · তাফছীৰ তোমালোকৰ শক্তি লোপ পাব। এতেকে শত্ৰুৰ লগত মুকাবিলাৰ সময় ত ধৈৰ্য্য ধাৰণ কৰিবা। নিশ্চয় আল্লাহ ধৈৰ্য্য ধাৰণকাৰীসকলৰ লগত আছে। তেওঁ লোকক সহায় -সহযোগিতাকৰে। আল্লাহে যিসকলক সহায় কৰে,প্ৰকৃ ততে তেওঁ লোকেই হৈছে বিজয় প্ৰাপ্ত আৰুসহায় প্ৰাপ্ত ।

وَلَا تَكُونُوا۟ كَٱلَّذِينَ خَرَجُوا۟ مِن دِيَـٰرِهِم بَطَرًۭا وَرِئَآءَ ٱلنَّاسِ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِ ۚ وَٱللَّهُ بِمَا يَعْمَلُونَ مُحِيطٌۭ ﴿٤٧﴾

আৰু সেইসকল লোকৰ দৰে নহ'বা, যিসকলে মক্কাৰ পৰা অহংকাৰ কৰি তথা মানু হক দেখুৱাবলৈ ওলাই আহিছিল। সিহঁ তে মানু হক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখে আৰু ইছলামত প্ৰৱেশ কৰিবলৈ বাধা দিয়ে , আল্লাহে সিহঁ তৰ সকলো কৰ্মক পৰিবেষ্ট ন কৰি আছে, সিহঁ তৰ কোনো কৰ্মই তেওঁ ৰ পৰা গোপন নহয় ,আৰুতেওঁ শীঘ্ৰে ই সিহঁ তকইয়াৰপ্ৰ তিদান দিব।

وَإِذْ زَيَّنَ لَهُمُ ٱلشَّيْطَـٰنُ أَعْمَـٰلَهُمْ وَقَالَ لَا غَالِبَ لَكُمُ ٱلْيَوْمَ مِنَ ٱلنَّاسِ وَإِنِّى جَارٌۭ لَّكُمْ ۖ فَلَمَّا تَرَآءَتِ ٱلْفِئَتَانِ نَكَصَ عَلَىٰ عَقِبَيْهِ وَقَالَ إِنِّى بَرِىٓءٌۭ مِّنكُمْ إِنِّىٓ أَرَىٰ مَا لَا تَرَوْنَ إِنِّىٓ أَخَافُ ٱللَّهَ ۚ وَٱللَّهُ شَدِيدُ ٱلْعِقَابِ ﴿٤٨﴾

ى ى ه হে মুমিনসকল! তোমালোকৰ ওপৰত আল্লাহে কৰা অনুগ্ৰ হবোৰক স্মৰণ কৰা, যেতিয়া চয় তানে মুশ্বৰিকসকলৰ বাবে সিহঁ তৰ কৰ্মক সৌন্দ ৰ্যময় কৰি দিছিল, আৰু সিহঁতক মুছলিমসকলৰ লগত যুদ্ধ কৰিবলৈ প্ৰে ৰণা দি কৈছিল যে, আজি তোমালোকক কোনেও পৰাজিত কৰিব নোৱাৰে। মই তোমালোকৰ সহায় ক, তোমালোকক শত্ৰুৰ পৰা ৰক্ষা কৰিম। এতেকে যেতিয়া উভয় দল মু খামু খি হ'ল, এফালে মু মিনসকল আছিল, আৰু তেওঁ লোকক সহায় কৰিবলৈ ফিৰিস্তাসকল উপস্থি ত আছিল, আনফালে আছিল মুশ্বৰিকসকলৰ দল, সিহঁতৰ লগত আছিল চয় তান, আৰু সি ক্ষন্তে ক পিছতেই সিহঁতক লাঞ্ছিত কৰিব। ঠি ক সেই সময় তে চয় তানে সিহঁতক এৰি পলায় ন কৰিলে আৰু মুশ্বৰিকসকলক ক'লেঃ তোমালোকৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই ফিৰিস্তাসকলক দেখি আছোঁ যিসকলে মু মিনসকলক সহায় কৰিবলৈ আহিছে। এতেকে মোৰ আশংকা হৈছে যে, আল্লাহে মোক ধ্বংস কৰিব পাৰে। কিয় নো আল্লাহ বৰকঠোৰশাস্তি প্ৰদানকাৰী। সেয়ে তেওঁ ৰশাস্তি কোনেও সহ্য কৰিবনোৱাৰে।

إِذْ يَقُولُ ٱلْمُنَـٰفِقُونَ وَٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ غَرَّ هَـٰٓؤُلَآءِ دِينُهُمْ ۗ وَمَن يَتَوَكَّلْ عَلَى ٱللَّهِ فَإِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌۭ ﴿٤٩﴾

তথা সেই সময় ছোৱাক স্মৰণ কৰা, যেতিয়া মু নাফিক তথা দুৰ্বল ঈমানৰ অধিকাৰী ব্যক্তি সকলে কৈছিল যে, এই মু ছলিমসকলক সিহঁ তৰ ধৰ্মই সিহঁ তক প্ৰতাৰণাকৰিছে,কাৰণ সিহঁ তৰধৰ্মই সিহঁ তক সহায় কৰিববুলি প্ৰতিশ্ৰুতি দিছে,অথচ সিহঁ ত হৈছে সংখ্যালঘু তথাঅস্ত্ৰ পাতিৰক্ষেত্ৰতোসিহঁ ত একেবাৰে দুৰ্বল। পক্ষান্ত ৰেসিহঁ তৰশত্ৰুসকল হৈছে সংখ্যাগৰিষ্ঠ আৰু অস্ত্ৰ পাতিৰক্ষেত্ৰতো অধিক শক্তি শালী। এনেকু মন্ত ব্যকাৰী ব্যক্তি সকলে আচলতে এই কথা নাজানে যে, যি ব্যক্তি য়ে এক আল্লাহৰ ওপৰত ভৰসা কৰিব আৰু তেওঁ ৰ সহায় ৰ প্ৰতিশ্ৰুতিক সত্য বুলি স্বীকাৰ কৰিব, তেন্তে আল্লাহে নিশ্চয় তাক সহায় কৰিব, আল্লাহে কেতিয়াও তাক অসহায় অৱস্থাত এৰি নিদিব, যদিও সি অকলশৰীয়া হয় । আল্লাহ মহাপৰাক্ৰ মশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয় ত প্ৰণয় নত আৰুভাগ্যনিৰ্ধাৰণত মহাপ্ৰ জ্ঞাৱান।

وَلَوْ تَرَىٰٓ إِذْ يَتَوَفَّى ٱلَّذِينَ كَفَرُوا۟ ۙ ٱلْمَلَـٰٓئِكَةُ يَضْرِبُونَ وُجُوهَهُمْ وَأَدْبَـٰرَهُمْ وَذُوقُوا۟ عَذَابَ ٱلْحَرِيقِ ﴿٥٠﴾

হে ৰাছু ল! আল্লাহ আৰুতেওঁ ৰৰাছু লক অস্বীকাৰকাৰীবিলাকক আপুনি যদি সেই সময় ত দেখিলেহেঁ তেন,যেতিয়াফিৰিস্তাসকলে সিহঁ তৰপ্ৰাণ হৰণ কৰি আছিল, এতেকে যেতিয়া সিহঁ তে আগুৱাই আছিল তেতিয়া ফিৰিস্তাসকলে সিহঁ তৰ মুখমণ্ডলত আঘাত কৰি আছিল, আৰু যেতিয়া পলায় ন কৰিবলৈ দৌৰিছিল তেতিয়া সিহঁ তৰ পিঠি ত আক্ৰ মণ কৰিছিল, আৰু সিহঁ তক কৈ আছিলঃ হে কাফিৰসকল! অগ্নিদগ্ধ হোৱা, শাস্তি ৰ সোৱাদ লোৱা। যদি আপুনি অৱস্থাটো দেখিলেহেঁ তেন তেন্তে এটা ডাঙৰঘটনা দৰ্শন কৰিলেহেঁ তেন।

ذَٰلِكَ بِمَا قَدَّمَتْ أَيْدِيكُمْ وَأَنَّ ٱللَّهَ لَيْسَ بِظَلَّـٰمٍۢ لِّلْعَبِيدِ ﴿٥١﴾

হে কাফিৰসকল! তোমালোকৰ প্ৰাণ হৰণৰ সময় ত যি কষ্ট তথা কবৰৰ শাস্তি আৰু আখিৰাতৰ অগ্নিদগ্ধমূলক শাস্তি ৰ কাৰণ হৈছে পৃথিৱীত কৰা তোমালোকৰ কৰ্মকাণ্ড। চিৰ সত্য এই যে, আল্লাহে কেতিয়াও মানুহৰ ওপৰত অন্যায় নকৰে। বৰং সিহঁ তৰ মাজত ইনচাফ সহকাৰে ফয় চালা কৰে, তেওঁ হৈছেন্যায় পৰায় ণফয় চালাকাৰী। بلغ আল-কোৰআন · তাফছীৰ ى

كَدَأْبِ ءَالِ فِرْعَوْنَ ۙ وَٱلَّذِينَ مِن قَبْلِهِمْ ۚ كَفَرُوا۟ بِـَٔايَـٰتِ ٱللَّهِ فَأَخَذَهُمُ ٱللَّهُ بِذُنُوبِهِمْ ۗ إِنَّ ٱللَّهَ قَوِىٌّۭ شَدِيدُ ٱلْعِقَابِ ﴿٥٢﴾

এই কাফিৰসকলৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তি কেৱল সিহঁ তৰ বাবেই নিৰ্দিষ্ট নহয় , বৰং প্ৰত্যেক যুগ তথা সকলো ঠাইৰ কাফিৰৰ ক্ষেত্ৰতে আল্লাহৰ এইটোৱেই নীতি। এতেকে ফিৰআউন সম্প্ৰ দায় তথা সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা উম্মতৰ ওপৰতো শাস্তি আহিছিল, যেতিয়া সিহঁতে আল্লাহৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল। আল্লাহে সিহঁ তৰ গুনাহৰ কাৰণে মহাপৰাক্ৰ মশালী আৰু সৰ্বশক্তিমান হৈ সিহঁ তক গ্ৰে প্তাৰ কৰিলে আৰু সিহঁ তৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিলে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁৰ ওপৰত কাৰো শক্তি নাখাটে আৰু তেওঁক কোনেও পৰাজিতও কৰিব নোৱাৰে।তেওঁ অবাধ্যতাকাৰীসকলককঠোৰশাস্তি দিয়ে ।

ذَٰلِكَ بِأَنَّ ٱللَّهَ لَمْ يَكُ مُغَيِّرًۭا نِّعْمَةً أَنْعَمَهَا عَلَىٰ قَوْمٍ حَتَّىٰ يُغَيِّرُوا۟ مَا بِأَنفُسِهِمْ ۙ وَأَنَّ ٱللَّهَ سَمِيعٌ عَلِيمٌۭ ﴿٥٣﴾

এই কষ্ট দায় ক শাস্তি এই কাৰণে যে,আল্লাহে যেতিয়াকোনোজাতিক অনুগ্ৰ হ দান কৰে,তেওঁ সেই অনুগ্ৰ হ তেতিয়ালৈকে কাঢ়ি নলয় ,যেতিয়ালৈকে সিহঁ তে ঈমানৰ পৰা, দ্বীনৰ ওপৰত দৃঢ় থকাৰ পৰা, আৰু নিয়ামতৰ কৃ তজ্ঞতা প্ৰকাশ কৰা আদিৰ দৰে পৱিত্ৰ অৱস্থাৰ পৰা বেয়া অৱস্থালৈ ৰূপান্ত ৰিত নহয় , যেনেঃ আল্লাহৰ লগত কু ফু ৰী কৰা, তেওঁৰ অবাধ্যতা কৰা, তেওঁৰ অনুগ্ৰ হৰ অকৃ তজ্ঞতা কৰা ইত্যাদি। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰلৱণকাৰী আৰু তেওঁ লোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তেওঁ ৰ পৰা কোনো বিষয় গোপন নহয় ।

كَدَأْبِ ءَالِ فِرْعَوْنَ ۙ وَٱلَّذِينَ مِن قَبْلِهِمْ ۚ كَذَّبُوا۟ بِـَٔايَـٰتِ رَبِّهِمْ فَأَهْلَكْنَـٰهُم بِذُنُوبِهِمْ وَأَغْرَقْنَآ ءَالَ فِرْعَوْنَ ۚ وَكُلٌّۭ كَانُوا۟ ظَـٰلِمِينَ ﴿٥٤﴾

كانوا ظلمين এই কাফিৰসকলৰ অৱস্থা, ফিৰআউন সম্প্ৰ দায় তথা সিহঁ তৰ পূৰ্বৰ সেইসকল অস্বীকাৰকাৰী সম্প্ৰ দায় ৰ দৰে, যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনসমূ হক অস্বীকাৰ কৰিছিল। ফলত আল্লাহে সিহঁ তক সিহঁ তৰ গুনাহৰ কাৰণে ধ্বংস কৰিছে, বিশেষকৈ ফিৰআউনৰ অনুসাৰীসকলক সাগৰত ডু বাই মাৰিছিল। দৰাচলতে ফিৰআউনৰ অনু সাৰীসকল আৰু সিহঁ তৰ পূৰ্বে অস্বীকাৰকাৰী সকলো সম্প্ৰ দায় আছিল অন্যায় কাৰী বা জালিম, কাৰণ সিহঁ তে আল্লাহৰ লগত কু ফু ৰীকৰিছিল আৰুশ্বি ৰ্ককৰিছিল। সেই কাৰণেই সিহঁ ত শাস্তি ৰসন্মুখীন হৈছিল,আৰুসেই শাস্তি ভোগওকৰিছিল।

إِنَّ شَرَّ ٱلدَّوَآبِّ عِندَ ٱللَّهِ ٱلَّذِينَ كَفَرُوا۟ فَهُمْ لَا يُؤْمِنُونَ ﴿٥٥﴾

পৃথিৱীত বিচৰণ কৰা আটাইতকৈ নিকৃ ষ্টপ্ৰাণী হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁ ৰ ৰাছু লক অস্বীকাৰ কৰে। এতেকে সিহঁ তৰ ওচৰত সকলো প্ৰকাৰৰনিদৰ্শন আহিলেও সিহঁ তে ঈমান পোষণ নকৰিব। কিয় নো সিহঁ তে কু ফৰৰওপৰত অটল আছে,লগতে সিহঁ তৰবাবেহিদায় তৰসকলো উপায় যেনে- বিবেক,কাণ আৰুচকু আদি নিষ্ক্ৰিয় হৈ গৈছে।

ٱلَّذِينَ عَـٰهَدتَّ مِنْهُمْ ثُمَّ يَنقُضُونَ عَهْدَهُمْ فِى كُلِّ مَرَّةٍۢ وَهُمْ لَا يَتَّقُونَ ﴿٥٦﴾

যিসকলৰলগত আপুনি সন্ধি তথা প্ৰতিশ্ৰুতি কৰিছে (যেনে বনী কু ৰাইজা), কিন্তু সিহঁ তে বাৰেবাৰেসেই সন্ধি উলংঘা কৰে, আৰুসিহঁ তে আল্লাহক ভয় নকৰে। প্ৰতিশ্ৰুতি কেতিয়াও পূৰণ নকৰে, লগতে সন্ধিৰপ্ৰ তিও গুৰুত্বাৰোপ নকৰে।

فَإِمَّا تَثْقَفَنَّهُمْ فِى ٱلْحَرْبِ فَشَرِّدْ بِهِم مَّنْ خَلْفَهُمْ لَعَلَّهُمْ يَذَّكَّرُونَ ﴿٥٧﴾

এতেকে হে ৰাছু ল! এনেকু ৱা প্ৰতিশ্ৰুতি ভঙ্গকাৰী লোকক যদি আপুনি ৰণক্ষেত্ৰত পায় তেন্তে সিহঁ তক শিক্ষাপ্ৰ দ শাস্তি বিহিব,যাতে অন্যান্যলোকসকলে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি আপোনাৰ লগত যুদ্ধ কৰাৰ তথা আপোনাৰ শত্ৰুসকলক সহায় কৰাৰ সাহস কৰিব নোৱাৰে। بلغ আল-কোৰআন · তাফছীৰ

وَإِمَّا تَخَافَنَّ مِن قَوْمٍ خِيَانَةًۭ فَٱنۢبِذْ إِلَيْهِمْ عَلَىٰ سَوَآءٍ ۚ إِنَّ ٱللَّهَ لَا يُحِبُّ ٱلْخَآئِنِينَ ﴿٥٨﴾

আৰু হে ৰাছু ল! আপুনি যিসকলৰ লগত সন্ধি কৰিছে, সিহঁ তৰ ফালৰ পৰা যদি বিশ্বাসঘাতকতা (সন্ধি ভঙ্গ) কৰাৰ আশংকা হয় , লগতে এই সম্পৰ্কে আপুনি যদি কিছু গতিবিধি লক্ষ্য কৰে, তেন্তে আপুনি সিহঁ তক প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ জাননী দি দিয় ক। যাতে এই সম্পৰ্কে সিহঁ তেও সমানেই অৱগত থাকে। জানি থওক! সিহঁতক অৱগত নকৰালৈকে সিহঁতৰ ওপৰত আক্ৰমণ নকৰিব। কিয়নো অৱগত নকৰাকৈ আক্ৰমণ কৰাটো হৈছে বিশ্বাসঘাতকতা। আল্লাহে বিশ্বাসঘাতকতা কৰা ব্যক্তিসকলক ভাল নাপায় , বৰং সিহঁতক ঘৃণা কৰে। এতেকে আপুনি বিশ্বাসঘাতকতাৰ পৰা বিৰত থাকক।

وَلَا يَحْسَبَنَّ ٱلَّذِينَ كَفَرُوا۟ سَبَقُوٓا۟ ۚ إِنَّهُمْ لَا يُعْجِزُونَ ﴿٥٩﴾

যিসকলে কু ফু ৰীত লিপ্ত হৈছে, সিহঁ তে যেন এইটো নাভাবে যে, সিহঁ তে আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা পাইছে, লগতে আল্লাহৰ গ্ৰে প্তাৰী সীমাৰেখাৰ পৰা ওলাই যোৱাত সফল হৈছে। সিহঁ তে আল্লাহৰ পৰাও বাচিব নোৱাৰে আৰু তেওঁৰ শাস্তি ৰ পৰাও পলায় ন কৰিব নোৱাৰে। আল্লাহে সিহঁ তক যিকোনো উপায়ে জবাবদিহি কৰিব।

وَأَعِدُّوا۟ لَهُم مَّا ٱسْتَطَعْتُم مِّن قُوَّةٍۢ وَمِن رِّبَاطِ ٱلْخَيْلِ تُرْهِبُونَ بِهِۦ عَدُوَّ ٱللَّهِ وَعَدُوَّكُمْ وَءَاخَرِينَ مِن دُونِهِمْ لَا تَعْلَمُونَهُمُ ٱللَّهُ يَعْلَمُهُمْ ۚ وَمَا تُنفِقُوا۟ مِن شَىْءٍۢ فِى سَبِيلِ ٱللَّهِ يُوَفَّ إِلَيْكُمْ وَأَنتُمْ لَا تُظْلَمُونَ ﴿٦٠﴾

ه ء তথা হে মু মিনসকল! তোমালোকে যিমান সম্ভ ৱ ইয়াৰ বাবে সংখ্যাবল আৰু অস্ত্ৰ -হাথিয়াৰ যুগুত কৰা, আৰু সিহঁ তৰ বাবে সেইসকল ঘোঁড়া প্ৰতুস্ত ৰাখিবা, যিবোৰ তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবলৈ লালন পালন কৰিছা, যাতে তোমালোকে কাফিৰসকলৰ মাজত থকা আল্লাহৰ শত্ৰুসকলক আৰু তোমালোকৰ শত্ৰুসকলক ভয় দেখুৱাব পাৰা, যিসকলে সদায় তোমালোকক ক্ষতি কৰাৰ অপেক্ষাত থাকে। তথা ইয়াৰ দ্বাৰা যাতে আন আন সম্প্ৰ দায় কো ভয় দেখুৱাব পাৰা, যিসকলক তোমালোকে চিনি নোপোৱা, তথা তোমালোকে এইটোও নাজানা যে, সিহঁ তে নিজৰ অন্ত ৰত তোমালোকৰ বিৰুদ্ধে কিমান শত্ৰুতা পোষণ কৰে। সিহঁতক আৰু সিহঁতৰ অন্ত ৰত থকা গোপন শত্ৰুতাক কেৱল আল্লাহেই ভালদৰে জানে। আল্লাহৰ পথত তোমালোকে যি ব্যয় কৰিবা, কম হওক বা বেছি, আল্লাহে সেয়া পৃথিৱীতেই তোমালোকক প্ৰতিদান দিব আৰু আখিৰাতত ইয়াৰ পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। এতেকে আল্লাহৰপথত ব্যয় কৰিবলৈ অগ্ৰ সৰহোৱা।

۞ وَإِن جَنَحُوا۟ لِلسَّلْمِ فَٱجْنَحْ لَهَا وَتَوَكَّلْ عَلَى ٱللَّهِ ۚ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ ﴿٦١﴾

যদি সিহঁ তে সন্ধি কৰিবলৈ আগ্ৰ হ প্ৰকাশ কৰেআৰুযুদ্ধ ত্যাগ কৰিবলৈ প্ৰস্তু ত হয় ,তেন্তে আপুনিও এই ক্ষেত্ৰত আগবাঢ়ি আহক আৰুসিহঁ তৰলগত সন্ধি কৰক, লগতে আল্লাহৰ ওপৰত ভৰসা কৰক, তেওঁক বিশ্বাস কৰক, তেওঁ কেতিয়াও আপোনাক অসহায় অৱস্থাত নেৰিব। নিশ্চয় তেওঁ সিহঁ তৰ সকলো কথাশ্ৰ ৱণ কৰে,লগতে সিহঁ তৰসংকল্প আৰুকৰ্ম সম্পৰ্কে তেওঁ সম্যক অৱগত।

وَإِن يُرِيدُوٓا۟ أَن يَخْدَعُوكَ فَإِنَّ حَسْبَكَ ٱللَّهُ ۚ هُوَ ٱلَّذِىٓ أَيَّدَكَ بِنَصْرِهِۦ وَبِٱلْمُؤْمِنِينَ ﴿٦٢﴾

হে ৰাছু ল! যদি সিহঁ তে যুদ্ধ বিৰতি আৰু সন্ধিৰ সুযোগ লৈ আপোনাক প্ৰৱঞ্চনা কৰিব বিচাৰে তেন্তে সিহঁ তৰ চক্ৰান্ত আৰু ষড় যন্ত্ৰ ৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহেই আপোনাৰ বাবে যথেষ্ট । তেৱেঁই আপোনাক সহায় ৰ জৰিয় তে শক্তিশালী কৰিছে, লগতে মুছলিম মুহাজিৰ আৰু আনচাৰসকলৰ জৰিয় তে আপোনাক বল প্ৰদান কৰিছে।

وَأَلَّفَ بَيْنَ قُلُوبِهِمْ ۚ لَوْ أَنفَقْتَ مَا فِى ٱلْأَرْضِ جَمِيعًۭا مَّآ أَلَّفْتَ بَيْنَ قُلُوبِهِمْ وَلَـٰكِنَّ ٱللَّهَ أَلَّفَ بَيْنَهُمْ ۚ إِنَّهُۥ عَزِيزٌ حَكِيمٌۭ ﴿٦٣﴾

حكيم আৰু যিসকল মুমিনৰ দ্বাৰা আপোনাক সহায় কৰা হৈছে, তেওঁলোকৰ বিস্তৃত অন্ত ৰসমূহক তেৱেঁই একত্ৰিত কৰিছে। তেওঁলোকৰ অৱস্থা এনেকু ৱা আছিল যে, পৃথিৱীৰ সকলো ধন-সম্পদ তেওঁলোকৰ অন্ত ৰসমূহক একত্ৰিত কৰিবলৈ ব্যয় কৰিলেও আপুনি তেওঁলোকৰ অন্ত ৰক একত্ৰিত কৰিব নোৱাৰিলেহেঁ তেন। কিন্তু আল্লাহে এই কাম কৰিদেখুৱাইছে। ৰাজত্ব ত তেওঁ মহাপৰাক্ৰ মশালী,তেওঁ ক কোনেওপৰাজিত কৰিবনোৱাৰে। তেওঁ ভাগ্য بلغ আল-কোৰআন · তাফছীৰ নিৰ্ধাৰণত,নিয় ন্ত্ৰ ণতআৰুচৰীয় তপ্ৰ ণয় নতমহাপ্ৰ জ্ঞাৱান।

يَـٰٓأَيُّهَا ٱلنَّبِىُّ حَسْبُكَ ٱللَّهُ وَمَنِ ٱتَّبَعَكَ مِنَ ٱلْمُؤْمِنِينَ ﴿٦٤﴾

হে নবী! আপোনাক তথা আপোনাৰ মুমিন সঙ্গীসকলক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহেই যথেষ্ট । এতেকে আল্লাহৰ প্ৰতি বিশ্বাস ৰাখক আৰু তেওঁৰ প্ৰতি ভৰসাকৰক।

يَـٰٓأَيُّهَا ٱلنَّبِىُّ حَرِّضِ ٱلْمُؤْمِنِينَ عَلَى ٱلْقِتَالِ ۚ إِن يَكُن مِّنكُمْ عِشْرُونَ صَـٰبِرُونَ يَغْلِبُوا۟ مِا۟ئَتَيْنِ ۚ وَإِن يَكُن مِّنكُم مِّا۟ئَةٌۭ يَغْلِبُوٓا۟ أَلْفًۭا مِّنَ ٱلَّذِينَ كَفَرُوا۟ بِأَنَّهُمْ قَوْمٌۭ لَّا يَفْقَهُونَ ﴿٦٥﴾

হে নবী! মু মিনসকলক যুদ্ধৰ বাবে প্ৰে ৰণা দিয় ক, তেওঁ লোকৰ সংকল্প মজবুত কৰক, আৰু তেওঁ লোকক উৎসাহ দিয় ক। হে মু মিনসকল! তোমালোকৰ বিশ জনে ধৈৰ্য্য সহকাৰে যুদ্ধ কৰিলে কাফিৰসকলৰ দু শ জনক পৰাজিত কৰিব পাৰিব। আনহাতে তোমালোকৰ এ শ জনে ধৈৰ্য্য সহকাৰে যুদ্ধ কৰিলে, কাফিৰসকলৰ এহেজাৰ জনক পৰাজিত কৰিবলৈ সক্ষম হ'ব। কাৰণ কাফিৰসকলে নাজানে যে, আল্লাহে তেওঁৰ বন্ধুসকলক সহায় কৰে আৰু শত্ৰুক নিৰ্মূল কৰিদিয়ে । সিহঁ ত যুদ্ধৰপ্ৰ কৃ ত উদ্দেশ্যসম্পৰ্কে ও অৱগত নহয় । সিহঁ তে কেৱল পৃথিৱীত মৰ্যাদাপোৱাৰকাৰণেহে যুদ্ধ কৰে।

ٱلْـَٔـٰنَ خَفَّفَ ٱللَّهُ عَنكُمْ وَعَلِمَ أَنَّ فِيكُمْ ضَعْفًۭا ۚ فَإِن يَكُن مِّنكُم مِّا۟ئَةٌۭ صَابِرَةٌۭ يَغْلِبُوا۟ مِا۟ئَتَيْنِ ۚ وَإِن يَكُن مِّنكُمْ أَلْفٌۭ يَغْلِبُوٓا۟ أَلْفَيْنِ بِإِذْنِ ٱللَّهِ ۗ وَٱللَّهُ مَعَ ٱلصَّـٰبِرِينَ ﴿٦٦﴾

ه হে মুমিনসকল! এতিয়া আল্লাহে তোমালোকৰ দুৰ্বলতাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকৰ পৰা বোজা লাঘৱ কৰিছে। এতিয়া তেওঁ অনিবাৰ্য্য কৰিছে তোমালোকৰ এজন ব্যক্তিয়ে সিহঁ তৰ দহ জনৰ পৰিবৰ্তে দুজনৰ সন্মুখত দৃঢ় ভাৱে মুকাবিলা কৰিব লাগিব। এতেকে তোমালোকৰ মাজৰ এশ জন ধৈৰ্য্যশীল ব্যক্তিয়ে সিহঁ তৰ দুশ জনক পৰাস্ত কৰিবলৈ সক্ষম। এইদৰে তোমালোকৰ মাজৰ এহেজাৰজন ধৈৰ্য্যশীল ব্যক্তিয়ে আল্লাহৰ অনুমতিক্ৰ মে সিহঁ তৰ দুহেজাৰজনক পৰাস্ত কৰিবলৈ সক্ষম। নিশ্চয় আল্লাহৰ সহায় সমৰ্থন ধৈৰ্য্যশীল মু মিনৰ লগত থাকে।

مَا كَانَ لِنَبِىٍّ أَن يَكُونَ لَهُۥٓ أَسْرَىٰ حَتَّىٰ يُثْخِنَ فِى ٱلْأَرْضِ ۚ تُرِيدُونَ عَرَضَ ٱلدُّنْيَا وَٱللَّهُ يُرِيدُ ٱلْـَٔاخِرَةَ ۗ وَٱللَّهُ عَزِيزٌ حَكِيمٌۭ ﴿٦٧﴾

حكيم যুদ্ধৰত কাফিৰসকলৰ অধিকাংশক হত্যা নকৰালৈকে সিহঁ তক বন্দী বনোৱা কোনো নবীৰ বাবেই উচিত নহয় । এইটো এই কাৰণে যে, যাতে সিহঁ তৰ অন্ত ৰত ভয় প্ৰৱেশ কৰে আৰু পুনৰ যুদ্ধ কৰাৰ সাহস কৰিব নোৱাৰে। হে মুমিনসকল! তোমালোকে বদৰৰ ময় দানৰ পৰা বন্দী কৰা শত্ৰুসকলৰ পৰা মু ক্তি পণ ল’ব বিচৰা, অথচ আল্লাহে আখিৰাত বিচাৰে, এইটো পাবলৈ হ’লে ইছলামক সহায় কৰিব লাগিব আৰু ইয়াক শক্তি শালী কৰিব লাগিব। জানি থোৱা! আল্লাহ সত্ত্বাগতভাৱে তথা বৈশিষ্ট্যগতভাৱে মহাপৰাক্ৰ মশালী, প্ৰভাৱশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ভাগ্য নিৰ্ধাৰণত আৰুচৰীয় তপ্ৰ ণয় নতমহাপ্ৰ জ্ঞাৱান।

لَّوْلَا كِتَـٰبٌۭ مِّنَ ٱللَّهِ سَبَقَ لَمَسَّكُمْ فِيمَآ أَخَذْتُمْ عَذَابٌ عَظِيمٌۭ ﴿٦٨﴾

যদি এই বিষয়ে আল্লাহৰ এই লিখিত ফয় চালা নাথাকিলহেঁতেন যে, তোমালোকৰ বাবে যুদ্ধলব্ধ সম্পদ হালাল তথা কয়ে দীসকলক মুক্তি দিবলৈ মু ক্তি পণ গ্ৰহণ কৰা উচিত, তেন্তে আল্লাহৰ কোনো নিৰ্দে শ অহাৰ পূৰ্বে যুদ্ধলব্ধ সম্পদ আৰু মু ক্তি পণ গ্ৰহণ কৰিলে তোমালোকে কঠি ন শাস্তি ৰ সন্মুখীন হ’লাহেঁ তেন।

فَكُلُوا۟ مِمَّا غَنِمْتُمْ حَلَـٰلًۭا طَيِّبًۭا ۚ وَٱتَّقُوا۟ ٱللَّهَ ۚ إِنَّ ٱللَّهَ غَفُورٌۭ رَّحِيمٌۭ ﴿٦٩﴾

হে মু মিনসকল! শত্ৰুৰ পৰা তোমালোকে যি যুদ্ধলব্ধ সম্পদ লাভ কৰিবা, তাৰ পৰা তোমালোকে খোৱা। সেয়া তোমালোকৰ বাবে হালাল কৰা হৈছে। তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰ তাক্ব ৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ তেওঁৰ মুমিন বান্দাসকলৰপ্ৰ তি ক্ষমাশীল আৰুতেওঁ লোকৰপ্ৰ তি কৃ পাকাৰী। بلغ আল-কোৰআন · তাফছীৰ

يَـٰٓأَيُّهَا ٱلنَّبِىُّ قُل لِّمَن فِىٓ أَيْدِيكُم مِّنَ ٱلْأَسْرَىٰٓ إِن يَعْلَمِ ٱللَّهُ فِى قُلُوبِكُمْ خَيْرًۭا يُؤْتِكُمْ خَيْرًۭا مِّمَّآ أُخِذَ مِنكُمْ وَيَغْفِرْ لَكُمْ ۗ وَٱللَّهُ غَفُورٌۭ رَّحِيمٌۭ ﴿٧٠﴾

হে নবী! বদৰৰ দিনা যিসকল মুশ্বৰিক আপোনাৰ হাতত বন্দী হৈ আহিছে সিহঁ তক কৈ দিয় কঃ যদি তোমালোকৰ অন্ত ৰত অকণো কল্যাণ থাকে আৰু সৎমানসিকতা থাকে তেন্তে আল্লাহে তোমালোকক তোমালোকৰ পৰা লোৱা মুক্তিপণৰ পৰিবৰ্তে উত্তম বস্তু দান কৰিব। সেয়ে তোমালোকৰ পৰা যি মু ক্তি পণ লোৱা হৈছে তাৰ বাবে দুখী নহ'বা। আল্লাহে তোমালোকৰ গুনাহসমূ হ ক্ষমা কৰি দিব। নিশ্চয় আল্লাহে তেওঁ ৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল, আৰু তেওঁলোকৰ প্ৰতি কৃ পাকাৰী। আল্লাহৰ এই প্ৰতিশ্ৰুতি সত্যৰূপে বাস্ত ৱায় ন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুড়া আব্বাছ ৰাদ্বি য়াল্লাহু আনহু আৰুআন আন লোকসকলৰক্ষেত্ৰত,যিসকলে ইছলাম গ্ৰহণ কৰিছিল।

وَإِن يُرِيدُوا۟ خِيَانَتَكَ فَقَدْ خَانُوا۟ ٱللَّهَ مِن قَبْلُ فَأَمْكَنَ مِنْهُمْ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ ﴿٧١﴾

হে মুহাম্মদ! ইহঁতে যদি পাকে প্ৰকাৰে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব বিচাৰে, তেন্তে জানি থওক! ইয়াৰ পূৰ্বেও সিহঁতে আল্লাহৰ লগত বিশ্বাসঘাতকতা কৰিছে। আৰু আল্লাহে আপোনাক সিহঁ তৰ বিৰুদ্ধে সহায় কৰিছে। এতেকে সিহঁ তৰ বহুতো লোক নিহত হৈছে আৰু বহুতো লোক বন্দী হৈ আহিছে। ইয়াৰ পিছতো যদি সিহঁ তে পুনৰ এনেকু ৱা আচৰণ কৰে তেন্তে সিহঁ তে এনেকু ৱা শাস্তি ৰেই অপেক্ষা কৰা উচিত। নিশ্চয় আল্লাহ তেওঁৰ সৃষ্টি সকলৰবিষয়ে আৰুসিহঁ তৰকল্যাণ সম্পৰ্কে সম্যক অৱগত,আৰুতেওঁ নিয় ন্ত্ৰ ণৰক্ষেত্ৰত মহাপ্ৰ জ্ঞাৱান।

إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَهَاجَرُوا۟ وَجَـٰهَدُوا۟ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ فِى سَبِيلِ ٱللَّهِ وَٱلَّذِينَ ءَاوَوا۟ وَّنَصَرُوٓا۟ أُو۟لَـٰٓئِكَ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍۢ ۚ وَٱلَّذِينَ ءَامَنُوا۟ وَلَمْ يُهَاجِرُوا۟ مَا لَكُم مِّن وَلَـٰيَتِهِم مِّن شَىْءٍ حَتَّىٰ يُهَاجِرُوا۟ ۚ وَإِنِ ٱسْتَنصَرُوكُمْ فِى ٱلدِّينِ فَعَلَيْكُمُ ٱلنَّصْرُ إِلَّا عَلَىٰ قَوْمٍۭ بَيْنَكُمْ وَبَيْنَهُم مِّيثَـٰقٌۭ ۗ وَٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌۭ ﴿٧٢﴾

ى إ ى নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু তেওঁৰ ৰাছু লক সত্য বুলি স্বীকাৰ কৰিছে আৰু তেওঁৰ চৰীয় ত মুতাবিক আমল কৰিছে, লগতে কু ফু ৰী চহৰৰ পৰা ইছলামী চহৰলৈ হিজৰত কৰিছে অথবা এনেকু ৱা ঠাইৰ পিনে হিজৰত কৰিছে য’ত তেওঁলোকে নিৰাপদে আল্লাহৰ ইবাদত কৰিব পাৰিব। লগতে আল্লাহৰ বাণী সুউচ্চ কৰিবলৈ নিজৰ জান মালৰ সৈতে জিহাদ কৰিছে, আৰু সেইসকল লোক, যিসকলে তেওঁলোকক নিজৰ ঘৰত ঠাই দিছে আৰু তেওঁ লোকক সহায় কৰিছে, তেওঁ লোকেই হৈছে মু হাজিৰ আৰু তেওঁ লোকক সহায় কাৰীসকল হৈছে মদীনাবাসী, আৰু তেওঁ লোকে পৰস্পৰে পৰস্পৰৰ সহায় ক। আনহাতে যিসকলে ঈমান পোষণ কৰিছে কিন্তু কু ফু ৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰা নাই, তেওঁলোকে যেতিয়ালৈকে হিজৰত নকৰিব, তেতিয়ালৈকে হে মুমিনসকল তোমালোকৰ বাবে সিহঁতক সহায় কৰা তথা ৰক্ষা কৰা অনিবাৰ্য্য নহয় । কিন্তু যদি কাফিৰসকলে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলায় আৰু তেওঁলোকে তোমালোকৰ পৰা সহায় বিচাৰি আবেদন জনায় তেন্তে তেওঁলোকক সহায় কৰিবা। কিন্তু যদি তোমালোকৰ আৰু তেওঁলোকৰ শত্ৰুৰ মাজত যদি কোনো সন্ধি থাকে আৰু সেই সন্ধি সিহঁ তে ভঙ্গও কৰা নাই তেন্তে সেয়া সুকীয়া বিষয় । তোমালোকৰসকলোকৰ্ম সম্পৰ্কে আল্লাহ সম্যক অৱগত। তেওঁৰপৰাতোমালোকৰকোনোকৰ্মই গোপন নহয় । শীঘ্ৰে ই তেওঁ তোমালোকক ইয়াৰপ্ৰ তিদান দিব।

وَٱلَّذِينَ كَفَرُوا۟ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍ ۚ إِلَّا تَفْعَلُوهُ تَكُن فِتْنَةٌۭ فِى ٱلْأَرْضِ وَفَسَادٌۭ كَبِيرٌۭ ﴿٧٣﴾

যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁতৰ এই কু ফু ৰীয়ে সিহঁতক একত্ৰিত কৰি ৰাখে। সেয়ে সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে। গতিকে মুমিনসকলে সিহঁ তৰ লগত আন্ত ৰিক বন্ধুত্ব কৰা উচিত নহয় । যদি তোমালোকে মুমিনসকলৰ লগত বন্ধুত্ব আৰু কাফিৰৰ লগত বিদ্বে ষ পোষণ নকৰা তেন্তে এইটো মু মিনসকলৰ বাবে ফিত্নাৰ কাৰণ হ'ব। ফলত এনেকু ৱা পৰিস্থি তিত কোনো মু ছলিম ভায়ে তাক সহায় নকৰিব, আৰু আল্লাহৰ পথত বাধা প্ৰদানৰ এটা ডাঙৰ বিপৰ্যয় সৃষ্টি হ'ব। بلغ আল-কোৰআন · তাফছীৰ ق

وَٱلَّذِينَ ءَامَنُوا۟ وَهَاجَرُوا۟ وَجَـٰهَدُوا۟ فِى سَبِيلِ ٱللَّهِ وَٱلَّذِينَ ءَاوَوا۟ وَّنَصَرُوٓا۟ أُو۟لَـٰٓئِكَ هُمُ ٱلْمُؤْمِنُونَ حَقًّۭا ۚ لَّهُم مَّغْفِرَةٌۭ وَرِزْقٌۭ كَرِيمٌۭ ﴿٧٤﴾

ورزق كريم তথা যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু তেওঁ ৰ পথত হিজৰত কৰিছে, তথা যিসকলে মু হাজিৰসকলক আশ্ৰ য় দিছে আৰু সহায় কৰিছে, তেওঁ লোকেই হৈছে প্ৰকৃ ত মু মিন। আল্লাহৰফালৰপৰাতেওঁ লোকৰবাবেপ্ৰ তিদান হৈছে গুনাহৰমাগফিৰাত আৰুআছে উত্তম জীৱিকাঅৰ্থাৎ জান্নাত।

وَٱلَّذِينَ ءَامَنُوا۟ مِنۢ بَعْدُ وَهَاجَرُوا۟ وَجَـٰهَدُوا۟ مَعَكُمْ فَأُو۟لَـٰٓئِكَ مِنكُمْ ۚ وَأُو۟لُوا۟ ٱلْأَرْحَامِ بَعْضُهُمْ أَوْلَىٰ بِبَعْضٍۢ فِى كِتَـٰبِ ٱللَّهِ ۗ إِنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌۢ ﴿٧٥﴾

ه প্ৰথমাৱস্থাত ইছলাম গ্ৰহণ কৰা মু হাজিৰ আৰু আনচাৰসকলৰ পিছত যিসকলে ঈমান পোষণ কৰিছে, কু ফু ৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰি আহিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, যাতে আল্লাহৰ বাণী সুউচ্চ হয় , আৰু কাফিৰসকলৰ কথা নিম্ন গামী হয় , হে মুমিনসকল! তেওঁলোকেই হৈছে তোমালোকৰ অন্ত ৰ্ভু ক্ত। তেওঁলোকেও সেইসমূহ অধিকাৰ পাব, যিবোৰ তোমালোকে পোৱা। যিবোৰ কৰ্তব্য তোমালোকৰ ওপৰত আছে, সেইবোৰ কৰ্তব্য তেওঁলোকৰ ওপৰতো প্ৰযোজ্য। নিকটাত্মীয় সকল আল্লাহৰ বিধান অনুসাৰে ইজনে সিজনৰ উত্তৰাধিকাৰী হোৱাৰ ক্ষেত্ৰত অধিক নিকটৱৰ্তী, সেইসকল লোকৰত তুলনাত যিসকলে ইতিপূৰ্বে ঈমান আৰু হিজৰতৰ ভিত্তিত উত্তৰাধিকাৰী হৈছিল। নিশ্চয় আল্লাহ সকলো বিষয় তে সৰ্বজ্ঞ। তেওঁৰপৰাএকোৱেই গোপন নহয় । তেওঁ ভালদৰেজানে কোনটোবস্তু তেওঁৰবান্দাসকলৰবাবেউপকাৰী। সেয়ে তেওঁ সেইটোৰেই আদেশ দিয়ে । উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন

শিকক · Al-Anfaal — الأنفال

অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে

তাফছীৰ · 31 ভাষা