يَـٰٓأَيُّهَا ٱلنَّبِىُّ ٱتَّقِ ٱللَّهَ وَلَا تُطِعِ ٱلْكَـٰفِرِينَ وَٱلْمُنَـٰفِقِينَ ۗ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمًۭا ﴿١﴾
হে নবী! আপুনি আৰু আপোনাৰ লগত থকা মু মিনসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱাৰ ওপৰত প্ৰতিষ্ঠি ত থাকক। একমাত্ৰ তেওঁকেই ভয় কৰক। কেতিয়াও কাফিৰ আৰু মুনাফিকসকলৰ চাহিদাৰ অনুসৰণ নকৰিব। নিশ্চয় কাফিৰ আৰু মু নাফিকসকলৰচক্ৰান্ত সম্পৰ্কে আল্লাহ তাআলাসৰ্বজ্ঞ। সৃষ্টি কৰাৰক্ষেত্ৰত আৰুপৰিচালনাৰক্ষেত্ৰত তেওঁ মহাপ্ৰ জ্ঞাৱান।
وَٱتَّبِعْ مَا يُوحَىٰٓ إِلَيْكَ مِن رَّبِّكَ ۚ إِنَّ ٱللَّهَ كَانَ بِمَا تَعْمَلُونَ خَبِيرًۭا ﴿٢﴾
সেই অহীৰঅনু সৰণ কৰক,যিটোআপোনাৰপ্ৰ তি অৱতীৰ্ণ কৰাহৈছে। (হে মানৱজাতি) নিশ্চয় আল্লাহ তোমালোকৰকৰ্ম সম্পৰ্কে অৱগত। এইবোৰৰ একোৱেই তেওঁ ৰপৰা উহ্য নহয় । অচিৰেই তেওঁ তোমালোকক তোমালোকৰকৰ্মৰপ্ৰ তিদান দিব।
وَتَوَكَّلْ عَلَى ٱللَّهِ ۚ وَكَفَىٰ بِٱللَّهِ وَكِيلًۭا ﴿٣﴾
আপোনাৰ সকলো কৰ্মতেই আপুনি আল্লাহৰ ওপৰত ভৰসা কৰক। আল্লাহৰ বান্দাসকলৰ মাজৰ যিসকলে তেওঁৰ ওপৰত ভৰসা কৰে, তেওঁলোকক সুৰক্ষাপ্ৰ দান কৰিবলৈ আল্লাহেই যথেষ্ট ।
مَّا جَعَلَ ٱللَّهُ لِرَجُلٍۢ مِّن قَلْبَيْنِ فِى جَوْفِهِۦ ۚ وَمَا جَعَلَ أَزْوَٰجَكُمُ ٱلَّـٰٓـِٔى تُظَـٰهِرُونَ مِنْهُنَّ أُمَّهَـٰتِكُمْ ۚ وَمَا جَعَلَ أَدْعِيَآءَكُمْ أَبْنَآءَكُمْ ۚ ذَٰلِكُمْ قَوْلُكُم بِأَفْوَٰهِكُمْ ۖ وَٱللَّهُ يَقُولُ ٱلْحَقَّ وَهُوَ يَهْدِى ٱلسَّبِيلَ ﴿٤﴾
আল্লাহে মানুহৰ বুকু ত দুটা হৃদয় ৰখা নাই, ঠি ক সেইদৰেই তেওঁ স্ত্ৰীসকলক মাকৰ দৰে হাৰাম কৰা নাই। এইদৰেই তেওঁ তু লনীয়া সন্তানক গৰ্ভ জাত সন্তানৰ মৰ্যাদা দিয়া নাই। কাৰণ জিহাৰ (কোনোবাই নিজৰ পত্নীক মাকৰ লগত অথবা নিজৰ ভগ্নীৰ লগত তু লনা কৰি নিজৰ ওপৰত হাৰাম কৰি লোৱা কাৰ্য্যক জিহাৰ বোলে) আৰু তু লনীয়া সন্তানৰ পৰম্পৰাটো হৈছে অজ্ঞতা যুগৰ, যিটোক ইছলামে নিষিদ্ধ ঘোষণা কৰিছে। জিহাৰ আৰু তু লনীয়া সন্তানৰ বিষয় টো হৈছে তোমালোকৰ মৌখিক আলোচনা। ইয়াৰ কোনো বাস্ত ৱিকতা নাই। পত্নী কেতিয়াও মা হ’ব নোৱাৰে। তু লনীয়া পুত্ৰও দাবীকৰা ব্যক্তি ৰ প্ৰকৃ ত পুত্ৰ হ’বনোৱাৰে। পৱিত্ৰ আল্লাহে সত্য কথাই কয় , যাতে তেওঁ ৰবান্দাসকলে আমল কৰিবপাৰে। লগতে তেওঁ সঠি ক পথ দেখুৱায় ।
ٱدْعُوهُمْ لِـَٔابَآئِهِمْ هُوَ أَقْسَطُ عِندَ ٱللَّهِ ۚ فَإِن لَّمْ تَعْلَمُوٓا۟ ءَابَآءَهُمْ فَإِخْوَٰنُكُمْ فِى ٱلدِّينِ وَمَوَٰلِيكُمْ ۚ وَلَيْسَ عَلَيْكُمْ جُنَاحٌۭ فِيمَآ أَخْطَأْتُم بِهِۦ وَلَـٰكِن مَّا تَعَمَّدَتْ قُلُوبُكُمْ ۚ وَكَانَ ٱللَّهُ غَفُورًۭا رَّحِيمًا ﴿٥﴾
তোমালোকে তোমালোকৰ তু লনীয়া পুত্ৰবোৰক সিহঁ তৰ প্ৰকৃ ত পিতৃ ৰ সৈতে সম্পৃক্ত কৰি আহ্বান কৰা। কাৰণ সিহঁ তক সিহঁ তৰ প্ৰকৃ ত পিতাৰ পৰিচয় দিয়াটোৱে হৈছে আল্লাহৰ দৃষ্টি ত ন্যায় সংগত। কিন্তু যদি তোমালোকে সিহঁতৰ প্ৰকৃ ত পিতাৰ বিষয়ে নাজানা তেন্তে জানি থোৱা যে, সিহঁত হৈছে তোমালোকৰ ধৰ্মীয় ভাই, তথা তোমালোকৰ দাসত্ব ৰ পৰা স্বাধীন হোৱা ব্যক্তি । গতিকে তোমালোকে সিহঁ তক “হে মোৰ ভাই” অথবা “হে মোৰ ভতিজা” আদি বুলি মাতিবা। আনহাতে কোনোবাই যদি ভুলতে সিহঁ তক লালন পালন কৰা ব্যক্তিৰলগত সম্পৃক্ত কৰি মাতে তেন্তে কোনো গুনাহ নহ’ব। কিন্তু যদি কোনোবাই জানি বুজি এনেকৈ মাতে তেন্তে গুনাহগাৰহ’ব। নিশ্চয় আল্লাহে তেওঁ ৰতাওবাকাৰী বান্দাসকলক ক্ষমা কৰে। লগতে তেওঁ লোকৰপ্ৰ তি দয়া কৰে, সেইকাৰণেই তেওঁ লোকৰ অজানিতে হোৱা ভু ল-ত্ৰুটি ক এৰা-ধৰা কৰে।
ٱلنَّبِىُّ أَوْلَىٰ بِٱلْمُؤْمِنِينَ مِنْ أَنفُسِهِمْ ۖ وَأَزْوَٰجُهُۥٓ أُمَّهَـٰتُهُمْ ۗ وَأُو۟لُوا۟ ٱلْأَرْحَامِ بَعْضُهُمْ أَوْلَىٰ بِبَعْضٍۢ فِى كِتَـٰبِ ٱللَّهِ مِنَ ٱلْمُؤْمِنِينَ وَٱلْمُهَـٰجِرِينَ إِلَّآ أَن تَفْعَلُوٓا۟ إِلَىٰٓ أَوْلِيَآئِكُم مَّعْرُوفًۭا ۚ كَانَ ذَٰلِكَ فِى ٱلْكِتَـٰبِ مَسْطُورًۭا ﴿٦﴾
নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে মুমিনসকলৰ ওচৰত তেওঁলোকৰ নিজতকৈও অধিক ঘনিষ্ঠ , তেওঁ আহ্বান কৰা প্ৰত্যেক ক্ষেত্ৰতেই। যদিও তেওঁ লোকৰ অন্ত ৰ অন্য কোনো বিষয় ৰ প্ৰতি আকৰ্ষিত নহওক কিয় । তেখেতৰ স্ত্ৰীসকল হৈছে মু মিনসকলৰ মাকৰ সমতু ল্য। গতিকে তেখেতৰ بلغ আল-কোৰআন · তাফছীৰ মৃত্যুৰ পিছত তেখেতৰ স্ত্ৰীসকলক বিবাহ কৰা মুমিনসকলৰ বাবে হাৰাম। আনহাতে আল্লাহৰ বিধান অনুযায়ী মীৰাছৰ ক্ষেত্ৰত মুমিনসকল আৰু মুহাজিৰসকলতকৈ নিকটাত্মীয় সকল হৈছে অধিক নিকটৱৰ্তী। যদিও ইছলামৰ প্ৰাৰম্ভি ক অৱস্থাত তেওঁলোকে ইজনে সিজনৰ উত্তৰাধিকাৰী হৈছিল। কিন্তু পৰবৰ্তী সময় ত এই বিধানটো ৰহিত হৈছে। হে মুমিনসকল! যদি তোমালোকে উত্তৰাধিকাৰীসকলৰ বাহিৰেও কিছুমান লোকক কিছু পৰিমাণ সম্পদ প্ৰদানৰ অচিয় ত কৰা তথা সিহঁতৰ উপকাৰ কৰিব বিচৰা, তেন্তে তোমালোকে এইটো কৰিব পাৰা। এই আদেশ লওহে মাহফু জত লিপিবদ্ধ আছে। গতিকে ইয়াৰ প্ৰতি আমল কৰা জৰুৰী।
وَإِذْ أَخَذْنَا مِنَ ٱلنَّبِيِّـۧنَ مِيثَـٰقَهُمْ وَمِنكَ وَمِن نُّوحٍۢ وَإِبْرَٰهِيمَ وَمُوسَىٰ وَعِيسَى ٱبْنِ مَرْيَمَ ۖ وَأَخَذْنَا مِنْهُم مِّيثَـٰقًا غَلِيظًۭا ﴿٧﴾
হে ৰাছু ল! আপুনি সেই সময় ছোৱাক স্মৰণ কৰক, যেতিয়া আমি নবীসকলৰ পৰা অঙ্গীকাৰ লৈছিলোঁ যে, তেওঁলোকে যেন একমাত্ৰ আল্লাহৰ ইবাদত কৰে, আৰু তেওঁ ৰ ইবাদতত আন কাকো অংশী স্থাপন নকৰে। লগতে তেওঁ লোকে যেন সেই বাৰ্তা সূচাৰুৰূপে প্ৰচাৰ কৰে, যিটো তেওঁ লোকৰ প্ৰতি অহী কৰা হৈছে। এই প্ৰতিশ্ৰুতি লৈছিলোঁ বিশেষকৈ আপোনাৰ পৰা, নূ হৰ পৰা, ইব্ৰাহীম, মু ছা আৰু ঈছা ইবনে মৰিয় মৰ পৰা। আল্লাহৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ আমি তেওঁ লোকক যি দায়ি ত্বঅৰ্পন কৰিছিলোঁ, সেইটো পৰিপূৰ্ণৰূপে আদায় কৰিবলৈ আমি তেওঁ লোকৰপৰা এই দৃঢ় প্ৰতিশ্ৰুতি লৈছিলোঁ।
لِّيَسْـَٔلَ ٱلصَّـٰدِقِينَ عَن صِدْقِهِمْ ۚ وَأَعَدَّ لِلْكَـٰفِرِينَ عَذَابًا أَلِيمًۭا ﴿٨﴾
আল্লাহে নবীসকলৰ পৰা এই দৃঢ় অঙ্গীকাৰ লোৱাৰ কাৰণ হৈছে, যাতে তেওঁ কাফিৰসকলক অপমান কৰিবলৈ সত্যবাদী নবীসকলক তেওঁ লোকৰ সত্যতা সম্পৰ্কে প্ৰশ্নকৰিবপাৰে। আল্লাহ আৰুতেওঁ ৰৰাছু লক অস্বীকাৰকৰা লোকসকলৰবাবেআল্লাহে কিয়ামতৰদিনা প্ৰস্তু ত কৰিৰাখিছে কষ্ট দায় ক শাস্তি , অৰ্থাৎ জাহান্নামৰ অগ্নি।
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱذْكُرُوا۟ نِعْمَةَ ٱللَّهِ عَلَيْكُمْ إِذْ جَآءَتْكُمْ جُنُودٌۭ فَأَرْسَلْنَا عَلَيْهِمْ رِيحًۭا وَجُنُودًۭا لَّمْ تَرَوْهَا ۚ وَكَانَ ٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرًا ﴿٩﴾
بما تعملون بصيرا হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলকাৰীসকল! আল্লাহে তোমালোকক প্ৰদান কৰা সেই নিয়ামতসমূহক স্মৰণ কৰা, যেতিয়া কাফিৰসকলৰ সেনাবাহিনীয়ে তোমালোকৰ লগত যুদ্ধ কৰিবলৈ দলে দলে মদীনাৰ পিনে ধাৱমান হৈছিল, লগতে মুনাফিকীন আৰু ইয়াহুদীসকলেও সিহঁ তক সহায় কৰিছিল। ফলত আমি সিহঁ তৰ ওপৰত প্ৰে ৰণ কৰিছিলোঁ বতাহ, অৰ্থাৎ পূৱ ফালৰ পৰা বলা বতাহ, যিটোৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সহায় কৰা হৈছিল, লগতে প্ৰে ৰণ কৰিছিলোঁ ফিৰিস্তাসকলৰ এনেকু ৱা সেনাবাহিনী যিবোৰক তোমালোকে দেখা নাছিলা। অৱশেষত কাফিৰসকল পলায় ন কৰিবলৈ বাধ্য হৈছিল। সিহঁতে একো কৰিব পৰা নাছিল। তোমালোকে যি কৰিছিলা নিশ্চয় আল্লাহে সেয়া চাই আছিল। এইবোৰৰএকোৱেই তেওঁ ৰপৰাগোপন নাছিল। অচিৰেই তেওঁ তোমালোকক তোমালোকৰকৰ্মৰপ্ৰ তিদান দিব।
إِذْ جَآءُوكُم مِّن فَوْقِكُمْ وَمِنْ أَسْفَلَ مِنكُمْ وَإِذْ زَاغَتِ ٱلْأَبْصَـٰرُ وَبَلَغَتِ ٱلْقُلُوبُ ٱلْحَنَاجِرَ وَتَظُنُّونَ بِٱللَّهِ ٱلظُّنُونَا۠ ﴿١٠﴾
এইটো তেতিয়া সংঘটি ত হৈছিল, যেতিয়া কাফিৰসকলে উপত্যকাৰ ওপৰিভাগৰ পৰা আৰু নিম্ন ভাগৰ পৰা অৰ্থাৎ পূৱ আৰু পশ্চিমৰ পৰা আক্ৰ মণ কৰিবলৈ আহিছিল। তেতিয়া সকলো বস্তু ক এৰি শত্ৰুক দেখা পাই তোমালোকৰ চকু থৰ লাগিছিল। লগতে ভয় তে তোমালোকৰ প্ৰাণ কণ্ঠাগত হৈছিল, আৰু তোমালোকে আল্লাহ সম্পৰ্কে নানাধৰণৰ ধাৰণা পোষণ কৰিছিলা। কেতিয়াবা সহায় পাবা বুলি ধাৰণা কৰিছিলা, আকৌ কেতিয়াবা নিৰাশ হৈ পৰিছিলা।
هُنَالِكَ ٱبْتُلِىَ ٱلْمُؤْمِنُونَ وَزُلْزِلُوا۟ زِلْزَالًۭا شَدِيدًۭا ﴿١١﴾
সেই সময় ছোৱাত অৰ্থাৎ খন্দ কৰ যুদ্ধৰ সময় ত মুমিনসকলৰ কঠি ন পৰীক্ষা লোৱা হৈছিল। কাৰণ তেতিয়া সকলো শত্ৰু মিলি একেলগে আক্ৰমণ কৰিবলৈ আহিছিল। ইপিনে মদীনাবাসী সেই কঠি ন সন্ধিক্ষণত ভীত-সন্ত্ৰ তস্ হৈ পৰিছিল। এই পৰীক্ষাৰদ্বাৰা স্পষ্ট হৈ পৰিছিল যে, মুমিন কোন আৰু মু নাফিক কোন। بلغ আল-কোৰআন · তাফছীৰ
وَإِذْ يَقُولُ ٱلْمُنَـٰفِقُونَ وَٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌۭ مَّا وَعَدَنَا ٱللَّهُ وَرَسُولُهُۥٓ إِلَّا غُرُورًۭا ﴿١٢﴾
সেইদিনা মুনাফিকসকলে আৰু দুৰ্বল ঈমানৰ অধিকাৰী লোকসকলে সন্দে হ পোষণ কৰি কৈছিলঃ আল্লাহ আৰু তেওঁৰ ৰাছু লে আমাৰ শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, আৰু পৃথিৱীত আমাক প্ৰতিষ্ঠি ত কৰাৰ যি আশ্বাস দিছিল, সেইবোৰ আছিল মিছা তথা ভিত্তিহীন।
وَإِذْ قَالَت طَّآئِفَةٌۭ مِّنْهُمْ يَـٰٓأَهْلَ يَثْرِبَ لَا مُقَامَ لَكُمْ فَٱرْجِعُوا۟ ۚ وَيَسْتَـْٔذِنُ فَرِيقٌۭ مِّنْهُمُ ٱلنَّبِىَّ يَقُولُونَ إِنَّ بُيُوتَنَا عَوْرَةٌۭ وَمَا هِىَ بِعَوْرَةٍ ۖ إِن يُرِيدُونَ إِلَّا فِرَارًۭا ﴿١٣﴾
হে ৰাছু ল! স্মৰণ কৰক সেই সময় ছোৱাক, যেতিয়া মুনাফিকসকলৰ এটা দলে মদীনাবাসীক উদ্দেশ্যি কৈছিলঃ হে ইয়াছৰীবৰ অধিবাসীসকল (ইছলামৰ পূৰ্বে মদীনাৰ বাবে এইটো নাম প্ৰসিদ্ধ আছিল)! খন্দ কৰ ওচৰত ছালাআ পৰ্বতৰ তলদেশত তোমালোকৰ কোনো স্থান নাই, গতিকে তোমালোকে নিজ নিজ ঘৰলৈ উভতি যোৱা। সিহঁতৰ মাজৰ এটা দলে ঘৰলৈ উভতি যোৱাৰ অনুমতি বিচাৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিছিল। সিহঁ তে দাবী কৰিছিল যে, সিহঁ তৰ ঘৰ-দুৱাৰসমূ হ শত্ৰুসকলৰ বাবে উন্মুক্ত হৈ আছে। যদিও পৰিস্থি তি তেনেকু ৱা নাছিল, যিদৰে সিহঁ তে দাবী কৰিছে। দৰাচলতে সিহঁ তে মিছাঅজুহাত দেখুৱাই শত্ৰুৰপৰাপলায় ন কৰিববিচাৰিছিল।
وَلَوْ دُخِلَتْ عَلَيْهِم مِّنْ أَقْطَارِهَا ثُمَّ سُئِلُوا۟ ٱلْفِتْنَةَ لَـَٔاتَوْهَا وَمَا تَلَبَّثُوا۟ بِهَآ إِلَّا يَسِيرًۭا ﴿١٤﴾
শত্ৰুসকলে মদীনাৰ চাৰিওফালৰ পৰা আহি যদি সিহঁ তৰ ওপৰত আক্ৰ মণ কৰিলেহেঁ তেন, তথা সিহঁ তক যদি কু ফৰ আৰু শ্বিৰ্ক লৈ উভতি যোৱাৰ প্ৰতাৱস্ দিলেহেঁ তেন তেন্তে সিহঁ তে নিশ্চিতভাৱে সিহঁ তৰ প্ৰতাস্ৱ মানি ল’লেহেঁ তেন। সিহঁ তে ইছলামৰ পৰা ওলাই যোৱাৰ ক্ষেত্ৰত আৰু কু ফৰীৰ পিনে উভতি যোৱাৰ ক্ষেত্ৰত অলপো সংকোচবোধ নকৰিলেহেঁ তেন।
وَلَقَدْ كَانُوا۟ عَـٰهَدُوا۟ ٱللَّهَ مِن قَبْلُ لَا يُوَلُّونَ ٱلْأَدْبَـٰرَ ۚ وَكَانَ عَهْدُ ٱللَّهِ مَسْـُٔولًۭا ﴿١٥﴾
যদিও এই মু নাফিকসকলে উহুদৰ দিনা যুদ্ধৰ পৰা পলায় ন কৰাৰ পিছত আল্লাহৰ লগত অঙ্গীকাৰ কৰিছিল যে, যদি আল্লাহে সিহঁ তক আন কোনো যুদ্ধ কৰাৰ তাওফীক প্ৰদান কৰে তেন্তে সিহঁতে শত্ৰুৰ লগত নিশ্চয় যুদ্ধ কৰিব আৰু শত্ৰুৰ ভয় ত পলায় ন নকৰিব। কিন্তু সিহঁতে সেই অঙ্গীকাৰ ভংগ কৰিলে। অথচ আল্লাহে বান্দাক নিশ্চয় সেই অঙ্গীকাৰসম্পৰ্কে জবাবদিহি কৰিব,যিটোসি আল্লাহৰলগত কৰিছিল,আৰুঅচিৰেই এই বিষয়ে হিচাপ- নিকাচ হ'ব।
قُل لَّن يَنفَعَكُمُ ٱلْفِرَارُ إِن فَرَرْتُم مِّنَ ٱلْمَوْتِ أَوِ ٱلْقَتْلِ وَإِذًۭا لَّا تُمَتَّعُونَ إِلَّا قَلِيلًۭا ﴿١٦﴾
হে ৰাছু ল! আপুনি সেই লোকসকলক কৈ দিয় ক যে, যদি তোমালোকে মৃত্যু অথবা হত্যাক ভয় কৰি যুদ্ধৰ পৰা পলায় ন কৰিব বিচাৰিছা, তেন্তে জানি থোৱা! এই পলায় নে তোমালোকক একো উপকাৰ কৰিব নোৱাৰিব। কাৰণ মৃত্যুৰ সময় নিৰ্ধাৰিত আছে। এতেকে যদি তোমালোকে পলায় ন কৰা, ইপিনেي তোমালোকৰ মৃ ত্যুৰ সময়ো যদি নিকটৱৰ্তী নাথাকে, তথাপিও তোমালোকে অতি কম সময় হে পাৰ্থিৱ জীৱন উপভোগ কৰিব পাৰিবা।
قُلْ مَن ذَا ٱلَّذِى يَعْصِمُكُم مِّنَ ٱللَّهِ إِنْ أَرَادَ بِكُمْ سُوٓءًا أَوْ أَرَادَ بِكُمْ رَحْمَةًۭ ۚ وَلَا يَجِدُونَ لَهُم مِّن دُونِ ٱللَّهِ وَلِيًّۭا وَلَا نَصِيرًۭا ﴿١٧﴾
ولا نص يرا হে ৰাছু ল! আপুনি সিহঁ তক কৈ দিয় ক, যদি আল্লাহে তোমালোকক মৃত্যু প্ৰদান কৰিব বিচাৰে অথবা হত্যা কৰিব বিচাৰে, যিটোক তোমালোকে অপছন্দ কৰা, নাইবা তেওঁ যদি তোমালোকক নিৰাপত্তা তথা কল্যাণ দান কৰিব বিচাৰে, যিটোক তোমালোকে পছন্দ কৰা তেন্তে কোৱাচোন! তেওঁক বাধা দিব পৰা কোনোবা আছেনে? নিশ্চিতৰূপে তোমালোকক ৰক্ষা কৰিব পৰা কোনো নাই। এই মু নাফিকসকলে আল্লাহৰ বাহিৰে আন কোনো সংৰক্ষক বিচাৰি নাপাব, যিয়ে সিহঁ তক সুৰক্ষা প্ৰদান কৰিব পাৰিব, আৰু কোনো সহায় কো বিচাৰি নাপাব, যিয়ে সিহঁ তক আল্লাহৰ শাস্তি ৰ পৰা ৰক্ষা কৰিব পাৰিব। بلغ আল-কোৰআন · তাফছীৰ
۞ قَدْ يَعْلَمُ ٱللَّهُ ٱلْمُعَوِّقِينَ مِنكُمْ وَٱلْقَآئِلِينَ لِإِخْوَٰنِهِمْ هَلُمَّ إِلَيْنَا ۖ وَلَا يَأْتُونَ ٱلْبَأْسَ إِلَّا قَلِيلًا ﴿١٨﴾
নিশ্চয় আল্লাহে তোমালোকৰ মাজৰ সেইসকল লোকক ভালদৰেই জানে, যিসকলে আন আন লোকসকলক আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহযোগী হৈ যুদ্ধ কৰিবলৈ বাধা প্ৰদান কৰে। যিসকলে নিজৰ ভাতৃ সকলক কয়ঃ তোমালোকে আমাৰ ফালে আহা, আৰু তেওঁ ৰ সৈতে মিলি যুদ্ধত অংশগ্ৰ হণ নকৰিবা, অন্যথা অকালতে মৃত্যুবৰণ কৰিবা। নিশ্চয় আমি আশংকা কৰিছোঁ তোমালোক নিহত হ’বা। আন আন লোকসকলক বাধা প্ৰদান কৰা এই লোকসকলে কেতিয়াবা কেতিয়াবাহে যুদ্ধত চামিল হয় । সেইটোৰো এটা কাৰণ আছে, যাতে মানু হে সিহঁ তক যুদ্ধত চামিল নোহোৱা বুলি অভিযোগ কৰিবনোৱাৰে। আল্লাহ আৰু তেওঁ ৰৰাছু লক সহায় কৰাৰ উদ্দেশ্যে সিহঁ তে কেতিয়াও অংশগ্ৰ হণ নকৰে।
أَشِحَّةً عَلَيْكُمْ ۖ فَإِذَا جَآءَ ٱلْخَوْفُ رَأَيْتَهُمْ يَنظُرُونَ إِلَيْكَ تَدُورُ أَعْيُنُهُمْ كَٱلَّذِى يُغْشَىٰ عَلَيْهِ مِنَ ٱلْمَوْتِ ۖ فَإِذَا ذَهَبَ ٱلْخَوْفُ سَلَقُوكُم بِأَلْسِنَةٍ حِدَادٍ أَشِحَّةً عَلَى ٱلْخَيْرِ ۚ أُو۟لَـٰٓئِكَ لَمْ يُؤْمِنُوا۟ فَأَحْبَطَ ٱللَّهُ أَعْمَـٰلَهُمْ ۚ وَكَانَ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرًۭا ﴿١٩﴾
ه হে মু মিনসকল! সিহঁ তে তোমালোকৰপ্ৰ তি অতি কৃ পণালী কৰে। ধন-সম্পদৰক্ষেত্ৰতো কৃ পণালী কৰে, সেইকাৰণেই তোমালোকক সহায় কৰিবলৈ ব্যয় নকৰে। শাৰীৰিক দিশতো কৃ পণালী কৰে, সেয়ে তোমালোকৰ লগত মিলি যুদ্ধ নকৰে। বন্ধত্ব ৰ ক্ষেত্ৰতো কৃ পণালী কৰে, সেয়ে তোমালোকৰ লগত বন্ধুত্ব নকৰে। শত্ৰুৰলগত মোকাবিলাৰসময় ত যেতিয়া সিহঁ তে ভীত-সন্ত্ৰ তস্ হয় , হে ৰাছু ল! তেতিয়া আপুনি সিহঁ তক দেখিবলৈ পাব, সিহঁ তে কাপুৰুষৰনিচিনা মৃত্যুৰ ভয় ত মূৰ্চ্ছা যোৱা ব্যক্তিৰ দৰে চকু ওলোটাই আপোনাৰ পিনে থৰ লাগি চাই আছে। কিন্তু যেতিয়া সিহঁ তৰ এই ভয় দূৰ হয় , তথা সিহঁ ত নিশ্চিন্ত হয় , তেতিয়া সিহঁ তে আপোনাক কথাৰ জৰিয় তে কটাক্ষ কৰি কষ্ট দিয়ে । সিহঁ ত হৈছে যুদ্ধলব্ধ সম্পদৰ লোভী, সেই সম্পদ লাভৰ আশাত সদায় ঘাত পাতি থাকে। এনেকু ৱা বৈশিষ্ট্যৰলোকসকলে কেতিয়াও প্ৰকৃ ত মু মিন হ’বনোৱাৰে। সেইকাৰণেই আল্লাহে সিহঁ তৰকৰ্মৰপ্ৰ তিফল ব্যৰ্থ কৰিদিছে। এই ব্যৰ্থ প্ৰক্ৰি য়াআল্লাহৰবাবেঅতি সহজ।
يَحْسَبُونَ ٱلْأَحْزَابَ لَمْ يَذْهَبُوا۟ ۖ وَإِن يَأْتِ ٱلْأَحْزَابُ يَوَدُّوا۟ لَوْ أَنَّهُم بَادُونَ فِى ٱلْأَعْرَابِ يَسْـَٔلُونَ عَنْ أَنۢبَآئِكُمْ ۖ وَلَوْ كَانُوا۟ فِيكُم مَّا قَـٰتَلُوٓا۟ إِلَّا قَلِيلًۭا ﴿٢٠﴾
এই কাপুৰুষসকলে ধাৰণা কৰে যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুমিনসকলৰ বিৰুদ্ধে একত্ৰিত হোৱা এই সেনাবাহিনীয়ে তেওঁলোকক নিঃশেষ নকৰালৈকে উভতি নাযাব। এই সেনাবাহিনীয়ে যদি পুনৰ আক্ৰ মণ কৰিবলৈ আহে তেন্তে এই মুনাফিকসকলে কামনা কৰিব যে, যদি সিহঁ তে মদীনাৰ পৰা ওলাই বেদুইনসকলৰ লগত বসবাস কৰিলেহেঁ তেন আৰু তোমালোকৰ সংবাদ ল’ব পাৰিলেহেঁ তেন যে, তোমালোকৰ শত্ৰুসকলে যুদ্ধত তোমালোকৰ কি অৱস্থা কৰিছে? হে মুমিনসকল! যদি সিহঁ তে তোমালোকৰ সৈতে থাকে, তথাপিও সিহঁ তে তোমালোকৰ হৈ যুদ্ধ কৰাটো নাম মাত্ৰহে। গতিকে সিহঁ তক গুৰুত্ব নিদিবা, তথা সিহঁ তকলৈ পৰিতাপো নকৰিবা।
لَّقَدْ كَانَ لَكُمْ فِى رَسُولِ ٱللَّهِ أُسْوَةٌ حَسَنَةٌۭ لِّمَن كَانَ يَرْجُوا۟ ٱللَّهَ وَٱلْيَوْمَ ٱلْـَٔاخِرَ وَذَكَرَ ٱللَّهَ كَثِيرًۭا ﴿٢١﴾
আল্লাহৰ ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথা আৰু কৰ্মৰ মাজত নিশ্চিতভাৱে তোমালোকৰ বাবে আছে উত্তম আদৰ্শ। যিহেতু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে স্বয়ং যুদ্ধত অংশগ্ৰ হণ কৰিছে তথা যুদ্ধ কৰিছে, তেনেক্ষেত্ৰত তোমালোকে নিজৰ শৰীৰকলৈ কিয় কৃ পণালী কৰা? আল্লাহৰ ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ সেই ব্যক্তিয়ে ই গ্ৰহণ কৰে, যিয়ে আল্লাহৰ ছোৱাব আৰু তেওঁৰ ৰহমত কামনা কৰে আৰু আখিৰাতৰ প্ৰতি আশা পোষণ কৰে, তথা ইয়াৰ বাবে যথেষ্ট আমল কৰে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰে। আনহাতে যিয়ে আখাৰিতৰ ছোৱাব আশা নকৰে, সি আল্লাহকো স্মৰণ নকৰে আৰু ৰাছু লৰ আদৰ্শও গ্ৰহণ নকৰে।
وَلَمَّا رَءَا ٱلْمُؤْمِنُونَ ٱلْأَحْزَابَ قَالُوا۟ هَـٰذَا مَا وَعَدَنَا ٱللَّهُ وَرَسُولُهُۥ وَصَدَقَ ٱللَّهُ وَرَسُولُهُۥ ۚ وَمَا زَادَهُمْ إِلَّآ إِيمَـٰنًۭا وَتَسْلِيمًۭا ﴿٢٢﴾
وتسليما মুমিনসকলে যেতিয়া তেওঁলোকৰ সৈতে যুদ্ধ কৰিবলৈ অহা সন্মিলিত সেনাবাহিনীক স্বচক্ষে দেখা পালে তেতিয়া তেওঁলোকে ক’লেঃ এইটোৱেই হৈছে সেই কঠি ন সন্ধিক্ষণ তথা পৰীক্ষাৰ সময় , লগতে সহায় -সহযোগিতাৰ সময় , যিটোৰ বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক প্ৰতিশ্ৰুতি দিছিল। গতিকে আল্লাহ আৰু তেওঁৰ ৰাছু লে এই বিষয়ে যি যি কৈছিল সেয়া সত্য, তথা বাস্ত ৱ। সেনাবাহিনীক দেখি আল্লাহৰ প্ৰতি তেওঁলোকৰ ঈমান আৰু আনু গত্যৰউৎসাহ উদ্দীপনাহে বৃদ্ধি হ’ল। بلغ আল-কোৰআন · তাফছীৰ
مِّنَ ٱلْمُؤْمِنِينَ رِجَالٌۭ صَدَقُوا۟ مَا عَـٰهَدُوا۟ ٱللَّهَ عَلَيْهِ ۖ فَمِنْهُم مَّن قَضَىٰ نَحْبَهُۥ وَمِنْهُم مَّن يَنتَظِرُ ۖ وَمَا بَدَّلُوا۟ تَبْدِيلًۭا ﴿٢٣﴾
মু মিনসকলৰ মাজৰ কিছু মান এনেকু ৱা আছে যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰণ কৰিছে। আল্লাহৰ পথত জিহাদ কৰাৰ সময় ত ধৈৰ্য্য ধাৰণ কৰাৰ আৰু দৃঢ় থকাৰ যি অঙ্গীকাৰ কৰিছিল, সেইটো তেওঁলোকে পূৰণ কৰিছে। এতেকে তেওঁলোকৰ মাজৰ কিছুমানে মৃত্যুবৰণ কৰিছে আৰু কিছু মানে আল্লাহৰ পথত শ্বহীদ হৈছে, আৰু আন কিছু মান শ্বহীদ হোৱাৰ অপেক্ষাত আছে। এই মু মিনসকলে আল্লাহৰ অঙ্গীকাৰ ভংগ কৰা নাই, যিদৰে মু নাফিকসকলে সিহঁ তৰপ্ৰ তিশ্ৰুতি ভংগ কৰিছে।
لِّيَجْزِىَ ٱللَّهُ ٱلصَّـٰدِقِينَ بِصِدْقِهِمْ وَيُعَذِّبَ ٱلْمُنَـٰفِقِينَ إِن شَآءَ أَوْ يَتُوبَ عَلَيْهِمْ ۚ إِنَّ ٱللَّهَ كَانَ غَفُورًۭا رَّحِيمًۭا ﴿٢٤﴾
যাতে আল্লাহে সত্যবাদীসকলক উত্তম প্ৰতিদান দিবপাৰে,যিসকলে আল্লাহৰলগত কৰাপ্ৰ তিশ্ৰুতি পূৰণ কৰিছিল আৰুতাক বাস্ত ৱত পৰিণত কৰিছিল। আনহাতে তেওঁ ৰ প্ৰতিশ্ৰুতি ভংগ কৰা মু নাফিকসকলক তেওঁ শাস্তি বিহিব পাৰে, তেওঁ ইচ্ছা কৰিলে সিহঁ তক কু ফৰী অৱস্থাতে তাওবাৰ পূৰ্বেই মৃ ত্যু প্ৰদান কৰিব পাৰে নাইবা সিহঁ তক তাওবাৰ সুযোগ প্ৰদান কৰি সিহঁ তৰ তাওবা কবূল কৰিব পাৰে। নিশ্চয় গুনাহৰ পৰা তাওবাকাৰী বান্দাসকলৰ প্ৰতি আল্লাহ অতি ক্ষমাশীল। তেওঁ লোকৰপ্ৰ তি অতি দয়ালু।
وَرَدَّ ٱللَّهُ ٱلَّذِينَ كَفَرُوا۟ بِغَيْظِهِمْ لَمْ يَنَالُوا۟ خَيْرًۭا ۚ وَكَفَى ٱللَّهُ ٱلْمُؤْمِنِينَ ٱلْقِتَالَ ۚ وَكَانَ ٱللَّهُ قَوِيًّا عَزِيزًۭا ﴿٢٥﴾
আল্লাহে কু ৰাইশ্ব আৰু গাতফানক আৰু সিহঁ তৰসঙ্গীসকলক নিৰাশ কৰিতথা সিহঁ তৰউদ্দেশ্যত উপনীত হোৱাৰপৰা ব্যৰ্থ কৰিহতাশ অৱস্থাত ওভোতাই পঠি য়াইছিল। সিহঁ তে মুমিনসকলক নিঃশেষ কৰাৰষড় যন্ত্ৰ ত বিফল হৈছিল। সিহঁ তৰলগত যুদ্ধ কৰিবলৈ মুমিনসকলৰবাবেআল্লাহেই যথেষ্ট । তেৱেঁই প্ৰচণ্ড ধুমুহা প্ৰে ৰণ কৰিছিল আৰু ফিৰিস্তাসকলক অৱতীৰ্ণ কৰিছিল। আল্লাহ সৰ্বশক্তিমান তথা মহাপৰাক্ৰ মশালী, তেওঁৰ বিপক্ষে যিয়ে ই থিয় দিব, সি পৰাজিত হ’বতথাঅপমানিত লাঞ্ছিত হ’ব।
وَأَنزَلَ ٱلَّذِينَ ظَـٰهَرُوهُم مِّنْ أَهْلِ ٱلْكِتَـٰبِ مِن صَيَاصِيهِمْ وَقَذَفَ فِى قُلُوبِهِمُ ٱلرُّعْبَ فَرِيقًۭا تَقْتُلُونَ وَتَأْسِرُونَ فَرِيقًۭا ﴿٢٦﴾
فر يقا আনহাতে ইয়াহুদীসকলৰ মাজৰ যিসকলে সিহঁ তক সহায় কৰিছিল, আল্লাহে সিহঁ তক সিহঁ তৰ দুৰ্গসমূ হৰ পৰা অৱতৰণ কৰাইছিল, য’ত সিহঁ তে শত্ৰুৰ পৰা সুৰক্ষিত থাকিবলৈ আশ্ৰ য় লৈছিল। লগতে সিহঁ তৰঅন্ত ৰত ভীতিৰসঞ্চাৰকৰিছিল। গতিকে হে মু মিনসকল! সেইকাৰণেই তোমালোকে সিহঁ তৰমাজৰ কিছু মানক হত্যা কৰিব পাৰিছিলা আৰু আন কিছু মানক বন্দী কৰিছিলা।
وَأَوْرَثَكُمْ أَرْضَهُمْ وَدِيَـٰرَهُمْ وَأَمْوَٰلَهُمْ وَأَرْضًۭا لَّمْ تَطَـُٔوهَا ۚ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرًۭا ﴿٢٧﴾
এতেকে সিহঁ তক ধ্বংস কৰাৰ পিছত আল্লাহে সিহঁ তৰ ভূমি আৰু খেতি-বাতি তথা সিহঁ তৰ খেজুৰ বাগান আদি তোমালোকৰ অধীনস্থ কৰিছিল। লগতে সিহঁ তৰ ঘৰ-দুৱাৰ আৰু অন্যান্য সা-সম্পত্তিৰো তোমালোকক মালিক বনাই দিছিল। তথা তেওঁ তোমালোককক খয় বৰ ভূমিৰ স্বত্বাধিকাৰী বনাব, য'ত তোমালোকে এতিয়াও পদাৰ্পন কৰা নাই। কিন্তু অতিশীঘ্ৰে তোমালোকে সেইটোক ভৰিৰে মোহাৰিবা। মুমিনসকলৰ বাবে এইটো এটা প্ৰতিশ্ৰুতি তথা সুসংবাদ। নিশ্চয় আল্লাহ সকলোবস্তু ৰওপৰত ক্ষমতাৱান। একোৱেই তেওঁ ৰসাধ্যাতীত নহয় ।
يَـٰٓأَيُّهَا ٱلنَّبِىُّ قُل لِّأَزْوَٰجِكَ إِن كُنتُنَّ تُرِدْنَ ٱلْحَيَوٰةَ ٱلدُّنْيَا وَزِينَتَهَا فَتَعَالَيْنَ أُمَتِّعْكُنَّ وَأُسَرِّحْكُنَّ سَرَاحًۭا جَمِيلًۭا ﴿٢٨﴾
নবীৰ স্ত্ৰীসকলে যেতিয়া তেওঁ ৰ ওচৰত খা-খৰচ বৃদ্ধিৰ আবেদন কৰিলে, সেইসময় ত তেওঁ ৰ ওচৰত বৃদ্ধি কৰিবলৈ কোনো উপায় নাছিল, তেতিয়া আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি ক’লেঃ হে নবী! আপুনি আপোনাৰ স্ত্ৰীসকলক কৈ দিয় ক, যদি তোমালোকে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰা তেন্তে আহা, মই তোমালোকৰ বাবে সেইখিনি যোগান ধৰোঁ, যিখিনি এজনী তালাকপ্ৰাপ্তা স্ত্ৰীয়ে পোৱাৰ উপযুক্ত। তথা মই তোমালোকক তালাক দি দিওঁ , য’ত কোনো ধৰণৰ কষ্ট বা নিৰ্যাতন নাই। بلغ আল-কোৰআন · তাফছীৰ
وَإِن كُنتُنَّ تُرِدْنَ ٱللَّهَ وَرَسُولَهُۥ وَٱلدَّارَ ٱلْـَٔاخِرَةَ فَإِنَّ ٱللَّهَ أَعَدَّ لِلْمُحْسِنَـٰتِ مِنكُنَّ أَجْرًا عَظِيمًۭا ﴿٢٩﴾
আনহাতে যদি তোমালোকে আল্লাহ আৰুতেওঁ ৰৰাছু লৰসন্তু ষ্টি কামনা কৰা, লগতে আখিৰাতত জান্নাত কামনা কৰা তেন্তে তোমালোকৰএই পৰিস্থি তিত ধৈৰ্য্য ধাৰণ কৰা। কাৰণ তোমালোকৰ মাজৰ যিয়ে ধৈৰ্য্য ধাৰণ কৰিব আৰু উত্তমৰূপে দাম্পত্য জীৱন পাৰ কৰিব, তেওঁৰ বাবে আল্লাহে প্ৰস্তু ত কৰি ৰাখিছে মহাপ্ৰ তিদান।
يَـٰنِسَآءَ ٱلنَّبِىِّ مَن يَأْتِ مِنكُنَّ بِفَـٰحِشَةٍۢ مُّبَيِّنَةٍۢ يُضَـٰعَفْ لَهَا ٱلْعَذَابُ ضِعْفَيْنِ ۚ وَكَانَ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرًۭا ﴿٣٠﴾
হে নবীৰ স্ত্ৰীসকল! তোমালোকৰ মাজৰ যিয়ে কোনো প্ৰকাশ্য গুনাহ কৰিব, কিয়ামতৰ দিনা তাক দ্বি গুণ শাস্তি বিহা হ’ব। কাৰণ পৃথিৱীৰ অন্যান্য নাৰীসকলৰ তুলনাত তোমালোক হৈছা অধিক মৰ্যাদাৱান। লগতে ইয়াৰ আন এটা কাৰণ হৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদাত যাতে কোনোধৰণৰআঘাত হানিবনোৱাৰে। দ্বি গুণ শাস্তি বিহাটোআল্লাহৰপক্ষে অতি সহজ।
۞ وَمَن يَقْنُتْ مِنكُنَّ لِلَّهِ وَرَسُولِهِۦ وَتَعْمَلْ صَـٰلِحًۭا نُّؤْتِهَآ أَجْرَهَا مَرَّتَيْنِ وَأَعْتَدْنَا لَهَا رِزْقًۭا كَرِيمًۭا ﴿٣١﴾
তোমালোকৰ মাজৰ যিয়ে নিয় মিতভাৱে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ আনুগত্য কৰিব, লগতে আল্লাহক সন্তু ষ্টি কৰিব পৰা সৎকৰ্ম কৰিব, আমি তেওঁক আন আন নাৰীসকলৰতু লনাত দ্বি গুণ ছোৱাবপ্ৰ দান কৰিম। আমি তেওঁ ৰবাবেআখিৰাতত প্ৰস্তু ত কৰিৰাখিছোঁমহাপ্ৰ তিদান,অৰ্থাৎ জান্নাত।
يَـٰنِسَآءَ ٱلنَّبِىِّ لَسْتُنَّ كَأَحَدٍۢ مِّنَ ٱلنِّسَآءِ ۚ إِنِ ٱتَّقَيْتُنَّ فَلَا تَخْضَعْنَ بِٱلْقَوْلِ فَيَطْمَعَ ٱلَّذِى فِى قَلْبِهِۦ مَرَضٌۭ وَقُلْنَ قَوْلًۭا مَّعْرُوفًۭا ﴿٣٢﴾
م عروفا হে নবী-মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পত্নীসকল! তোমালোকে মান-মৰ্যাদা আৰু সন্মানৰ ক্ষেত্ৰত আন আন মহিলাসকলৰ দৰে নহয় । যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থকা তেন্তে তোমালোকে শ্ৰে ষ্ঠত্বআৰু মান-সন্মানৰ সেই উচ্চ শিখৰত উপনীত হ’বা, য’ত উপনীত হোৱা অন্যান্য মহিলাসকলৰ বাবে অসম্ভ ৱ। এতেকে যেতিয়া তোমালোকে অপৰিচিত লোকৰ সৈতে কথা ক’বা তেতিয়া কোমল কণ্ঠত তথা আকৰ্ষিত সুৰত কথা নক’বা। অন্যথা যাৰ অন্ত ৰত নিফাক আছে নাইবা হাৰাম কৰ্মত লিপ্ত হোৱাৰ ইচ্ছা আছে, সি লোভত পৰিবাট চাই থাকিব। এতেকে সন্দে হ-সংশয় নথকাগাম্ভীৰ্য্যপূৰ্ণ কথাপাতিবা,লগতে হাঁহি-ধেমালি নকৰিবাআৰুসদায় প্ৰয়োজনীয় কথাহে ক’বা।
وَقَرْنَ فِى بُيُوتِكُنَّ وَلَا تَبَرَّجْنَ تَبَرُّجَ ٱلْجَـٰهِلِيَّةِ ٱلْأُولَىٰ ۖ وَأَقِمْنَ ٱلصَّلَوٰةَ وَءَاتِينَ ٱلزَّكَوٰةَ وَأَطِعْنَ ٱللَّهَ وَرَسُولَهُۥٓ ۚ إِنَّمَا يُرِيدُ ٱللَّهُ لِيُذْهِبَ عَنكُمُ ٱلرِّجْسَ أَهْلَ ٱلْبَيْتِ وَيُطَهِّرَكُمْ تَطْهِيرًۭا ﴿٣٣﴾
তোমালোকে ঘৰতেই অৱস্থান কৰা, প্ৰয়োজন অবিহনে ঘৰৰ পৰা নোলাবা। লগতে ইছলামপূৰ্ব নাৰীসকলৰ দৰে নিজৰ সৌন্দ ৰ্যপ্ৰদৰ্শন নকৰিবা। কাৰণ সিহঁতে পুৰুষসকলক আকৰ্ষিত কৰিবলৈ নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিছিল। পৰিপূৰ্ণৰূপে চালাত আদায় কৰিবা, ধন-সম্পত্তিৰ যাকাত প্ৰদান কৰিবা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছু লৰ আনুগত্য কৰিবা। হে ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকল আৰু তেওঁৰ পৰিয়ালবৰ্গ শুনা! আল্লাহে তোমালোকৰ দুখ-কষ্ট দূৰ কৰিব বিচাৰে। লগতে তোমালোকক উত্তম চৰিত্ৰৰ দ্বাৰা সুসজ্জিত কৰিব বিচাৰে, আৰু সকলো প্ৰকাৰৰ বেয়া আচৰণৰ পৰা পৰিপূৰ্ণৰূপে পৰিশুদ্ধি কৰিব বিচাৰে। তোমালোকক এনেকৈ পৱিত্ৰ কৰিব বিচাৰে, যাৰ পিছত বেয়া বোলা একোৱেই নাথাকিব।
وَٱذْكُرْنَ مَا يُتْلَىٰ فِى بُيُوتِكُنَّ مِنْ ءَايَـٰتِ ٱللَّهِ وَٱلْحِكْمَةِ ۚ إِنَّ ٱللَّهَ كَانَ لَطِيفًا خَبِيرًا ﴿٣٤﴾
স্মৰণ কৰা ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূ হক, লগতে ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৱিত্ৰ ছু ন্নতসমূ হক। নিশ্চয় আল্লাহে তোমালোকক তেওঁৰ নবীৰ ঘৰত অৱস্থান কৰাৰ সুযোগ প্ৰদান কৰি তোমালোকৰ ওপৰত উপকাৰ কৰিছে। তেওঁ তোমালোকক যেতিয়া নবীৰ স্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল, তেতিয়া তেওঁ তোমালোকৰ বিষয়ে ভালকৈয়ে অৱগত আছিল। তথা তেৱেঁই তোমালোকক উম্মতৰ সকলো মু মিনসকলৰমাতৃ হিচাপে নিৰ্বাচন কৰিছে। بلغ আল-কোৰআন · তাফছীৰ
إِنَّ ٱلْمُسْلِمِينَ وَٱلْمُسْلِمَـٰتِ وَٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَـٰتِ وَٱلْقَـٰنِتِينَ وَٱلْقَـٰنِتَـٰتِ وَٱلصَّـٰدِقِينَ وَٱلصَّـٰدِقَـٰتِ وَٱلصَّـٰبِرِينَ وَٱلصَّـٰبِرَٰتِ وَٱلْخَـٰشِعِينَ وَٱلْخَـٰشِعَـٰتِ وَٱلْمُتَصَدِّقِينَ وَٱلْمُتَصَدِّقَـٰتِ وَٱلصَّـٰٓئِمِينَ وَٱلصَّـٰٓئِمَـٰتِ وَٱلْحَـٰفِظِينَ فُرُوجَهُمْ وَٱلْحَـٰفِظَـٰتِ وَٱلذَّٰكِرِينَ ٱللَّهَ كَثِيرًۭا وَٱلذَّٰكِرَٰتِ أَعَدَّ ٱللَّهُ لَهُم مَّغْفِرَةًۭ وَأَجْرًا عَظِيمًۭا ﴿٣٥﴾
ه ه নিশ্চয় আল্লাহৰ ওচৰত নত স্বীকাৰ কৰা পুৰুষসকল আৰু নত স্বীকাৰকাৰিণী নাৰীসকল; আল্লাহৰ বাবে দান কৰা পুৰুষসকল আৰু দানশীলা নাৰীসকল; আল্লাহৰ আনুগত্য কৰা পুৰুষসকল আৰু আনুগত্য কৰা নাৰীসকল; কথা আৰু ঈমানত সত্যবাদী পুৰুষসকল আৰু সত্যবাদী নাৰীসকল; বিপদ-আপদ আৰু গুনাহৰ পৰা আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰা পুৰুষসকল আৰু ধৈৰ্য্যধাৰিণী নাৰীসকল; নিজৰ সম্পদৰ দ্বাৰা ফৰজ তথা নফল চাদাকাহ- খয় ৰাত কৰা পুৰুষসকল আৰু নাৰীসকল; ফৰজ তথা নফল ৰোজা পালন কৰা পুৰুষসকল আৰু নাৰীসকল; নিজৰ লজ্জাস্থান সুৰক্ষিত ৰখা পুৰুষসকল আৰু নাৰীসকল, যিসকলে নিজৰ লজ্জাস্থান এনে লোকৰ সন্মুখত উন্মুক্ত নকৰে যিসকলৰ বাবে জায়ে জ নহয় । লগতে তেওঁলোকে ব্যভিচাৰ আদিৰ দৰে অশ্লীলতাৰ পৰা আৰু ইয়াৰ মাধ্যমসমূহৰ পৰা দূৰত্ব অৱলম্বন কৰে। প্ৰকাশ্য আৰু অপ্ৰ কাশ্যভাৱে আল্লাহক অধিক স্মৰণ কৰা পুৰুষ আৰু নাৰীসকল, এই সকলোৰে বাবে আল্লাহে প্ৰস্তু ত কৰি ৰাখিছে তেওঁলোকৰ গুনাহৰ মাগফিৰাত, আৰু কিয়ামতৰ দিনা তেওঁলোকৰ বাবে প্ৰস্তু ত থাকিব মহাপ্ৰ তিদান অৰ্থাৎ জান্নাত।
وَمَا كَانَ لِمُؤْمِنٍۢ وَلَا مُؤْمِنَةٍ إِذَا قَضَى ٱللَّهُ وَرَسُولُهُۥٓ أَمْرًا أَن يَكُونَ لَهُمُ ٱلْخِيَرَةُ مِنْ أَمْرِهِمْ ۗ وَمَن يَعْصِ ٱللَّهَ وَرَسُولَهُۥ فَقَدْ ضَلَّ ضَلَـٰلًۭا مُّبِينًۭا ﴿٣٦﴾
ورسوله فقد ضل ضللا مبينا আল্লাহ আৰু তেওঁ ৰ ৰাছু লে যদি কোনো বিষয় ত ফয় চালা দিয়ে তেন্তে সেই ক্ষেত্ৰত কোনো মু মিন পুৰুষ আৰু কোনো মু মিনা নাৰীৰ বাবে সেই ফয় চালা স্বীকাৰ কৰাৰ বাহিৰে তথা প্ৰত্যাখ্যান কৰাৰ কোনো বিকল্প নাথাকে। যিয়ে ই আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ অবাধ্যতা কৰিব, সি নিশ্চিতভাৱে সঠি ক পথৰ পৰাস্পষ্ট ৰূপেবিভ্ৰান্ত হ’ব।
وَإِذْ تَقُولُ لِلَّذِىٓ أَنْعَمَ ٱللَّهُ عَلَيْهِ وَأَنْعَمْتَ عَلَيْهِ أَمْسِكْ عَلَيْكَ زَوْجَكَ وَٱتَّقِ ٱللَّهَ وَتُخْفِى فِى نَفْسِكَ مَا ٱللَّهُ مُبْدِيهِ وَتَخْشَى ٱلنَّاسَ وَٱللَّهُ أَحَقُّ أَن تَخْشَىٰهُ ۖ فَلَمَّا قَضَىٰ زَيْدٌۭ مِّنْهَا وَطَرًۭا زَوَّجْنَـٰكَهَا لِكَىْ لَا يَكُونَ عَلَى ٱلْمُؤْمِنِينَ حَرَجٌۭ فِىٓ أَزْوَٰجِ أَدْعِيَآئِهِمْ إِذَا قَضَوْا۟ مِنْهُنَّ وَطَرًۭا ۚ وَكَانَ أَمْرُ ٱللَّهِ مَفْعُولًۭا ﴿٣٧﴾
ى হে ৰাছু ল! যেতিয়া আপুনি তাক কৈছিল, যাক আল্লাহে ইছলাম গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰি উপকাৰ কৰিছে, আনকি যাক দাসত্ব ৰ জীৱনৰ পৰা স্বাধীনতা প্ৰদান কৰি আপুনিও কৃ পা কৰিছে, তেওঁ হৈছে যায়ে দ বিন হাৰিছা ৰাদ্বি য়াল্লাহু আনহু, যেতিয়া তেওঁ নিজৰ পত্নী জয় নব বিন্তে জাহাশ্ব ৰাদ্বি য়াল্লাহু আনহাক তালাক দিয়াৰ ক্ষেত্ৰত পৰামৰ্শ কৰিবলৈ আপোনাৰ ওচৰলৈ আহিছিল, আৰু আপুনি তেওঁক পৰামৰ্শ প্ৰদান কৰি কৈছিলঃ “তু মি তোমাৰ স্ত্ৰীক তালাক নিদিবা, বৰং তাইৰ সৈতে সুসম্পৰ্ক বজায় ৰখা। লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁৰতাক্ব ৱা অৱলম্বন কৰা”। হে ৰাছু ল! ইপিনে আপুনি আপোনাৰঅন্ত ৰত মানুহৰভয় ত আল্লাহৰসেই অহী গোপন কৰিৰাখিছিল, যিটো জয় নবৰ সৈতে আপোনাৰ বিবাহ সম্পৰ্কীয় অহী আল্লাহে আপোনাৰ ওচৰলৈ অৱতীৰ্ণ কৰিছিল। আনহাতে আল্লাহে শীঘ্ৰে ই যায়ে দৰ তালাক আৰু আপোনাৰ বিবাহ সম্পৰ্কীয় বিষয় টো প্ৰকাশ কৰাৰ প্ৰস্তু তি লৈছিল। কাৰণ এইক্ষেত্ৰত আপোনাৰ পক্ষে মানুহক ভয় নকৰি আল্লাহক ভয় কৰাটো অধিক উচিত আছিল। এতেকে যায়ে দে যেতিয়া নিজৰ সন্তু ষ্টচিত্তে জয় নবৰ পৰা পৃথক হোৱাৰ মনস্থ কৰিলে তথা জয় নবক তালাক প্ৰদান কৰিলে, তেতিয়া আমি জয়নবৰ বিবাহ আপোনাৰ সৈতে পাতিলোঁ। যাতে তুলনীয়া পুত্ৰৰ তালাকপ্ৰাপ্তা তথা ইদ্দত পাৰ কৰা স্ত্ৰীক বিবাহ কৰাৰ ক্ষেত্ৰত মুমিনসকলে সংকোচবোধ নকৰে। নিশ্চিতভাৱে আল্লাহৰ আদেশ কাৰ্যকৰী হোৱাটোৱে নিশ্চিত। তেওঁক কোনেও বাধা প্ৰদান কৰিব নোৱাৰে আৰু কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে।
مَّا كَانَ عَلَى ٱلنَّبِىِّ مِنْ حَرَجٍۢ فِيمَا فَرَضَ ٱللَّهُ لَهُۥ ۖ سُنَّةَ ٱللَّهِ فِى ٱلَّذِينَ خَلَوْا۟ مِن قَبْلُ ۚ وَكَانَ أَمْرُ ٱللَّهِ قَدَرًۭا مَّقْدُورًا ﴿٣٨﴾
আল্লাহে বৈধ কৰা যিকোনো বিষয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অৱলম্বন কৰাটো তেওঁৰ পক্ষে গুনাহ তথা সংকীৰ্ণতাৰ বিষয় নহয়। উদাহৰণস্বৰূপে তু লনীয়া পুত্ৰৰতালাকপ্ৰাপ্তা স্ত্ৰীক বিবাহ কৰা। এই ক্ষেত্ৰত তেওঁ পূৰ্বৱৰ্তী নবীসকলৰনিয় ম পালন কৰিছে। এই বিষয় ত তেওঁ কোনো নতু ন ৰাছু ল নহয় । আল্লাহে যি বিষয়ে সিদ্ধান্ত লয় , সেইটো নিশ্চিতভাৱে কাৰ্যকৰী হয় , সেইটোক কোনেও বাধা দিব নোৱাৰে, যিদৰে তেওঁ এই বিবাহ সম্পন্ন কৰিছে আৰু তু লনীয়া সন্তানৰ পৰম্পৰা নিঃশেষ কৰিছে, এই ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই তথা بلغ আল-কোৰআন · তাফছীৰ তেওঁ ৰ বাবে কোনো বিকল্প নাই।
ٱلَّذِينَ يُبَلِّغُونَ رِسَـٰلَـٰتِ ٱللَّهِ وَيَخْشَوْنَهُۥ وَلَا يَخْشَوْنَ أَحَدًا إِلَّا ٱللَّهَ ۗ وَكَفَىٰ بِٱللَّهِ حَسِيبًۭا ﴿٣٩﴾
সেই নবীসকলে আল্লাহে অৱতীৰ্ণ কৰা বাৰ্তাসমূহক তেওঁলোকৰ উম্মতৰ ওচৰত পৌঁচাই দিছিল, আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল। আল্লাহে হালাল কৰা বিষয় এটা পালন কৰিবলৈ কেতিয়াও মানু হৰ টীকা-টি প্পনীক ভ্ৰূক্ষেপ কৰা নাছিল। বান্দাসকলৰ কৰ্মৰ সংৰক্ষক হিচাপে আল্লাহেই যথেষ্ট । যাতে সিহঁ তৰ হিচাপ গ্ৰহণ কৰিব পাৰে, আৰু সিহঁ তক প্ৰতিদান দিব পাৰে। ভাল কাম কৰিলে ভাল ফলাফল লাভ কৰিব, আৰু বেয়া কাম কৰিলে বেয়া ফলাফল পাব।
مَّا كَانَ مُحَمَّدٌ أَبَآ أَحَدٍۢ مِّن رِّجَالِكُمْ وَلَـٰكِن رَّسُولَ ٱللَّهِ وَخَاتَمَ ٱلنَّبِيِّـۧنَ ۗ وَكَانَ ٱللَّهُ بِكُلِّ شَىْءٍ عَلِيمًۭا ﴿٤٠﴾
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তোমালোকৰ মাজৰ কোনো পুৰুষৰেই পিতা নহয় । তেখেত যায়ে দৰো পিতা নহয় যে, তেখেতে যায়ে দৰ তালাক দিয়া স্ত্ৰীক বিবাহ কৰিবনোৱাৰিব। বৰংতেওঁ হৈছে মানু হৰপ্ৰ তি প্ৰে ৰিত ৰাছু ল। লগতে তেওঁ হৈছে সৰ্বশেষ নবী,তেওঁ ৰপিছত আন কোনো নবী নাই। নিশ্চয় আল্লাহ সকলোবিষয়ে সৰ্বজ্ঞ। বান্দাসকলৰকোনোকৰ্মই তেওঁ ৰপৰাগোপন নহয় ।
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱذْكُرُوا۟ ٱللَّهَ ذِكْرًۭا كَثِيرًۭا ﴿٤١﴾
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলকাৰীসকল! তোমালোকে আন্ত ৰিকভাৱে, মৌখিকভাৱে আৰু অংগ-প্ৰত্যংগৰ জৰিয় তে আল্লাহক বেছি বেছি স্মৰণ কৰা। وسبحوه بكرة وأصيلا
وَسَبِّحُوهُ بُكْرَةًۭ وَأَصِيلًا ﴿٤٢﴾
তথা পুৱা-গধূলি তাছবীহ আৰু তাহলীলৰ দ্বাৰা তেওঁ ৰ পৱিত্ৰতাৰ গুণগান কৰা, কিয় নো এই দুয়োটা সময় হৈছে অত্যন্ত গুৰুত্ব পূৰ্ণ।
هُوَ ٱلَّذِى يُصَلِّى عَلَيْكُمْ وَمَلَـٰٓئِكَتُهُۥ لِيُخْرِجَكُم مِّنَ ٱلظُّلُمَـٰتِ إِلَى ٱلنُّورِ ۚ وَكَانَ بِٱلْمُؤْمِنِينَ رَحِيمًۭا ﴿٤٣﴾
তেৱেঁই তোমালোকৰ প্ৰতি দয়া কৰে আৰু তোমালোকৰ প্ৰশংসা কৰে, আৰু ফিৰিস্তাসকলে তোমালোকৰ বাবে দুআ কৰে যাতে তোমালোকক কু ফৰৰ অন্ধকাৰৰ পৰা উলিয়াই ঈমানৰ পোহৰলৈ আনিব পাৰে। তেওঁ মুমিনসকলৰ প্ৰতি অতি দয়াৱান। তেওঁলোকে যদি তেওঁৰ আদেশ পালন কৰে আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰপৰা বিৰত থাকে তেন্তে তেওঁ কেতিয়াও তেওঁ লোকক শাস্তি নিবিহিব।
تَحِيَّتُهُمْ يَوْمَ يَلْقَوْنَهُۥ سَلَـٰمٌۭ ۚ وَأَعَدَّ لَهُمْ أَجْرًۭا كَرِيمًۭا ﴿٤٤﴾
মুমিনসকলে যিদিনা নিজ প্ৰতিপালকক সাক্ষাৎ কৰিব, সেইদিনা তেওঁলোকক ছালামৰ দ্বাৰা অভিবাদন জনোৱা হ'ব। লগতে সকলো প্ৰকাৰৰ অনিষ্ট ৰ পৰা তেওঁ লোকে নিৰাপদ থাকিব। আল্লাহে তেওঁ লোকৰবাবেসন্মানজনক প্ৰতিদান (অৰ্থাৎ জান্নাত) প্ৰস্তু ত কৰিৰাখিছে। এইটো হৈছে আনু গত্য কৰাৰ আৰু পাপকৰ্মৰ পৰা বিৰত থকাৰ প্ৰতিদান।
يَـٰٓأَيُّهَا ٱلنَّبِىُّ إِنَّآ أَرْسَلْنَـٰكَ شَـٰهِدًۭا وَمُبَشِّرًۭا وَنَذِيرًۭا ﴿٤٥﴾
নিশ্চয় আমি আপোনাক মানুহৰ প্ৰতি সাক্ষী হিচাপে প্ৰে ৰণ কৰিছোঁ, যাতে আপুনি এই কথাৰ সাক্ষ্য দিব পাৰে যে, আপোনাক যি বাৰ্তাসহ প্ৰে ৰণ কৰা হৈছিল, আপুনি সেইটো হুবহু পৌঁচাই দিছে। তথা মু মিনসকলক সেই জান্নাতৰ সুসংবাদ দিবলৈ প্ৰে ৰণ কৰিছোঁ, যিখন আল্লাহে তেওঁ লোকৰ বাবে প্ৰস্তু ত কৰিৰাখিছে। লগতে আপোনাক প্ৰে ৰণ কৰিছোঁকাফিৰসকলক সেই শাস্তি ৰপৰাসতৰ্ক কৰিবলৈ,যিটোআল্লাহে সিহঁ তৰবাবেপ্ৰ স্তু ত কৰিৰাখিছে। بلغ আল-কোৰআন · তাফছীৰ
وَدَاعِيًا إِلَى ٱللَّهِ بِإِذْنِهِۦ وَسِرَاجًۭا مُّنِيرًۭا ﴿٤٦﴾
তথা আমি আপোনাক প্ৰে ৰণ কৰিছোঁ, আল্লাহৰ তাওহীদৰ প্ৰতি আহ্বান কৰিবলৈ আৰু তেওঁ ৰ আনু গত্যৰ প্ৰতি নিমন্ত্ৰ ণ জনাবলৈ, যিটো আপুনি তেওঁ ৰ আদেশতেই কৰিব। তথা আমি আপোনাক আলোকোজ্জ্বল প্ৰদীপ হিচাপে প্ৰে ৰণ কৰিছোঁ, যাৰ পৰা হিদায় ত বিচৰা প্ৰত্যেক ব্যক্তিয়ে ই পোহৰ সংগ্ৰ হ কৰিব পাৰিব।
وَبَشِّرِ ٱلْمُؤْمِنِينَ بِأَنَّ لَهُم مِّنَ ٱللَّهِ فَضْلًۭا كَبِيرًۭا ﴿٤٧﴾
তথা মুমিনসকলৰ মাজৰ যিসকলে আল্লাহৰ চৰীয় ত মতে আমল কৰিব তেওঁলোকক আনন্দ দায় ক সুসংবাদ দিয় ক যে, আল্লাহৰ ওচৰত তেওঁলোকৰ বাবেআছে মহাপ্ৰ তিদান। পৃথিৱীত পাবলগীয়াসহায় আৰুআখিৰাতৰসফলতাঅৰ্থাৎ জান্নাত,এই প্ৰতিদানৰেই অন্ত ৰ্ভু ক্ত।
وَلَا تُطِعِ ٱلْكَـٰفِرِينَ وَٱلْمُنَـٰفِقِينَ وَدَعْ أَذَىٰهُمْ وَتَوَكَّلْ عَلَى ٱللَّهِ ۚ وَكَفَىٰ بِٱللَّهِ وَكِيلًۭا ﴿٤٨﴾
কাফিৰ আৰু মুনাফিকসকলৰ কথা মতে আপুনি নচলিব, সিহঁ তে আল্লাহৰ দ্বীন প্ৰচাৰ কৰাত বাধা দিয়ে । গতিকে আপুনি সিহঁ তৰ পৰা দূৰত্ব বজায় ৰাখক। আপুনি যি লৈ আহিছে তাৰ প্ৰতি সিহঁতৰ ঈমান পোষণ কৰিবলৈ সম্ভ ৱতঃ এই পদ্ধতিটো অধিক ফলপ্ৰ সূ হ'ব। লগতে আপুনি আপোনাৰ সকলো কৰ্মতে আল্লাহৰ প্ৰতি ভৰসা কৰক, উদাহৰণস্বৰূপে আপোনাৰ শত্ৰুক পৰাজিত কৰিবলৈ। কৰ্মবিধায় ক হিচাপে তেৱেঁই যথেষ্ট , যাৰ প্ৰতি বান্দাসকলে পৃথিৱী আৰু আখিৰাতৰ সকলো কৰ্মত ভৰসা কৰে।
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا نَكَحْتُمُ ٱلْمُؤْمِنَـٰتِ ثُمَّ طَلَّقْتُمُوهُنَّ مِن قَبْلِ أَن تَمَسُّوهُنَّ فَمَا لَكُمْ عَلَيْهِنَّ مِنْ عِدَّةٍۢ تَعْتَدُّونَهَا ۖ فَمَتِّعُوهُنَّ وَسَرِّحُوهُنَّ سَرَاحًۭا جَمِيلًۭا ﴿٤٩﴾
فمتعوهن وسرحوهن سراحاجميلا হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলকাৰীসকল! যদি তোমালোকে কোনো মুমিনা নাৰীক বিবাহ কৰা, আৰু তাইৰ সৈতে সহবাস কৰাৰ পূৰ্বেই যদি তাইক তালাক দিয়া, তেন্তে তেনেক্ষেত্ৰত পালন কৰিবলগীয়া তাইৰ বাবে কোনো ইদ্দত নাই। কোনো ইদ্দতেই তাইৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, হায়েজ হওক অথবা মাহ। যিহেতু তাই সহবাস কৰা নাই, গতিকে তাইৰ গৰ্ভাশয় খালী থকাটোৱে স্বাভাৱিক। এতেকে তোমালোকে নিজৰ সামৰ্থ অনু যায়ী (তালাক দিয়াৰ সময় ত) তাইক কিছু ধন প্ৰদান কৰিবা। ইয়াৰ ফলত তালাকৰ দ্বাৰা হোৱা আন্ত ৰিক কষ্ট যাতে কিছু পৰিমাণ হ'লেও লাঘৱ হয় । লগতে তাইক কোনো ধৰণৰ কষ্ট নিদিয়াকৈ সদাচৰণৰ সৈতে তাইৰ পথ এৰি দিয়া।
يَـٰٓأَيُّهَا ٱلنَّبِىُّ إِنَّآ أَحْلَلْنَا لَكَ أَزْوَٰجَكَ ٱلَّـٰتِىٓ ءَاتَيْتَ أُجُورَهُنَّ وَمَا مَلَكَتْ يَمِينُكَ مِمَّآ أَفَآءَ ٱللَّهُ عَلَيْكَ وَبَنَاتِ عَمِّكَ وَبَنَاتِ عَمَّـٰتِكَ وَبَنَاتِ خَالِكَ وَبَنَاتِ خَـٰلَـٰتِكَ ٱلَّـٰتِى هَاجَرْنَ مَعَكَ وَٱمْرَأَةًۭ مُّؤْمِنَةً إِن وَهَبَتْ نَفْسَهَا لِلنَّبِىِّ إِنْ أَرَادَ ٱلنَّبِىُّ أَن يَسْتَنكِحَهَا خَالِصَةًۭ لَّكَ مِن دُونِ ٱلْمُؤْمِنِينَ ۗ قَدْ عَلِمْنَا مَا فَرَضْنَا عَلَيْهِمْ فِىٓ أَزْوَٰجِهِمْ وَمَا مَلَكَتْ أَيْمَـٰنُهُمْ لِكَيْلَا يَكُونَ عَلَيْكَ حَرَجٌۭ ۗ وَكَانَ ٱللَّهُ غَفُورًۭا رَّحِيمًۭا ﴿٥٠﴾
হে নবী! আমি আপোনাৰ বাবে সেইসকল স্ত্ৰী হালাল কৰিছোঁ, যিসকলৰ মোহৰানা আপুনি প্ৰদান কৰিছে। লগতে আমি আপোনাৰ বাবে হালাল কৰিছোঁ সেইসকল দাসীকো, যিসকলক আল্লাহে আপোনাৰ বাবে যুদ্ধলব্ধ সম্পদ হিচাপে আপোনাৰ অধীনস্থ কৰিছে। লগতে আমি আপোনাৰ বাবে আপোনাৰ খুৰাৰ কন্যাহঁ তক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, আপোনাৰ জেঠাই-পেহীৰ কন্যাহঁ তক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, মোমায়ে ৰৰ জীয়ে কহঁ তক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, আৰু আপোনাৰ জেঠাই-মাহীহঁ তৰ জীয়ে কহঁ তকো বিবাহ কৰিবলৈ হালাল কৰিছোঁ, যিসকলে আপোনাৰ সৈতে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰি আহিছে। লগতে সেইসকল নাৰীকো আপোনাৰ বাবে বৈধ কৰিছোঁ, যিসকলে কোনো মোহৰানা নোহোৱাকৈ আপোনাৰ ওচৰত নিজকে সমৰ্পন কৰিব বিচাৰে, গতিকে আপুনি ইচ্ছা কৰিলে তাইহঁ তক বিবাহ কৰিব পাৰে। মোহৰানা বিহীন এই দানবিবাহ কেৱল আপোনাৰ বাবেহে বৈধ। আপোনাৰ বাহিৰে উম্মতৰ আন কাৰো বাবেই এই বিবাহ বৈধ নহয় । মু মিনসকলৰ বিবাহৰ ক্ষেত্ৰত আমি তেওঁ লোকৰ বাবে যি বৈধ কৰিছোঁ, সেয়া আমি ভালদৰেই জানো। সেয়ে তেওঁলোকৰবাবেচাৰিজনী স্ত্ৰীৰসীমা অতিক্ৰ ম কৰা বৈধনহয় । লগতে এই বিষয় টোও আমাৰজ্ঞাত আছে যে, আমি তেওঁলোকৰ বাবে দাসীসকলৰ বিষয়ে কি কি বৈধ কৰিছোঁ। এইক্ষেত্ৰত তেওঁলোকে যিমানজনীৰ সৈতে ইচ্ছা উপকৃ ত হ’ব পাৰে, সংখ্যাৰ কোনো প্ৰতিবন্ধকতা নাই। আমি আপোনাক যিবোৰবিশেষ অধিকাৰদান কৰিছোঁ, সেইবোৰআনৰবাবেবৈধনহয় । ইয়াৰকাৰণ হৈছে যাতে আপুনি কোনো بلغ আল-কোৰআন · তাফছীৰ অসুবিধা তথা সংকীৰ্ণতাৰ সন্মুখীন নহয় । নিশ্চয় আল্লাহ তেওঁ ৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল।
۞ تُرْجِى مَن تَشَآءُ مِنْهُنَّ وَتُـْٔوِىٓ إِلَيْكَ مَن تَشَآءُ ۖ وَمَنِ ٱبْتَغَيْتَ مِمَّنْ عَزَلْتَ فَلَا جُنَاحَ عَلَيْكَ ۚ ذَٰلِكَ أَدْنَىٰٓ أَن تَقَرَّ أَعْيُنُهُنَّ وَلَا يَحْزَنَّ وَيَرْضَيْنَ بِمَآ ءَاتَيْتَهُنَّ كُلُّهُنَّ ۚ وَٱللَّهُ يَعْلَمُ مَا فِى قُلُوبِكُمْ ۚ وَكَانَ ٱللَّهُ عَلِيمًا حَلِيمًۭا ﴿٥١﴾
হে ৰাছু ল! আপুনি আপোনাৰ স্ত্ৰীসকলৰ মাজৰ পৰা যাৰ পাল বিলম্ব কৰিব বিচাৰে, বিলম্ব কৰিব পাৰে, আৰু তেওঁ ৰ সৈতে ৰাতি যাপনৰ পৰা বিৰত থাকিব পাৰে। তেওঁলোকৰ মাজৰ যাক ইচ্ছা তাকেই আপুনি লগত ৰাখিব পাৰে, আৰু তেওঁৰ সৈতে ৰাতি অতিবাহিত কৰিব পাৰে। আনহাতে বিলম্বত থকা স্ত্ৰীসকলৰ মাজৰ কাৰোবাক যদি মাতি নিব বিচাৰে তথাপিও আপোনাৰ কোনো অপৰাধ নহয় । এই বিকল্প ৰ সুবিধা আৰু প্ৰশস্ত তা এইকাৰণে যে, যাতে আপোনাৰদ্বাৰা আপোনাৰস্ত্ৰীসকলৰচকু শীতল হয় আৰুআপুনি তেওঁলোকক যি প্ৰদান কৰিছে সেইখিনিতে যাতে তেওঁলোক আটায়ে সন্তু ষ্টথাকে। কাৰণ তেওঁলোকে ভালকৈয়ে জানে যে, আপুনি কোনো জৰুৰী বিষয় ত্যাগ নকৰে তথা অধিকাৰ আদায় ত কৃ পণালী নকৰে। হে পুৰুষসকল! আল্লাহে তোমালোকৰ অন্ত ৰৰ অৱস্থা সম্পৰ্কে ভালকৈয়ে অৱগত। উদাহৰণস্বৰূপে কোনোবা স্ত্ৰীক এৰি আন কোনোবা স্ত্ৰীৰ প্ৰতি অধিক আকৰ্ষিত হোৱা। নিশ্চয় আল্লাহ তেওঁৰবান্দাসকলৰকৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁৰপৰা একোৱেই গোপন নহয় । তেওঁ অতি সহনশীল,শাস্তি দিয়াত কেতিয়াও খৰধৰ নকৰে, যাতে সিহঁ তে তেওঁ ৰ ওচৰলৈ তাওবা কৰিব পাৰে।
لَّا يَحِلُّ لَكَ ٱلنِّسَآءُ مِنۢ بَعْدُ وَلَآ أَن تَبَدَّلَ بِهِنَّ مِنْ أَزْوَٰجٍۢ وَلَوْ أَعْجَبَكَ حُسْنُهُنَّ إِلَّا مَا مَلَكَتْ يَمِينُكَ ۗ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ رَّقِيبًۭا ﴿٥٢﴾
عل كل شىء رقيبا ى এতেকে হে ৰাছু ল! আপোনাৰ বিবাহ বন্ধনত থকা স্ত্ৰীসকলৰ বাহিৰে আন কোনো নাৰীক বিবাহ কৰাটো এতিয়াৰ পৰা আপোনাৰ বাবে বৈধ নহয় । লগতে এওঁলোকক তালাক দিয়াও আপোনাৰ বাবে বৈধ নহয় । তথা এওঁলোকৰ মাজৰ কোনোবা এজনীক তালাক দি অন্য কোনো নাৰীক বিবাহ কৰাটোও আপোনাৰ বাবে বৈধ নহয় । যদিও সেই নাৰীৰ সৌন্দ ৰ্যই আপোনাক মুগ্ধ নকৰক কিয় । পক্ষান্ত ৰে আপুনি আপোনাৰ অধীনত থকা দাসীসকলৰ দ্বাৰা উপকৃত হ'ব পাৰে, এই ক্ষেত্ৰত সংখ্যাৰ কোনো নিৰ্ধাৰণ নাই। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু ৰ সংৰক্ষক। এই বিধানটোৱে দৰাচলতে উম্মাহাতুল মু মিনীনসকলৰ মৰ্যাদাৰ প্ৰমাণ বহন কৰে, কাৰণ তেওঁ লোকক তালাক দিয়া আৰু তেওঁ লোকে নবীৰ বিবাহ বন্ধনত থকালৈকে অন্য কোনো স্ত্ৰীক বিবাহ কৰাটো নবীৰ বাবে নিষিদ্ধ কৰা হৈছে।
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَدْخُلُوا۟ بُيُوتَ ٱلنَّبِىِّ إِلَّآ أَن يُؤْذَنَ لَكُمْ إِلَىٰ طَعَامٍ غَيْرَ نَـٰظِرِينَ إِنَىٰهُ وَلَـٰكِنْ إِذَا دُعِيتُمْ فَٱدْخُلُوا۟ فَإِذَا طَعِمْتُمْ فَٱنتَشِرُوا۟ وَلَا مُسْتَـْٔنِسِينَ لِحَدِيثٍ ۚ إِنَّ ذَٰلِكُمْ كَانَ يُؤْذِى ٱلنَّبِىَّ فَيَسْتَحْىِۦ مِنكُمْ ۖ وَٱللَّهُ لَا يَسْتَحْىِۦ مِنَ ٱلْحَقِّ ۚ وَإِذَا سَأَلْتُمُوهُنَّ مَتَـٰعًۭا فَسْـَٔلُوهُنَّ مِن وَرَآءِ حِجَابٍۢ ۚ ذَٰلِكُمْ أَطْهَرُ لِقُلُوبِكُمْ وَقُلُوبِهِنَّ ۚ وَمَا كَانَ لَكُمْ أَن تُؤْذُوا۟ رَسُولَ ٱللَّهِ وَلَآ أَن تَنكِحُوٓا۟ أَزْوَٰجَهُۥ مِنۢ بَعْدِهِۦٓ أَبَدًا ۚ إِنَّ ذَٰلِكُمْ كَانَ عِندَ ٱللَّهِ عَظِيمًا ﴿٥٣﴾
إ হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলকাৰীসকল! তোমালোকে খোৱাৰ নিমন্ত্ৰ ণ নোপোৱাকৈ নবীৰ ঘৰত প্ৰৱেশ নকৰিবা। (আনহাতে যদি ভোজনৰ বাবে তোমালোকক নিমন্ত্ৰ ণ কৰা হয় তেন্তে ) পানাহাৰ প্ৰতুস্ত নোহোৱাৰ আগতে তাতগৈ বহি আলোচনাত লিপ্ত নহ’বা। বৰং যেতিয়া পানাহাৰ প্ৰস্তু ত হ’ব আৰু তোমালোকক খোৱাৰ বাবে আহ্বান কৰা হ’ব তেতিয়া প্ৰৱেশ কৰিবা, আৰু খোৱা-বোৱা শেষ হোৱাৰ লগে লগে তোমালোকে তাৰপৰা প্ৰস্থান কৰিবা। পানাহাৰকৰাৰপিছত পৰস্পৰেআলোচনাত লিপ্ত হৈ বহি নাথাকিবা। কাৰণ তোমালোকৰএই আচৰণত নবীচাল্লাল্লাহু আলাইহি অছাল্লামে কষ্ট পায় ,কিন্তু তেওঁ তোমালোকক উঠি যোৱাৰনিৰ্দে শ দিয়াত সংকোচবোধকৰে। কিন্তু আল্লাহে সত্যকথাউপস্থাপন কৰাত কেতিয়াও সংকোচবোধ নকৰে। সেইকাৰণেই তেওঁ তোমালোকক প্ৰস্থান কৰাৰ আদেশ দিছে, যাতে তোমালোকৰ অৱস্থানে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মনোকষ্ট নিদিয়ে । লগতে তোমালোকে যেতিয়া নবীৰ স্ত্ৰীসকলৰ পৰা প্ৰয়োজনীয় কোনো বস্তু যেনেঃ কাঁহী, বাটি আদি বিচৰা, তেতিয়া পৰ্দাৰ আঁৰৰ পৰা সেইবোৰ বিচাৰিবা। পৰ্দা নোহোৱাকৈ তেওঁলোকৰ সন্মুখতগৈ সেইবোৰ নিবিচাৰিবা, যাতে তোমালোকৰ দৃষ্টি তেওঁলোকৰ ওপৰত নপৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদাৰ খাতিৰত তথা তেওঁৰ স্ত্ৰীসকলৰ সুৰক্ষাৰ্থে এই আদেশ দিয়া হৈছে। আনহাতে পৰ্দাৰ আঁৰৰ পৰা বিচৰাটো তোমালোকৰ অন্ত ৰ আৰু তেওঁ লোকৰ অন্ত ৰৰ বাবেও অধিক পৱিত্ৰতাৰ বিষয় । যাতে তোমালোকৰ আৰু তেওঁ লোকৰ অন্ত ৰত চয় তানে কোনো কু মন্ত্ৰ ণা দিব নোৱাৰে, লগতে পাপকৰ্মক যাতে শোভনীয় কৰি উপস্থাপন কৰিব নোৱাৰে। হে মুমিনসকল! পানাহাৰ কৰাৰ পিছত বহি থাকি আলোচনাত লিপ্ত হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিয়াটো তোমালোকৰ বাবে উচিত নহয় । এইদৰে তেওঁ ৰ মৃ ত্যুৰ পিছত তেওঁ ৰ স্ত্ৰীসকলক বিবাহ কৰাটোও তোমালোকৰবাবেউচিত নহয় । কাৰণ তেওঁ লোক হৈছে মু মিনসকলৰমাতৃ । গতিকে মাক বিবাহ কৰাটো কোনো ব্যক্তি ৰ বাবেই বৈধ بلغ আল-কোৰআন · তাফছীৰ নহয় । সেয়ে এইধৰণৰ কষ্ট অৰ্থাৎ নবীৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক নিকাহ কৰাটো সম্পূৰ্ণৰূপে হাৰাম, তথা আল্লাহৰ দৃষ্টি ত এইটো এটা মহাপাপ হিচাপে পৰিগণিত।
إِن تُبْدُوا۟ شَيْـًٔا أَوْ تُخْفُوهُ فَإِنَّ ٱللَّهَ كَانَ بِكُلِّ شَىْءٍ عَلِيمًۭا ﴿٥٤﴾
তোমালোকে কোনো এটা কৰ্মক প্ৰকাশ কৰা অথবা অন্ত ৰত গোপনে ৰখা, সেইটো কেতিয়াও আল্লাহৰ পৰা গোপন হ’ব নোৱাৰে। কাৰণ নিশ্চিতভাৱে আল্লাহ সকলোবিষয়ে সৰ্বজ্ঞ। তোমালোকৰকৰ্মই হওক অথবাআন কোনোবিষয় ,একোৱেই তেওঁৰপৰাগোপন নহয় । শীঘ্ৰে ই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। ভাল হ’লে ভাল প্ৰতিদান আৰু বেয়া হ’লে বেয়া প্ৰতিফল দান কৰিব।
لَّا جُنَاحَ عَلَيْهِنَّ فِىٓ ءَابَآئِهِنَّ وَلَآ أَبْنَآئِهِنَّ وَلَآ إِخْوَٰنِهِنَّ وَلَآ أَبْنَآءِ إِخْوَٰنِهِنَّ وَلَآ أَبْنَآءِ أَخَوَٰتِهِنَّ وَلَا نِسَآئِهِنَّ وَلَا مَا مَلَكَتْ أَيْمَـٰنُهُنَّ ۗ وَٱتَّقِينَ ٱللَّهَ ۚ إِنَّ ٱللَّهَ كَانَ عَلَىٰ كُلِّ شَىْءٍۢ شَهِيدًا ﴿٥٥﴾
ى তেওঁলোকৰ সৈতে যিসকলে পৰ্দা নোহোৱাকৈ তথা মুখামুখিকৈ কথা ক’ব পাৰিব সেইসকল হৈছেঃ তেওঁলোকৰ পিতা, তেওঁলোকৰ সন্তান-সন্ত তি, তেওঁ লোকৰ ভাতৃ সকল, তেওঁ লোকৰ ভতীজাসকল, আৰু তেওঁ লোকৰ ভাগিনসকল, বংশগত সম্পৰ্ক ৰ হওক অথবা দুগ্ধপান সম্পৰ্কীয় । লগতে মু মিনা নাৰীসকল আৰু তেওঁ লোকৰ দাস-দাসীসকলেও তেওঁ লোকৰ সৈতে পৰ্দা নোহোৱাকৈ কথা পাতিব পাৰিব। হে মু মিনা নাৰীসকল! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁ ৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰা। কাৰণ তেওঁ তোমালোকৰ প্ৰত্যেক কথা আৰু কৰ্ম সম্পৰ্কে অৱগত।
إِنَّ ٱللَّهَ وَمَلَـٰٓئِكَتَهُۥ يُصَلُّونَ عَلَى ٱلنَّبِىِّ ۚ يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ صَلُّوا۟ عَلَيْهِ وَسَلِّمُوا۟ تَسْلِيمًا ﴿٥٦﴾
নিশ্চয় আল্লাহে ফিৰিস্তাসকলৰ সন্মুখত ৰাছু ল মু হাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰশংসা কৰে, আৰু ফিৰিস্তাসকলে তেওঁ ৰ বাবে দুআ কৰে। গতিকে হে আল্লাহৰপ্ৰ তি ঈমান পোষণকাৰীআৰুতেওঁ চৰীয় ত মতে আমলকাৰীবান্দাসকল! তোমালোকে ৰাছু ল চাল্লাল্লাহু আলাইহি অছাল্লামৰপ্ৰ তি দৰূদ আৰু ছালাম পাঠ কৰা।
إِنَّ ٱلَّذِينَ يُؤْذُونَ ٱللَّهَ وَرَسُولَهُۥ لَعَنَهُمُ ٱللَّهُ فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ وَأَعَدَّ لَهُمْ عَذَابًۭا مُّهِينًۭا ﴿٥٧﴾
যিসকল লোকে আল্লাহ আৰু তেওঁৰ ৰাছু লক নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা কষ্ট দিয়ে , নিশ্চিতভাৱে আল্লাহে সিহঁ তক তেওঁৰ ৰহমতৰ পৰা পৃথিৱী আৰু আখিৰাতত বহু দূৰলৈ আঁতৰাই দিছে। তথাতেওঁ ৰৰাছু লক কষ্ট দিয়াৰবাবেতেওঁ আখিৰাতত সিহঁ তৰবাবেপ্ৰ স্তু ত কৰিৰাখিছে লাঞ্ছনাদায় ক শাস্তি ।
وَٱلَّذِينَ يُؤْذُونَ ٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَـٰتِ بِغَيْرِ مَا ٱكْتَسَبُوا۟ فَقَدِ ٱحْتَمَلُوا۟ بُهْتَـٰنًۭا وَإِثْمًۭا مُّبِينًۭا ﴿٥٨﴾
যিসকল লোকে মু মিন পুৰুষ আৰু মু মিনা নাৰীসকলক নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা বিনা অপৰাধত কষ্ট দিয়ে , সিহঁ তে প্ৰকৃ ততে মিছা কথা আৰু প্ৰকাশ্য গুনাহৰ বোজা বহন কৰিছে।
يَـٰٓأَيُّهَا ٱلنَّبِىُّ قُل لِّأَزْوَٰجِكَ وَبَنَاتِكَ وَنِسَآءِ ٱلْمُؤْمِنِينَ يُدْنِينَ عَلَيْهِنَّ مِن جَلَـٰبِيبِهِنَّ ۚ ذَٰلِكَ أَدْنَىٰٓ أَن يُعْرَفْنَ فَلَا يُؤْذَيْنَ ۗ وَكَانَ ٱللَّهُ غَفُورًۭا رَّحِيمًۭا ﴿٥٩﴾
হে নবী! আপুনি আপোনাৰ স্ত্ৰীসকলক, আপোনাৰ জীয়ে কহঁ তক আৰু মু মিনা নাৰীসকলক কৈ দিয় কঃ তেওঁ লোকে যেন নিজৰ ওপৰত চাদৰ এখন টানি লয় । যাতে পৰপুৰুষৰ সন্মুখত তেওঁ লোকৰ শৰীৰৰ কোনো অংগ প্ৰকাশ নাপায় । ইয়াৰ ফলত এইটো চিনি পোৱা সহজ হৈ পৰিব যে, তেওঁ লোক হৈছে স্বাধীন নাৰী। এতেকে তেওঁ লোকক কোনেও অসুবিধা নিদিব, যিদৰে দাসীসকলক অসুবিধা দিয়ে । নিশ্চয় আল্লাহ তেওঁ ৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁ লোকৰ প্ৰতি অত্যন্ত দয়ালু। بلغ আল-কোৰআন · তাফছীৰ
۞ لَّئِن لَّمْ يَنتَهِ ٱلْمُنَـٰفِقُونَ وَٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌۭ وَٱلْمُرْجِفُونَ فِى ٱلْمَدِينَةِ لَنُغْرِيَنَّكَ بِهِمْ ثُمَّ لَا يُجَاوِرُونَكَ فِيهَآ إِلَّا قَلِيلًۭا ﴿٦٠﴾
إ ل اقليلا মুনাফিকসকলে যদি সিহঁ তৰ নিফাকৰ পৰা বিৰত নাথাকে, অৰ্থাৎ ইছলাম প্ৰকাশ কৰি অন্ত ৰত কু ফৰী গোপন ৰখা অভ্যাসৰ পৰা যদি বিৰত নাথাকে। তথা যিসকলৰ পাপিষ্ঠ অন্ত ৰত প্ৰবৃত্তিৰ অশ্লীল চাহিদা লুকাই আছে, লগতে সেইসকল লোক যিসকলে মদীনাত মুমিনসকলক বিভক্ত কৰিবলৈ মিছা খবৰবিয় পায় ,যদি এই লোকসকলে নিজৰনিজৰকু কৰ্মৰপৰাবিৰত নাথাকে তেন্তে হে ৰাছু ল! সিহঁ তক শাস্তি প্ৰদান কৰিবলৈ আমি আপোনাক নিৰ্দে শ জাৰি কৰিম, আৰু সিহঁ তৰ ওপৰত আপোনাক কৰ্তৃ ত্বপ্ৰদান কৰিম। তেতিয়া সিহঁ তে মদীনাত বেছি দিন আপোনাৰ সৈতে তিষ্টি ব নোৱাৰিব। যিহেতু সিহঁ তে পৃথিৱীত উপদ্ৰ ৱ সৃষ্টি কৰিছে, সেয়ে সিহঁ তক হয় তো ধ্বংস কৰা হ’ব নাইবা মদীনাৰ পৰা বহিষ্কাৰ কৰা হ’ব।
مَّلْعُونِينَ ۖ أَيْنَمَا ثُقِفُوٓا۟ أُخِذُوا۟ وَقُتِّلُوا۟ تَقْتِيلًۭا ﴿٦١﴾
সিহঁ ত হৈছে আল্লাহৰ ৰহমতৰ পৰা বিতাৰিত। গতিকে সিহঁ তক যি ঠাইতে পোৱা যাব, তাতেই সিহঁ তক গ্ৰে প্তাৰ কৰা হ’ব, তথা সিহঁ তৰ নিফাকৰ ফলত আৰু পৃথিৱীত উপদ্ৰ ৱ সৃষ্টি কৰাৰ অপৰাধত সিহঁ তক মৃ ত্যুদণ্ড দিয়া হ’ব।
سُنَّةَ ٱللَّهِ فِى ٱلَّذِينَ خَلَوْا۟ مِن قَبْلُ ۖ وَلَن تَجِدَ لِسُنَّةِ ٱللَّهِ تَبْدِيلًۭا ﴿٦٢﴾
প্ৰকাশ্যভাৱে নিফাক কৰা মুনাফিকসকলৰ ক্ষেত্ৰত এইটোৱে হৈছে আল্লাহৰ ধাৰাবাহিক নিয় ম। আল্লাহৰ এই নিয় ম চিৰপ্ৰ তিষ্ঠি ত। ইয়াত কেতিয়াও আপুনি কোনো ধৰণৰপৰিবৰ্ত ন নাপাব।
يَسْـَٔلُكَ ٱلنَّاسُ عَنِ ٱلسَّاعَةِ ۖ قُلْ إِنَّمَا عِلْمُهَا عِندَ ٱللَّهِ ۚ وَمَا يُدْرِيكَ لَعَلَّ ٱلسَّاعَةَ تَكُونُ قَرِيبًا ﴿٦٣﴾
হে ৰাছু ল! মুশ্বৰিকসকলে নাকচ কৰাৰ আৰু অস্বীকাৰ কৰাৰ সুৰত আপোনাক কিয়ামত সম্পৰ্কে প্ৰশ্নকৰে, তথা ইয়াহুদীসকলেও এই প্ৰশ্নকৰে যে, কিয়ামত কেতিয়া সংঘটি ত হ’ব? আপুনি ইহঁ তক কৈ দিয় ক যে, কিয়ামতৰ সঠি ক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে, এই বিষয়ে মোৰ ওচৰত কোনোতথ্যনাই। হে ৰাছু ল! আপুনি কেনেকৈ উপলব্ধি কৰিব,হয় তোকিয়ামত অতি নিকটৱৰ্তী?
إِنَّ ٱللَّهَ لَعَنَ ٱلْكَـٰفِرِينَ وَأَعَدَّ لَهُمْ سَعِيرًا ﴿٦٤﴾
নিশ্চিতভাৱে আল্লাহে কাফিৰসকলক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই ৰাখিছে, আৰু কিয়ামতৰ দিনা সিহঁ তৰ বাবে প্ৰস্তু ত কৰি ৰাখিছে জ্বলন্ত অগ্নিকু ণ্ড। যিটো সিহঁ তৰ অপেক্ষাত আছে। ي
خَـٰلِدِينَ فِيهَآ أَبَدًۭا ۖ لَّا يَجِدُونَ وَلِيًّۭا وَلَا نَصِيرًۭا ﴿٦٥﴾
সিহঁ তৰ বাবে প্ৰস্তু ত কৰা সেই জুইশালত সিহঁ তে চিৰকাল অৱস্থান কৰিব। তাত সিহঁ তৰ কোনো অভিভাৱক নাথাকিব, যিয়ে সিহঁ তক উপকাৰ কৰিব পাৰিব; আৰু কোনো সহায় কো নাথাকিব, যিয়ে সিহঁ তৰ পৰা শাস্তি দূৰ কৰিব পাৰিব।
يَوْمَ تُقَلَّبُ وُجُوهُهُمْ فِى ٱلنَّارِ يَقُولُونَ يَـٰلَيْتَنَآ أَطَعْنَا ٱللَّهَ وَأَطَعْنَا ٱلرَّسُولَا۠ ﴿٦٦﴾
কিয়ামতৰ দিনা সিহঁ তৰ মুখমণ্ডল জুইত ওলট-পালট কৰা হ’ব। সিহঁ তে সেইদিনা গভীৰ আফচোচ প্ৰকাশ কৰি তথা অনুতপ্ত হৈ ক’বঃ হায় আফচোচ! যদি আমি পাৰ্থিৱ জীৱনত আল্লাহৰ আদেশ পালন কৰিলোঁহেঁ তেন, আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকিলোঁহেঁ তেন। হায় আফচোচ! আমি যদি ৰাছু লে লৈ অহা বাৰ্তাৰ অনু সৰণ কৰিলোঁহেঁ তেন! بلغ আল-কোৰআন · তাফছীৰ
وَقَالُوا۟ رَبَّنَآ إِنَّآ أَطَعْنَا سَادَتَنَا وَكُبَرَآءَنَا فَأَضَلُّونَا ٱلسَّبِيلَا۠ ﴿٦٧﴾
সিহঁ তে এটা অত্যন্ত তু চ্ছআৰু নিম্ন মানৰ প্ৰমাণ দাঙি ধৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমি আমাৰ নেতাসকলৰ তথা প্ৰমুখ লোকসকলৰ অনুসৰণ কৰিছিলোঁ। সিহঁ তেই আমাক সঠি ক পথৰপৰাবিভ্ৰান্ত কৰিছিল।
رَبَّنَآ ءَاتِهِمْ ضِعْفَيْنِ مِنَ ٱلْعَذَابِ وَٱلْعَنْهُمْ لَعْنًۭا كَبِيرًۭا ﴿٦٨﴾
হে আমাৰ প্ৰতিপালক! যিসকলে আমাক সঠি ক পথৰ পৰা বিভ্ৰান্ত কৰিছিল, সেই প্ৰমুখসকলক তথা নেতাসকলক তু মি দ্বি গুণ শাস্তি দিয়া, যিদৰে তু মি আমাক শাস্তি বিহিছা। কিয় নো সিহঁ তেই আমাক বিভ্ৰান্ত কৰিছে। লগতে সিহঁ তক তোমাৰৰহমতৰপৰা বহু দূৰলৈ আঁতৰাই দিয়া।
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَكُونُوا۟ كَٱلَّذِينَ ءَاذَوْا۟ مُوسَىٰ فَبَرَّأَهُ ٱللَّهُ مِمَّا قَالُوا۟ ۚ وَكَانَ عِندَ ٱللَّهِ وَجِيهًۭا ﴿٦٩﴾
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলকাৰীসকল! তোমালোকে ৰাছুলক কষ্ট নিদিবা। অন্যথা তোমালোকেও সেইসকল লোকৰ অন্ত ৰ্ভু ক্তহ’বা, যিসকলে মু ছাক কষ্ট দিছিল। যেনে- সিহঁ তে মু ছা আলাইহিচ্ছালামৰ শাৰীৰিক ত্ৰুটি থকা বুলি মিছা প্ৰচাৰ চলাইছিল, ফলত আল্লাহে সিহঁ তৰ সেই দাবী মিছা প্ৰমাণিত কৰি এই কথা স্পষ্ট কৰিছিল যে, তেওঁ ৰ শৰীৰত কোনো ধৰণৰ ত্ৰুটি নাই। নিশ্চয় মু ছা আলাইহিচ্ছালাম আছিল আল্লাহৰ ওচৰত অতি সন্মানীয় ব্যক্তি । তেওঁ ৰ প্ৰাৰ্থনা কেতিয়াও ব্যৰ্থ হোৱা নাছিল তথা তেওঁ ৰ প্ৰয়াসো বিফল হোৱা নাছিল।
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱتَّقُوا۟ ٱللَّهَ وَقُولُوا۟ قَوْلًۭا سَدِيدًۭا ﴿٧٠﴾
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয় ত মুতাবিক আমলকাৰীসকল! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃ ত বস্তু ৰ পৰা বিৰত থাকি তেওঁ ৰ তাক্ব ৱা অৱলম্বন কৰা। তথা সদায় সত্য আৰু উত্তম কথা ক’বা।
يُصْلِحْ لَكُمْ أَعْمَـٰلَكُمْ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ ۗ وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ فَقَدْ فَازَ فَوْزًا عَظِيمًا ﴿٧١﴾
যদি তোমালোকে আল্লাহক ভয় কৰা আৰু সদায় সত্য কথা কোৱা, তেন্তে আল্লাহে তোমালোকৰ কৰ্মবোৰ সংশোধন কৰি দিব, তথা সেইবোৰ স্বীকাৰ কৰিব। লগতে তোমালোকৰ গুনাহসমূ হ ক্ষমা কৰি দিব, সেইবোৰৰ বাবে তোমালোকক জবাবদিহি নকৰিব। গতিকে যিয়ে আল্লাহ আৰু তেওঁ ৰ ৰাছু লৰ আনুগত্যকৰিব,তেওঁ দৰাচলতে মহাসফলতাঅৰ্জ ন কৰিব,সেই সফলতাৰতু লনাত সকলোসফলতাহৈছে তু চ্ছ। অৰ্থাৎ তেওঁ আল্লাহৰসন্তু ষ্টি অৰ্জ ন কৰাৰ সৌভাগ্য লাভ কৰিব আৰু জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰিব।
إِنَّا عَرَضْنَا ٱلْأَمَانَةَ عَلَى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَٱلْجِبَالِ فَأَبَيْنَ أَن يَحْمِلْنَهَا وَأَشْفَقْنَ مِنْهَا وَحَمَلَهَا ٱلْإِنسَـٰنُ ۖ إِنَّهُۥ كَانَ ظَلُومًۭا جَهُولًۭا ﴿٧٢﴾
ظلوما جهولا চৰীয় তৰ দায়ি ত্বভাৰ তথা ধন-সম্পত্তি আৰু গোপন তথ্যৰ সংৰক্ষণৰ দায়ি ত্বআদি আকাশমণ্ডল, পৃথিৱী আৰু পৰ্বতমালাক দিয়াৰ বাবে উপস্থাপন কৰিছিলোঁ,কিন্তু সেইবোৰেইয়াৰপৰিণাম সম্পৰ্কে চিন্তাকৰিভয় তে ইয়াৰদায়ি ত্বলোৱাৰপৰাআঁতৰিগ’ল। কিন্তু মানুহে সেই দায়ি ত্বগ্ৰহণ কৰিলে। নিশ্চয় মানৱহৈছে নিজৰওপৰত অন্যায় কাৰীতথাইয়াৰপৰিণাম সম্পৰ্কে অজ্ঞ।
لِّيُعَذِّبَ ٱللَّهُ ٱلْمُنَـٰفِقِينَ وَٱلْمُنَـٰفِقَـٰتِ وَٱلْمُشْرِكِينَ وَٱلْمُشْرِكَـٰتِ وَيَتُوبَ ٱللَّهُ عَلَى ٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَـٰتِ ۗ وَكَانَ ٱللَّهُ غَفُورًۭا رَّحِيمًۢا ﴿٧٣﴾
غفورا ر حيما মানু হে আল্লাহৰসিদ্ধান্ত অনু সাৰেএই দায়ি ত্বভাৰগ্ৰ হণ কৰিছে। যাতে আল্লাহে মু নাফিক পুৰুষ আৰু মু নাফিকা নাৰীক তথা মু শ্বৰিক পুৰুষ আৰু মু শ্বৰিকা নাৰীক সিহঁ তৰ নিফাক আৰু আল্লাহৰ লগত কৰা শ্বিৰ্ক ৰ বাবে শাস্তি বিহিব পাৰে। পক্ষান্ত ৰে সেইসকল মুমিন পুৰুষ আৰু মুমিনা নাৰীৰ তাওবা কবূল কৰিব পাৰে, যিসকলে দায়ি ত্বভাৰ সুচাৰুৰূপে পালন কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল, তথা তেওঁলোকৰ প্ৰতি অতি দয়ালু। بلغ আল-কোৰআন · তাফছীৰ উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন