إِذَا جَآءَ نَصْرُ ٱللَّهِ وَٱلْفَتْحُ ﴿١﴾
হে ৰাছু ল! যেতিয়াআপোনাৰ দ্বীনৰ বাবে আল্লাহৰ সহায় আহি যাব,আৰু মক্কাবিজয় হৈ যাব।
মুখ্য পৃষ্ঠা›তাফছীৰ›An-Nasr (110)
মাদানী · 3 আয়াত
إِذَا جَآءَ نَصْرُ ٱللَّهِ وَٱلْفَتْحُ ﴿١﴾
হে ৰাছু ল! যেতিয়াআপোনাৰ দ্বীনৰ বাবে আল্লাহৰ সহায় আহি যাব,আৰু মক্কাবিজয় হৈ যাব।
وَرَأَيْتَ ٱلنَّاسَ يَدْخُلُونَ فِى دِينِ ٱللَّهِ أَفْوَاجًۭا ﴿٢﴾
আৰু আপুনি মানুহক দলে দলে ইছলামত প্ৰৱেশ হোৱা দেখিব।
فَسَبِّحْ بِحَمْدِ رَبِّكَ وَٱسْتَغْفِرْهُ ۚ إِنَّهُۥ كَانَ تَوَّابًۢا ﴿٣﴾
তেতিয়া আপুনি জানি ল’ব যে, এইটো হৈছে সেই মিচনৰ সমাপ্তি ৰ নিকটৱৰ্তীৰ ইংগিত, যাৰ সৈতে আপোনাক প্ৰে ৰণ কৰা হৈছে। আপুনি সহায় আৰু বিজয় প্ৰদানৰ প্ৰতি কৃ তজ্ঞতা পালন স্বৰূপে আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা আৰু পৱিত্ৰতা বৰ্ণনা কৰক, আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰৰ্থনা কৰক। নিশ্চয় তেওঁ বান্দাসকলৰ তাওবা কবুল কৰে আৰু তেওঁ লোকক ক্ষমা কৰে। উৎস: আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআন
অনুসৰণ · পুনৰাবৃত্তি · শুনোৱা · পঞ্জীয়ন নালাগে